Amazing TAI AHOM Tradition | আহোমৰ এক ব্যতিক্ৰমী সকাম ৷Vlog Assamese
HTML-код
- Опубликовано: 2 окт 2024
- Assamese New Vlog
New Assamese Vlog
Assamese Vlog
Prince Bharali's Vlog
#Prince_Bharali
#Dodo
Vlog Assamese
Tai Ahom Tradition
Tai ahom culture
Tai ahom
ahom
Traditional Tai Ahom song
তাই আহোম সকলেও প্ৰাকৃতিক পূজা পাঠ কৰে , তাই আহোম সকলোৰো নিজৰ জাতিৰ পৰম পৰা যে আছে , সেই কথা অসমৰ সকলো জাতি জনগোষ্ঠীয়ে জানে , সেই কাৰণে তেওঁলোকক অসমত অনুসুচিত জনজাতি তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে, ভাৰত সংবিধান সংশোধনী কৰি হলেও অনুসুচিত জনজাতি তালিকাত অন্তৰ্ভূক্ত কৰা হওঁক।
very nice
Nice
বহুত কথা জানিলো
Tribe has own religion.
My dear kacharies we want to unite as kachari
Real ahom pormpora riti niti ajihe gom palu. Amar logot niom bur prai ekei. Prokettote ahom. Hokol jonotjati hoiyei.
End of tai ahom language 😢😢😢
আহোম সকলৰ পৰম্পৰা অতুট থাকিবলৈ প্ৰাৰ্থনা জনালো।
মৃতকলৈ শ্ৰদ্ধাঞ্জলি যাচিলো 🙏
তথ্য সমৃদ্ধ ভিডিঅ'টো ৰ পৰা কিছু কথা জানিব পাৰিলো
Bahut val lagil 🙏
মই এজনী আহোম ছোৱালী হয় দাদা
প্ৰকৃত জনজাতিৰ পৰম্পৰা ।👌👌👌👍🙏🙏🙏🙏। আহোম সকলক জনজাতিৰ মৰ্যদা দিবই লাগিব।
We want st No St no Rest ✊ pe ong le tai ahom 🙏
বাদ দিয়া হে, নেপাঅ , মিছা কলে কি ডাল হব।
Very Nice
The customs of the Ahom furalong are very similar to the tribes of the plains.
কোন ঠাই
কৃষ্ণ কিছু হলেও খিকিলো তাৰ বাবে আপোনাক ধন্যবাদ।আগলৈ এনেধৰনৰ ভিদিঅ পাম বুলি আশা কৰিলোঁ।
অতি সুন্দৰ।
আহোম সকলৰ পৰম্পৰা। আপোনাক অশেষ ধন্যবাদ ।
বহুত ভাল লাগিল দেই ভিডিও চাই দাদা
বহুত বহুত ভাল লাগিল,
Aami bure goi bonaisilu
দাদা : ইউটিউব কেনেকৈ আৰম্ভ কৰিব ? কি কি কৰিব লাগে ? 1000 কিমান পইচা দিয়ে video bonai kobasun 😍😍😍😍😍😍😍😍🤔🤔🤔🤔🤔🤔
আহোম সকলৰ পৰম্পৰাক ধন্যবাদ
Ahom hokol hompurna rupae jonojati . Poromporai takae koy.
আজি প্রথম দেখিলোঁ ।ভাল লাগিল ।অভিনন্দন থাকিল ।
Vl lagil
Val lagise
Moja dada
খুব ভাল লগিছে তেওঁ লোকৰ পৰম্পৰা।
Haka like khrup tang jasi su .
Good evening sir
Hosai দেই আহোম আজি হে ভালকৈ জনি চো
জাতিৰ পৰম্পৰা জিয়াই আছে জিয়াই থাকিব
Bartomanu anekuwa niyam soli aasene?
soliye ase
Khup,tang
Very good
Apuni bpr dhuniaka video karisa. Akhan dhunia ahom hokam dhuniak record krisa. Apuni dhunia manuh,dhunia voice,dhunia pronunciation and it means I thing you are good RUclipsr. Thanking to you.
Beauty of Ahom ❤️😍
ভাল লাগিল।
ভাল লাগিল
Ami u ane k matu moi u ahum suwali a hoi
Kolpat khn u ane k di a
কণমানিলৈ আন্তৰিক শুভেচ্ছা জনালোঁ ৷
Niomtu val lagile ❤
বহুত ভাল লাগিল। সকলো আহোমে এনেবোৰ নিয়ম পালন কৰিলে বৰ সুন্দৰ হব।
❤️❤️❤️
ᴋʜᴏᴏʙ ʙʜᴀʟ ᴩᴀʟᴜ.....
আহোম সকলৰ কি সংস্কৃতি নাই।
তথাপি কিয় বাৰু
ST নাপায়?
মই এজন অসমৰ টাই আইতন জন গোষ্ঠীয় সন্তান। তথাকথিত এই নিজকে আহোম বুলি পৰিচয় দিয়া এই লোক সকল সদায় আমাৰ অসমত বসবাস কৰা অন্য টাই গোষ্ঠীয় লোকক হীন চকুৰে চায়।
Ahom এক উচচ ৰাজবংশ আছিল , chao lung siukaafai সকলো জাতিৰ লগত মিলিজুলি আছিল। আহোম সকল বহুত জ্ঞানী লোক হয়। দুই এজন আহোমৰ কাৰণে সকলো আহোমকে লেতিয়াই কথা কোৱাটো ভাল নহয়। মইয়ো এজন আহোম, Tai জাতিৰ প্ৰতি জনৰে বহুত মৰম ভালপোৱা আছে।
Dada video sai vl lagise🔥🔥🔥🔥 aru video hodai upload koribo ami support korim 😊😊hodai aru moi apnr channel to subsribe korilu aha korilu apni u koribo😳😳🙏🙏🙏 aru next video r krne wait korim so jldi upload koribo aru aaguwai jak 👍