হিমন্তৰ লেতেৰা ৰাজনীতি ফাদিল কৰিলে যুৱক-যুৱতীয়ে😛

Поделиться
HTML-код
  • Опубликовано: 5 янв 2025

Комментарии • 397

  • @AbdulMaleque-k5d
    @AbdulMaleque-k5d 9 месяцев назад +17

    Zindabad Madam

  • @binasaikia6070
    @binasaikia6070 9 месяцев назад +49

    অসমত বিজেপিৰ অন্ধভক্ত বহুত বেচি যেন পাওঁ , নিজৰ বিবেকেৰে সমালোচনা কৰিব ।পাৰটি নহয় পাৰথি চাব যদি অসম মাতৃক বচাই ৰাখিব বিচাৰে ।জয় আই অসম ❤❤

    • @mintukr.gowala8408
      @mintukr.gowala8408 9 месяцев назад +4

      তেনেহলে মহাশয়া আমাৰ ইয়াৰ প্ৰাৰ্থী জন ভাল কিন্ত বিজেপি ৰ হয় কি কৰিম আমি

    • @jaminihandique8865
      @jaminihandique8865 8 месяцев назад

      B😊

  • @ShantanaRajkhowa
    @ShantanaRajkhowa 8 месяцев назад +2

    থিক কথা কৈছা,নীলমণি, ৰূপা কলিতা ,জয় আই অসম ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @birendas8242
    @birendas8242 9 месяцев назад +26

    বহুত বহুত ভাল কথাই কৈছে বাইদেউ

  • @ranjanagogoi4569
    @ranjanagogoi4569 9 месяцев назад +11

    Right

  • @jaminidas2584
    @jaminidas2584 9 месяцев назад +19

    সঁচা কথা কৈছে ।।

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 9 месяцев назад +24

    Rupa kalita right

  • @HiyaHiya-vg3mv
    @HiyaHiya-vg3mv 9 месяцев назад +38

    BJP ৰ গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা নাই । BJP ৰ দুৰ্নীতি উদঙাই দিলে জেলত ভ ৰায় । BJP এটা ধনিক শ্ৰেণীৰ দল । সেই কাৰণে ঔষধকেই আদি কৰি সকলো বস্তুৰে দাম সাধাৰণ জনতাই ঢুকি নাপায় । এইবাৰ নিৰ্বাচনত বিজেপি ক বৰ্জন কৰি ৰাইজৰ জয় কৰিবলৈ কঁকালত টঙালি বান্ধিব লাগিব ।

    • @mintukr.gowala8408
      @mintukr.gowala8408 9 месяцев назад +2

      কাক ভোট দিব লাগিব

    • @birbalray4418
      @birbalray4418 9 месяцев назад

      Bjp hataw Desh bachaw .jai Assam khilonjiya

    • @harenboro6020
      @harenboro6020 9 месяцев назад +2

      দেখিলে হে লেখিম।আমি কিন্তু কোনো দলৰ নহয় দেই।

    • @runuburaguhain6361
      @runuburaguhain6361 9 месяцев назад +2

      Q😅

    • @Kanakboruah-xt3mc
      @Kanakboruah-xt3mc 9 месяцев назад

      Ko​@@harenboro6020

  • @poresh660
    @poresh660 9 месяцев назад +33

    কোনো বাই জদি মাত মাতে বিজেপিয়ে চৰকাৰে জেলত ভৰাই থব সেই বাবে নামাতে এইবাৰ তাৰ হিচাপ কৰিব ৰাইজে জয় অই অসম 👫🙏

  • @rijumonidas443
    @rijumonidas443 9 месяцев назад +14

    বাইদেউ ধন্যবাদ।

    • @utpalebora1265
      @utpalebora1265 9 месяцев назад

      😂 Sure vote for right choice Gaurav Gogoi.

