এই টো সম্পূৰ্ণ মিছা video সত্য সদায় জয় ব্ৰহ্মা কুমাৰী জ্ঞান সম্পূৰ্ণ সঁচা জ্ঞান, নিৰাকাৰ পিতা পৰম আত্মাই সম্পূৰ্ণৰূপে সত্যতাৰ ওপৰত ভিত্তি কৰিয়েই সকলোকে এক কৰি এক ধৰ্ম স্থাপন কৰি আছে । ইয়াক কোনেও নাই কৰিব নোৱাৰে ❤❤❤
Mr raiguru dangaria black journalism kio korise white journalism korok paramatma r Satya Gyanere paripurna Gyantur course tu ebar kori louk tar pasot kobo Apunar guts ase jodi dujan brahmakumar kumarik apunar manchya loi mati ani face to face kotha patok etia apuni aru xai duta idiots majot kunu difference nai .eidujon idiots logot apunar je arthik aru daihik relation ase xaia sposto koi dekha goise
Mala borah apuni bk t jaok ghor bari eri. Jodi tekhet dujon r kotha misa buli bhabe. Prasanta Rajguru sir did a good job. Brahmakumari bhanda futai dise
Mur nam Manjuara Begum moi last 22years or pora ei organisation or logot jorito bohut pavitar organization hoy... Unfortunate to defames such novel ideology
Om shanti bhondo hbo lage, bohutore ghor dhonko korise Nijai tu dhonko hoise haitu feel nokorai baki poriyalor manuhu dhonko korise Sarkar ba court jodi anusthan tu bondho kori dile bohut bhal hoi Aeuluk dujone hahok kori ulai ahise bhal lagise ami nijor poriyal maa deuta hokolor bodnam beyakoi hokolure agot gabole nuwarilu But 22 years pora ami bhukto bhugi Bhogobanor namot manuhor ghor honkhar dhonko kore matro Okol lukor homalusona kore manuhok ghin kore tar bahire aku nohoi iyat Nijok bhogoban buli koise tat juwa manuhe
আপুনি হয়তো এই সংস্থাটোৰ বিষয়ে অজ্ঞাত,,এই সংস্থাটোৰ জ্ঞান লাভ কৰি বহু মানুহৰ যে লাভ হৈছে সেইটো নেদেখুৱাই কেলেই? বহু মানুহে শেষ কৰিবলৈ ওলোৱা জীৱন ঘুৰাই পাইছে,সেইবোৰো অলপ অনুসন্ধান কৰি চাব,এনেই টিআৰপিৰ বাবে যাকে তাকে টাৰগেট কৰি ন'লব,talk show পাতিলে host কৰাজনৰ অলপ বুদ্ধিত কিবা থাকিব লাগে।।ভগবানে আপোনাক সৎ বুদ্ধি দিয়ক।।প্ৰাগ নিউজ চোৱা আজিয়েই বাদ দিলোঁ।
Jani Bujhi News korok apuni bahut senior editor hoi Sob Mitha Kotha world or 144 Country th ai Organization ase . Shomajor karone ki ki Kam koriase Brahmakumariye apuni janar chesta korok
কি কি negative কথা কৈ থাকে ন? আপুনি 9 years পৰমপিতাৰ ঘৰত থাকি ও ইমান পবিত্ৰ স্থান এটাৰ বদনাম কৰিছে। আমি কোনো ধ্বংস নাই হোৱা বৰঞ্চ ভালহে হৈছে।।। এনেকুৱা মিছা vdo বেয়া প্ৰভাৱ নেপেলাব।।om shanti 🙏।। ভগবান নিৰাকাৰ সেইটোৱে সঁচা আৰু সেইটো ব্ৰহ্মাকুমাৰী center ত অনুভৱ হৈছে। অ এইটো কথা আমাৰ হিন্দু শাস্ত্ৰত আছে তথাপি আমি নিখুঁত ভাবে জনা নাছিলোঁ যে নিৰাকাৰ মানে কি,,,আমিও first time অলপ ব্রহ্মকুমাৰী বিষয়ে বুজা নাছিলোঁ।। কিন্তু একবাৰ course কৰি আজি জীৱনৰ আচল শান্তি আৰু পৰম্পিতা কোন হৈ অনুভৱ কৰোঁ।।
ৰাজ -গুৰু ভাই ! অভিনন্দন!!! ইমান দিন "সাংবাদিকতাৰ দৰে পবিত্ৰ আসনত অধিষ্ঠিত" হৈ "পৰ্যবেক্ষণ শক্তিক" আওকাণ কৰি দুজন ব্যক্তিৰ ব্যক্তিগত তৈল- মৰ্ডনত এটা পৱিত্ৰ অনুষ্ঠানৰ "আধ্যাত্মিক আবেগক " উপ -লুঙা কৰাৰ বাবে !!! Plz you will come in any centre of "Brahma Kumaris" in the world , without advanced information as soon as possible to your clearance!!!
Projapita brohmakumari Ishoriyo bisho vidyalaya bishor ek obhinov onusthan jot soyong poromatma prodotto porom gyan youg r adharot atmar dibya gun jagratoo hoi. Kintu ei karya somonoo hobor babe ei porom gyan r purnoo dharona lagibo. Jar babe tau nije purusharth koribo lagibo . Ei nine years gyanot thoka bhai jonor kunu purusharth nai. Gotike dharona nai. Tau muruli je poromatmar mohabakya taku najane. Aru ei anushthanot nirakar jyotibindu poromatmak he je bhogoban buli gyan kore taku najane. Hoi bishobyapi thoka ek bishovidyaloyot dharona hin kunu tothakothit matro namot b.k. hoi thoka luk thakibo para aru jar dwara opokormo ghotibo pare. Sokolu onusthanotai tane hoi. Kintu sai buli iman ek pobitroo onusthanor bishoya bhaldore nojonakoi somalusona kora mohapap.Amiyu ghor shongxar t thaki bohu boshor ei onushthanor logot joritoo thaki ghor t sukh shanti basi bhalkoi onubhob kori asu. Gotike Rajguru dangoriya apuni bhaldore onushthantur bixoya jani louk.
These two gentle men telling the actual truth of brahmakuri realities... U accept or not it's true... One day brahmakumari will be banned in whole world...
Nije xuna katha he ekhetor...eko nije dekha nai sab xuna katha he..news t duojan mahan bektiye ebaro koa nai je xihate nije kiba dekhise....karan sab misa kotha...
Apuni Murli ki hoi take vl k kobo pora nai sn jodi 9yrs asil...ru moi ajoni house wife hoiu BK course kri dhunya k ghr solai asu..emn misa bodnam kio uliyaise apunaluke..even moi maas mankho sb khau..kuneu tu badha dya nai... Brahma kumarir Gyan jodi vl k loi tnte ghr honkharot eku aul nalage .moi sn BK t thkiu sb dhunya k manage kri asu..Om Shanti
@@linamoyeechoudhury8362 bk t juabur bule mas mangkho eriboi buli koy , apuni vldre gyan nylua buli kobo bk manuhe, mur hsbnd ase, teu kintu niramikh hol, aru nije randhi khuatu besi vl buli koy, teu khua bason u beleg. Amar relation kintu bortaman hsbnd wife nohoy. Moi bortoman maar ghart thaku.
Both of bhaijee should not comment about any organization without knowing the actual facts of the organization. Most probably u do not know the reality of Bk organization Om Shanti.
