JAYMOTI FULL VIDEO FILM PART 2 || DIRECTED BY SIMANTA PHUKAN || PRODUCED BY DEEP BORA ||

Поделиться
HTML-код
  • Опубликовано: 5 апр 2020
  • An Assamese Historical Video Film
    Music : Manash Jyoti Bora (Bubu)
    Art Direction : Jabalik Khaund
    Asst. Direction : Rustom Bora
  • РазвлеченияРазвлечения

Комментарии • 1,1 тыс.

  • @Himashree17_nath
    @Himashree17_nath 2 года назад +19

    বহুত দুখ লাগিছে ভাসাৰে বুজাব নোৱাৰি দেশ বচাই স্বামীক বচাই নিজে তিল তিল কৈ অত্যাচাৰ শয্য কৰি মৃত্যুক সাৱটি লয় সহস্ৰ প্ৰণাম জনাইছোঁ সতী জয়মতী,🙏🙏

  • @rajdeepmahanta2881
    @rajdeepmahanta2881 2 года назад +159

    বহুত দিনৰ মূৰত চালোঁ ডিল ছুই গল সতী জয়মতী তুমি সদায় অসমীয়াৰ মাজত সদায় অমৰ হয় থাকিবা.... জয় মা সতী জয়মতী❣️

    • @mirjanurvlogs3960
      @mirjanurvlogs3960 2 года назад +4

      Ummmmm xosa dux lagil

    • @ramchiaryS
      @ramchiaryS 6 месяцев назад +1

      ❤😊

    • @user-tk9um1wf5q
      @user-tk9um1wf5q 5 месяцев назад

      Lll❤q1 50:15 बी by by🎉🎉🎉 byee at a ❤g🎉🎉l😂​@@mirjanurvlogs3960

    • @SahajulAli-cb2ub
      @SahajulAli-cb2ub 5 месяцев назад

      😢😢😢😢

    • @MitharamDas
      @MitharamDas 5 месяцев назад

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊❤😊😊

  • @Zubeengarglovers355
    @Zubeengarglovers355 Год назад +21

    বহুত দিনৰ পাছত চালো বৰ দুখ লাগিল 😭 চকু পানী টুপ টুপ কৈ উলায় আহিছে 😭 জয়মতী সদায় অমৰ হৈ থাকে যেন

  • @mainanath4481
    @mainanath4481 2 года назад +27

    বৰ দুখ লাগিলেও চায় 😭 ছবিখন ইমান সুন্দৰকে অভিনয় কৰিছে ।জয় আই অসম 🙏🙏🙏

  • @kangkanadeka3854
    @kangkanadeka3854 2 года назад +92

    প্ৰতি গৰাকী ছোৱালী জয়মতীৰ দৰেই হোৱা উচিত যিমান সহজ সৰল, সিমান দৃঢ়মনা আৰু সাহসী 🌻❤

    • @ranjanneog245
      @ranjanneog245 Год назад

      Ajikali suwali aru "JOYMOTI" 🤔🤔🥰🥰🥰🤨🤨🤨 BONORI KELA SOB

    • @nabanitaborah702
      @nabanitaborah702 Год назад

      😭😭😭💕💕

    • @user-ui5ge9tq4z
      @user-ui5ge9tq4z 5 месяцев назад

      Hu huziji is
      L 3:24 3:24 ii III😊
      O po ​@@ranjanneog245

    • @rudrakoch2388
      @rudrakoch2388 3 месяца назад

      Bbbbbbbbbbbb Bbbbbb byb 15:44 it's​@@nabanitaborah702

    • @JayshreeGogoi-cq8hu
      @JayshreeGogoi-cq8hu Месяц назад

      ​@@ranjanneog245❤❤

  • @jituborah7420
    @jituborah7420 3 года назад +37

    বহু দিনৰ মূৰত আজি চালো বৰ দুখ লাগিল। 😭😭😭
    সতী জয়মতী আই আমাৰ মাজত অমৰ হৈ থাকিব অনন্ত কাললৈ। 🙏🙏🙏

