সৰ্বানন্দই ক'লে "হিমন্তক মই চাই ল'ম"?🤫

Поделиться
HTML-код
  • Опубликовано: 29 мар 2024
  • সৰ্বানন্দই ক'লে "হিমন্তক মই চাই ল'ম"?🤫#news18assamnortheast #time8news

Комментарии • 454

  • @dilipgogoi1204
    @dilipgogoi1204 2 месяца назад +30

    8:09 8:09 সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিছোঁ কওঁকচোন আমাৰ অসম বাসী ৰাইজৰ বাবে কি কাম কৰিলে আৰুg জাতিয়তা বাদৰ শ্লোগান দিয়াৰ পাছত আপুনি কিয় নাগৰিক সংশোধনী আইন খনৰ বিৰুদ্ধে মাত মতা নাছিল কিয় এইখন অসমৰ জনতাক ভগনীয়া কৰিব বিচাৰিছে নেকি ? এইবাৰ আপোনাৰ সময় উকলিল এতিয়া নব প্ৰজন্মৰ যুব নেতা লোৰিন জ্যোতিৰ দৰে এজন নেতা হোৱাটো প্ৰয়োজনীয়। জয় আই অসম

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc Месяц назад +2

    সৰ্বানন্দ সোনোৱালে এই কথাটো বহুত দেৰীকৈ বুজি পালে।

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 2 месяца назад +10

    আপুনি কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে অসম , উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল ??? এয়া ৰাজহুৱা কৰক । আৰু মুখ্য মন্ত্ৰীৰ দিনত ???

  • @rofiqulislam1080
    @rofiqulislam1080 2 месяца назад +68

    সোণোৱাল ডাঙৰীয়া, কঙগ্ৰেছে ষাঠি বছৰে একো কৰাই নাই তেন্তে কোনবোৰ সম্পত্তি বিজেপি চৰকাৰে এপদ এপদকৈ বিক্ৰী কৰি আছে নাইবা ব্যক্তিগত খণ্ডক গতাই দি আছে ?? আপোনাৰ প্ৰতি মোৰ বিশ্বাস আছিল যে আপুনি অন্ততঃ বাজপেয়ী ডাঙৰীয়াৰ দৰে বাস্তৱ ধৰ্মী-গঠনমূলক আলোচনা কৰিব, কিন্তু আপুনিও দেখোন নৰেন্দ্ৰ মোদী আৰু হিমুমামাৰ দৰে ওভতগোৰে নাচি বেবেৰিবাং কথাৰে ৰাইজক বিভ্ৰান্ত কৰাৰ প্ৰতিযোগিতাত নামিছে !!!

  • @budheswarnath6516
    @budheswarnath6516 2 месяца назад +6

    এইজনা মহাশয় কেৱল মোদীৰ গদগদতেই সীমাবদ্ধ হৈ থাকি " হয় হুজুৰ " নীতিকে সৰোগত কৰি কৰি আজিৰ তাৰিখত কাৰ্য্য কাল থকাৰ স্বত্তেও কেৱল লুৰিণ জ্যোতি গগৈক " লেং মাৰিবলৈ " পুনৰ আহি গল ডিব্ৰুগড় লৈ.... ৰাইজ এইজনা " মেৰুদণ্ডহীন " তথাকথিত নেতা " ক পৰিত্যাগ কৰক !!!! 🙏🙏🙏

  • @rofiqulislam1080
    @rofiqulislam1080 2 месяца назад +33

    CAAক লৈ কিয় নিমাতী কইনা ? ক্ষমতাৰ খকত নহয় জানো সোণোৱাল ডাঙৰীয়া ?

    • @indirabaruah8033
      @indirabaruah8033 2 месяца назад

      100% right .

    • @Brekinsonroypohtam
      @Brekinsonroypohtam Месяц назад

      Honualsir ajilogejodi okhom cmholeheten eiokhomtu imanoittosarnoholeheten thanku honual sir

    • @offsonicstreams
      @offsonicstreams Месяц назад

      CAA I ki beya korile atya Assamr.

    • @probinkalita4247
      @probinkalita4247 Месяц назад

      CAA Batil korok Nohole B.J.P. Mundabad

    • @probinkalita4247
      @probinkalita4247 Месяц назад

      কংগ্ৰেছ Aliance। 336। B j p 192। বাকী। অন্যান্য দলে পাব

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx 2 месяца назад +13

    কিন্তু তেখেতে সাম্প্ৰদায়িক দল এটাত সোমাই পৰিল!!!!

