Documentary on Lachit Borphukan

Поделиться
HTML-код
  • Опубликовано: 2 окт 2024
  • Lachit Borphukan is a 17th century Ahom (Assamese ) general who defeated Mughal Army at their zenith during emperor Aurnzeb. Ram Singha, Rajput Raja (King) of Amber was the Chief General of the Mughal army.

Комментарии • 584

  • @varun-jaswal
    @varun-jaswal 2 года назад +146

    Lots of Love and Respect for Great Warrior Lachit Bor Phukan Ji🚩 From Himachal Pradesh, BHARAT🇮🇳

    • @hiranyatalukdar8001
      @hiranyatalukdar8001 Год назад +1

      প্ৰসংগ ক্ৰমে,
      প্ৰণাম দাদা, আহোম সকলৰ জাতীয় শ্বাভিমান নিজৰ পৰিয়াল আৰু নিজৰ দেশ মাতৃৰ প্ৰতি থকা দায়বদ্ধতা ত্যাগ আৰু আত্মবলিদানত বীৰ লাচিতৰ বীৰত্বৰ তেজাল কাহিনী প্ৰতি জন অসমীয়াৰ দেহৰ ৰন্ধে ৰন্ধে চিৰপ্ৰবাহমান। আহোম আৰু মোগলৰ মাজত " শৰাইঘাটৰ ৰণ"
      এইখিনিতে বীৰ লাচিতে অতি বিচক্ষণতাৰে নৰিয়া গাৰে ৰাতিৰ ভিতৰতে অতি আপোন
      বিশ্বাসী নিজৰ মোমায়েক লাজুক আমিনগাঁওত গড় নিৰ্মাণ কাৰ্যৰ সমাপন কৰাৰ দায়িত্ব দিছিল। কিন্তু নিজৰ কৰ্তব্যত গাফিলতি কৰি মোমায়েক লাজুই সৈন্য সামন্তৰ লগত শুই থকা দেখি খঙত দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিতে মোমায়েক লাজুক শিৰচ্ছেদ কৰিছিল। তেতিয়াহে ভয়ত প্ৰতিজন অসমীয়া সৈন্যই জীৱনক মৰন দি ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কাৰ্য সমাপন কৰিছিল। নহলে পিছদিনা শৰাইঘাটৰ যুদ্ধত মোগলক পৰাভূত কৰিব নোৱাৰিলেহেঁতেন সেই কথা লাচিতে বাৰুকৈয়ে উপলদ্ধি কৰিছিল। কিন্তু আমি আজি নিজৰ দোষ ঢাকি লোকৰ দোষ খুচুৰা কামত ব্যস্ত। নিজৰ দোষত উকীল ধৰি লোকৰ বিচাৰ কৰো। সেয়েহে ভূপেন দাই কৈ গাইছিল --
      মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱা লুইত পৰীয়া ডেকা দল। কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত ধোৰ্য সাহস আৰু দুবাহুত বল।
      শত শত শ্বহীদৰ আত্মাই আহি মোৰ মৈদাম আগুৰিছে বিননি তুলি। সকলোৱে কৈছেহি দেশ জাতি সমাজক ঠগ প্রতাৰক বোৰ চিনাকি বুলি।
      এই জাতি এই দেশ হৈছে সমুলি শেষ চুকে কনে আজি দেখোন বদনৰে দল ।
      বুকুৰে বান্ধৈ মোৰ দিও কিনো সমিধান কৰা নাই আজি মোৰ তেজে তলমন ।
      সেৱাৰে --
      হিৰণ্য তালুকদাৰ
      ২৪/০৪/২৩
      ৰাতিপৱা:- ৪:৪৭
      ফোন :- 8638774895
      বি:দ্রঃ সকলোৱে লাচিতৰ কথা কয়। লাচিতৰ মোমায়েক দুজনৰ নাম নাজানে। মোমায়েক দুজন ক্ৰমে লাজু আৰু লাহন আছিল। লাচিতে লা কাটিছিল।

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 9 месяцев назад +1

      ❤❤❤

    • @dinabandhu9827
      @dinabandhu9827 3 месяца назад

      🙏🙏♥️♥️

    • @metkamurmu4192
      @metkamurmu4192 8 дней назад

      Nice

  • @binodbora9551
    @binodbora9551 3 года назад +27

    আচল ডায়েলগটো "দেশতকৈ মোমাই ডাঙৰনহয়" ভালদৰে উপস্থাপন হোৱা দেখা নগ'ল । যিয়েই নহওক কিয় চাই খুব ভাল লাগিল । অলপ আবেগিক হৈ গৈছিলো । এইখন ভবিষ্যতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত "বাহুবলী"ৰ দৰে মেগা চিনেমা বনাব নোৱাৰিনে ? বৰ্তমান সময়ত ৰাইজ আৰু ৰজাঘৰীয়াৰ বাবে এটা নিদৰ্শন হ'ব । সুধী আৰু বিজ্ঞ সমাজে চিন্তা কৰকচোন ।

    • @oft1396
      @oft1396 2 года назад

      লাচিত বৰফুকনৰ মোমায়েকৰ নাম কি কোনোবাই জানে নি :

  • @dipankarbanerjee608
    @dipankarbanerjee608 2 года назад +22

    Lion , Great Fighter and Military General , His life should be taught to every student of our country ,

  • @oneclick_art
    @oneclick_art 2 года назад +122

    The king who protected north east culture from radical islamist mughal..... Jai ahom love from maharashtra

    • @zordanssmith1635
      @zordanssmith1635 Год назад +13

      And we love Maharashtra too! We share a history of warriors and their legends will forever be lived.