  • @anjugogoi6222
    @anjugogoi6222 9 месяцев назад +9

    Thik kotha koise

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 9 месяцев назад +27

    Bjp go back

  • @muned6442
    @muned6442 9 месяцев назад +76

    ৰূপা কলিতা বাইদেৱে সচা কথা কৈছে ভাৰতবৰ্ষত হিটলাৰী শাসন চলি আছে

  • @labanyadevi3172
    @labanyadevi3172 9 месяцев назад +15

    Congrats jindabad

  • @bandanagayan1929
    @bandanagayan1929 9 месяцев назад +32

    একেবাৰে সচা কথা কৈছে ধন্যবাদ থাকিল

  • @cgohain7304
    @cgohain7304 9 месяцев назад +13

    বৰ চিন্তুা বিষয় ।

  • @kismatkour436
    @kismatkour436 9 месяцев назад +9

    মজা কথা ❤👌👍

  • @TarunChandradas-q7c
    @TarunChandradas-q7c 9 месяцев назад +21

    Go back bjp

  • @Mudoi
    @Mudoi 9 месяцев назад +16

    Rupa kalita das jindabad

  • @DipEntertainment-km8xh
    @DipEntertainment-km8xh 9 месяцев назад +35

    বহুত সুন্দৰ কথা কৈছে

  • @triptisinha4838
    @triptisinha4838 9 месяцев назад +9

    Ekdom hosa kotha.....

  • @basantakalita5369
    @basantakalita5369 9 месяцев назад +7

    Congress jindabad👍👍👍

  • @rofiqulislam1080
    @rofiqulislam1080 9 месяцев назад +40

    ৰূপা কলিতা দাস ডাঙৰীয়ানী বাইদেউলৈ থাকিল অশেষ শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ ! আপুনি আৰু আগবাঢ়ি যাওক সেই কামনাই কৰিছোঁ।

  • @MohanSonowal-y2g
    @MohanSonowal-y2g 9 месяцев назад +21

    মুঠৰ ওপৰত প্ৰতি ৫বছৰৰ মুৰে মুৰে জনসাধাৰণে চৰকাৰ বদলি কৰিব লাগে বুলি ভবো।

  • @debenhandique9958
    @debenhandique9958 9 месяцев назад +35

    সত্য কথা কৈছে ৰূপা কলিতাই।

  • @ganeshborgohain2040
    @ganeshborgohain2040 9 месяцев назад +7

    Good commnt

  • @khirodadas-rt9fe
    @khirodadas-rt9fe 9 месяцев назад +21

    Gouravb k vot dibo.

  • @DimpusnewupdateDimpusnewupdate
    @DimpusnewupdateDimpusnewupdate 9 месяцев назад +26

    gourav gogoi zindabad❤

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 9 месяцев назад +27

    Gaurab gogoi zindabad bjp go back

  • @umeshchetiya1340
    @umeshchetiya1340 8 месяцев назад +1

    100% hosa katha koise Roopa baideu aru Nilamoni saikia dadai

  • @anjugogoi6536
    @anjugogoi6536 9 месяцев назад +18

    ৰূপা কলিতা জয় হৌ । ৰূপা কলিতা অসমৰ সু কন্যা ।

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 9 месяцев назад +12

    Ami bjp k vote nidio bjpgo back evm hatao

  • @bokulkarmakar7784
    @bokulkarmakar7784 9 месяцев назад +20

    Bjp go back....

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 9 месяцев назад +11

    নীলমণি saikia right

  • @lakshmiprasad3018
    @lakshmiprasad3018 9 месяцев назад +23

    Very good coments

  • @dipakkrdasdaskrdipak4941
    @dipakkrdasdaskrdipak4941 9 месяцев назад +14

    বি জে পি চৰকাৰ খন ছলি আছে কংগ্ৰে কৰা সম্পতি বোৰ বিক্ৰী কৰি ।

  • @binuphukan-tp3yx
    @binuphukan-tp3yx 8 месяцев назад +1

    বাইদেউ মোৰ মনৰ কথা বোৰ আপুনি প্ৰকাশ কৰিলে ধন্যবাদ ❤

  • @anjugogoi6222
    @anjugogoi6222 9 месяцев назад +12

    Rupa kalita salout

  • @harekrishnadeka6095
    @harekrishnadeka6095 9 месяцев назад +25

    Rupa kalita is correct.

