Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সঁচাকৈয়ে বৰ সুন্দৰ লাগিছিল চাই।আমাৰ ঘৰৰ ওচৰতে আছিল ভাওনা।
যেসং অলপ খেলি মেলি হল ।বাকী মজা 👍🥳💝💝💝💝
Hoi
🙏
E utkha dibo Lage aru e vul dhori ase
আপুনি পাৰিব জানো দাদা, ইমান ধুনীয়া কৈ গাইছে ভাইতি টোৱে
@@majulianboyjaydeep4158তেওঁ ভাইটিটোক বেয়া হৈছে কোৱা নাই মাথো কৈছে যে আৰম্ভণি শ্লোক টো অলপ খেলি মেলি হৈছে। ভাইটিটোৱে গাইছে এনেকে ..... " যেষাং শ্ৰীমদযশোৱা সুতপদ কমলে নানুৰক্তা ৰসজ্ঞা।। "কিন্তু হ'ব লাগিছিল এনেকৈ, " যেষাং শ্ৰীমদযশোৱা সুতপদ কমলে নাস্তি ভক্তিৰ্ণৰাণাম....... "বাকি খিনি ভাইটিটোৰ সুন্দৰ হৈছে। ❤
সুন্দৰ গায়ন বায়ন প্ৰদশন৷শিশু শিল্পীসকললৈ বহোত বহোত 🙏🙏
🙏🙏🙏
Anshuman voice ❤❤❤
অপূৰ্ব। সুন্দৰ প্ৰকাশ। ভুল হলে হে শুদ্ধ কি শিকিব। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।
Nice
যেসং অপমান গন্ধ গূল হল একোনাই আগলে ভাল হব ❤❤❤❤😊😊
কৃষ্ণ কৃষ্ণ সুন্দৰ অতি সুন্দৰ বাপ সকল চৰণ ভক্তি ভৰা সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
❤❤ 💓 hundor protiba aru aguai jua tare kamona korisu
ধন্যবাদ
Uff ki voice ooo aknmani puali2 keitar❤❤. Agbahi jua 😘😘 eglmn mrm tumalukoloi🥰😘❤️
অপূৰ্ব কি যে সুন্দৰ গুৰু জনাৰ সৃষ্টিক যে ইমান আকৰ্ষণীয় কৰি তুলিছে, ভাইটী কেইজন আগুৱাই যাওক তাৰে কামনা কৰিলো ❤
কৃষ্ণ🙏🙏🙏ধন্যবাদ
We are proud of you
সুন্দৰ আগুৱাই যোৱা 🙏🙏🙏
অসমীয়া কলা সংস্কৃতিৰ ৰক্ষক, সাধকৰূপে আগবাঢ়ি যাওক এইসকল শিশু শিল্পী ❤ ভিদিঅ'ভাগ চোৱা প্ৰতিজন অসমীয়াই গৌৰৱত ক'ব পাৰিছে যে এইসকল আমাৰ শিশু 💞
ভাল লাগিছে শিশু কেইজন গুৰু সংস্কৃতিৰ চৰ্চাত আগবাঢ়ি আহিছে।কিন্তু ন ধেমালি খনৰ বজোৱা লয় ভুল হৈছে।ভৰিমানৰ লয় লাসৰ দিশত আৰু গুৰুত্ব দিলে ভাল হব।গুৰু দুজনাৰ কৃপা দৃষ্টি সদায় তেওঁলোকৰ ওপৰত থাকক।শুভেচ্ছা থাকিল।
খুব সুন্দৰ হৈছে।
ভূল বহুত হৈছে কিন্তু সাহস কৰিছে মজা ভাল হৈছে আগবাঢ়ি যাই যেন এনেকৈ
অতি সুন্দৰ প্ৰদৰ্শন ❤
ভাল হৈছে দেই❤❤❤
Literally goosebumps at first ❤
Àssamese. Proud. Of you
কৃষ্ণ
আগুৱাই যাওক ❤
Absolutely excellent ❤
সুন্দৰ হৈছে।কিন্তু যেচাং টো অলপ খেলি মেলি হৈছে।বাকী অপূৰ্ব।
Umm hoy hoyNervous hbo pare xei time t
ধুনিয়া পদশন❤❤
Buhottttt hundorrrr lagillll❤j
মজা
Bahut sundar kewal mul bayan sakale alap Sai dele sudha haba.
❤❤❤❤
❤
Full video diba sn 🙏
Happy. Nice ❤❤❤
Thankyou
বগা ৰঙৰ চুৰিয়া ❎ মুগা ৰঙৰ চুৰিয়া ✅
শংকৰ দেৱ ❎ হংকৰ দেৱ ✅
Ear vauna khn ketia ke dibo dada..
