Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অতি সুন্দৰ কণ্ঠ। তোমাৰ মা, ভিতালী বাৰ কন্ঠ গোটেই আছে।এইয়া হয়তু মাৰ আশীৰ্বাদ।লগতে আমাৰো তোমালৈ বহুতো আশীৰ্বাদ থাকিল।
🙏 অসমৰ ৰাইজে কমলিকাক আশীৰ্বাদ কৰিব যাতে আৰু আগবাঢ়ি যাব পাৰে 🙏
ভিতালী বাইদেউক ঘূৰাই পোৱা যেন কোনোবা খিনিত। কুমলিকাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
সাইলাখ মাতৃৰ কণ্ঠ ফুটি উঠিছে... আগুৱাই যোৱা...❤❤❤
বৰ্তমানৰ বহুত নামী গায়িকা ত কৈ হাজাৰ গুনে ভাল গাইছে।বহুত মৰম
Gtffcfvdhgxhsjtkdn HCM f CJn HC GK😊😮🎉😂❤
সচাকৈ অতি সুন্দৰ কণ্ঠ একেবাৰে মাকৰ দৰেই ।আকৌ ভিতালী দাসক ঘূৰাই পোৱা যেন লাগিছে
বৰ সুন্দৰ কণ্ঠ,, একে বাৰে ভিতালী বাইদেৱে গাই থকা যেন লাগিছে ,,কি বুলি যে প্ৰশংসা কৰিম ভাবিয়েই পোৱা নাই,, বহুত বহুত মৰম দিলোঁ❤❤❤ আৰু আগুৱাই যোৱা আশীৰ্বাদ থাকিল
মাজনী, এনেদৰে গাই যোৱা; খুবেই সুন্দৰ হৈছে❤❤
প্ৰিয় গায়িকা গৰাকীৰ গীতত প্ৰিয় অভিনেত্ৰী গৰাকীৰ নৃত্য। উফ্ ❤ সঁচাকে বহুত বেছি ভাল লাগিল।
কমলিকা তোমাৰ কণ্ঠত ভিতালীবাক ঘুৰাই পোৱা যেন লাগিছে। এনে দৰে আগুৱাই যোৱা। ❤❤
ব হুত সুন্দ ৰ গাইছে,মাক ৰ নাম ৰাখ ক।তাৰে কাম না ক ৰিলো❤❤❤আশীৰ্বাদ দিছোঁ❤
এই ভিডিও টো চাই যিমান ভাল লাগিল ❤ সিমান মনটো বেয়া লাগিল 🥲🥲কিয়নো ভিতালী বা লৈ বহুত মনত পৰিলে🥺🥲🥲।
সুন্দৰ কণ্ঠ তোমাৰ মাৰ দৰে, বহুত ভাল লাগিছে আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ।
অলপো তাল কটা নোযোৱাকৈ ইমান ধুনীয়া কণ্ঠৰে আজিৰ নামি দামী গায়ক গায়িকাতকৈ বহু গুণে ওপৰত গাইছে ॥ দামী গায়ক গায়িকা আধাইটো বাহিৰা কথা কৈয়ে অনুষ্ঠান শেষ কৰে...😮!! কমলিকাৰ কুশল কামনা কৰিলো
ভিতালী দাসলৈ মনত পৰি গ'ল।যোগ্য মাকৰ যোগ্য কণ্যা। তেওঁ লৈ মৰম জনালোঁ 💚
বহুত ভাল লাগিছে মাজনী। আগুৱাই যোৱা , আশীৰ্বাদ সদায় আছে তোমাৰ লগত।
অতি সুন্দর কণ্ঠ। ঈশ্বরে আরু কৃপা করক।
একেবাৰে মাকৰ দৰেই একেই কণ্ঠ,❤❤ আগুৱাই যোৱা তুমি, ভাল লাগিল
সচাই মাজনী তুমি মাৰাৰ জীয়ৰী৷ বহোত বহোত শোভকামনা জনালোঁ৷ আগুৱাই যোৱা৷❤❤
সছা শিল্পী.. একেবাৰে পৈনত হৈ অহা… keep it up…❤❤
বহুত ভাল লাগিল। শুভেচ্ছা জনাইছোঁ আগুৱাই যোৱা।❤️❤️
সকলোফালে একেবাৰে মাকেই আৰু❤️ বহুত আগবাঢ়ি যোৱা মাইনা ❤️
বহুত বহুত মৰম লগতে শুভাৰ্শীষ যাচিছোঁ, ভগৱন্তই তোমাক এনেদৰে আগলৈকে আগুৱাই যাবলৈ সাহস আৰু শক্তি দিয়ক,মাৰাৰ আৰ্শীবাদ তোমাৰ লগত সদায়েই আছে মাজনী ❤❤❤
টেঙাপুখুৰি কেন্দ্ৰীয় ৰঙালী বিহু আমি তেওখ নিমন্ত্ৰন কৰিছিলো বহুত ধুনিয়াকৈ গীত পৰিবেশন কৰি গৈছে
Voice of Kamalika Kashyap is very soft & heart touching & best & the Bihu conferance organise by Guwahti Bihu sanmilan is very prestigious one ,thanks.