এইবোৰ সব মিছা বদনাম দিয়া হৈছে । প্ৰাগ news আপোনালোকে।এইবোৰ প্ৰচাৰ নকৰিব। বহুত বেয়া কথা । মই ও বহু বছৰ ধৰি জৰিত হৈ আছোঁ। মই টো এনেকুৱা একো বেয়া দেখা নাই। om Shanti Mera Baba en logo ko aap maf ka dena. Or unki aankhein khul dena.🙏
এটা জনপ্ৰিয় চেনেলত এনেকুৱা এটা নিকৃষ্ট আলোচনা শুনি আমি বহুত লাজ পাইছো আৰু আচৰিত হৈছো কিয়নো ৰাজগুৰুৰ দৰে এজন সাংবাদিকে একো নজনাকৈয়ে ব্ৰহ্মাকুমাৰীৰ দৰে এটা আধ্যাত্মিক অনুষ্ঠানক কলংকিত কৰিছে আৰু নিজৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় দিছে।ম ই নিজে ব্ৰহ্মাকুমাৰীত আছো।ইয়ালৈ যিয়ে আসে নিজৰ লগতে আন দহ জনকো সুখৰ সন্ধান দিয়ে।আমাৰ সমাজত আলোচনা কৰা কেইজনৰ দৰে মানসিকতা থকাৰ বাবেই আজিৰ সন্তান বিপথে গৈছে ।এই কেইজনক আমি ধিক্কাৰ দিছো আৰু এনে ঢেনেল নাচাও বুলি প্ৰতিজ্ঞা কৰিছো।আৰু এটা কথা আগৰৱালা বোলাজনে আকৌ বিয়া পাতি ল ওক ।ব্ৰহ্মাকুমাৰীয়ে তেওক কোনো বাধা নিদিয়ে।
😅😅😊
2:45 o
Hosa kotha bur dujone hahok kori ulai ahi koise bohut bhal lagise amar ghoror manuh goi amar bohutore ghor dhonko hoise
নিকৃষ্ট আলোচনা।
@@tunuhazarika6972 prothom biya potar dre ketiau hobo nuare, aber biya huar pst nxt vabibou nuari. Love+arrange marriage hoi jihokolr hongkhart faat mele aru jar ontorot hosa valpua thake heiburehe buji pai, jiburor morom jotna t sartho thake heibure eru bulileu pare.
আপোনালোকে ব্ৰহ্মাকুমাৰীলৈ দলিওৱা পাথৰ আপোনালোকৰ বাবে ফুল হৈ পৰক ।শুভকামণা জনাইছো।আমি মুৰুলীত এইয়াহে শিকিছো
Baad diok he jiman ghoror manuh bromoh kumari goise sob ghor dhonko hoi goise
muruli ne ki 🤣🤣🤣ye kya hota hain "behenji" koyi bajane wala chiz hain kya 🤣🤣🤣nokoisu aru kela ei sob dekhi kela sob pagol hobo manuh 😂😂
@@bumongohain8193 Tumi hahisa thikei kintu jani lowa ei gyaan xokolowe dharon koribo nware aru ei gyaan xokolor karone nohoi. Bujisa.
প্ৰকৃত সত্য নুবুজাকৈ কেৱল একপক্ষ্যৰ কথাবোৰ আলোচনাৰ আওতালৈ অনাটো কিমান যুক্তি সংগত !
যিকোনো এখন শিক্ষানুষ্ঠানৰ কোনোবা শিক্ষাৰ্থীয়ে বা শিক্ষকে কেতিয়াবা কিবা ভুল কৰিব পাৰে ; কিন্তু সেইবুলি আমি এজনে কৰা ভুলক লৈ এখন শিক্ষানুষ্ঠানক বেয়া বুলি কব পাৰিনে?
নোবেল বঁটা কিয় দিয়ে আপুনি চাগে জানে ! শান্তিৰ বঁটা কিয় দিয়ে সেয়াও চাগে জানে!
আন্তৰাষ্ট্ৰীয় এটা অনুষ্ঠানক আপুনি এইদৰে অপমান কৰিবলৈ ব্যৱস্থা কৰি দিছে। চতুৰ্থ স্তম্ভৰ গৰিমা তল পেলালে আপুনি।প্ৰকৃত সত্যৰ অন্বেষণত আহক।
আকৌ কৈছোঁ কেতিয়াবা কাৰোবাৰ ভুল হব পাৰে কিন্তু সেইবুলি অনুষ্ঠান এটাক বদনাম দিয়াৰ অধিকাৰ আছে জানো !
শংকৰদেৱক অন্যায় কৰা আত্মাকেইটি আপোনালোকেই।
এই টো সম্পূৰ্ণ মিছা video সত্য সদায় জয় ব্ৰহ্মা কুমাৰী জ্ঞান সম্পূৰ্ণ সঁচা জ্ঞান, নিৰাকাৰ পিতা পৰম আত্মাই সম্পূৰ্ণৰূপে সত্যতাৰ ওপৰত ভিত্তি কৰিয়েই সকলোকে এক কৰি এক ধৰ্ম স্থাপন কৰি আছে । ইয়াক কোনেও নাই কৰিব নোৱাৰে ❤❤❤
Hongkharburt faat mele kiyo
Manuhh dujone hotyoo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
Tekhet dujone hosa kotha koise. Brahmakumari is a scam.
@@bknagaondimoruguricentre6466 hokoluke jadi ek kore hsbnd wifer hontanr majot kiyo fat mele, wifek ghrina koriboloi hikai nki tat.
ৰাজগুৰু ভাইজী om shanti...... আপোনাৰ জীৱনটো বহুত সুখ-শান্তিৰে,সমৃদ্ধিৰে ওপচি পৰক.... আপুনি বহুত বহুত বহুত বহুত বেছি সফলতাৰ দিশে আগবাঢ়ি যাওক ইমানেই আগুৱাই যাওক যাতে সেই যাত্ৰা আপুনি পৰম সত্যক অনুভৱ কৰি ওঠক।।।। Om shanti..
Manuh dujone hotyo kothaa koise...
