Prabin Borah - Radhachura l Deeg Diganta l Debabrat Dutta (Official Lyric Video)

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • Subscribe to the Prabin Borah channel for all the Original Sound Tracks and Live performances.
    Shinerecords Presents…
    Song - Radhachura
    Singer - Prabin Borah
    Lyrics & Composition - Deeg Diganta
    Music - Debabrat Dutta
    Mixed & Mastered - Koustav Saikia
    Guitar's - Writuraj Gogoi, Samir Hazarika
    Key's - Parash Jyoti Boruah
    Backing Vocals - Debabrat Dutta
    Gfx & Video Editor - Pranabjyoti Gogoi
    Model Art - Parax Nath
    Digital Streaming Partner - Shine Records by Shyamal Barman
    Lyrics :
    ৰাধাচূড়াৰ ফুলৰ পাহিত
    জিলিকে তোমাৰে মুখ
    বকুৱেদি বাগৰে
    অময়া অময়া সুখ
    প্ৰেমৰ সুৰভি তাতেই
    এপাহ দুপাহ সৰে
    এবাৰ চকুৰে চালেই
    হৃদয় মোৰ শাত পৰে
    শুকুলা ডাৱৰ
    প্ৰণয় বাখৰ
    গালে মুখে ৰং সানে
    চায়া পোহৰ
    দৰদী আখৰ
    বুকুতে গোপনে বাগৰে
    কোনোবা নদীৰ ঘাটত
    সাৰ পায় কাৰ মাতত

Комментарии • 391

  • @PrabinBorah
    @PrabinBorah  Год назад +213

    “ৰাধাচূড়া” আপোনালোকৰ বাবে🫶🏻। জনাই থাকিব অনুভৱ বোৰ…

    • @tinkupriyamsaikia3029
      @tinkupriyamsaikia3029 Год назад +2

      🎉❤

    • @lets-gamingnfun
      @lets-gamingnfun Год назад +1

      এই সুন্দৰ গানটি শুনি সঁচাকৈয়ে বহুত ভাল পালোঁ , প্ৰবীণ দা ✨😌👌🏻

    • @arnabhazarika7740
      @arnabhazarika7740 Год назад +1

      সঁচাকৈয়ে বহুত সুমধুৰ ❣️, মনে শান্তি লাভ কৰিলে ।

    • @shashikapur4105
      @shashikapur4105 Год назад +1

      💕💕

    • @dipjyotivlog8577
      @dipjyotivlog8577 Год назад

  • @mousumlason13
    @mousumlason13 Год назад +54

    কাৰোবাক পাই হেৰুৱাৰ বেদনাতকৈ,
    পোৱাৰ আশাত বিলিন হোৱাৰ মাদকতাই সুকীয়া।
    🐝🌙💝

  • @tomorrowcome
    @tomorrowcome Год назад +29

    'চায়া পোহৰ, দৰদী আখৰ'
    কবিতা কবিতা লগা ভইটি দীগ দিগন্তৰ কথা, প্ৰবীন বৰাৰ সুন্দৰ কণ্ঠ। এই গানবোৰ কেতিয়াও আমনি নালাগিব। আৰু সুন্দৰ সুন্দৰ সৃষ্টিৰ কামনাৰে, গানটোৰ লগত জড়িত প্ৰতিজনক জনালো আন্তৰিক শুভকামনা!

  • @samae6480
    @samae6480 Год назад +78

    Prabin da Abege (2016 to Radhachoora (2023) Tmr hoklu song huni ahsu arw hdai hunim❣️

  • @himashreebaruah7952
    @himashreebaruah7952 Год назад +11

    এবাৰ চকুৰে চালেই
    হৃদয় মোৰ শাত পৰে
    এনেকৈয়েটো বই থাকে কত' কাহিনী,আদি-অন্ত বিহীন ভাৱেই চিৰপৰিপূৰ্ণ হৈ💚