    • @barnojwaldeka6784
      @barnojwaldeka6784 Год назад +7

      Lachit was not a king he was the chief commander or senapati

    • @bollywoodscenesandudayansh5947
      @bollywoodscenesandudayansh5947 11 месяцев назад +1

      But originally they are form china

    • @Archana20387
      @Archana20387 11 месяцев назад +4

      ​@@bollywoodscenesandudayansh5947they were from Thailand,fool

    • @bhargabborah4194
      @bhargabborah4194 9 месяцев назад

      ​@@Archana20387 mongmao is in south china

  • @deepakshah1997
    @deepakshah1997 2 года назад +86

    Lachit borphukan
    Maharana pratap
    Shivaji maharaj
    Pritiviraj chauhan
    Great warriors of great motherland jai Aai axom

  • @tankswargohain6701
    @tankswargohain6701 Год назад +15

    বৰ নিম্ন মানৰ হৈছে ।বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ইয়াতকৈ বহু উন্নত মানদণ্ডৰ হব লাগিব। বাহুু বলীৰ দৰে উচ্চ প্ৰযুক্তিৰ প্রয়োজন আছে।

  • @aptaggi9514
    @aptaggi9514 3 года назад +42

    আমি অসমীয়া, লাচিতৰ তেজ আমাৰ ওচৰত আছে ,দেশৰ কাৰণে আমিও আগবাঢি যাম

  • @Vishal-mt3zf
    @Vishal-mt3zf 2 года назад +9

    এনে বীৰ লাচিতক মই বাৰ বাৰ প্ৰণাম কৰিছোঁ।
    লাচিত আহিল মোগল পলাল
    জয় লাচিত
    জই আই অসম।।।

  • @vinodjoshi676
    @vinodjoshi676 3 года назад +56

    Hamari indian army mein BEST CADET ko *LACHIT BORFUKAN TROPHY* kargil war ke baad 1999 ke bad dena start huee
    Jai LACHIT

  • @jugalbaishya5482
    @jugalbaishya5482 2 года назад +11

    ২০২১ অক্টোবৰ মাহত ২৭ তাৰিখে চাই আছোঁ
    আৰু কোনে কোন চাই আছা..
    🙏🙏🙏
    জয় আই অসম 🥰🥰🙏🙏

  • @burulinavideos
    @burulinavideos 3 года назад +13

    ৰামসিংহই সেই আফুগুটিৰ টোপোলাটোত ক'লা যাদু কৰি দিছিল সেইবাবে তেওঁ নৰিয়াত পৰিছিল, কিন্তু তেওঁৰ দেশপ্ৰেম, সাহস আৰু দৃঢ় প্ৰতিগ্যৰ ওচৰত সকলোৱে সেৱ মানিলে।

  • @shajurohman6334
    @shajurohman6334 3 года назад +15

    আমাৰ দেশতে ইমান ভাল এখন ইতিহাস আছে কিন্তু ভাল director -ৰ অভাৱত আমি আমাৰ নিজা পৰিচয় আন্তৰ্জাতিক পৰ্য্যায়ত স্হান দিব পৰা নাই কিয় ? আজি দক্ষিণ ভাৰতৰ ছবিবোৰৰ বহুত আগবাঢ়ি গল আমিবোৰ কেল্লা বাংলাদেশীৰ সৈতেই যুজি আছো । চাওক দক্ষিণ ভাৰতৰ ছবি bahuboli2 তকৈ ভাল এখন ছবি আমাৰ অসমতেই গঢ়িতোলা যাব ।

  • @basantaborboruah5719
    @basantaborboruah5719 4 года назад +61

    আহোমে কেতিয়াও অপমান সহ্য নকৰে , এইটো চিৰ সত্য কথা । ভিডিওতো চাই বহুত ভাল লাগিল ।

    • @jin-p2p
      @jin-p2p 3 года назад +4

      Sorry but অসমে অপমান সহ্য নকৰে।

    • @chowlengdonahom1105
      @chowlengdonahom1105 2 года назад +5

      Right আহোমে সেও মানিব নোৱাৰে, অপমান সহ্য কৰিব নোৱাৰে।। আহোম স্বাধীন হয়।। জয় আহোম।। তাঈ আহোম পে-অং-লে।। মৌং-দুন-ছুন-খাম অন্-তা-লে।।

    • @BijoyBoro-xe4om
      @BijoyBoro-xe4om 7 месяцев назад

      Ahom hokole nijor bhaka sangkrit Ari kiyo axomiya bhakako akuwali lole??? Ahom 600 bosor axom rajotya korar ki ortyo takil . axomiya bhaka Ari nijor ahom bhakatu uddar korak.

