ভিতালী বা'ৰ পৰা তাই কি সংস্কাৰ পাইছে বেলেগ কৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই, তাইৰ কথা বতৰাৰ পৰাই সকলো গম পোৱা গৈছে। তাই সদায় এনেকুৱা এটা সুন্দৰ মন লৈ আগুৱাই গৈ থাকক তাকে কামনা কৰিছো।
কমলিকা তুমি বহুত কথা জানা এইটো ভগৱানৰ দান সকলোকে ভগৱানে জন্ম দিছে কিন্তু সকলোকে ভাল শব্দটো দিয়া নাই সেই কাৰনে আমাৰ দেশ খন দিনৰ বেয়া বাতৰিটোহে T Vত দেখিবলৈ পাও আৰু শুনো মই এটা কম ভগৱানক সকলোকে সুমতি সুগতি দিয়া প্ৰভু krishna krishna 🙏🙏🙏❤❤❤❤
Student kei goraki r majot moi u asilu Ma'am k bht besi miss Koru ....amak ganor majote bht kotha o khikai sile ❤....xodai Sunday goisilu Ma'am r usorot xikibole 😊....hei kotha bur atiya o monot pore .....kamalika aguai jua Anamika baa tumar lgt xodai ase❤.....miss u Ma'am 😔❤
Very nice episode. She is sooo matured. Lots of love and blessings to you Komolika and I wish you have a bright future and can add more values towards the growth and development of Assam and the entire country and Ithink India needs people like you. Love you dear❤
❤❤ I am so impressed by her attitude and behaviour. Iman matured suwali tai kotha xuni asorit lage. Wishing you a bright future Komolika. Lots of love ❤❤❤
তোমাৰ উচ্ছাৰণ তোমাৰ কথনশৈলিলী অতি সুন্দৰ । তোমালৈ বহুত বহুত আশীৰ্বাদ থাকিল মাজনী ।
কম বয়সৰ ছোৱালী জনীৰ গুৰুগম্ভীৰ কথা বতৰা ।আশীৰ্বাদ কৰিছো তুমি আগুৱাই যোৱা মাজনী
কথাবোৰ বৰ ধুনীয়া ♥️ আগুৱাই যোৱা । মাৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত ।
ভিটালী দাসৰ পিছত তেওঁৰ ছোৱালী হ'ব অন্য এক নিদৰ্শন। অন্য এক জ্যোতি হ'ব তেওঁ।
বহুত মৰম লাগিছে সহজ সৰল মনৰ ছোৱালী , আগন্তুক দিন বোৰ আৰু বহুত আগুৱাই যোৱা আশীৰ্বাদ থাকিল
আমাৰ শক্তি নাই ।ঈশ্বৰে তোমাক আগবঢ়াই নিয়ক,সুন্দৰ কণ্ঠ ,সুন্দৰ সৃষ্টি,সুন্দৰ ক'মৰে
এটি সুন্দৰ অৱস্থান উপভোগ কৰিলো❤❤ ভাষাৰে বুজাব নোৱাৰা এক অনুভূতি ।ভন্তিজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ❤❤❤🙏🙏🙏
আজি তোমাক ধুনীয়া লাগিছে লগতে কমলিকা আমাৰ সদায় মৰমৰ 😘
Matured Kotha bilak khub Dhunia ❤️ Best Wishes Thakil ❤️tumaloi Aaguai jua 👍
ভিতালী বা'ৰ পৰা তাই কি সংস্কাৰ পাইছে বেলেগ কৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই, তাইৰ কথা বতৰাৰ পৰাই সকলো গম পোৱা গৈছে। তাই সদায় এনেকুৱা এটা সুন্দৰ মন লৈ আগুৱাই গৈ থাকক তাকে কামনা কৰিছো।
বহুত ধুনীয়া কণ্ঠ। তোমালৈ বহুত বহুত শুভেচ্ছা তথা আশীৰ্বাদ থাকিল।
কথাবোৰ বৰ ধুনীয়া কৈ কৈছে❤️
ইমান সুন্দৰ কথাবোৰ সচাঁই বহুত ভাল লাগিল শিকিব লগীয়া কথাবোৰ
কথাবোৰ বৰ মৰম লগা ভন্টি। আগুৱাই যোৱা তুমি।❤ মাত কথা হুবহু ভিতালী বাইদেউৰ দৰেই।
কমলিকাৰ পৰা বহুত ভাল কথা শিকিলোঁ তেওঁৰ উজ্বল কামনা কৰিলো ❤❤❤
তুমি আগুৱাই যোৱা ৷ভগৱানে তোমাক আৰু দেউতাক সাহস ৷তোমাৰ কথাবোৰে অন্তৰ চুই যাই ৷
মৰম লগা কথা বতৰাৰ গৰাকী মৰম লগা ভন্টি জনী তুমি আগুৱাই যোৱা ❤❤
সুন্দৰ কথনশৈলী ভাল লাগিল ধন্যবাদ
তোমাৰ মনৰ আশা পূৰণ হৈ ওঠক।হয় মাজনী পঢ়াটো গানৰ মাধ্যমে আগবাঢ়ি যোৱা শতকুতি আশীৰ্বাদ।
Iman besi matured khub besi val lagil....😘...best wishes thakil tumaloi....bohut duroloi aag bahi jua ...
