জয় অগ্নিনাভ শিৱ বাবা কোটি কোটি প্ৰণাম কৰিছো প্ৰভু তোমাক এনেকৈ কৃপা কৰক প্ৰভূ সুখ সানতী দীয়ক বাবা আমাক একে লগে থাকীবলৈ আমাক কৃপা কৰক প্ৰভূ 🌹🌹🌹🌹🌹🙏🙏🙏🙏🙏🪔🪔🪔🪔🪔🪔🪔🌺🌺🌺🌺🌺
Pothome moi u bisak nkorisilu ...moi ktia u jua ni Agni nav mandir...kintu atia bisak koru karon jatia pora bhogobanor photo 1copy Sai pray korilu bhogoban Mur murbikh bhal Kori diok ...Mur mur bikh ot thkibo nuariclu...karone...jtia pray korilu Mur murbikh nai atia..I believe .
बिस्वास करो तो मां गंगा, ना करो तो बेहता पानी। কথা বোৰ ঠিক তেনেকুৱা।বিশ্বাস কৰিলে সকলো সম্ভৱ,নকৰিলে একো নাই।মানিলে ধান আৰু নামানিলে পতান বুলি এখাৰ কথা আছে
ভগৱান বিশ্বাস কৰিব লাগে ।মানুহ এজনক টকাৰে কিনিব পাৰে।ভগৱান কিন্তু মনৰ পৱিত্ৰ ভাবাত সন্তুষ্ট হয়।আনৰ দেশৰ দুখীয়া অৱস্থাৰ পৰা ধনী জন প্ৰতি জন লোক জনহিতকৰ হলে ঘৰ খন এটা মন্দিৰ সদৃশ প্ৰতিজন লোক ভগৱান।জন হিতকৰ কাম কৰা প্ৰতিজন লোক ভগৱান অৱতাৰ।
Jai agninaav baba 🙏🙏🙏 baba moi tumak bhut bisas koru aru khei bisas tei moi Dhan k koisu May r 5 tarikhe case tu sigib aru akebare lobo,moi Dhan k kotha disu ,khei karone mor kotha tu rakhiba Prabhu aru proman diba Prabhu Om namah shivay 🙏🙏🙏
❤❤❤ om namah shivay om namah shivay om namah shivay om namah shivay om namah shivay om agninav baba ❤❤❤ khewa jonaisu provu tumi kripa kora provu vogobanok khewa koratu nijor kotha kio mnuha bitork korisa vogobanoku voi nokora na om namah shivay om namah shivay ❤❤❤
Ha agniav baba moi apunar soronot ghoror porai Hawa korisu ....mur husband ji modor poti luve ase nakhai thakibo nuware. Tak apuni modor poti akebare live nothoka khabo mon nujuwa kori diyok bhogoban moi aitur karone bhout kosto paisu ....mur ai dukhor pora multi korok bhole baba🪔🪔🪔🪔🪔🙏🙏🙏🙏🙏🙏
ভগবান মইও বিস্বাস কৰোঁ। কিন্তু মই ভাবো ভগবানক পাবলৈ ইমানকে হেতা ওপৰা লগাই লাভ নাই। শুদ্ধ অন্তৰৰে আপোনাৰ নিজৰ থাপনা খনত বা গাৱঁৰ নামঘৰত সেৱা লওক, একেই ফল পাব। সকলোতে প্ৰতিষ্ঠিত দেৱতাই থাকে। মাত্ৰ বিস্বাসেৰে পূজা কৰিলেই হল।
সৰ্বসাধাৰণৰ পৰা এনেদৰে এক নিৰ্দিষ্ট পৰিমাণৰ ধন ধাৰ্য কৰি দিয়াটো মই ভাল পোৱা নাই। ভগবানে টকা নিবিচাৰে, মাঠু বিচাৰে তেওঁক শুদ্ধ মনে শুদ্ধ চিত্তে চিন্তা কৰাটো।
Xsa ktha ❤
Mandir sai puja kribo nalge...jodi ontr khn xsa hoi tnhle bhogwank xilor murtit o dekha powa jai
Ekdom xosa
টকা নিদ্ধাৰণ কৰাটো ভণ্ডৰ কাম ৷ উচিত কথা কবলৈ ভয়কৰা অনুচিত ৷
Ak mot..
কাৰোবাৰ বিশ্বাস নাই নকৰিব... কোনেও জোৰ নকৰেটো পূজা কৰিবলৈ...বাবাক লৈ কৰা বিতৰ্ক বোৰ অলপো শুনিব মন নাযায়
Ri8
Hosa Kotha.