    • @basantaborboruah5719
      @basantaborboruah5719 7 месяцев назад

      @@BijoyBoro-xe4om আহোমে সদায় অন্য জাতি জনগোষ্ঠীৰ পৰস্পৰা , ভাষা , কলা সংস্কৃতি সন্মান কৰি আহিছে আৰু কৰে । নিজৰ ভাষা পৰম্পৰা জোৰ জৱৰদছ বা হেঁচা প্ৰয়োগ কৰি অন্য জাতি জনগোষ্ঠী ওপৰত জাপি দিয়াতো আহোম সকলে কোনো দিনে কৰা নাই , সকলো মিলি এক লগ হৈ থকা আৰু নিজৰ উদাৰতা বাবে আহোমে 600 বছৰ শাসন কৰিব পাৰিছিল । বাকী থাকি ভাষা , অসমত অকল আহোম সকলৰ নিজৰ ভাষা, লিপি আছে আৰু তাৰ পূৰ্ণ উদ্ধাৰ বাবে কাম কৰি থকা হৈছে ।

    • @topongogoi9953
      @topongogoi9953 2 месяца назад +2

      ​@@BijoyBoro-xe4omthik koisa ......Tai ahom language 2 akou ghurai anibo lagibo amar ahom hklr majoloi...

  • @monjulahon7712
    @monjulahon7712 2 года назад +1

    আদৰ্শ মুলক নাটক খন চাই বহুত ভাল লাগিল , কোঙা হৈ যোৱা মানসিকতা সাহসৰে ভৰি পৰিল । লাচিত বৰফুকনক আহোম যুগৰ লাচিতৰ দৰে লাগিল ।

  • @animabarik5134
    @animabarik5134 3 года назад +96

    From Odisha , watching one of the greatest warriors of maa Bharati

    • @gajahmada9539
      @gajahmada9539 2 года назад +2

      I am also from kalinga

    • @Yodha3.0
      @Yodha3.0 Год назад +1

      Thank you for visiting our assames warrior

    • @Padmanabham.
      @Padmanabham. Год назад +1

      Jai Jagannath 🕉️🙏🏼☺️

    • @DipakBose-bq1vv
      @DipakBose-bq1vv 7 месяцев назад

      He was a Chinese.

  • @rajgeetjoshi3401
    @rajgeetjoshi3401 3 года назад +236

    Respect to Lachit from Uttarakhand. He inspires a lot of Indians to fight for protecting our land. Hope the present generation will be able to save and protect Assam as soon as possible. Jai Maa Kamakhya.

  • @M_Blowing_shorts
    @M_Blowing_shorts 3 года назад +40

    বহুদিন ধৰি ভাবি আছিলোঁ এনে এখন বোলছবিৰ প্ৰয়োজন ৷ আজি এই ছবিখনে মন আপ্লুত কৰিল ৷ আপোনাৰ প্ৰতি অশেষ ধন্যবাদ দাদা ৷

    • @nijaraboro7921
      @nijaraboro7921 3 года назад +4

      সঁচাকৈ মইও আজি হে চালোঁ বৰ ভাল লাগিল আকৌ স্কুলৰ কথাবোৰ মনত পৰিছে চাৰে পঢ়োৱা

    • @hiteshdas514
      @hiteshdas514 27 дней назад

      ​@@nijaraboro7921🎉

  • @rituraj1135N
    @rituraj1135N 2 года назад +12

    The #Ahoms defeated the mughals 17 times. Hatts off to Lachit. জয় আই অসম 🙏

  • @kushalgogoi8806
    @kushalgogoi8806 2 года назад +63

    এজন অসমীয়া হিচাপে সচাই গর্বিত অনুভব হয়। জয় আই অসম। জয় লাচিত বরফুকন।🙏🙏🙏

  • @devendrakumarshrivastava1397
    @devendrakumarshrivastava1397 3 года назад +45

    MERE BHARAT KE MAHAVEER JINHONE APNE MOTHER INDIA KE LIYE APNA SARVOCH BALIDAAN DIYA
    JAI LACHIT BORPHUKAN
    JAI MAHARANA PRATAP
    JAI SHIVAJI MAHARAJ
    JAI GURU GOVIND SINGH 🇮🇳💪💪💪

  • @nangsengkukoi6088
    @nangsengkukoi6088 2 года назад +9

    টাই আহোম হিচাপে অতন্ত্য গৌৰৱ কৰো।আজিও প্ৰতিজন টাই আহোম দেশ,মাটি,জাতি,অসমীৰ মান ৰক্ষাৰ বাবে হাঁহিমুখে প্ৰাণ ত্যাগ কৰিব পাৰে।লা-চিত বৰফুকন পে অঙ লে,মৗঙ-ডুন-চুন-খাম পে অঙ লে,স্বৰ্গদেও চাওলুং চ্যকাফা পে অঙ লে,পে অঙ লে,পে অঙ লে।
    চিৰদিন মই চাওফাৰ আৰু চাওফাই গঢ় দিয়া এই অসমীয়া জাতিৰ।

