সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক উভতি ধৰিলে অখিল গগৈয়ে

Поделиться
HTML-код
  • Опубликовано: 15 янв 2025

Комментарии • 950

  • @pranabbarman9255
    @pranabbarman9255 5 месяцев назад +141

    অখিল গগৈ.. সচাকৈ অসমৰ সিংহ আৰু গৌৰৱ..... সকলো ৰাইজৰ ধনৰে কৰা সম্পত্তিৰ হিচাপ দি যাওক ৰাইজক

    • @Unknowninformationforyou
      @Unknowninformationforyou 4 месяца назад +3

      মুখ্যমন্ত্ৰীৰ কোনো গামীৰ্য্য নাই ১০০০% সচা কথা

    • @pavan2205
      @pavan2205 4 месяца назад +2

      উজনিৰ সিংহ নামনিৰ নহয়

  • @lulalu6707
    @lulalu6707 5 месяцев назад +142

    অখিল ককাইদেউ সছা কথা উল্লেখ কৰিছে ☝️ জয় আই অসম

  • @nripenborgohain201
    @nripenborgohain201 5 месяцев назад +75

    বিধায়ক অখিল গগৈয়ে ঠিক কথাই সমজুৱাকৈ কৈ দিলেই ৷ আমি সুখী হ’লো ৷

  • @gyanbikakh8436
    @gyanbikakh8436 5 месяцев назад +31

    অখিল দা আপোনাক যে কি বুলি ধন্যবাদ দিম। 🙏🙏 ভাষা নাই । ইমান সৎ সাহস তেতিয়াই দেখুৱাব পাৰে যেতিয়া হেৰুৱাবলৈ একো নাথাকে। ❤❤ লাগি থাকক এদিন সফল হব।

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 5 месяцев назад +177

    আমাৰ কেইজনমান মন্ত্ৰীক বাংলাদেশৰ পধানমন্ত্ৰীৰ দৰে পলাবলৈ বাধ্যকৰাব লাগিব ।অসমৰ ৰাইজ সজাগ হওঁক ।

  • @mridulkonwar7476
    @mridulkonwar7476 5 месяцев назад +59

    অসমত এটাই সিংহ...অখিল গগৈ

  • @apapegu6787
    @apapegu6787 5 месяцев назад +225

    অসমৰ মানুহক মৰ্খ বনাবলৈ গৈ নিজে মুৰ্খ হল অসমৰ মুখ্যমন্ত্ৰী।আৰু কিমান ঠগিব ৰাইজক

    • @user-wj1z
      @user-wj1z 5 месяцев назад +10

      উৰণীয়া হেতু মন্ত্ৰী আৰু কেজৰীয়াল কয় electricity মন্ত্ৰী তেওঁ 300 unit বিজুলী ফ্ৰী দি আছে

    • @ManowaraManowara-gb5du
      @ManowaraManowara-gb5du 5 месяцев назад +3

      5:59

    • @bhrigukakati6106
      @bhrigukakati6106 5 месяцев назад +3

      Well said Akhil Gogoi ....

    • @bhrigukakati6106
      @bhrigukakati6106 5 месяцев назад +1

      Tekhetor Civil engineering porhibo khub mon asil jen laage 😂😂😂😂😂😂😂 just construction construction construction aru construction r he kotha koy .. bostu r daam komua r kintu kotha nokoy , nps k ops kora r kotha nokoy 😂😂😂😂😂😂😂 ... Kiba paay jen paisu construction r pora 😂😂😂 ... Aru maati dokhol kora r karone tu egoraki asei no 😂😂😂😂😂 ... Ketia je mukti pabo Axom r raaije ei ..... duta r pora ..

    • @storyteller8560
      @storyteller8560 5 месяцев назад

      আগতে তুহাৰ​ বাপেক অখিল গগৈৰ কথাৰ উত্তৰ দিবাদি, দম নাই@@user-wj1z

  • @BipulBora-r8g
    @BipulBora-r8g 5 месяцев назад +188

    অখিল গগৈ ডাঙৰীয়া বহিয়া।জোকৰ মুখত চূণ ভালদিছে দেই।

    • @HanifAli-r5b
      @HanifAli-r5b 5 месяцев назад +1

      Pcalacucorctaamihuniamirajspaclhbuatekepclacortubaneamarrajbalhmanbaclmokkamontiahmrmanokutubartrbitrdkoatudekanaeemanbaclmokkamuntiahumkenecoisalab 5:16

