Guinness World records book world no 1 best song, my favourite song, Awesome, superb, evergreen, world no 1 best song, my favourite song, i love u this song, superb, evergreen, world no 1 best song...
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song.
Bhupen Hazarika deb r protitu geet ei buku homhomai jowa sirojugomia geet, xobdor ussaron, aorthopurna protitu geetei axomiya jatir aayuxrekha
এনে এটা আপুৰুগীয়া , অৰ্থপূৰ্ন , চিৰযুগমীয়া গীত শুনিবলৈ সুবিধা দিয়াৰ বাবে আপলোড কৰোতা জনলৈ আন্তৰিক ধন্যবাদ জনালোঁ ।
কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোঁ
বহু ধনৰ মোহত পৰি মূলো হেৰুৱালোঁ ।
যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গলোঁ
অতি লোভত পৰি আজি পাপত বন্দী হলোঁ ।
মানুহকে মানুহ বেচি , বেহা পাতিছিলোঁ
আনৰ সুখক কাঢ়ি আনি ৰং চাইছিলোঁ ।
যি বোকাৰে পদুমতে কলঙ্ক সানিলোঁ
ধুই পখালি সাবটিবি, তোকেই সঁপি দিলোঁ ।
আনে সঁপি দিয়াজন যেন, পদুমৰে কলি,
কলঙ্কিতা নাৰী হʼলেও, লʼলো ভনী বুলি ।
বোকাৰ পৰা পদুমকে মূৰত লʼলো তুলি
পণ কৰিলো উৰে জীৱন ৰক্ষা কৰিম বুলি ।
ভোগৰ সমল নহৱ তই কামুক সৱৰ বলি
নিৰ্ভয়ে মই আগচিম জীৱন গʼলেও জ্বলি ।
সচাই অপূৰ্ব গীত দেই। শুনিয়েই মনটোকিবা কিবি লাগি যায়। ভূ পেনদা সচাই শান্তিৰ প্ৰতিক।
এয়াই প্ৰকৃত গান
বিশ্বৰ বিৰল কন্ঠৰ অধিকাৰী
প্ৰকৃতাৰ্থত পুৰুষ সুলভ কন্ঠ ।
অঁতি সুন্দৰ সংগ্ৰহ । ধন্যবাদ
অৰ্থবহ অপূৰ্ব সুন্দৰ গীত। আজিৰ নৱপ্ৰজন্মৰ বাবে হয়তু বিৰক্তিদায়কো হব পাৰে। আপলোড কৰোতাজনলৈ অশেষ ধন্যেবাদ।
অতি সুন্দৰ আৰু অৰ্থবাহক
ৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌটৌ
2nd line is not true
ইমান অৰ্থপূন গীত সচাঁকৈ ভাষাৰ অন্ত নাই
Gems of Bhupen Hazarika . অমূল্য সৃষ্টি।
বহুত আপোৰোগীয়া সম্পদ
এয়াকে কয় সুধা কন্ঠ।
এটা চিৰসেউজ আৰু অৰ্থ পূৰ্ণ গীত। মন জুৰ পৰি যায়
Ki je bhaxar byabahar!waah!pronam
বহুত ভাল লাগিল।
কথা,কন্ঠ আৰু গায়কীৰ অপূৰ্ব গীতৰ সোৱাদ 🙏
Guinness World records book world no 1 best song, my favourite song, Awesome, superb, evergreen, world no 1 best song, my favourite song, i love u this song, superb, evergreen, world no 1 best song...
অতি সুন্দৰ গীত।🙏🙏🙏
"বনজুই"বোলছবিৰ গীতটিয়ে হীয়া চুই গ'ল।অৰ্থবহ কথা, সুন্দৰ সুৰ আৰু কণ্ঠেৰে সুধা কন্ঠৰ এক অমৰ সৃষ্টি।বিৰল সংগ্ৰহৰ এনে এটি চিৰসেউজ গীত শুনোৱা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।
Heart touching song. I am gretfull to the uploading person
Jibonor nirmoh bislekhon
❤ very nice Song and Meaning full Word....❤
Best song, Guinness book of the world record book world 1 best song.
সুন্দৰ গীত।
Nic songs
Heart touching song
ভূপেন হাজৰিকা স ছা ই আচৰিত
Very interesting song. I like very much.
So sweet voice, i love u this song
This song is used as music therapy by me. Plot, voice, concept, everything is unique.
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song.
Evergreen song
Nice nice
Most meaningful song I have ever heard 🙏
My favourite song
Evergreen
🌻
I love you this song
🙏💜🕊🕊
মোৰ প্ৰিয় গীত ।
Best song
Mojaaaaa
Nice
এনেবোৰ অৰ্থবহ গীতে আৱেগিক কৰি তোলে।কি যে ভাষাৰ ব্যৱহাৰ।
আধ্যাত্মিকতাৰ সুৱাসে শাঁত পেলাই দিলে ..
Best song