    • @mainepriyanka684
      @mainepriyanka684 3 года назад

      😭😭😭😭😭😭😭😭😭😭😭😭😭😭

    • @deepokofficial_123
      @deepokofficial_123 2 года назад +1

      same 😭

    • @seexiaoro
      @seexiaoro 9 месяцев назад

      ❤️‍🩹😭😭😢🤕💘👍JOU Moti❤ Maa 🙏

    • @KungkumoniSaikia
      @KungkumoniSaikia 3 месяца назад

      😢😅😂❤😊🎉😢😮😅😊❤😂🎉😢😮😅😊😊❤😂🎉😢😮😅😊❤😂🎉😢😮😅😊❤😂🎉😢😮😅😊​@@mainepriyanka684

  • @HELLO_JERRY
    @HELLO_JERRY 2 года назад +24

    ধন্যবাদ ভগবান এনে সতী আইক আমাৰ মাজলৈ পঠিয়াইছিল

  • @ankitadevi2540
    @ankitadevi2540 3 года назад +89

    সঁচাই কবলৈ ভাষা নাই কি কম, আগৰ জয়মতি শাস্তি স্বচ্ছ চকুৰে চোৱা যেন লাগিল , ইমান কঠোৰ শাস্তি চকুৰ পানী সঁচাই ৰখাব নোৱাৰিলোঁ,🙏 যই আই অসম

  • @mousumidas4960
    @mousumidas4960 3 года назад +76

    সঁচা অন্তৰ চুই গল 😭 চকু পানী নিজেই নিগৰি আহিছে ❤️ সতী জয়মতি সঁচাই অমৰ 🥺

    • @rajaboyx8799
      @rajaboyx8799 2 года назад +1

      Mojja

    • @umeshbora8129
      @umeshbora8129 2 года назад

      @@rajaboyx8799 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

    • @RanjanDas-x5m
      @RanjanDas-x5m 10 дней назад

      Muru😭😭😭

  • @rimpisonowal3138
    @rimpisonowal3138 2 года назад +52

    ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি
    কিমান মহান সতী জয়মতী
    বহুত দুখ লাগিল🙏🙏🙏🙏😭😭😭😭

  • @junmonikurmi1834
    @junmonikurmi1834 3 года назад +93

    ইমান সুন্দৰ কে অভিনয় কৰিছে চাই চকু পানী ওলাই গৈছে জয়াৰ বিননি হিয়া বুকু খন চুই গৈছে 🙏🙏🙏

    • @stbai7448
      @stbai7448 3 года назад +5

      Eman hundor ke avinoy korise hirdoi sui gol aru soti joimoti kahini kitapt pori he janisilu ai video to pora hohut khini janilu aru bujilu u hirdoi kandi gol soti joimotit kuti kuti pornam 🙏🙏🙏🙏🙏🙏

    • @stbai7448
      @stbai7448 3 года назад +6

      Video to bonuwa hokoluk bohut dhoin bad 👍 🙏😭😭😭😭😭

    • @ganeshdeka4087
      @ganeshdeka4087 2 года назад +2

      @@stbai7448
      .
      P00

  • @axomiyaloramoi6852
    @axomiyaloramoi6852 2 года назад +10

    কি কম ভাবি পোৱা নাই ।। ইমান কষ্ট দিছিল জয়মতীক ।। 😭😭 ।। জয়মতী ৰ কাহিনী জানিবলৈ চালো ।। ২০২২ ত চালো ।। তথাপিও কি কম মানে 🙏🙏

  • @purbipatar5631
    @purbipatar5631 2 года назад +10

    নিজৰ স্বামী বাবে নিজৰ
    জীৱন উৎসৰ্গা কৰা সতী জয়মতী তোমাক
    প্ৰণাম 🙏🙏🙏 বহুত দুখ লাগিল যেন নিজৰ চকু আগত দেখা পালো😢😢😢