  • @balendas4259
    @balendas4259 2 месяца назад +32

    নহ'ব নহ'ব । চব কাম ডকাইতৰ দৰে কাম কৰিছে । হিমন্তই দুৰ্নীতিত লুতুৰ পুতুৰ । আপোনাৰ কলিজা আছে নে হিমন্তৰ দুৰ্নীতিৰ কথা কবলৈ । অসম ধ্বংশৰ ঠিকা কিমান দিন চলিব । আপোনালোকৰ চাদ্দাম হুচেইনৰ নিচিনা গতি হ'ব । সেই দিন আহিব । বিজেপিৰ মানুহে আপোনালোকক লেংটা কৰিব আনে কোবাব নালাগে । আহি আছে দিনবোৰ । 😮😮😮😮

    • @legendjunior5538
      @legendjunior5538 2 месяца назад

      Ll1llllllllllll1lllll1lllllllll1llllllll1l1l1l1l7

    • @HimalayBordoloi
      @HimalayBordoloi Месяц назад +1

      ধাৰ লৈ
      লৈ দেশ চলোৱা
      চৰকাৰ খন মুখত
      ডাঙৰ ডাঙৰ কথা ।

  • @samadg5388
    @samadg5388 2 месяца назад +20

    Gourab is the best.

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 Месяц назад +1

    Best video, my favourite video.

  • @GarimaChoudhury-ii9uw
    @GarimaChoudhury-ii9uw 2 месяца назад +17

    Apuni ejan nimati koinnya

  • @pompipatgiri
    @pompipatgiri 2 месяца назад +27

    কা।।আমাক।।কিয়।।লাগে।

  • @bhabenbasumatary9250
    @bhabenbasumatary9250 2 месяца назад +17

    যাৰ আছে তাক দিয়া হ'ব, যাৰ নাই তাৰ পৰা যি আছে তাকো কাঢ়ি অনা হ'ব।
    হয়, বিজেপি চৰকাৰে গুজৰাটী কোম্পানীক সকলো গটাই দিলে, দৰিদ্ৰ- মধ্যবিত্ত শোচনীয় ভাৱে দূৰ্বিহ জীৱন যাপন কৰিব লগা হৈ গৈ আছে।

    • @kandarpa2622
      @kandarpa2622 2 месяца назад +2

      100% correct.

    • @dilipgogoi3009
      @dilipgogoi3009 2 месяца назад

      মিছলীয়া চুতমাৰানী ইউটিউবাৰ ৷

  • @junsoikia6891
    @junsoikia6891 2 месяца назад +8

    সকলো বস্তুৰ দাম বহাই ধাৰ কৰি দেশ আগুৱাই কেনেকৈ নিব, নিবনুৱা সমস্যা ,পতিজন জনতাৰ মুৰৰ ওপৰত হাজাৰ হাজাৰ টকা কৰৰ বোজা এয়া নেকি উন্নতি।

  • @binoykalita7597
    @binoykalita7597 2 месяца назад +9

    কি কৰ্ম আচনি যুবক সকললৈ আগবঢ়ালে দেখোৱাই দিলে ভাল হয়। মিছা কথা কোৱাত এই জন পাকৈত। জাতীয় জীৱনলৈ কি অৰিহণা আগবঢ়াইছে আমি সকলোৱে অবগত।

  • @hemantakumarroy1410
    @hemantakumarroy1410 Месяц назад +3

    ভিডিওটো বহুত ভাল লাগিল। কিন্তু এই ভিডিও আগবঢ়োৱা ইউটিউবাৰজন ভাল নালাগিল। তেওঁ শিৰোনামাটো দিছে-"সৰ্বানন্দ ই
    ক'লে,'হিমন্তক মই চাই ল'ম?"মই সম্পূৰ্ণ ভিডিওটো চালোঁ, কিন্তু এই কথাখিনি কোৱা নুশুনিলোঁ।তেনেহ'লে তেওঁ অকল আকৰ্ষণ বঢ়াবলৈ মিছাৰ আশ্ৰয় লৈছে
    । এজন ইউটিবাৰে সামাজিক দায়ৱদ্ধতা আৰু নীতি মানি চলিব লাগে।

