Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bohut.sondor.geet.soni.bar.bhall.lage.lagote.prabina.baidaolai.dhanynabad.thakil.❤
এনে গীতি আৰু এনে দৰদী কণ্ঠৰ সুৰৰ মুৰ্চ্চনা ই হিয়া মন জুৰি কৰি যায় ।অপূৰ্ব সৃষ্টি ৰাজি! এনে গীতে শ্ৰোতাৰ হৃদয়ত চিৰ সেউজ হৈ জীয়াই থাকিব।
ৰাণাদাৰ অকাল বিয়োগে অসমীয়া সংগীত জগতখনত যি শূন্যতাৰ সৃষ্টি কৰিলে,সি কাললৈ পূৰ নহয় ।
সময়ৰ গতি কোনেওঁ নাজানে দাদা তোমাৰ গানশৈশৱৰ পৰা আজিওঁ শুনুশাহস আহে🎉🙏🙏
মই যে নাজানো তুমি কোন!তেনে বাৰু কিয় মই তোমাৰ সত্তাৰ প্ৰেমত বাৰে বাৰে পৰি যাওঁ!এইয়াই চাগৈ তোমাৰ অতদিনৰ তপস্যা আৰু সাধনা❤
Jayanti Hazarikar goteibor ganei mor khubei bhal lage. Voice to khub sundar.
ইমান সুন্দৰ ,সুমধুৰ ; মন-প্ৰাণ চুই গ'ল গীতটিয়ে .........সচাঁকৈ ভাষা নাই ,গীতটি মাদকতাপূৰ্ণ❤
প্ৰয়াত জয়ন্ত হাজৰিকা অসমৰ সবব'কালৰ১ নম্বৰ কন্ঠশিল্পী । তেওৰ কন্ঠ গায়কীশৈলিসুকিয়া ।
❤❤😢❤❤❤🎉 ee2❤❤❤❤❤❤😢 XD e www❤❤
Homoy হমই নহয়, সময় xamay
অতি সুন্দৰ, মন মুগ্ধকৰ গীত 🙏
বহুত ভাল লাগে তেওঁৰ গান বিলাক। ধন্যবাদ
কি যে অপূৰ্ব চিৰসেউজ গীত ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤আজি-কালিনো আৰু ক'ত শুনিবলৈ পাবা এনে তত্ব গধুৰ সুমধুৰ গীত ???😰😰
সঁচাই । তাহানিৰ দিনবোৰলে বৰ মনত পৰে কেতিয়াবা ।😢😢
অপূৰ্ব সৃষ্টি পাবলৈ কঠিন
হেমেন হাজৰিকাৰ কথা ৰাণা দাৰ সুৰ কণ্ঠৰ এটা বৰ মনোৰম গীত ।
বহুত বহুত ধন্যবাদ জনালোঁ, চাৰ ।
গীতৰ সুৰ,কথা আৰু কণ্ঠ ইমানেই মিঠা যে গীতটি শুনলে প্ৰাণ ভৰি যায়। আচলতে জয়ন্ত হাজৰিকা দেৱৰ সুৰ আৰু কন্ঠ ই আছিল অনন্য সুন্দৰ।
আপোনাৰ মতামতৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
মোৰ ভাল লগা গীত ।
শিৰ জুগিমিযা গীত
বাঃ কি অপূৰ্ব সৃষ্টি। ইমান তত্ত্ব গধূৰ গান শুনা অসমীয়া মানুহে আজিকালি গানৰ নামত কি কি যে বাহুল্য শুনিব লগা অৱস্থা হৈছে। আজি লাজ লগা হৈছে যে আমি ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা দেৱৰ গান শুনা অসমীয়া স্ৰোতা।
What a creation, my most favourite
Away from home miles apart...these songs keep me rooted to my soil...
One of my best of Ranada ❤
ইমান সুন্দৰ মন চুই যায়।❤❤
মোৰ নাম তোমাৰ মুখত শুনিলেবুকুত বাজি উঠে সুৰ সৰগৰতুমিটো নাজানাইতোমাক পোৱাৰকিমান হেঁপাহ মোৰ..
বহু দিনৰ পিছত গীত টি শুনিলো | সৰুতে ৰেডিঅত শুনিছিলো | কিমান যে মধুৰ এই বোৰ গীত |
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
@@probinagogoi3805 সুপ্ৰভাত
Bohiya lagil
Excellent❤
Great job 👌👍
Very very good
very nice
Veri. Nice
Katia xunisilo manatee napare
পূৰণা গীত সমূহ বৰ ভাল লাগে। শুনি হেপাহ নপলাই।
Oti sundor
My favourite song.
Thanks probina 🙏🏼
অতি শুৱলা গীত
Bohut val lage gantu
Evergreen
Thank you so much.
হয় অতি বিতুপন
Anyone listening in 2024 ?
