A big traitor of Brahma kumaris.चेहरे से पता चल रहा कितने घमंडी है।पवित्रता अच्छी नहींलगी,और अपवित्रता के आकर्षण में ,नाम,मान ,शान के आकर्षण में यह भाग गई😂
@@bknagaondimoruguricentre6466 This is not bad organisation...but this is not a Hindu organisation...they are converting Hindus to their own religion by false propaganda which is not good
@@সুখৰকিৰণ BKUMARI IS NOT HINDU Religion..you don't believe in HINDU God, you BKUMARI are now converted to a famous religion where you believe in one God, that is light..Don't Convert Hindus
Dear Prasanta Rajguru, You are requested to focus positive effect of the Brahmakumaris. Brahamumaris is a spiritual institution which is quite different from others. True and practical knowledge is given here.
@@Priyu4477 স্বামীৰ হাত পত্নীৰ গা এইবোৰ শব্দ মুৰুলী ত নাথাকে। আপুনি অধ্যয়ন কৰিব। বুজি পোৱাত ভুল হয় বাবে ওলোটা হয়। ব্ৰহ্মছৰ্য্য ব্ৰত এটা option হয়, যিজনে ইচ্ছা কৰিব পাৰে নাই নালাগে। এইয়া সকলো ধৰ্মৰ গ্ৰন্থৰ গুৰিত আছে। এইটো কোনোবাই কৰিব বিচাৰিলে human rights or ভিতৰত পৰে।
Nilima ji आपने भगवान को पेहचाना नहीं है आपका बुद्धि नास्तिक है. भगवान का ज्ञान सत्य है. Brahma kumaris का ज्ञान सत्य है. भगवान का ज्ञान कभी भी गलत नहीं है. आपका सोच गलत
Tum log jitna bhi bolo Haan real brahmakumaries Angot jaise dhir sthir rahenge ek Shiv bhagowan ki sath hi,ache logo ke time nahi studio mei ja karke debate karne ke
Moi u bohut om shanti om Shanti korilu but last 3 weeks or jiman realisation hol ... Moi mur family k mur enemies bhabisilu.. ghor or kiba kaam koribo kole ... Baba ae koribo deya naai so nokorisilu n all... I was so wrong.. but now I can even go back to my family.
ৰুমা বেহেন ও নতুন হয়, জানে বহুত কথা কিন্তু এই জ্ঞান প্ৰমাণ কৰিবলৈ জ্যেষ্ঠ সকলৰ প্ৰয়োজন। নতুন সকলৰ যিমান জ্ঞান থাকিলেও স্পষ্ট অনুভৱৰ প্ৰয়োজন। স্পষ্ট কৰিবলৈ জ্যেষ্ঠ বহু বছৰ পুৰণা ব্যক্তিক অতিথি হিচাপে আনিব লাগে। আপোনালোকে ও বুজিব লাগে।
Nimila sharma ji bahut achchhi aur sahi jankari di hai jankari ke liy bahut bahut dhanyvad bhagvan hamesha sty ka sath dete hai Jai Ho Jai Jai shri ram 🌹🌹🙏🏻🙏🏻
❤❤❤❤ nilimaji ko Assam me bahut. Bahut hardik swagat hai dil se dhanyabad nilimaji aur Dr Preeti Nigam ji asuro ko binashkari nava Durga hai jai sanatan dharma jai hind
ব্ৰহ্মাকুমাৰী বেয়া অনুষ্ঠান বুলি ক’ব নাযাওঁ ৷কিন্তু এটা সচা কথা যে ইয়াৰ কিছুমান ধাৰণাই মানুহৰ মন মগজুক এক কাল্পনিক পৃথিৱীলৈ লৈ যাই যি ঘৰুৱা জীৱনত বহু প্ৰভাৱ পেলাই ৷এইয়া ভুক্তভোগী ঘৰখনৰ সদস্যইহে উপলব্ধি কৰিব পাৰিব ৷আমি ইয়াৰ ভুক্তভোগী ৷দুষ্ট দগবাজ তথা সমাজৰ কুখ্যাতি ৰচা সকলক সঠিক দিশলৈ আনিবলৈ এই অনুষ্ঠান এক সুপথ ৷কিন্তু অতি মিঠা তিতা হোৱাৰ দৰে বহু ব্যক্তিয়ে এই নীতি নিদৰ্শনাৰ ভিত্তিত এক অৱাস্তৱ পৃথিৱীলৈ চিন্তাধাৰক লৈ যায় য’ত বাস্তৱ পৃথিৱীৰ পৰা এইসকল ব্যক্তি বহু দূৰলৈ লৈ যায় ফলত ঘৰখনৰ অন্য সদস্য তথা সমাজ খনৰ লগত এক অসামজ্ঞস্যকৰ পৰিস্থিতিৰ সুচনা হয় ৷ইয়াৰ প্ৰভাৱত থকা সকলে এইয়া অনুভৱ নকৰাতো স্বাভাৱিক ৷কিন্তু যিসকল বাস্তৱতাৰ লগত জড়িত সদস্য তেওলোকে তিলতিলকৈ আত্মীয়জনৰ ধংসৰ পথ দেখি দুখত ভাগি পৰিব লগা হয় ৷এই ধ্যানত চলা ব্যক্তি সকলে নিজকে সৰ্বজ্ঞানী বুলি ভাবে আৰু এক অৱাস্তৱ যুক্তিৰে নিজৰ ধ্যান ধাৰণাত অতল থাকে ৷সচাকথাত এই ব্যক্তি সকল চৰম অহংকাৰী দিশলৈ গতি কৰে ৷
ৰজগুৰু ডাঙৰীয়া, আপুনি নিজাকৈ এই জ্ঞান গুপ্ত ৰূপত শুনিব বুজিবলৈ মানুহ নিয়োগ কৰক। তাৰ পাছত এই অনুষ্ঠান বঢ়াই নিয়াৰ চেষ্টা কৰিব অনুষ্ঠানত এই জ্ঞানৰ স্পস্তিকৰণ হিচাপে ৭ তা খণ্ড প্ৰকাশ কৰক(কিয়নো আমি ৭ দিন এই জ্ঞান সুনো প্ৰথম অৱস্থাত। সেইখিনি তে এই জ্ঞানৰ ভেটি) দৰ্শকে নিৰ্ণয় কৰিব জ্ঞান টো ভুল নে শুদ্ধ।
It's Nilima's negative experience. She could not run in this spiritual organisation so far. She doesn't have any right to blame this organisation. There are crore of followers world wide who have gain lot of satisfaction in life and expressed gratitude to this organisation.
যি সকলে সংসাৰত দুঃখ কষ্ট ত আছে, তেওঁলোকে এই বিশ্ববিদ্যালয়ত গৈ শান্তি পালে কি অসুবিধা?হা? কিহৰ হুলস্থুল ইমান? নিজৰ জীৱন নিজৰ মতে জীয়াই থকাৰ চবৰে অধিকাৰ আছে। আৰু ডাঙৰীয়া আপুনিও মানে ভাল বিষয় এটা বাচি ললে। আপুনি পাৰে যদি সমাজৰ প্ৰয়োজনীয় আৰু কাম আছে সেয়া কৰক। দুখীয়া সকললৈ সহায় আৰু নিবনুৱা ক সংস্থাপন দিয়াৰ তেনেকুৱা জাতীয় vdo উপস্থাপন কৰক। Om Shanti ❤️🙏 Baba bless you and all
Ouri baideu teu studio t eitu show di apunalukor nisina aru B k ne ki xeibur bhondo anusthanot goi rokhatole juwa manuhok bosai ase. Sesta korise bosabo aru eiyahe asol somajxewa .
তেন্তে জ্ঞান টো সত্য যদি জ্ঞান টোৰ সমালোচনা কৰি থকা টো কিমান ঠিক? মানুহ বোৰৰ আলোচনা কৰক প্ৰমান আৰু নাম সহ তেতিয়া সংস্থাই ব্যৱস্থা লব। কিন্তু Teacher বেয়া হলে গোটেই স্কুল আৰু কিতাপ বোৰ বেয়া হৈ নাযায় যিটো ইয়াত দেখাই আছে। আমি ও পাইছো ওলোটা সংস্কাৰৰ behenji। এইগৰাকী বাইদেউ নীলিমা ও তেনেকুৱা behenji e আছিল নিশ্চয় কাৰণ তেওঁ জ্ঞান টো একো স্পষ্ট কৈ বুজাই নাই
Hum to BK ko ek achhi sanstha mante the ,lekin abhi pata chalta ja raha hai ki BHAGWAN ke naam par ye apne sabhi dushkarmon ko kiye ja rahe hai ,aap bahut achha kaam kar rahe hai ,hum aapke sath hai
O hello,योग परिवर्तनशील है। गुरु गौतम के दिन अभी नहीं है।ये कलियुग है। निराकार भगवान का दिव्य अवतरण के बारे में आप अज्ञान है। इसीलिए आज भी मीडिया में आकर के अपना मंद परिचय देता है।
Honey Bee and Dirty Fly, both of them do same type of work. Honey bee collects nectar but dirty fly spreads variety of germs. Rajguruji and Sharmaji please tell me whether you both are bee or dirty fly ?