Bll r reporter buli kolu moi 😂😂 altu fltu questions koribo jai
কাৰোবাৰ বিশ্বাস নাই নকৰিব... কোনেও জোৰ নকৰেটো পূজা কৰিবলৈ ...বাবাক লৈ কৰা বিতৰ্ক শুনিবলৈ মন নাই
Video ৰ ৮.৫৫ মিনিট ত কৈছে যিদাল ভগৱান 😅😅😅😅 কি আছে মূৰত ইহঁতৰ
বিশ্বাস কৰে নে নকৰে ৰাইজে নাজানো কিন্তু আস্থা ৰাখিলেই হ'ল🔱🕉️ 🙏🙏🙏🙏
মহাদেৱক মইও বহুত বিশ্বাস কৰো। অগ্নিনাভ মন্দিৰ আমিও গৈছিলো অলপ দিন আগত। কিন্তু এটা কথা বেয়া লাগিল আমি শৰাই দিওঁতে আমাক শৰাই লগত 101 দিবলে কলে। মোৰ আগত এজন লৰাই 71 টকা দিছিল কিন্তু তাত থকা লিখি ৰখা মানুহ গৰাকী এ কলে বোলে 101 টকা কে লোৱা হয় 101 টকা দিয়ক।। সেই কথাটো অলপ বেয়া লাগিল মানুহে যি দিয়ে নিজৰ মনে তাত আকৌ এনেকে কলে বেয়া লাগে।। আৰু এটা কথা বেয়া লাগিল আমি যিহেতু চাকি জলাব কাৰণে তেল লৈ যাওঁ আৰু বটল ত তেল থাকি যায় সেই তেল বোৰ বহিৰলে উলিয়াই নি দুগুণ দাম ত বিক্ৰী কৰিছিল ।। আৰু তাৰ লাইন পতা system টো অলপ বেছি।। যাৰ কাৰণে আমি ইমান দুৰৰ পৰা গৈ ও নিৰ্মালি নাপালোঁ ভালকৈ বাবাক সেৱা কৰিবলে ও নিদিলে উঠক উঠক বুলি লৰা লৰিকে উঠাই দিলে যিটো বহুত বেয়া লাগিল।। আৰু ইমান লাইন যাৰ কাৰণে সকলো খেলি মেলি শৰাই দিবলে এটা লাইন শৰাই পইচা দিবলে এটা লাইন সেৱা কৰিবলে এটা লাইন নিৰ্মালি লবলে এটা লাইন আকৌ যাৰ কাৰণে বহুত দুৰণি পৰা যোৱা মানুহেও ভালকৈ বাবাৰ দৰ্শন নপায়
Enekua comments bur dekhile kiba bishskh koribole tan hoy
Tilinga modir Shiva dol t ketiaba kunubai poisa dmn kora dekhise jnu kintu eat kio dmn kore vogobanor namot...Koli jugot kormoi dhormo
Baido r mitha kotha t hokolu bhul gol dei..
Parvu Bholanath k emn durot goi bisari furar kunu dorkar nai jodi apunar mon pobitra,jodi apunar prithibir khokolu pranir proti morom senha doya thake tente apunar nijor hidayte bisari paba parvur nam lolei apunk g kunu bipodar pora roikha koribo kin2 apuni nije prothome nijor mon pobitra koribo lagibo nijor aatmak pobitra aatma rupe sinaki dibo paribo lgibo tetiya ha possible hbo ❤
জয় অগ্নিনাভ বাবা 🙏🙏🙏
জয় অগ্নিনাভ বাবা
JaiagninabbabaPopigogoi 1:08
জয় অগ্নিনাভ বাবা কৃপা কৰিবা 🙏🏻🙏🏻🙏🏻🙏🏻
জয় অগ্নিনাভ শিৱ বাবা কোটি কোটি প্ৰণাম কৰিছো প্ৰভু তোমাক এনেকৈ কৃপা কৰক প্ৰভূ সুখ সানতী দীয়ক বাবা আমাক একে লগে থাকীবলৈ আমাক কৃপা কৰক প্ৰভূ 🌹🌹🌹🌹🌹🙏🙏🙏🙏🙏🪔🪔🪔🪔🪔🪔🪔🌺🌺🌺🌺🌺
জয় অগ্নিনাভ বাবা মোৰ মানুহ জনক আৰোগ্য কৰি দিয়ক সেয়া ধৰিছো ।
Jai baba agninabh,babarproti bhokti hodai thaakibo,
Hor hor Mahadev
আই অই দেহি...বাবাই আপোনাক কাষৰ পৰা বিচাৰিছে...জগত জননী মা জগদম্বা ই এনেয়ে যুগ যুগ তপস্যা কৰিলে মহাদেৱক পাবলৈ, তেওঁক এৰি এওক কাষত ল'লে।
কি হৈছে আচলতে এই মানুহ গৰাকীৰ।
যি মহাদেৱে নিজৰ পৰিয়ালক সদায় লগত ৰাখে,শিৱ পৰিবাৰ বুলি কয়। নন্দী,গনেশ, কাৰ্তিক,মা পাৰ্বতী লগত। এওঁলোক নহ'লে এটা শিৱ মন্দিৰ সম্পূৰ্ণ নহয়,এই সকলো এৰি এওক বিছাৰিলে কাষত 😂...