  • @Gamingsadid-y2q
    @Gamingsadid-y2q 5 месяцев назад +107

    ধন্যবাদ অখিল গগৈদা

  • @PranabjyotiRay-u9j
    @PranabjyotiRay-u9j 4 месяца назад +3

    অসমৰ এটাই নাম অখিল গগৈ যিজনক হিমন্ত বিশ্ব শৰ্মাই ২০০১ চনৰ পৰা আজিলৈকেও বাকযুদ্ধ কিম্বা দমন উৎপীঢ়নৰ দ্বাৰাও পৰাজিত কৰিব নোৱাৰিলে আৰু ভৱিষ্যতলৈও নোৱাৰে । অখিল গগৈ জিন্দাবাদ । ❤❤❤❤

  • @wzaman9671
    @wzaman9671 5 месяцев назад +318

    মই ভাবো মুখ্যমন্ত্ৰয়ে অখিল গগৈ ডাঙৰীয়াৰ মন্তব্যৰ জবাব দিব নোৱাৰে ১০০%

    • @protimadutta2890
      @protimadutta2890 5 месяцев назад +18

      200 % নোৱাৰে ।

    • @rkgogoi.....8437
      @rkgogoi.....8437 5 месяцев назад +11

      Yes your right 1000%right

    • @sivkumarsutradhar7477
      @sivkumarsutradhar7477 5 месяцев назад +6

      100%Right

    • @mrmridu
      @mrmridu 5 месяцев назад +2

      Apuner usorot sob proof ase jodi, jotha sthanot submit nokore kio, Gogoi Dangoriya

    • @technology5101
      @technology5101 5 месяцев назад +1

      100% nuware

  • @taradoi7957
    @taradoi7957 5 месяцев назад +198

    জীৱিত অৱস্থাত চাব পাৰে । নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে । জীৱিত অৱস্থাত চাব নোৱাৰে বুলি কোনো নিয়ম নাই । মুখ্যমন্ত্ৰীৰ কথা চব মিচা

  • @brothersglobe5706
    @brothersglobe5706 5 месяцев назад +35

    Excellent,,, প্ৰত্যুত্তৰ এনেকুৱা হ'ব লাগে।আনলৈ বুলি হুল পুতি নিজেই মৰিল ফুটি। চাব্বাছ অখিল।

  • @bakulboruah2026
    @bakulboruah2026 5 месяцев назад +75

    অসমৰ সাধাৰণ ৰাইজৰ টকা লুটি পুটি খোৱা অসমৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ পৰিয়ালটো হল হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়াল।

  • @alamtajahmed4126
    @alamtajahmed4126 5 месяцев назад +39

    ল'ৰা ৰাজাৰ কথা,অসম ধ্বংস কৰিহে এৰিব

  • @jayantdeka9306
    @jayantdeka9306 5 месяцев назад +42

    অখিল গগৈৰ দম আছে। Hero

    • @mukulbaruah1833
      @mukulbaruah1833 5 месяцев назад

      Akhil gogoi khat,Nika, Apusbihin, manabatar lagat thaka babehe parise. Akhil gogoi lubhi nahoy, Akhil gogoi a 1 taka u beimani kora nai. Akhil gogoi khatyor pratik.

  • @vandyavlogs
    @vandyavlogs 5 месяцев назад +46

    মুখ্যমন্ত্ৰী এ জবাব দিব লাগে সাহস আছে যদি । ৰাইজে শুনি বলৈ ৰৈ আছে ।

  • @hiteshdeka153
    @hiteshdeka153 5 месяцев назад +37

    মুখ্য মন্ত্ৰী হৈছে একমাত্ৰ পৰিয়ালৰ নামত সম্পত্তি ঘটিবলৈ। ইমান সম্পত্তি কি কৰিব মুখ্যমন্ত্ৰী মহোদয়। মৰিলে লৈ যাব নেকি। তৰুণ গগৈ আৰু সোণোৱালে কিমান সম্পত্তি কৰিছিল? শৰৎ চন্দ্ৰ সিংহৰ কথা শুনিছেনে। পাপত ডুবিব আৰু এদিন ফল পাব।