  • @chowlengdonahom1105
    @chowlengdonahom1105 2 года назад +2

    আহোম লেংদনৰ বংশধৰ হয়। কোনো ইন্দ্রৰ বংশধৰ নহয়। ভুল তথ্য নিদিব।

  • @dpparihar123
    @dpparihar123 3 года назад +20

    Love from Rajasthan jai maa mahakali

  • @sigmatips432
    @sigmatips432 3 года назад +8

    চাও কাও ঐ চাও নোৰো চাও কাও ঐ

  • @chaoankurchetia5898
    @chaoankurchetia5898 4 года назад +21

    সুন্দৰ হৈছে৷ কিন্তু সাজ পোচাক বিলাকহে টাই আহোমৰ নহয়৷

  • @samirgogoi7728
    @samirgogoi7728 3 года назад +25

    সাজ পোচাক সমূহ আহোম পৰম্পৰাৰ হোৱা উচিত।

    • @prodipkumargogoi4546
      @prodipkumargogoi4546 3 года назад +1

      হয়

    • @Bonphool4649
      @Bonphool4649 3 года назад +2

      Agree

    • @MultimediaTr.
      @MultimediaTr. 7 месяцев назад

      ​@@Bonphool4649তুমি বহুত ধুনীয়া আছা! বিয়াত বহা নাই যদি contact কৰিব বিচাৰোঁ! মই চৰকাৰী বিভাগত কৰ্মৰত! Please! Reply me

  • @assamese....statusmacker..8979
    @assamese....statusmacker..8979 3 года назад +16

    অতি সুন্দৰ প্ৰয়াস ,,,সদায় বিছাৰিছিলো এনে দেশপ্ৰেম মূলক কাহিনী চাব লে।।।।।চাই সচাই বহুত ভাল লাগিল ।। ধন্য সেই বীৰ,,ধন্য তেওঁ ৰ জীৱন.......👍

  • @subhasishchakraborty5175
    @subhasishchakraborty5175 3 года назад +16

    Jai aai axom.... Jai Lachit Borphukan.... 🙏🙏

  • @localentertainment2730
    @localentertainment2730 2 года назад +54

    Proud to be an Assamese people and Ahom 😍❤️❤️

    • @rodtang2598
      @rodtang2598 2 года назад

      Ahoms are mongoloid race right?

    • @ME10111
      @ME10111 2 года назад +1

      @@rodtang2598 yes

    • @user-xm6tp6ys4y
      @user-xm6tp6ys4y 2 года назад

      @@rodtang2598 Ahoms are Kra-Dai people.

    • @user-xm6tp6ys4y
      @user-xm6tp6ys4y 2 года назад +4

      @Ans Dash umm yes Odia is closer to Assamese ❤️. Do you know we have our own language which known as Tai Ahom language.

    • @rodtang2598
      @rodtang2598 2 года назад

      @@user-xm6tp6ys4y what is kra-dai..?

  • @rajivrongson5810
    @rajivrongson5810 3 года назад +6

    Bir Lacit Rongpee(Dept:- Borphukan)
    He Was Amri Karbi/Mikir Community. The History Of Assam History Has Been Manipulated. The Karbi/Mikir Are Used In War & Army. Even Tribe Are Used Today As Army By Intelligent Community. It Is A Way Of Monusmrity Ideology Till Today.2021

    • @mbcartoons4016
      @mbcartoons4016 3 года назад +1

      We proud of our Youth Army of Assam ❤️❤️❤️❤️

    • @DEMON-qv2xx
      @DEMON-qv2xx 3 года назад

      kot pali oi toi karbi buli

    • @DEMON-qv2xx
      @DEMON-qv2xx 3 года назад

      @888tggxix tt8txtxgg agota hehoti nija manuh na goru hai2uu najana koi ako lachit hihtr😂🤣

    • @DEMON-qv2xx
      @DEMON-qv2xx 3 года назад

      @888tggxix tt8txtxgg 😂😂😂

    • @protyukh3693
      @protyukh3693 2 года назад

      @Socialist Journey klaaa🤣🤣🤣

  • @peetychetia9519
    @peetychetia9519 3 года назад +3

    সুন্দৰ নিদৰ্শন হৈছে অসমৰ জাতীয় গৌৰৱ

  • @gautamphadnis7629
    @gautamphadnis7629 3 года назад +9

    YAAR HAMEIN VEER AHOM KE BARE MEIN PADHAYA JANA CHAHIYE THA

  • @rihanmohanty2843
    @rihanmohanty2843 2 года назад +5

    Lachit Borphukan kae naam par bhi ek film aani chahiye.