ৰাজগুৰু🙏🏻আপোনাৰ জৰিয়তে positive news সমাজ কল্যাণ কাৰিকৰী ও বিশ্ব কল্যাণ সত্যক সকলোৱে জানি উঠে যেন om shanti
ৰাজগুৰু ডাঙৰীয়া,দুজন অজ্ঞানী আৰু অনভিজ্ঞ মানুহৰ লগত🎉 আপুনিও কিয় বিবেকশূন্য হৈ পৰিছে।ব্ৰহ্মা-কুমাৰী এটা অতি ভাল অনুষ্ঠান য'ত মনৰ প্ৰকৃত সুখ শান্তিৰ অনুভৱ কৰায়।এই অনুষ্ঠনটিয়ে আমাৰ সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াক কিদৰে মানসিক শান্তি প্ৰদান কৰি জীৱনৰ উত্তৰণ ঘটাইছে আপুনি অনুসন্ধান কৰি চাব।
Manuhh dujone hosa kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
Bhut ghr xex hoise
Mr raiguru dangaria black journalism kio korise white journalism korok paramatma r Satya Gyanere paripurna Gyantur course tu ebar kori louk tar pasot kobo Apunar guts ase jodi dujan brahmakumar kumarik apunar manchya loi mati ani face to face kotha patok etia apuni aru xai duta idiots majot kunu difference nai .eidujon idiots logot apunar je arthik aru daihik relation ase xaia sposto koi dekha goise
@@kalpananath3709 brahmakumarit যদি জড়িত হবলৈ মন থাকে তেতিয়া বিয়া নকৰা আগতেই হব লাগে, সংসাৰ ভাঙে সেইটোৱে, মনৰ সুখ শান্তি নিজৰ লগত কথা, ৰাগীয়াল বস্তু খোৱা নোখোৱাটো নিজৰ লগত কথা। আৰ্থিক অৱস্থা বেয়া হয় বহুত। পৰিয়াল চলাব নোৱাৰা হয়। নিজৰ স্ত্ৰী সন্তান চিনি নোপোৱা হয়, স্ত্রী ক ঘৃণা কৰে। নিজৰ বায়েক মাক burhe আপোনতকৈও আপোন হয়।
কাপুৰুষ কেইজনে নিজৰ ঘৈণীয়েকক চম্ভালিব নোৱাৰে আৰু এতিয়া ব্ৰহ্মা কুমাৰীক চম্ভালিব আহিছে লাজ নাপাই ।
Om shanti goi apunar bhaisho anekuwa
Ki hikai ishore jane
Aapunlok Manuh Hoi eixinia Gyaan arjon korile ?? OM shanti 🇲🇰🙏 Shiv Baba bls you 🙏
ভগৱানক প্ৰতখ্য কৰাৰ এইটো এটা বিধি..... তুফান আহিছে... গুচি যাব একো নাই 😊😊
ৰাজ গুৰু ডাঙৰীয়া আপুনি এজন জ্যেষ্ঠ সাংবাদিক, প্ৰজাপিতা ব্রহ্মাকুমাৰকী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সম্পৰ্কে আপুনি অলপ অধ্যয়ন কৰিব বুলি অনুৰোধ জনালোঁ ।
2002 sonor pora mur ghoror manuh goise gom pau ki sole, videot kuwa prai khini kothai hosa
Nijai bhukto bhugi
Apuni tat jai babe jiti kole nohobo
আমি এই অনুষ্ঠানৰ লগত ১৯৯৮ চনৰ পৰা আছো যদিও আজি পৰ্য্যন্ত এনে আচৰণ বা এনে পৰিবেশ পোৱা নাই । আপুনি এজন জেষ্ঠ সাংবাদিক হৈ এনে দৰে আগ-গুৰি, ভাৱি -চিন্তি নাচাই আগ বঢ়া বাবে আমি বৰ লজা অনুভৱ কৰিছো। কিয়নো পৰিপক্ক এজনে অপৰিপক্কতা সম্পন্ন লগত পৰিকল্পিত যেন লগা মেজ মেলৰ দ্বাৰা সমাজৰ উন্নতি সাধিব বুলি আমি নাভাৱো। লোকলৈ বুলি হুল পুতি নিজেই উজুতি খাব অকণমান ভাৱিব চোন ।
Om Shanti 😊 আমাৰ ঘৰত হৈ যোৱা দুৰ্য্যোগ ৰ পিছত মোৰ আৰু মাৰ পুনৰ মানসিক দিশত সবল কৰি সুন্দৰ জীৱন যাপনৰ সমল যোগাইছে একমাত্ৰ prajapita Brahmakumari eshariya বিদ্যালয় 😊 Om Shanti
Manuhh dujone hotyo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
সোঁতত উটি যোৱা সকলৰ ভাগ্য নেদেখাজনেহে লিখে,আকৌ সোঁতৰ বিপৰীতে যোৱাজনে নিজৰ প্ৰচেষ্টাত ভাগ্য নিজে লিখে।শ্ৰদ্ধা,বিশ্বাস থকাটো ভাল,কিন্তু অন্ধ বিশ্বাস অন্ধ শ্ৰদ্ধাই অজ্ঞান গাঁতত পেলাই দিয়ে।গৃহস্থ ধৰ্ম পালন কৰিও মুক্তি সম্ভৱ।
সম্পূৰ্ণ মিছা, জ্ঞানহীনৰ অপপ্ৰচাৰ এয়া। অনুষ্ঠানটোৰ বিষয়ে শূন্য জ্ঞান লৈ সাংবাদিকজন আলোচনাত বহিছে। কোনোবা শক্তিৰ প্ৰৰোচনাত পৰি এই কাম কৰা যেন লাগে। কাৰণ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় বিশ্বখ্যাত এটা .মহান অনুষ্ঠান, যিনেকি মানুহক এটা সঠিক ৰাষ্টা দোখুৱায়। মানুহক জীৱনবোধৰ শিকায়, ভাল চৰিত্ৰ গঠনৰ পাঠ শিকায়। শুদ্ধভাৱে ভগবানক চিনিব শিকায়। মানুহৰ মন শান্ত-সমাহিত কৰি, নিজক শুদ্ধকৈ জানি, সমাজখনক কেনেকৈ সততাৰ পথেৰে আগবঢ়াই নিব লাগে সেয়া চৰ্চা কৰায়। তাৰ বাবে ৰাজযোগ আৰু জ্ঞানৰ কথাবোৰ শিকায়। অতি সহজ সৰল জ্ঞান, কোনো বাধ্য নকৰে। ইয়াৰে নীতি হৈছে --- মন শুদ্ধ কৰাৰ লগতে, খোৱা-লোৱা শুদ্ধ কৰা। দেহৰ প্ৰতি দৃষ্টি এৰি মানুহক আত্মিক দৃষ্টিৰে চোৱা । কাম জীত, জগৎ জীত । এনেকুৱা অজস্ৰ সৎ উপদেশেৰে মানুহৰ জীৱন গঢ়া এই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৃথিৱীৰ প্ৰায় দেশতে প্ৰচাৰ। আৰু সেৱা কাৰ্যালয় আছে। ইংলণ্ড, আমেৰিকা, জাপান, ৰাছিয়া, চুইজাৰলেণ্ড চীন, আদি সব দেশৰ মানুহে ইয়াক আকোৱালি লৈছে। আৰু সদায় বিশ্বৰ এই দেশবোৰৰ পৰা হাজাৰ বিজাৰ মানুহ সেৱা কৰাৰ বাবে মূখ্য কেন্দ্ৰ ৰাজস্থানৰ মাউণ্ট আবুলৈ আহে।
ব্ৰহ্মাকুমাৰীৰ জ্ঞানে বহু লোকক সঠিক ৰাষ্টা দেখেৱাইছে, বহু পৰিয়াল বান্ধ খুৱাইছে। নিচাসক্ত নিচা আঁতৰাইছে।
আমি নিজেই এই মহান পবিত্ৰ অনুষ্ঠানটোৰ লগত আজি ১৯ বছৰ ধৰি জড়িত হৈ আছো। অজস্ৰ ভালৰ বাহিৰে, ঘূণাক্ষৰেও কিবা বেয়া আছো বুলি দেখা নাই।
এই দুজন ব্যক্তি আহি যিবোৰ কথা কৈছে, সেই আটাইবোৰ যেন দিন-ৰাতিৰ পাৰ্থক্য। ব্যক্তি দুজনৰ সকলোবোৰ কথাই ওলোতা। এজনো কৈছে নিজে ন বছৰ জঢ়িত আছিল। এই বছৰকেইটাত তাত কি কৰি আছিল ? আনজনে কোৱা ইয়াত নিচা লগাই দিয়ে, এৰিব বৰ টান। নিজেই উত্তৰ দিছে, ঘিউ-মাখনৰ দৰে সাৰগৰ্ভ ভাল কথা , জ্ঞানীজনে এৰিব নোৱাৰে। আনহাতে এই সৃবাদিকজনো এজন ব্যৱসায় ভিত্তিৰ সাংবাদিক। কোনো কথা চালে জাৰি নাচায়। মুনাফাহে আদায় কৰে । এইজনী এবাৰ অসমীয়া জাতিকো তিৰস্কাৰ কৰিছিল, বিদেশীৰ গুণ গাই।
জনাই জানে, এনে সস্তীয়া প্ৰচাৰে আমাৰ প্ৰজাপিতা বাৰহ্মাকুমাৰীৰ একো অন্যায় কৰিব নোৱাৰে।
ইয়ালৈ আহি যিসকল মানুহে নিজৰ পুৰণি বদ অভ্যাসবোৰ ত্যাগ কৰিব নোৱাৰে, পংকিল চৰিত্ৰ শুধৰাব নোৱাৰে। সেই সকলে পিছত অনুষ্ঠানটোৰ বহুত। উল্টা-পুল্টা কথা কৈ ফুৰা সকলোৱে দেখিছে।
100% right@@bipuldas768
25years pra moi jorit hoi asu
Manuh dujone hotyo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
এইদুজন মুৰ্খৰ লগত কথা পাতি আপোনি ব্ৰহ্মাকুমাৰী অনুষ্ঠানটোক সমালোচনা কৰি আপোনিও যে মুৰ্খ তাৰে পৰিচয় দিছে
These two gentle men telling the actual truth of brahmakuri realities...
