@@hemantaborgohain4493 moi bhagowat vag xuni mukti puwa nupuwa ru deb devik Puja kori mukti puwa nupuwa kuwa nai , bhagowat xuni ru deb devik Puja koriu manuhe nije njr kormo fol paboi
Krishna is supreme pure consciousness,the parabrahma, paraatma swarup Ishwar..If any one worship other demigods for material benefits he can't attain salvation (mukti)... There is no harm or sin in worshipping demigods as per Bhagwat Gita.. But one to attain Moksha,supreme bliss ,super joy,beyond material happiness, he should try to dissolve his atman in krishna consciousness.. Krishna is the only "mukti Data".. 🙏🙏🙏
ভাগৱতত যি লিখা আছে ।সেইবোৰ কথা কৈছে।খুব ভাল কথা কৈছে।প্ৰভুজন ,নজনা জনে নিজৰ বিবেকৰ দ্বাৰা পৰিচলনা কৰিব
জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ
অতি সুন্দৰকৈ উপস্থাপনা বাপজনালৈ শেৱা জনাইছো,বহুত কথা জনা হল।
Lo s
মোৰ এটা প্ৰশ্ন আছিলে যে যিবিলাক মানুহে পূজা পাতো কৰে আৰু তাৰ মাজতো মাছ,মাঙস, অন্যান্য জীৱ জন্তুক বধ কৰি খাই তেওঁলোকৰ উদ্ধাৰ কেনেকৈ হ'ব।
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
কৃষ্ণ কৃষ্ণ বাপ অমৃত পাণ কৰিলো
শুই শুইয়েই পাণ কৰি আছো দিন ত পাণ কৰিলো জগত বাটৰ আৰু ৰনতু শয়কী্য়া বাপজনাৰ শৰীৰ। জুৰি পৰি গৈছে বাপ জনা সকলো জনৰ চৰণত সেৱা জনাইছো কৃষ্ণ কৃষ্ণ বাপ ।
অন্য ধৰ্মৰ মানুহক হিংসা কৰাটো আন ধৰ্মক সন্মান কৰিব নাজানা অন্য ধৰ্মৰ মানুহক ঠাট্টা মস্কোৰা কৰাটো ভকত বৈষ্ণৱ হ'ব নোৱাৰে নিজৰ ধৰ্মক ভাল পাই অন্য ধৰ্মক সন্মান কৰিব পৰাটোহে আচল কথা আৰু দেৱ দেৱীৰ পূজা অৰ্চনা কৰা মানুহবোৰে ও ভগৱানকে প্ৰাৰ্থনা কৰে লক্ষ্য সকলোৰে এটা কিন্তু সেই লক্ষ্যত উপনীত হবলৈ যোৱা ৰাস্তা প্ৰত্যেকৰে বেলেগ বেলেগ
লক্ষ্যত উপনীত হ'বলৈ ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে। সকলোকে সন্মানেৰে কৈছো যে গগৈ বাপজনাই মহাভাগৱতৰ পদৰ পৰা উদ্ধৃতি দিহে কৈ আছে। তেওঁ তেওঁৰখিনি কৈছে বা শুনা সকলেও তেওঁৰ পৰা জানিব বিচাৰিছে। যদি ভুল হৈছে তেতিয়া বিজ্ঞজনে মহাভাগৱতৰ পদক নসাৎ কৰি আমাক বুজাই দিব লাগে , কোনটো প্ৰকৃত পথ? ব্যক্তিজনক সমালোচনা কৰিলে আমাৰ দৰে মূঢ়বোৰ উপকৃত নহ'ব। কিবা অপৰাধ হ'লে ক্ষমা কৰিব🙏।
