শিশু সকলৰ কণ্ঠত ভাওনা আৰম্ভণি গীত// যোৰহাট বালিচাপৰি শিশুসকল//Vauna geet Maat
HTML-код
- Опубликовано: 21 ноя 2019
- এক আচৰিত মুহুৰ্তৰ,যোৰহাটৰ ,বালিচাপৰি কেইজনমান শিশু এতিয়া সকলোৰে জনপ্রিয় হৈছে ,কিয়নো এই শিশু কেইজনৰ দ্বাৰা নাট পৰিচালিত হৈছে,আৰু গায়ন বায়ন সকলো সুন্দৰ ভাবে পৰিচালনা কৰিছে। সকলোৱে চাওক আৰু like, commment & subscribe কৰক।
##apexstudio_jorhat_xihuvauna## Развлечения
জি দৰে, আমাৰ (দেকা গিৰিয়ে) ভুৰুকাত হাতী, ভৰুৱা দৰে একে ৰাতিতে প্ৰবিত্ত গুনমালা ৰচনা কৰিছিল। থিক তেনেদৰে কন কন ভাইতিয় হতেঁও, ভুৰুকাত হাতী ভৰুৱা দৰে, কম দিনৰ ভিতৰত খোল বাদন হিকিলে। মুৰ বহুত ভাল লাগিছে, মুৰ কবলৈই ভাখানাই, মুৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, লগতে তুমালুক জি জন গুৰুৱে হিকাই দিলে। তেওঁকু মুৰ ভালৰ পৰা বহুত বহুত ধন্যবাদ, লগতে তুমালুক আৰু videoছাবলে পাম বুলি আখাকৰিলু
Dhainabad
Mojja lagise vati hotk
Dada jabo parim ni
কথা খিনি আপুনি ঠিকেই কলে ।কিন্তু কথাখিনি যদি শুদ্ধ অসমীয়াত লিখিলেহেতেন তেতিয়া আৰু অলপ ভাল লাগিল হয়🥲
কন্ঠত যেন সাক্ষাৎ ঈশ্বৰ বিদ্যমান ।🙏🙏🙏 কৃষ্ণ কৃষ্ণ ,জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ।।
7a😅
কি সুমধুৰ কণ্ঠ......মন প্ৰাণ চুই গ'ল.......গা নুম থিয় হৈ আহিল......আৰু আগুৱাই যোৱা
অওঁ হৰি অওঁ ৰাম......কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
গাৰ নোম থিয় হৈ যায়🙌💖
মইনাহতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ❤❤❤
জয় গুৰু শংকৰ।।
👇👇👇
Aru agbahi jaouk.
❤❤
বহুত সুন্দৰ হৈছে আৰু আগুৱাই যোৱা তোমালোক । কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏
অতি সুন্দৰ গীত😘😘🙏🙏👌
জয় গুৰু শংকৰ🙏🙏
Rise of Hindu culture and civilization among the teens as new generation. Good job.suvaewamastu
সৰু বাপ সকললৈ কৃষ্ণ কৃষ্ণ আৰু সকলো ভক্তলৈ মোৰ ফালৰ পৰা কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤
অতি সুন্দৰ কবলৈ ভাষা নাই ,কৃষ্ণ,
আচৰিত ইমান সৰু লৰা টোৱে খোল বজাইছে
জয় গুৰু শংকৰদেৱৰ
কি সুন্দৰ কণ্ঠ । তেওঁলোকৰ কণ্ঠই মোৰ মন আপ্লুত কৰিলে।তেওঁলোক যাতে আৰু আগুৱাই যাওক তাৰেই কামনা কৰিলো 👍👍👍
Hosakoiy Dy..
বহুত ভাল লাগিল
অতি সুন্দৰ
জয় জগত গুৰু,,,, জয় ভাওনা❤❤
খুব সুন্দৰ উপস্থাপন । সকলোকে আন্তৰিক অভিনন্দন জনালো ।
অতি সুন্দৰ, কৃষ্ণ 🙏🙏🙏
ৱাওঁ মইনা সুন্দৰ ।
বহুত সুন্দৰ ভাইটি আৰু আগুৱাই যোৱা জয় ভাওনা সংস্কৃতি
Bht bht bhal lagil
Ati hundr vhiti .....2maluk.aru aguai jua ....kirshna
Ati hundor.vagabane akhirbad korok tmaluk ru aag bahi jua🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Ati khundor. Krishno.
Tumaluk agbahi jua🙏🏼🌺🥰🥰🥰😍👍👍👍👍👍🏻👍🏻🙏🏼🙏🏼🙏🏼🙏🙏🙏🏼🙏🏼🙏🏻🙏🏾🙏🏽
Vogobanor usorot korojure kakuti korisu, ai kon kon sisu sokolok jate teu, onagoto dinot aru sumodhur kori tular logote dirghayu kori tule.
Agbohai niya protijon byoktiloi bohut bohut dhonyobad jasilu.
