SATYA RANJAN || NK TV || INTERVIEW WITY KALPAJIT || SURE NERE SUROR BROTTI || OXYGEN ||

Поделиться
HTML-код
  • Опубликовано: 28 янв 2025

Комментарии • 59

  • @ApurbaDeka-y3e
    @ApurbaDeka-y3e Год назад +2

    Sundar dada

  • @dipakdas9518
    @dipakdas9518 Год назад +2

    Thanks ...

  • @parthapratimsaharia2502
    @parthapratimsaharia2502 Год назад +3

    অসম দেশৰ বিষম কথা
    এনেকুৱা প্ৰতিবাদী গীতত...সমাজৰ গানত ৮ হাজাৰহে supporter ,
    Disco নাচি,Feelings উজাৰি একাংশ হৈ আছে
    ফকতিয়া Rockstar ।

  • @mikudutta1735
    @mikudutta1735 Год назад +2

    Bohut val lage Dada apunar gan kaita....

  • @rishirajsaikia4420
    @rishirajsaikia4420 Год назад +1

    Bohut vl lage....jetia kunubai kothabur xahoxere kobo pare... Thik apunar dore🎉

  • @Podumi-fw9du
    @Podumi-fw9du Год назад +1

    Heart touching

  • @JitenMahanta-qt5qt
    @JitenMahanta-qt5qt Год назад +2

    তোমাৰ লগত কথা পাতিব লাগিব দেই। লগ পাম! ধুনীয়া লাগীছে। বহুত ধুনীয়া

  • @surabhigogoi8792
    @surabhigogoi8792 Год назад +1

    অতি সুন্দৰ আৰু আগবাঢ়ি যোৱা ❤❤❤❤❤❤❤

  • @pororforfolopjofor
    @pororforfolopjofor Год назад +4

    সত্য দা। ভাল লাগিল video টো চাই। অসমৰ পৰা বুঢ়া টিকনি দালক বিদাই দিব লাগে ৰাইজে। শস্ত্ৰমতে টিকনি কেতিয়াও ৰজা হব নোৱাৰে, কাৰণ টিকনি বোৰ বহুত চতুৰ আৰু লুভি হয়। তেওঁলোকে সমাজ খনক ভাগ ভাগ কৰিব জানে আৰু তেওঁলোকে নিজকে উচ্চ বুলি গণ্য কৰে। এই লোভি বুঢ়া শিয়াল টোৱে অসম খন নিজৰ পৈত্ৰিক সম্পত্তি হিচাপে ব্যৱহাৰ কৰিব ধৰিছে। তাৰ কাৰণে নিজৰ পুত্ৰ ঘৈনীৰ নামত সম্পত্তিৰ পাহাৰ গঢ়িছে। এই বুধিয়ক বুঢ়া চতুৰ টিকনি দাল থাকিলে আৰু পাঁচ বছৰৰ পিছত দুখীয়া ৰাইজ খাবলে নাপাই মৰিব। আপোনাক ধন্যবাদ দিছো যে আপুনি অন্তত গানৰ মাধ্যমেৰে ৰাইজক সজাক কৰিবলে সাহস কৰিব পাৰিছে।
    ধন্যবাদ ❤🙏

  • @probinchry22
    @probinchry22 Год назад +1

    Good luck dada function t dekha pwar akhare aibar bohut akhare roi thakim function burot

  • @ChayanikaDas-mn1ey
    @ChayanikaDas-mn1ey 3 месяца назад +1

    Iove you bro

  • @binitakalita9947
    @binitakalita9947 Год назад +2

    Aponar ganbor khubei priyo... Xosa kothabor ganor majere dhuniya koi prokakh korise...