Dangoriya aapuni goisil neki bk loi.anekoi koise jen aapuni nije goi dekhi aahise
Thik kyae
Mala borah apuni bk t jaok ghor bari eri. Jodi tekhet dujon r kotha misa buli bhabe.
Prasanta Rajguru sir did a good job. Brahmakumari bhanda futai dise
😂😂😂 aku jne any aru koi😂😂
এজন হৈছে কলিযুগৰ ৰত্নাকৰ অৰ্থাৎ নপতাফুকন আৰু আন দুজন ৰাৱণৰ বংশধৰ অৰ্থাৎ মানুহক ঠগি ধন ঘটি নিজে চহকী হৱ বিছৰা লোক, যিয়ে সমাজৰ প্ৰতি জ্ঞান আৰু সজাগতা বাৰ্তা বিলাবলৈ আহিছে 😂😂।
হেৰ' ধনকুবেৰ হ'ত কলিজাত দ'ম আছে যদি তহতে মিলি
ব্ৰহ্মকুমাৰীত কৈও বেছি ডাঙৰ আৰু ভাল অনুষ্ঠান এটা গঠন কৰি দেখা অসমত।
Bhal kam koriboloi kunu anustha nalage
Bromho kumari juwa bure lukok ghin koribo hikile , manuhok manuh nubule
Jiman manuhor ghoror manuh goise sob ghor dhonko hoise apunaluke jiti galai nohobo
ব্ৰক্ষ্মাকুমাৰী কেন্দ্ৰৰ বিষয়ে যোৱা দুদিন ধৰি ৰাজগুৰু ডাঙৰীয়াই দুজন ব্যক্তিৰ মতামত লৈ অনুষ্ঠান এটি প্ৰচাৰ কৰিলে! প্ৰশ্নটো হ'ল গোটেই বিশ্বত কৌটি কৌটি মানুহ এই কেন্দ্ৰৰ লগত জড়িত! গুৱাহাটীত কেন্দ্ৰৰ বহুত শাখা আছে! তেখেতে মাত্ৰ দুজন ব্যক্তিৰ মতামত ডাঙি ধৰি এখন সম্পূৰ্ণ বিপৰীত ছবি ৰাইজৰ আগত ডাঙি ধৰিবলৈ বৃথা চেষ্টা কৰিলে! আচৰিত হৈছো এইকাৰনে ৰাজগুৰু ডাঙৰীয়াই অন্ততঃ কিছু অধ্যয়ন কৰি ,কেন্দ্ৰবোৰৰ সৈতে এই সম্পৰ্কে কিছু কথা-পতাৰ প্ৰয়োজন আছিল!আপোনালোকে জানে সংসাৰ ধৰ্ম পালন কৰি , আমিষ আহাৰ খাই এই কেন্দ্ৰৰ লগত বহুত লোক জড়িত হৈ আছে! কিছুসংখ্যকে আজীৱন সেৱা কৰ্মী হৈ কেন্দ্ৰতে থাকি যায়! অৱশ্যে কেন্দ্ৰত নিৰামিষ ভোজন হয়! কিন্তু কোনো ব্যক্তি যদি ঘৰৰ পৰা গৈ ঘৈণীয়েকৰ লগত bed share ৰ কথা চিন্তা কৰি থাকে সেই সকলৰ পৰা আপুনি শান্তুিৰ বাণী কেনেকৈ শুনিব?কেন্দ্ৰত কাকো জোৰ কৰি ধৰি নাৰাখে! অৱশ্যে স্বভাৱৰ পৰিবৰ্তন,বেলেগৰ প্ৰতি আসক্তি থকাৰ উমান পালে তেওঁক বিদায় দিয়া হয়!এতিয়া বিদায় লৈ আহি যদি নিজৰ দুৰ্বলতা ধাকিবলৈ যি মন যায় তাকেই ক'ব আৰু সেইবোৰ আমি প্ৰচাৰ কৰি যাম"""" এইয়া আমাৰ সমাজৰ প্ৰতি থকা কেনে ধৰনৰ দায়িত্ব? কোনো আত্মাৰ লগত শুব আমাক নিশিকায়! পৰম-পিতাক স্মৰণ কৰি সুন্দৰ যোগাত্মক চিন্তা মনলৈ আনি আমাক দিন-ৰাতি আদৰিব শিকায়! বিশ্বৰ মংগলৰ কাৰনে প্ৰাৰ্থনা কৰি শান্তিৰ বাণী বিলাই দিয়া হৈছে ব্ৰক্ষ্মাকুমাৰী কেন্দ্ৰৰ লক্ষ্য! হয়তো বহুত কথা আপোনালোকেও জানে এগৰাকী আজীৱন সেৱা কৰ্মী কেন্দ্ৰত কিমান কষ্ট কৰিব লগা হয়!তথাপিতো সকলোকে হাঁহিৰে সম্ভাষন জনায়!সেয়েহে সম্পূৰ্ণ ওলোটা কথাৰে অনুষ্টান টো প্ৰচাৰ কৰা বাবে আঘাত পাইছো! মই কোনো কেন্দৰ অন্ধ ভক্ত নহয়!
আপোনাৰলৈ ব্হুত বহুত ধন্যবাদ। মই এই অনুষ্ঠানৰ লগত দহবছৰ ধৰি জৰিয়তহৈ আছোঁ আৰু সেইকাৰণে মোৰ পৰিয়ালটো আগতকৈ বহু পৰিমাণে সুখীহে হৈছে om shanti baba
বৰ সুন্দৰ আৰু সঁচা কথা খিনি কোৱাৰ বাবে ধন্যবাদ।
ভণ্ডামীৰো সীমা থকা উচিত। লাজ লাগিব লাগে নিজক ব্ৰহ্মা বুলিবলৈ।
Dada dujon nohoi amar ghorotu same case soli ase just ami news juwa nai
AMAR AJONI ASE . GHOR BHANGI - CHINGI HEKH KORI DILE . KOBOLOI AKU BAKI NAI .
Rajguru dangoria apunar pora enekua worst presentation expect kora nasilu. Alop study korok aru brahmumarir postive aspects bilak dekaboloi try korok.
These two gentle men telling the actual truth of brahmakuri realities... Are u out of your mind???
@@bonudutta1187 kisuman khettrot positive aru kisuman khettrot kintu negative u ase.
