Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
শুনি সুন্দৰ লাগিল 🙏
very good Manash daa❤❤❤❤
Moja gaiseBohut bhal lagil xuni
Oh dhunia
বৰ সুন্দৰ হৈছে, আজিৰ জনতাক সজাগ কৰাৰ বাবে শ্ৰদ্ধাৰ মানস ৰবীন দেৱক অভিনন্দন জনালো। জয় শ্ৰীকৃষ্ণ।
Egood googd
Jonatai Buji palei hol...
@@jyotiprovachangmai6385dyuhiifg😮😅😊😊😊😊😊😊😊
Dtujh😢😢😮😅😅😊 jocjl
Fuorritfhjddhl❤😂😂🎉😮😅😊😊😊😊😊😊😅fujg
Very very very nice song manas dada.❤❤❤❤❤
সমসাময়িক আৰু অতি প্ৰাসংগিক গীত।চেল্যুট মানস ককাইদেউলৈ।
নিৰ্বাচনৰ আগত খুউব প্ৰয়োজন আছিল এনে গান এটাৰ ॥❤
@@bhabajitbarman4798😅😅😅😅😅😅
Nice song 😍🙏🏻👍🏻
Geetr joriote raijor monar kotha biyakto korisa ...Dhanyabad dada amiou mojja dem..
সচা এইবাৰ যুজ এখন হৈছে মজা গান 🙌♥️
Mojja 🎉 ❤ joy ai axom ❤
এনেকৈয়ে সঁচা অৰ্থত শিল্পী হৈ ৰাইজৰ মাজত থাকক। চৰকাৰী প্ৰলোভনত ভোল গৈ ৰাইজৰ পৰা আতঁৰি নেযায় যেন। শুভেচ্ছা জনালোঁ।
মজা এই বাৰ 100%হ ব ❤❤❤
প্ৰকৃত শিল্পীৰ বাস্তৱ মূখি সৃষ্টি
Superb mansh da....🔥🔥🔥🔥
চৰকাৰী গায়ক, অভিনেতা আৰু শিল্পীৰ মাজত থকা পাৰ্থক্য। মানস দা 🔥
সুন্দৰ ❤❤❤
জীয়া বাস্তৱ👍, সাহস দেখি ধন্য। বাকী গীতটি ধুনীয়া ❤️
সাহসী আৰু শক্তিশালি শিল্পীৰ কণ্ঠ 🎊🎉👍।
এয়া হে এজন প্ৰকৃত শিল্পী যি নিজৰ শিল্প কলাৰে প্ৰতিবাদ কৰে ৰাজপথত নহয়। নহলে আজিকালি এজন শিল্পী হবলৈও কিছুমান সংগঠনৰ নেতা কিছুমান সাংবাদিক পৰা চাৰ্টিফিকেট ল'ব লগা হয়। ধন্যবাদ মানস দা।
সুন্দৰ আৰু সময়োপযোগী গীত ।🎉🎉🎉
আপোনালোকৰ পৰা এনেধৰণৰ গীত আশা কৰোঁ৷ তেতিয়াহে সাধাৰণ জনতাৰ মাজত সচেতনতা আহিব ! আপোনাৰ এইগীতটো বহুত ভাল লাগিছে দিয়ক৷ আকৌ সমাজমুখী সংগীত পাম বুলি আশা কৰিম দাদা৷ এতিয়া সামাজিক গীতৰ প্ৰয়োজনবোধ কৰিছো ৷
Lovely song ❣️❣️
Moja🔥
Best 😍♥️
Hundor❤
মানস দা অতি সুন্দৰ সময় উপযোগী সছা কথা কৈছে
সুন্দৰ ককাইদেউ .সুন্দৰ উপস্থাপন
মজা❤
Dada mojja lagil😅
সুন্দৰকৈ জনগণৰ সমস্যাবোৰ প্ৰকাশ কৰা হৈছে।
ধন্যবাদ মানস দা বহুত বহুত ধন্যবাদ্এয়েই আচল শিল্পী
Moja 😊😊😊😊