  • @AntarikshRajkonwar
    @AntarikshRajkonwar 2 года назад +4

    Great documentary. But please change the thumbnail and put photo of some better scene where Swaargadeo Chakradhwaj Singha and Lachit Borphukan is there

  • @kanyakumarisaikai2388
    @kanyakumarisaikai2388 4 года назад +18

    অতি সুন্দৰ ৷ পুনৰবাৰ উপভোগ কৰিব পাৰি ভাল লাগিল ৷ কাৰুকাৰ্য সুন্দৰ

  • @nikhildotasara1189
    @nikhildotasara1189 2 года назад +4

    Respect from Rajasthan

  • @Irani_450
    @Irani_450 Год назад +1

    Not maratha, nor rajput, nor Singh's only our ahoms defeated the Mughals 17 times

  • @subhadeepkarmakarBengal
    @subhadeepkarmakarBengal 3 года назад +42

    Respect from West Bengal.
    India need Lachit Borphukan type Worrior who fought for mother land also save our India’s Culture.
    Assam Now Approx than 40% Muslim (Unofficially/ as per Wikipedia) but Assamese select a Proper Govt to save culture & identity. Unfortunately We the people of West Bengal(Some of them vote just because of govt subsidy & here 30% Muslim also exist) don’t know what will be happen in our future.Please Pray for us 🙏

    • @andaaregaan.5466
      @andaaregaan.5466 2 года назад +1

      Next bar bjp.. jetatei hobe.. information war ee lege poro

    • @HistoryEditsChannel
      @HistoryEditsChannel 2 года назад

      ruclips.net/video/ckSmYH5Plgg/видео.html
      Lachit barphukan hindi whatsapp status

    • @randomshits1594
      @randomshits1594 2 года назад

      Muslim is never a problem for us 🤣 and for your kind information ismail siddiqui was lachits assistant against war on mughal dude . We ahoms never do such shits dude

    • @Rajaulmahammadtalukdar
      @Rajaulmahammadtalukdar Год назад

      he is not patriot of hindustan, he is patriot of Our Assam✊ He is fougt against delhi, go and do some ressearch

    • @blusterbuilder4654
      @blusterbuilder4654 Год назад

      @@Rajaulmahammadtalukdar after all Delhi was under Mughal so basically he fought against the invaders

  • @sigmatips432
    @sigmatips432 3 года назад +3

    আমি আহোম জনগোষ্ঠী হয় খুপটাঙ

  • @dhananjoyghosh6662
    @dhananjoyghosh6662 2 года назад +2

    নামনি অসম আকৌ মোগলে বেঢি ধৰিছে

  • @1mikon
    @1mikon 2 года назад +8

    Assamese people will always be indebted to Lachit Borphukan.. Too bad Assamese people have lost their self respect.They forgot their wonderful history.

  • @abdulabu1553
    @abdulabu1553 Год назад +2

    বাঘ আলি হাজৰিকাৰ এটা ও অভিনয় কিয় উপস্থাপন কৰা নাই? কিয় নাই? তেওঁ নাছিল নেকি লাচিত বৰফুকনৰ লগত।

  • @nilotpalsarmahsarma8344
    @nilotpalsarmahsarma8344 3 года назад +11

    Jai Lachit barfukan

  • @G3new745
    @G3new745 3 года назад +6

    দেশ বুলিলে নালাগে আদেশ

  • @debrajburagohain2763
    @debrajburagohain2763 2 года назад +2

    আমি অসমীয়া ই সদায় বীৰ লাচিতৰ বীৰত্বৰে আৰু আতন বুঢ়াগোহাঁইৰ বিচক্ষণতাৰ দৰে এক হৈ থাকিব লাগিব...জয় আই অসম 🙏🙏🙏

  • @nabanika.nature9471
    @nabanika.nature9471 2 года назад +7

    ধন্যবাদ, বোলছবি খনৰ জৰিয়তে অসমীয়াক পুনৰ গৌৰৱময় ইতিহাস মনত পেলাই দিবলৈ বিচৰা বাবে ৷ আমাৰ এই মহান ইতিহাসৰ কাহিনীৰ সকলোকে আকৰ্ষণ কৰিব পৰা বাহুবলীৰ নিচিনা চিনেমা বনাবো পাৰি যাৰ দ্বাৰা সকলো দেশবাসী অসমৰ বিষয়ে জানিব পাৰিব৷ 🤗😇

  • @bastavcharaimuria8853
    @bastavcharaimuria8853 Год назад +6

    Diamond Lachit Borphukan ❤️‍🔥 Love from Sivasagar, Assam ❤️

  • @herominarzary3254
    @herominarzary3254 4 года назад +8

    Jodi akhon bull sobi hole.. ki vl lagil Hoi

  • @nabinr7361
    @nabinr7361 3 года назад +39

    It would have been "BETTER" if there was a SUBTITLE IN ENGLISH. LET, the WORLD KNOW WHO HE WAS. MANY IN INDIA ITSELF DO NOT THE GREAT GENERAL WE HAD.
    Proud of Oxom + Oxomiya.

