akhil Gogoi - Himanta Biswa Sarma | বিধানসভাৰ মজিয়াত অখিল গগৈক অপমান মুখ্যমন্ত্ৰীৰ

Поделиться
HTML-код
  • Опубликовано: 29 сен 2024
  • বিধানসভাৰ মজিয়াত অখিল গগৈক অপমান মুখ্যমন্ত্ৰীৰ
    #AkhilGogoi #AssamAssembly #MLA #RaijorDal
    #HimantaBiswaSarma #CMOASSAM #SangbadPrahari

Комментарии • 391

  • @jintukakati6440
    @jintukakati6440 Год назад +85

    অখিল গগৈ যদি পিং পং বল , হিমন্ত পাত বেং , ইয়াৰ পৰা তাত জপিয়াই ফুৰা

    • @dilipgogoi9441
      @dilipgogoi9441 3 месяца назад +4

      একেবাৰে শুদ্ধ ৰিজণি দিছে । ধন্যবাদ।

  • @harekrishnabora6743
    @harekrishnabora6743 Год назад +90

    গগৈ ডাঙৰীয়া আপুনি হতাশ নহব। অসমৰ সকলো সচেতন মানুহে এইবোৰ লক্ষ্য কৰি আছে।

  • @salimhussain4907
    @salimhussain4907 Год назад +51

    ❤অখিল দা আমি আপোনাৰ লগত আছো।

  • @mijanurrahmanprodhani1233
    @mijanurrahmanprodhani1233 Год назад +28

    Akhil gogoi real MLA real Leader. Real hero.

  • @MukulGogoi-cv4rs
    @MukulGogoi-cv4rs 3 месяца назад +1

    Akhil Gogoi Gogoi akta kotha kolu zindabad Assam

  • @manjubarman1855
    @manjubarman1855 Год назад +18

    মেডিয়া হিমন্তৰ পকেটত।

  • @manikkalita3288
    @manikkalita3288 2 месяца назад

    আমি এটা কথা বুজি পাইছোঁ আপুনি অসমখনক ধ্বংস কৰিব।

  • @karimali6015
    @karimali6015 Год назад +5

    Cmয়ে মাত্ৰ ধাৰ কৰিব জানে আৰু অসমক ধৰুৱা কৰিব পাৰে৷

  • @joyghanarah4246
    @joyghanarah4246 3 месяца назад +1

    Akhil gogoi jinda bad

  • @barunkonwar6021
    @barunkonwar6021 Месяц назад

    অখিল গগৈৰ ডাঙৰীয়া আপুনি অসমীয়া জাতিৰ স্বাৰ্থৰ হকে বলিষ্ঠ কণ্ঠৰে আগবাঢ়ি যাওঁক । আপোনাৰ লগত অসমীয়া ৰাইজ আছে।

  • @keshabtamuly6007
    @keshabtamuly6007 Год назад +10

    অতি অহঙ্কাৰী হলে ধ্বংস হবই।

  • @AhmedAli-km8fk
    @AhmedAli-km8fk Год назад +10

    Himonto
    Is pin pom

  • @sauravdutta3223
    @sauravdutta3223 Год назад +17

    Love you Akhil da. Initially I was also misguided with the Paid channels like NEWS LIVE....etc. and thought that you were wrong. But gradually I understood that YOU ARE THE ONLY GENUINE REPRESENTATIVE from the disadvantaged group of Assam like us. Love you Akhilda. May god give you strength to raise your voice high. Always be like this. Else we will not have anyone whom we can trust.

    • @punagohain5625
      @punagohain5625 Год назад

      1sasseaaqddf

    • @punagohain5625
      @punagohain5625 Год назад

      qqaq🐱🐱😊😊🔛🔛🏠🐱🏠🏠🏠🏠😊🐱🐭🔛😊🔛🔛🔜🏡🏠🐱🐱🐱😊🐱😊😊🏡

    • @punagohain5625
      @punagohain5625 Год назад

      Qa🐭😊🔛🏠🔝🔝

    • @punagohain5625
      @punagohain5625 Год назад

      Xxx1111🐱🐱🏠🔰🔛🙂😄😄🙂😃🔝🔝😅😃😃

    • @punagohain5625
      @punagohain5625 Год назад

      A1 v1asee1qq,aqq2qq

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr Месяц назад

    মুখ্য মন্ত্ৰী মহোদয় আপোনাৰ দিন চমু চাপিলে কাৰন ৰাইজ সজাগ হ'ল জিমান কিবা দিম বুলি আশা নিদিৱ আশা কৰি,কৰি মৰি জাৱ লাগিৱ মাইকি মানুহ বিলাক আপোনি বহুত স্বাৰ্থ পৰ আসমৰ ৰাইজে বুজি পায় গৈছে।আৰু ভম নকৰিৱ বুলি আশা ৰাখিলোঁ ধন্যবাদ।