  • @monikakolita5690
    @monikakolita5690 5 месяцев назад +165

    আমাৰ মৰমৰ নেতা অখিল গগৈ দা ❤❤❤❤

    • @satishdas2783
      @satishdas2783 5 месяцев назад

      Balor akhil

    • @satishdas2783
      @satishdas2783 5 месяцев назад

      Comment dibi tohote assam nosto kori asa

    • @Highlightsmusic123
      @Highlightsmusic123 5 месяцев назад +1

      Bhuki thakutei tar din jai😂

    • @NilaSarmah
      @NilaSarmah 5 месяцев назад

      Himantar bhokat aeibor comment fees live korebe​@@satishdas2783

    • @mukulbaruah1833
      @mukulbaruah1833 5 месяцев назад

      satis Das moi tur comentr uttar dusu, kintu Renda/Rendir putek/jiyek jiyek monubadi, brahmonbadi,jatibadi jehadi, khampradaik jehadi bilake kaati dise.

  • @UtpalGogoi-h1z
    @UtpalGogoi-h1z 5 месяцев назад +83

    পাৰিব জানো. আশা দেখা নাই. নোৱাৰে অখিল গগৈৰ নিচিনা কলিজা নাই.

  • @Bankimkalita-f6t
    @Bankimkalita-f6t 5 месяцев назад +8

    ধন্যবাদ অখিল গগৈ দা

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv 5 месяцев назад +11

    Absolutely right 👍 Akhil Gogoi jindabad ❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤

  • @RojitaDas
    @RojitaDas 5 месяцев назад +10

    Amar Akhil da is great 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 месяцев назад +67

    আৰু কিমান মিছা কথা কব মূখ্যমন্ত্ৰী ডাঙৰীয়াই। লোকলৈ বুলি হুল পুতি নিজেই মৰে ফুতি। এদিন নহয় এদিন ইয়াৰ ফল ফল ভূগিব। মূখ্যমন্ত্ৰী নে ব্যৱসায়ী। ৰজা বেপাৰী হ'লে প্ৰজা ভিক্ষাৰী হবই হ'ব। উইল জীয়াই থাকোতেই ৰাজহুৱা কৰিব পাৰে। কোনে কয় উইল ৰাজহুৱা কৰিব নোৱাৰে। তেওঁ এগৰাকী ৰাজহুৱা ব্যক্তি যিহেতু তেওঁ উইল খন ৰাজহুৱা কৰক মূখ্যমন্ত্ৰী ডাঙৰীয়াই। সৎ সাহস নাই মূখ্যমন্ত্ৰীৰ।চালে বেৰে কোবাই কথাহে কব পাৰে। লোকলৈ বুলি হুল পুতি নিজেই মৰে ফুতি।এই অৱস্থা হব‌‌‌ এদিন।

  • @AfsjsjjHhhas
    @AfsjsjjHhhas 5 месяцев назад +64

    Akhil sir apunak SALOOT.

  • @YashnaVlog.
    @YashnaVlog. 5 месяцев назад +6

    অসমৰ আটাইতকৈ মিচলীয়া মুখ্যমন্ত্ৰী এইজন...... ইতিহাসত সাক্ষী হৈ থাকিব

  • @nayankumarpawe2671
    @nayankumarpawe2671 5 месяцев назад +20

    অখিল গগৈক এসময়ত বহুত বেয়া পাইছিলোঁ। আজি কালি কিবা এটা ভাল লাগে।

    • @kishorsarania9176
      @kishorsarania9176 5 месяцев назад

      আগতে কথা বিলাক বুজি পোৱা নাছিলোঁ এতিয়া গম পাইছোঁ লাহে লাহে ,

    • @ParishmitaTamuliSonowal
      @ParishmitaTamuliSonowal 4 месяца назад

      মোৰ কিন্তু আগৰে পৰাই ভাল লাগে।

  • @riderbossnur
    @riderbossnur 5 месяцев назад +11

    বিধানসভাৰ ভোটত,,,,‌ শিৱসাগৰ মানুহে দেখোৱাইছিল‌,,, তেওঁলোকৰ আচল #মানৱতা অখিল গগৈক জিকাই,,, এইবাৰ যোৰহাটত গৌৰৱ গগৈক জিকাই দেখোৱাইছে যোৰহাটৰ ৰাইজৰ #মানৱতা,,,
    অহা ২৬ চনত অসমৰ‌ গোটেই ৰাইজে দিব,,, অখিল‌ গগৈ ককায়েকে কোৱা প্ৰতিটো কথাৰ উত্তৰ ।।
    জয় আই অসম