    • @ImperialIndic
      @ImperialIndic 3 года назад

      if u know Bengali also then u can understand approx 90% of the documentry

    • @nabinr7361
      @nabinr7361 3 года назад

      @@ImperialIndic
      Yes, I do understand Bengali. However, though being Assamese by birth... I haven't been much to Assam..

    • @ImperialIndic
      @ImperialIndic 3 года назад +1

      @@nabinr7361 i also dont know assamese but as a Bengali i have understood approx 60% of the documentory

  • @k.zamangaduhlian8706
    @k.zamangaduhlian8706 Год назад +2

    Had Ahom Kingdom been so powerful that time, I don't think the present Assamese language and script was their original language and script

  • @subhadeepkarmakarBengal
    @subhadeepkarmakarBengal 3 года назад +10

    Patriots like Lachit Borfukan should be respected by all Assamese as well as all Indians. Bollywood should be made a movies about him.Govt Should be teach us about him in the syllabus.(40% Muslims also exist in Assam although it is not official information obtained from Wikipedia). You the people voted to won a nationalist government. I hope under Himant ji govt will take positive steps.
    But it’s very unfortunate that some of our people in West Bengal are greedy for government subsidy with 30% Muslim vote.Our future is in the dark. Plese Pray for Bengali Hindu 🙏

    • @mrblack7218
      @mrblack7218 2 года назад +3

      জয় শ্ৰী ৰাম

    • @randomshits1594
      @randomshits1594 2 года назад

      Lachit borphukan was himself not a hindu 🤣 what the fuck do you know about ahoms asshole!! Gaanduo humlog hindu muslim nai karte. We believe in humanity

    • @randomshits1594
      @randomshits1594 2 года назад

      We respect every religion as well as hindu that doesn't mean we belong to that religion

  • @afternoontea974
    @afternoontea974 3 года назад +9

    Sawasdee from Thailand.

  • @BadBoy-wy1il
    @BadBoy-wy1il 3 года назад +6

    Okol ahom raijok mughal e lobo nuwarile...
    Jai ai axom
    Joi ahom
    Joi axomiya

  • @mahesh2022
    @mahesh2022 2 года назад +3

    Lachit was agreat leader but the way of portraying him this documentary is very bad,, stupid direction

  • @AT-fw9zc
    @AT-fw9zc 3 года назад +17

    I did not understand the starting music but loved it ♥♥♥

    • @jadumonigogoi403
      @jadumonigogoi403 3 года назад +3

      song praises the king ,his kingdom who had great general lachit.

  • @abhijitsatpathy7777
    @abhijitsatpathy7777 Год назад +4

    Jai Jagannath
    I'm From KALINGA, JAI LACHIT BORPOKAN the greatest warrior of world.

  • @symphony1625
    @symphony1625 2 года назад +5

    Sabhiko Lachit Divas ki Hardik Subhkamnaye💐Jai Lachit Borphukon...Jai Aai Axom🙏

  • @Kanhak356
    @Kanhak356 2 года назад +3

    বৰ্তমান আকৌ লাচিতৰ প্ৰয়োজন হৈছে অসমত
    মোগলৰ উৎপাত বাঢ়িছে আকৌ

  • @bikirabha4372
    @bikirabha4372 2 года назад

    এই ভিদিও টি দিয়াৰ বাবে ধন্যবাদ। জয় বীৰ লাচিত । জয় আই অসম

  • @pameswarnarah1040
    @pameswarnarah1040 3 года назад +9

    I got to know from axom buranjee,in this war miri(mising,) naga boro kalita were majority in axom army.love to my brave captain miri handique,who strong fight from north side,

    • @sujitbaruah8688
      @sujitbaruah8688 3 года назад +3

      Exactly. Heibabe olop Bea u lage. Kalita, miri, eulukor naam Iman k nulale.

    • @puspanganabaruah8024
      @puspanganabaruah8024 2 года назад +1

      Actually hakolubilak jati janagusthiye ahomr netrittat mughalr biruddhe judha krisil.hakolure haman arihona asil.

    • @randomshits1594
      @randomshits1594 2 года назад

      Hoi de bhai sob tohotie koriso naga boro kalita manisu bohut orihona ase but miri je amak ketyau support kora nasil. Amak ki nijor adi logote thogrami kori ahisil burinji amiu pohisu

    • @randomshits1594
      @randomshits1594 2 года назад

      Miri handique was cocktail of handique and mising

    • @stynershiner1854
      @stynershiner1854 Год назад

      @@randomshits1594 Kintu buranji pohiso? Miri and Adis were living together for a long time before clan wars etc made some leave for Assam. The Misings gave shelter to many Ahoms during Burmese invasion of Assam.
      Miri-Handique, Miri-Sutiya etc formed an important part of Ahom army. We all were Assamese under the banner of the dragon. Iman k divisions bisari nethakibi.