  • @RenumaiMili-j9t
    @RenumaiMili-j9t 2 месяца назад +1

    Very nice❤❤

  • @DipakBorah-b8e
    @DipakBorah-b8e Месяц назад

    অখিল গগৈ জিন্দা বাদ

  • @bhupendas3078
    @bhupendas3078 Год назад +2

    👍 nagative কথা-বতৰাত মনোনিৱেশ একে বাৰে নকৰিব,সদায় positive বিষয় বস্তু ওপৰত besy থাকক , নিজৰ aim লৈ, দুখ নকৰিব ।

  • @DhirajDhiraj-m6x
    @DhirajDhiraj-m6x Месяц назад

    Xosa kotha....moi akhil dar lgt akmot

  • @SubashSharma-tl8xq
    @SubashSharma-tl8xq 3 месяца назад

    My dear akil uncle, you are wright

  • @tulyaboruah7078
    @tulyaboruah7078 3 месяца назад

    u r right.

  • @rupakdevsarmah2751
    @rupakdevsarmah2751 2 месяца назад

    Power Lage akhil gogoiek.

  • @navajyotisaikia7481
    @navajyotisaikia7481 10 месяцев назад

    Vari good gogoi🎉🎉

  • @devenphukan5699
    @devenphukan5699 Месяц назад

    সছা,কথা,অসম,শেষ,কৰিলে,

  • @mimonboruah5402
    @mimonboruah5402 10 месяцев назад

    Right Gogoi

  • @RubulBhuyan-lh9po
    @RubulBhuyan-lh9po 3 месяца назад

    Dada apunar dore; manuh lage okhil dada

  • @KamaleswariDoley
    @KamaleswariDoley 5 месяцев назад

    Gogoi sir

  • @jibon.bat.aji123
    @jibon.bat.aji123 Год назад +3

    আপোনাৰ নিছিনা 10 জন থকা হ'লে আজি আমাৰ নিছিনা দুক্ষিয়া নিব নোৱা মানুহ সকল দুখত থাকিব নালাগোল হয়।

    • @indrajitbaruah1676
      @indrajitbaruah1676 Год назад

      দুখীয়া = ✓✓
      নিবনুৱা == ✓✓

  • @mridulkumarborah4181
    @mridulkumarborah4181 Год назад +1

    Ping pong ball change his court , reference known to the public.

  • @tinkumonikalita5484
    @tinkumonikalita5484 Год назад

    Akhil gogoi is best point to 👉

  • @GirijaBorgohain
    @GirijaBorgohain Год назад

    Raij ase apunar logt

  • @ruadpolo3029
    @ruadpolo3029 Год назад

    Realy

  • @baluramkalita568
    @baluramkalita568 Год назад

    akhil sir right katha kse .

  • @ragopnarah2147
    @ragopnarah2147 Год назад

    Himonto tumr besi hoise de....

  • @KulenGogoi
    @KulenGogoi 2 месяца назад +1

    অখিল গগৈ বোপা ত‌ই মূৰত অলপ মান ঠাণ্ডা পানী ধালি লʼ চোন । কিযানিবা মূৰত মগজু গজে নেকি ।

    • @ChintuChamua
      @ChintuChamua 25 дней назад

      toi bjpr kela khor koti selka khoa, 9:17 saikrone anke hat theng mari mari mari asa balsinga

  • @ManashpratimChetia
    @ManashpratimChetia Месяц назад

    1:40 😮

  • @sitarampegu5276
    @sitarampegu5276 Год назад +133

    অখিল গগৈ ডাঙৰীয়া আপোনাৰ দৰে আৰু অধিক এম এল এ ৰ অসমত প্ৰয়োজন আছে

    • @lalitabora912
      @lalitabora912 Год назад +4

      xonmaniy xonmaniy xonmaniy sir sir sir bohut dhuniya kotha zodiyu xosa kotha mathu bohut plastik mathu bohi plastik mathu bohu plastik muna logote GLOBEL WAARM GLOBEL WARM GLOBEL WARM