  • @KalpanaBorgohain-t3o
    @KalpanaBorgohain-t3o 9 месяцев назад +14

    ৰূপা কলিতা বাইদেউ লৈ ধন্যবাদ।

  • @anupomdowarah1381
    @anupomdowarah1381 9 месяцев назад +44

    ভয়তহে গৈছে BJP লৈ

    • @dr.ranjanadas7073
      @dr.ranjanadas7073 9 месяцев назад +2

      উস কিমান ভাল কথা কৈছে।

  • @rameshkalita1600
    @rameshkalita1600 9 месяцев назад +3

    কংগ্ৰেছ ৰূপা কলিত আৰু আপৰ নীলমণি শইকীয়াক ধন্যবাদ

  • @bichitrakhargharia4150
    @bichitrakhargharia4150 9 месяцев назад +5

    ৰূপা কলিতা জিন্দাবাদ

  • @adipdas4976
    @adipdas4976 9 месяцев назад +2

    একদম right kotha কৈছে মেম , বিজেপি আমি আঁতৰাব হল ।

  • @MayawatiChungkrang-d7b
    @MayawatiChungkrang-d7b 9 месяцев назад +18

    Right 💯 Baideu. Congress Zindabad

  • @alokdutta5907
    @alokdutta5907 9 месяцев назад +4

    অতি সুন্দৰ আৰু সঁচা কথা কৈছে বাইদেউ,গণতন্ত্ৰ জীয়াই ৰখাৰ স্বাৰ্থত তথা দেশৰ গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰিবলৈ হ'লে এইখন ফেচিষ্ট,হিটলাৰী আৰু স্বৈৰাচাৰী শাসকীয় বিজেপি চৰকাৰক গাদীচ্যুত কৰিবই লাগিব তেহে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা পৰিব নহলে দেশত গণতন্ত্ৰ একেবাৰে শেষ হৈ পুনৰ স্বৈৰতন্ত্ৰৰ লগতে হিটলাৰী শাসনৰ আৰম্ভণি হব ।

    • @mintukr.gowala8408
      @mintukr.gowala8408 9 месяцев назад +1

      কাক ভোট দিম মহাশয়

    • @alokdutta5907
      @alokdutta5907 9 месяцев назад

      @@mintukr.gowala8408 বিৰোধী দলৰ যিকোনো এজন যোগ্য,সবল আৰু উপযুক্ত প্ৰাৰ্থীকহে সকলোৱে নিজৰ বিবেক ভোট দিয়ক,আঁচল কথা সেইটোৱেই । ৰাইজে দল চাই নহয় প্ৰাৰ্থী চাইহে সকলোৱে ভোট দিয়ক ।

    • @alokdutta5907
      @alokdutta5907 8 месяцев назад

      @@mintukr.gowala8408 ভোট যাকেই নহওক কিয়,ভোট নিজৰ বিবেকেৰে দিব,ভোট পাৰ্টি চাই নহয়,প্ৰাৰ্থী চাইহে দিব ।

  • @hemantakalita8221
    @hemantakalita8221 8 месяцев назад +7

    ৰূপা কলিতা আৰু নীলমণি শইকীয়া লৈ শুভেচ্ছা থাকিল ।

  • @rksaikia9748
    @rksaikia9748 9 месяцев назад +2

    ৰাইজ অন্ধ হৈ আছে আচঁনি আশাত কৈ লাভ নাই।

  • @ajitsarmah7432
    @ajitsarmah7432 9 месяцев назад +20

    BJP য়ে ভাৰত শেষ কৰিলে, এতিয়াও জনতা সজাগ নহ'লে ৰাজ্য শেষ হ'ল বুলি জানি হতাশ হৈছো।

    • @SurajKro-v3x
      @SurajKro-v3x 9 месяцев назад

      Bjp ye bharat khex korile nki, toi dekh khonor xamorik xoktir pora orthoniti xokti kor pora kor palegoi dekhiso ne nai, bjp birudhi burok bor beyakoi koboloi mon goise but social side babe nuwari

    • @mintukr.gowala8408
      @mintukr.gowala8408 9 месяцев назад +1

      কাক ভোট দিম মহাশয়

  • @minahazarika7578
    @minahazarika7578 9 месяцев назад +7

    ৰাইজ কেনেকৈ চলিব মাধমাৰ

  • @prabinsarma7499
    @prabinsarma7499 9 месяцев назад +5

    বি জে পিক মুৰ্দাবাদ

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j 8 месяцев назад

    সুন্দৰ মন্তব্য উপস্থাপন কৰিছে ৰূপা কলিতা দাস বাইদেউৱে

  • @moshmibarman7661
    @moshmibarman7661 5 месяцев назад

    বামুন ৰাজপাটত বহাৰ লগে লগেই কভিদৰ নামত কিমান কি হল । আকস্মিক মৃত্যু দূৰ্ঘটনা অস্থিৰতা অশান্তিয়ে মানুহক কোৱা কৰি পেলাইছে এইখন এখন ভয়াবহ চ থকাৰ।।