  • @biswajitboruah3716
    @biswajitboruah3716 2 года назад +2

    Jotin Bara, Ravi Sharma, Nayan neelim tewlukor hero bilake jodi Aag bhag lole hoi aru vl lagile hoi😢😢😢

  • @anitasaikia4245
    @anitasaikia4245 Год назад +1

    Lachit Barphukan : the greatest warrior of Assam.🙏🙏🙏
    He is the Victory of Assam and Pride of Assam.🙏🙏🙏🙏🙏🙏

  • @dhawalparmar7117
    @dhawalparmar7117 2 года назад +2

    Ahom you are great because you defeated Mughal 17 times

  • @sujitbaruah8688
    @sujitbaruah8688 3 года назад +3

    Ahom means Assamese. Not Ahom caste. Moi ajon Kalita kintu Baruah likhu. Jorhat, Sibsagar r dher Saikia Hazarika Ase Jun Kalita caste r kintu they were part of Ahum kingdom. So we must think in a broader way. Joi Ahom, Joi Asamia, Jai Hind

  • @malabikasaikia8068
    @malabikasaikia8068 9 месяцев назад +1

    মই ভাবো আৰু মই ইয়াত এটা কথা কও যে লাচিত বৰফুকন আছিল অসমৰ এগৰাকী ৰজাৰ দৰে কাম কৰিছিল । 😢😢😢❤❤❤❤😢😢😢❤❤😢😢❤

  • @sontushbhaina4304
    @sontushbhaina4304 3 года назад +4

    জই আই অসম

  • @Xgamershorts252
    @Xgamershorts252 4 года назад +12

    Oti Khundor ❤Jai aai Axom❤

  • @dr.samadhanawane6450
    @dr.samadhanawane6450 2 года назад +6

    Love from maratha

  • @lucky_the_racer888
    @lucky_the_racer888 2 года назад +5

    Respect from Maharashtra. ⛳⛳⛳

  • @YoungV94
    @YoungV94 2 года назад +6

    เขายังคงเป็นตำนาน ประวัติศาสตร์ไม่มีวันตาย อาณาจักรอาหมมีความแข็งแกร่งพร้อมกับชนเผ่าต่างๆ. Joi Chaolung Lachit Borphukan, Joi Akham.

    • @mrblack7218
      @mrblack7218 2 года назад

      Lachit belong to Luk tai (lan fi)clan of ahoms.
      He didn't belong to royal.

    • @shikarigaming7858
      @shikarigaming7858 2 года назад

      @@mrblack7218 can you tell me about Nora konwar

  • @Bishalbaruah7889
    @Bishalbaruah7889 2 года назад +4

    Very good, but needed english subtitles, because some people do not understand Assamese.. So, it would have been much better if added english subtitles..

  • @shoorvirprogramme
    @shoorvirprogramme 2 года назад +1

    Problem is this culture is not touched and because of language barrier entire country don't know them

  • @VOICEOFRADIO
    @VOICEOFRADIO 3 года назад +2

    সুন্দৰ।।ভাল লাগিল।।আপোনাৰ চেনেলটো চাবক্ৰাইব কৰিলোঁ দেই।।

  • @kryptonphukan4031
    @kryptonphukan4031 Год назад +1

    Ajn ahomiya hisape Moi garbito

  • @professorpkd3565
    @professorpkd3565 3 года назад +3

    অসমৰ প্ৰত্যেকজন অসমীয়াই লাচিত বৰফুকনৰ বিষয়ে জানিব লাগে।

  • @adityasharma3228
    @adityasharma3228 3 года назад +3

    It's #shannnnnnn👌👌👌
    But my personal request....
    Plz. Dub it in hindi....

  • @user-ts9sy5gy2j
    @user-ts9sy5gy2j 6 месяцев назад +1

    Next target should be 90% hindu population share in Assam.

  • @dipkhikhadas5613
    @dipkhikhadas5613 4 года назад +9

    Bhot val lagil sai ☺️🙂🙂

  • @DipakBose-ge1hm
    @DipakBose-ge1hm Год назад +2

    Ahoms came in 14th Century from China via Burma and Thailand; that is the reason they call themselves Thai-Ahoms. Before they invaded India, there were Bengali Kingdoms in Kamrup, Pragyotish. Almost all tribals people who look like some kind of Chinese are foreign invaders.

    • @namgharsattra
      @namgharsattra 16 дней назад

      😂😂😂😂 there was no bengali in kamarupa kingdom. All Assamese people are not ahom,but all ahom are Assamese as they adopted the hindu culture of kamarupi peoples. And ahom comes from China not original Assamese peoples
      The Kamarupi language that is the Assamese is also older than your bengali. Even though I am not an Assamese, I know the real history. Don't make your own history 😂.

    • @DipakBose-ge1hm
      @DipakBose-ge1hm 16 дней назад

      @@namgharsattra You are rewriting History like the Meiteis who came to Manipur possibly 200 years ago now claim they are the original people of Manipur. Before 14 th century, Ahoms were in China along with all other tribes of the North East. What about your language. It sounds like Bengali by someone speaking with Paan in his mouth.

    • @DipakBose-ge1hm
      @DipakBose-ge1hm 15 дней назад

      @@namgharsattra You do not know any history, Assamese and Oriya laguages were derived from Bengali language which is derived from the Maithili Language, which came from Magadhi Prakit .