  • @jugendersaikia4176
    @jugendersaikia4176 Год назад +4

    তোমাৰ প্ৰায়কেইটা গীত চাইছোঁ বৰ ভাল হৈছে আৰু গীত বনাই যোবা শুভেচ্ছা থাকিল নতুন গীত উপহাৰ দিবা বুলি।

  • @jyotiprasadravadeep3493
    @jyotiprasadravadeep3493 Год назад +2

    Best singer at current situation at Assam. I love you song dada❤ .

  • @jyotieducation5128
    @jyotieducation5128 Год назад +1

    বহুত ধুনীয়া লাগে o আপোনাৰ gan

  • @Luhit13
    @Luhit13 Год назад +3

    My best singer hoise aaponi. Aapunar dre jodi aaru 10 jon thakile heten.

  • @manabkawshhik2530
    @manabkawshhik2530 Год назад +2

    ❤ সদায় প্ৰিয়। সত্য ৰঞ্জন ৷

  • @ddhemali2.040
    @ddhemali2.040 Год назад +3

    সাংঘাটিকভাৱে ভাল পাওঁ দাদা আপোনাৰ গীতবোৰ। কণ্ঠটো খুব ধুনীয়া। আহিব লগা দিনবোৰত নতুন গীতৰ আশা ৰাখিলোঁ।

  • @ganeshbora914
    @ganeshbora914 Год назад +2

    Asu tmr logt aguai jua.

  • @ultimatecreation....
    @ultimatecreation.... Год назад +1

    প্ৰেচাই মানুহক সুবিধাবাদীৰ লগতে অহংকাৰী কৰি তোলে ,
    কিন্তু যিয়ে নিচাৰ প্ৰশ্ৰয় লৈ আগবাঢ়ি যায় তেতিয়া সেই মানুহে ইতিহাস ৰচনা কৰে !🙏🏻😄🥀

  • @AratiSaikia-pe1sg
    @AratiSaikia-pe1sg Год назад +2

    Vl lgil aru aguai jua 🙏

  • @padumiboruah9956
    @padumiboruah9956 6 месяцев назад +1

    Tomar apriya satyi prakit satya.

  • @maasandhyavlogs
    @maasandhyavlogs Год назад +1

    Aikedinote bht bar apunar gaan khuni asu

  • @hridoyxeujia4414
    @hridoyxeujia4414 Год назад +2

    অপ্ৰিয় সত্য❤ চিৰ সত্য

  • @khirodadas-rt9fe
    @khirodadas-rt9fe Год назад +2

    Bor Val lage

  • @PritamDas-si1nz
    @PritamDas-si1nz Год назад +2

    আমিও শুনি থাকো দেই..

  • @bhaskardeka409
    @bhaskardeka409 Год назад +1

    আপোনাৰ গান আৰু ব্যক্তিত্ব ৰাতিপুৱাৰ বেলিটোৰ দৰে, আপোনাক বহুত ভাল পাওঁ দাদা, আপোনাক ৰাজগড়ত দেখা পাওঁ কিন্তুু দুখৰ কথা আপোনাক মাত এষাৰ দিৱলৈ সুবিধাকণ নাপাও কাৰণ যিমানদিন দেখা পালো আপোনি গাড়ীৰে হে গৈ থকা দেখা পাওঁ। এদিন লগ পোৱাৰ আশাৰে🙏🙏🙏🙏

    • @satyaranjan1874
      @satyaranjan1874  Год назад +1

      নিশ্চয়েই লগ পাম ।

  • @Stutasvideo3307
    @Stutasvideo3307 Год назад +1

    ❤❤❤

  • @AnamikaDekaAnamikadeka-eh7bt
    @AnamikaDekaAnamikadeka-eh7bt Год назад +1

    তোমাৰ Friend হৈ গলো 😊 তুমি friend হবা বুলি আশা থাকিল🙏 মোৰ ছোৱালীক শিকাই আছোঁ😊

  • @Bisitra_sing_Boro_Official
    @Bisitra_sing_Boro_Official 3 месяца назад +2

    Hundor dodai aponar contact number tu dibo pare jodi dibo sun show akhonor karone loga asil