  • @samudrahazarika110
    @samudrahazarika110 9 месяцев назад +7

    কবিতা আবৃত্তি কৰা যেন লাগে তোমাক। তথাপিও তোমাৰ প্ৰগ্ৰেম ভাল লাগে।

  • @kamalapatar1465
    @kamalapatar1465 9 месяцев назад +3

    বিজেপি য়ে কেবল আমাৰ পুৰণি সম্পদ বোৰ বিক্ৰী কৰি মন্ত্ৰীৰ জেপত ভৰালে।

  • @swarnapachani4653
    @swarnapachani4653 9 месяцев назад +11

    Gaurav jindabad.

  • @rajudutta7246
    @rajudutta7246 9 месяцев назад +6

    বেহুদা ৰাজনীতি কৰা এই বেহুদা মন্ত্ৰী বিধায়ক চুৱাচেলেকা বোৰক মূৰ্খ বিলাকে ভোট দিব।

  • @satyenborgohain5683
    @satyenborgohain5683 9 месяцев назад +2

    বিজেপিৰ সকলো মুখপাত্ৰয়ে আনৰ কথা ক'বলৈ সুবিধা নিদিয়ে ।

  • @monalishasaiki7842
    @monalishasaiki7842 9 месяцев назад +6

    Montrie branded khabo

  • @minatamang6113
    @minatamang6113 8 месяцев назад

    Good news 👍

  • @KrishnaKantaNath-bo6ve
    @KrishnaKantaNath-bo6ve 9 месяцев назад +2

    ৰাজনীতিৰ গভিৰলৈ গলে বহু কথাই জনা যায় , কৱ গলেই জেললৈ যাব লাগে । গতিকে মনে মনে থকাই ভাল বুলিয়ে নকয় । মুঠতে সত্য কলেই জেলত ,বিনিমযত মুখত সুপা দিয়ে,,,,,

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 9 месяцев назад +4

    অসমত বেয়া হব পাৰে কংগ্রেসৰ কিছুমান মানুহৰ মনত কিন্তু বেলেগ ৰাজ্যত বিজেপিৰ অতি বেয়া। এইবাৰ শাসনত অহা টান আছে বিজেপিৰ।অসমৰ লোকসভাৰ নিৰ্বাচনে ভাৰতবৰ্ষৰ শাসনৰ মাপকাঠি নিৰ্ভৰ নকৰে কাৰন লোকসভাৰ আসন অতি নগন্য বেলেগ ৰাজ্যৰ তুলনাত অসমৰ।

    • @rabiyaahmed4463
      @rabiyaahmed4463 9 месяцев назад +1

      Ahibo bjp a ahibo bcz evn bjp r hatot na..aami apuni vote jake nidiok lagile but jikibo bjp a karon sob tu bjp r hatote na...heikorone hihote gai phirse j bjp k vote nidileu bule jikio ki over confidence

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 9 месяцев назад +10

    লুতৰু বৰ্তমান ভৰি পৰিছে বি জে পি দলত ।

  • @rashmidutta9449
    @rashmidutta9449 9 месяцев назад +1

    একেবাৰে শুদ্ধ কথা কৈছে নীলমণি শইকীয়া ডাঙৰীয়াই । লেতেৰা ৰাজনীতি চলিছে ।

  • @DipakBhuyan-lj5en
    @DipakBhuyan-lj5en 8 месяцев назад

    কলিৰ জুগত মামুন ৰজা।অসম আৰু নাথাকে

  • @akbarhussain5118
    @akbarhussain5118 8 месяцев назад

    Right madam. True speech.