Moja dada ❤❤
সুন্দৰ মানস দাদা👌👌সাহসীকতাৰে গীতৰ মাজৰে ৰাইজৰ মাজলৈ দাঙি ধৰিলে সত্যতা 👌👌সজাগ কৰিলে জনতাক ♥️♥️
সুন্দৰ উপস্থাপন ককাইদেউ❤❤ যুজঁ হব
So beautiful , briliant,super song.Axomiar tez goram kori dise dada
আপোনাৰ গীতটি শুনি বহুত ভাল লাগিল..... গীতটোত বৰ্তমানৰ সম্পূৰ্ণ সত্য কথাবোৰ প্ৰকাশ কৰা হৈছে তাৰ । 👉আজিকালি প্ৰায়বোৰ শিল্পী ৰাজনীতি গীত গাই বিক্ৰী হৈ পইচাৰ বাবে কিন্তু তাৰ মাজত কেইজনমান শিল্পী বিক্ৰী হ'ব নিবিচাৰে জাতীৰ আৰু অসমৰ স্বাৰ্থৰ বাবে সেই বিক্ৰী হ'ব নিবিচৰাৰ ভিতৰত এজন প্ৰকৃত শিল্পী আপুনি মানস দাদা আপুনি সদায় ভালে থাকক আৰু এনেধৰণৰ অসমৰ আৰু জাতীৰ স্বাৰ্থৰ হকে গীত ৰচি আৰু কন্ঠদান কৰি যাওঁক ...... ❤️❤️🥰🥰
moja❤❤❤
সঁচা শিল্পীৰ প্ৰতিবাদ। সুন্দৰ উপস্থাপন।
Nice song
মজা লাগিছে
সুন্দৰ, ৰাইজে উপলব্ধি কৰক!
Maja maja
সুউব সুন্দৰ। বাস্তৱ
Joi Aai Axom..❤
ৰবীন সময় উপযোগী গীত পৰিৱেশন কৰিছা। জনতাই এই গীতটো শুনিলৈ নিজকে এবাৰ শুধি ছাওক ,।
সুন্দৰ , সচাঁকৈয়ে এইবাৰ যুঁজ এখন হব ৷
এইয়া হে সঁচা অৰ্থত প্ৰকৃত শিল্পী। জনতাৰ এই সাহসী কন্ঠক ভগৱানে কুশলে ৰাখক।
Mojja
Mojaaaaaaaaa
প্ৰেমৰ গান গোৱা দলাৰ বগৰী ৰাজনৈতিক শিল্পী অনেক হ'ল। পিচে, জাতিক জগাব পৰা গান গোৱা মানুহ তেনেই সীমিত। এই সীমিত সংখ্যকৰ ভিতৰত "পগলা মানস" অন্যতম। "যুঁজ"ৰ বাবে তেওঁলৈ অশেষ ধন্যবাদ যাচিছো।গীতটোত টোল গেট আৰু যধে-মধে কটা যান-বাহনৰ ফাইনে ৰাইজৰ মাজত কৰা সন্ত্ৰাসৰ কথাটোৱেও ঠাই পোৱাটো উচিত আছিল।
সময়ৰ সঁচা গান। এয়া সময়ৰ আহ্বান। চেল্যুট জনাইছোঁ মানস দা
Nice❤❤
Moja👍💪♥️♥️♥️
যিকিনহওক ভাল লাগিল গানৰ সুৰেৰে কথাখিনি শুনি
বহুত ভাল লাগিছে। মানস ৰবীন লৈ আন্তৰিক শুভেচ্ছা জনালোঁ লগতে সকলোৱেই যুজখনত অংশগ্ৰহণ কৰি ভক্ত বাহিনীৰ বিৰুদ্ধে ভোট দিয়ক।
Really very nice song❤❤
সুন্দৰ
মানস দা জিন্দাবাদ ।
so beautiful song 😊😊
Moja
প্ৰকৃত শিল্পী ❤😊
অতি সুন্দৰ❤
একদম জোখৰ সময়তে উলিয়াইছে গানটো😊😊
সুন্দৰ হৈছে
বহুত বহুত ভাল লাগিল গানটো শুনি
Moja ❤
Song2 Bht vl lgl manas da.