@@dkdk5486 my dear...God is not a human looking being too...We have given it a form...it can be in a tree, a vigrah, an animal, a mountain etc...see tribals, they worship mountains...
Baishya Nilima didi nahi aap hai. Aap ko bewkoof banaya ja raha hai aur Nilima didi ko bewkuf banaya ja chuka hai . Difference ye hai ki unki aankhe khul gayi aur aap ki aankhe khulni baaki hai. Lekin abhi aapki ki ankhe nahi khulengi . Jab aap bahut kuch kho chuki hogi tab aap ko samajh me aayega.
Sob fale eneka kahani ae hoise .. Mur friend etar u deutak or title aggarwala, my friend is the only child and maak rajghor or center ot gusi goisil. So moi taak call kori jonalu how good the show was But he was like aggarwala enekuaa bohut ase jaar logot same case hoise, that it is another family but marwari bohut families ok eneke phosaai loiseee
Brahmakumaris t moi 24 yrs pora goi asu . Hokolu bhale lage.. Kintu poisa collection kore indirectly.. Centre incharge ye poisa sai manuh importance diye.. Prag news k dhonnyabad Apunaluke truth ki tak jonaok.. Lagile Om shanti manuh mati Live debate diok. Gutei asom ye ata ata doudt clear hbo
Sister, although you spend more time in BK you could not gain true knowledge of the institution. Suppose,You have some narrow negative desire as like daughter of Ravana, which is not fullfill from this great institutes therefore you criticized wearing a sunglass of negativity. A huge number of people are benifited from this institution through learning meditation, yoga and self discipline.. God bless you.....Om shanti ❤❤.
ব্ৰহ্মজ্ঞান সকলোৰে ভাগ্যত ধাৰনা একে সমান হব নোৱাৰে । ৰং ৰূপ গোন্ধ স্পৰ্শ আৰু শৰীৰিক ভোগৰ লালসা থকা আত্মাই সম্পুৰ্ন জ্ঞানী হব নোৱাৰে । কিয়নো এই জ্ঞান পৰম পিতাৰ দ্বাৰা দিয়া জ্ঞান হয় । কোনো মানুহে নিজৰ মণে গঢ়া জ্ঞান বা কিতাপৰ জ্ঞান নহয় ।
आपकी माता पिता का लव कैसे रहा, मा ब्रह्मा कुमारी में जाते भी आपके पिता कैसे अच्छे से रह रहे थे, इस से साबित होता ब्रह्मा कुमारी किसी का घर नही तोड़ती, गलत होता तो इनके पिता कभी बच्ची को जाने नही देते, ब्रह्मा कुमारी में
मैडम जी देवता और भगवान में क्या अंतर है ? दोनों एक ही है क्या ? अगर है तो क्या सभी देवता भगवान है ? और अगर नहीं तो आखिर भगवान कौन है ? कृपा करके बताइए।
যেতিয়া বিয়া হব মন গল, বিকাৰে আমনি কৰিলে তেওঁক যাবলৈ দিয়া হল আৰু এতিয়া জ্ঞান টো ভুল বুলি কৈ আছে। একো ডাঙৰ নতুন কথা নহয়। এনেকুৱা বহুত ছোৱালী আছে ইমান বছৰ behenji হৈ থাকি বিয়া কিয় হল বুলি সুধিলে লাজ পায় কব নোৱাৰে যে বিকাৰ লাগে কাৰণে বিয়া হলো। সেইবাবে জ্ঞান তোৱেই ভুল বুলি কৈছে। মানুহ খিনি ভুল হব পাৰে , অনুষ্ঠান চলাওঁতে কাৰোবাৰ ভুল হব পাৰে কিন্তু এই জ্ঞান যিমান গভীৰ কিন্তু সহজ সেইয়া মই অন্য মাৰ্গ অত পোৱা নাই।
Ekebare hosa. Biswa bikhyat enei hobo ru. Baba hosa. Baba gyan hosa.
হয়, সঁচা ব্ৰহ্মাকুমাৰীয়ে এনেদৰে কথা নকয়।চাল চলন সকলো Royal, Om Shanti 🇲🇰🇲🇰🇲🇰
A big traitor of Brahma kumaris.चेहरे से पता चल रहा कितने घमंडी है।पवित्रता अच्छी नहींलगी,और अपवित्रता के आकर्षण में ,नाम,मान ,शान के आकर्षण में यह भाग गई😂
😂😂😂😂😂😂
अब young है।
कैसे निरवैर भाई जी के इतने पास गए ज़रा वह भी बताओ😂
ডাঙৰীয়া ভিতৰলৈ গৈ অলপ ভাল বিচাৰিও আনি ৰাইজৰ আগত দিয়ক......❤ দুই এজন মানুহৰ বাবে এটা আধ্যাত্মিক অনুষ্ঠান বেয়া হ'ব নোৱাৰে.....❤
মোৰ নিজৰ ঘৰৰ এজনী ব্ৰক্ষ্মকুমাৰী হৈ গুৰু - গোঁসাই নমনা হ’ল ৷ মোৰ পিতৃ মৰিব লগা হ’ল ৷ থকাখিনিৰ মাজতো শান্তি নোহোৱা হ’ল ৷ নিজৰ গিৰিয়েক পলাল ৷
@@bknagaondimoruguricentre6466 This is not bad organisation...but this is not a Hindu organisation...they are converting Hindus to their own religion by false propaganda which is not good
@@purbadribanerjee3289There is a difference between hindu and sanatan
@@bknagaondimoruguricentre6466 TRP bodhabo karne loi ahise enka program
Thank you to Prag channel. This will surely save many families and lives.
ৰাজগুৰু দাদা, আপুনি ৰাজযোগৰ গুৰু হওঁক দৈত্য সকলৰ গুৰু হৈ ভাগ্য নষ্ট কৰিব নালাগে
স্বয়ং পৰমাত্মাই আমাক পবিত্ৰ হব দিছে। আমি দেৱী দেৱতাৰ আত্মা।
অসুৰৰ আত্মাই পৱিত্ৰ হব নোৱাৰে!ছিঃ এটা নিজৰ সৰু অংগও কন্ত্ৰোল কৰিব নোৱাৰি ইমান হুলস্থুল!লাজনোহোৱা মখা!
@@সুখৰকিৰণ BKUMARI IS NOT HINDU Religion..you don't believe in HINDU God, you BKUMARI are now converted to a famous religion where you believe in one God, that is light..Don't Convert Hindus
@@purbadribanerjee3289
लेखराज नपुसंक योगा सेंटर
लेखराज नशबंदी योगा सेंटर
लेखराज पलंग तोड़ योगा सेंटर
लेखराज बांझ योगा सेंटर
लेखराज पैसा लूट योगा सेंटर
लेखराज गर्भ पात योगा सेंटर
लेखराज मूंछों सफाचट योगा सेंटर
लेखराज बच्चे दानी सफाचट योगा
सेंटर
लेखराज आत्महत्या योगा सेंटर
लेखराज हिंदू ओ का विनाश करने
बाला योगा सेंटर
বহুত ধন্যবাদ। বহুত আছে যিবোৰে এই জ্ঞানটো নামত লৈ ওলোটা বুজি ওলোটা কাম কৰি ভাল মানুহ খিনিক বদনাম কৰি আছে । গতিকে এতিয়া এই অবুজ মানুহ খিনি আঁতৰিব। Thank you
শ্ৰদ্ধেয় ৰাজগুৰু মহাশয়,
আপোনাক আমি গুৰু হিচাবে সন্মান কৰো । চলি থকা আপোনাৰ টকা শ্ব' টিত স্বামী স্ত্ৰীৰ কিবা কথা ঠিকাদাৰ ব্যৱসায়ীৰ কিবা কথা পাচ বছৰ আগেয়ে ব্ৰ কু অনুষ্ঠানৰ পৰা গুচি অহা মুম্বাইৰ বহুবল্কি মহিলাৰ কিবা কথা আলোচনা কৰি এটা বিশ্বজনীন আধ্যাত্মিক অনুষ্ঠানৰ দোষ খুচৰি আমাক অৰ্থাৎ ব্ৰ কু অনুষ্ঠানৰ জ্ঞানৰ থকা সদস্য সদস্যা সকলক মানসিক ভাৱে শাস্তি দিছে কিয় ?
আপুনি বিশ্ব বিখ্যাত এনেকুৱা এটা অনুষ্ঠানত যদি কিবা আসোঁৱাহ দেখা পাইছে তেনেহলে গুৱাহাটীত থকা ৰূপনগৰৰ বিশ্ব শান্তি ভৱন নাইবা অসমৰ যি কোনো এটা ব্ৰ কু কেন্দ্ৰত গৈ তথ্য অধ্যয়ন কৰি আমাক সঁচা মিচা এটা শুদ্ধ ফলাফল প্ৰকাশ কৰক ।
Dear Prasanta Rajguru, You are requested to focus positive effect of the Brahmakumaris. Brahamumaris is a spiritual institution which is quite different from others. True and practical knowledge is given here.