  • @deegdiganta6868
    @deegdiganta6868 Год назад +33

    “ৰাধাচূড়া’’ ৰ ফুলবোৰ এপাহি এপাহিকৈ সৰিছে
    বকুৰ নিমজ কোণত মৰমবোৰ ভগাই লওক সকলোৱে🌼🦋ধন্যবাদেৰে
    দিগ দিগন্ত 🍁

  • @neeluttam9196
    @neeluttam9196 Год назад +5

    এনেকুৱা সৃষ্টিত একপক্ষীয় প্ৰেমিকৰ প্ৰেমও কিন্তু দুগুণৰ পৰা চাৰিগুণ হৈ বৈ যায় নদীৰ দৰে.....ভাল লাগিল দাদা, সদায় প্ৰিয় আপুনি মোৰ..❤

  • @shantanugogoi6152
    @shantanugogoi6152 Год назад +22

    The importance of this song is unimaginable to my heart because three years back , I planted a radhasura sapling in loving memories of her . Radhasura flowers were her favourite. This year the grown up tree bloomed and made me realise that she's doing well in the stars .

    • @rishikeshmahanta4783
      @rishikeshmahanta4783 Год назад +2

      Indeed she is bro. Kudos to you for keeping her alive. Hope you are at peace. Keep growing bhai.

  • @user_kk18
    @user_kk18 Год назад +3

    অপেক্ষাৰত এযোৰী চাৱনীত কিমান আদৰ থাকিব পাৰে সেয়া কেৱল ভালপোৱাৰ আবেগেহে বুজে 💚

  • @kashyapprotimgogoi2447
    @kashyapprotimgogoi2447 Год назад +5

    গানটো শুনি থাকোতে হয়তো সকলোৰে নিজৰ প্ৰিয়জনলৈ এবাৰ হলেও মনত পৰিছে ! ভাল লগা আৰু ভালপোৱাবোৰ যাতে ৰঙীন হওক ৰাধাচূড়াৰ দৰেই 💐❤️

  • @anubhab525
    @anubhab525 Год назад +6

    সুৰৰ স্বৰলিপিত লিপিবদ্ধ হওঁক আবেগ বোৰ,,,, ৰাধাচুৰাৰ ৰহনে,,,নিব কঢ়িয়াই,, ৰাধাৰ কাষলে,,,,, প্ৰবীন দা লৈ ,,,❤

  • @rajdeepsaikia123
    @rajdeepsaikia123 Год назад +7

    সংগীত,সুৰ,কথা,কণ্ঠ বহুত ভাল লাগিল দেই,প্ৰবিন দাই কেতিয়াও দুখী নকৰে.... এই গানবোৰেই কালজয়ী গান হ'ব এসময়ত...😊

  • @salimmalik1370
    @salimmalik1370 Год назад +13

    সোনকালে অপেক্ষাৰ অন্ত পৰিব দাদা ৰ ভাগত আৰু এটি নতুন সুৰৰ অধ্যয় ❤

  • @chaineedas3441
    @chaineedas3441 Год назад +4

    😭 emn dhuniya

  • @paragjyotikalita2462
    @paragjyotikalita2462 Год назад +3

    প্ৰবীণ দাৰ সকলো গীতেই মোৰ বহুত প্ৰিয় আশা কৰোঁ আপুনি আগলৈও এনেকুৱা ধৰণৰ গীত আমাক উপহাৰ দি আমাক আমোদ দিয়ে ❤❤❤❤

  • @bastobmoran1732
    @bastobmoran1732 2 месяца назад

    ইমান ধুনীয়াকৈ শুৰ বিলাক স্পষ্ট কৰিছে, বহুত বেছি ভাল লাগিল শুনি ❤❤

  • @goodcaptions186
    @goodcaptions186 Год назад +2

    উফঃ, , কিবা এটা যেন আছে শব্দবোৰত , আৱেগ , অনুভুতি , ভালপোৱা হয়টো ইত্যাদি ইত্যাদি । এনে লাগিল গানটো কাণত নহয় হৃদয়ত বাজি উঠিল । ধন্যবাদ প্ৰবিন , এনে এটা গান উপহাৰ দিয়াৰ বাবে । ❤