❣️❣️
কালজয়ী গীত
Jaoanta hazarika devak sradhre suwarilo
😊
Akhet. Aru. Dah. Basar. Jiya. Thakile sanagit. Bahu paribrtan halheten
এইজন এজন বলিষ্ঠ কণ্ঠশিল্পী আছিল অকালতে আমি হেৰুৱালো।
এই গীতটিৰ লিখক হেমেন হাজবীকা ? ?
হয় ।
Natun projanmoi geet bur Huna uchit
Daradi kanthar hilpi garakir geete manpran hari niea.
Hiyar gan
Geettu likhoni diyak
চিৰসেউজ গীত
মতামতৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ ।
ruclips.net/video/QZ6QhtdgW8U/видео.html Eyatu nohoi cover song
Moja sub korilu muku kora
তোমাকো sub. কৰি দিলোঁ দেই। অশেষ ধন্যবাদ থাকিল।
@@probinagogoi3805 tq agoloi aguai jua tare kamona korilu
@@probinagogoi3805 b
Bohut.sondor.geet.soni.bar.bhall.lage.lagote.prabina.baidaolai.dhanynabad.thakil.❤
এনে গীতি আৰু এনে দৰদী কণ্ঠৰ সুৰৰ মুৰ্চ্চনা ই হিয়া মন জুৰি কৰি যায় ।অপূৰ্ব সৃষ্টি ৰাজি! এনে গীতে শ্ৰোতাৰ হৃদয়ত চিৰ সেউজ হৈ জীয়াই থাকিব।
ৰাণাদাৰ অকাল বিয়োগে অসমীয়া সংগীত জগতখনত যি শূন্যতাৰ সৃষ্টি কৰিলে,সি কাললৈ পূৰ নহয় ।
সময়ৰ গতি
কোনেওঁ নাজানে
দাদা তোমাৰ গান
শৈশৱৰ পৰা আজিওঁ শুনু
শাহস আহে🎉🙏🙏
মই যে নাজানো তুমি কোন!
তেনে বাৰু কিয় মই তোমাৰ সত্তাৰ প্ৰেমত বাৰে বাৰে পৰি যাওঁ!
এইয়াই চাগৈ তোমাৰ অতদিনৰ তপস্যা আৰু সাধনা❤
Jayanti Hazarikar goteibor ganei mor khubei bhal lage. Voice to khub sundar.
ইমান সুন্দৰ ,সুমধুৰ ; মন-প্ৰাণ চুই গ'ল গীতটিয়ে .........সচাঁকৈ ভাষা নাই ,গীতটি মাদকতাপূৰ্ণ❤
প্ৰয়াত জয়ন্ত হাজৰিকা অসমৰ সবব'কালৰ
১ নম্বৰ কন্ঠশিল্পী । তেওৰ কন্ঠ গায়কীশৈলি
সুকিয়া ।
❤❤😢❤❤❤🎉 ee2❤❤❤❤❤❤😢 XD e www❤❤
Homoy হমই নহয়, সময় xamay
অতি সুন্দৰ, মন মুগ্ধকৰ গীত 🙏
বহুত ভাল লাগে তেওঁৰ গান বিলাক। ধন্যবাদ
কি যে অপূৰ্ব চিৰসেউজ গীত ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤আজি-কালিনো আৰু ক'ত শুনিবলৈ পাবা এনে তত্ব গধুৰ সুমধুৰ গীত ???😰😰
সঁচাই । তাহানিৰ দিনবোৰলে বৰ মনত পৰে কেতিয়াবা ।😢😢
অপূৰ্ব সৃষ্টি পাবলৈ কঠিন
হেমেন হাজৰিকাৰ কথা ৰাণা দাৰ সুৰ কণ্ঠৰ এটা বৰ মনোৰম গীত ।
বহুত বহুত ধন্যবাদ জনালোঁ, চাৰ ।
গীতৰ সুৰ,কথা আৰু কণ্ঠ ইমানেই মিঠা যে গীতটি শুনলে প্ৰাণ ভৰি যায়। আচলতে জয়ন্ত হাজৰিকা দেৱৰ সুৰ আৰু কন্ঠ ই আছিল অনন্য সুন্দৰ।
আপোনাৰ মতামতৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
মোৰ ভাল লগা গীত ।
শিৰ জুগিমিযা গীত
বাঃ কি অপূৰ্ব সৃষ্টি। ইমান তত্ত্ব গধূৰ গান শুনা অসমীয়া মানুহে আজিকালি গানৰ নামত কি কি যে বাহুল্য শুনিব লগা অৱস্থা হৈছে। আজি লাজ লগা হৈছে যে আমি ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা দেৱৰ গান শুনা অসমীয়া স্ৰোতা।
What a creation, my most favourite
Away from home miles apart...these songs keep me rooted to my soil...
One of my best of Ranada ❤
ইমান সুন্দৰ মন চুই যায়।❤❤
মোৰ নাম তোমাৰ মুখত শুনিলে
বুকুত বাজি উঠে সুৰ সৰগৰ
তুমিটো নাজানাই
তোমাক পোৱাৰ
কিমান হেঁপাহ মোৰ..