বিজেপি নেতাই দল ত্যাগ কৰাক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে
HTML-код
- Опубликовано: 11 июл 2024
- #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com/profile/danews...
BJP দলৰ দশা AGP দলতকৈ বেয়া হব বুলি আমাৰ ধাৰণা ।
কংগ্ৰেছক ডুবাই দি এতিয়া বিজেপি ক দুবাবি, ।
দিনৰ পিচত ৰাতি হোৱাতো খাটাং।
২০২৬- ত গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী❤🎉
Tumi ketir Congress at jaba
Next CM Gourav Gogoi 2026
ঘড়ীৰ কাটা ঘুৰিল বুলি মুখ্য মন্ত্ৰী জনে গম পাইছে। ভিতৰি ভয়াৰ্ত।
বি জে পিৰ বেয়া দিন চলিছে । ২৬ত অবষথা বেয়া হব যেন লাগিছে । ।
মিটিং পাতিবলৈকো ভাৰাত মানুহ, চৰকাৰ চলিবলৈকো অইন দলৰ নেতা ভাৰাত নেতা,এৰা কি হব ।
ঐ হিমন্ত বিশ্ব শৰ্মা তুমি আগতে খিলঞ্জীয়া অসমীয়া সকলক সুৰক্ষা প্ৰদান কৰা, পিছত হিন্দী ভাষী বঙালী ভাষী সকলৰ কথা কবা।
তহতে কা আনি আই অসমীৰ মুখৰ ভাষাটো জলাঞ্জলি দিবলৈ কুণ্ঠাবোধ নাই কৰা। জাতিটোৰ যদি ভাষায়ে নাথাকে তেন্তে জাতিৰ পৰিচয় ক'ত??????
গৌৰৱ গগৈ পিছত লাগি থাকোতেই ৩ মাহটো গল
গৌৰৱ গগৈৰ পিচত দহ বছৰ লাগি থাকিলেও একো ক্ষতি কৰিব নোৱাৰে বৰং নিজৰ ক্ষতি হৈ আছে।
আপোনাৰ বেয়া দিন সমাগত।
মামা আপোনাৰ কথা অসমৰ ৰাইজে গম পালে ।
Sharoda
আপুনিটো কংগ্ৰেছতে আছিল ২২ বছৰ ৷ এতিয়া কংগ্ৰেছ কিয় বেয়া হ’ল ?
ইয়াৰ পাছত বেলেগ দলত যোগদান কৰি আকৌ বিজেপিক গালি পাৰিব নিজে কৰা কাম বোৰক লৈ।
মূৰ্খ মন্ত্ৰী মোদীৰ স্বাৰ্থত কাম কৰে,অসমৰ হৈ একো নকৰে।
100 শতাঙশ সত্য।
2026 t losser hobo katang
ভারতত হিন্দু মানুষ বিলাক সুরক্ষিত আছে ও থাকিবে।
Kintu 26 ot Ajonor jail hbo
Pokorot jui lagigol bjp t 😁😁
সবানন্দ মূখ্য মন্টি হোৱাহলে এনে অৱস্থা নহল হয় ...
Congress Zindabad
কিমান আৰু ঠগিবি ?
Bjp mundabab bjp kam nai hindu muslmank loi ৰাজনীতি kori lav nai dol bagora শৰ্মা 26 দেখাই আছোঁ
বাংলাদেশী মিয়াৰ দ'ল কংগ্ৰেছক কোনেও ভোট নিদিয়ে
sagoI
Next CM Gourav Gogoi...
বিজেপি দলত দুৰ্নীতিৰে লুটোৰি পুতিৰি থকা নেতা মন্ত্ৰী , অহংকাৰী , সুবিধাবাদী চৰিত্ৰৰ আৰু চিন্দিকেত ৰাজৰ মাফিয়াৰ বাদে আৰু কোনো নাথাকিব।
Hemanta 420
bjp বেয়া দি আহিছে ২৬ ত হলনি হব
বৰ ডাঙৰ ডাঙৰ কথা।বিজেপিত যোৱাৰ আগতে এনেকৈ য়ে কৈছিল। আজি অসমীয়া বিবেকি।মিছা কথাৰ ঠেং চুটি। অযোগ্য কথা শুনাৰ সময় আমাৰ নাই।
ইয়াৰ বাহিৰে আপুনি কি জানে , ভাল চিন্তা আছে নেকি আপোনাৰ , আপুনি হিন্দুৰ thika লৈছে নেকি
6 month pasod NDA gaverment ses hobo
Toi kor pora ahisa mama
এইডালৰ মাততোও শুনিবলৈ মন নোযোৱা হৈছে ।
Mama.. khabodhan din beya ahi ase...
Mamai kabol nijor porial ha surokhita korise
Akhomkhon pisuwai gol hoi.. Sarda Lui Berger. Uttor kachar kelenngkari hole..
Kouty kouty toka nijor pocket or bhorale Akhom unnotti hobo kenekoi. 😅😅?????
Betta..hindu musolmanar rajniti tumar 2024 tey raije uttor di dile..next time bleg plan bonauk
হিন্দু হিন্দু মুছলিম মূছলিম কৰি থকা সাম্প্ৰদায়িক কথা এজন মুখ্যমন্ত্ৰী ৰ বাবে কিমানখিনি উচিত সেয়া সচেতন ব্যক্তি সকলে বুজি পায় । এখেতৰ যে আৰু উপায় নাই।অসমত আজি লৈকে হোৱা আটাইতকৈ বাচাল মূখ্যমন্ত্ৰী এয়েই।
Dehi oi tumar dokha dekhi beya lagise take nokoi ki kobo.. Besetai
Sagol
হিন্দু মুছলিম বাদ দিয়ক আৰু চৰকাৰী ঘৰ বোৰ কি হল
Baba napai baba misa ktha nokoba baba tumi o congress r pora goisa baba napai 😂jua tumar ktha nuxunu baba
Himanta ,pizush aru Jaynta nizar sartha karane b j p arise
Koch Rajbongshi janogosthi r issue problem honkale solve korok # 6th Community #
Cm sir posa aalou !