  • @purobipatowary4239
    @purobipatowary4239 2 года назад +18

    Proud to be Axomiya. ❤️
    Needs to be subtitled in English.

  • @mbcartoons4016
    @mbcartoons4016 3 года назад +5

    Dislike are from origin Bangladeshi

  • @Peripateticronofficial
    @Peripateticronofficial 3 года назад +8

    Joi aai axom 🔥🔥🔥

  • @alankar378
    @alankar378 3 года назад +36

    True patriot of Hindustan... A great warrior.. can anyone add subtitles please.. it is a story to be told to every indian...

    • @Rajaulmahammadtalukdar
      @Rajaulmahammadtalukdar Год назад +4

      he is not patriot of hindustan, he is patriot of Our Assam✊ He is fougt against delhi, go and do some ressearch💯

    • @deepdeka9959
      @deepdeka9959 Год назад

      @@Rajaulmahammadtalukdar chup thak mughol

    • @Rajaulmahammadtalukdar
      @Rajaulmahammadtalukdar Год назад

      @@deepdeka9959 chal be nalle🦶

    • @Archana20387
      @Archana20387 11 месяцев назад

      ​​@@RajaulmahammadtalukdarChuslim tere baap ko 17 baar haraya hai Lachit Borphukone

    • @rememberwhen7271
      @rememberwhen7271 10 месяцев назад

      ​@@deepdeka9959wtf are you saying
      he's right
      Lasit fought for Assam
      Not India
      You should call yourself mughal instead of him because the other guy is the true lover of Assam not you

  • @JagatChMudoi
    @JagatChMudoi Год назад +1

    Lachitborphukanhasgivenusmuchstrength. Energyandloveforourbelovedassamfromtheclutchofmughal. Iamproudoflachitborphukan. Thanks.

  • @jitkumar122
    @jitkumar122 7 месяцев назад +1

    Jai Lachit, Jai Ahom, jai hindu ❤

  • @hemantasaikia8383
    @hemantasaikia8383 3 года назад +3

    অতি সুন্দৰ, বৰ ভাল লাগিল । আগলৈও এনে চবি চাবলৈ পাম বুলি আশা কৰিলো।

  • @jatinkalita3990
    @jatinkalita3990 8 месяцев назад

    সচাই ধন্য হে মাহাবীৰ তুমাক🙏🏻

  • @chanjuhazarika9336
    @chanjuhazarika9336 3 года назад +8

    Joy ai axom. .

  • @shantanupandey7542
    @shantanupandey7542 2 года назад +5

    Jai hindutva jai lachit ji🙏🚩🕉️

  • @Shortsindia40
    @Shortsindia40 3 года назад +7

    Bohut val lagil sai

  • @ASSAMVEERS
    @ASSAMVEERS 2 года назад +1

    Joi aii axom joi lachit borphukan 🙏🙏🙏

  • @Unmoy
    @Unmoy 2 года назад +9

    Respect for Lachit borphukan ❤❤❤❤❤🔥🔥🇮🇳🇮🇳

  • @bkp9774
    @bkp9774 16 дней назад +1

    লাচিতৰ ফটো খন কিবা বামুণনি নিচিনা ।

  • @bhaskarjyabaruah1090
    @bhaskarjyabaruah1090 2 года назад +3

    Joi Aai Axom! 🚩🚩🚩

  • @pragyanduorah4068
    @pragyanduorah4068 3 года назад +3

    সাজ পোছাক সমূহ নাই হোৱা

  • @napoleonbonapartelempereur9502
    @napoleonbonapartelempereur9502 Год назад +1

    JAI LACHIT BORPHUKAN🕉️🙏

  • @indianhistoricalfacts2515
    @indianhistoricalfacts2515 2 года назад +3

    Everyone forgot atan buragohain. He deserves same respect as Lachit borphukon

    • @nabamyari6776
      @nabamyari6776 2 года назад +2

      Chilaray also💪

    • @Indic462
      @Indic462 Год назад +3

      @@nabamyari6776 Assam has many warriors. But sadly we don't know about our own history.

  • @devmili
    @devmili 2 года назад +3

    Good👍 🙏🙏🙏🙏

  • @TheSwap2000
    @TheSwap2000 3 года назад +4

    Jai Hind Chatrapati Lachit Maharaj ki jai , Chatttrapati Shivaji Maharaj ki jai. Jai Bhavani

    • @jblover8658
      @jblover8658 Год назад

      Lachit Barphukan is not maharaja, he is the general of Ahom kingdom.

  • @minakhirabha2286
    @minakhirabha2286 3 года назад +11

    Jai aai axom🙏

    • @upahanamix3261
      @upahanamix3261 2 года назад

      Great lachit borphukan. lam prod of him

    • @upahanamix3261
      @upahanamix3261 2 года назад

      Anekoi ahomor rajotro kotha dibo buli akha korisu nohole lukai jabo tetiyahe lachito atmai hantri pabo