  • @skylark13
    @skylark13 Месяц назад +6

    এনেকুৱা বাতৰি শিৰোনাম নিদিব।

  • @bipulborah582
    @bipulborah582 2 месяца назад +18

    তহতৰ বুদ্ধি আমি জানো কেলা ।বেচি অকৰা বনাব নালাগে

  • @jamilhussainchoudhury52
    @jamilhussainchoudhury52 2 дня назад +1

    Thank you sir

  • @jibonjyotidutta622
    @jibonjyotidutta622 Месяц назад +2

    সৰ্ব্বানন্দ সোনোৱাল এজন ভাল মুখ্যমন্ত্রী আছিল

  • @jatiramkaman6960
    @jatiramkaman6960 2 месяца назад +1

    ৰাজনীতিক বাদ দি নিৰপেক্ষ ভাৱে সাক্ষাৎকাৰটো শুনি ভাল লাগিল।অসমৰ ক্ষেত্ৰত সামগ্ৰিক ভাৱে এক বাস্তৱসন্মত কথোপকথন।

  • @nuhindradoley4338
    @nuhindradoley4338 2 месяца назад +37

    মেডিচিন ৰ দাম বঢ়াই দেশৰ উন্নতি কৰিছে

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 27 дней назад +1

    সৰ্বানন্দ এক মহাত্মা সদৃশ মানুহ তেওঁ কোনো দিনে কেতিয়াও কাকো অহংকাৰী ভাবে কথা নকয় সদায় দাস্যভাৱ প্ৰকাশ কৰে ৷

  • @user-dc6dd5he2x
    @user-dc6dd5he2x Месяц назад +2

    এইজনাৰ শিক্ষা আছে কিন্তু তেওঁ নিজৰ মানসিকতাৰে কাম কৰিবলৈ সক্ষম নহয় কাৰণ তেওঁৰ সেইটো সৎ সাহসী নহয়।

  • @NabinGogoi-pn7fi
    @NabinGogoi-pn7fi 15 дней назад +1

    সৰ্বানন্দ ৰ প্ৰথম ভাল vdo এটা শুনিলো। সৰ্বানন্দ ক বুজিলো।

  • @rupjyotipatowary5405
    @rupjyotipatowary5405 Месяц назад +1

    আপোনাক মুখ্যমন্ত্ৰী চকীখনৰ পৰা আতৰাই দিওঁতে কিমান দুখ পাইছিলো জানেনে । কিয়নো আপুনি নিৰ্বাক হৈছিল।

  • @rimjimnath558
    @rimjimnath558 2 месяца назад +1

    ২০২১ চনত ভেঁন চাৰ স্কুল কৰিবলৈ গৈ এখন স্কুলৰ দুজনক দি দুজনক নিদিয়া মন্ত্ৰী জন আপুনি নহয় নে? ইয়ে নেকি বিকাশ

  • @ajijalom8646
    @ajijalom8646 Месяц назад

    💯 right Assam ke Ananda sarvanand Sonowal sir salute sir

  • @gungunmusicstudio
    @gungunmusicstudio 2 месяца назад +4

    সেই কাৰনে কেন্দ্ৰ চৰকাৰে অসম এৰিব নোখোজে।ইয়াত সোণৰ কণি পৰি হাঁহ আছে যে।

  • @SwapnaRaniBasumatary
    @SwapnaRaniBasumatary 12 дней назад

    Good news. Thankyiy sir.

  • @binandagogoi2941
    @binandagogoi2941 2 месяца назад +1

    আমাৰ গাওঁ টঙনা চাহ বাগিছাৰ কাষতেই, কিন্তু ২কিলোমিটাৰ আলিবাটৰ অসুবিধাৰ কাৰণে ২৫টকাৰ ঠাইত এজেণ্টে১৫ টকা দাম দিয়ে। গতিকে ৰাষ্টা সুবিধা কৰি দিয়ক।

