কি বাৰে কি ৰঙৰ কাপোৰ পিন্ধিব? 9864445235
HTML-код
- Опубликовано: 4 фев 2025
- RUclips link 👉 • 2024 বৰ্ষটো কেনেকুৱা য...
কি বাৰে ঘূৰাব ধাৰলৈ অনা টকা?
কি বাৰে কি ৰঙৰ কাপোৰ পিন্ধিব?
২০২৪ত কি হ'ব?
শনিয়ে কাৰ কাৰ মঙ্গল কৰিব?
কেইবাটাও বাস্তু টিপছ দিলে কৰবী বেজবৰুৱাই।
পৰীক্ষা ভাল হ'বৰ বাবে ছাত্ৰ-ছাত্ৰীলৈ পৰামৰ্শ।
বাৰ্তালাপৰ ষ্টুডিঅ'ত কৰবী বেজবৰুৱা।
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@B....
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
Baartalaap Media Academy
Admission Enquiry : 9101068803
Bahh..poisa dhare lobo apunar bipodor homoyot..ghurabo akou nijor posondor baarot..dhonyo manisu he..u r great.
ভাল মনৰ মানুহবোৰৰ চিন্তা সদায়ে ভাল ,বহুত সুন্দৰ অনুষ্ঠান এটা উপহাৰ দিয়াৰ বাবে ধন্যবাদ দুয়োলৈ ||
বহুত সুন্দৰ বাৰ্তালাপ ৷ আপোনালোক দুয়োকে অশেষ ধন্যবাদ ৷ 🙏
বৰ ভাল লাগিল আপোনালোকৰ দুয়োৰে বাৰ্তা লাভ ।।। 🙏🙏🙏🙏
Khub bhal loga Anusthan BARTALAP... Bahut kotha xikibo parisu aru janibo parisu ❤❤❤
তোমাৰ অনুষ্ঠান প্ৰায়ে চাওঁ বৰ ভাল লাগে ।এই সুন্দৰ অনুষ্ঠানটোৰ পৰা বহুতো শিকিব পাৰিছো ।তোমালৈ বহুত বহুত ধন্যবাদ 🙏 ।
বাৰ্তালাপ বহুত সুন্দৰ অনুস্থান ।মনটো ভাল লাগি গল। টিপচ্ বোৰ বহুত ভাল লাগিল। কৰবী মেমক ফলো কৰা আছা। 😍😍😍
Good step... Bhagaban k biswax korile wish bor fulfill hoi... Moi o bahut praman paisu 😊
ভাল লাগিল কথাবোৰ শুনি আৰু জানিব পাৰিছো নজনা কথাবোৰ আৰু আগলৈ যেন বাইদেউক লগ পাও।
খুব সুন্দৰ অনুষ্ঠান । ভাল লাগিল। বৰ ধুনীয়া উপহাৰ পালে দেই। ভাল লাগিছে।
এনেকুৱা কথাবোৰ বিশ্বাস কৰে কৰক৷ সাধাৰণ মানুহবোৰৰ মাজত এইবোৰেই খেলিমেলি সদায় কৰি আছে৷ কৰি থাকিব৷
বহুত ভাল লাগিল কিন্তুু কৰবী বাইদেউ মোক ভাল সমাধান নিদিলে একেলগে তিনিজনৰ চালো একো নাপালো
ভাল লাগিল বাইদেউ আপোনাক শতকুটি প্ৰণাম জনাইছো ❤🙏🙏🙏
এটা সুন্দৰ অনুষ্ঠান আগবহুৱা বাবে অশেষ ভাল লাগিল
বহুত বহুত ধন্যবাদ দুয়ো জনকে , বহুত নজনা কথা জানিলো । এবাৰ লগ পাব মন আছে
ভাল লাগিল উপস্থাপনৰ বাবে!🙏🙏
সুন্দৰ অনুষ্ঠান খুব ভাল লাগিল❤
Tumar anustan xasai bahut bhal lage aru mur ekdam monor logot Mila enekuwa kotha bur..aru shirttuye dhuniya lagise dei.... Bhaity.....
বহুত সুন্দৰ বহুত ভাল লাগিল । ভগৱানে সকলোৰে মঙ্গল কৰক
আপোনালৈ অশেষ ধন্যবাদ দাদা,ইমান সুন্দৰ অনুস্থান এটা মানুহৰ মাজত অনাৰ বাবে।"কৰৱী বা🙏🙏🙏🙏".