Aji klir singer ot koi bohut uporot❤❤❤❤
Hidina Ami goisilu eman bhal lagisil khub hundor ...bhitali baa k Sai thokar dorei lagisil
বহুত সুন্দৰ পৰিবেশন । বহুত ভাল লাগিল। আৰু আগুৱাই যোৱা ❤
Bohut bhal hoise program 👍👍👍👍👍... Eman dhuniya voice . Bhitali baidow r voice jen lagise .... Best among new singers
Dhuniya hoise❤❤
কিমান যে চালো।। সকলো ফালৰ পৰাই perfect ❤️❤️❤️
Mind-blowing, outstanding, yihe makor suwali , Bhagabane tumak bohut bohut aguwai loi jabo eitu nichito .
Wowww ki buli prokhongkha korim bohut besi val lagil dei ❤❤
Bohut bohut vl lagile deiii vonti.... Ru agnahi jua tumi
Bor dhuniya hoise
ati sundor,,,,konth manib logia,,, aaguaw jowa,,,,🙏🙏
Bhitali baa is back...❤❤❤❤❤❤❤❤❤❤❤❤❤
Emn dhuniya hoisa xosaka 🎉🎉❤
Bohut bohut bohut dhuniya hoise vonti......anekoi agbahi jua
জিয়াই থাকিল ভিতালি বা আমাৰ মাজত কোমলিকাৰ ৰূপত
Uff ki dhunia voice tumr akdm ma dore akei...aru aguai jua tumi amr morm axibad hdi ase..❤
Bohut dhunia gaisa bohut val lagil ake bare maa dre ❤❤❤❤❤❤❤❤❤❤❤❤❤❤👍👍👍👍👍👍👍👍
সুন্দৰ. বিহু.গীত.বহুত ভাল লাগিল ❤❤❤
Bahut bahut duniya lagisa❤❤❤❤❤❤❤❤Dhemaji machkhowa❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
In love with your simplicity....Vitali Baa is back our childhood ❤❤
Khundor poribekhon baidew apunar.bohut val lagil huni❤️.apunar konthor majere Vitali baidewk jen ako ghurai paisu tene onuvob.hoise..aounar ujjwal vobissot kamona 🙏korilu
Bohut bohut besi val lagiseeeee
আগুৱাই যোৱা, বহুত শুভকামনা জনালো🌹
বৰ সুন্দৰ , ভিতালী বাইদেউক ঘূৰাই পোৱা যেন লাগিছে সঁচাকৈ।ভগৱানে ভালে ৰাখক
Khub dhuniya voice 👌👌bhal lagil. God bless you🙏
Dhuniya hoise da
Tuona bihin high tune , god gifted ,it much touch anybody' s heart ...God bless her ....
অতি সুন্দৰ কন্ঠ। ভগৱানে কৃপা কৰক।
সুন্দৰ হৈছে ❤
সুন্দৰ কৈ মায়ে দিয়া দৰে কাজবোৰ দিছা টানিবও পাৰিছা ধন্যবাদ।🎉❤🎉❤
Sundor kantho shilpigorakir logote xundor abhinetri.
সঁচাকৈ বহুত ভাল লাগিল ❤❤❤
বহুত মৰম লগা হয়❣️
Bhout bhout bhout dhuniya hoise ❤❤❤
সঁচাকৈ দিতীয় জনী ভিতালী বা আৰু, তোমাৰ আৰু ভাল হওঁক
Best female bihu singer in future of Assam.