  • @bharatbaruah5702
    @bharatbaruah5702 5 месяцев назад +76

    অখিল গগৈ অসমৰ গৌৰৱ

  • @SanjayKumar-td9um
    @SanjayKumar-td9um 5 месяцев назад +36

    মৃত্যুৰ পিচত দিৱ ৷ একেবাৰে বিশ্বাস নহয় ৷ কাৰন মিচা কথা কোৱাই যাৰ স্বভাৱ ৷

  • @rkgogoi.....8437
    @rkgogoi.....8437 5 месяцев назад +18

    Moja Gogoi Sir very nice 👍👍👍🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @sanjivdaimari4354
    @sanjivdaimari4354 5 месяцев назад +4

    অখিল গগৈ Long live...

  • @dadhirambrahma9355
    @dadhirambrahma9355 5 месяцев назад +6

    Thank you Akil sir🙏

  • @SheikhnurAlom-j4h
    @SheikhnurAlom-j4h 5 месяцев назад +27

    Akil gogoi thanks sir

  • @abdulrohimsarkar3328
    @abdulrohimsarkar3328 5 месяцев назад +13

    অখিল গগৈৰ হাতত এইবাৰ CM হিমন্ত ধৰা পৰিছে।

  • @AjaharulAli-v2o
    @AjaharulAli-v2o 5 месяцев назад +2

    সম্পুৰ্ণ সঁচা কথা অখিল দা

  • @muhammadalam9588
    @muhammadalam9588 5 месяцев назад +110

    এইবাৰ ঠিকছে ধৰিলে অখিল গগৈ ডাঙৰীয়াই 😂😂😂

  • @jaychankarboro4439
    @jaychankarboro4439 5 месяцев назад +50

    Akhil Gogoi Zindabad

  • @Gamersahid786-o3e
    @Gamersahid786-o3e 5 месяцев назад +88

    Fali disa Akhil sir😂😂😂❤❤❤

  • @nabajyotilama1001
    @nabajyotilama1001 5 месяцев назад +13

    Akhil gogoi dada jindabad amak apunar nisana manuh lage❤❤❤❤❤

  • @mrinalmedhi8346
    @mrinalmedhi8346 5 месяцев назад +24

    সঁচা কথা, ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰি তেওলোকে অগাধ সম্পত্তিৰ পাহাৰ গঢ়িছে।

  • @UpenDeka-t9r
    @UpenDeka-t9r 5 месяцев назад +59

    Very good information Akhil Gogoi.❤❤❤

  • @khogenborah8276
    @khogenborah8276 5 месяцев назад +10

    Akhil Gogoi is our asset. Thanks CAA for giving us a real hero. May God bless him !

  • @kp23456
    @kp23456 5 месяцев назад +25

    অকল দেখোন মুখ্যমন্ত্ৰী ৰ সম্পত্তি য়েই সম্পত্তি

    • @storyteller8560
      @storyteller8560 5 месяцев назад

      কাৰণ তেওঁ এ বনাইছে তেনেকৈ সম্পত্তি

  • @jadumonithengal5510
    @jadumonithengal5510 5 месяцев назад +25

    Mjaa dise akhil da

  • @bastobkalita6328
    @bastobkalita6328 5 месяцев назад +9

    সোনকালেই লাথ মাৰি দিব লাগে। এনেকুৱা মন্ত্ৰীৰ কাম নাই। দল বাগৰা। অখিল গগৈ অসমৰ সিংহ হয়।

  • @longliveindia6162
    @longliveindia6162 5 месяцев назад +7

    অসমৰ মানুহ সজাগ হবৰ সময় আহি গল।

  • @lipikadas6523
    @lipikadas6523 5 месяцев назад +7

    Akhill Gogoi Asomor gaurav ,amar sompod. Best of luck.

  • @pranjaldinhingia4431
    @pranjaldinhingia4431 5 месяцев назад +47

    হিমন্ত বুলা শব্দ টো শুনিলেই কিবা লাগে।

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm 5 месяцев назад +13

    মুখ্যমন্ত্ৰীৰ কথাবোৰত উত্তৰ দিব পৰা এজনেই বিধায়ক আছে সেইজনেই অখিল গগৈ ডাঙৰীয়া ৷

  • @madhurjanath2455
    @madhurjanath2455 5 месяцев назад +28

    Akhil da great👍

  • @arzedhussain387
    @arzedhussain387 5 месяцев назад +52

    শাসন সাম্ৰাজ্য দেখোন গোটেই মামা আৰু মামিৰ দেখোন

  • @m.machari5853
    @m.machari5853 5 месяцев назад +85

    মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ অভিযোগবোৰৰ উত্তৰ দিব পাৰিবনে ?