Prodipta 54:24 yung
😊
❤ Nice program
বহুত ভাল লাগিল দাদা।লগতে সহস্ৰ প্ৰণাম বাইদেউ🙏🙏
Aji pratham bar saisu bohut vall lagil baidou aru dada dhainabad🙏
বহুত সুন্দৰ, আমাৰ জীৱনৰ বহুত আৱশ্যকীয় কথা শুনি উপকৃত হ'লো।🎉
Ami u Navaratri niyom palon koru 15 yrs continue hoise,, 9 days akol rati pani aru sagu , fruit khai next morning r pora ako without water fasting koru,,najanu kiyo na bhuk lage na piyah lage,Maa Durga r ata Shakti sage🙏🏻
জয .শী.ৰাম ❤
বাহ,আজি টোমাকো ধুনীয়া লাগিছে,,তোমাৰ kurta tu u bhal লাগিছে ,,তাতকৈ ভাল লাগিছে তোমাৰ সত,,শুদ্ধ ,,প্ৰবিত্ৰ ,, অনুষ্ঠান তো,,নতুন বছৰৰ শুভেচ্ছা দুয়োজন লৈকে জনালো ,,
Barta lap sai bhal lagil lagat karabi Ba katha bur bahut bhal lagil thanks
বহুত ভাল লাগিল, ধন্যবাদ দাদ আৰু বাইদেউ ।
Val lagil anusthantu sai. Tumak sartue val lagise.Sakropa 28:53 ni
দুয়োজনকে বহুত বহত ধন্যবাদ ।মই এনেধৰণৰ অনুষ্ঠান বোৰ বহুত ভাল পাওঁ,গতিকে চাও।ধন্যবাদ।
বহুত ভাল লাগিল , বহুতো নতুন নতুন কথা জানিব পাৰিলো
Tumar programe salu bor vl lagil aru bohut kita tips palu . Hei babe tumak aru karabi baa k dhanaywad . Love from jorhat .
Baideur kotha khini huni eman vaal lagise.... Ekerahe huni thakibo pari...
Vl lgiil❤
Montu patol hoi gol kotha barta bur xuni...❤️
চাইছোঁ দেই । বহুখিনি কথা শিকিলোঁ
চক্ৰপ্ৰাণী পৰাশৰ দা আপোনাৰ অনুষ্ঠান বাৰ্তালাপ বহুত ভাল লাগে ❤ এনেকুৱা অনুষ্ঠান দি থাকিব
Programme tu sai bhal lagil....
Bohut val lagil, duiu jonoke dhoinyabad.
আপোনালোক দুয়োজনৰে অনুষ্ঠান মই কৰিলেই চাওঁ। আজিও বৰ ভাল লাগিল।
জয় হনুমান জি
কৰবীবা আপুনি তুলাৰা শী আৰু কণ্যাৰাশীকেনেকুবা কৈ দিব চোন
নতুন বছৰৰ শুভেচ্ছা থাকিল
মানুহজনেই বৰ ধুনীয়া। ধুনীয়া লাগিছে
Dhonyobad video tur pora bht khini kotha hikilu.
Very very nice program ❤❤
বহুত ধুনীয়া লাগিছে , মই আপোনাৰ ঘৰৰ ওচৰৰ হয়
Bohut val lagil meet again thank you.
আপুনি ভূল কৈছে সকলোৰে মা দেউতা একে নহয় নহলে লৰা ছোৱালীয়ে চুইচাইড কিয় কৰিলে হয়???? কেৱল নম্বৰৰ পিছত কিয় দৌৰে?? সকলোৰে এটা সপোন আছে সেই সপোন ধংস কৰিব অধিকাৰ কোনে দিছে??১৮+হোৱাৰ পিছত লৰা ছোৱালীক অধিকাৰ দিছে দেশে সেইখিনি মাক বাপেকে কিয় নিদিয়ে,?
Val lagise dai. Apunar anusthan sai bor val lage.
Bhagobanor uporat bishakh thakile nisaikoi saku meli sai.krishna🙏🪔
Sachakoi val lage chakrapani parasarak.positive energy
Bohut. Val. Lagisa. Ba.