Bhut bhut morom thakil...❤❤❤❤❤❤
May achieve International voice of acceptance in folk music .....
Tumar voice tu ekdom professional .God bless you ❤️
সচাই মাকৰ কণ্ঠৰ দৰেই অতি সুমধুৰ। ভবিষ্যতে আৰু সুন্দৰ গান শুনিবলৈ আশা কৰিলোঁ লগতে কুশল কামনা কৰিলো।
সুন্দৰ কণ্ঠ, আগুৱাই যোৱা তুমি, শুভেচ্ছা থাকিল ll
বৰ সুন্দৰ।বৰ ভাল লাগিল
ভিটালী বা কিমান যে মৰমৰ আছিল ভাষাৰে বুজাব নোৱাৰো।মাৰ আৰ্শীবাদ আছে।আমাৰ মৰম আছে।তুমি আগুৱাই যোৱা।
Aiyahe asol gayika...atikoi hundor.❤❤
ভিতালী বা লৈ মনত পৰি গল,হুবহু কন্ঠ
God bless you kamalika🎉❤
Vitali ba loi.monot pori gol Bhogowany aru aguai loi jau maina jonikstay bless
Bahut bhal gaise, god bless you
ভিটালী বা কন্ঠ টি যেন কন্যা দেহত পবেশ কৰিলে এনে ভাৱ হৈ যায় ভগৱানে ভালে ৰাখক আমাৰ শ্ৰোতা ৰাইজৰ বাবে 🙏
Aag bahi juwa ❤❤ bohut morom tumaloi❤
ভীতালী বাক ঘুৰাই পোৱাৰ দৰে লাগিছে আগবাঢ়ি যোৱা
Really heart touching song ❤ nd with your voice
Bohut dhunia hoise❤❤❤
Dhunia hoise.
Khub sundor.aguwai jua 🙏🙏🙏
Mojja🎉🎉 Bhitali baar nisina kontho❤❤bahut val lagil👌👌
Vitali baa loi monot pore gol😢😢aaguai jua tumi ❤🙏🙏
God bless you very clear voice loved to hear 💝
❤❤ outstanding beti tumar utjal bhavisat kamona karilu...
বহুত সুন্দৰ হৈছে। আগুৱাই যোৱা
ধুনীয়া ❤
Xosai bohut dhuniya gaisa tumi,, aru aguwai juwa, akhirbad korisu, tumar konthote vitali bak ghurai puwa jen lagise,, ❤❤❤❤❤❤❤❤❤❤❤❤
So beautifully performed 💕😍😍😍
Iman Dunia hoisae ❤❤❤❤❤❤❤
Khub sundor hoise❤❤
Aru aguwai juwa asibad thakil
Bohut hundor❤❤
Bohut Bohut dhuniya hoise
বহুত ধুনীয়া গাইছা আগবাঢ়ি যোৱা
সুন্দৰ হৈছে আজিমাৰালৈমনত পৰিছে।
Bohut bohut val lagise aru aguwai juwa tumi axirbad thakil
Komolika tumar pramgram sai bhaut val lage
Bohut dhuniya baa ❤❤
Nice 👍🙂
অতি সুন্দৰ ❤❤
অতি সুন্দৰ কণ্ঠ। তোমাৰ মা, ভিতালী বাৰ কন্ঠ গোটেই আছে।এইয়া হয়তু মাৰ আশীৰ্বাদ।লগতে আমাৰো তোমালৈ বহুতো আশীৰ্বাদ থাকিল।
🙏 অসমৰ ৰাইজে কমলিকাক আশীৰ্বাদ কৰিব যাতে আৰু আগবাঢ়ি যাব পাৰে 🙏
ভিতালী বাইদেউক ঘূৰাই পোৱা যেন কোনোবা খিনিত। কুমলিকাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