Ekdam right, ইয়াত বহুত কষ্টৰে কাম কৰি এটা এটা টকা বচাই ৰখা হয়।যাৰ দ্বাৰা পাছত ভাল সুবিধাৰ বস্তু খিনি গোটেই বিদ্যাৰ্থী সকলে আৰামত বহি জ্ঞান শুনিব পৰাকৈ কৰি লোৱা হয় যিটো দেখি মানুহে প্ৰশ্ন কৰে ইমান টকা কত পায়।
(প্ৰশ্ন: কামাখ্যা মন্দিৰ অত পাণ্ডা হৈ টকা লুটি থাকি অপেন ডকাইতি কৰি এটা এটা নিজৰ সন্তানৰ বাবে ঘৰ বনোৱা টো আপোনালোকৰ সমুখত স্পষ্ট, কিন্তু সেইয়া কিয় চকুত নপৰে? কাৰণ তেওঁলোকে হয়তু আমি নজনা শ্লোক বোৰ ভুলে শুদ্ধই শুনাই থাকিব পাৰে)
ইয়াত কোনো নতুন ব্যক্তি যিজনে জ্ঞান বুজা নাই গ্ৰহণ কৰা নাই তেওঁলোকৰ পৰা কেতিয়াও খুজি টকা লোৱা নহয় মন্দিৰৰ দৰে চান্দা তোলা নাই record নাই। আমি যিসকলে অনুষ্ঠান টো আমাৰ ঈস্বৰীয় পৰিয়াল, নিজৰ দ্বিতীয় ঘৰ বুলি মান্য কৰোঁ তেওঁলোকে নিজৰ মাজত ধনৰ সেৱা কৰোঁ। কোনোবাই পাছত কিবা কথাত বেয়া পাই ওলাই গলে তেওঁক টকা খুজি আমনি কৰা নহয়। কিন্তু তেওঁলোকে গৈ মিছা বদনাম কৰে।
ব্ৰহ্মা কুমাৰী সকলে কষ্ট কৰি এটা ঘৰ বনোৱাৰ পাছত অন্য ঠাইলৈ গুচি যায় কিন্তু তেওঁলোকে নিজৰ বাবে নকৰে। ঘৰটো চম্ভালে যেতিয়া সুবিধা খিনি ও পায় কিন্তু সেইখিনি নিজৰ ঘৰ পৰিয়াল পূহিবলৈ নকৰে। আধ্যাত্মিক মাৰ্গ ইমান সহজ নহয়।
নিজ ইচ্ছাত থকা বাইদেউ কেইগৰাকী মান মাতি আনি সুধিব লাগিব। কাৰণ অসমত ইমান লাখ মানুহৰ মাজত কেৱল হাজাৰ গৰাকী হে ব্ৰহ্মা কুমাৰী অনুষ্ঠানত থকা বাইদেউ আছে । সকলোৱে ঘৰ এৰি আহি তাত নাই থকা।।মই নিজে এটা উদাহৰণ। পঢ়ি উঠি এতিয়া চাকৰি জীৱন আৰম্ভ হৈছে
আজিকালি প্ৰায়ে মাক দেউতাকে কোৱা শুনিছোঁ মোৰ ল'ৰা ছোৱালী কথা শুনাব নোৱাৰোঁ বুলি তেনেস্থলত দাদা লেখৰাজে এনে কি কৰ্ম কৰি গৈছে যে তেওঁক অনুকৰণ কৰি আজি লাখে লাখে মানুহে প্ৰৱিত্ৰাৰ দিশত আগুৱাই গৈছে সেইবিলাক অলপ চালি জাৰি চাব লগে।
ধন্যবাদ এই অনুষ্ঠানটোৱে BKৰ পৰদা ফাচ কৰিলে
এই মহান আধ্যাত্মিক যাত্ৰাত চলিব হ'লে সহজ সৰল মন আৰু শুদ্ধ বুদ্ধিৰ প্ৰয়োজন । ভোগ বিলাসপ্ৰিয আধুনিক জীৱন যাত্ৰাত কেৱল ক্ষমতা, পদবী আৰু ধন-সম্পত্তিৰ পিছত দৌৰা ব্যক্তিৰ বাবে এই পথ কঠিন।
বৰ্তমান সমাজৰ যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ পৰা আতৰি কিছু সময় এই অনুষ্ঠানৰ সৈতে জড়িত হৈ মই আৰু মোৰ পৰিবাৰ বহুতো সুখী আন বহুতৰ দৰে।
সকলোৰে শুভ বুদ্ধিৰ উদয় হওক।
ঔম শান্তি।
তেখেতে অনুষ্ঠানৰ নিয়মৰ বাহিৰে কাম কৰিছিল, কাম বিকাৰৰ বশ হৈছিল আৰু মন বিচলিত হৈছিল বাবে এৰিছিল
ব্ৰহ্মাকুমাৰী জ্ঞান কিছুমান ঠিকেই আছে, কিন্তু স্বামী স্ত্রীৰ যিটো মধুৰ সম্পৰ্ক সেইটো ঘৃণাৰ দৰে কিয় হয়গৈ, । স্বামী স্ত্রী সম্পৰ্ক বোলে ককাই ভনীৰ হয়গৈ সেইটো জ্ঞান ললে। ককাই ভনীৰ সম্পৰ্কও বহুত ভাল সম্পৰ্ক কিন্তু স্বামী স্ত্রী ৰ যিটো সম্পৰ্ক সেইটোৰ দৰে জানো হব পাৰে, গোটেই জীৱন ককাই ভনী লগত থাকিব নে, কিবা এটা হলে এদিন দুদিন যত্ন লব সদায় লৈ থাকিব নে, নিজৰ পত্নীয়ে যিখিনি কৰিব বাকী কোনোবাই কৰিব নে, সন্তান জন্ম দিয়াটো পাপ বুলি কৈছে মোৰ স্বামীয়ে। বাৰু ঠিক আছে সন্তান হবলৈ দিয়াটো পাপ কিন্তু নিজে কৰ পৰা আহিল, কিবা এটা বেমাৰ হলেও নুচুৱে নিজৰ পত্নীক। এনে দেখুৱাই যেন তেওঁৰ bodyt হাত খন লাগিলেও বহুত ডাঙৰ ভুল, যদি তেনেকুৱাই হয় বিয়াই কৰাব নালাগে। আচলতে সেইবোৰ মানুহ হে পাপী, মানুহক ঘৃণা কৰে যেতিয়া। নিজৰ খোৱা বাচন বেলেগ কৰি লয়। তাত জ্ঞান লৈছে বহুত ভাল কৰিছে কিন্তু পতি পত্নীৰ মাজৰ মৰম যত্নবোৰ কিন্তু শেষ হৈ গৈছে। ঘৰখনত অশান্তি এটা সৃষ্টি হয় সেই এজনৰ কাৰণে। ব্ৰহ্মাকুমাৰীত নোযোৱাকৈও মানুহে মাছ মাংস মদ এইবোৰ এৰিব পাৰে, ঘৰত থাকিও meditation/ ধ্যান কৰিব পাৰে। এটা সঁচা কথা মই যদি স্বামী ৰ ঘৰত থাকিলো হয়, মইও divorce এই ললো হয় নিশ্চয়, কিন্তু ভগৱানৰ কৃপাত তাৰ আগতেই মোৰ মাৰ ঘৰত থকাৰ ভাগ্য হল, স্বামীৰ কৰ্মসূত্ৰে। বৰ্তমান ভগৱানৰ কৃপাত এক বছৰ লৰা এটি আছে। তেওঁ ব্ৰহ্মা কুমাৰীত nujuar আগতেই লৰা আহিল বুলিহে। এতিয়া লৰাৰ কাৰণে মই দুখ কষ্ট সকলো ত্যাগ কৰিব পাৰিছো। লৰাই এতিয়া মোৰ সকলো।
সকলো উল্টা কথা এইবোৰ।
আপুনি যেতিয়া দুৰ্গা মাৰ মূৰ্তিৰ আগত গৈ সেৱা কৰে মনত তেতিয়া দুৰ্গা মা ভাবে নে দুৰ্গা শাহু বুলি ভাবে, আৰু আপোনাৰ স্বামীয়েও দুৰ্গা মা বুলি ভাবে। তেনে ক্ষেত্রে আপোনালোকে নিজে নিজকে ভাই-ভনী বনাইছে। প্ৰকৃত সত্যটো এইয়ে যে আমি সকলোৱে পৰম ঈশ্বৰৰ সন্তান ভাই-ভাই বা ভাই-ভনী। শৰীৰ হৈছে টেম্পৰাৰী। পৰমাত্মাক মনত কৰক, ঈশ্বৰৰ ধ্যান কৰক, জীৱনত পবিত্রতা ধাৰণ কৰক, জীৱন ধন্য হৈ যাব।
এইবোৰ কথা নুবুজা সকলে এনেকৈ কয়। স্বামী স্ত্ৰী নহয় সকলো আত্মা হিচাপে ভাই ভাই বুদ্ধিৰে বুজিবলৈ কয়। আত্মাৰ কোনো gender পুৰুষ মহিলা লিংগ নাথাকে যিহেতু আত্মা এটা শক্তি। সেইখিনি বুজি পাই মনৰ ভিতৰত সকলোকে পৰম আত্মাৰ সন্তান বুলি সন্মান কৰিব হে শিকিছোঁ আমি। বুৰ্বক মূৰ্খ যিবোৰে জ্ঞান খিনি গভীৰ ভাৱে বুজিব নোৱাৰে সেইবোৰে এনেকৈ ওলোটা কথাবোৰ ধৰি থাকে। মূৰ্খ বুলি কোৱা কাৰণে বেয়া নাপাব। ওম শান্তি