Mojja boisa
শিশু সকলৰ প্ৰতিভা প্ৰকাশ কৰাৰ বাবে APEX STUDIO ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওঁক।
Pagol hoi jaam dai, eemmmaaaannnn dhunia. Love uuuuu
সুন্দৰ👌👌👌👌👌👌👌
অপূৰ্ব
এনেকৈ সৰু সৰু কণমানি বোৰক আগবাহি যোৱাত অনুপ্ৰেৰণা দিব লাগে।।সুন্দৰ আৰম্ভণি কৰিছে কণমানি কেইটাই আৰু আগবাহি যোৱা তাকে কামনা কৰিছোঁ।।
মজা লাগিছে
🙏🙏🙏🙏🙏🙏🙏🙏🙏bhal lagel sai
Bhal lagil. Tumaluk aguwai juwa arshibad korisu.
Assam is a best ❤❤
Proud jorhat 🙏🙏🙏
Mojja lagil
Hundor kontho.ujjol vobitshot kamona krilu
অতি সুন্দৰ 😍🔥🌺🙏
Hundor hoyse
শিশু কেইটাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ 💞
সুন্দৰ
Moja🙏🙏
Dhunia lagisa
Bohut Val lagisa
মজা
vagabane hahai karak...love fm sivasagar💖💖💖
Hundr😍😍😍
Krishna Krishna Baap Hokal.... Jai Guru Sankar
Tewlukor ujjal vobisot kamona korilu... God blessed you Moina hot...
সম্পূৰ্ণ ভাওনা খন চাম বুলি ৰৈ আছো। পাৰিলে সোনকালে দিব
100%আশা মোৰো
Okmani puwali tu emn morom lgise ow🥰🥰
Hundor protiva. Hosai khub vl lagile video2 sai. Aru agbahi juwa tumaluk.. Krisna🙏🙏🙏
Jorhat buli gom pai val lagi moiu jorhator
সুন্দৰ অভিনয়
ভায়টি তোমালোকৰ উজ্বল ভৱিষ্যত কামনা কৰিলো আৰু আগুৱাই যোৱা
tumaluk jui
Aru 2maluk agbahe juwa
মজা হৈছে 👍👍👍👍👍 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
জয় শুৰু শংকৰ
Krishna....... Bohut xundr..... Hosai val lagil. Vogbane hokluke mongl kork
Iman hundor,aru val hobo agoloi,val lagil moinahotor hundor poribakhon
আৰু আগবাঢ়ি যাওঁক ।।সুন্দৰ ভবিষ্যত।।
সুন্দৰ 🙏🏻
Bohut dhunia lagise
কৃষ্ণ
Oknmani vaity2k emn dhunia lgise....moja lgise daiii
Hundor kontho
মইনাটোৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো
Dhuniya hoise 😘😘😘😘
Aguai jua. krishna👏
God bles u.
ভবিষ্যতৰ অসমীয়া সংস্কৃতিৰ ধ্বজ্জাবাহক ,আৰু আগুৱাই যোৱা ,শতবাৰ প্রণাম তোমালোকৰ প্রচেষ্টাক ।।
Tumaluk aru agbahi juwa. Mur hiya vara akhirbad ase tumalukoloi.
God bless u my dears👍
Eman hundor koi gaise
Hosai vogobanor ashirbad ase teulokor,aru aggbahi jauk tar kamonare vogobanor osorot prathona jonaisu.
Mojjja aru augay juya👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
Inborn Gyan-Byan Jura (team). May God bless the new generation gayan bayan team.I wish their bright future.
মইনাহতক ভগৱানে এনেকৈ আগবাঢ়ি যাবলৈ আৰ্শীবাদ দিয়ক লগতে Apex Studio লৈ উন্নত মানৰ audio video আপলোড কৰাৰ বাবে ধন্যবাদ জনালো। ভৱিষ্যতেও এনেকুৱা video পাই থাকিম বুলি আশা ৰাখিলো।
Dhainabad ,dada
m.ruclips.net/channel/UCWdkACkmMtixwNovRFD4tHA
তোমোলোকৰ উজ্জল ভবিষ্যত কামনা কৰিলো। নেদেখাজনে কৃপা কৰক।
সুন্দৰ আগুৱাই যোৱা।
God bless you Guys.....😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘
Bohut hundor hoisa..
Mon vore gol
Enekoi agbahi jua bondhu hokol❤️🤞
কৃষ্ণ,তোমালোকক ভগবানে, মঙ্গল কৰক,। কৃষ্ণ।
Khub khundor hoise.
বহুত বহুত ভাল লাগিছে ভাইটিহঁতৰ পৰিৱেশন দেখি। যদিহে এওঁলোকৰ পৰিচালনাতে এই ভাওনাখনৰ কিছু দৃশ্য দেখিলোহেতেন, পৰম সন্তোষ লভিলোহেতেন।
Apunalukak dekhabo parile amar u Val lagibo,dim baru
@@Pranjalborasumpi আশাৰে বাট চাই ৰম
স্বয়ং সৰস্বতী বিদ্যমান
🙏🙏🙏🙏🙏Hundor 👌👌👌👌🙏🙏🙏🙏
Vary very nice.... Kubai hundar kontha......
Hundor
Krishna 😌🙏🏻
Hundor hoise.tumalukor ujjol vobisyat kamona korilu.jai guru sankar.
Val lgisa aguai jua moina ht
সঁচাকৈ ভাল লাগিল দেই
Bohut VAl lagese vaiti 2 💓❤❤
hasai dai ❤️
🙏🙏🙏Krishna🙏🙏🙏