সাইলাখ মাতৃৰ কণ্ঠ ফুটি উঠিছে... আগুৱাই যোৱা...❤❤❤
বৰ্তমানৰ বহুত নামী গায়িকা ত কৈ হাজাৰ গুনে ভাল গাইছে।বহুত মৰম
Gtffcfvdhgxhsjtkdn HCM f CJn HC GK😊😮🎉😂❤
সচাকৈ অতি সুন্দৰ কণ্ঠ একেবাৰে মাকৰ দৰেই ।আকৌ ভিতালী দাসক ঘূৰাই পোৱা যেন লাগিছে
বৰ সুন্দৰ কণ্ঠ,, একে বাৰে ভিতালী বাইদেৱে গাই থকা যেন লাগিছে ,,কি বুলি যে প্ৰশংসা কৰিম ভাবিয়েই পোৱা নাই,, বহুত বহুত মৰম দিলোঁ❤❤❤ আৰু আগুৱাই যোৱা আশীৰ্বাদ থাকিল
মাজনী, এনেদৰে গাই যোৱা; খুবেই সুন্দৰ হৈছে❤❤
প্ৰিয় গায়িকা গৰাকীৰ গীতত প্ৰিয় অভিনেত্ৰী গৰাকীৰ নৃত্য।
উফ্ ❤ সঁচাকে বহুত বেছি ভাল লাগিল।
কমলিকা তোমাৰ কণ্ঠত ভিতালীবাক ঘুৰাই পোৱা যেন লাগিছে। এনে দৰে আগুৱাই যোৱা। ❤❤
ব হুত সুন্দ ৰ গাইছে,মাক ৰ নাম ৰাখ ক।তাৰে কাম না ক ৰিলো❤❤❤আশীৰ্বাদ দিছোঁ❤
এই ভিডিও টো চাই যিমান ভাল লাগিল ❤ সিমান মনটো বেয়া লাগিল 🥲🥲কিয়নো ভিতালী বা লৈ বহুত মনত পৰিলে🥺🥲🥲।
সুন্দৰ কণ্ঠ তোমাৰ মাৰ দৰে, বহুত ভাল লাগিছে আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ।
অলপো তাল কটা নোযোৱাকৈ ইমান ধুনীয়া কণ্ঠৰে আজিৰ নামি দামী গায়ক গায়িকাতকৈ বহু গুণে ওপৰত গাইছে ॥ দামী গায়ক গায়িকা আধাইটো বাহিৰা কথা কৈয়ে অনুষ্ঠান শেষ কৰে...😮!! কমলিকাৰ কুশল কামনা কৰিলো
ভিতালী দাসলৈ মনত পৰি গ'ল।যোগ্য মাকৰ যোগ্য কণ্যা। তেওঁ লৈ মৰম জনালোঁ 💚
বহুত ভাল লাগিছে মাজনী। আগুৱাই যোৱা , আশীৰ্বাদ সদায় আছে তোমাৰ লগত।
অতি সুন্দর কণ্ঠ। ঈশ্বরে আরু কৃপা করক।
একেবাৰে মাকৰ দৰেই একেই কণ্ঠ,❤❤ আগুৱাই যোৱা তুমি, ভাল লাগিল
সচাই মাজনী তুমি মাৰাৰ জীয়ৰী৷ বহোত বহোত শোভকামনা জনালোঁ৷ আগুৱাই যোৱা৷❤❤
সছা শিল্পী.. একেবাৰে পৈনত হৈ অহা… keep it up…❤❤
বহুত ভাল লাগিল। শুভেচ্ছা জনাইছোঁ আগুৱাই যোৱা।❤️❤️
সকলোফালে একেবাৰে মাকেই আৰু❤️ বহুত আগবাঢ়ি যোৱা মাইনা ❤️
বহুত বহুত মৰম লগতে শুভাৰ্শীষ যাচিছোঁ, ভগৱন্তই তোমাক এনেদৰে আগলৈকে আগুৱাই যাবলৈ সাহস আৰু শক্তি দিয়ক,মাৰাৰ আৰ্শীবাদ তোমাৰ লগত সদায়েই আছে মাজনী ❤❤❤
টেঙাপুখুৰি কেন্দ্ৰীয় ৰঙালী বিহু আমি তেওখ নিমন্ত্ৰন কৰিছিলো বহুত ধুনিয়াকৈ গীত পৰিবেশন কৰি গৈছে
Voice of Kamalika Kashyap is very soft & heart touching & best & the Bihu conferance organise by Guwahti Bihu sanmilan is very prestigious one ,thanks.