  • @niramchandrahaloi1871
    @niramchandrahaloi1871 4 дня назад

    মিছা শিৰোনামা দি সমাজক বিচলিত কৰিব খুজিছে কিয়?বেয়া কথা।

  • @fajlurrahman4605
    @fajlurrahman4605 2 месяца назад +3

    মিছা headline দেখুৱাই ভাহণ হুনালে বাঃ

  • @santanugogoi9907
    @santanugogoi9907 2 месяца назад +3

    Kakhor Mandir to Tarun Gogoi
    ...Prithibi Maji....r. dinot....hoisil

  • @kuladhardas6311
    @kuladhardas6311 17 часов назад

    হকে বিহকেআপোনালোকে এইবোৰে বলকি থাকক ।বিজেপি জিন্দাবাদ।

  • @jimikantadoley5659
    @jimikantadoley5659 2 месяца назад +3

    Himantoi haruwabo Sarbanandak

  • @user-pm4el9uj5o
    @user-pm4el9uj5o 2 месяца назад +18

    Gourav g good zindabad❤

  • @user-jv8tn1ol1f
    @user-jv8tn1ol1f 29 дней назад

    সোনোৱাল ডাঙৰীয়াই প্ৰেক্ষাপতত যি কথায় নকওক কিয় তেওঁ নিজ ৰাজ্যৰ মন্ত্ৰী পদতুকে চলাব নোঁৱাৰী লে নিজৰ বাঢ়ি থোৱা ভাত খিনিও জদি আনে কাঢ়ি খোৱা পৰি লক্ষীত হয় । তেনে ব্যক্তিৰ ওপৰত আজি অসম বাসিয়ে কেনেকৈ বিস্বাসত লব ।

  • @LokhinathMoran-pu6kv
    @LokhinathMoran-pu6kv 2 месяца назад +4

    দলৰ কথা মতে চলাচল কৰা কেন্দ্ৰীআমাক নেলাগেই

  • @babitahazarika6300
    @babitahazarika6300 Месяц назад

    ইয় জাঁ মানুহ খাব নোপোৱাত পৰিছে। বেমাৰ t dorob kinibo nuwarat porise ! Ki দলং দলং মৰি আছে। দলং বোনাইছে ভাল কৰিছে। আৰু কি কৰিছে? হব আপুনিও সেই একেই হৈ গল। আপোনাৰ মুখত এনেকুৱা কথা শুনিব আশা কৰা নাছিলোঁ।

  • @intorceartor8494
    @intorceartor8494 2 месяца назад +8

    এইটো একো কামৰ মানুহ নহয় ।

    • @hemantakumarroy1410
      @hemantakumarroy1410 Месяц назад

      তোমাৰ মূৰত গাহৰিৰ গু আছে।এই কথোপকথন বুজিবলৈ তোমাৰ মগজুৱে নাই।

  • @puspabora7030
    @puspabora7030 3 дня назад

    লাজ লাগিছে,১৯৫১ চনৰলগত অসমবাসীক উত্তৰ দিয়ক

  • @borntobeunique5582
    @borntobeunique5582 2 месяца назад +7

    41:57 পাটকাই পৰ্বত কয়লা খান্দি শেষ কৰিছে, পঞ্চাছ টন পস্পন টন গাড়ীৰ অভা লদিং কোনো ধৰা ধৰি নাই MVI কাগজৰ প্ৰয়োজন নাই হিন্দী ভাষীৰ ৰামৰাজ্য। আপোনাৰ ৰাজ্যৰ নিজৰ জিলাৰ মাজেদি সৰবৰাহ সকলো সময়তেই হৈছে, এই বিলাক কি অসমী আই মাতৃৰ বুকুত লোনঠণ কৰা আপোনাৰ দৃষ্টি গোচৰ হোৱা নাই নে?

  • @indrajitbaruah1676
    @indrajitbaruah1676 Месяц назад +1

    " হিমন্তক মই চাই লম " এই ধৰনৰ কোনো বক্তব্য সোণোৱাল ডাঙৰীয়াই কোৱা দেখা নগ'ল ‌,
    বিভ্ৰান্তিকৰ হেড লাইনে চেনেলটোক কোনো ধৰনৰে সহায় নকৰে ।
    Be careful 😉

  • @goutamdas6479
    @goutamdas6479 2 месяца назад +2

    এইবাৰ বৰলাক ভোত নিদিও

  • @chiranjittakoe8333
    @chiranjittakoe8333 2 месяца назад +7

    সৰ্বানন্দক সচাঁ মানুহ বুলি ভাবিছিলো । কিন্তু এই জনো একে পে পে ।

  • @amarjoytidas8141
    @amarjoytidas8141 2 месяца назад +4

    নিজৰ সা সুবিধা লোৱাৰ বাবে ভোট খেলে।

  • @subirampatgiry3805
    @subirampatgiry3805 2 месяца назад +3

    Sorba bhai ai porjyai kio kenekoi hol kokolu bostu samogri dam bridi hol.Kio dibo nuare arunoidoi lakpoti badeo. Ami indian assambadi burbok neki.