ককাইদেউ এইবাৰহে এইবাৰ ✊✊ যুঁজ এখনৰ অত্যন্ত প্ৰয়োজন এতিয়া.. ৰাইজে ৰজা, কথাতে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় নতুবা একতাই পৰম বল.. ৰাইজক মজা দিয়া সকল এইবাৰ হুচিয়াৰ 🫵
হা হা হা 😂😂😂
@@variableplay9467😊😊😊😊😊😊
সুন্দৰ । বৰ ভাল লাগিল । সাম্প্ৰতিক সময়ৰ বাস্তৱ সত্য । তেজাল গান । অসমৰ ৰাইজলৈ সকীয়নি ।।
বিৰাট ভাল লাগিল গীতটি শুনি। বৰ্তমান দেশৰ পৰিস্থিতিটো সম্পূৰ্ণ ফুটাই তুলিছে গীতটিত।।👍👍👍
Mojjjjjjjja❤❤❤❤❤
সঁচা কথা ❤
ইয়াকেই কয় ৰাইজৰ কণ্ঠ। মানস ৰবীন এদিন সচা অৰ্থত গণশিল্পী হব। আমি আশাবাদী 💐💐💐👍👍
সাংঘাটিক ধুনীয়া হৈছে দাদা গানটো,,,,, সুন্দৰ ✊🙏🙏🙏✊✊✊
Bor val lagil dai dada
Very nice Robin da
সুন্দৰ ককাইদেউ
Hundor
যি পৰিস্তিতি চলি আছে সেইটো গায় দিলে | চেলুট দাদা ❤❤❤🎉🎉
Awesome song. Absolutely well-timed song!
Op bro ❤
গা গৰম হৈ গল
Gan tut gotei khini dhuniya koise. Dhoinnobad Dada
শিক্ষিত যুৱ প্ৰজন্মই এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিব , জয় আই অসম ✊✊
Right dada
Netswoi dim
BJP ONLY❤
Salute sir salute😮😮😮😮😮😮 salute again salute
মাজুলীৰ প্ৰান্তে প্ৰান্তে বৰ্তমান এটাই নামGaurav Gogoi❤❤❤
❤ gaurav Gogoi
সুন্দৰ হৈছে ককাইদেউ ❤
Moja lagil dada❤❤❤❤❤
Val lagise dei🙏
Moja Dise
Nice song❤
Very nice song dada❤
ধুনীয়া
Joy ai akhom🎉
👍👍👍👍👍👍moja
বহুত সাহখী গায়ক হয় আপুনি আপোনাক ধন্যবাদ জনালো
সুন্দৰ গান
সুন্দৰ ককাইদেউ এনেকৈ নিৰপেক্ষ হৈ কাম কৰক
যুজ এখন হ'ব ককাইদেউ 💪💪🔥🔥
Juii♥️♥️💥🔥
শুনি সুন্দৰ লাগিল 🙏
very good Manash daa❤❤❤❤
Moja gaise
Bohut bhal lagil xuni
Oh dhunia
বৰ সুন্দৰ হৈছে, আজিৰ জনতাক সজাগ কৰাৰ বাবে শ্ৰদ্ধাৰ মানস ৰবীন দেৱক অভিনন্দন জনালো। জয় শ্ৰীকৃষ্ণ।
Egood googd
Jonatai Buji palei hol...
@@jyotiprovachangmai6385dyuhiifg😮😅😊😊😊😊😊😊😊
Dtujh😢😢😮😅😅😊 jocjl
Fuorritfhjddhl❤😂😂🎉😮😅😊😊😊😊😊😊😅fujg
Very very very nice song manas dada.❤❤❤❤❤
সমসাময়িক আৰু অতি প্ৰাসংগিক গীত।
চেল্যুট মানস ককাইদেউলৈ।
নিৰ্বাচনৰ আগত খুউব প্ৰয়োজন আছিল এনে গান এটাৰ ॥❤
@@bhabajitbarman4798😅😅😅😅😅😅
Nice song 😍🙏🏻👍🏻
Geetr joriote raijor monar kotha biyakto korisa ...Dhanyabad dada amiou mojja dem..
