📌দিহা নাম গাই ভাইৰেল এগৰাকী যুৱতী।
HTML-код
- Опубликовано: 1 окт 2024
- 📌দিহা নাম গাই ভাইৰেল এগৰাকী যুৱতী।
📌অনুষ্ঠান চলি থকাৰ মাজতেই আবেগিক হৈ পৰিল যুৱতীগৰাকী।
📌কন্ঠশিল্পী হ'বলৈ মন থকাৰ পাছতো কন্ঠশিল্পী হ'ব নোৱাৰিলে কিয়?
📌বিশ্বকৰ্মা পূজা লগতে ভাদ মাহৰ অন্তিম দিনৰ উপলক্ষে আয়োজন কৰা হয় এই বিশেষ অনুষ্ঠান।
আগুৱাই যোৱা বহুত ধুনীয়া হৈছে
অতি সহজ, সৰল আৰু অমায়িক ব্যৱহাৰৰ সকলোকে মৰমেৰে আপ্লুত কৰিব পৰা কন্ঠ শিল্পী। আগুৱাই যাওক সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ভগৱানে তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কৰক। নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিভাসম্পন্ন, সুদক্ষ আৰু সুমধুৰ কণ্ঠৰ লোকসঙ্গীতৰ শিল্পী। সঙ্গীতৰ চৰ্চা অব্যাহত ৰাখিবা বুলি আশা কৰিলো। তুমি আন দহগৰাকীৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হোৱা সদায়।
বহুত ভাল লাগিল শুনি, আগলৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰিবা বুলি আশা ৰাখিলোঁ 💗👍👌
Bahut val hoise
Hundor
তোমাৰ সপোন এদিন পুৰন হ'ব । তোমাক আজি সকলোৱে চিনি পাইছে।
বহুত আগলৈ যাবা তুমি।
Bhut val lage
Bhut val lagile sai
Aru aguwaii juwa....
Majority bhut Val hoisa
সাজ পোছাক ধৰি সকলোতে গভীৰতা অটুট ৰখাই যোৱা।সুন্দৰ পৰিবেশন।
আগবাহি যোবা কামনা কৰিছো
তোমাৰ কণ্ঠ ইমান ভাল শুনিলে শুনি থাকিব মন যায়। তোমাৰ উত্তৰ উত্তৰণ কামনা কৰিলোঁ❤❤👌
সুন্দৰ
bohut dhunia,aru aguai juwa....God bless you
সুন্দৰ কণ্ঠ
Bhal hoise , Aaguaai juwa .May God help you .🎉🎉🎉
Kuldeep u ahibo lgisil bahi Bjai aru dhuniya kori dile hoi
Hima agbahi jua voi nokoruba,ki laga poatu moi hohai korim
Hima ba tumar pr
titu name val lage
Hima ba tumar prtitu name val lage
❤❤
Sai bohut val lagile ❤❤
আৰু আগুৱাই যোৱা হিমা
Hima tumar dihanam bohut val lage
সুন্দৰ
Hima ba aapunar nam khuni bhal lage
Baa aru bhalkoi aguai jua jibanatu diha namattu
𝓚𝓻𝓲𝓼𝓱𝓷𝓪
♥️♥️
Moja O ahotguri sini paisu moi bihut suti gole ahot gurit mohjuj sabloi jau dei,moiu tumar nisina val gayk hob bisarisilu kintu mur goribta karne INDAN ARMY t ahilu,atiya bihut suti gole bihut gau,
Verry nice sister
Hima toi
Ramkrisna ramkrisna govind
❤❤❤
❤❤
❤❤❤
Nice song
Bhut besi vl lgil video to ❤