  • @rantuvlogs2257
    @rantuvlogs2257 Год назад +6

    সঁচা ইমান সুন্দৰ কন্ঠ 💓অপেক্ষাৰ অন্তত অৱশেষত শুনিবলৈ পালোঁ বহুত ভাল লাগিল💓💓💓💓

  • @akashdowari3479
    @akashdowari3479 Год назад +1

    সুন্দৰ

  • @Jiiintu
    @Jiiintu 2 месяца назад +1

    ❤❤❤

  • @Bhargab1
    @Bhargab1 Год назад +5

    কিমান যে সুমধুৰ আপোনাৰ কন্ঠ । ❤❤

  • @SikhamoniBorgohain-j8v
    @SikhamoniBorgohain-j8v Год назад +2

    তোমাৰ গানৰ কথা আৰু সুৰ সচাই অতুলনীয়। আগবাঢ়ি যোৱা, শুভেচ্ছা সদায় আছে।

  • @trilachanrabha4010
    @trilachanrabha4010 Год назад +3

    উফ.......মনৰ ভাব প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈছে।♥️♥️🔥

  • @richang_As04
    @richang_As04 Год назад +3

    আপোনাৰ কন্ঠ তাতে দিগ দিগন্ত ককাইৰ শব্দ ❤💥

  • @rahulahmed8559
    @rahulahmed8559 Год назад

    ইমান স্পষ্ট শব্দ ককাইদেউৰ❤️🥺

  • @Sassysoul11
    @Sassysoul11 Год назад +1

    ভালপোৱাতকৈ
    ভাল লাগি থকা টো য়ে ভাল😊💚🌿

  • @matiabora3945
    @matiabora3945 Год назад +2

    বৰ সুন্দৰ কণ্ঠ । প্ৰবীণ দাদাৰ পতিটো গানেই মোৰ প্ৰিয়।❤❤ বহু অপেক্ষাৰ অন্তত গীতটো শুনিবলৈ পালোঁ । সঁচাই খুব ভাল লাগিল। গানটোৰ লগত জড়িত সকলোলৈকে শুভকামনা জনালোঁ।❤️❤️

  • @JayantaBumoniMusic
    @JayantaBumoniMusic Год назад

    সুন্দৰ ককাই 😊😊

  • @mgnstatus8250
    @mgnstatus8250 Год назад +2

    বহুত দিনৰ অপেক্ষাৰ অন্ত পৰিল সঁচাকৈ হৃদয় চুই যোৱা মিঠা অনুভব বোৱাই দিছে ৰাধা চূড়াই বহুত বহুত ভাল্ লাগিল love u ❤❤

  • @nabanitachakravorty8525
    @nabanitachakravorty8525 Год назад +2

    গান আৰু কবিতাই বহুত মানুহক জীয়াই ৰাখে...মৰিও নমৰে 😢❤

  • @paraxmusic1779
    @paraxmusic1779 Год назад +6

    অতি শুৱলা ♥️ মনজোৰ পৰি যোৱা❤

  • @kanishkadas4935
    @kanishkadas4935 Год назад

    ইমান ধুনীয়া গান ও ❤😍

  • @Deep_Buragohain
    @Deep_Buragohain 4 месяца назад

    Thanks dada eman dhuniya gaan bur gift dia karone... ❤

  • @nickboss4067
    @nickboss4067 Год назад

    Dhuniya lagise gaan tu prabin daa.... Eitu buliye nohoy tumar goteikeita gaan ye bhal lageee....