Nonsense
Joonmoni rabha Hindu nhoi krne khabor laboloi nagola neki😊
Akhomot aibur dialogue nosole .. Gujratot he solibo 😅😅😅
যিয়ে নহওক আমাৰ মুখ্যমন্ত্ৰী বহুত ভাল কাম কৰিছে আমি শলাগ লব লাগিব।।
Voi khaise mama 😂😂😂
😂 Diplomatic answer
তুৰ দিন গল ,,,
Next cm in 2026 is Gaurav Gogoi....almost sure....
Dekhat koi momai dangar nahay
Mama din beya ahise
Aitu fatuwa himantar kathar kunu velu nai
Kam nai aru toor
Tok dukhon Miya lage election or xamoi ot piyaj ak pothai sili fail Mari ita hindu hindu .
Earn more asset to your family against development name of Assam.
O mama Assam or manuhar sinta koraheten bastu dam nahalhoi
Amar da gouav Gogoi jindabaad 🙏🙏
Oooooooooooooooooooo😮
Long time bjp cm HBS
Congress miya dol...... Jai Shree Ram
Sarkar giribo..mama hunkale jot ji ase sob nijr namat kori luwai val ni...
nijur humpiti bohai lok aro
Himonto sir hard attack hoi moribo aru bisidin nai
Tur ki hol
Sir apunio congress party ako ahok ako Assam khon unoty korijam ami hokolu mili BJP tiyak kori congressot jukdim... Congress party zindabad.....
Hindusthan zindabad
মন্তব্য পৰা গম পালো যে মামা ভিতৰি ভিতৰি মানসিক অশান্তিত ভূগি আছে।
Bjp beya din ahi kakh sapise
CM a abul tabul bokise
2026 BJP tata bye bye 👋
Bjp is our blood
Mamai congress k beya k kuwa nai 😂
Misa news aibur
There's no leader in BJP all are worker
aya armvo
Bjp. Sorkar. Val bohut val sorkar hoi bjp. Thinks
BJP Zindabad
@SimantaBorah-xd9😂😂😂gt
শনিৰ দশা চলিছে মামা ৰ ৷ ওপৰৱালা আছে টো ৷
@@SimantaBorah-xd9gt meeting pate varat manuh gutai dol solaisa blgr pora juwa sur cyndicat member kaita man logai ha ha hahhhhh
@@yogeshborpatragohain6775 congress r pora aha Sur kaita bjp sorkar solala. Atiya aku uvoti congress sorkar la goisa..... world khon aru galibo.... congress pum juwa sorkar.....
Beshyar brittir rajniti aru vikhari vashan , nilaj mantabya kahanio sekh mahabo sahe😊
Faltu congasedorkar. Hoi
BJP corruption leader ase. Mainly king job
Congressor pora BJP loi ajonu najai aru
😂
Bjp r, val din hobo, toka, nopwar karony an dolor khata koy aksamy ,
Mama😂
গৌৰৱ গগৈয়ে যি নীতি আদৰ্শৰে নিৰ্বাচন খেলি সকলোৰে হৃদয় জয় কৰিলে, ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত যি ভূমিকা লৈছে, সেইবোৰ দেখি সকলোৱে প্ৰশংসা কৰিছে আৰু কংগ্ৰেছৰ পৰা যোৱা সকল পুণৰ আকৰ্ষিত হৈছে । কংগ্ৰেছৰ নতুন নেতৃত্বৰ ভাবমূৰ্তীয়ে বিশেষকৈ অসমত, বিজেপিৰ অহংকাৰী নেতৃত্বক প্ৰবল প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে।
আপোনাৰ কথা নুশুনে ৰাইজে মামা ৷ কি কৰিব উপায় নাই আৰু ৷ দল চলাবলৈ মানুহৰ মন উদাৰ হ’ব লাগিব ৷ আপুনি উদাৰ নহয় একচত্ৰী ভাৱে চলাব বিচাৰিছে দল ৷ পিযুষ , জয়ন্ত মল্লৰ কথা নকওৱে বাৰু ৷ সেই কেইটাইহে আপোনাক বেছিকে গেলাইছে ৷
Mama magik
Hindu muslim or bahire aponar eko nai mama, luis barg ,sharada ,rose valley monot asene mama
Fatuwa no1
অসমীয়া হিন্দু,
বানপানীৰ সমস্যা, ছয় জনগোষ্ঠীৰ জনজাতি কৰণ কৰিবলৈ তৎপৰতা নিশ্চয়
তোমাৰ দিন গৈছে আৰু। মানুহ ক ঊপলুঙা কৰা ফল
Mama r ktha burote gm puwa goixe.. tewu j laheke tolole namise.. dombhali mora ktha bur erise lhke🤣🤣
Manuh kina besa karotei kiman basar par hol gam pai ne nepai
হিন্দু সুৰক্ষিত আছে আৰু আপোনালোকে হিন্দু মুছলিম নামত ৰাজনীতি কৰি নিজৰ সম্পত্তি বঢ়োৱাৰ বাদে একো কৰা নাই।