তেওঁ ভাগৱত থকা খিনি কৈছে গৰু নেকি toi এটা,toi প্ৰথম ঘোষা খিনি অৰ্থ জানি লওঁ পাগল নেকি toi এটা কলিত কেৱল হৰি নাম তাৰ বাদে বেলেগ নাই একো
Vall lagi kotha khini❤
@@mridulchoudhury2504 কাম বন এৰি হৰি নাম গাই ফুৰিলে খাবলৈ নাপায় । ঘৰত আনে কৰি থোৱা খোৱাটো বেয়া । পৰীক্ষিতে ভাগৱত শুনিও মৃত্যুৰ পৰা নাবাচিল ।
@@deepborah4211 ভাগৱত আমিও পছিছো কিন্তু এই একপক্ষীয় ক্ষুদ্ৰস্বাৰ্থৰ নিন্দুক দুৰাচাৰীটোৱে ভাটৌৰ দৰে গাই বই থকা বহু পদ ভাগৱতত নাই ।আন দেৱ দেৱী আন গুৰু দেৱ নাম ভকত নিন্দুক দ্ৰোঘি পাষণ্ডটোৱে পঢ়া ভাগৱত খন সি নিজে নিজৰ মতে লিখা ভাগৱত কিজানি সেয়ে তাৰ ভাগৱতত শিৱ দেৱ দেৱী আন গুৰু দেৱ নাম ভকত বেদবিহিত পূজা উপাসনা আৰাধনাৰ নিন্দা ঘৃণা বিৰোধ দোহ আছে কাৰণে সি কৰি আছে ।
কৃষ্ণই পৰম ভগৱান
জয় কৃষ্ণ কৃষ্ণ কষ্ণ 🙏🙏🙏
যি সকলে ভাগৱত ভাগ মানে তেওঁলোকে ভাগৱতৰ মতে মানি চলক আৰু যি সকলে ভাগৱত নামানে তেওঁলোকে দেৱ দেৱী পূজা কৰক , মাথো দুখন নাৱত দুভৰি থব নালাগে।
@@RibharaniBharali শূকদেৱৰ মূখে ৰজা পৰীক্ষিতে সমস্ত ভাগৱতখন শুনিও পাপৰ পৰা ৰক্ষা নাপালে , আপোনি এইবোৰ শুনি কি পাব নে আপোনাৰো ক'ৰবাত পাপ আছে ?
@@hemantaborgohain4493 moi bhagowat vag xuni mukti puwa nupuwa ru deb devik Puja kori mukti puwa nupuwa kuwa nai , bhagowat xuni ru deb devik Puja koriu manuhe nije njr kormo fol paboi
@@hemantaborgohain4493 xokolu nijr logot kotha paapor pora puinyo paboloi bhagowat xune ne deb devik Puja kore mathu bitorko nkori nije nijr pothot soli jabo lage , dukhn nawot duvori thobo nalage , apuni akou dukhn nawot duvori thoise nki ?
@@RibharaniBharaliমইও যুধিষ্ঠিৰৰ দৰেই । মাত্ৰ এটাই পাৰ্থক্য যুধিষ্ঠিৰে জুৱা খেলি নিজৰ ৰাজ্য ধন আনকি পত্নীকো পণ দি ধৰ্মৰাজ হৈ সোঁ-শৰীৰে স্বৰ্গলৈ গ'ল আৰু মই জুৱা খেলি ধন দিছো যদিও পত্নীক নিদিয়াকৈ পুলিচৰ খেদা খাই অধৰ্মী হলো মুক্তিৰ আশাত মদ-মাংস খোৱা-পোঁহা বন্ধ কৰি মাংসহাৰী সিংহদুটাক নামঘৰৰ মূখত থৈ ৰখীয়া হৈ আছো । মুক্তি অৱশ্যম্ভাৱী বুলি ভাবিছো , কি কয় ?
@@hemantaborgohain4493 apunar kothar pora moi bujibo parisu apuni ki kobo bisarise , asolote protitu pothote Val beya duitai thake .