  • @rajshreegogoi1145
    @rajshreegogoi1145 Год назад

    কি ধুনীয়া 😍

  • @adityaneel6453
    @adityaneel6453 Год назад +1

    আপোনাৰ সৃষ্টি সদায় বিশেষ ❤

  • @NibashDutta-pb6ux
    @NibashDutta-pb6ux Год назад +3

    Upcoming star of Assam ❤❤

  • @snehabora908
    @snehabora908 Год назад

    এক সুকীয়া অনুভৱ.... যি ব্যক্ত কৰাটো মোৰ বাবে কঠিন.....❤️

  • @crezycreativity5406
    @crezycreativity5406 Год назад +1

    বৰষুণজাক মোৰ বাবে তোমাৰ প্ৰেমৰ গভীৰতাক উপলব্ধি কৰাৰ যেন এক সাধৰণ অজুহাত... ❤

  • @ArijeetGallery
    @ArijeetGallery Год назад

    বহুত বছৰৰ পিছত যদি কোনোবা এটি কণ্ঠই ইমান মন চুব পাৰিছে সেইয়া হৈছে প্ৰবিন বৰাৰ কণ্ঠই। নতুন বহুতো কণ্ঠ শিল্পী আহিছে ভাল কামো কৰিছে কিন্তু প্ৰবিন বৰা অলপ সুকীয়া। ইটোৰ পিছত সিটো ধুনীয়া গীত। ভাল হওঁক আগলৈ আৰু তাৰ বাবে শুভেচ্ছা থাকিল। বাকি গীতটিৰ ধুনীয়া কথা আৰু composition @deeg deeganta। আৰু ধুনীয়া সংগীত @debabrat dutta।

  • @wineelikambi824
    @wineelikambi824 Год назад

    Eman dhuniya gaanbur keneke bhabi pai ✨🥺

  • @mnshmusic
    @mnshmusic Год назад

    সুন্দৰ 👍

  • @amonmirdha5129
    @amonmirdha5129 Год назад

    অতি সুন্দৰ।

  • @rakeshsarmaofficial
    @rakeshsarmaofficial Год назад +5

    Prabin da ki nu kom ❤ Another masterpiece 🎉❤

  • @juleedehingia5706
    @juleedehingia5706 Год назад

    Hundor.....kinto abege.....ufff❤

  • @dipulmoran9309
    @dipulmoran9309 Год назад +1

    মন পৰশা .. Love u prabin da..❤

  • @SivasishGogoiofficial
    @SivasishGogoiofficial Год назад

    Dhuniya lgise ❤

  • @khyanmoyuridehingiaofficia3260
    @khyanmoyuridehingiaofficia3260 Год назад +1

    ইমান ধুনীয়া কথা সুৰ কন্ঠ...💚💚💚💚 বহুত ভাল লাগিছে ❤

  • @mitalideka2575
    @mitalideka2575 Год назад

    দ্বিতীয় জন জুবিন দা❤❤

  • @arunarajbanshi2104
    @arunarajbanshi2104 Год назад

    সুন্দৰ❤

  • @rickyboraofficial2901
    @rickyboraofficial2901 Год назад

    Uffff ........ কি শব্দ গানটোৰ💗💗❤️❤️❤️ সেইবাবে আপুনি প্রিয়🙏🏽🙏🏽💗

  • @duludasduludas6170
    @duludasduludas6170 10 месяцев назад

    সদায় প্ৰিয়❤️

  • @DeeplinaDGogoi-yo9xj
    @DeeplinaDGogoi-yo9xj Год назад

    ভাল লাগিল গানটো শুনি প্ৰবীণ দা 💗🌿

  • @surujnathofficial4930
    @surujnathofficial4930 Год назад +1

    আপোনাৰ প্ৰতিটো গানে মোৰ প্ৰিয় ৷ গানৰ কথা, সুৰ ,কন্ঠ অতুলনীয় ৷ ভালে থাকক ৷

  • @janmonigogoijan7633
    @janmonigogoijan7633 Год назад

    কোনোবা নদী ঘাটত সাৰ পায় কাৰ মাতত উফ❤❤❤

  • @dibyajyotideka9104
    @dibyajyotideka9104 Год назад

    কি কম আৰু আপোনাক। সুন্দৰ গীতটি উপহাৰ দিয়াৰ বাবে ধন্যবাদ।

  • @popiaxom1074
    @popiaxom1074 Год назад +1

    দাদা সুন্দৰ।।❤❤ আপোনাৰ গান অলপ বেলেগ তকৈ বেলেগ ❤❤মিঠা অনুভৱৰ ৰিনীকি ❤❤ পলসুৱা গুন্ধ 🎉