সোনকালে দিম
সম্পূৰ্ণ ভাওনাখন দিব ।
ok
Ai2 team r full vauna pam ni
নিশ্চয় পাব,ফলাফল হোৱাৰ পাছত
ভাওনা খন দিলে নি
ফলাফলৰ পিছত দিয়া হব
Sestho
Vauna khon Katiea debo
Jaisang to bhol hol
Baya napabo jasang slok tu olop vul hoi se
❤❤❤
❤❤
সঁচাকৈয়ে বৰ সুন্দৰ লাগিছিল চাই।আমাৰ ঘৰৰ ওচৰতে আছিল ভাওনা।
যেসং অলপ খেলি মেলি হল ।বাকী মজা 👍🥳💝💝💝💝
Hoi
🙏
E utkha dibo Lage aru e vul dhori ase
আপুনি পাৰিব জানো দাদা, ইমান ধুনীয়া কৈ গাইছে ভাইতি টোৱে
@@majulianboyjaydeep4158তেওঁ ভাইটিটোক বেয়া হৈছে কোৱা নাই মাথো কৈছে যে আৰম্ভণি শ্লোক টো অলপ খেলি মেলি হৈছে।
ভাইটিটোৱে গাইছে এনেকে ..... " যেষাং শ্ৰীমদযশোৱা সুতপদ কমলে নানুৰক্তা ৰসজ্ঞা।। "
কিন্তু হ'ব লাগিছিল এনেকৈ,
" যেষাং শ্ৰীমদযশোৱা সুতপদ কমলে নাস্তি ভক্তিৰ্ণৰাণাম....... "
বাকি খিনি ভাইটিটোৰ সুন্দৰ হৈছে। ❤
সুন্দৰ গায়ন বায়ন প্ৰদশন৷শিশু শিল্পীসকললৈ বহোত বহোত 🙏🙏
🙏🙏🙏
Anshuman voice ❤❤❤
অপূৰ্ব। সুন্দৰ প্ৰকাশ। ভুল হলে হে শুদ্ধ কি শিকিব। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।
🙏
Nice
যেসং অপমান গন্ধ গূল হল একোনাই আগলে ভাল হব ❤❤❤❤😊😊
কৃষ্ণ কৃষ্ণ সুন্দৰ অতি সুন্দৰ বাপ সকল চৰণ ভক্তি ভৰা সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
🙏🙏🙏
❤❤ 💓 hundor protiba aru aguai jua tare kamona korisu
ধন্যবাদ
Uff ki voice ooo aknmani puali2 keitar❤❤. Agbahi jua 😘😘 eglmn mrm tumalukoloi🥰😘❤️
অপূৰ্ব কি যে সুন্দৰ গুৰু জনাৰ সৃষ্টিক যে ইমান আকৰ্ষণীয় কৰি তুলিছে, ভাইটী কেইজন আগুৱাই যাওক তাৰে কামনা কৰিলো ❤
কৃষ্ণ🙏🙏🙏ধন্যবাদ
We are proud of you
সুন্দৰ আগুৱাই যোৱা 🙏🙏🙏
ধন্যবাদ
অসমীয়া কলা সংস্কৃতিৰ ৰক্ষক, সাধকৰূপে আগবাঢ়ি যাওক এইসকল শিশু শিল্পী ❤ ভিদিঅ'ভাগ চোৱা প্ৰতিজন অসমীয়াই গৌৰৱত ক'ব পাৰিছে যে এইসকল আমাৰ শিশু 💞
ভাল লাগিছে শিশু কেইজন গুৰু সংস্কৃতিৰ চৰ্চাত আগবাঢ়ি আহিছে।কিন্তু ন ধেমালি খনৰ বজোৱা লয় ভুল হৈছে।ভৰিমানৰ লয় লাসৰ দিশত আৰু গুৰুত্ব দিলে ভাল হব।গুৰু দুজনাৰ কৃপা দৃষ্টি সদায় তেওঁলোকৰ ওপৰত থাকক।শুভেচ্ছা থাকিল।
🙏🙏🙏
খুব সুন্দৰ হৈছে।
ভূল বহুত হৈছে কিন্তু সাহস কৰিছে মজা ভাল হৈছে আগবাঢ়ি যাই যেন এনেকৈ
🙏
অতি সুন্দৰ প্ৰদৰ্শন ❤
ধন্যবাদ
ভাল হৈছে দেই❤❤❤
Literally goosebumps at first ❤
Àssamese. Proud. Of you
কৃষ্ণ
আগুৱাই যাওক ❤
Absolutely excellent ❤
সুন্দৰ হৈছে।কিন্তু যেচাং টো অলপ খেলি মেলি হৈছে।বাকী অপূৰ্ব।
🙏
Umm hoy hoy
Nervous hbo pare xei time t