অসমীয়া জাতিৰ জনক, অসমীয়া জাতিক ধৰ্মীয় আচাৰ সঙহিতাৰ সৈতে আজিৰে পৰা ৫৭৬টা বছৰৰ আগেয়েই পৰিচয় কৰোৱা আমাৰ পৰম কৃপালু গুৰু মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ, যিজনাই ভগৱান অৰ্থাৎ ঈশ্বৰ প্ৰাপ্তীৰ মোক্ষ পথ প্ৰদৰ্শক ৰুপে অসমৰ সৰ্বস্তৰৰ জন জীৱনত অতি শ্ৰদ্ধাৰে স্বীকৃত হৈ প্ৰত্যেকজনৰে অন্তৰত - হিঁয়াত জাগ্ৰত হৈ থাকে, তেনে এগৰাকী মহাপুৰুষক শ্ৰদ্ধা ভক্তি নকৰি কিহৰ তাড়নাত বা বাসনাত পৰি শিৱসাগৰৰ দিক্ষান্ত চেতীয়াৰ দৰে খাতি অসমীয়া মানুহজনে (এটা উদাহৰণহে মাত্ৰ !) বাহিৰৰ ধৰ্মীয় অনুস্থানলৈ ঢাপলি মেলিছিল আৰু ফলাফল 'শূন্য' পাই এতিয়া বহু পলমকৈ জ্ঞাণ চক্ষু মেল খালে যে ই এক ডাঙৰ প্ৰশ্ন ! ইয়াৰ উপৰিয়ো অসমীয়াৰ এচাম শিক্ষি ত জ্ঞাণী লোক "অনুকুল ঠাকুৰৰ শিষ্য" হৈছেগৈ কিহৰ তাড়ণাত ইও এক অবুজ সাঁথৰ । আমাৰ বিনম্ৰ অনুৰোধ সেইসকলে নিজৰ ভুল অনুভৱ কৰি জাতিৰ দ্ৰষ্টা মহাপুৰুষ শঙ্কৰদেৱৰ আদৰ্শেৰে স্থাপিত কোনো এক অনুষ্ঠানত নিজকে জড়িত কৰি গুৰুজনাক বিশ্বজনীনতা কৰোৱাত আত্মনিয়োগ নিয়োগ কৰি নিজকে ঈশ্বৰপ্ৰাপ্তীত আগুৱাই নিব । কৃষ্ণ । জয় গুৰু শ্ৰীমন্ত শঙ্কৰ ।।
ঠিকেই কৈছে। বেদপন্থ এৰি এনেকুৱা ভাণ্ডকীৰ ওচৰলৈ যোৱা মহাভুল।
শুদ্ধ কথা কৈছে, জয় গুৰু শংকৰ
প্রভূ এই কেইজনক সুমতি, সু-দৃসটি দিয়া কৃপা কৰা, বেচেৰাহত নিবোর্ধ,ক্ষমা কৰি দিয়া 🙏🙏🙏
ৰাজগুৰু মহাশয়, আপুনি দুজন অ খ্যাত ব্যক্তিৰ নিন্দিত কথাত সাৰ পানী জগাই এটা বিখ্যাত আধ্যাত্মইক অনুষ্ঠান ক উপলুঙা কৰি তুচ্চ মানসিকতাৰ পৰিচয় দিলে. আপোনাৰ নিছিনা মানুহৰ কাৰণে অসমীয়া মানুহ কেঁকোৰা সদৃশ মনোবৃত্তিৰ বুলি কোৱা হয়...TRP ৰ কাৰণে সব কৰিবলৈ প্ৰস্তুত এই News channel বোৰ.
মই আজি চাৰিবছৰ ধৰি অনুষ্ঠান টোৰ লগত সাধাৰণভাৱে জড়িত হৈ আছোঁ । এওঁলোকৰ তত্ত্ব কথাবোৰৰ গভীৰতালৈ যোৱা নাই । কিন্তু উপৰুৱা দৃষ্টিৰে যিখিনি দেখিছোঁ,একো বেয়া দেখা নাই । মানুহক সংসাৰ ধৰ্মৰ পৰা বিৰত থাকিবলৈ নতুবা খাদ্যাভাসৰ পৰিবৰ্তন কৰিবলৈও বাধ্য নকৰে।
Moi 25yrs pra jorit.... amr ghrt pathsala u ase
Manuhh dujone hotyo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
@@nehamahatto7775 DISLIKE BK
ৰাজগুৰু ডাঙৰীয়া দুজন মহা মূৰ্খৰ লগত ইমান এটা ডাঙৰ অনুষ্ঠানৰ বিষয়ে আলোচনা কৰা কি আপুনিও মূৰ্খতাতে পৰা নাই জানো?।
Manuh dujone hotyo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
Eyak brainwash korile. Ses ee
সুন্দৰ উপস্থাপন ।❤ প্ৰাগ চেনেলটোলৈ বহুত বহুত ধন্যবাদ জনালো সবিশেষ পোহৰলৈ অনাৰ বাবে । 👍
নবছৰ থাকি মুৰুলী কি তাকে বূজাই কব পৰা নাই এই বেপাৰিতোৱে,ইয়াৰ ছাগে বেপাৰত লাভ নহল,
😂😂😂😂😂
Muruli class t xui asil sage😂😂
@@bkneena2927 hoi pai hui asil sage kumbhokaran nhole
@@bkneena2927 😂😂😆😆 dhet teri
Manuh dujone hotyo kothaa koise...
অতি শীঘ্ৰে বন্ধ হওঁক এনে অনুষ্ঠানসমূহ ||
Mur nam Manjuara Begum moi last 22years or pora ei organisation or logot jorito bohut pavitar organization hoy...
Unfortunate to defames such novel ideology
Om shanti
@@ratulkurmi8576om shanti bhaiji
ৰাজগুৰু ডাঙৰীয়া অনুগ্ৰহ কৰি এই সংস্থাটোৰ বিষয়ে অধ্যয়ন কৰক ।দুজন ব্যক্তিৰ আধাৰত এনে এটা অনুষ্ঠান কৰাটো আপোনাৰ বহুত ডাঙৰ ভুল হৈছে। কাৰণ অল্প শিক্ষা ভয়ংকৰ
Manuh dujone hotyo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
ঈশ্বৰে আপোনাক সুমতি দিয়ে যেন তাকে কামনা কৰিলো
মই ২০০২ চনৰ পৰা প্ৰজা পিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত জৰিত। কিন্তু আগৰৱালা আৰু চেতিয়া দাদাই যি অভিযোগ আনিছে সেয়া সম্পূর্ণ ভিত্তিহীন। প্ৰকৃত সত্যক উপলব্ধি কৰিব নোৱাৰি ভুল বাখ্যা কৰিছে।
Manuh dujone hotyo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
নিৰাকাৰ পৰমপিতাৰ নাম লৈ কেইজনমান লোকে ব্যক্তিগত স্বাৰ্থৰ বাবে সকলোকে সাঙুৰি লোৱাতো উচিত হোৱা নাই।আমি যথেষ্ট দুখ পাইছো।লগতে সাংবাদিকজনে নিজৰ পৰিচয় উদঙাই দিলে।
সময়ৰ অন্ত আহিছে... ভগবান প্ৰৎক্ষ হব বেছিদিন নাই
বহুত ভাল লাগিল কথাবোৰ সাধাৰণ মানুহ জানিব পাৰি।
অনুগ্ৰহ কৰি অনুষ্ঠানটো সম্পৰ্কে আৰু ভালদৰে জানক, আপোনালোকে আচলতে অনুষ্ঠানটো সম্পৰ্কে একোৱেই নাজানিলে, কোনোবা দুই এগৰাকীযে ভূল কৰিলেই এটা অনুষ্ঠান বেয়া হব নোৱাৰে, ৰাজগুৰু ডাঙৰীয়া আপুনিও অলপ পঢ়ক জানক please
Manuh dujone hotyo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
প্ৰকৃততে ব্ৰহ্মাকুমাৰীহে হয়।ব্ৰহ্মকুমাৰী নহয়।সকলো শিক্ষা অনুষ্ঠানৰ শিক্ষক একে নহবও পাৰে!ইয়াত ঈশ্বৰৰ জ্ঞান সম্পূৰ্ণ সত্য আৰু শুদ্ধ।
ব্ৰহ্মকুমাৰী নহয়, ব্ৰহ্মাকুমাৰী হে ।
😂😂😂😂😂😂
এনেকৈ লাহে লাহে সকলো ফাচ হব
সময়তকৈ ডাঙৰ শিক্ষক কোনো হব নোৱাৰে। আশাকৰো সময়ে তেওঁলোকৰ উচিত ন্যাই কৰিব
Asom ot aashram bondho hobo lage immidialely.
