বিচাৰকৰ একাষাৰ||যুৱতী আৰু মহিলা দিহানাম প্ৰতিযোগিতা,খনামুখ|Bisarakar ekakhar dihanam competition|
HTML-код
- Опубликовано: 4 окт 2024
- খনামুখ আঞ্চলিক শ্ৰীশংকৰদেৱ কৃষ্টি কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা দিহানাম প্ৰতিযোগিতাৰ বিচাৰক সকলৰ একাষাৰ🙏
#bisarakar_ekakhar#dihanam_competition #dihanam
#assamesehorinaam
#khonamukh_dihanam_competition
#horinam2024
#assamesedihanam - Видеоклипы
Bhot val lagise khotha bor khuni
বহুত বহুত জানিব লগীয়া আৰু মানিবলগীয়া উপদেশ দিলে। তেখেঁতসকলৈ প্রণিপাত জনালো কৃষ্ণ। 🕹🕹🕹🕹
🙏🙏🙏
আপোনালোকৰ এইখিনি কথাই আমাক অনাগত দিনত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব 🙏🙏
ধন্যবাদ
Krishna bap bahut Val lagil
Khub xundor kotha koise val lagil
ধন্যবাদ
ভাল বক্তব্য দিছে কৃষ্ণ কৃষ্ণ 🙏🙏🙏
ধন্যবাদ
অ ' হৰি ৰাম নাৰায়ণ এই খিনি টোকাৰী নামতহে দিয়ে । তিনি নম্বৰত বক্তব্য ৰখা বিচাৰকজনৰ নিজৰে দিহা নামৰ ওপৰত অধ্যয়ন নাই । এনে ক্ষেত্ৰত যোগ্য দলে যে পুৰস্কাৰ পাব সন্দেহ আছে । নানান বিচাৰকৰ অদ্ভুত অদ্ভুত সিদ্ধান্তৰ বাৱেই ভাল ভাল নামৰ দলবোৰ বিপাঙত পৰে আজিকালি । উদ্যোক্তা সকলে যোগ্য বিচাৰককহে মাতিব লাগে । আজি কালি দিহা নাম বিকৃত হৈছে অযোগ্য কিছুমান বিচাৰকৰ বাবেও দেই ।
আপোনালোকৰ পৰা আমি বহুত নজনা কথা শিকিলোঁ
ধন্যবাদ
Kotha khini hosai hunibo logia ....
বিচাৰকে যেতিয়া নিজেই ভুলকৈ কয় , প্ৰতিযোগীক কি শিকাব ? মহাভাৰতৰ যুদ্ধত কৰ্ণই একাঘ্নী অস্ত্ৰ মাৰোতে কৃষ্ণই অৰ্জুনক মূৰ দোৱাব কোৱা নাছিল । অশ্বত্থামা ই নাৰায়ণী অস্ত্ৰ মাৰোতে ভীমেহে ফেপেৰি পাতি ধৰাত কৃষ্ণই ভীমক নাৰায়ণী অস্ত্ৰৰ আগত মূৰ দোৱাই শৰণ লব কৈছিল । শাস্ত্ৰৰ ভুল ব্যাখ্যা যেতিয়া বিচাৰকেই কৰে শুনিব বেয়া লাগে । নিজে ভালকৈ অধ্যয়ন কৰিহে শাস্ত্ৰৰ কথা উল্লেখ কৰা উচিত । যোগ্য দল বোৰক উচিত পুৰস্কাৰ দিবলৈ হলে অধ্যয়ন পুষ্ট বিচাৰকক হে মাতিব লাগে উদ্যোক্তা সকলে ।
Numaber to dib naki baru