  • @worldmemechanter2247
    @worldmemechanter2247 2 года назад +69

    জয় মতীৰ ত্যাগ সদাই অমৰ হৈ থাকিব।। তেওঁ যেন সদাই স্বৰ্গত থাকে 😔😔😔😔😔😔😔

  • @lovewindproduction4969
    @lovewindproduction4969 2 года назад +24

    গাৰ নোম শিয়ৰি উঠিল, আজি হেজাৰ বাৰ কম জয় আই অসম, জয় সতী জয়মতী

  • @rahulsonowal6201
    @rahulsonowal6201 Год назад +7

    🤝পাহাৰ আৰু ভৈয়ামৰ,, এক 🏵জীয়া সম্পৰ্কই,, আৰু 🙏শ্বহীদ জয়াৰ ত্যাগে আমাক আজি ৰক্ষা কৰিলে আমাৰ দেশ-জাতিটোক ৰক্ষা কৰিলে।।
    🙏সতী জয়মতীৰ স্মৃতি সদায় জীয়াই ৰখাৰ দায়িত্ব আমাৰ।।

  • @gunjankalita144
    @gunjankalita144 3 года назад +11

    কবলৈ ভাষা নাই ইমান সুন্দৰকৈ অভিনয় কৰিছে এনেকুৱা যেন লাগিছে যে মই নিজ চকুৰে জয়মতীৰ আত্মত্যাগ দেখিছোঁ

  • @digantadeka3862
    @digantadeka3862 3 года назад +85

    যেন চকুৰ আগতহে দেখিলোঁ সতী জয়মতীক। অনন্য অভিনয়। প্ৰতিজন অভিনেতা-অভিনেত্ৰীকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। প্ৰণাম জনাইছোঁ প্ৰতিগৰাকী কলা-কৌশলীক। এক বুজাব নোৱৰা অনুভৱ হ'ল।

  • @joankbaruah6985
    @joankbaruah6985 3 года назад +86

    যোনে যোনে this like কৰিছে সেইকেইটা মানুহেই নহয় কেলা😠😠😠😠😠 সছাকৈ জয়াৰ স্মৃতিয়ে বুজাই গ'ল যে পুৰুষতকৈ মহিলা বহুত গুনেই শক্তিশালী অসমীয়া সমাজত জয়াৰ স্মৃতি চিৰ যুগমীয়া হৈ ৰব 😭😭😭😭🙏🙏🙏🙏

    • @mostufaali2355
      @mostufaali2355 3 года назад +2

      K9kbokooooooklkbkoolkJKökookoJKkkkokkkkoko9oo9oIPkoookkoojkookokkookokoopkkkkokkkokkkjkkpkkjkjkkokkonkvkkokkkokko9kooloookkoookkoojkkjookokkokkkknokjokokoolookloloookkknokookookpookokkkokkkokobobnkkkookkkooookokokokkjoojkkojkkkokpokokjkkookkk9lkkkkJK9obkkokokokooooklj9oookkok9noopopkoookookkok9kkovokkkokkojkokokkkokojokkvokkooookkkkkooookvkkkkkokkooojkjljkkokk9konolkkonnobo9k99kokknooojkkjkököokp9bokkj9jokojojoobknonokkkkbookkokkkkLoovkkopbokkkkkkvöooj9bkknkjpkokopookonkökojökk