  • @minatidevi7122
    @minatidevi7122 2 месяца назад +11

    হেৰৌ,হেড লাইনৰ লগত সঙ্গতি ৰাখি প্ৰচাৰ চলাব লাগে, হিমন্তক গালি পৰা কত পালি? কঙগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য এইটোৱেই,

  • @pullokthengal3346
    @pullokthengal3346 2 месяца назад +9

    যিমানেই যি নহওক মতামানুহক এইখন চৰকাৰে মাহীআই চকুৰে চাই😂

  • @user-py2pk9fy5o
    @user-py2pk9fy5o 2 месяца назад +4

    Mohakha express high awya koli gal......

  • @ranjanchangmai1306
    @ranjanchangmai1306 Месяц назад +1

    ক'ত হিমন্তক চাই লম বুলি কল্? ভুৱা প্ৰচাৰৰে নিউজ দি viewers বঢ়োৱাৰ ভুৱা বাতৰি।

  • @rohinidas5237
    @rohinidas5237 Месяц назад

    নিজৰ চকিখনকে ধৰি ৰাখিব নোৱাৰিলে তেনে ব্যক্তি কি কাম কৰিব।

  • @sanjoyroy4492
    @sanjoyroy4492 2 месяца назад

    🙏🙏🙏 খুব সুন্দর কথা বতরা লাগিসে স্যার ,🙏🙏❤️❤️

  • @dilipgoswami4475
    @dilipgoswami4475 28 дней назад

    আসনৰ কথা কওতে নাকটো খজুৱাই কোৱাত কিবা প্ৰশ্নবোধক আছেনেকী বাৰু ?

  • @prahladdanah6629
    @prahladdanah6629 2 месяца назад +2

    বহুত দেৰি হ'ল। হিমন্তই দলিয়াই পেলালে মনে মনে থাকিল।

  • @nitishdoley9288
    @nitishdoley9288 2 месяца назад +6

    তোমাৰ কাম নাই,

  • @user-gl2wr2sl4x
    @user-gl2wr2sl4x 2 месяца назад +1

    সুন্দৰ ভাষন

  • @dadulali2185
    @dadulali2185 Месяц назад +1

    ভাৰতৰ সকলো উদ্যোগ প্ৰতিষ্ঠান বিক্ৰী কৰি টহলিং কৰি ভাৰতৰ অৰ্থনৈতিক কাঠামো ভাঙি পেলোৱা পাছত ভাৰত 2047 চনত কেনেকৈ পৃথিৱীৰ ভিতৰত এখন উন্নয়ন শীল আত্মনিৰ্ভৰশীল ভাৰত হ'ব।

  • @iswarhazarika5110
    @iswarhazarika5110 Месяц назад +1

    It's a ordinary thing

  • @INDRAJITSARMA-cj6mt
    @INDRAJITSARMA-cj6mt Месяц назад

    Ai Katha bilak sadharan manuhok janaba lage

  • @mugdhamoydas6815
    @mugdhamoydas6815 Месяц назад

    Good thinking bro,

  • @lilycoverzs964
    @lilycoverzs964 Месяц назад

    ৩ টকাৰ নিমখ কিলো এতিয়া ৩০ টকা হল।১৬ টকাৰ কেৰাচিন লিটাৰ এতিয়া ১৪০ টকা দাম দিও পাবলৈ নোহোৱা হল।কথাৰে নহয় বন্ধু কামত পৰিচয়।মূল্যবৃদ্ধি কৰি চৰকাৰ চলাবলৈ সহজ,কিন্তু দেশৰ সম্পদ বিক্ৰী কৰাতকৈ গঢ়িবলৈ বৰ টান ঐ ককাই।

  • @abiditbaruah1360
    @abiditbaruah1360 2 месяца назад +1

    কুটনিতিৰ অবিহনে ৰাজনীতিৰ অৰ্থ নাই।

  • @Tsukaphaa
    @Tsukaphaa Месяц назад

    What about Majuli? মাজুলী পিছত এইবাৰ ডিব্ৰুগড়ৰ জিলাক লেং মাৰিব আহিছে

  • @kethametha4452
    @kethametha4452 2 месяца назад +4

    আপোনি কিয় মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিলে ????