  • @Dark_lord_Senpai-YT
    @Dark_lord_Senpai-YT 8 месяцев назад +1

    ৰূপা বা আপুনি বহুত বহুত ভাল কথা কৈছে । আপুনি স্পষ্ট বাদী ব্যক্তি ও ___

  • @monalishasaiki7842
    @monalishasaiki7842 9 месяцев назад +4

    Krishok hoyta hii hii

  • @gitanjalipathok8392
    @gitanjalipathok8392 8 месяцев назад

    Real yes 👍👍👍

  • @puspadhar6239
    @puspadhar6239 9 месяцев назад +1

    100%right

  • @dharmeswarsaikia4858
    @dharmeswarsaikia4858 9 месяцев назад +2

    👌👌👌🙏🙏🙏🙏🙏🙏ধুৰনধৰৰ শেষ আশ্ৰয় ৰ ঠাই হল ৰাজনীতি, হিমন্ত বিশ্বৰ সমান খমতালোভী, ধন লোভী মানুহ এই ধৰাত নাই, world ৰ সকলো দেশেই গম পাইছে Bjp ৰ ELECTRORAL BOND ৰ কথা , Bjp ৰ সমান corupted party এই World ত নাই ধিক্কাৰ BJP, modi shah Himanta দগাবাজ 🇮🇳

  • @GhIndia205
    @GhIndia205 9 месяцев назад +1

    বিহু বজাৰ কৰিবলৈ হাতট টকা নাই মানুহৰ হাতট ৷ বস্তুৰ জুই যেন দাম ৷ চাকৰি এসোপা দিছে দৰমহা নাই ৷

  • @pankajkalita922
    @pankajkalita922 9 месяцев назад +3

    Maja

  • @bijay7660
    @bijay7660 9 месяцев назад +4

    কংগ্ৰেছৰ কিমান গুণ গাইছিল আগতে আমাৰ মামাই কিন্তু পিছত বেয়া দিন আহা কাৰণে পাৰ্টী সলাই দিলে এতিয়া বিজেপি বিজেপি কাইলৈ বিজেপিৰ বেয়া দিন আহিলে ওলোটা খৰ মাৰিব তেতিয়া মামু পাৰ্টিত যাব লাগিব 😂। বাগৰি ফুৰা মানুহক কী বিশ্বাস কৰিম । কাইলো অসম খন বিক্ৰী কৰি বেলেগ দেশত যে গুচি নাযাব কেনেকৈ বিশ্বাস কৰিম । আৰু বেছি দিন অসমত ৫০% মানুহ মোটামোটি বেলেগ অসমত যিমান কোম্পানী আছে তাৰে মেইন মেইন মাল কেইটা চব বিহাৰ নতুবা বাহিৰৰ হয়। খটম কৰি দিলে অসম খন বিজেপি যদি হাৰিব লগা হয় মামুক দেখাই নপাম অসমত। চব খতম কৰি বিন্দাছ মজা লব বাহিৰৰ দেশত। বিহাৰী এটা আহি অসমত ইলেকচন খেলিব সাহস কত পালে । তাক জিকিব দিয়া তাৰ পিছত বিহাৰীৰ দম চাব চব বিহাৰী কৰি দিব । চুৰু হৈ গল বিহৰিৰ ৰাজত্ব অসম খন লাহে শেষ।

  • @basantadas6485
    @basantadas6485 9 месяцев назад +1

    বিৰোধী শূণ্য কাৰণে সুবিধা পাইছে আটাইতকৈ লেতেৰা ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ভোট কেইটা পাবৰ বাবে। কোনোবা পূৰ্ব পুৰুষে যেন টকাৰ গছহে ৰুই থৈ গৈছে। কিমান ধাৰ হ'ল ভালকৈ ৰাইজক হিচাব টো দিয়ক, সুখী হ'ম।

  • @anjugogoi6536
    @anjugogoi6536 9 месяцев назад +1

    নিলমনিশইকিয়া ' ৰাপা কলিতা ' সুন্দৰ মন্তব্য ' পৰিমিতায়ে কি বুজাব গৈইছে ? ? ? ? পৰিমিতায়ে নাজানে নি ' যে তেতিিয়া কি দি গেইছিল কংগ্ৰেছে ? টকা ভৰাল দিছিল নি ? এই গৰাকিয়ে মানে অসমৰ ৰাইজৰ বা দুখীয়া ৰাইজৰ লগত নাই । সঠীক তেও বি জে পি ৰ লগত আছে । ৰূপা কলিতায়ে ঠিক কৈইছ । ধন্যবাদ তোমাক 🙏🙏🙏 ।

  • @Kushalrabha-v1t
    @Kushalrabha-v1t 9 месяцев назад +1

    কি নু কম কোলে ভোয়ে লাগে ,না পুলিছ লোগাই arest য়ে কোৰাই,এয়ে তু ছোলি আছে অসমত ।

  • @chandrawaliboruahgogoi6329
    @chandrawaliboruahgogoi6329 9 месяцев назад +1

    Rupa Kolita you are right.