কৃষ্ণ কৃষ্ণ বাপজনা ভক্তি ভৰা সেৱাভাগি নিবেদিলো কৃষ্ণ।
কৃষ্ণ কৃষ্ণ প্ৰভু জনা🙏🙏🙏🙏অতি সুন্দৰ উপস্থাপন🙏🙏অতিকে মুগ্ধ হলোঁ🙏🙏🙏🙏
বাপ গগৈ দেৱলৈ প্ৰণিপাত জনাইছোঁ , 🙏
কৃষ্ণ প্ৰভু সেৱা তোমালৈ🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভু বাপ জনাবলৈ সেৱা আগবঢ়ালো
অতি সুন্দৰ ব্যাখ্যা । জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ।🙏
এই বিলাক কৈ কৈ আমাৰ সমাজত, ককায়েক, ভায়েক,বৎস পৰিয়ালৰ মাজত বিভাজন কৰাৰ বাদে আন একো নাই।
একেবাৰে সত্য কথা। অসমীয়া সমাজখন ভাগ ভাগ কৰি পেলালে।
বামুনবোৰে এনেকৈ নকৈ কি ক’ব@@dipikadevi4923
কৃষ্ণ কৃষ্ণ বাপজন।
নমঃ পাৰ্বতী পতায়ে হৰ হৰ মহাদেৱ ❤🙏
@@kanchanchetia732😂😂😂😂😂
Krishna jodi superman hoi krishnai kak aradhona kore jonabosun
@@kanchanchetia732 Bel gos kenekoi sristi hoisil jonabosun ponditji
@@rkff3660 apuni a jonai diok sun
@@rkff3660 you tube ৰ পৰা comment বোৰ delete হৈ গৈছে। আপুনি মোৰ ইনষ্টগ্ৰম ত আহক। Name- kanchan Chetia
🙏মনত জাগি উঠা প্ৰশ্ন এটি উপস্থাপন কৰিছো 🙏 আপুনি company এটাত কৰ্মৰত , তাৰ মালিকৰ লগত আপোনাৰ খুওব ভাল সেইবুলিয়েই যদি আপুনি মেনেজাৰ সকলক যদি পাত্তাই নিদিয়ে বা কৰবাত লগ পালেও মাত এষাৰ যদি নলগাই তেতিয়া আপোনাৰ চাকৰিটো থাকিবনে ? 🙏🙏 কিবা ভুল হলে ক্ষমা কৰিব ।🙏🙏কৃষ্ণ🙏🙏
Malike bhl.pale kone ki koriba.
কোনোবা এটা বিশেষ দিনত সকলো দেৱ দেৱীৰ শক্তিশালী হৈছিল। আৰু দেৱ দেৱীক অতিতত ভগৱানেও পুজা কৰিছিল।শিৱই বিষ্ণুক বিষ্ণুয়ে শিৱক,ৰামে দূৰ্গাক উদাহৰণ আছে। গতিকে সকলো নিজৰ নিজৰ ইচ্ছা ওপৰত কথা এতিয়া ধৰ্ম হৈছে মানৱ ধৰ্ম। ভাগৱত পঢ়ি যদি আনক নিন্দা কৰে তেতিয়া ধৰ্ম কৰা নহয়,নামঘৰত ভাগৱত পাঠ কৰি ওলাই আহি নামঘৰৰ বাতচৰাত শোই থকা কুকুৰটোক ছেই বুলি খেদি দিলে ধৰ্ম কৰা নকয়।
মই এটা উদন্ত দুষ্ট লৰা, মদ পানী খোৱা সন্ধিয়া হলেই,আজি প্ৰথম শুনিছোঁ বহুত ভাল লাগিলে ,মনটো কিবা এটা ভাল লাগিছে ❤❤❤❤
অ ফুল অ ফুল কবিতাটো পঢ়িলেই সকলো বুজি পাব।
😂😂😂
কৃষ্ণ, বাপৰ শ্ৰী চৰণত সেৱা নিবেদিছো,
হিন্দু ধৰ্মত ৩৩ কৌতি দেৱ-দেৱী আছে, ইয়াক নুই কৰিব নোৱাৰা, গতিকে আমাৰ দায়ীত্ব আমি সকলোকে ভক্তি কৰিবই লাগিব।
কৃষ্ণ 🙏🏼🙏🏼🙏🏼 ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ 🙏🏼
যি সকলে আন্ধাৰ গুহাৰ ভিতৰত বাস কৰে তেওঁ লোকক পোহৰ দিলেও সেই গহ্বৰৰ দৃশ্যহে দেখা পাব ।
সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। কৃষ্ণ 🙏
যিয়েই ভাগৱতীয়া তেৱেঁই সমালোচক,,,, বাকী একো নাই
হয় নেকি ? আপুনি তাকেহে বুজিলে নে ?