জগত পিতা মহাদেৱ,হে পৰম পিতা, তুমি কৃপা কৰা।
শ্ৰী শিৱায় নমস্তৌভ্যম ।
হৰ হৰ মহাদেৱ।
Pothome moi u bisak nkorisilu ...moi ktia u jua ni Agni nav mandir...kintu atia bisak koru karon jatia pora bhogobanor photo 1copy Sai pray korilu bhogoban Mur murbikh bhal Kori diok ...Mur mur bikh ot thkibo nuariclu...karone...jtia pray korilu Mur murbikh nai atia..I believe .
ঔম জয় অগ্নিনাভ বাবা 🙏🙏🙏 কৃপা কৰেযেন বাবা 🙏🙏🙏 মনৰ আশা বোৰ পূৰ্ণ হয় যেন 🙏🙏🙏
ইয়াকে কয় ঢৌ।ঢৌ কিমান সময়লৈকে থাকে সেইটো ডাঙৰ কথা।হৰ হৰ মহাদেৱ🙏🙏🙏
PK - 2 released but not from Bollywood. Need to emphasize on humanity 🙏🙏🙏
HAR HAR MAHADEV
JAI SHRI AGNINAV DEV KI JAI🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
মই বহুতেই প্ৰমাণ পাইছোঁ জই ogninav baba
World r sobre dhoni hole mane apuni 😅
@@Holaaa325sobei bhogobanok poisa nukhuje nhoi baba 🥸
Joi Baba agninav joi Baba muktinath, kripa kora baba monor ashabor puran koriba pranhu
জয় বাবা অগ্নি নাভ তোমাৰ চৰণ ত শত সহস্ৰ প্ৰনাম তুমি আমাৰ ঘৰৰ সকলোৰে মনৰ কামনাপুৰন কৰিবা হৰ হৰ মহাদেব ঔম নম শিবায় 🪔🪔🪔🪔🪔🪔🙏🙏🙏🙏🙏 🙏
Jai agninav baba jai❤❤❤❤❤❤❤
Jai baba agniv mur axa and sbr yehh axa puron kora❤❤❤ deihh❤❤❤❤bt❤❤axa puron kora❤❤
🙏🙏 Jai Agninav Baba 🙏🙏
ওঁম নম শিৱই ওঁম নম শিৱই জেই অনিনা ৱ বাবা👏👏
बिस्वास करो तो मां गंगा, ना करो तो बेहता पानी। কথা বোৰ ঠিক তেনেকুৱা।বিশ্বাস কৰিলে সকলো সম্ভৱ,নকৰিলে একো নাই।মানিলে ধান আৰু নামানিলে পতান বুলি এখাৰ কথা আছে
Amar Xokolure Mangal Kariba Baba 🌺🌺💐💐💐💐🌹💐🌹🌹🌹
অগ্নিনাভ নামটো হয়তো ভুল নাম, কিন্তু মন্দিৰ বা শিৱবাবা ভুল নহয়।
ভগৱানৰ নামত বেপাৰ বাণিজ্য সেইটো বেলেগ বস্তু কিন্তু ভক্তৰ ভক্তি এটা প্ৰভুৰ প্ৰতি সৎ ভাব এটা বিশ্বাস যিটো প্ৰত্যেক লোকৰ আত্মাৰ পৰা ওলাই আহে।
JAI AGNINAV BABA KI JOY ❤❤❤
Jai agninav baba
Right news
Jai agninav baba kripa koriba provu.. Monor akha puron koriba.. Durr porai xoto koutibar pronam provu🙏🙏🙏
বিতৰ্ক কৰা মানুহ কেইজনক বা বাবা য়ে চকু মেলি চাই উচিত শিক্ষা দিব বুলি আশা ৰাখিছোঁ প্ৰভু har har Mahadev
Jai agninav baba bhut vl lagil goi ako jm
আমাৰ এটাই কথা অগ্নিনাভ বাবাৰ কথা গম পাই দৰ্শন কৰিলোঁ শৰাই দিলোঁ বাবাৰ প্ৰতি ভক্তি আজিও আগৰ দৰেই আছে আগলৈও থাকিব আৰু যাক ভক্তি কৰা যায় তেওঁৰ বিষয়ে বেয়াকৈ শুনিব নোৱাৰোঁ সি লাগিলে যিমানেই ডাঙৰ মানুহ নহওঁক বেয়াকৈ একো নকব
Right
Jai Agninnv Babar usorot parthoan korisu baba muk kripa kora