    • @joankbaruah6985
      @joankbaruah6985 3 года назад +1

      @@mostufaali2355 oii ji koba loga ase open kor

    • @HamidaBegum-bv8w
      @HamidaBegum-bv8w 2 года назад +1

      Yes

  • @allow_dennow
    @allow_dennow 2 года назад +15

    আশিৱাদ মানিবলৈ বাধ্য হ'লেও তেওঁ এই সুন্দৰ নগৰখন সুৰক্ষিত কৰিছিল লাই -

  • @assamboysgaming2388
    @assamboysgaming2388 3 года назад +221

    𝐣𝐨𝐲𝐦𝐨𝐭𝐢𝐫 𝐤𝐚𝐫𝐨𝐧𝐞 𝐚𝐭𝐭𝐚 𝐥𝐢𝐤𝐞 𝐝𝐢𝐛𝐚 𝐛𝐲𝐲

  • @gitashreetamuli3656
    @gitashreetamuli3656 2 года назад +134

    মহিয়ষী সতি জয়মতী তোমাক শতকৌটী প্ৰণাম 🙏🏻... 🥺 জয়া তোমাৰ বিননীয়ে কন্দোৱাই যায় ... এই দেশ সমগ্ৰ বিশ্ব থাকে মানে তুমি অমৰ❤

  • @rintukrishnangabora8191
    @rintukrishnangabora8191 2 года назад +65

    কি কম কৱলৈ ভাষা নাই, জয়মতীৰ বলিদান ❤️ তেওঁ সদায় অমৰ,আমাৰ হৃদয়ত থাকিব সদায়.....

  • @AnupamAxom12
    @AnupamAxom12 3 года назад +14

    Dise like মৰা কেইজন সচাই অসমীয়া নহয় চাগে।কোনোবা পাপৰ ফলত জন্ম হোৱা মানুহ হয়।।
    Dise like মৰা কেইজনক কৈছোঁ ।অলপ বুৰঞ্জী ৰ পাত লুটিয়াই চোৱা সতী জয়মতী কোন হয়।
    আপুনি মহান প্ৰেমৰ নিদৰ্শন মা জয়মতী

  • @ankurjyoticreation3126
    @ankurjyoticreation3126 Год назад +4

    দুচকু সেমেকি উঠিল। হে নাৰী তোমাক প্ৰণাম।

  • @barbiechanelhiya6888
    @barbiechanelhiya6888 2 года назад +6

    Joimoti is the best film. I love goimoti film....💗💗💗

  • @DIVYA-oi5qe
    @DIVYA-oi5qe Год назад +15

    I'm watching this with my mom and I'm literally crying

  • @jibonboruah1257
    @jibonboruah1257 Месяц назад +19

    ১৯০৩চনৰ১৭জুন😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @kamruptourism4992
    @kamruptourism4992 3 года назад +18

    জয় মহাসতীৰ জয় 🙏🙏

  • @ananyatinikuriaofficial
    @ananyatinikuriaofficial 2 года назад +8

    হে জয়া কি বাক্যৰে তোমাক পূজিম তুমি মহান মহান তোমাৰ সত্ত্বা তোমাক মোৰ সস্ৰদ্ৱ প্ৰণাম মাথো প্ৰণাম