@@Priyu4477 স্বামীৰ হাত পত্নীৰ গা এইবোৰ শব্দ মুৰুলী ত নাথাকে। আপুনি অধ্যয়ন কৰিব। বুজি পোৱাত ভুল হয় বাবে ওলোটা হয়। ব্ৰহ্মছৰ্য্য ব্ৰত এটা option হয়, যিজনে ইচ্ছা কৰিব পাৰে নাই নালাগে। এইয়া সকলো ধৰ্মৰ গ্ৰন্থৰ গুৰিত আছে। এইটো কোনোবাই কৰিব বিচাৰিলে human rights or ভিতৰত পৰে।
Ekebare hosa
এওঁ খাই বৈ অনুষ্ঠানত আছিল কিন্তু যোগ আৰু ধাৰণা শিক্ষা নাই লোৱা
Didi thanks इस हाई हाई के।
बाद जय जय कार होगा.........thanks baba
ইয়াত সন্মান বিচাৰিলে আৰাম পছন্দ জীৱন বিচাৰিলে নহব। নোৱাৰিলে নালাগে থাকিব কিন্তু গোটেই জ্ঞান খিনীয়েই ভুল বুলি কোৱাত আপোনাৰ ব্যক্তিত্ব প্ৰকাশ পাইছে।
Nilima ji आपने भगवान को पेहचाना नहीं है आपका बुद्धि नास्तिक है. भगवान का ज्ञान सत्य है. Brahma kumaris का ज्ञान सत्य है. भगवान का ज्ञान कभी भी गलत नहीं है. आपका सोच गलत
bk me bhagvan hota ya pahechana hota to itni galat chije nahi hoti
কেৱল চাকি জ্বলাই ঘোষা আৰু ভজন গাব জনা বা নাৰায়ণ পূজাত পাচালি খন পঢ়ি, ভাগৱত পাঠত গৈ এঘণ্টা বহি গুচি অহা সকলে বেছি সনাতন ধৰ্মৰ কথা কৈ ফুৰে। সত্য সনাতন ধৰ্মত ব্ৰহ্মচৰ্য আৰু সম্পূৰ্ণ শুদ্ধ ভোজন, ব্ৰহ্ম মূহুৰ্তত উঠি নিতৌ ঈস্বৰ চিন্তা কৰা, ইত্যাদি basic কথাবোৰ কি মহত্ব আছে এবাৰ অধ্যয়ন কৰিব। সেইখিনি basic হয় তাকেই আপুনি কৰিব নোৱাৰে বা কেতিয়াও নকৰে যিখিনি ব্ৰহ্মা কুমাৰী অনুষ্ঠানত ভালকৈ অধ্যয়ন কৰা সকলে মানি চলা চেষ্টা কৰি আছে। মদ মাংস এৰিছে আৰু দুটা ভাল কথা শুনাৰ অভ্যাস খিনি অতি কমেও কৰি আছে।
Hamne Shiv ko swami mana kitna athah prem mila!
Ye Surpanakha Raban Dada ke help magne aya.
Satyugi devta ap jaise papi k bat me gir nahi jayega.
সৰুতে ব্ৰহ্মা কুমাৰী হোৱা বহুতে এৰি থৈ বিয়া হৈ যায়। কাৰণ ডাঙৰ হলে কিছুমানে মাৰ্গ সলাব খোজে বা কাম ভাবনা এৰিব নোৱাৰে বা নতুনকৈ জগিব পাৰে। কাৰণ সকলোৱে আধ্যাত্মিক হব নোৱাৰে। সংস্থাত সৰুতে থকা আৰু এতিয়া বুঢ়া হৈ যোৱা ও আছে। এইটো ভাল যে ওলাই যাব খুজিলে যাব পাৰে। কথা হল সৰুতে আহিছে যদি নিশ্চয় আপোনাৰ মা দেউতাই allow কৰিছিল। আমি জানো এই মাৰ্গ অত নিজৰ ইচ্ছা নাথাকিলে কোনো থাকিব নোৱাৰে। সেইবুলি জ্ঞান টো ভুল নহয়
आपका सोच गलत है. भगवान आपको देख रहे है nilimaji
মুৰুলীৰ এটা এটা বাক্য সত্য প্ৰমাণিত হৈছে আজি এই অনুষ্ঠানটো চাই। এই গৰাকীক দেখি তাইৰ চৰিত্ৰ কেনেকুৱা উমান পোৱা যায়
आपने 20 वर्ष में कुछ भी सिखा/समझा नहीं है।
Tum jaise ladies toh bhagowan ke against bolte ho mor jana chahiye,ha,Shankar aur Shiv ki bij difference hai,mai 20 Sal se jori hun
Tum log jitna bhi bolo Haan real brahmakumaries Angot jaise dhir sthir rahenge ek Shiv bhagowan ki sath hi,ache logo ke time nahi studio mei ja karke debate karne ke
যিসকলে পবিত্ৰতা ধাৰণ কৰিব নোৱাৰে বা নিজৰ স্বাৰ্থ সিদ্ধি নহলে, সন্মান বিচাৰি এই অনুষ্ঠানত চলিব খোজে তেওঁলোকে এদিন ইয়াৰ পৰা ওলাই যাব লগা হয়। তেতিয়া এনেকৈ বদনাম কৰি ফুৰে। নিজে কি কৰি আছে সেইটো চাব লাগে।
Moi u bohut om shanti om Shanti korilu but last 3 weeks or jiman realisation hol ... Moi mur family k mur enemies bhabisilu.. ghor or kiba kaam koribo kole ... Baba ae koribo deya naai so nokorisilu n all...
I was so wrong.. but now I can even go back to my family.
Apunar brain washed hol .. vogobane apunaku brain tu dise use koribo
ঠিকেই কৈছে আৰু বেলেগক বিপথে পৰিচালনা কৰিব বিচাৰিছে ।
একদম সচাঁ
@@mmamatters4993 ভাল বাৰু। আপুনি সোনকালে মুক্ত হল । কিয়নো এই মাৰ্গ সহজ নহয়। ইয়াত ঘৰৰ মানুহৰ লগত মিলিব শিক্ষা দিয়া হয় কিন্তু বুজি নোপোৱা সকলে ওলোটা কৰে। বাবাই মুৰুলী ত কেতিয়াও কোৱা নাই ঘৰৰ মানুহ শত্ৰু। আপুনিও যদি বেছিদিন ইয়াত জৰিত থাকিল হয়, এই জ্ঞান টো ওলোটা বুজি আৰু বেছি ওলোটা কাম কৰি ঘৰ ভঙা বদনাম টো আমাক দিলে হয়। বহুত ডাঙৰ পাপৰ পৰা মুক্ত হল। সত্য কৈছোঁ। ওম শান্তি
Aaponar kotha bor xuni aaponak 20year BK sansta t thoka Jen loga nai.
যিসকল মৌন থাকিব নোৱাৰি, কষ্ট কৰিব নোৱাৰি আধ্যাত্মিক ব্ৰাহ্মণ জীৱন কটাব নোৱাৰি ওলাই গৈছে তেওঁলোকে টো কবই। নিজ ইচ্ছাত আনন্দ মনে কৰি থকা সকলকো এবাৰ সুধিব লাগিব।
ৰুমা বেহেনক মাতক আপোনাক সুদ্ধ উত্তৰ দিব যৰ তৰ পৰা বিচাৰি আনিব নালাগে ভ্ৰস্তাৰিৰ কাৰনে এইবোৰ নহয়
@@gitadeka3343 কাৰ ভিতৰত কি চলি আহিছে কোনেও নাজানে।
ৰুমা বেহেন ও নতুন হয়, জানে বহুত কথা কিন্তু এই জ্ঞান প্ৰমাণ কৰিবলৈ জ্যেষ্ঠ সকলৰ প্ৰয়োজন। নতুন সকলৰ যিমান জ্ঞান থাকিলেও স্পষ্ট অনুভৱৰ প্ৰয়োজন। স্পষ্ট কৰিবলৈ জ্যেষ্ঠ বহু বছৰ পুৰণা ব্যক্তিক অতিথি হিচাপে আনিব লাগে। আপোনালোকে ও বুজিব লাগে।
Thik koise, suraj vaik anok nohole sr. Shivanik anok. Tar pasot bujibo babar gyan ki.
Nilimaji aap abhibhi white dress kyun pehenti ho? Naam ke aagey Kumari kyun lagati ho? Kya abbhi aap khud Brahma kumaris ko manti ho??