    • @protimadutta2890
      @protimadutta2890 5 месяцев назад +7

      নোৱাৰে নোৱাৰে 200 % নোৱাৰে

    • @PranjalDaimary-i2k
      @PranjalDaimary-i2k 5 месяцев назад +1

      ​​@@protimadutta2890 dibo jenekoi nohouk toomi sai thaka ahmar CM sir moneh moneh bohi thoka Bhokot nohoi, jenekoi nohouk diboi, lagileh meaning less kothadi houk fotuwa kothadiyei houk.......!!

    • @protimadutta2890
      @protimadutta2890 5 месяцев назад

      @@PranjalDaimary-i2k অসমত থকা মানুহবোৰে অসমীয়া লিখা ভাল----এনেকুৱা বাৰে ভচহু ইংৰাজী লিখাত কৈ ।

    • @yeasminelahi1167
      @yeasminelahi1167 5 месяцев назад

      ​@@PranjalDaimary-i2k😂😂

    • @yeasminelahi1167
      @yeasminelahi1167 5 месяцев назад +1

      Mayek r mura to dbo he ...

  • @KUSUNGTRADERS
    @KUSUNGTRADERS 5 месяцев назад +121

    বাঘৰ নেগুৰে কাণ খজুৱাই ললে 😅

  • @LakheswarSLD
    @LakheswarSLD 5 месяцев назад +34

    মুখ্যমন্ত্ৰী অসম এৰি পলাব লগিয়া নহলে হৈছে 2026ৰ পাছত

    • @Gunakantaboruah-up5vc
      @Gunakantaboruah-up5vc 4 месяца назад

      ২০২৬ ত সৰিয় ফুল দেখি যাব।

  • @chowlungjyotigogoi5755
    @chowlungjyotigogoi5755 5 месяцев назад +32

    আজীৱন কোনো ৰজা হৈ নাথাকে। যেতিয়া ই হাৰিব চব ৰেইড মাৰিলে হল।

  • @pankajkalita2786
    @pankajkalita2786 5 месяцев назад +4

    আমাৰ মুখ্যমন্ত্ৰী ইমান দুখীয়া কাম নহব এদিন জলত যাব লাগিব

  • @GunindraKashyap-e6d
    @GunindraKashyap-e6d 5 месяцев назад +5

    Mjja dse kintu Akhil dai 👍

  • @khoborbixaad
    @khoborbixaad 5 месяцев назад +7

    ৰাইজৰ বাবে নিজৰ সম্পত্তি দিব নালাগে। ৰাইজৰ নিজৰ পাপ্য অধিকাৰ সমূহ দিয়ক।

  • @manuelminjvlogs
    @manuelminjvlogs 5 месяцев назад +2

    Please sir go ahead we all Assam support you

  • @bhabendoley6151
    @bhabendoley6151 5 месяцев назад +41

    যদিহে চোৰ আৰু ৰাইজৰ চকুৰ পানী,তেজ চুচি কমোৱা সম্পত্তি হলে, পাপ নহয় মহাপাপ হব। মৃত্যুৰ পিছত আত্মাই কান্দি ব বাগৰি বাগৰি।ৰাম ৰাম ।

    • @AssameseVoicestory-im5ym
      @AssameseVoicestory-im5ym 5 месяцев назад +2

      বামুণ হয় ওপৰতো মিলাই থৈছে

  • @ramengoswami8604
    @ramengoswami8604 5 месяцев назад +24

    কোনো এটা দিনত আগন্তক ২৬ ৰ নিৰ্বাচনৰ আগত সকলো তথ্য ৰাজহুৱা কৰাৰ প্ৰয়োজন,লগতে জি এছ ৰদৰ আন্দদ জৈন নামৰ লোক জনক মাজ নিশা মাতি আনি কেনেকৈ মাটি খিনি কাঢ়ি লৈছিল তাৰ তথ্য ৰাজহুৱা কৰা ভাল,

  • @budheswarnath6516
    @budheswarnath6516 5 месяцев назад +32

    কি হবে এইবাৰ মামা- মামীৰ ; সাহস আছে যদি অখিল গগৈৰ প্ৰত্যাহ্বান গ্ৰহন কৰক আক'... নহলে আমি চেলেপেটু মূখ্যমন্ত্রী বুলিহে কম !!!