  • @juliedeka1512
    @juliedeka1512 Год назад +3

    নতুনত্ব থাকেই তোমাৰ সৃষ্টি বোৰত ❤ lot's of love and wishes to the entire team 🖤♥️

  • @abhinab1991
    @abhinab1991 Год назад +7

    Ur song and composition is what a 90's kid wants to hear. And u are giving us exactly what we want... Just keep giving us good songs, you will go long brother...m

  • @sarangabordoloi4518
    @sarangabordoloi4518 3 месяца назад +1

    Mojaa song

  • @smitabaishya8122
    @smitabaishya8122 Год назад

    Bht dhunia lagise ❤️😍

  • @UjjwalSenapati
    @UjjwalSenapati Год назад +1

    Roi asu roi thakim...jetiya loike Radhachoora nukhunu...❤❤❤

  • @pronamikonwar9016
    @pronamikonwar9016 Год назад

    বহুত ভাল লাগিল , ইমান সুন্দৰ, ধুনীয়া এক অনুভূতি য়ে দোলা দিছে

  • @himraj9879
    @himraj9879 Год назад

    আৰে আৰে অভিমান ভাঙিব ধৰে
    তুমি অহাৰ অনুমান পালে
    মৰমৰে বাগিচাত পখিলা উৰে
    আধৰুৱা কবিতাই জানে
    dada aii gaan tu hunkale lage , kiba olp holeu gom pua hole vl lgil hoi

  • @therealnaturevlogs.2173
    @therealnaturevlogs.2173 Год назад +1

    Ultimate prabin da

  • @NijaraDoley-ii1vt
    @NijaraDoley-ii1vt Год назад +1

    Prabin da apuni juiiii.....❤❤❤❤❤❤

  • @shrutikashyap2006
    @shrutikashyap2006 Год назад

    Bohut bhal loga💗

  • @luckyboruah8820
    @luckyboruah8820 Год назад

    Bhut dhunia💞

  • @dipjyotigogoi1088
    @dipjyotigogoi1088 Год назад +6

    সকলোৰে দৰে মইও আপোনাৰ এজন অনুৰাগী।। সকলো গীত ৰ কিবা নহয় কিবা এটা অনুভৱ কৰিবলৈ পাৰো । বহুত বহুত ধন্যবাদ দাদা।। এনেকৈ আমাক গানৰ উপহাৰ দি যাব বুলি আশাবাদী❤❤❤❤❤❤

    • @Ashish789p
      @Ashish789p Год назад

      সম্ভ্ৰান্ত (Aristocratic) কথা, সুৰ, সংগীত, কণ্ঠ--💐😍!!!
      অসমৰ অন্য এক বলিষ্ঠ গীতিকাৰ+সুৰকাৰ দিগ-দিগন্তৰ এই জয়-যাত্ৰা অবিৰত হওক---!!!