Great work neelima ji.
You have opened the eyes of millions.
The BKs should be exposed.
Right time right talkshow.
Nimila sharma ji bahut achchhi aur sahi jankari di hai jankari ke liy bahut bahut dhanyvad bhagvan hamesha sty ka sath dete hai Jai Ho Jai Jai shri ram 🌹🌹🙏🏻🙏🏻
পতি পত্নীৰ মৰম থাকিলে ঘৰ আনে ভাঙিব নোৱাৰে। আমি লগ পোৱা মাতা সকলে বহুত কষ্ট কৰি ঘৰ বচাব চেষ্টা কৰে, ঘৰৰ মানুহে বুজি নাপায় কেৱল এটাই কথা তাত নাযাব বুলি কয়। শান্তি দুখ পোৱাৰ পাছত মানা কৰিলে নিজেই কাজিয়াৰ সূত্ৰপাত কৰে। ব্ৰহ্মা কুমাৰী গীতা পাঠশালা বোৰ দুজন পতি পত্নী এই জ্ঞানত সুখেৰে বুজাবুজিৰ মাজত ঘৰ নভগাকৈ চলা সকলে হে খুলিব পাৰে। সেৱা কেন্দ্ৰ আৰু গীতা পাঠশালা বেলেগ। গতিকে গীতা পাঠশালা বোৰত গৈ সাক্ষাৎকাৰ লওক সাহস আছে যদি।
কিছুমানে সন্মান পাম বুলি join কৰে নাপালে এনেকুৱা কৰে। গোটেই বিশ্ব সাক্ষী, ভিতৰত যি হলেও সেৱা খিনীয়ে মানুহক শান্তি দিছে। যাৰ অনুভৱ আছে বুজিব
❤ Sadi suda bale BK se dur rahe ❤ lakho pariwar BK ke karan tutchuchukihe ❤ apani khushal family life barbad na kare ❤
❤❤❤❤ nilimaji ko Assam me bahut. Bahut hardik swagat hai dil se dhanyabad nilimaji aur Dr Preeti Nigam ji asuro ko binashkari nava Durga hai jai sanatan dharma jai hind
घंटा सनातन धर्मी।
ব্ৰহ্মাকুমাৰী বেয়া অনুষ্ঠান বুলি ক’ব নাযাওঁ ৷কিন্তু এটা সচা কথা যে ইয়াৰ কিছুমান ধাৰণাই মানুহৰ মন মগজুক এক কাল্পনিক পৃথিৱীলৈ লৈ যাই যি ঘৰুৱা জীৱনত বহু প্ৰভাৱ পেলাই ৷এইয়া ভুক্তভোগী ঘৰখনৰ সদস্যইহে উপলব্ধি কৰিব পাৰিব ৷আমি ইয়াৰ ভুক্তভোগী ৷দুষ্ট দগবাজ তথা সমাজৰ কুখ্যাতি ৰচা সকলক সঠিক দিশলৈ আনিবলৈ এই অনুষ্ঠান এক সুপথ ৷কিন্তু অতি মিঠা তিতা হোৱাৰ দৰে বহু ব্যক্তিয়ে এই নীতি নিদৰ্শনাৰ ভিত্তিত এক অৱাস্তৱ পৃথিৱীলৈ চিন্তাধাৰক লৈ যায় য’ত বাস্তৱ পৃথিৱীৰ পৰা এইসকল ব্যক্তি বহু দূৰলৈ লৈ যায় ফলত ঘৰখনৰ অন্য সদস্য তথা সমাজ খনৰ লগত এক অসামজ্ঞস্যকৰ পৰিস্থিতিৰ সুচনা হয় ৷ইয়াৰ প্ৰভাৱত থকা সকলে এইয়া অনুভৱ নকৰাতো স্বাভাৱিক ৷কিন্তু যিসকল বাস্তৱতাৰ লগত জড়িত সদস্য তেওলোকে তিলতিলকৈ আত্মীয়জনৰ ধংসৰ পথ দেখি দুখত ভাগি পৰিব লগা হয় ৷এই ধ্যানত চলা ব্যক্তি সকলে নিজকে সৰ্বজ্ঞানী বুলি ভাবে আৰু এক অৱাস্তৱ যুক্তিৰে নিজৰ ধ্যান ধাৰণাত অতল থাকে ৷সচাকথাত এই ব্যক্তি সকল চৰম অহংকাৰী দিশলৈ গতি কৰে ৷
ওমঁ নমো ভগৱতে বাসুদেৱায় ৷
ধৰ্মৰ বাণীত লোভ ,মোহ ,শোষণ ,শাসন ,ক্ষমতা একো নাথাকে ৷। ভিতৰৰ কথাবোৰ
জানিব পাৰি বেয়া পাইছো ৷
সোনকালে ভাৰত চৰকাৰৰ দ্বাৰাই তদন্ত হওক ৷😊
একো ডাঙৰ কথা হোৱা নাই আমি এনেকুৱা ব্যৱহাৰ এনেকুৱা অভিযোগ প্ৰায়েই পাই আহিছোঁ এতিয়া যেনিবা নিউজ অত ওলাইছে। যিজনে নোৱাৰে তেওঁলোকে ব্ৰহ্মা কুমাৰী নহয় ,ISCON বা সত্ৰাধিকাৰ সকলৰ জীৱন টোৰ ও সমালোচনা বদনাম কৰে
Bk Rumak mati dekhab ami eman happy hoi asu atiya ai bur dekhai beya kori ase
কলি কালত ৰাৱণ আৰু ৰাম কোন মানুহে চকুৰে চাই,কাণেৰে শুনি ধৰিব নোৱাৰে।সেইবাবেই ১০০ জন কৌৰৱ আৰু ৫ জন পাণ্ডৱ দেখুওৱা হৈছে।
. শংকৰদেৱৰ এক শৰন ধৰ্ম এৰি কিহৰ অন্য ধৰ্ম বিচাৰি ফু ৰে । ঘৰতে আছে নিজৰ গু ৰু ।
Kiman khini palon korise? Namghorot jua sakalu manuh e gurujonak mani sole ne? Nosola solole mani sola sokolor sakalu niyom pasanda korene? Aru sakalu namgharat jua manuhe vodro ne?
দেখিছোঁ নহয় নামঘৰত গৈ পৰচচ্চাহে কৰি থাকে। শংকৰদেৱৰ এক শৰন ধৰ্ম যদি সছাঁ ৰূপত পালন কৰিছে সেইয়া একমাত্ৰ ব্ৰাক্ষাকুমাৰী বাদে আন কোনেও কৰিব পৰা নাই।চেণ্টাৰবিলাকলৈ গৈ অনুসন্ধান কৰি আহিব।
ৰজগুৰু ডাঙৰীয়া, আপুনি নিজাকৈ এই জ্ঞান গুপ্ত ৰূপত শুনিব বুজিবলৈ মানুহ নিয়োগ কৰক। তাৰ পাছত এই অনুষ্ঠান বঢ়াই নিয়াৰ চেষ্টা কৰিব অনুষ্ঠানত এই জ্ঞানৰ স্পস্তিকৰণ হিচাপে ৭ তা খণ্ড প্ৰকাশ কৰক(কিয়নো আমি ৭ দিন এই জ্ঞান সুনো প্ৰথম অৱস্থাত। সেইখিনি তে এই জ্ঞানৰ ভেটি) দৰ্শকে নিৰ্ণয় কৰিব জ্ঞান টো ভুল নে শুদ্ধ।
Alpa bidya bhayankar.
তেওঁৰ কথাত বুজিব পাৰি যে তেওঁৰ আধ্যাত্মিক ধাৰণা নোহোৱা বাবে চেন্টাৰ in-charge হব নাপালে। সেইটো তেওঁৰ ইচ্ছা আছিল । কষ্ট কৰিব নোৱাৰে বাবে ওলাই আহিছে(আন সকলক ইয়াত বান্ধি নৰাখে, নিজৰ ইচ্ছাত আনন্দত কৰে যি কৰে; থাকিবলৈ জোৰ কৰা চিষ্টেম থাকিলে তেওঁ আজি ইয়াত বহি থাকিব নোৱাৰিলে হয়)
ইয়াত সন্মান বিচাৰিলে আৰাম পছন্দ জীৱন বিচাৰিলে নহব।
বিনাশ কালত বিপৰীত বুদ্ধি। আপোনাৰ শুভ বুদ্ধি উদয় হওঁক।
@@gyanvarta3339 Your Brahma is not HINDU Brahma..May our Hindu Shiva , our God Lord Krishna bless you
@@purbadribanerjee3289Read siva sutra and ribhu geeta
Thanks a lot for such awareness.