বৰ কষ্ট পাইছো এই নিউজটো চায়। আপোনালোকে বহুত বহুত বেয়া কাম কৰিলে 😢😢😢😢
Om shanti bhondo hbo lage, bohutore ghor dhonko korise
Nijai tu dhonko hoise haitu feel nokorai baki poriyalor manuhu dhonko korise
Sarkar ba court jodi anusthan tu bondho kori dile bohut bhal hoi
Aeuluk dujone hahok kori ulai ahise bhal lagise ami nijor poriyal maa deuta hokolor bodnam beyakoi hokolure agot gabole nuwarilu
But 22 years pora ami bhukto bhugi
Bhogobanor namot manuhor ghor honkhar dhonko kore matro
Okol lukor homalusona kore manuhok ghin kore tar bahire aku nohoi iyat
Nijok bhogoban buli koise tat juwa manuhe
দুজন মানুহৰ কথাত এটা অনুষ্ঠানক বদনাম কৰাৰ যুক্তি ক'ত। এনেধৰণৰ সস্তীয়া অনুষ্ঠানবিলাকৰ পৰা সাংবাদিকসকলৰ যথেষ্ট লাভালাভ হয়। এনে অনুষ্ঠান কৰি মানুহক বিপথে নিয়াৰ চেষ্টা নকৰিব। ইমান বেয়া অনুষ্ঠান এটাৰ লগত এজন মানুহ নবছৰ কেনেকৈ থাকিব পাৰিলে। নিজৰ স্বাৰ্থপূৰণ নোহোৱাৰ বাবে অনুষ্ঠানটো বেয়া হ'ল নেকি। সাংবাদিক মহোদয় টকাৰ লোভত অদৰকাৰী অনুষ্ঠান নকৰিব।
@@Lakhyajit03 তাকেই।। মানুহ দুজনে হয়টো নিজৰ কেৱল স্বাৰ্থত center গৈছিল,,সেইখিনি পূৰণ নোহোৱা বুলি ভাবি আজি ইমান বছৰ পিছত বদনাম কৰিছে,, নাপায়।। সস্তীয়া কৰ্ম এইবোৰ নিউজ চেনেলৰ
আপোনি সচাঁ কথা কৈছে। কাৰণ ময়ো এই অনুষ্ঠানৰ লগত দহবছৰ ধৰি জৰিয়তহৈ আছোঁ আৰু মোৰ স্বামী,ল'ৰা, ছোৱালী আমি সকলো। আমাৰ সংসাৰ খন আগতকৈ বহু পৰিপাতিহে হৈছে।
Manuh dujone hotyo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
অসমত শঙ্কৰদেৱ মাধবদেবৰ জন্ম হৈ অসমীয়া জাতিক সকলো দিছে তাৰ পাছত আৰু কি লাগে কৃষ্ণ কৃষ্ণ কৃষ্ণ
মানৱ সেৱা ই ধৰ্ম
৯ বছৰ জ্ঞান পাই এইবোৰ কেনেকৈ কব পাৰিছে , জ্ঞান টো একো বুজাই নাই , এইবোৰ একেবাৰে মিছা কথা কৈছে , যদিহে প্ৰেত আত্মা হয় তেতিয়া হলে প্ৰেত আত্মাই ইমান ভাল কথা কয় নেকি ? Brahmakumari ত আমাক যি জ্ঞান দি আছে তাৰে গভীৰতালৈ তেখেত যোৱাই নাই ? আৰু মাউণ্ট আবুত যে আছে মধুবন সেই থাইখিনি পৱিত্ৰ স্থান তাত বেয়া কথা ,বেয়া চিন্তা আৰু বেয়া কাম কৰাৰ সময় কৰোঁৰে নাই এনেবোৰ কাম নকৰিবলৈ হে শিকাই আৰু সকলোৰে ভাল চিন্তা কৰিবলৈ হে শিকাই, আনকি মোক বেয়াকৈ কোৱা জনকো শুভ ভৱনা হে দিবলৈ কয় ....
These two gentle men telling the actual truth of brahmakuri realities...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
Chetia to Ata Jodha Murkho Hoi, 9 Bosor Brahma Kumarit Thaki Aku Nihilkile Hi Tat Goi Tuponi Mari Asil Murkho Toe
Thankyou to all three brothers for explaining variety points of the true murli without any fees or token in your channel.
Hello....3 Gentle men..give proof..show video..... proof Brahmakumaris beya...aponalokar hatat eko proof nai
সাংবাদিকে পইচাৰ কাৰণে প্ৰচাৰ কৰিছে ।তেখেতে কেতিয়াবা নিজে গৈ চাইছেনে ??কোনোবাই আপোনাৰ কানখন চিলাই লৈ যোৱা বুলি যদি কয় আপুনি কান খন নোচোৱাকৈ ছিলাক খেদি যাব নেকি ??এইবোৰ অপপ্ৰচাৰ কৰি কোনো লাভ নাই ।নিজে কিমান ভাল উদঙাই দিছে নিজৰ স্বভাৱ ।মানসিক ৰোগী হয় এইবোৰ ।
Manuh dujone hotyo kothaa koise...
আপুনি হয়তো এই সংস্থাটোৰ বিষয়ে অজ্ঞাত,,এই সংস্থাটোৰ জ্ঞান লাভ কৰি বহু মানুহৰ যে লাভ হৈছে সেইটো নেদেখুৱাই কেলেই? বহু মানুহে শেষ কৰিবলৈ ওলোৱা জীৱন ঘুৰাই পাইছে,সেইবোৰো অলপ অনুসন্ধান কৰি চাব,এনেই টিআৰপিৰ বাবে যাকে তাকে টাৰগেট কৰি ন'লব,talk show পাতিলে host কৰাজনৰ অলপ বুদ্ধিত কিবা থাকিব লাগে।।ভগবানে আপোনাক সৎ বুদ্ধি দিয়ক।।প্ৰাগ নিউজ চোৱা আজিয়েই বাদ দিলোঁ।
Manuh dujone hotyo kothaa koise...
Omshanti baba
Jani Bujhi News korok apuni bahut senior editor hoi Sob Mitha Kotha world or 144 Country th ai Organization ase . Shomajor karone ki ki Kam koriase Brahmakumariye apuni janar chesta korok
These two gentle men telling the actual truth of brahmakuri realities...
কি কি negative কথা কৈ থাকে ন? আপুনি 9 years পৰমপিতাৰ ঘৰত থাকি ও ইমান পবিত্ৰ স্থান এটাৰ বদনাম কৰিছে। আমি কোনো ধ্বংস নাই হোৱা বৰঞ্চ ভালহে হৈছে।।। এনেকুৱা মিছা vdo বেয়া প্ৰভাৱ নেপেলাব।।om shanti 🙏।। ভগবান নিৰাকাৰ সেইটোৱে সঁচা আৰু সেইটো ব্ৰহ্মাকুমাৰী center ত অনুভৱ হৈছে। অ এইটো কথা আমাৰ হিন্দু শাস্ত্ৰত আছে তথাপি আমি নিখুঁত ভাবে জনা নাছিলোঁ যে নিৰাকাৰ মানে কি,,,আমিও first time অলপ ব্রহ্মকুমাৰী বিষয়ে বুজা নাছিলোঁ।। কিন্তু একবাৰ course কৰি আজি জীৱনৰ আচল শান্তি আৰু পৰম্পিতা কোন হৈ অনুভৱ কৰোঁ।।
সেইটো কথা ব্ৰহ্মকুমাৰী ত নগলে ও জনা কথা নিৰাকাৰ ঈশ্বৰ কথা আমৰ ধৰ্মত আগৰ পৰাই আছে। অলপ নিজৰ ধৰ্ম গ্ৰন্থ অধ্যয়ন কৰিলে জনা যায়। আমৰ ইমান সুন্দৰ সংস্কৃতি থাকিও মানুহ আন পন্থ প্ৰতি বেছি আগ্ৰহী
Reality check hoi, I hope apuni u joldi ulabo pare karon edin apunar family u same feel koribo
স্বৰ্গ পালে ! 😂
@@adityabora3822 হয় ব্রহ্মকুমাৰীত নগলেও জানে সকলোৱে,,তথাপিও বহুত মানুহে নিৰাকাৰ শিৱ ক মনত নকৰি পাপ কামত লিপ্ত হৈছে,,সকলো নহয়,কিন্তু নিজ মাতৃ ভগ্নীৰে চিন নোহোৱা হৈছে,,কিন্তু centert জ্ঞান লোৱা কোনো ব্যক্তিৰ মাজত আমি এনে কু মনোভাৱ আমি অনুভৱ কৰা নাই,,কোনোবা ঠাইত কিবা হবও পাৰে,, হয়টো তেওঁলোকে আধ্যাত্মিকতাৰ পৰম জ্ঞান অনুভব কৰা নায়।। আমি ভাল পাইছোঁ।। পৰিয়ালৰ পৰা কাকো আঁতৰ কৰোৱা নাই ভাল হে কৰিছে,,,সকলোকে এক ঈশ্বৰৰ সন্তান বুলি মৰমেৰে ব্যৱহাৰ কৰা,, স্বামী স্ত্ৰী পবিত্ৰ সম্বন্ধ ক বেয়া বুলি কেইটাও কোৱা নাই।।বাকী কৰোবাৰ যদি সন্দেহ আছে,, এবাৰ এই বিশ্ববিদ্যালয়ত গৈ এবাৰ course কৰি চাব পাৰে।। God bless you 🙏
Manuh dujone hotyo kothaa koise...