    • @naturalvlogs6.5
      @naturalvlogs6.5 5 месяцев назад

      Ondho voktok video share kori bujai di...ondho voktoi kaak support kori asee

  • @ganakchandradeori6764
    @ganakchandradeori6764 4 месяца назад +2

    Moja disa ❤

  • @mriduldas7259
    @mriduldas7259 5 месяцев назад +14

    💐. 🙏. Akhil Gogoi 💥💥 ..

  • @madhumita-dg2qi
    @madhumita-dg2qi 5 месяцев назад +2

    You are great. I respect to you sir. God bless you🙏🙏

  • @saratkalita7685
    @saratkalita7685 5 месяцев назад +40

    মুখ্যমন্ত্ৰী‌য়ে চালৈ বাৰি কৈ আছে এতিয়া অসমৰ মানুহে সহজেই বুজি পাইছে

  • @abusayed2406
    @abusayed2406 4 месяца назад +1

    জীয়াই থাকিবলৈ ইমান সম্পত্তিৰ দৰকাৰ নাই নেকি

  • @BidyaDeka
    @BidyaDeka 5 месяцев назад +4

    Thanks very thangs

  • @ranasharma1259
    @ranasharma1259 5 месяцев назад +19

    অখিল গগৈয়ে অন্তৰ পৰা ত্যাগ কৰিব পাৰে তাত কোনো দ্বিমত নাই,,, কিন্তু

  • @MukutChudhary
    @MukutChudhary 5 месяцев назад +6

    বঢ়িয়া

  • @simantagoswami2252
    @simantagoswami2252 5 месяцев назад +35

    ৰাইজৰ মূৰত মাধমাৰ মাৰি সম্পত্তি কৰিছে ।

  • @amritborah4276
    @amritborah4276 5 месяцев назад +55

    Mama ই সঁচাকৈ assam আৰু অসমীয়া ৰ তেজ suhi খাই খাই নিজৰ babe ki কৰা নাই. Swabhimani assamiya কেতিয়া বুজি পাবি mama Kun hoi. Mahabharat ৰ সুকুনি mama আজি assamiya জাতিৰ নায়ক. এক্স cm Prafulla Mohonta dangoriyar dore mama k শিক্ষা de assamiya nohole mama ই অসমীয়াৰ মুখৰ ভাত কাঁহী খাই জাতিটোক শেষ কৰিব

  • @AbhijitChutia-n2u
    @AbhijitChutia-n2u 5 месяцев назад +15

    মোৰ ভয় হৈছে মন্ত্ৰী বিধয়েক ৰ সকলো হা সম্পত্তি কাড়ী লয় বুলি

  • @giyassuddinahmed6751
    @giyassuddinahmed6751 5 месяцев назад +7

    Will আগতীয়াকৈ ৰাজহুৱা কৰিব লাগে কাৰণ will খন চৰকাৰৰ হাতত জমা কৰিলে হে মৃত্যু ৰ পিছত কাৰ্যকৰী কৰাত সুবিধা হ'ব। গৰডেজৰ ভিতৰত ৰাখিলে উইল খন নাপাব। মুখৰ কথাত বিশ্বাস কৰাৰ যুগ নাই। ৰাজনীতিৰ মানুহৰ মুখৰ কথাৰ মূল্য ডাঙৰ শূণ্য।

  • @prankrishnavlogs9890
    @prankrishnavlogs9890 5 месяцев назад +29

    Akhil gogoi jindabad

  • @HRDS-at6
    @HRDS-at6 5 месяцев назад +71

    মনে মনে লৰা ছোৱালীৰ নামত উইল কৰিলে তেতিয়া কি হব ।

  • @ArabindaDas-w2k
    @ArabindaDas-w2k 5 месяцев назад +1

    ধন্যবাদ; অখিল গগৈ । আগলৈ ---+++-

  • @Theartgallery10
    @Theartgallery10 5 месяцев назад +44

    Akhil Gogoi xasakoi bahut clean manuh de

  • @jibanpegu9466
    @jibanpegu9466 5 месяцев назад +4

    ধন্যবাদ অখিল গগৈ ডাঙৰীয়া।

  • @salimathar2200
    @salimathar2200 5 месяцев назад +24

    Mama ji will খন দেখাব নোৱাৰি বুলি কোনে পৰামৰ্শ দিলে ৰাইজক মুৰ্খ বনাব বিচাৰিছে নেকি