  • @user-qo1ph3hi5r
    @user-qo1ph3hi5r 2 месяца назад +1

    ভিডিঅ'টোৰ কতো হিমন্তক চাইলম বোলা কথা নাপালো। কিয় মিছা প্ৰচাৰ কৰিছে মহোদয়

  • @rohimuddin3655
    @rohimuddin3655 Месяц назад +2

    হিমন্তই যদি ইমান সময় কথা পাতিলে হয় কমেও একশ বার হিন্দু মুছলিম মিঞা শব্দটো ব‍্যবহার করিলে হয়।

  • @niramchandrahaloi1871
    @niramchandrahaloi1871 4 дня назад

    আপোনাৰ চেনেল টো ইমানে অবহেলিত নেকি যে মিছা শিৰোনামা দি আকৰ্ষন কৰিব লগা হৈছে?

  • @kandarpa2622
    @kandarpa2622 2 месяца назад +2

    What are the changes of the country Mr. Sonowal ? We have seen the own progress of the Ministers,own progress of "Adani","Ambani""Tata"etc.The poor are going to be more poor in the country.Giving free ration to the poors the Govt.has made them as their own voters.The poor cannot stand on their own foots in future. This is the change.

  • @Hemanta23
    @Hemanta23 Месяц назад

    Don't give the wrong caption for more views. Your content should have that strength that people see in your videos....this is becoming a common easy trend....run an interview and look from the side

  • @amiyabaruah3534
    @amiyabaruah3534 2 месяца назад +1

    আপুনি ধেমাজিত কি দিলে ।

  • @animapathak8941
    @animapathak8941 2 месяца назад

    Very good lecture

  • @anilbaruah8775
    @anilbaruah8775 Месяц назад

    মুখস্থ কৰি আহিছে ৷

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 Месяц назад

    😢😢go back habanda w

  • @jagadishgayan
    @jagadishgayan Месяц назад

    I VERY VERY LIKE IT

  • @shantanudutta1539
    @shantanudutta1539 2 месяца назад

    This is the first time I am hearing Sarbanando Sonowal speak so intelligently. He is a bit too late to project himself not a good statesman. His loss is inevitable unfortunately as people of Assam see him as a looser. Maybe better luck next time.

  • @riturajboruahsgkclass5510
    @riturajboruahsgkclass5510 2 месяца назад +2

    CAA ৰ জঢ়িয়তে বিদেশী অনা বাবে ভোট বিচৰাৰ সাহস আছেনে?

  • @Tulikaartacademy912
    @Tulikaartacademy912 Месяц назад +1

    আপোনাৰ দিনত আপুনি কি কৰি লে‌ ঘটিটো লোটা টো ।মাঠা কম‌‌ আছে ।

  • @anilsaikia6953
    @anilsaikia6953 2 месяца назад +5

    মিছলীয়া ইউ কিউবাৰ তই।

  • @user-fi8lh6iz7h
    @user-fi8lh6iz7h 2 месяца назад

    মিছা মাজুলী 😊চিকিৎসা কেন্দ্ৰ বোৰ একো উন্নয়ণ হোৱা নাই।জ্বৰ এখন হলেও যোৰহাট লৈ নিব লাগে।

  • @AsaduzZaman-lt9yi
    @AsaduzZaman-lt9yi Месяц назад

    সীমান্তৰ কথা কৈছে -চীনে ইতিমধ্যে দুই কি:মি ভিতৰত গাওঁ পাতিছে ।মানুহে সেইবিলাক জানে ।

  • @ratneswarbasumatary4980
    @ratneswarbasumatary4980 2 месяца назад +1

    Sonawal sir amukya montri hisabe axon pabo lagisil kintu jonojati hoarbabe mukyo montri aru Diya nohobo

  • @jimikantadoley5659
    @jimikantadoley5659 2 месяца назад +3

    Maiki muria Sarbananda

  • @YoyangPaw
    @YoyangPaw 2 месяца назад +1

    Sarbananda said that rich and poor will be same. Kot oise

  • @shahjahanaliahmed1261
    @shahjahanaliahmed1261 2 месяца назад +1

    Kub val Manu hoi sorba sir

    • @KalesharMishong
      @KalesharMishong 2 месяца назад

      Sonowal sir mul prongor bikoye ekuwai nokolesun.himontok sambuli koi.