সচা এইবাৰ যুজ এখন হৈছে মজা গান 🙌♥️
Mojja 🎉 ❤ joy ai axom ❤
এনেকৈয়ে সঁচা অৰ্থত শিল্পী হৈ ৰাইজৰ মাজত থাকক। চৰকাৰী প্ৰলোভনত ভোল গৈ ৰাইজৰ পৰা আতঁৰি নেযায় যেন। শুভেচ্ছা জনালোঁ।
মজা এই বাৰ 100%হ ব ❤❤❤
প্ৰকৃত শিল্পীৰ বাস্তৱ মূখি সৃষ্টি
Superb mansh da....🔥🔥🔥🔥
চৰকাৰী গায়ক, অভিনেতা আৰু শিল্পীৰ মাজত থকা পাৰ্থক্য।
মানস দা 🔥
সুন্দৰ ❤❤❤
জীয়া বাস্তৱ👍, সাহস দেখি ধন্য। বাকী গীতটি ধুনীয়া ❤️
সাহসী আৰু শক্তিশালি শিল্পীৰ কণ্ঠ 🎊🎉👍।
এয়া হে এজন প্ৰকৃত শিল্পী যি নিজৰ শিল্প কলাৰে প্ৰতিবাদ কৰে ৰাজপথত নহয়। নহলে আজিকালি এজন শিল্পী হবলৈও কিছুমান সংগঠনৰ নেতা কিছুমান সাংবাদিক পৰা চাৰ্টিফিকেট ল'ব লগা হয়। ধন্যবাদ মানস দা।
সুন্দৰ আৰু সময়োপযোগী গীত ।🎉🎉🎉
আপোনালোকৰ পৰা এনেধৰণৰ গীত আশা কৰোঁ৷ তেতিয়াহে সাধাৰণ জনতাৰ মাজত সচেতনতা আহিব ! আপোনাৰ এইগীতটো বহুত ভাল লাগিছে দিয়ক৷ আকৌ সমাজমুখী সংগীত পাম বুলি আশা কৰিম দাদা৷ এতিয়া সামাজিক গীতৰ প্ৰয়োজনবোধ কৰিছো ৷
Lovely song ❣️❣️
Moja🔥
Best 😍♥️
Hundor❤
মানস দা অতি সুন্দৰ সময় উপযোগী সছা কথা কৈছে
সুন্দৰ ককাইদেউ .সুন্দৰ উপস্থাপন
মজা❤
Dada mojja lagil😅
সুন্দৰকৈ জনগণৰ সমস্যাবোৰ প্ৰকাশ কৰা হৈছে।
ধন্যবাদ মানস দা বহুত বহুত ধন্যবাদ্এয়েই আচল শিল্পী
Moja 😊😊😊😊
Moja dada ❤❤
সুন্দৰ মানস দাদা👌👌সাহসীকতাৰে গীতৰ মাজৰে ৰাইজৰ মাজলৈ দাঙি ধৰিলে সত্যতা 👌👌সজাগ কৰিলে জনতাক ♥️♥️
সুন্দৰ উপস্থাপন ককাইদেউ❤❤ যুজঁ হব
So beautiful , briliant,super song.Axomiar tez goram kori dise dada
আপোনাৰ গীতটি শুনি বহুত ভাল লাগিল..... গীতটোত বৰ্তমানৰ সম্পূৰ্ণ সত্য কথাবোৰ প্ৰকাশ কৰা হৈছে তাৰ । 👉আজিকালি প্ৰায়বোৰ শিল্পী ৰাজনীতি গীত গাই বিক্ৰী হৈ পইচাৰ বাবে কিন্তু তাৰ মাজত কেইজনমান শিল্পী বিক্ৰী হ'ব নিবিচাৰে জাতীৰ আৰু অসমৰ স্বাৰ্থৰ বাবে সেই বিক্ৰী হ'ব নিবিচৰাৰ ভিতৰত এজন প্ৰকৃত শিল্পী আপুনি মানস দাদা আপুনি সদায় ভালে থাকক আৰু এনেধৰণৰ অসমৰ আৰু জাতীৰ স্বাৰ্থৰ হকে গীত ৰচি আৰু কন্ঠদান কৰি যাওঁক ...... ❤️❤️🥰🥰
moja❤❤❤
সঁচা শিল্পীৰ প্ৰতিবাদ। সুন্দৰ উপস্থাপন।
Nice song
মজা লাগিছে
সুন্দৰ, ৰাইজে উপলব্ধি কৰক!
