বাইদেউ আপোনাৰ video বোৰ চাই বহুত সহায় পাও । কিন্তু বাইদেউ মোৰ ৰাতিপুৱা সময়ত খুব কফ ওলাই কিয় । বাৰু আৰু লালটি থু বিজলীয়া ভাব এটা আহি থাকে কিয় হৈ থাকে। বাইদেউ কি হয় এনেকুৱা বোৰ জনাবচোন।
Ba ukhah lole buku bikhua aru make maje voi voi logar karon to ki jonabosun .ukhah suti suti kihor karone hoi bohut kosto hoi ukhah luat sokur pani ulai jai
Bhal lagil❤❤❤❤😊😊😊😊😊
বাইদেউ আপুনি দিয়া কফ গলোৱা ঘৰুৱা ঔষধ আৰু পানী ভাপ মুখেৰে লোৱা বিধানে মোক বহুত উপকাৰ কৰিলে।আজি মই সম্পূৰ্ণ সুস্থ ।চৰকাৰী ডাক্তৰৰ ঔষধ খাওতে তিনি হাজাৰ গল।মাত্ৰা বিশ টকাৰ ভিতৰতে আপুনি দিয়া দিহা মতে মই একেবাৰতে ভাল পালো। বহোতো ধন্যবাদ জনালো।
Jani bhal lagil, video di thaku ei axhare j karubar tu hohai hobo. Bhal hoise buli gom pai birat bhal palu.
Very useful & important video 👌🏻👌🏻👏🏻👏🏻
Thank you Dr Ponkhi , video tu bhal lagil
Very nice, Thanks
ভাল কথা কৈছে।
Very precious information..
Thank mam❤❤
Good News 👍
Ur videos are very helpful, we watch ur videos plus we follow ur tips
Videoto bhal lagil, agoloi anekua video pam buli asha thakil.thanks.
Thanks.. And good job Baideu
Dhuniya video
Thanks Ma'am ❤❤
Thank you so much ma'am ❤❤❤
Very Important VDO
Always ,Liver kenekoi healthy Kori Rakibo pari baideu, jonawa soon baideu
'ভিডিও'টো ভাল লাগিল
Very nice video Thanks
বাইদেউ আপোনাৰ video বোৰ চাই বহুত সহায় পাও । কিন্তু বাইদেউ মোৰ ৰাতিপুৱা সময়ত খুব কফ ওলাই কিয় । বাৰু আৰু লালটি থু বিজলীয়া ভাব এটা আহি থাকে কিয় হৈ থাকে। বাইদেউ কি হয় এনেকুৱা বোৰ জনাবচোন।
First ❤❤
বাইদেউ অনুগ্ৰহ কৰি verycose vent বেমাৰ তো ওপৰত video এটা দিব চোন 🙏
fissure r bikhoye video ata bnb, please ma'am
Bhal lagil Thank You 🥰🥰🥰
Bryttttry🥰🥰🥰🥰🥰🥰🥰
বহুত দৰকাৰী উপদেশ দিলে
Good
বাইদেউ নমস্কাৰ 🙏🙏 আপোনাৰ আগৰ ডিঙি বিষৰ video বোৰ চাইছোঁ। মই বহু দিনৰ পৰা ডিঙি বিষত ভুগি আছোঁ anytime বিষ এটা থাকেই আৰু anytime ডিঙিত কফ লাগি থাকে বিজল বিজল ওলাই । থু গিলিলেও অশান্তি লাগে কিবা যেন লাগি আছে তেনে ভাৱ হয় । কি কৰিলে ভাল হব বাৰু please please বাইদেউ জনাব বুলি আশা কৰিলোঁ 😢😢
Ba mur golatu hukai. Jai kiyo ba aru buku tu olp bikhai ukha tu olp suti.lge plz.. jonabo 🙏🙏🙏
Problem resolved koribo
বাইদেউ মোৰ লৰাটোৰ 10 বছৰ, তাৰ মাজে মাজে পিঠা খোৱা ৰ দৰে উঠি থাকে, কাণ ৰ তলেদি গাল লৈকে ফুলি যাই আৰু বিষ হৈ, এখন কাণ হে হয়, কিয় emankoi hoi থাকে জনাব নেকি
Ghu
Ba ukhah lole buku bikhua aru make maje voi voi logar karon to ki jonabosun .ukhah suti suti kihor karone hoi bohut kosto hoi ukhah luat sokur pani ulai jai
প্ৰথমতে নমস্কাৰ বাইদেউ
বাইদেউ মোৰ এলাৰ্জি আছে তাৰ উপৰত এটা video বনাই দিব চোন
মোৰ গা ধুই উঠাৰ পিছত যেতিয়া গা তু মুচি দিম পিছত গতে গা তো খুজুৱাবো ধৰে আৰু বহুত খুযোৱাই বাইদেউ পিছত 10 মিনিট মান পিছত ঠিক হৈ যাই।
ডক্তৰক ও দেখালো 2 বাৰ কিন্তু ভাল নহল তাৰ কাৰণে আপোনাৰ পৰা কিবা এটা উপায় পাম বুলি ভাবি আপোনাক জনালোঁ
Plz বাইদেউ আপোনাৰ পৰা কিবা এটা উপায় পাম বুলি আশা থাকিলে । ধৈনবাদ
Mam apunar sember kot
নমস্কাৰ বাইদেউ মই আপোনাৰ ভিডিঅ চাই ভাল পাওঁ বাইদেউ এটা সহায় কৰিবনে মোৰ বয়স ৩০বছৰ আৰু মুৰ মুখৰ skin নৰ বেমাৰ ৬বছৰ দৰি হয় আছে এতিয়া কেনেকৈ ভালপাম যনাবনে please please please
ককা আইতা সেইকাৰণে ১০০ বছৰ জীয়াই আছিল
Bahut diniya hukan kahar upai eta dibasun
Bohut bohut Darkari VDO.
Mam apunr Instragram t ki name ase please jonab
Bhut besi dngr problem ata vugi asu moi
Please 🙏 please mam