  • @sukracharjyadas3246
    @sukracharjyadas3246 3 года назад +35

    ঈশ্বৰৰ ভক্তি প্ৰাৰ্থনাৰে কি যে ভাল লাগিছে। ধন্যবাদ। কৃষ্ণ।

  • @assamr6576
    @assamr6576 Год назад +22

    ইতিহাসৰ এই পাঠটো সদাই মনত থাকে আৰু থাকিব জয় আই অসম

  • @padumibarman1558
    @padumibarman1558 3 года назад +28

    কাহিনী আৰুউপস্থাপনসুন্দৰ ;চকুলোঁ বৈআহে ।

  • @ankanakashhazarika7131
    @ankanakashhazarika7131 3 года назад +111

    দেশৰ বাবে জীৱন উচৰ্গাৰ মহান উদাহৰণ।
    সতী জয়মতী 🙏🙏🙏

    • @ponamikadas3018
      @ponamikadas3018 2 года назад

      😭😭😭😭😞😞😞😞😞😞😥😥😥😥😥😥😥😥😥

    • @bishalbhai7125
      @bishalbhai7125 2 года назад +1

      ruclips.net/video/Omg2czx1r2Q/видео.html

    • @phatikgogoi8999
      @phatikgogoi8999 Год назад

      অসমীয়া বোৱাৰী ব্‌ৰ্তমানকেইজনী ওলাব ।

    • @babadoley3521
      @babadoley3521 Год назад

      www.youtube.com/@babadoley3521

  • @nayanadas3598
    @nayanadas3598 2 года назад +54

    ইতিহাস থাকে মানে জয়মতীৰ ত্যাগ সদায় জিলিকি থাকিব ইতিহাসৰ পাতত 🥰🥰❤️❤️❤️✨✨✨✨✨✨✨✨

  • @BonkimJyotibora
    @BonkimJyotibora Месяц назад +1

    জয়মতীৰ সতীত্বৰ বলিদানৰ বিষয়ে কবলৈ ভাষা নাই 😢। তেওঁ স্বামীক বচাই নিজে অত্যাচাৰ সহ্য কৰি মৃত্যুক সাৱটি ললে 😭। সতী জয়মতী অসমীয়াৰ মাজত সদাই অমৰ হৈ থাকক। জয় আই অসম ❤🙏

  • @gitalikalita4634
    @gitalikalita4634 2 года назад +19

    l remember watching this when I was a kid and I couldn't stop thinking about it for days,

  • @user-hh6zg9bf2y
    @user-hh6zg9bf2y 3 года назад +63

    জয়মতী কুঁৱৰী আমাৰ বাবে গৌৰৱ ।কাৰণ ইমান শাষ্টি খাই মৰি গ'ল কিণ্ড নিজৰ শ্বামী বিষয়ে কিঞ্চিৎ নক'লে।
    এয়াইহে শ্বামী প্ৰতি থকা গুৰুভক্তি।

  • @trishnadas4126
    @trishnadas4126 2 года назад +6

    ইমান সুন্দৰ অভিনয় কৰিছে চাই চকু পানী ওলাই গৈছে 😭😭😭😭😭

  • @user-rd7vc9ld8e
    @user-rd7vc9ld8e 4 года назад +108

    কি বুলি লিখিম ভাবি পোৱা নাই , ইমান সুন্দৰ অভিনয় সকলোৰে বিশেষকৈ জয়াৰ বিননি হদয় চুই গৈছে 🙏🏼 অভিনয় নহয় যেন স্ব চকুৰে দেখা পাইছোঁ তাহানিৰ জয়াৰ দুৰ্গতি ....।

  • @hemprokashborah9864
    @hemprokashborah9864 4 года назад +44

    বৰ দুখ লাগিল চিনেমা খন চাই,সচায় বৰ দুখ লগা ছবি এবোৰ চিনেমা চালে চাই থাকিবৰ মন যায়।

    • @bitull5722
      @bitull5722 3 года назад

      ভূক কৰিছ চীনা ২বছৰ x
      छम थनः

  • @jarjinaislam31
    @jarjinaislam31 3 года назад +23

    joya apuni hosai bor mohan asil skur pani je rokhabo nurari bohut duhk lagile aru ata kotha tejimola sobikhon sabole mon ase

    • @nijaraboro7921
      @nijaraboro7921 3 года назад

      মই সেইদিনা চালোঁ তেজীমলা ৰ কাহিনী

  • @riturajpatirvlog5064
    @riturajpatirvlog5064 19 дней назад +1

    বৰ দুখ লাগিল বহুত চায়😢। ছবিখন ইমান সুন্দৰকৈ অভিনয় কৰিছে। জয় আই অসম ধন্যবাদ 🙏🙏🙏 12:28

  • @MrigankaBharali-ch2mn
    @MrigankaBharali-ch2mn 9 месяцев назад +2

    কেনেকৈ বুজাম? এক বুজাব নোৱাৰা অনুভূতি আৰু শোকে হেচি ধৰিছে। সচাই , আই জয়মতী তোমাক হিয়াৰ পৰা সশ্ৰদ্ধ প্ৰণাম কৰিছো 🙏