Kotha bhur hosakoi bhout dhuniya hoi dei bhitali baa jenekoi val asil manuhe jenekoi val paisil taiku bhout val pai miss korisu bhitali baak
কমলিকা তুমি বহুত কথা জানা এইটো ভগৱানৰ দান সকলোকে ভগৱানে জন্ম দিছে কিন্তু সকলোকে ভাল শব্দটো দিয়া নাই সেই কাৰনে আমাৰ দেশ খন দিনৰ বেয়া বাতৰিটোহে T Vত দেখিবলৈ পাও আৰু শুনো মই এটা কম ভগৱানক সকলোকে সুমতি সুগতি দিয়া প্ৰভু krishna krishna 🙏🙏🙏❤❤❤❤
Student kei goraki r majot moi u asilu Ma'am k bht besi miss Koru ....amak ganor majote bht kotha o khikai sile ❤....xodai Sunday goisilu Ma'am r usorot xikibole 😊....hei kotha bur atiya o monot pore .....kamalika aguai jua Anamika baa tumar lgt xodai ase❤.....miss u Ma'am 😔❤
❤
God bless you komolika💕🥰🥰
N~
IAS officer কমলিকাৰ জীৱনৰ লক্ষ্য যেন মোৰ ধাৰণা হৈছে।খুব matured ছোৱালী। আগুৱাই যোৱা। ব্যক্তিত্ব বৰ আকৰ্ষণীয়। সাজ-পোছাক চাল-চলন বৰ সুন্দৰ
বহুত বহুত ভাল লাগিল ।মই আপোনাৰ প্ৰগ্ৰেম চাই থাকো । আপোনাক আজি বহুত ভাল দেখিছে ।। ❤
ভিতালি বা নাই -- কিন্তু তেওঁ জীয়ৰী কমলিকা দেখিলে --- ভিতালি বা দেখা যেন লাগে । ভিতালি বা ৰ গান বিলাক ধৰি ৰাখিলেই হব ।
Such a talented girl she is 🤗 lots of love 😘❤
তুমাৰ উপস্থাপন বিৰাত ভাল লাগিল
Boyokhotke teo xoru hoi kintu tor kotha khiniye ekdom mon sui goise ...God bless you
very nice komalika.bhut bhal lagil tumar kathabur huni.tumi aaru aaguay juaa.aarshbad thakil tumaloi bahut bahut.❤❤❤
Kamalika tmr kothabur khuni thaki bht vl lgil...bht dhunia kotha koisa...
Kotha bur bht dhunia❤️Val lagil video tuh❤️😍
Very nice singing. Unique Voice and ultimate programme. Go ahead way to your journey of music. All the best wishes to you.❤🎉❤. God bless you ❤🎉❤.
বহুত বেছি ভাল লাগিল 😊❤ তুমি আগুৱাই যোৱা আমাৰ শুভেচ্ছা তোমাৰ লগত সদায় আছে 🥰🤗
Tomalokr video sai bhut bhut val lagil❤❤❤❤❤❤
তোমাৰ ভৱিষ্যত উজ্জ্বল হওক❤
বৰ সুন্দৰ চিন্তা ধাৰা❤❤ সদায় কুখলে থাকা❤❤👍👍👍
,🙏🙏🙏
সচায়ে কথাবোৰ শুনি বৰ ভাল লাগিল ।
Love uoy
Professional student
Komolika eman dhunia matured khata val lagise keep it up
বহুত ভাল লাগিল। বহুত অভিজ্ঞ তাই।
ভিতালীবাৰ প্ৰতি ৰুপ তুমি মহাজনী,, ভৱিষ্যত উজ্জ্বল কামনা কৰিলো,, !