  • @krishnahazarika4910
    @krishnahazarika4910 2 месяца назад

    কথাটো চিন্তা কৰো ,এই ইউটিওৱাৰ জনৰ মাথাত মাল আছেনে নাই নাজানো হেড লাইনত ৰহন লগাই লিখা বাক্যশাৰী কত সোনোৱালে কলে ' !
    মিছা কথা বোৰ লিখি জ্ঞানহীনতাৰ পৰিচয় দিয়াৰ বাহিৰে একো নাই :::

  • @dhirengampupu5394
    @dhirengampupu5394 Месяц назад

    হে হে ..,সৰ্বাদা কমৰেৰ বিষ ভুলচ্ছেন না মন’ হয়৷

  • @user-zg1or9ho3e
    @user-zg1or9ho3e Месяц назад +1

    অসম এখন দাম্পিং গ্ৰাউণ্ড ৰাজ্য হয়। নতুন ৰাস্তা পাঁচ বছৰহে লাস্তিং হয়। তাৰ পাছত ওখৰা মুখৰা হয়। কাৰণ অসমৰ মাটি বোৰ কোমল হোৱাৰ বাবে ৰাস্তা লাস্তিং নহয়।

  • @samudra_music_axom
    @samudra_music_axom 2 месяца назад +1

    নিজৰ ঘৰৰ মানুহবোৰৰ অৱস্থা ৰাস্তা পদুলি ভাল কৰিব পৰা নাই
    বয় বস্তুৰ দাম ধনী মানুহ সদায়েই ধনী আৰু দুখীয়াৰ সদায়েই দুখীয়া হৈ গৈ আছে

  • @sanjualom8459
    @sanjualom8459 Месяц назад +2

    এওঁৰ নিজৰ মাঠাত একো নাই লোকৰ কথাত চলে ।গতিকে অসমৰ হৈ কি কাম কৰিব ?

    • @nayankumarpawe2671
      @nayankumarpawe2671 Месяц назад

      আনৰ মাঠাত একোনাই কোৱা জনৰ মাঠাত কি আছে কোনোবাই জানে জানো।

  • @user-tt5pq4xm6i
    @user-tt5pq4xm6i 22 дня назад

    আপুনি আজি কিমান। সন্মান দিছে?

  • @Titancameraman15
    @Titancameraman15 Месяц назад

    বেলেগৰ কথা নকওঁ কিন্তু ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ দিনত দুলীয়াজানৰ মূল বাট পথ উৱলি গল।

  • @lankswardas2824
    @lankswardas2824 2 месяца назад +1

    Karuna beji di manuh bemari hoise

  • @asrider9519
    @asrider9519 2 месяца назад +3

    বৰলা কথা শুনিব ভাল, কাম নাই। যা নাই তিৰী ,কাম হি

    • @user-ni9oe3mi5k
      @user-ni9oe3mi5k 2 месяца назад

      Jar lora maiki ny hi ki desh or kotha vabibo

  • @bijusaikia5372
    @bijusaikia5372 2 месяца назад

    লেং মৰা প্ৰতিযোগিতা । আপুনি গমেই নাপালে ।

  • @sushildaimari5338
    @sushildaimari5338 2 месяца назад

    Positive positivity's righteousness.

  • @om6083
    @om6083 Месяц назад

    কিবা খং উঠিলে ভোট নিদিও,,,,,,
    কিন্তু পাপ্পুক প্ৰধানমন্ত্ৰী হিচাপে কেতিয়াও মানি নল‌ও

  • @manjugogoiboruah9007
    @manjugogoiboruah9007 24 дня назад

    মিছা শিৰোনামাৰে আভুৱা ভৰোৱা ইউটিউবাৰ মুদ্ৰাবাদ।

  • @malaranidevidutta4151
    @malaranidevidutta4151 2 месяца назад

    সুন্দৰ উপস্থাপন।