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ
Ami hokoluai Sanatan dharmo manuh ❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভূ। আপোনাৰ চৰনত সেৱা হে জনাইছো
Eiburok sewa kori lav nai.. Bhagwaan sewa kora
যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ দিব ক্ষমতা নেথাকিলে ভাগৱত বাখ্যা কৰিবলৈ আগবাঢ়ি যাব নেলাগে।
সঁচা কথা ।
Right
A, Bap, bap ki koi hea😢😢
সঁচা কথা ।নাজানিলে পণ্ডিতালী দেখাই ভাগৱত ব্যাখ্যা কৰিব নালাগে ।এইটোৰ ভক্তি ধৰ্মৰ প্ৰধান বৈশিষ্ট আদৰ্শ মহত্ব হৈছে আন গুৰু দেৱ নাম ভকতক আৰু দেৱ দেৱীক পূজাক নিন্দা ঘৃণা তুচ্ছতাচ্ছিল্য কটুসমালোচনা কৰা ।
Jnile prasno kribo nlage
tatto bujibo sesta kribo lge bap ishwar
কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏🙏 শাস্ত্ৰ সন্মত সুন্দৰ সমিধান বাপ।ভাল লাগিল।❤
❤
God help you prabhu
কৃষ্ণ কৃষ্ণ বাপজনা সুন্দৰ ব্যাখ্যা🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ পোৱাৰ সেৱা নীবেদিছো কৃষ্ণ 🙏
Krishn
কোনোবাই দেৱ- দেবী পূজা অৰ্চনা কৰি ঈশ্বৰ প্ৰাপ্তি হৈছে। তেওঁ লোকক আপুনি বাধা দিয়া সেই পন্থা ভুল বুলি কোৱাতো মই নে ভাবো। মহাপুৰুষ জনাই নিজৰ কাম কৰি গৈছিল, কিন্তু লোকৰ চৰ্চ্চা কৰা নাছিল। আপুনি গুৰু জনাৰ নাম লৈ মাত্ৰ আপোনাৰ টো শুদ্ধ বুলি কিয় কয় বাৰু ????
কৃষ্ণ কৃষ্ণ ।অপৰাধ মাৰ্জনা কৰিব।
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই মাতৃ সকলৰ চৰন পকজত সেৱা নিবেদিলো 🙏🙏🙏🙏🙏
কৃষ্ণ অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ হৰিৰাম ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ হৰিৰাম ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সহস্ৰৰ কোটি প্ৰনাম জনালো বহুত সুন্দৰ মনোমোহা ভাল লাগিল ।🙏🙏🙏🙏
Krishna Krishna baap xewa jonaisu 🙏🙏, Amrit paan korale , xundor bakhya
Krishna Krishna Krishna Krishna 11:56 12:10 Krishna Krishna Krishna Krishna
Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna
🙏🙏🙏🙏🙏🙏🙏 কৃষ্ণ বাপ
আপুনি নিস্বাৰ্থ ভাৱে এনে ব্যাখ্যা কৰে নে। আপোনাক বিদায় দিয়া সময়ত অৰিহণা নিদিলে মানি লয় নে?