মই ১০ বছৰে যিখিনি গভীৰতা বুজিছো এই জ্ঞান অত, এওঁ basic ৭ দিনীয়া পাঠ্যক্ৰম টো ও clear নাই। এওঁ বহুত ভাগ্যৰ বলত মাক দেউতাকৰ খাতিৰত হে সন্মান পাই থাকিব পাৰিলে(কাৰণ ৯ বছৰত আহিছিল মানে মা দেউতা জ্ঞান অত আছিল তেওঁলোকে থাকিব দিছিল) , যেতিয়া বিয়া হব মন গল, বিকাৰে আমনি কৰিলে তেওঁক যাবলৈ দিয়া হল আৰু এতিয়া জ্ঞান টো ভুল বুলি কৈ আছে। একো ডাঙৰ নতুন কথা নহয়। এনেকুৱা বহুত ছোৱালী আছে ইমান বছৰ behenji হৈ থাকি বিয়া কিয় হল বুলি সুধিলে লাজ পায় কব নোৱাৰে যে বিকাৰ লাগে কাৰণে বিয়া হলো। সেইবাবে জ্ঞান তোৱেই ভুল বুলি কৈছে। মানুহ খিনি ভুল হব পাৰে , অনুষ্ঠান চলাওঁতে কাৰোবাৰ ভুল হব পাৰে কিন্তু এই জ্ঞান যিমান গভীৰ কিন্তু সহজ সেইয়া মই অন্য মাৰ্গ অত পোৱা নাই।
Gautam rishi r sowali ahil eijoni
এওঁ কেনেকৈ ব্ৰহ্মা কুমাৰী নিলিমা হ'ল ইয়াৰ পৰা ওলোৱাৰ লগে লগেই সংসাৰ কুমাৰীহে হ'ব লাগে কাৰণ সংসাৰত থকা কুমাৰী এনেকুৱা হাজাৰৰ ওপৰতো থাকিব পাৰে ব্ৰহ্মা কুমাৰীত ৰিটায়াৰ নহয়। একেবাৰে সংসাৰৰ পৰা চিৰদিনলৈ বিলীন হৈ যায় মানে শৰীৰ এৰি যায়। এওঁ আকৌ আগতেই অৱসৰ গ্ৰহণ কৰিলে। মানে voluntary retirement ! এতিয়া বিশ্ববিদ্যালয়ত নাই। আৰু এটা কথা মই যেতিয়া আশ্ৰমত আছিলোঁ তাৰ আগতে এখন ব্যক্তিগত বিদ্যালয়ত চাকৰি কৰি আছিলোঁ। ব্ৰহ্মা কুমাৰী লৈ যোৱাৰ পাছত মোক তাৰ অভিভাৱক সকলে অভিযোগ কৰি তেওঁলোকৰ ল'ৰা ছোৱালী বেয়া হ'ব বুলি ভাবি মোক ব্ৰহ্মা কুমাৰী এৰিবলৈ ক'লে । মই চাকৰি এৰি দিলোঁ।মোক স্কুলখনলৈ মাতি নিছিল মই নিজে যোৱা নাছিলো। আশ্ৰমত থাকোতে ময়ো বিভিন্ন সেৱা কৰিছোঁ।তাক কাম বুলি নকৈ সেৱা বুলিহে কোৱা হয়।তাত কৰি সুখৰ অনুভৱ হয় আজি ঘৰত মানুহে কাম নকৰে নেকি গাঁৱত ল'ৰা ছোৱালীয়ে খেতি বাৰীত কাম কৰি তাৰ পাছত মাইল মাইল খোজকাঢ়ি আহি আকৌ সন্ধিয়া ঘৰ পাই ঢেঁকী দিয়ে।মোৰ লগত গাঁৱত পঢ়া এনেকুৱা বহুত ছোৱালী আছিল । তেতিয়া ভাবিছিলো কেনেকৈ কৰে? গাঁৱৰ মানুহে কেতিয়াবা অভিযোগ কৰা শুনিছে নেকি? মই তাত থাকোঁতে ঘৰ সজা সময়ত আন আন ভনীসকলৰ লগত বালি চালিছিলো, মোজাইক কৰা পকা খন ঘিচাই) কৰিছিলোঁ। বহুত আনন্দ পাইছিলো। পিছত ঘৰত আহি সকলোকে বাহাদুৰি মাৰি কৈছিলো যে ম ই সকলো কৰিব পাৰো। গান্ধীৰ আশ্ৰমত থকা মীৰাবেনৰ কাহিনী সৰুৰে পৰা শুনি আহিছো। কৰ্মই হে তেওঁক মহান কৰিলে আজি এজনী ছোৱালীৰ বিয়া হোৱাৰ পিছত তাত নিজৰ ঘৰ বুলি সকলো কৰে। তেতিয়া ক'ব নেকি যে ম ই ঘৰত কৰি অহা নাই? মই তাত কাম কৰি অতিন্দ্ৰীয় সুখৰ অনুভৱ হৈছিল আৰু বহুত শক্তিৰ অনুভূতি কৰিছিলোঁ। চাকৰি কৰি থকা কালতো স্কুল ছুটিৰ পাছত আবেলি আশ্ৰমত সেৱা বিচাৰি গৈছিলো। আৰু বহুত অনুভৱ আছে ।
শ্ৰিমদ্ভাগৱত গীতাৰ শ্লোক সমূহ আপুনি ও শুনাব নোৱাৰে। শুনিলে ও মনত নাই নিশ্চয় । সেই শ্লোক বোৰৰ গভীৰ সাৰমৰ্ম খিনি আজি ব্ৰহ্মা কুমাৰী অনুষ্ঠানত শিকোৱা হয় আৰু যিসকলে সেই জ্ঞান খিনি সাৰ খিনি বুজিব পাৰিছে তেওঁলোক লাভান্বিত হৈছে আৰু মই নিজে এটা উদাহৰণ।
আজি আপোনাৰ সন্তান জনে গোটেই খন শ্ৰিমদ্ভাগৱতৰ শ্লোক শুনিব নে আপুনি বুজাব পাৰিব নে? সময় আছেনে? সাৰাংশ prefer কৰিব নে ? গোটেই খন বুজিবলৈ বুঢ়া বয়সলৈ ৰখিব আৰু দুখ অশান্তি সকলো ভুগি সন্তানৰ অধোগতি হোৱাৰ শেষত ভাগৱত গীতা শুনিব চেষ্টা কৰিব যিটো সকলোৱে কৰি আছে ।
প্ৰশ্ন হৈছে, শ্ৰিমদ্ভাগৱত যিসকলে ভালকৈ অধ্যয়ন কৰিছে তেওঁলোকে এই জ্ঞান টো ও গ্ৰহণ কৰিব । যদিহে গভীৰতা বুজিব পাৰিছে।
ওম শান্তি
ৰাজগুৰু ডাঙৰীয়া, এওঁৰ প্ৰতিটো প্ৰশ্ন আৰু প্ৰতিটো অভিযোগৰ উত্তৰ দিবলৈ সুবিধা দিব লাগিব অনুষ্ঠানৰ ব্যক্তিক। এওঁক যেনেকৈ কোনো বাধা নিদিয়াকৈ শুনিছে, তেনেকৈ বিপৰীত পক্ষৰ পৰা ও সম্পূৰ্ণ শুনিব আৰু আমাক দৰ্শকক শুনিব দিব লাগিব। মাজতে বাধা দিব নোৱাৰিব। তেতিয়া হে ওলাই পৰিব জ্ঞান খিনিৰ অশুদ্ধতা।
উপ নিৰ্বাচনত শাসকীয় চৰকাৰ জয় হোৱাতো স্বভাৱিক অন্য হাতে কংগ্ৰেছে ঐক্যমঞ্চৰ সহযোগী নোহোৱা কাৰণেই এনে হ'ল।।
দেৱতা আৰু ঈশ্বৰ বেলেগ বুলি কলে ভুল হয়। তেন্তে আপুনি পুৰাণ বোৰৰ নাম লব নালাগে নিজে পঢ়িব লাগিব
ब्रह्मा कुमारी संस्था के काले कारनामे सबके सामने रखने के लिए आपको धन्यवाद।
सादर
ব্ৰহ্মা কুমাৰী নীলিমা বুলি কিয় কৈছে? তেওঁ যিহেতু নামানে। আৰু বগা কাপোৰ পিন্ধি বহিছে দুয়ো কিয় বাৰু? আমি পিন্ধিলে যে মানুহে বেয়া পায়। দেখাব খুজিছে যে আমিও পবিত্ৰ কিন্তু গোটেই ব্ৰহ্মা কুমাৰী অনুষ্ঠান টো বেয়া