    • @lalitabora912
      @lalitabora912 Год назад +1

      we are RUPONIG RUPONIG RUPONIG RUPONIG

    • @NarenDas-fd4sk
      @NarenDas-fd4sk 5 месяцев назад

      P​@@lalitabora912

    • @ibrahimali-sv4uq
      @ibrahimali-sv4uq 4 месяца назад

      4:09 ​

  • @srimantasaikia6432
    @srimantasaikia6432 Год назад +28

    অখিল গগৈ ডাঙৰীয়া আপোনাক পিপং বল কোৱাত কোনো দুখ নকৰিব কোন কি স্থানত আৰু কোন ডলাৰ বগৰী ৰাইজে গম পায়

  • @anupamphukan3617
    @anupamphukan3617 Год назад +115

    আপোনী এজন প্ৰকৃত ৰাইজৰ প্ৰতিনিধি । অখিলদা আপোনাক চেলুট দিছো । আপোনাৰ দৰে আৰু আমাক নেতাৰ প্ৰয়োজন ।

    • @Bisulrs
      @Bisulrs 3 месяца назад +7

      Akhil Gogoi zindabad buli koise kintu vote r time ot bjp loi palti mare😂😂😂😂

  • @manavk4088
    @manavk4088 Год назад +24

    Actual Pim Pom Himanta Biswa... Kali congress aji bjp kailei ba kot....

  • @jitensarma1210
    @jitensarma1210 Год назад +41

    মুখ্য মন্ত্ৰী এজনে ইমান টুলুঙা মন্তব্য কেনেকৈ কৰিব পাৰে ভাবি আচৰিত লাগে

  • @jaanmoinavlogs
    @jaanmoinavlogs Год назад +19

    অখিল দা আপোনাক চেলোত আপোনাৰ দৰে আৰু বিধায়ক পয়োজন বাকী বিলাক sobo khar খোৱা

    • @indrajitbaruah1676
      @indrajitbaruah1676 Год назад

      চেল্যুট = ✓✓
      প্ৰয়োজন = ✓✓

    • @hiphopshots2877
      @hiphopshots2877 2 месяца назад

      Oi mc ouu axomiya a khar khua hoi ami parud fell koru kukuror batcha mia suda toi mia suda hoi hai karo na khar khua buli koli

  • @gunaramdas131
    @gunaramdas131 Год назад +56

    শুদ্ধ পথত থাকক!আপোনাৰ জয়
    নিশ্চিত!

    • @kaushikkashyap1854
      @kaushikkashyap1854 2 месяца назад

      😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

    • @aradhanadevi2044
      @aradhanadevi2044 Месяц назад

      .na Moo 8.no by ft Myers Briggs u
      .

    • @aradhanadevi2044
      @aradhanadevi2044 Месяц назад

      Z Ji z jiu i..,. The one I got a t Sam t5 Nj Jr to be a great day 9🙁

  • @phanidharrabha8057
    @phanidharrabha8057 Год назад +4

    হিমন্তই লোৱা ডিগ্ৰী সমূহ সকলো তদন্ত হোৱা উচিত । আন কেলেঙ্কাৰীৰ কথাবোৰ নকলেও তেওঁৰ শিক্ষা আহৰণ কৰাতোটো যে হিমন্তৰ আৰু পৰি‌য়ালৰ বিৰাট কেলেঙ্কাৰী যে আছে সয়া ১০০০% সত্য । বাহুবল, ধনবল, ৰাজনৈতিক প্ৰভাৱৰ ফলত সকলো চলাই আছে । হিমন্ত আৰু তেওঁৰ অতিলোভী পত্নীৰ ওপৰত এদিন উচিত তদন্ত হ'বই লাগিব

  • @sarifulhaque7443
    @sarifulhaque7443 Год назад +5

    Ping pom to apuni he mama আপোনাক কোনোবাই কিবা এটা কলে আপুনি হে পিং পমৰ দৰে জঁপিয়াই দি এই