কৃষ্ণ😬😚😬☺️
Krishna prabhu🙏🙏🙏🙏
Krishna is supreme pure consciousness,the parabrahma, paraatma swarup Ishwar..If any one worship other demigods for material benefits he can't attain salvation (mukti)... There is no harm or sin in worshipping demigods as per Bhagwat Gita.. But one to attain Moksha,supreme bliss ,super joy,beyond material happiness, he should try to dissolve his atman in krishna consciousness.. Krishna is the only "mukti Data".. 🙏🙏🙏
❤কৃষ্ণ কৰুনাময় ৰাম ৷
Jai shree Krishna 🙏 🙏🙏
Pronam jonalo bap❤❤❤❤
কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ পুৱাৰ ভক্তি ভৰা সেৱা নিবেদিছো সমস্তৰে চৰণকমলত কৃষ্ণ
Krishana Krishana 🙏🙏🙏
Krishna 🙏 Bap sotkowti pranam janalu Krishna 🙏
গগৈবাপ আন ধম’ক নিন্দা কৰিবলৈ কীৰ্তনত আছেনে ? নিজৰ ভিতৰতে থাকক ৷
কৃষ্ণ বাপ জনা এক কৃষ্ণ নামে শৰণ লৈ কৃষ্ণ নামে কৰোঁ প্ৰণাম কৃষ্ণ কৃষ্ণ
Krishna🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏
❤
Krishna.hori.ram.prabhu
কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻
Krishna Krishna xundor path anusthan xewa jonaisu🙏🙏
Krishna Krishna 🙏 probhu jona bor val lagil🙏🙏
Krishna bap 🙏🙏 eiman dhuniyakoi bujai dese
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ সুন্দৰ 🙏 ❤️
🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏
Krishna bap. Om nomo bhagabota. Krishna
Krishno. 🙏
Kunja. .. krishna krishna krishna krishna bap janer charane pranam krishna krishna krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna Krishna baap sundar byakhya sewa nibedan kara hol joy guru sangkar
কৃষ্ণ কৃষ্ণ ৷ সেৱাহে 🙏🙏
কৃষ্ণ প্ৰভু কৃষ্ণ
Krishna Krishna parmatma 🙏
Krishna❤krishna❤bap
🙏কৃষ্ণ🙏
কৃষ্ণ 🙏 কৃষ্ণ হৰি ৰাম
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ কৃপা কৰক প্ৰভু 🙏🙏🙏🙏 অতি সুন্দৰ অ সঁচাই ভাল লাগিল দিয়ক সুন্দৰ নিদৰ্শন প্ৰকাশ।
কৃষ্ণ কৃষ্ণ প্ৰভু
আমি বহুত দেখিছোঁ ভাগতিয়া কিছুমান মানুহ মৰিব সময়ত মদ আৰু অলপ মাংস খাইহে শেষ নিশ্বাস এৰিছে গতিকে,,,,,,, বেছি কব নালাগে,,,, সকলোৰে নিজৰ ধৰ্ম পালন কৰি চলি আহিছে আৰু চলি আহিছে
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ হৈছে ❤
Krishna ram ❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ
কৃষ্ণ প্ৰভু
Krishno provu❤
ওম নম: শিবায়ে ,ঔম শ্ৰী হৰিয়ে নম: ঔম ব্ৰহ্ম দেবায়ে নম: । কৃষ্ণ বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰে। ডালক পূজা কৰিলে সকলো আশীৰ্বাদ পাবনে ?
সুন্দৰ
Krishna Krishna bap hewavagi nibedan karilu 🙏🙏.
কৃষ্ণ...... কৃষ্ণ..... জয় গুৰু শংকৰ.... কৃষ্ণ
Krishna Krishna Krishna Krishna bap.
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু ইশ্বৰ চৰন পঙ্কজ প্ৰনাম জনালো 🙏🙏🙏🙏 কৃষ্ণ
কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏🙏
Krishna Krishna Krishna ❤provu