Val lagil sai.khub dhuniya kotha koise❤
Aru agbahi juwa 🤎♥️ love from lokhimpur 🥰♥️
Bht val lagil ..... Miss you maa
আতি সুন্দৰ কথোপকথন ❤❤❤ God bless You.
Bohut bhal lagil. Eman mature kotha botora. Teur ujjal bhobissat kamona korilu❤
Very nice singing and ultimate programme Go ahead my cute sis ❤
Very nice episode. She is sooo matured. Lots of love and blessings to you Komolika and I wish you have a bright future and can add more values towards the growth and development of Assam and the entire country and Ithink India needs people like you. Love you dear❤
Bohudur agbarhi jua tumi 😊huvveshya thakil✨👍
Komolikar gaan hunile j eman val lage .Mon sui jai❤❤❤❤❤❤❤
বহুত ভাল লাগিল অনুষ্ঠানটো, জীপাল হৈ পুনৰ ঠন ধৰি উঠক ভিতালি বাইদেউৰ উত্তৰো উত্ত্বৰ কামনা কৰিলো।
Junior vitali🥰❤️🙏
Apunar utjal vobishot kamona korilu baa aru aguwai jwa tare kamona korilu ❤😘
Khub val lagil..kotha bur khub machiort
Bohut besi val lagill❤✨
Eman val loga katha koisa komolika vonti. ❤❤❤❤❤❤❤
তুমি সদায় মানসিক ভাৱে সবল হৈ থাকা , তোমাৰ লগতে মা ও আমাৰ মাজত সজীৱ হৈ আছে
🙏❤️❤️❤️ protito kothai mor karone heart touching
Hundar kotha koisa kumolika imn xoru suwali hoi bohut dhunia kotha koisa tumar age r suwali bohutei imn hundar k Kobo najane God bless you
সুন্দৰ ..........❤❤❤❤
Bhitali jethaikbohuuuut miss koru. aru Kamalika baak bohuuuut val pau aru teur kothabure bohu kotha xikai❤
বৰ মৰমলগা ভনতি তুমি আগুৱাই যোৱা।
Bhal sanskar pale manuh bhal hoi..
Bohut bhal lagil..
Vitali dasoloi monat poril😢....Tumi aguwai juwa
Bohut bhal lagil
Komolika maina mor sowalir dore tumiaag barhi goi thaka tumar actuate tumar ma Lukas aase thank you
মাকৰ নিচিনা কন্ঠ সচাকৈ বহুত ভাল লাগিছে
Birat bhal lagil Sai. Thanks.
Kothabur bor Dhunia 😍
Vall lagil tumar kotha khuni
❤❤ I am so impressed by her attitude and behaviour. Iman matured suwali tai kotha xuni asorit lage. Wishing you a bright future Komolika. Lots of love ❤❤❤
Moi vitali das or geet khubei val pau.etia tekhetor jiorir konthot geet bur suni khubei val lagi se .
Matured,talented and beautiful girl with beautiful soul❤
Bahut bhal lagil
বৰ ভাল লাগিল
যি মূলা বাঢ়ে তাৰ দুপাততে চিন : শুভেচ্ছা থাকিল।
Love from Tinsukia.❤
Komalikar kithakhini khub sundar..
ভাল লাগিল❤❤
Bohut val lagil ❤️🙏🙏🙏
Bhut vll lgil baa jnir kotha xuni 🙂🙂
Val lagil ba
Maturity..👏👏
God bless you beta ❤❤❤
Ati sundor baa❤❤❤
হয়, তোমাৰ মাতৃ আজি অমৰ। চিৰ দিনলৈ। তোমাৰ কথাখিনি বহুত সুন্দৰ
Bhut Val lagil ❤️🥰
Khub dhudiya❤ kamolika❤❤❤
Val lagy bohut gan bur hune... Apunar...
Good Good ❤❤❤❤❤
Koboloi baki nai, bhogawane tomar bhaivshyat Ujjal korok maina❤
অতি মহত্বপূৰ্ণ কথা কৈছে।
Bhut Bhut Val Lagile
ভিতালী বায়ে এটা ডাঙৰ সম্পদ দি গৈছে
তেওঁৰ স্বামীক ।
সচাঁকৈ কথা কোৱাৰ শৈলী যিহে শুনিলে শুনি থাকিবৰ মন যায় থাকে
বৰ ধুনীয়া
ইমান সুন্দৰ মন্তব্য ❤❤❤❤❤
Val lagise
Very nice gd h 2u
My favorite singer
Like mother like daughter
iman soru suali jodiu kotha bur u kontha bohut dhunia tumar porao hikibo loga ase.