কোনোৱে লিখিছে, ইয়াত স্বামী স্ত্ৰী ভাই ভনী ভাবিব কয়, ভাই ভনী ভবা আৰু তেনেকৈ মানুহৰ আগত চলা পাৰ্থক্য আছে। যদি সনাতন ধৰ্মৰ লোক সকলে কয় আমি বিষ্ণু বংশী,তেন্তে তেওঁ জানো এই কলি যুগৰ আচৰণ কৰি থাকি বিষ্ণুৰ দৰে হৈছে?বা বিষ্ণুৰ ককায়েক ভায়েক হৈছে? ব্ৰাহ্মণ মানে ব্ৰহ্মাৰ সন্তান, তেন্তে এই নিমিলা জানো ব্ৰহ্মাৰ দৰে চৰিত্ৰ? এইটো এটা বুজি পোৱা কথা হে, তেনেকৈ ভাই ভনী সম্পৰ্ক টো বুজি পোৱাৰ কথা যে এজন পিতাৰ সন্তান। মুৰুলী এদিন শুনি দহ দিন নুশুনিলে মানুহ বোৰে এনেকুৱা কথা কয়। এইবোৰ কথা নুবুজা সকলে এনেকৈ কয়। স্বামী স্ত্ৰী নহয় সকলো আত্মা হিচাপে ভাই ভাই বুদ্ধিৰে বুজিবলৈ কয়। আত্মাৰ কোনো gender পুৰুষ মহিলা লিংগ নাথাকে যিহেতু আত্মা এটা শক্তি। সেইখিনি বুজি পাই মনৰ ভিতৰত সকলোকে পৰম আত্মাৰ সন্তান বুলি সন্মান কৰিব হে শিকিছোঁ আমি। বুৰ্বক মূৰ্খ যিবোৰে জ্ঞান খিনি গভীৰ ভাৱে বুজিব নোৱাৰে সেইবোৰে এনেকৈ ওলোটা কথাবোৰ ধৰি থাকে। মূৰ্খ বুলি কোৱা কাৰণে বেয়া নাপাব। ওম শান্তি
Beya manuh jiman val rastat nibo sesta korileu beyai hobo val ketiyau hobo nuware ......amak ketyau anekuwa hikha Diya nai ....men kotha hol nije jenekuwa tenekuwai Buji pabo....juji thakok apunaluke amr homi nai negetive kotha alusona koribole......om shanti shiv baba🇲🇰🙏🙏
लगता नही आप 20 साल ब्रह्मा कुमारी मे रहे, आपको तो बाबा का कुछ अनुभव ही नही,
একদম সত্য কৈছে। মই নিজে এই অনুষ্ঠানৰ লগত জড়িত ১০ বছৰ। প্ৰথম কথা, নীলিমা বাইদেউ ঠিক কৈছে ইয়াত ব্ৰহ্মা কুমাৰী বাইদেউ সকলে আৰু জৰিত বিদ্যাৰ্থী সকলে নিজৰ পৰা পৰিশ্ৰম কৰি সকলো কৰে (যিটো নীলিমা বাইদেউ বহুত কষ্ট পাইছিল; কিন্তু বাকী সকলে নিজৰ আনন্দত কৰিছে বাবে আজিও কৰি আছে)
ইয়াত বহুত কষ্টৰে কাম কৰি এটা এটা টকা বচাই ৰখা হয়।যাৰ দ্বাৰা পাছত ভাল সুবিধাৰ বস্তু খিনি গোটেই বিদ্যাৰ্থী সকলে আৰামত বহি জ্ঞান শুনিব পৰাকৈ কৰি লোৱা হয় যিটো দেখি মানুহে প্ৰশ্ন কৰে ইমান টকা কত পায়।
(প্ৰশ্ন: কামাখ্যা মন্দিৰ অত পাণ্ডা হৈ টকা লুটি থাকি অপেন ডকাইতি কৰি এটা এটা নিজৰ সন্তানৰ বাবে ঘৰ বনোৱা টো আপোনালোকৰ সমুখত স্পষ্ট, কিন্তু সেইয়া কিয় চকুত নপৰে? কাৰণ তেওঁলোকে হয়তু আমি নজনা শ্লোক বোৰ ভুলে শুদ্ধই শুনাই থাকিব পাৰে)
ইয়াত যিসকলে নিত্য অধ্যয়ন কৰি পুৰণা হৈ নিজৰ ইচ্ছাৰে ঘৰ পৰিয়াল বুলি ভাবি দান কৰে তেওঁলোকৰ পৰা হে লোৱা হয়। কোনোবাই পাছত কিবা বেয়া পাই উঠি ঈশ্বৰীয় পৰিয়াল এৰি দিলে তেওঁক খুজি থকা নহয় আৰু আজিলৈকে ব্ৰহ্মা কুমাৰী সকলে বাহিৰৰ (এই জ্ঞান মাৰ্গ অত নচলা) কাৰো পৰা চান্দা লোৱা নাই এইটো পাতিম দিয়ক বুলি
নিজ হাতেৰে কাম কৰিবলৈ সকলোৱে নোৱাৰে বাবেই নিলিমাৰ দৰে মানুহ গুচি যায়। নোৱাৰা জনক কোনেও বান্ধি নৰাখে উদাহৰণ নীলিমা নিজেই (ওলাই গৈ বিয়া হব পাৰিছে).
কৰি থকা জনক কোনেও বান্ধি ৰখা নাই। কিমান সুখত আছে বাইদেউ সকলক সুধি আহক ।
দ্বিতীয়তে,ভেটি অৱস্থাতে মৌন থাকিব শিকাইছে অৰ্থাৎ ইয়াৰ শিক্ষা শুদ্ধ। মৌন ব্ৰত আমি সদায় ধাৰণ কৰোঁ , অত্যাচাৰ সহি মনে মনে থাকিবলৈ নহয়, নিজৰ খং ৰাগ উত্তেজনাৰ ওপৰত সংযম শক্তি আনিবলৈ আৰু আনৰ দুখ কষ্ট বুজি আনক শক্তি দিবলৈ এই মৌন ব্ৰতে আমাক সহায় কৰে। বিজ্ঞানিয়ে সৃষ্টি কৰে মৌনতাত থাকি আৰু আধ্যাত্মিক ব্যক্তিয়ে সুখ শান্তি আনন্দ সৃষ্টি কৰে মৌনতা ত থাকি।
নীলিমা বাইদেউৰ দৰে বহুত থাকে যিসকলে মৌন থাকিব নোৱাৰে আৰু কষ্ট কৰিব নোৱাৰে সেইবাবে ওলাই যায়। আধ্যাত্মিক মাৰ্গ অত আপুনি চেন্টাৰ incharge হোৱাৰ ইচ্ছা পূৰণ নোহোৱাৰ বাবে (নিজৰ কথাত প্ৰকাশ পাইছে) মনত কষ্ট পাইছে আৰু এইটো এইবাবেই হৈছে কাৰণ আপোনাৰ মৌন থকাৰ basic concept টো নাই।(To be a good centre incharge)
বহুত আছে এনেকুৱা , এতিয়াও সেৱা কেন্দ্ৰত আছে কিন্তু সেইবুলি সকলোকে যাগৈ বুলি খেদি দিব নোৱাৰি নিয়ম আছে। আৰু যদি যায় গৈ তেন্তে এনেকুৱা কৰে।
It's Nilima's negative experience. She could not run in this spiritual organisation so far. She doesn't have any right to blame this organisation. There are crore of followers world wide who have gain lot of satisfaction in life and expressed gratitude to this organisation.
আপোনাক বহুত বহুত আন্তৰিক ধন্যবাদ জনালো।
,বেলেগ কাম পোৱা নাই চাগে।
যি সকলে সংসাৰত দুঃখ কষ্ট ত আছে, তেওঁলোকে এই বিশ্ববিদ্যালয়ত গৈ শান্তি পালে কি অসুবিধা?হা? কিহৰ হুলস্থুল ইমান? নিজৰ জীৱন নিজৰ মতে জীয়াই থকাৰ চবৰে অধিকাৰ আছে। আৰু ডাঙৰীয়া আপুনিও মানে ভাল বিষয় এটা বাচি ললে। আপুনি পাৰে যদি সমাজৰ প্ৰয়োজনীয় আৰু কাম আছে সেয়া কৰক। দুখীয়া সকললৈ সহায় আৰু নিবনুৱা ক সংস্থাপন দিয়াৰ তেনেকুৱা জাতীয় vdo উপস্থাপন কৰক। Om Shanti ❤️🙏 Baba bless you and all
আমাৰ ঘৰতো এজনী ব্ৰক্ষ্মকুমাৰী হ’ল ৷ গিৰিয়েক পলাল ৷ বাপেক মৰিল ৷ ঘৰ আৰু মিতিৰ - কুটুমৰ মাজত হিংসাৰ জুই !
Ouri baideu teu studio t eitu show di apunalukor nisina aru B k ne ki xeibur bhondo anusthanot goi rokhatole juwa manuhok bosai ase. Sesta korise bosabo aru eiyahe asol somajxewa .