  • @husnabegum132
    @husnabegum132 Год назад +74

    অসমৰ মৰ্যদা নজনা এজন মুখ্য মন্ত্ৰী ।

    • @anupomsonowal428
      @anupomsonowal428 11 месяцев назад +1

      আগতে নিজৰক চাহ 😂😂😂

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho Год назад +16

    অখিলদা আমি টিভিৰ নিউজ চোৱা বাদ দিছো

  • @pradipGogoi-p1m
    @pradipGogoi-p1m Год назад +3

    ৰাজকীয় ৰক্ত কণিকা শিৰা উপশিৰা বোৰত থাকিব লাগিব। পূৱপুৰুষৰ ঐতিহ্য থাকিব লাগিব। ভাৰতৰ স্বাধীনতাৰ পিছত ৰাজনৈতিক অস্থিৰতাৰ কাৰণ কিছুমান বেশচনধাৰী দুষ্ট ভ্ৰষ্টাচাৰী আত্ম কেন্দ্ৰীক ৰাজনৈতিক নেতা।

  • @bhattacharjeeramchiary5107
    @bhattacharjeeramchiary5107 Год назад +10

    আজিকালিৰ ৰাজনৈতিক নেতাৰ মণবোৰ লেতেৰা আৰু দম্ভালি বক্তব্য

  • @bhaskarborah4254
    @bhaskarborah4254 Год назад +83

    অতি সাহসী ব্যক্তি,জয় আই অসম

  • @bontiborah7476
    @bontiborah7476 Год назад +30

    ঠিক কৈছে আপুনি 👍

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Год назад +14

    পবিত্র বিধান সভাৰ ময্দা অতুত ৰখা দৰকাৰ। পবিত্র বিধান সভাত বহি টুলুজ মন্তব্যৰে আলটু ফালটু বলকি থকাটো অসৈভালিৰ বাহিৰে আন একো নহয়৷ প্রশ্ন কৰিলে পোনপটীয়া উত্তৰ নিদি আওপকীয়াকৈ টুলুঙা মন্তব্য দিলে সেইটো বহুৱালীক বাহিৰে আন একো নহয়৷

    • @indrajitbaruah1676
      @indrajitbaruah1676 Год назад

      মৰ্য্যদা == ✓✓
      অসভ্যালী == ✓✓

  • @samsulhaque4571
    @samsulhaque4571 Год назад +20

    ধৰ্ষ ধৰা অখিল গগৈ আপুনি ঠিক আৰু সঠিক দিষতআছে।

  • @sashibhatta5198
    @sashibhatta5198 2 месяца назад +1

    অখিল গগৈয়ে কিন্তু প্ৰায়েই চৰকাৰ তথা মুখ্যমন্ত্ৰীক অপমান কৰি আহিছে ৷

  • @minukalita7577
    @minukalita7577 2 месяца назад +2

    অসমখন পিছুৱাই নিয়াৰ প্ৰচেষ্টাৰে, অশান্তি,কাজিয়াবোৰ এৰক।
    ভাল কথা,কামেৰেহে জনাজাত হ'বলৈ ৰত্ন কৰক।

  • @bolendowarah9188
    @bolendowarah9188 11 месяцев назад +2

    দেশখনৰ ,ৰাজ্যখনৰ জনতাই যোৱা কংগ্ৰেছৰ অনীতি অপশাসনৰ পৰা পৰিবৰ্তন বিচাৰিলে আৰু জনতাই তাৰ সুফল লাভ কৰিছে। জনতাই নাগৰিকত্বৰ গণতান্ত্ৰিক অধিকাৰ লাভ কৰিছে।৭০ বছৰে কৰা অপশাসনৰ নীতি আৰু ব্যবস্থা সংশোধন কৰিবলৈ যাঁওতে কিছু সময় লাগিবই।কিন্তু অখিলদা আপোনোলোকৰ কেৱল ক্ষমতালাভৰ যি উদগ্ৰীবতা হৈ আছে তাৰবাবে আপুনি এদিন দেশৰ কাণ্ডাৰী হ'লেও আমাৰ নাতি পুতিয়ে শান্তি সমৃদ্ধিৰে জীয়াইযে থাকিব পাৰিব এয়া অসম্ভৱ।জাতি সুৰক্ষা ,দেশ সুৰক্ষা,ধৰ্ম সুৰক্ষা,সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ কোনো এজেণ্ডা নাই।কেৱল এটা বিশেষ জাতি ধৰ্মৰ হৈ ওকালতি কৰি ভোট আদায় কৰি নিজৰ কালটো,পেতটো, ঘৰৰ পৰিয়ালৰ আৰ্থিক ভাৱে টনকিয়াল কেনেকৈ কৰিব পাৰি তাৰেই চিন্তা। দেশ,জাতিৰ বিপৰীত থিয়হৈ দেশৰ ক্ষতিকৰ সকলক একগোট কৰি কেনেকৈ সমৰ্থন আদায় কৰিব পাৰি তাৰেই অংক।