জয অগ্নি নাভ বাবা মনৰ সকলো আশা পূৰণ কৰা বাবা।
জয় অগ্নি নাভ শিৱ বাবা,কৃপা কৰিবা।
👏👏👏👏👏🙏
Kadernath temple ba Ma kamakhya t vir nhoy nekii? Hokoluu temple e first t horu e hoy, pisot hee lahe lahee famous hoy jaai. Har Har Moha Dev ❤❤❤❤
ঔম নমঃ শিৱায় ।
জয় অগ্নিনাভ বাবা🙏
মানুহৰ জ্ঞানেন্দ্ৰীয় সমূহে মনৰ ভাৱনাক সহজে উপলদ্ধি কৰিবলৈ সুযোগ দিয়ে। গতিকে অনলাইনত মন্দিৰ চলাটো একো আচৰিত কথা নহয়।বিশ্বৰ সকলো কৰ্মতে আত্ম স্বাৰ্থ থাকে।
Kripa Kora baba
❤❤❤❤❤❤ Har Har Mahadav
Jai baba agninav
বাবা মোৰ মনৰ কামনা বোৰ পুৰন কৰা প্ৰভু
Joi agninav baba Joi
ওঁম নমঃ শিৱায়
Joi agninatha baba tumi mur loratuk joi koriba
Hor hor mahadab monor akha puran koreba baba
ভগৱান বিশ্বাস কৰিব লাগে ।মানুহ এজনক টকাৰে কিনিব পাৰে।ভগৱান কিন্তু মনৰ পৱিত্ৰ ভাবাত সন্তুষ্ট হয়।আনৰ দেশৰ দুখীয়া অৱস্থাৰ পৰা ধনী জন প্ৰতি জন লোক জনহিতকৰ হলে ঘৰ খন এটা মন্দিৰ সদৃশ প্ৰতিজন লোক ভগৱান।জন হিতকৰ কাম কৰা প্ৰতিজন লোক ভগৱান অৱতাৰ।
jai jai agni nav baba mur mana kamona purana kara pravu . 🙏👏🙏👏🥀🌸🌺
Jai baba
🙏🙏🙏
Jai agninaav baba 🙏🙏🙏 baba moi tumak bhut bisas koru aru khei bisas tei moi Dhan k koisu May r 5 tarikhe case tu sigib aru akebare lobo,moi Dhan k kotha disu ,khei karone mor kotha tu rakhiba Prabhu aru proman diba Prabhu Om namah shivay 🙏🙏🙏
জয় বাবা অগ্নিনাভ।
বিশ্বাস মিলয় হৰি।🙏
Joi baba agninav
Jai Agninabh Baba 🌺
Jai Aganinav Baba ❤❤❤❤❤
বেপাৰত ইমান মগ্ন হৈ গল যে গাখীৰ খীৰুৱা মানুহজনেও বাবাক গৰম গাখীৰ খোৱা হ'ল, কেঁচুৱা নোহোৱা গৰাকী কিয় তেওঁৰ বাবাক চাকী জ্বলাব কলে তাৰ কাৰণ কি, মহিলগৰাকীৰ ঘৰত ও আছে চাগে মন্দিৰ তাত কিয় জ্বলাব নকলে, এইবোৰ তেওঁ সম্পূৰ্ণ নিজৰ প্লেনিগ , বাবেই যিদৰে থাকিব লাগে সেইদৰে তেওঁ ৰাখিবই পৰা নাই, সেই ঠাইত বাবা জাগ্ৰত নে উগ্ৰহ তেওঁ ভালকৈ ভাবি চাওক, তেওঁ একো নাজানে, নজনাটো ডাঙৰ কথা নহয় কিন্তু ইমান ডাঙৰ বজাৰ এখন দি অলপ হলেও জানিবলৈ চেষ্টা কৰিব লাগিছিল, আৰু তেওঁ যে কৈছে তেওঁ উতেৰাছ ৰিমভ কৰা কাৰণে তলত বহিব নোৱাৰে তেওঁ জানে নে যে আৰু বেলেগেও কৰিছে ৰিম ভ তেওঁলোকেতু সকলো কৰিব পাৰে কঠীয়া তোলাৰ পৰা দমাটিত ৰোৱালৈকে, মানুহে এটা মিচা কথা লুকুৱাবলৈ যেনেকৈ বহুত মিচা কথা কবলগা হয় ঠিক আপোনাৰ তেনেকুৱা হৈছে , আৰু প্ৰতিটো কথাতে কিবা নহয় কিবা এটা ৰৈ যায় , শেষত এতাই কওঁ ভগৱানৰ নামত আৰু ভণ্ডামি নকৰিব,তেওঁ দিও চাই নিও চাই, আৰু সত্য এদিন নহয় এদিন ওলাবই তেতিয়া কিন্তু এই সমাজত থাকিবলৈ ঠাই নহব আপোনাৰ মাৰ্বল পাথৰ নালাগে হীৰাটো নহব মনত ৰাখিব।