  • @dimpisvlog686
    @dimpisvlog686 3 года назад +12

    লিখিব শব্দ নাই কোনো 😢♥️ সতী জয়মতী আই তোমাক প্ৰণাম 🙏

  • @pallavineogbourah5902
    @pallavineogbourah5902 4 года назад +5

    Bohut mojja lagil bohut dukhor

  • @bishwajitphukon6968
    @bishwajitphukon6968 7 месяцев назад +3

    অসমৰ জী সতী জয়মতী সদায় অমৰ জয় আই অসম

  • @gautamgogoi226
    @gautamgogoi226 Год назад +2

    আমি নেদেখা এখন ছবি দেখিবলৈ পালো।❤ বৰ ভাল লাগেলে‌ চাবলৈ ❤ বৰ দুখু লাগিল ❤😊🎉

  • @__crazy_gurl__7833
    @__crazy_gurl__7833 Год назад +3

    Kune kune aai movie khon sai kandise 🥺❣️

  • @ridipkalita7887
    @ridipkalita7887 3 года назад +7

    Really very nice 1st time saisu bhut vll lagise agote kitapot phrisilu aibar he dekhilu

  • @borunbk
    @borunbk 6 месяцев назад +2

    জয়মতী আমাৰ মাজত অমৰ হৈ থাক

  • @mainuhaloi3786
    @mainuhaloi3786 6 месяцев назад +1

    বৰ,ভাল লাগিল চাই

  • @Dibakar342
    @Dibakar342 3 года назад +6

    সচাই চকুৰ চকুপানী ৰাখিব নোৱাৰিলো । সতী জয়মতী নিজৰ স্বামী কাৰনে বহুত কষ্ট হৈজ কৰিব লগা হৈছিল । এই পৃথিবীতেই কোনো নাৰী নাই যি নেকি স্বামী কাৰনে নিজৰ জীৱন শেষ পর্যন্ত স্বামী কথা কোৱা নাছিল।
    সতী জয়মতী আমাৰ অসমীয়া নৰী এক পৰিচয়।।

  • @rakeshmandal831
    @rakeshmandal831 2 года назад +11

    মোৰ কবলৈ ভাষা নাই, এটাই মাএ ভাষা জয় মাতা সতি জ‌য়মতি

    • @mouchumigogoi12
      @mouchumigogoi12 2 года назад

      মই সৰু হৈ থাকোতেই চাইছিলো আৰু ইমান বছৰৰ পিছত চাই বহুত দূখ লাগিছে

  • @nabanitakalita9176
    @nabanitakalita9176 Год назад +7

    আমাৰ অসমৰ ইতিহাস ❤️

  • @dipagogoi
    @dipagogoi Год назад +1

    🙏👌👍 মজা ভাল হৈছে

  • @hemantahazarika9715
    @hemantahazarika9715 3 года назад +23

    বুৰঞ্জীয়ে আজিও কান্দে জয়াৰ সেই কৰুণ আৰ্তনাদ শুনি, ইতিহাস আজিওঁ স্তভিত ল'ৰা ৰজাৰ সেই নিদাৰুণ প্ৰজানীতি দেখি, "চুলিক'ফা", ৰ সেই অমানুষিক অত্যাচাৰী ৰাজনীতিত সমস্ত আহোম বুৰঞ্জীয়েই কঁপি উঠিছিল , সেয়ে আজিও জেৰেঙা পথাৰত জয়াৰ আতংকিত ক্ৰন্দন শুনিবলৈ পায় প্ৰতিজন অসমীয়াই, ইশ্বৰক প্ৰাৰ্থনা কৰিছো যাতে বিশ্বৰ ইতিহাসত এইধৰনৰ ঘটনা পুনৰাবৃত্তি নহওঁক,

  • @simantasimtudeka7196
    @simantasimtudeka7196 3 года назад +6

    Bhagan Tumi maa Amar , Joy Aai akham ✊.