Dujonok Happy New year Apunar Niyom bur bhal lagisa Thank you
সুন্দৰ লাগিছে ।এনে অনুষ্ঠানে আমাৰ উপকাৰ সাধন কৰিব ।
Thank you baidew for your nice tips...
Thanku.bohut kothai janibo parilu apunalukor pora.
Bahut val palo thanks
Bahut val lagil katha khini huni aru bahut Katha janiba parilu. North kot thob lage matit ne janabahon.
Dada apnr proti tu video moi sao...bht besi hikisu apunr videos r pora Dada ❤
Ata hundor anushthan val lagil.logota kurta tu ❤
Apunar program bur sai khub bhal lage
ধুনীয়া চাৰ্টো ❤
অনুষ্ঠানটো চায় বহুত ভাল লাগিল ধন্যবাদ ❤❤
মই মঙ্গলবাৰে আৰু শনিবাৰে ৰঙা আৰু বৃহস্পতিবাৰে হালধীয়া নাইতি পিন্ধো ❤️😘❤️কৰবী বা 🙏🏼🙏🏼🙏🏼
মই ভগৱানক প্ৰায় পাওঁ ,, গীতা পঢ়িব , 33 কোটি দেৱতা বুজিব পাৰিব
Apanar Katha shuni bahut bhal lagil
Bohut bhal lage apunak
Thanks, Bahut Najana Katha janilo
Thank you bohut duniyaa kotha janilu karabi ma'am abar log korim
Bhut vl lagil... Thanks!
Apunr anusthan Sai asu bhal lagise,
Val lagil apunar Katha khini huni ❤️❤️🙏🙏
সচাঁকৈয়ে ভাল লাগে আপোনাক বহুত🥰
মেম আপোনাক দুয়োজনকে বৰ 54:22 বৰ ভাল লাগে🙏🙏🙏
Bohut hundar hundar kotha hikilu tar babe bohot bohot dhanyawad
Bartalap hodai saw dada....baa vidiu hodai saw...val lge
খুব ভাল লাগিল
Apunar vdo xday saw bht val lage❤
ভগৱানটো জাতি ভাগ কৰিলে কোন আগত হব কোন পিছত হব😢
Thank you ❤
Dada M cast r mnuh a ki ki niyom kribo Lage tar a uporot bonabo sun
🙏🌹 Jai Maa Durga, notun bosor t muk govt sakori eta dibo 🌹🙏
Anusthantu chai bahut bhal lagil
মই কিন্তু বাৰ্তালাপ সদায় চাও।♥️
Bohut val pao anusthan bor sai
বহুত বেছি ভাল লাগিল চাই
ভাল লাগিল। কিন্তু বাস্তুৰ বাবে ব্যৱহৃত হোৱা বস্তু বোৰ কোন দিশত কোন ফালে মুখ কৰি থব লাগে কিবা নিয়ম আছে নেকি জানালে ভাল হয়।
Apunar video to pora bhutkhini njana katha janiba parilu .Tq.
Dada...apunr vdo bilak hdai sau...views r ktha navabib...karn ajir dnt manuhr ktha2 janei ..kenekuwa ki vl pai ....apunr anusthan sai mur kimn vl lage bujab nuwarim...hdai hukhi hoi thakk ..ru aanaku bartalap hunai thakib😊
❤❤ bhout bohut dhanyawad
জয় শ্রীকৃষ্ণ । ঔম বিষ্ণু দেৱায় নমঃ ।
এটা সুন্দৰ অনুষ্ঠান ❤
Bohut val lagile video to sai❤
চক্ৰপাণি দা, নামেই যাৰ পৰিচয় । বাৰ্তালাপৰ আলাপ আজিনো কিয় বিলাপ ?
Iman vl lage xodai positive khta val lage dada
Hundhor kotha koise
My favourite astrologer ❤
Apunar anusthan Sai bor bhal lage
Bhut val lage apunalok duijonre vidio sai
Bahut bhal lagal
বহুত ভাল লাগিল বাইদেউ। আপোনাৰ ওচৰত যাব বিচাৰিছোঁ, কেনেকৈ যোগাযোগ কৰিম।
Thanks sir arubaidou 🕉️🌼🌼💖🕉️