Sar pam moi puwati nishate. ( সাৰ পাম মই পুৱতি নিশাতে )

Поделиться
HTML-код
  • Опубликовано: 25 янв 2025

Комментарии • 30

  • @PobonGogoi-is2gp
    @PobonGogoi-is2gp Год назад +11

    ডঃ নিৰ্মলপ্ৰভা বৰদলৈ আৰু জয়ন্ত দাৰ সংগীতৰ যুতি বৰ মধুৰ। যেন এক স্বৰ্গীয় অনুভূতি🙏

  • @PrasantaMahanta-y5u
    @PrasantaMahanta-y5u Год назад +10

    এনে গীত লিখিবলৈ আৰু গাবলৈ সৰস্বতীৰ কৃপা লাগিব।আপোনাক ধন্যবাদ।এনে আপুৰুগীয়া গীত শুনাই আমাক আপ্লুত কৰিছে।

  • @chandraphukan7008
    @chandraphukan7008 4 месяца назад +4

    কিয় জানো ৰাণাদাৰ গীত শুনিলে আৰু বেলেগৰ গীত শুনিবৰ মন নাযায়। তাতে ৰেডিঅৰ সংস্কৰণ বোৰৰ মাদকতাই সুকীয়া। আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @bontiborgohainneog9320
    @bontiborgohainneog9320 3 месяца назад +3

    বহুত ভাল লাগিছে 🎉🎉❤❤❤

  • @bijanborah1064
    @bijanborah1064 2 года назад +4

    আচৰিত এক সংগ্ৰহ,, মানিছো আপোনাক,,🙏

  • @rituraj.mohan401
    @rituraj.mohan401 3 месяца назад +2

    Late Jayanta da was the first music director in assam who used western style of music in assamese song

  • @pranitadevi6098
    @pranitadevi6098 6 месяцев назад +18

    Jot aasa santit thaka, aaru Jodi duta doshok thakila hoi, asomiya songitor sthan aakhon khon bohut uporot hol heten.😢😢😢

  • @jayantadutta7
    @jayantadutta7 3 месяца назад +3

    ৰেডিঅ'ৰ গীতটিক/লয়ক গুৰুত্ব দি "গীটাৰ"খন বৰ সুন্দৰকৈ "সম্পাদিত কৰিছে"!🙏

  • @kusumborgohain1818
    @kusumborgohain1818 4 месяца назад +4

    bor.hundor

  • @bonjitborthakur6517
    @bonjitborthakur6517 2 года назад +3

    অপূর্ব!

  • @kaydee140
    @kaydee140 21 день назад +1

    Reminds me of good olden days of assam

  • @bitulmoni1883
    @bitulmoni1883 2 года назад +1

    সুন্দৰ

  • @dhirendeka04
    @dhirendeka04 2 года назад +4

    অতি সুন্দৰ । ৰাণা দাৰ জন্ম দিনৰ শুভেচ্ছাৰে ।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ, চাৰ ।

  • @pureinsaaan5021
    @pureinsaaan5021 Год назад +1

    কি সুন্দৰ ❤

  • @benudhargogoi9005
    @benudhargogoi9005 9 месяцев назад +1

    সুন্দৰ গীত❤❤❤

  • @manirajdas2765
    @manirajdas2765 2 месяца назад +2

    সীমাশ্ৰী বহুত সুন্দৰ গাইছা । চৰ্চা কৰি যোৱা । ইমান ভাল হৈছে কিমান শুনিছো হিচাব নাই । আৰু নতুন বৰগীত শুনাবা ! শব্দৰ স্পষ্ট আৰু শুদ্ধ উচ্ছাৰণত গুৰুত্ব দিবা ।

    • @dipong_muktobihongo2312
      @dipong_muktobihongo2312 3 дня назад

      ইয়াত কোন সীমাশ্ৰী আৰু কি গাইছে তেওঁ? Reply plZ.

  • @bhupenmedhi3500
    @bhupenmedhi3500 Год назад +1

    ❤ সুন্দৰ

  • @Melodia6625
    @Melodia6625 10 месяцев назад +1

    খুব সুন্দৰ।

  • @a.forgames5126
    @a.forgames5126 Год назад +1

    O my good beautiful song

  • @banamalimudoi97
    @banamalimudoi97 3 месяца назад +2

    October 2024 moi sunisu

  • @samarjyoti312
    @samarjyoti312 Год назад +1

    Clear version... ❤

  • @AbhaDas-by2pp
    @AbhaDas-by2pp Год назад +2

    Evergreen song of assam

  • @arunrabha172
    @arunrabha172 Год назад +2

    ❤️"""""অনুপম """""❤️

  • @BhargabBarman07
    @BhargabBarman07 2 года назад

    Good to hear

  • @momisarmah767
    @momisarmah767 Год назад

    Evergreen song uh....

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +3

    দৰদী শিল্পী জয়ন্ত হাজৰিকা দেৱৰ চিৰসেউজ গীতটি (ৰেডিঅ' সংস্কৰণ) শুনি আপ্লুত হলোঁ। এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ

  • @tarunjoyshree3235
    @tarunjoyshree3235 11 месяцев назад +2

    🎉ফেব্ৰুৱাৰী ২০২৪❤

  • @kishorkumarbaruah1644
    @kishorkumarbaruah1644 2 года назад +1

    চিৰসেউজ গীত।