  • @HitishnaTamulikachari
    @HitishnaTamulikachari 14 дней назад

    কিনো লিখিম একো ভাষাই বিচাৰি পোৱা নাই।সতী জয়মতী সদায় অমৰ🙏

  • @user-ph3pz5hy9n
    @user-ph3pz5hy9n 2 месяца назад +1

    সতী জয়মতী অসমীয়া ৰ মাজত সদায় জীয়াই থাকিব ❤

  • @Krishna56375
    @Krishna56375 Год назад +4

    I can't stop my crying when I watch this movie.

  • @purnakoch3829
    @purnakoch3829 3 года назад +12

    Joimotik manisu dei,Eman khasti khale teu Nijor shyamir kotha nokole,An manuh huya hole koi dele heten

  • @dimbeswarkhanikar5712
    @dimbeswarkhanikar5712 3 года назад +2

    সচাই বৰ দুশ লাগিল । চকু পানী ওলায় গ,ল

  • @krd9880
    @krd9880 2 года назад +8

    Salute to this girl jaumoti how inspirational this girl

  • @ruhinitantabai8925
    @ruhinitantabai8925 3 года назад +8

    Proud jaymati ayyy

  • @chitrabaruah9368
    @chitrabaruah9368 4 года назад +11

    চিনেমাখনৰ চাই বৰ দুখলাগিল

  • @alponakonwar8698
    @alponakonwar8698 2 года назад +2

    বৰ দুখ লাগিচে জয়ইমনিৰ বাবে এটা লাইক জয়মটি

  • @monikakati4565
    @monikakati4565 Год назад +2

    সঁচা কৈ ইমান দিনে কেৱল জয়মতীৰ কাহিনী পঢ়ি আছিলোঁ কিন্তু আজি চাই চকু পানী ওলাই গল জয় আই অসম

  • @dipaliborgohain1810
    @dipaliborgohain1810 3 года назад +6

    Hosakoi bohut dhuk loga ata disyo, joimotir nisina aru ai prithibite nulabo😭 tei buji paisil hangdangor logot nihito hoi thoka kothabur.joimotir aatmai siro haanti pauk🕊️

  • @ankitakalita..8907
    @ankitakalita..8907 2 года назад +5

    Jaymati aiii 🙏🙏🙏❤️❤️

  • @dhansumideka629
    @dhansumideka629 2 года назад +1

    অতি দুখ লগা ,,,জয়া অমৰ সদায়

  • @parashmonibhuyan9760
    @parashmonibhuyan9760 4 месяца назад +1

    জয়মতী এই বলিদান কাৰণে, অসমীয়া জাতি সদায় তেওৰ ওচৰত চিৰকৃতগ হৈ থাকিৱ। 😊

  • @nabadiprabha1053
    @nabadiprabha1053 4 года назад +5

    বৰ দুখ লগা চেনিমা

  • @lukumonibaruah.1263
    @lukumonibaruah.1263 3 года назад +26

    জয়মতী, সচাকৈ, দুখ
    র, কাহিনী

  • @bharatirabhapathak5193
    @bharatirabhapathak5193 2 года назад +1

    বহুত দিনৰ মূৰত চালোঁ দেই ,, বৰ দুখ লাগে ohh

  • @RajendasRajendas-gh5pw
    @RajendasRajendas-gh5pw 11 месяцев назад +1

    Xosake de joimitir tyag xodai jiliki thakk itihaxr patat🥰🥰🥰

  • @plabitasaikia368
    @plabitasaikia368 4 года назад +9

    Soxai bhut Val lgil

  • @poribora4866
    @poribora4866 3 года назад +5

    Bhut salu kin2 amoni nalage

  • @r.mproduction8873
    @r.mproduction8873 3 года назад +2

    Kotha bisari pua ny kobola ......soku pani ulai jua ata hosa kahani axom bakhi raijor usrot cinema rupot dakhuai dia babe anamika production dhnyabad jonaisu