Aji klir singer ot koi bohut uporot❤❤❤❤
Hidina Ami goisilu eman bhal lagisil khub hundor ...bhitali baa k Sai thokar dorei lagisil
বহুত সুন্দৰ পৰিবেশন । বহুত ভাল লাগিল। আৰু আগুৱাই যোৱা ❤
Bohut bhal hoise program 👍👍👍👍👍... Eman dhuniya voice . Bhitali baidow r voice jen lagise .... Best among new singers
Dhuniya hoise❤❤
কিমান যে চালো।। সকলো ফালৰ পৰাই perfect ❤️❤️❤️
Mind-blowing, outstanding, yihe makor suwali , Bhagabane tumak bohut bohut aguwai loi jabo eitu nichito .
Wowww ki buli prokhongkha korim bohut besi val lagil dei ❤❤
Bohut bohut vl lagile deiii vonti.... Ru agnahi jua tumi
Bor dhuniya hoise
ati sundor,,,,konth manib logia,,, aaguaw jowa,,,,🙏🙏
Bhitali baa is back...❤❤❤❤❤❤❤❤❤❤❤❤❤
Emn dhuniya hoisa xosaka 🎉🎉❤
Bohut bohut bohut dhuniya hoise vonti......anekoi agbahi jua
জিয়াই থাকিল ভিতালি বা আমাৰ মাজত কোমলিকাৰ ৰূপত
Uff ki dhunia voice tumr akdm ma dore akei...aru aguai jua tumi amr morm axibad hdi ase..❤
Bohut dhunia gaisa bohut val lagil ake bare maa dre ❤❤❤❤❤❤❤❤❤❤❤❤❤❤👍👍👍👍👍👍👍👍
সুন্দৰ. বিহু.গীত.বহুত ভাল লাগিল ❤❤❤
Bahut bahut duniya lagisa❤❤❤❤❤❤❤❤Dhemaji machkhowa❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
In love with your simplicity....Vitali Baa is back our childhood ❤❤
Khundor poribekhon baidew apunar.bohut val lagil huni❤️
.apunar konthor majere Vitali baidewk jen ako ghurai paisu tene onuvob.hoise..aounar ujjwal vobissot kamona 🙏korilu
Bohut bohut besi val lagiseeeee
আগুৱাই যোৱা, বহুত শুভকামনা জনালো🌹
বৰ সুন্দৰ , ভিতালী বাইদেউক ঘূৰাই পোৱা যেন লাগিছে সঁচাকৈ।ভগৱানে ভালে ৰাখক
Khub dhuniya voice 👌👌bhal lagil. God bless you🙏
Dhuniya hoise da
Tuona bihin high tune , god gifted ,it much touch anybody' s heart ...God bless her ....
অতি সুন্দৰ কন্ঠ। ভগৱানে কৃপা কৰক।
সুন্দৰ হৈছে ❤
সুন্দৰ কৈ মায়ে দিয়া দৰে কাজবোৰ দিছা টানিবও পাৰিছা ধন্যবাদ।🎉❤🎉❤
Sundor kantho shilpigorakir logote xundor abhinetri.
সঁচাকৈ বহুত ভাল লাগিল ❤❤❤
বহুত মৰম লগা হয়❣️
Bhout bhout bhout dhuniya hoise ❤❤❤
সঁচাকৈ দিতীয় জনী ভিতালী বা আৰু, তোমাৰ আৰু ভাল হওঁক
Best female bihu singer in future of Assam.
Bhut bhut morom thakil...❤❤❤❤❤❤
May achieve International voice of acceptance in folk music .....
Tumar voice tu ekdom professional .God bless you ❤️
সচাই মাকৰ কণ্ঠৰ দৰেই অতি সুমধুৰ। ভবিষ্যতে আৰু সুন্দৰ গান শুনিবলৈ আশা কৰিলোঁ লগতে কুশল কামনা কৰিলো।
সুন্দৰ কণ্ঠ, আগুৱাই যোৱা তুমি, শুভেচ্ছা থাকিল ll
বৰ সুন্দৰ।বৰ ভাল লাগিল
ভিটালী বা কিমান যে মৰমৰ আছিল ভাষাৰে বুজাব নোৱাৰো।মাৰ আৰ্শীবাদ আছে।আমাৰ মৰম আছে।তুমি আগুৱাই যোৱা।
Aiyahe asol gayika...atikoi hundor.❤❤
ভিতালী বা লৈ মনত পৰি গল,হুবহু কন্ঠ
God bless you kamalika🎉❤
Vitali ba loi.monot pori gol
Bhogowany aru aguai loi jau maina jonik
stay bless