  • @santoshkachari2480
    @santoshkachari2480 5 месяцев назад +2

    Salute sir

  • @hndekari8011
    @hndekari8011 5 месяцев назад +23

    মুখ্যমন্ত্ৰীয়ে হাঁহি হাঁহিহে সম্পত্তি উইল কৰিব বুলি মিছাকৈ কৈছিল বোলে । নহঁহাকৈ কোৱা কথাবোৰ জানো সঁচা বুলি বিশ্বাস কৰিব পাৰি ? হায়ৰে হায় মুখ্যমন্ত্ৰী ডাঙৰীয়া! এনে এগৰাকী মানুহকে বিজেপি দলে ল'লে নিৰ্মা পাউদাৰে ধুই? ভ্ৰষ্টাচাৰী ৰাজনৈতিক দলে ভ্ৰষ্টাচাৰী মানুহকে দলভুক্ত কৰিলে দিয়ক । মিলিছে দিয়ক । ৰামৰাজ্যত দিয়ক । আপোনালোকৰে দিন দিয়ক । আমাৰবোৰৰ ৰাতি দিয়ক ।।

  • @jitubarman6162
    @jitubarman6162 5 месяцев назад +24

    কিমান টকাৰ মানহানিগোচৰ দিয়ে বাট চাই থাকিলো ৷ যদি নিদিয়ে তেতিয়াহ’লে কথাবোৰ একেবাৰে সত্য ৷

  • @rituparnasaikia8281
    @rituparnasaikia8281 5 месяцев назад +10

    Great 👍

  • @NabaKumar-vs5kw
    @NabaKumar-vs5kw 5 месяцев назад +2

    আপুনি ভাল কথা কৈছে ককাইদেউ।। 🎉 ধৰক ভাল কৈ এই বাৰ।।।

  • @faridabegum4564
    @faridabegum4564 5 месяцев назад +22

    মিচলীয়া মামাক চাবি দিয়া মানে 4:22 অসমীয়া ৰাইজৰ বিপদ

  • @saniulahmed5987
    @saniulahmed5987 5 месяцев назад +1

    Akhil da apunak salute jonaisu...ai manuh janak akebare expose kri dibo lage...amar axom khn akebare sob falor pora xeh kri pelale....thank you so much Akhil da....

  • @imdadali9519
    @imdadali9519 5 месяцев назад +26

    ঠিক কৰিছে।

  • @bharatbharatphukon6847
    @bharatbharatphukon6847 4 месяца назад +1

    অখিল গগৈ দঙৰীয়াই নিচিনাকৈ অসমৰ ৰাইজক সম্পিতি গটাই। দিবলৈ সাহখ হবনে

  • @tarunchandranath
    @tarunchandranath 5 месяцев назад +16

    অখিলদা।।কথা।বোৰ।সছানে।তেনেহলে।অসমৰ।।বাকি।খিনি।কি।থাকিল

  • @jalilmir8501
    @jalilmir8501 5 месяцев назад +1

    Love u ,Akhil da

  • @KABIR78600
    @KABIR78600 5 месяцев назад +12

    মা কচম অখিল দা লাজ লাগি গল। 😂😂😂😂

  • @EdulAli-hj9ld
    @EdulAli-hj9ld 5 месяцев назад +1

    Right 👍

  • @PujaBharali-r7l
    @PujaBharali-r7l 5 месяцев назад +7

    মামা মামীয়ে অসমৰ মানুহক মূৰ্খ সজাইছে।

  • @surjyakirangogoi7495
    @surjyakirangogoi7495 5 месяцев назад +2

    সাহসেৰে যুঁজি যাওক , লগতে নিস্ঠাৰে কাম কৰি যাওক , জয় অনিবাৰ্য্য

  • @newclearacademy-98765
    @newclearacademy-98765 5 месяцев назад +5

    Great job

  • @jayantadutta1024
    @jayantadutta1024 5 месяцев назад +38

    Maaaa kosom lajei paisuu

  • @binoddas1453
    @binoddas1453 5 месяцев назад +28

    Bepari cm😂

  • @abdulrohimsarkar3328
    @abdulrohimsarkar3328 5 месяцев назад +2

    মামাৰ সম্পত্তি ৰাইজক কেতিয়া দিব সেইটো ঠিক কৰি ৰাজহুৱা কৰক