Bholenaath mur atmat ase bahut biswakh koru,kintu babar namot jukhotkoi besi andhra biswas biyopaise vagoban polabo aru tar pora asil jodio, poisar gos bonai loise. Joi bholenaath kipa koribo aru apunar vaktoganok🙏🙏🙏
Jai agninav baba 🌺🏵️🌸🌺🏵️👏👏👏👏
Jai agninav baba Jai shiba baba kripa Kora tomar saranat sthan diya
Joy agony nav baba kripa kare monor kamona puron korena
বিতৰ্ক কৰাবোৰক বাবাই সোনকালে বিচাৰ লব বেছিদিন নাই ! জয় অগ্নিনাভ বাবা 🙏🙏🙏
Joi,agninav,baba
❤❤
Jai
Agninav
Baba
Jai
Apunak moi bisakh koru prabhu❤❤❤❤
Jay agninabh baba ki jai ho ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
জয় বাবা আগঅগ্নিনৱ
Jai Agninav baba 🙏🙏🙏
Jai baba Agninav 🙏
Joi baba
❤❤❤ om namah shivay om namah shivay om namah shivay om namah shivay om namah shivay om agninav baba ❤❤❤ khewa jonaisu provu tumi kripa kora provu vogobanok khewa koratu nijor kotha kio mnuha bitork korisa vogobanoku voi nokora na om namah shivay om namah shivay ❤❤❤
Nomoh mohadev
Jay baba Agninav❤❤
Jai baba agninav 🙏🌏🌼🔱🕉️❤️
Jai baba agninav 🙏🏻🙏🏻🙏🏻
Jai agninav baba🙏🙏🙏akhabur puran hay jate mur
Om nomo Shivay 🙏🙏🙏🙏
Har har Mahadev 🙏🏻
Moi bhtu proman paisu 🙏 jai agninave baba🙏 babak loi bitorko nokoribo apunalukea bisakh nokorea nai kintu bitorkou nokoribo
Jai Agninave baba
Har Har MahaDev
জয় অগ্নিনাভ বাবা। কৃপা কৰা বাবা।
🙏🙏🙏🙏🙏🙏
Om nma sibai
Jai agninav baba❤🌺🙏🔱
Jay Agninav Baba 🙏🙏🙏
জয় অগ্নিৰ নাভ বাবা
Joi agninatha baba
❤️🔱
Om namah shivaya om 🙏
Jai agninav baba 🙏❤️🙏
এটা সময়ত মৰাণ ডোমৰ দলং নামৰ ঠাইত প্ৰাৰ্থনা কৰি ভগৱান পোৱা কথা সকলো লোকেই জ্ঞাত। এতিয়া কিন্তু বৰ ডাঙৰ এটা তলা। এদিন একে হ'বগৈ। ফেচবুক লাইভ কৰি বাইদেউয়ে প্ৰচাৰ কৰি ব্যৱসায় বঢ়াই আছে।
Khristan r je manuhjon asil heijon moiu goisilu bor kasta kori kintu eku napalu anki thokakhiniu kahihe nile heijonai
একেবাৰেই সত্য
Right
একেই ব্যৱসায়
Ha agniav baba moi apunar soronot ghoror porai Hawa korisu ....mur husband ji modor poti luve ase nakhai thakibo nuware. Tak apuni modor poti akebare live nothoka khabo mon nujuwa kori diyok bhogoban moi aitur karone bhout kosto paisu ....mur ai dukhor pora multi korok bhole baba🪔🪔🪔🪔🪔🙏🙏🙏🙏🙏🙏
Likhute jodi kiba bhul hoi maf koribo 🙏🙏🙏🙏
Jay baba agninav❤😊
জয় বাবা অগ্নিনাভ
Jai Agninav Baba.