ৰাজ -গুৰু ভাই ! অভিনন্দন!!! ইমান দিন "সাংবাদিকতাৰ দৰে পবিত্ৰ আসনত অধিষ্ঠিত" হৈ "পৰ্যবেক্ষণ শক্তিক" আওকাণ কৰি দুজন ব্যক্তিৰ ব্যক্তিগত তৈল- মৰ্ডনত এটা পৱিত্ৰ অনুষ্ঠানৰ "আধ্যাত্মিক আবেগক " উপ -লুঙা কৰাৰ বাবে !!! Plz you will come in any centre of "Brahma Kumaris" in the world , without advanced information as soon as possible to your clearance!!!
Manuh dujone hotyo kothaa koise...
O.k.
Aitu videot bibhino jone bibhino comment korise jar bhitorot prai khiniye anusthan tur logot jorito ji hokolu obhijuk misa buli koise but onusthan tur logot jorito nothoka manuh jar poriyal borgo anusthan tuloi jai teulukok hudhile gom pabo gutai ghor donhko hoi ase
ৰাজগুৰু ডাঙৰীয়া,আমি আজি প্ৰায় ৩৭বছৰ এই অনুষ্ঠানৰ লগত আমি স্বামী-স্ত্ৰী দুয়ো জড়িত হৈ আছো আৰু জীৱনটো অতি সুন্দৰ ভাৱে অতিবাহিত কৰিছো৷অতি দ্বায়িত্বপূৰ্ণ চৰকাৰীপদত কৰ্মজীৱনৰ সামৰণি মাৰি নিজ সন্তানক উপযুক্তকৈ গঢ় দিছো৷এতিয়াও এই অনুষ্ঠানত ৰাজযোগৰ অভ্যাস কৰি আছো৷আমি আজিলৈকে কোনো বেয়া দেখা নাই৷মহাশয় আপুনি ব্ৰহ্মাকুমাৰীৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক তাৰপিচত সমালোচনা কৰিব৷
@@nayansharma1867 bk ত গলে স্বামী স্ত্রী দুয়োজনে একে দিনতে যোৱাটোৱে best বুলি মই ভাবো। নহলে সংসাৰ ত শান্তি নাথাকে। স্বাৰ্থপৰ দৰে লাগে । স্ত্রী লৰা ছোৱালীক আওকান কৰি থকাৰ দৰে থাকে।
প্ৰশান্ত ৰাজগুৰু, এই ছোৱালীৰ ভিডিঅ'বডি চাই আপুনি ভদ্ৰ মহিলা ক'লে।কিয় ইমান ডাঙৰ অনুষ্ঠানৰ বদনাম আনিব পাৰিছে। আপোনাৰ ওপৰত ভৱিষ্যতে এনে বদনামৰ আইনৰ ওচৰ চাপিম।
মানুহ দুজনীয়ে ১০০% ই সঁছা কথা কৈ দিলে ৷ এই অনুস্থানত থকা আমাৰসঘৰৰ এজনীয়ে ঘৰ ভাঙি নাশ কৰিলে ৷ গিৰিয়েক পলাই গল ! বাপেকে আত্মহত্যা কৰিব লগা দ’ল ৷ সকলো সম্পকী'য় মানুহৰ মাজত এতিয়া যুদ্ধত লিপ্ত ৷
Moi 19 years jorito asu ,be positive
These two gentle men telling the actual truth of brahmakuri realities...
Binash kale biprit buddhi.. বাবা আপুনি কৈ থকা কথাবোৰ এটা এটা হৈ গৈ আছে। বেছেৰা কেইজনটো আকৌ তুমাৰে ওচৰলৈয়ে আহিব লাগিব। তুমিতো ক্ষমাও কৰি দিবা। সেইদিনতোওঁ যাতে অতি সোনকালেই আহে। তাৰে স্মৰণ জাচিলো তুমালৈ। ওঁম শান্তি 😌
Khub val anustan ...Aisob Vondo...
Anor poisare luxarious life jiai ase
UN r pora swikriti prapta onusthan anai hol neki
এই প্ৰগ্ৰাম টো continue কৰক পাৰিলে ৰিতেলিকাস্ত কৰক।বেপাৰী ইহঁত। কেতিয়াবা লগ পালে ভালকৈ চাহ খুৱাই দিম। মই নিজে ভুক্ত ভগী বহুত কষ্ট খাইছোঁ জীৱন ইহঁতৰ বাবে
Projapita brohmakumari Ishoriyo bisho vidyalaya bishor ek obhinov onusthan jot soyong poromatma prodotto porom gyan youg r adharot atmar dibya gun jagratoo hoi. Kintu ei karya somonoo hobor babe ei porom gyan r purnoo dharona lagibo. Jar babe tau nije purusharth koribo lagibo . Ei nine years gyanot thoka bhai jonor kunu purusharth nai. Gotike dharona nai. Tau muruli je poromatmar mohabakya taku najane. Aru ei anushthanot nirakar jyotibindu poromatmak he je bhogoban buli gyan kore taku najane. Hoi bishobyapi thoka ek bishovidyaloyot dharona hin kunu tothakothit matro namot b.k. hoi thoka luk thakibo para aru jar dwara opokormo ghotibo pare. Sokolu onusthanotai tane hoi. Kintu sai buli iman ek pobitroo onusthanor bishoya bhaldore nojonakoi somalusona kora mohapap.Amiyu ghor shongxar t thaki bohu boshor ei onushthanor logot joritoo thaki ghor t sukh shanti basi bhalkoi onubhob kori asu. Gotike Rajguru dangoriya apuni bhaldore onushthantur bixoya jani louk.