  • @bagoulla2442
    @bagoulla2442 Год назад +2

    " চুঙা " শব্দটো কি অৰ্থ কি প্ৰসঙ্গত ব্যবহাৰ ও প্ৰয়োগ হয় ; বুজাই দিবলৈ অনুৰোধ ।

  • @baikunthagogoi2421
    @baikunthagogoi2421 Год назад +7

    Mamai property bohut gutale...somaj sewar naamot val lutise

  • @Cheshtasharmavlog
    @Cheshtasharmavlog Год назад +5

    অখিল ডাঙৰীয়া হতাশ নহব।

  • @bilashchandradoley2544
    @bilashchandradoley2544 Год назад +18

    অখিল গগৈ ধন্যবাদ। Cm গাধি এৰা ভাল

  • @samujjalbora5044
    @samujjalbora5044 Год назад +1

    ৰঙীন সপোন আমাক দেখুওৱা নাই,, আমাক লুতি নিজে ৰ ৰঙীন সপোন পূৰ কৰিম বুলি হে কৈছিল,,😂😂😂

  • @minukalita7577
    @minukalita7577 2 месяца назад +4

    জনপ্ৰিয় মুখ্যমন্ত্ৰী মহাশয় জিন্দাবাদ।
    বিৰোধীৰ ভাও এৰক। মিলাপ্ৰীতিৰে সমস্যাবোৰ সমাধান কৰক।

  • @SukumalPondit
    @SukumalPondit 2 месяца назад +2

    Himanta biswasarma zindabad

  • @manjubarman1855
    @manjubarman1855 Год назад +6

    সদনৰ মৰ্য্যদা বুজি নোপোৱা আমাৰ মুখ্যমন্ত্ৰী।

  • @debenkonwar8367
    @debenkonwar8367 Год назад +2

    চবেই মুৰ বিক্ৰী কৰি চকু মুদা কুলী হৈ গ'ল । কোনও কথানকয় কাৰন চব বোকাৰে লুতুৰি পুতুৰি হৈ আছে। এতিয়া লুতি পুতি খোৱা আৰু কোৰোনেৰে ধন চপাই ভৱিষ্যতৰ পুলি পোখালৈ গোটাই থোৱা । এয়াই নিতী আৰু এই সকলে আমাক নৈতিকতাৰ নিতী শিক্ষা দি ফুৰে ।

  • @AnkurBhuyan-ke9qo
    @AnkurBhuyan-ke9qo Год назад +1

    Ping pong bol horute kinisilu 10 toka rong birong thakhe robaro hoy.lal mohon tur homn hoy

  • @bishalbordoloi4074
    @bishalbordoloi4074 Год назад +5

    এজন মহান ব্যক্তিয়ে আগতে কয় থৈছে যে ৰাজনীতি বেইচা।

  • @ania1179
    @ania1179 Год назад +5

    অসমত অসংখ্য চিৰপ্ৰবাহিত সৰু সৰু নিজৰা আছে। সেইবোৰত সৰু সৰু hydroelectric power plant বহুৱালে বিদ্যুতৰ যোগান বৃদ্ধি হব। আনকি স্থানীয়ভাবে ৰাইজে এনে প্ৰকল্প হাতত ললে স্থানীয় ভাবে বিদ্যুত উৎপাদন কৰাৰ ওপৰিও আৰ্থিক লাভবান হব।

  • @mijanurrahmanprodhani1233
    @mijanurrahmanprodhani1233 Год назад +6

    HBS asomor CM hoy ne Faltu manuh hoy kobo nuwari.