  • @bhabanigogoi3278
    @bhabanigogoi3278 9 месяцев назад +1

    Gaurab.gogoi.zindabad.

  • @abdulmotalebchoudhury1106
    @abdulmotalebchoudhury1106 4 месяца назад

    স্বয়ং বৰ্তমানৰ সম্ৰাট মামা জনে, যি কাৰণে ওৱাচিং মেচিনলৈ গৈছে, বাকী সকলো বোৰ সেই একে কাৰণে, যোৱা টো আমি নিশ্চিত।

  • @mikudutta1735
    @mikudutta1735 9 месяцев назад +1

    Mojja dise

  • @charudas947
    @charudas947 8 месяцев назад

    Rupa and nilamoni many many
    Thanks to you mains

  • @upanandabora8905
    @upanandabora8905 9 месяцев назад +3

    Saikia. apuna. Kotha. Asam. bashire. buji. Pale. bhal. hobo

  • @MunmiGayan-q5t
    @MunmiGayan-q5t 5 месяцев назад

    Rupa baidew right kotha koise

  • @paramanandagogoi823
    @paramanandagogoi823 9 месяцев назад

    Real kotha koise.... Good🌞

  • @eeshankalita2215
    @eeshankalita2215 8 месяцев назад

    ঠিক কথা কৈছে।

  • @kasturikaborahblocks8047
    @kasturikaborahblocks8047 9 месяцев назад +1

    কলেজত ১৪/ ১৫. বছৰ। বিনা পইচাত খাতি থকা মানুহবোৰক খেদি বিজ্ঞাপন ৰেদি কৰি হিমন্তয়।চিঞৰি ফুৰিছে চাকৰি দিম চাকৰি দিম বুলি । কিন্তু কলেজত খাতি থকা মানুহবোৰক হত্যা কৰিলে কিয়? কলৈযাব এই মানহবোৰ । কি কৰিম হাজিৰা । বৰ দুখেৰে জনাইছো আমাৰ মাহতৰ অৱস্থা একেবাৰে বেয়া ।

  • @mainudavi9510
    @mainudavi9510 9 месяцев назад +1

    আপোনালকে গাঁৱৰ বূরবক বিলাকক বুজাবলৈ ওলাই আহক মীৰা বাৰ দৰেই

  • @JintuBorah-e2y
    @JintuBorah-e2y 9 месяцев назад +7

    B j pk kadibo llaga

  • @mukundadeka3213
    @mukundadeka3213 9 месяцев назад +1

    কিবা ঘাপলা থকা সকলে নেগুৰ পেলাই শৰণাপন্ন হৈছে যেনেই লাগে।

  • @shippulaskar6831
    @shippulaskar6831 8 месяцев назад

    Congratulations the best best

  • @shyamolikabora2924
    @shyamolikabora2924 4 месяца назад

    Verry good nilomoni

  • @himej45
    @himej45 9 месяцев назад

    Right Right

  • @JakirulIslam-iu5yz
    @JakirulIslam-iu5yz 9 месяцев назад

    Thanks❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ kotha bilak hossa

  • @manjumalagogoi321
    @manjumalagogoi321 9 месяцев назад +2

    To what extent will BJP continue their arguments?It will be ended in no time

  • @pradipmedhi6337
    @pradipmedhi6337 9 месяцев назад +1

    আগতে দিন hajira 300আছিল এতিয়া 600টকা

  • @Gahindas-n6r
    @Gahindas-n6r 9 месяцев назад

    Rupa baideu really word mining thank you

  • @lotifabegum5231
    @lotifabegum5231 6 месяцев назад

    Right speech

  • @bontigogoi2622
    @bontigogoi2622 9 месяцев назад +4

    Rupa kolita hoitya kotha koise .aru nilmoni dangaryaiu

    • @Kakuboruah-i1v
      @Kakuboruah-i1v 9 месяцев назад

      সকলোবোৰ ধুৱা তুলসীৰ পাত

  • @PradipDas-tm3pr
    @PradipDas-tm3pr 9 месяцев назад +1

    আপোনালোকে ছয় জনগোষ্ঠীৰ কথা কিবা কব নেকি ? অসমক চীনৰ হাতত কোনে গতাই দিছিল ?