@@Butterfly-nm7wb Om Shanti।। কিবা এটা বিষয় ভালকৈ জানি লৈ পিছত মন্তব্য দিলে ভাল দেই,bk meaning টো ভালকৈ বুজি লওক দেই😊। আৰু পাৰিলে এই অনুষ্ঠান টোলৈ এবাৰ গৈ ভালকৈ বুজি লওক আৰু 7দিনৰ course টো কৰি লওক পিছত comment কৰিব ok? God bless you 🙏
@@NandankrishnaChutiaএইখিনি ব্ৰহ্মা কুমাৰী অনুষ্ঠানত যোৱা সকলৰ হে হৈ আছে নহয় নে? তেওঁৰ বাপেকক ও ব্ৰহ্মা কুমাৰী য়েই মাৰিলে আৰু ঘৰত সকলো ব্ৰহ্মা কুমাৰীৰ দ্বাৰা প্ৰভাৱিত। কেনেকৈ? এজনী মানুহে ইমান খিনি কৰিব পাৰে? তেন্তে তেওঁ নিউজ অত ওলাব লাগিছিল। সংসাৰত যত যি হৈ আছে সকলো তেন্তে ব্ৰহ্মা কুমাৰী সকলে কৰি আছে বুলি বুজিব লাগিব
অল্প বিদ্যা ভয়ংকৰী। আমাৰ মাজতো আছে মুৰুলী সদায় নুশুনে তেওঁলোকে ও এওঁৰ কথাত বিশ্বাস কৰি লব(জ্ঞান টো ভুল বুলি কোৱা ক্ষেত্ৰত)
Brohma Kumari Dehdhari zo v ha hor 1 ka olog2 Sovab Sonkskar. Esma only Nirakar Shiv Baba ka hi Rightiyos Gyan ka Importance.
OM SHANTI 🙏 GE.TU.
ব্রহ্মকুমাৰিত দিয়া জ্ঞান সত্য হয়। কিন্তু তাত থকা বেহেনবোৰ বহুত অৰ্থলোভী আৰু স্বাৰ্থপৰ
তেন্তে জ্ঞান টো সত্য যদি জ্ঞান টোৰ সমালোচনা কৰি থকা টো কিমান ঠিক? মানুহ বোৰৰ আলোচনা কৰক প্ৰমান আৰু নাম সহ তেতিয়া সংস্থাই ব্যৱস্থা লব। কিন্তু Teacher বেয়া হলে গোটেই স্কুল আৰু কিতাপ বোৰ বেয়া হৈ নাযায় যিটো ইয়াত দেখাই আছে। আমি ও পাইছো ওলোটা সংস্কাৰৰ behenji। এইগৰাকী বাইদেউ নীলিমা ও তেনেকুৱা behenji e আছিল নিশ্চয় কাৰণ তেওঁ জ্ঞান টো একো স্পষ্ট কৈ বুজাই নাই
Pointot dise
Thanks for the same.
নিজৰে চৰিত্ৰ দেখুৱাইছে ।
অৰ্ধগ্যানি তেওঁ ।20 বছৰ ত নুবুজা মানুহে কি বুজি পাব
You say she is not understand in 20 years
And one not understand in 50 years..
But you understand thanks god ..
Can you explain details about BK
২০বছৰ ব্ৰহ্মাকুমাৰীত থাকিও তেওঁ নিৰাকাৰ ভগৱানক চিনি নাপালে, কাষৰীয়া দৃশ্য চাওতেই সময় গ'ল! বেচেৰী!!!
Hum to BK ko ek achhi sanstha mante the ,lekin abhi pata chalta ja raha hai ki BHAGWAN ke naam par ye apne sabhi dushkarmon ko kiye ja rahe hai ,aap bahut achha kaam kar rahe hai ,hum aapke sath hai
O hello,योग परिवर्तनशील है। गुरु गौतम के दिन अभी नहीं है।ये कलियुग है। निराकार भगवान का दिव्य अवतरण के बारे में आप अज्ञान है। इसीलिए आज भी मीडिया में आकर के अपना मंद परिचय देता है।
কিমান খণ্ডৰ হ'ব এইখন ?
She said right..I left this only 7 Days..Simply misguided people..Only Sanatan is the Universal truth.
Honey Bee and Dirty Fly, both of them do same type of work. Honey bee collects nectar but dirty fly spreads variety of germs. Rajguruji and Sharmaji please tell me whether you both are bee or dirty fly ?
Very good nilma ji God bless you
Manipupation is easy , understanding is hard
Religion, God is man made
Nature and humanity is supreme
U r important 🙌🙌🙌🙌
Sanatani are worshippers of nature, energy and humanity. And we see Parmatma in each and every stuff..
@@ankurgupta9836 no god and nature is different ....nature isn't a human looking being
@@dkdk5486 my dear...God is not a human looking being too...We have given it a form...it can be in a tree, a vigrah, an animal, a mountain etc...see tribals, they worship mountains...
@@ankurgupta9836 then do u think ram, krisna etc are philosophical concepts and not real?
@@dkdk5486 We consider them incarnations in the form of a human to teach mankind.
दीदी आप सती से वैश्या लाइन में गिया। दूसरे को क्यों सुनाई है
Baishya Nilima didi nahi aap hai. Aap ko bewkoof banaya ja raha hai aur Nilima didi ko bewkuf banaya ja chuka hai . Difference ye hai ki unki aankhe khul gayi aur aap ki aankhe khulni baaki hai. Lekin abhi aapki ki ankhe nahi khulengi . Jab aap bahut kuch kho chuki hogi tab aap ko samajh me aayega.
bk walo ka yahi asli chehra he veshyalay he bk me
You are godess people..🙏
Apke jaise logo ko hi brain washed karke terrorist banaya jata hai .. use your brain.. vagwan ne sob ko brain diya hai
Nilima Sarma ji ne 10 crore Rupiya leke Bramha kumaris sora .
Yes.. isliye itna din lut raha tha
Bk real face dekhaisay hosa kotha amar ghoror usoror ajonir logot nilima jir nisina kahani hoise
Sob fale eneka kahani ae hoise .. Mur friend etar u deutak or title aggarwala, my friend is the only child and maak rajghor or center ot gusi goisil. So moi taak call kori jonalu how good the show was
But he was like aggarwala enekuaa bohut ase jaar logot same case hoise, that it is another family but marwari bohut families ok eneke phosaai loiseee
দুই এজনৰ কাজিয়া লগ বুলি কি সংস্থা টোৱে বেয়া হব পাৰে ???
Jdi brahama kumaris beya teo 20 bosor kiy asil.
Very good question. তেওঁৰ কথাত বুজিব পাৰি যে তেওঁ নিজৰ ধাৰণা নোহোৱা বাবে চেন্টাৰ in-charge হব নাপালে। সেইটো তেওঁৰ ইচ্ছা আছিল । ইয়াত সন্মান বিচাৰিলে আৰাম পছন্দ জীৱন বিচাৰিলে নহব।
Brahmakumaris t moi 24 yrs pora goi asu .
Hokolu bhale lage..
Kintu poisa collection kore indirectly..
Centre incharge ye poisa sai manuh importance diye..
Prag news k dhonnyabad
Apunaluke truth ki tak jonaok..
Lagile
Om shanti manuh mati
Live debate diok.
Gutei asom ye ata ata doudt clear hbo
মিলিব নোৱাৰি সন্থাৰ নাম বদনাম কৰিছে।
জয় শ্ৰীকৃষ্ণ 🙏
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏
জয় গুৰু মাধৱদেৱ 🙏
Jai Shree Krishna 🙏
Jai Gagat Guru Sheemanta Shankardev 🙏
Jai Guru Madhabdev 🙏
Sister, although you spend more time in BK you could not gain true knowledge of the institution. Suppose,You have some narrow negative desire as like daughter of Ravana,
which is not fullfill from this great institutes therefore you criticized wearing a sunglass of negativity.
A huge number of people are benifited from this institution through learning meditation, yoga and self discipline..
God bless you.....Om shanti ❤❤.
জয় গুৰু শঙ্কৰদেৱ......
She is very intelligent
Thankyou
Prag news ki Brahmakumari r babe he khulise neky, ne jatikoto dusman ase sage
ব্ৰহ্মজ্ঞান সকলোৰে ভাগ্যত ধাৰনা একে সমান হব নোৱাৰে । ৰং ৰূপ গোন্ধ স্পৰ্শ আৰু শৰীৰিক ভোগৰ লালসা থকা আত্মাই সম্পুৰ্ন জ্ঞানী হব নোৱাৰে । কিয়নো এই জ্ঞান পৰম পিতাৰ দ্বাৰা দিয়া জ্ঞান হয় । কোনো মানুহে নিজৰ মণে গঢ়া জ্ঞান বা কিতাপৰ জ্ঞান নহয় ।
Humari to aapne ankhe hi khol di ,is BK CULT me deep me Jane se aapne hame bacha liya , SHUKRIYA JI❤
এতিআ মানুহে উপলবধিকৰিব পাৰে ভাল বেআ ।গতিকে বুৰবক বনোআ দিন উকলিল।
ব্ৰহ্মা কুমাৰীয়ে কিয় ফুট সেন্দুৰ নলয় ? কিয় মচি পেলালে?
आपकी माता पिता का लव कैसे रहा, मा ब्रह्मा कुमारी में जाते भी आपके पिता कैसे अच्छे से रह रहे थे, इस से साबित होता ब्रह्मा कुमारी किसी का घर नही तोड़ती, गलत होता तो इनके पिता कभी बच्ची को जाने नही देते, ब्रह्मा कुमारी में
Right
Tnq Prag news
Brahma kumaris or Gyan buji pua eman easy nohoi bhagya lagibo,
मैडम जी देवता और भगवान में क्या अंतर है ? दोनों एक ही है क्या ? अगर है तो क्या सभी देवता भगवान है ? और अगर नहीं तो आखिर भगवान कौन है ?
कृपा करके बताइए।