  • @pareshkalita3672
    @pareshkalita3672 Год назад +2

    সৰুতে কিতাপত পাইছিলো যে অহঙকাৰেই পতনৰ মুল

  • @Fffygg56
    @Fffygg56 Год назад +1

    এই জন নীলাজ,খকোৱা, লুতেৰা, অভব্য, আৰু কত কি বিশেষণৰ গৰাকী তেওঁ নিৰূপণ কৰা জটিল।

  • @rupalichetia1747
    @rupalichetia1747 Год назад +22

    ধন্যবাদ অখিল দা ।

  • @mr.nabarun
    @mr.nabarun Год назад +1

    পিংপং বল আচলতে,হিমন্ত বিশ্বশৰ্মা হে, ডলাৰ বগৰী,আজি কংগ্ৰেছ কালি ভাৰতীয় জনতা পাৰ্টী,পৰহি বা ক'ত থাকে?

  • @indrajitbaruah1676
    @indrajitbaruah1676 Год назад +2

    আকৌ সমাজৰ কামত লাগি কিছু দিন খেতি বাতি কৰি থকাই ভাল প্ৰত্যেক কথাত টেনশ্বন লৈ থকাতকৈ ।
    অসন্তোষ অৱস্থাত মানুহৰ কতো সুখ
    নাই , কিছু দিন ৰিলেক্স হৈ থাকক ।
    নন চিৰিয়াচলী কৈছোঁ

  • @nitugogoi1647
    @nitugogoi1647 Год назад +4

    অখিল দাঅপুনী সাহসে আগবাসক আমি আপোনাৰ লগত আছোঁ ।বিমান অসমৰ নিজৰ সম্পদ বুলিবলৈ তো একো রেই নাই।

  • @deepshikhamalakar7803
    @deepshikhamalakar7803 4 месяца назад

    পিং পং বল বুজি নোপোৱা এম এল এ জনে ৰাইজ কি কাম কৰিব বাৰু.হিমনতৰ ফাইল আৰু তৰুণ গগৈ আমেৰিকাৰ ঘৰৰ খবৰ ৰাইজক জনাওক,এনে হাৱাত কথা কৈ লাভ নাই..

  • @DipamoniGogoi_0_1
    @DipamoniGogoi_0_1 Год назад +18

    ধন্যবাদ অখিল দা

  • @gajendranathsaloi5362
    @gajendranathsaloi5362 3 месяца назад

    অখিল গগৈ ডাঙৰীয়া,,নিজৰ স্থিতিত অটল থাকক,এদিন মানুহে বুজিব,সেইদিন অচিৰে আহি আছে।

  • @taradoi7957
    @taradoi7957 Год назад +12

    you are right

  • @worldmusicalcompany.3487
    @worldmusicalcompany.3487 Год назад +8

    Very good অখিল গগৈ
    জয় আই অসম

  • @ansulabrahma6730
    @ansulabrahma6730 Год назад +10

    next CM of Assam

  • @imdadullah8870
    @imdadullah8870 4 месяца назад +1

    Industry's khulok manuhor hubidha hobo aru deh unnato hobo.

  • @lnl6069
    @lnl6069 14 дней назад

    Himanta Biswa Sarmai 25 bosor Mantree MLA CM he hoise... manuhk kosto di thaki khedi khedi hottiyo kori thaki...?
    Tar Agor pora 50 bosor pora Himanta Biswa Sarmai Okhomr uport Okhomiyar Uport Guwahati Ginniyo manniyo baktik khokolk hottiyo kori kori ahise, ku koishal proyog kori thaki kebol Nijor karane kori thakise..?

  • @prafulladas756
    @prafulladas756 11 месяцев назад +4

    Akhil.. Dada.. Jay... I.... Assam

  • @MaddyEkka_Academy
    @MaddyEkka_Academy Год назад +1

    Congress ot k basi vocal Akhil Gogoi, but demotivate kora, baya k kabak kua, itiking kora thik nohoi. He is MLA, so he deserve respect. He is much much better then morani MLA in respect to logic.

  • @mahia1844
    @mahia1844 Год назад +2

    I love Akhil!