  • @alakeshsvlog
    @alakeshsvlog Год назад +1

    কটনৰ বাকৰিত প্ৰথমবাৰ শুনিলো গীতটি 💖😍
    পাৰবিন দাৰ বাবে ✅👍🏾

  • @bitopanassam123
    @bitopanassam123 Год назад +1

    বহুত ভাল লাগিল দাদা 😍😍

  • @jugalrajbongshi5455
    @jugalrajbongshi5455 Месяц назад

    Moja ❤

  • @bastabborborah8552
    @bastabborborah8552 Год назад

    Emn dhunia 🎉❤❤❤

  • @Bhuyan_Vlogs
    @Bhuyan_Vlogs Год назад +1

    Prabin da xodai 🔥 ❤️ "radhachoora "❤

  • @ArupGaming01
    @ArupGaming01 Год назад +1

    ককাইদেউ আপোনাৰ গান শুনি বহুত ভাল লাগে। 💓💓💓

  • @bulbulisonowal7692
    @bulbulisonowal7692 Год назад

    কিমান যে ধুনীয়া কণ্ঠ অ ❣️❣️❣️ মিনি তই এবাৰ শুনিবি গানটো

  • @mitalisarma6812
    @mitalisarma6812 Год назад +1

    Beautiful lyrics ... Awesome voice... Xuni val lage

  • @lakhyajeetborah471
    @lakhyajeetborah471 Год назад

    Ekdm top class🔥🔥🔥

  • @polashreeboruah2341
    @polashreeboruah2341 Год назад

    Ki dhunia o❤

  • @pritisikhachetia2782
    @pritisikhachetia2782 Год назад

    Apunr gaan mur hdai a priyo..💝huni thkila hdai huni thkibo a mn jai..😊 enedorai vl vl gaan amk hunai thakok..lots of love bro😘❤️

  • @smantamedhi8198
    @smantamedhi8198 Год назад

    mori gelu de bhai❤🥰🥰

  • @abhijitcreations1431
    @abhijitcreations1431 Год назад

    Ki lyrics❤❤. Xundhar

  • @dipuboruah7300
    @dipuboruah7300 Год назад +1

    অপেক্ষাৰ অন্তত অৱশেষত শুনিবলৈ পালোঁ,খুব সুন্দৰ ❤️
    Deeg Da বঢ়িয়া 😍

  • @parashmoniborahofficial7126
    @parashmoniborahofficial7126 Год назад

    মৰম লগা❤😊

  • @milidas9292
    @milidas9292 Год назад

    ইমান যে ধুনীয়া❤

  • @KushahariSonowal
    @KushahariSonowal Год назад +1

    Biraaat dhuniya dada......
    Apunar protyektu geet ononyo❤❤❤❤
    Been your fan since 2k17

  • @rmentertainmentmix540
    @rmentertainmentmix540 Год назад +1

    হৃদয়‌ স্পৰ্শি ❤

  • @uddipondeorideori7718
    @uddipondeorideori7718 Год назад

    Are are abhiman bhagibo dhore tumi ohar onuman pale .... please release ❤

  • @rupamboruah4113
    @rupamboruah4113 Год назад +3

    Life would be valueless without your music bora da💕

  • @ponkhisaikia3259
    @ponkhisaikia3259 Год назад

    Apunar maat tu uff ultimate mane❤gaan tur likhoni u ultimate

  • @ankitadutta2286
    @ankitadutta2286 Год назад

    কিমান কি থাকিলে হৃদয় চুব পাৰে এটা গীতে❤️

  • @paragjyotibora2236
    @paragjyotibora2236 Год назад

    Apunr premot tu porie asilu ..ru besie pori golu....❤

  • @niharjyotithakuria1170
    @niharjyotithakuria1170 Год назад +2

    Ufffff You’re the gem of our Assamese industry♥️♥️♥️♥️♥️♥️♥️

  • @dhirazkrypton4594
    @dhirazkrypton4594 Год назад

    জুই 🔥💙

  • @Ayan_Buragohain
    @Ayan_Buragohain Год назад

    Hundor ❤

  • @Manashgohainofficial
    @Manashgohainofficial Год назад +1

    Great work 👍👍

  • @monikagogoi6725
    @monikagogoi6725 Год назад +3

    এবাৰ চকুৱে চালে হৃদয় শাঁত পৰে...." কিমান ভালপালে হৃদয়ে নাচে ❤❤❤ভালপোৱাবোৰ সকলোৰে সঁচা হওক।। ধুনীয়া গানটোৰ বাবে বহুত শুভেচ্ছা

  • @rajkumarboro6140
    @rajkumarboro6140 Год назад

    সুন্দৰ হৈছে ❤❤❤❤

  • @sonmani3966
    @sonmani3966 Год назад

    Lyrics bht dhunia ..xur dhunia ...

  • @Cheeku786
    @Cheeku786 Год назад

    Abege r pora atia loi ke ❤ you are the best singer ever ❤