বৰ্তমান মাজুলীত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা

Поделиться
HTML-код
  • Опубликовано: 2 окт 2024
  • মাজুলীত অপৰিৱৰ্তিত বান পৰিস্থিতি। বৰ্তমান মাজুলীত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। চাওক মাজুলীৰ পৰা এক প্ৰতিবেদন।
    #PratidinTime #assam #AssamNews #flood #majuli

Комментарии • 31

  • @daizee4510
    @daizee4510 3 месяца назад +7

    কিমান টকাৰ বিল বনালে কিমান কমিচন পাব তাৰ হিচাপ কৰিবলৈ আহিছে চাগে ? লোক জনে কোৱা মতে ৩৫০০ টকা ৭ জনক দি ১০ লাখ টকাৰ বিল উলিয়াই কমিছন খালে ৷ আকৌ এতিয়াও....😂😅😅

  • @swativlogs1853
    @swativlogs1853 3 месяца назад +16

    এনেকুৱা পৰিস্থিতিৰ মাজতে গামোচা পিন্ধোৱা জনক মানিব লাগিব। গামোচা পিন্ধোৱাতকৈ আলোচনা কৰক অনাগত দিনবোৰত কামবোৰ ভালদৰে কৰিবলৈ

    • @janardanbora2803
      @janardanbora2803 3 месяца назад +4

      এইবোৰৰ মূৰত মাল একো নাই খৰালী হলে কাম নকৰে বাৰিষা যেতিয়া মথাউৰি ভাঙি যাই তেতিয়া তাত গৈ দেখা দিয়ে গৈ যেন মথাউৰি বনাই হে দিব সঁচাই আমাৰ অসমত এতিয়াও বহুত এনে মানুহ আছে এইবোৰ কথা নজনা

  • @tultuldutta7753
    @tultuldutta7753 3 месяца назад +7

    ঢুলতো তাৰমানে ফটাধুল আছিল তাৰমানে।

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 3 месяца назад +3

    Pizush Hajarika da minister r pora resignation luwatu bhal hobo neki?

  • @BijayBorah-bm5dn
    @BijayBorah-bm5dn 3 месяца назад +6

    Uporor mal ahil

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 месяца назад

      জল সম্পদ নে ধ্বংস সম্পদ ।বাৰিষা মথাউৰি নিৰ্মাণৰ কাম ।

    • @pranjalburagohain676
      @pranjalburagohain676 3 месяца назад

      Maal ulai gol..😁😁😁😁

  • @janardanbora2803
    @janardanbora2803 3 месяца назад +3

    খৰালি কালত মাখি মাৰি থাকে এতিয়া কামৰ নমুনা দিব আহিছে কি হৈছে সঁচাই এইবোৰৰ মানুহ বোৰক বুৰ্বক বনাব আহিছে নেকি এইবোৰে ৰাইজ সজাগ হওঁক আৰু এইদৰে কোটি কোটি টকা লুটি আছে অসমত খৰালি কালত মনত নপৰে কাম কৰিবলৈ এতিয়া কামৰ নমুনা দিব আহিছে লাজ নালাগে নে 😅😅😅

  • @Tru527
    @Tru527 3 месяца назад +3

    Aibilak natak banpani ahar agat koribo lagisil

  • @haritj3915
    @haritj3915 3 месяца назад +3

    Natok😂

  • @Smart8hd-ds1pm
    @Smart8hd-ds1pm 3 месяца назад +2

    Laj bula bostutu ashe janu

  • @Dekon7
    @Dekon7 3 месяца назад +5

    Moi bhabisilu ei resign dile

  • @vadalmaji
    @vadalmaji 3 месяца назад +2

    Eyak bishak nakariba. Rajniti tiyag Kara MLA.

  • @Ubaishya
    @Ubaishya 3 месяца назад +2

    Ako kori nede a ao dagor dagor kotha he kobo sabo

  • @HiteshPadi
    @HiteshPadi 3 месяца назад +1

    हबोधन डंगोरिया अहिसे side diyok

  • @aliciadawns8535
    @aliciadawns8535 3 месяца назад

    Emandine ki kori asil !!!! Enekua bheku bhawona kori ki bujaboloi ahise .barikha homoyot eibur kam koriboloi roi thokatuei bhul.

  • @pulakkonwar5082
    @pulakkonwar5082 3 месяца назад

    Khilongiar nirapotta kot

  • @DhirajBorah-j4r
    @DhirajBorah-j4r 3 месяца назад

    Raij ulai aahi xudhok aaru duirati panir majot raijor logot rakhok

  • @rohan8973
    @rohan8973 3 месяца назад

    PR campaign.

  • @lipidutta388
    @lipidutta388 3 месяца назад

    O montri hoie ase neki 😂😂

  • @TarunPayeng
    @TarunPayeng 3 месяца назад

    সময়ত কাম নকৰা মন্ত্ৰী,,,এতিয়া গৰু বেটি কাটি মাটি পেলাব লগা হৈছে,,

  • @PradunnaBordoloi-fp9op
    @PradunnaBordoloi-fp9op 3 месяца назад +3

    Sob natok

  • @pranjal1393
    @pranjal1393 3 месяца назад

    তাত গৈ ফোন কৰি দেখাইছে কেমেৰাৰ আগত 😂 ঘৰৰ পৰাই নকৰিলে কিয়?

  • @pranjal1393
    @pranjal1393 3 месяца назад

    এওঁ ৰাজনীতি বাদ দিয়া নাই জানো?

  • @knd9998
    @knd9998 3 месяца назад +1

    Atia mathauri sabo ahise, ........vai

  • @hamiltonborah2021
    @hamiltonborah2021 3 месяца назад

    Jeep Wrangler khon thoi gol j ghort