  • @FIRUjAli-w9o
    @FIRUjAli-w9o 15 дней назад

    অনিল। গগৈ। দাঙৰিয়া। আপুনি। হতসাস।নহব।। হেমনতৰ।বেচি। দিন। নাই

  • @chandramohanborah7092
    @chandramohanborah7092 Год назад +2

    বেচৰমী কথা এজন CM ৰ মুখত তাতে বিধানসভাত | অখিল গগৈ আপুনি মহান , বিবেকবান ৰাইজ আপোনাৰ লগত আছে আৰো থাকিব |

  • @keshabtamuly6007
    @keshabtamuly6007 Год назад +9

    অহঙ্কাৰৰ কাৰণে কৌৰবৰ পতন হৈছিল ।

  • @anjugogoi6536
    @anjugogoi6536 4 месяца назад +1

    আমাৰ মৰমৰ অসমৰ সু সন্তান অখিল সন্তান ' আমাৰ জোন ❤️❤️❤️❤️❤️

  • @bhadreswarsaikia-qx8px
    @bhadreswarsaikia-qx8px 2 месяца назад

    NHP ৰ বিৰুদ্ধে আন্দোলন কৰা ব্যক্তিক এতিয়া শক্তি লাগে।

  • @pranabkhakhalary539
    @pranabkhakhalary539 Месяц назад

    এইজন মানুহক মিছাতে ইতিকিং কৰি থাকে কিন্তু তেওঁ সদায় সচা কথা কয়।

  • @IndraLaskar-qg6uq
    @IndraLaskar-qg6uq Год назад

    ছ হিদৰ আত মা বলিদান ফচল মন্দলাম নেকি? আমি মুনালৈ ফুৰিঠাকো। গভ মেন তে গাঁৱৰ খেতিত আৰু বান নিয়ন্ত্ৰণ ব্যবস্থা কৰিলেহে নিবনুৱা সমাধান হব বুলি কিছু আশা কৰিব পাৰি। অন্যতম কাম হব গ্ৰাম্য উন্নয়ন।প্ৰতি সমষ্টি ত গনসভা ত বিধায়ক অভিভাৱক মন্ত্ৰী থাকিব লাগে।নগাওঁ জিলা ভাৰতীয় kisan songha íkl.
    9:17

  • @nayanpadun2495
    @nayanpadun2495 Год назад +3

    ধন্যবাদ অখিল ছাৰ

  • @neogprabal
    @neogprabal 9 месяцев назад

    বাহিৰা বহিৰাগতই বিদেশীয়ে শ শ বিঘা,মাটি ,ব্যৱসায় বণিজ সকলো লৈ ললে। সেই কথাবোৰ কিয় গগৈ ডাঙৰীয়াই নকয়।মাথোঁ সন্মানীয় মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহ ধৰ্মিনী ৰিণিকি ভূঞাৰ সম্প্ৰতি দেখি থাকে বা চাই থাকে।

  • @rupalichetia1747
    @rupalichetia1747 Год назад +4

    ডলাৰ বগৰী ।

  • @bipulsaikia7415
    @bipulsaikia7415 3 месяца назад

    দাদা আপুনি আচল ৰাইজৰ সন্মানীয় বিধায়ক আপোনাৰ দৰে যদি পতিজন বিধায়কে আমাৰ অসম খনৰ কথা বাইজৰ উন্নতিৰ কথা চিন্তা কৰিলে হেতেন এটাও দুখীয়া পৰিয়াল অসমত নাথাকিলে হেতেন। ধন্যবাদ দাদা আপনাক এশবাৰ নমস্কাৰ জনাইছো আৰু আশীবাদ জনাইছো ভগবানে আপোনাৰ কমময় জীৱন আগুৱাই নিয়ক কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @AnkurBhuyan-ke9qo
    @AnkurBhuyan-ke9qo Год назад +1

    Nspc to tomia nidila khulibo aru atiah bisoni lmp loi natok laj lge ny baru

  • @mr.nabarun
    @mr.nabarun Год назад +2

    আপোনাক ধন্যবাদ, কিন্তু কংগ্ৰেছৰ লগত লগ লাগিলে হে মূল্য কমি যাব,কৈথলো।

  • @keshabkalita9926
    @keshabkalita9926 7 дней назад

    Sir a sapontu bole gotei rati Himata Himant ke thake.
    Press t katha kale o 200/300 bar ajanre nam.
    Brain tu t ata nane sumai ase.
    aaji loi ako kam kara nai,dekhuway dib noware.

  • @LilakantaMissong
    @LilakantaMissong Год назад

    Okil aru himantor kotar bur ki hoisy . Hosany mesa . Uporukta mohakoi burey ki bisar bibey sona ki hiddanto loisa . Ohomot hadaron helmeth nipinda jonor uporoth guruto bisar korey . 10 kuti lutput korajonok . Ain hobai ki hiddanto loi sa . 😂