Maja maja
সুউব সুন্দৰ। বাস্তৱ
Joi Aai Axom..❤
ৰবীন সময় উপযোগী গীত পৰিৱেশন কৰিছা। জনতাই এই গীতটো শুনিলৈ নিজকে এবাৰ শুধি ছাওক ,।
সুন্দৰ , সচাঁকৈয়ে এইবাৰ যুঁজ এখন হব ৷
এইয়া হে সঁচা অৰ্থত প্ৰকৃত শিল্পী। জনতাৰ এই সাহসী কন্ঠক ভগৱানে কুশলে ৰাখক।
Mojja
Mojaaaaaaaaa
প্ৰেমৰ গান গোৱা দলাৰ বগৰী ৰাজনৈতিক শিল্পী অনেক হ'ল। পিচে, জাতিক জগাব পৰা গান গোৱা মানুহ তেনেই সীমিত। এই সীমিত সংখ্যকৰ ভিতৰত "পগলা মানস" অন্যতম। "যুঁজ"ৰ বাবে তেওঁলৈ অশেষ ধন্যবাদ যাচিছো।
গীতটোত টোল গেট আৰু যধে-মধে কটা যান-বাহনৰ ফাইনে ৰাইজৰ মাজত কৰা সন্ত্ৰাসৰ কথাটোৱেও ঠাই পোৱাটো উচিত আছিল।
সময়ৰ সঁচা গান। এয়া সময়ৰ আহ্বান। চেল্যুট জনাইছোঁ মানস দা
Nice❤❤
Moja👍💪♥️♥️♥️
যিকিনহওক ভাল লাগিল গানৰ সুৰেৰে কথাখিনি শুনি
বহুত ভাল লাগিছে। মানস ৰবীন লৈ আন্তৰিক শুভেচ্ছা জনালোঁ লগতে সকলোৱেই যুজখনত অংশগ্ৰহণ কৰি ভক্ত বাহিনীৰ বিৰুদ্ধে ভোট দিয়ক।
Really very nice song❤❤
সুন্দৰ
মানস দা জিন্দাবাদ ।
so beautiful song 😊😊
Moja
প্ৰকৃত শিল্পী ❤😊
অতি সুন্দৰ❤
একদম জোখৰ সময়তে উলিয়াইছে গানটো😊😊
সুন্দৰ হৈছে
বহুত বহুত ভাল লাগিল গানটো শুনি
Moja ❤
Song2 Bht vl lgl manas da.
ককাইদেউ এইবাৰহে এইবাৰ ✊✊ যুঁজ এখনৰ অত্যন্ত প্ৰয়োজন এতিয়া.. ৰাইজে ৰজা, কথাতে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় নতুবা একতাই পৰম বল.. ৰাইজক মজা দিয়া সকল এইবাৰ হুচিয়াৰ 🫵
হা হা হা 😂😂😂
@@variableplay9467😊😊😊😊😊😊
সুন্দৰ । বৰ ভাল লাগিল । সাম্প্ৰতিক সময়ৰ বাস্তৱ সত্য । তেজাল গান । অসমৰ ৰাইজলৈ সকীয়নি ।।
বিৰাট ভাল লাগিল গীতটি শুনি। বৰ্তমান দেশৰ পৰিস্থিতিটো সম্পূৰ্ণ ফুটাই তুলিছে গীতটিত।।👍👍👍
Mojjjjjjjja❤❤❤❤❤
সঁচা কথা ❤
ইয়াকেই কয় ৰাইজৰ কণ্ঠ। মানস ৰবীন এদিন সচা অৰ্থত গণশিল্পী হব। আমি আশাবাদী 💐💐💐👍👍
সাংঘাটিক ধুনীয়া হৈছে দাদা গানটো,,,,, সুন্দৰ ✊🙏🙏🙏✊✊✊
Bor val lagil dai dada
Very nice Robin da
সুন্দৰ ককাইদেউ
Hundor
যি পৰিস্তিতি চলি আছে সেইটো গায় দিলে | চেলুট দাদা ❤❤❤🎉🎉
Awesome song. Absolutely well-timed song!
Op bro ❤
গা গৰম হৈ গল
Gan tut gotei khini dhuniya koise. Dhoinnobad Dada
শিক্ষিত যুৱ প্ৰজন্মই এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিব , জয় আই অসম ✊✊
Right dada
Netswoi dim
BJP ONLY❤
Salute sir salute😮😮😮😮😮😮 salute again salute
মাজুলীৰ প্ৰান্তে প্ৰান্তে বৰ্তমান এটাই নাম
Gaurav Gogoi❤❤❤