  • @indrajitraidongia6955
    @indrajitraidongia6955 3 года назад +4

    😭😭😭bhut vl lgil saii ❤️kobole vakha nai

  • @arjunprdhan2663
    @arjunprdhan2663 2 года назад +5

    🙏🙏🙏🌹🌹🌹🌹🌹🙏🙏🙏🙏জই মা জইমতি

  • @trishnagogoi5940
    @trishnagogoi5940 3 года назад +14

    মইয়ো আহোম কিন্তু এই ছবিখন চাই বহুত বেয়া লাগিল 😅😭😭😭😭😭😢

  • @bhagyashreedevi5985
    @bhagyashreedevi5985 Год назад +2

    🙇‍♀️🙏🙏 জয় আই অসম💓 ...... অসম দেশত জন্ম হৈ আমি ধন্য🙏

  • @Nishita150
    @Nishita150 3 месяца назад

    অতি সুন্দৰ এক❤❤❤🥺
    হৃদয়স্পৰ্শী কাহিনী ❤❤🥺
    চালে চাই থাকিব মন যোৱা এক কাহিনী ❤❤ 🥺
    আপোনালোকে সকললৈ শুভেচ্ছা থাকিল আৰু আগলৈ আগুৱাই যাওক আপোনালোক 🥰🥰❤️❤️

  • @monikakamansisanajon5261
    @monikakamansisanajon5261 3 года назад +11

    মোৰ বহুত দুখ লাগিছে

  • @saziduraprahmanp7164
    @saziduraprahmanp7164 4 года назад +3

    বৰ দূখলাগিল

  • @nikhamoninath6582
    @nikhamoninath6582 4 года назад +17

    Hosai joya aai 2mi mohan.......2mar nisina aru..hoti ni.....pronam 2mk...konduai dle oooo😭😭😭😭

  • @gaganvlog945
    @gaganvlog945 3 года назад +3

    Moja lagisa bahut dukhar kahini soku pani olai gol 👍👍

  • @junalisaikiajunalisaikia450
    @junalisaikiajunalisaikia450 3 года назад +9

    Wow

  • @chitradeori5874
    @chitradeori5874 2 года назад +4

    Joymoti aai🙏🙏🙏

  • @BinitaDas-vg6iy
    @BinitaDas-vg6iy 7 месяцев назад +1

    Satakoti pranam.. Jai sati debi.

  • @jatindas853
    @jatindas853 Месяц назад +1

    এই ভিদিওটো চাই বৰ দুখ লাগিল 😮

  • @hiteshdeka2368
    @hiteshdeka2368 Год назад +3

    সতী জয়মতী চালে চাই থাকিবৰ মন যায়।কান্দি কান্দি চাই থাকো।ইমান কষ্ট সহ্য কৰি গল।দেশৰ বাবে 🙏🙏🙏🙏😭😭😭😭😭😭

  • @dbyt7581
    @dbyt7581 2 года назад +3

    সচাকৈ আমাৰ অসম গৌৰৱ ইতিহস

  • @dipulumphui8994
    @dipulumphui8994 2 года назад +1

    Bhut bhut Val lagisa 💯💯🥳🥳🥳

  • @jitendrakushba912
    @jitendrakushba912 2 года назад +1

    Bohut val lagise Jaymoti sai 😭😭😭😭 mor dagnr aru zoru Suwlir sokut soku pani ulai gol pothm bar Jaymoti xale very good and I miss you 😭😭😭😭😭😭😭🙏🙏🙏🙏🙏🙏🙏🙏💅

  • @madhusmitakalita6775
    @madhusmitakalita6775 3 года назад +4

    Val lagil sai

  • @smritideka5445
    @smritideka5445 3 года назад +29

    I remember watching this when I was a kid and I couldn't stop thinking about it for days

  • @jugendrasaikia2374
    @jugendrasaikia2374 4 года назад +2

    Khub dhuniya hoisa 👌👌👌

  • @pawgameryt762
    @pawgameryt762 3 года назад +3

    Duk lagile