যোৱা এবছৰে ঘৰৰ ওচৰৰ ব্ৰহ্মকুমাৰী কেন্দ্ৰটোৰ লগত জড়িত হৈ নিজকে মানসিকভাবে যিমান শক্তিশালী অনুভৱ কৰিছোঁ, জীৱনৰ প্ৰতি ধাৰণা সলনিহৈ সকলোবোৰ যোগাত্মকভাবে চাবলৈ শিকিছোঁ, ঘৰৰ পৰিৱেশ শান্তিৰে ভৰিছে, মানুহৰ পাঁচটা প্ৰধান বিকাৰ লোভ, মোহ, কাম , ক্ৰোধ, অহংকাৰ মনৰ পৰা নোহোৱা হৈছে৷ তাতকৈ আৰু কিবা লাগেনে? আলোচনাটো আৰম্ভ কৰাৰ লগেলগে প্ৰশান্ত ৰাজগুৰুৰ মুখত তাচ্ছিল্যৰ ভাব প্ৰকট হৈছে৷ একপক্ষীয় আলোচনা এয়া৷ কাৰোবাৰ ব্যৱসায়ত লোকচান হোৱাৰ আখেজ পূৰাবলৈ এই আলোচনা কৰা হৈছে৷ বেয়া মনৰ মানুহ সকলোতে থাকে৷ সেইবুলি সিহঁতৰ বাবে এটা অনুষ্ঠানক বদনাম দিয়াটো কিমান যুক্তিসংগত কথা তাকহে নুবুজিলোঁ৷ অন্ততঃ নিজকে এজন সমাজৰ দায়িত্বশীল সাংবাদিক বুলি মুখা পিন্ধি থকা ৰাজগুৰুৰ মুখা নিজেই খুলি দিলে৷ আমাক কোনেও খোৱাবোৱাত বাধা দিয়া নাই৷ পিন্ধা উৰাত বাধা দিয়া নাই৷ নিজৰ পৰিয়ালৰ লগত থাকি আমি মনেৰে ঈশ্বৰক চিন্তা কৰিছোঁ৷ তাত পৰিয়ালৰ কোনেও আমাৰ পৰা neglected অনুভৱ কৰা নাই৷ বৰঞ্চ সকলোৰে মন শান্তিৰে ভৰা বুলিহে গম পাইছোঁ৷ Om Shanti.
Om shanti. আপুনি ঠিকেই কৈছে। মই এই অনুষ্ঠানৰ লগত দহবছৰ ধৰি জৰিয়তহৈ আছোঁ আৰু মোৰ স্বামী, ল'ৰা, ছোৱালী সকলো জৰিয়তহৈ আছে । আমাৰ সংসাৰ খন আগতকৈ বহু পৰিমাণে সুখীহে হৈছে। যেনেকৈ সাগৰৰ গভীৰতালৈ গলেহে হীৰা মুকুতা পায় ঠিক তেনেদৰে এই জ্ঞানৰ গভীৰতালৈ গলেহে মানুহে ইয়াৰ অৰ্থ বুজি পাব ।প্ৰকিততে ইয়াত যে ভাগৱত গীতা হাৰ কথাবিলাক শিক্ষা দিয়া হৈছে
Hosa Kotha Koise Baideu
2nd ভিদিও টো play হোৱা নাই, কিবা কৰিছে সিহঁতে.....
দীক্ষান্ত ডাঙৰীয়াই ব্ৰক্ষ্মাকুমাৰীৰ সৰলতাক বুজি লৈ চাঞ্ছতে ডাঞ্ছ কৰিব বিচাৰিছিল।চিঃ সুবিধা আদায় কৰিব নোৱাৰি মিডিয়াৰ কাষ চাপিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী ডাঙৰীয়াক বদনাম কৰকচোন?
@@bkgyanworld6040 teu emn bosor j Gyan ot soli ki bujile murli mane ki kobo pra nai.....teu murilu huna homoit hule sage🤭🤭
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
Njnake ji ti nkbo mathat jdi aku nii aku nkbo pglr dore kotha nkbo
Vᴀʟ ᴋᴏɪ ᴊᴀɴɪ ʙᴜᴊɪ ɴᴇᴡs ᴋᴏʀᴏᴋ....
Brahma kumari speling nojona manuhe Brahma kumaris or katha ki janibo, aibur misa news
Thik koise...pgl hoi goise 😂😂😂 mental hospital pothua hei aiburk
😂😂😂
These two gentle men telling the actual truth of brahmakuri realities... U accept or not it's true... One day brahmakumari will be banned in whole world...
Brahma kumaris jindabad, Brahma kumaris is a good university in the world
Brahmakumari is a scam.
ওম শান্তি 🇲🇰🇲🇰🇲🇰 love you BaBa
Satyor nau tulung bhutung hobo kintu ketiyau dubi nejai,dhorjyo dhorok,dhorjyor fal mitha.
😊😊😊
Om shanti baba 🙏
Prasanta rajguru manosik rugi neki.vslkoi study nokorakoi ki prosar korise
Emn bhal anuthan etar miss apabad dibo nepai eai gyane manuhok prakrita rastat jabo. Sikai. Om shanti 🙏🙏🙏
ফটোৱা নিউজ এইবোৰ
Manuh dujone hotyo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
Nije xuna katha he ekhetor...eko nije dekha nai sab xuna katha he..news t duojan mahan bektiye ebaro koa nai je xihate nije kiba dekhise....karan sab misa kotha...
আপুনি উদাহৰণ দিলেই নহব প্ৰমাণ দিব লাগিব ।অন্যথা ....
Praman kenekoi dibo...thakile he dibo...They are 3 greedy businessmen ... Nothing else
মানহানীৰ কেচ কৰিদিব লাগে এই ৰাৱণ কেইটাৰ ওপৰত কোন জিকে চাও
দিলিপলৈ বহুত মনত পৰে.... ্
মাজ মাজে মনলৈ আহি আছিল ক'লৈ গ'ল দিলিপ !!!!!!!?
Apuni Murli ki hoi take vl k kobo pora nai sn jodi 9yrs asil...ru moi ajoni house wife hoiu BK course kri dhunya k ghr solai asu..emn misa bodnam kio uliyaise apunaluke..even moi maas mankho sb khau..kuneu tu badha dya nai... Brahma kumarir Gyan jodi vl k loi tnte ghr honkharot eku aul nalage .moi sn BK t thkiu sb dhunya k manage kri asu..Om Shanti
Teo jhutka-yug kori asil....😅
@@bkneena2927 hoi dei
Manuh dujone hotyo kothaa koise...
@@linamoyeechoudhury8362 bk t juabur bule mas mangkho eriboi buli koy , apuni vldre gyan nylua buli kobo bk manuhe, mur hsbnd ase, teu kintu niramikh hol, aru nije randhi khuatu besi vl buli koy, teu khua bason u beleg. Amar relation kintu bortaman hsbnd wife nohoy. Moi bortoman maar ghart thaku.
You are advised to go to a Mental hospital preferably Tezpur Mental Hospital or V G Hospital at Dibrugarh
😂😂
These two gentle men telling the actual truth of brahmakuri realities...
Aapunio mentel neki.nojonakoi ji ti likhi nidibo@@prabhatphukan7498
100% RIGHT SAY . THANK YOU .
Sotguru nindok thor na paii...
মনুষ্যক সুখ শান্তিৰ মাৰ্গ দৰ্শন কৰা অনুস্থানৰ বিষয়ে ভালকৈ অধ্যয়ন কৰি লওক🙏
Righteousness is religion
ৰাজগুৰু মহাশয় এটাকথা ক ও আজি আপুনি যেনেকৈ এই পৱিত্ৰ অনুষ্ঠান টোৰ অযথা বদনাম গাইছে এদিন এই অনুষ্ঠানটোৰ বিষয়ে গুণগান গাবলৈ দৌৰি আহিব আৰু এইকাম পৰমপিতা পৰমাত্মা ই কৰাব আপুনি চাই থাকক
Both of bhaijee should not comment about any organization without knowing the actual facts of the organization. Most probably u do not know the reality of Bk organization
Om Shanti.
এই জনে টকা অলপ পাব আছে ৷ মিছা কথা বিলাক সাজি সাজি কৈ আছে ৷ আনজন আকৌ বিকাৰ বাসনাত তিপ্তি হব নেপায় সনাতন ধৰ্ম প্ৰচাৰ কৰিব আহিছে ২জনাই মেকিং 😂😂😂😂 মিছা মিছা কথাবিলাক
নিজৰ অভিপ্রায়পূৰণ নোহোৱাৰ কাৰণে সংস্থাক বদনাম কৰি কি প্ৰমাণ কৰিব বিচাৰিছে ??
😂😂😂
Manuh dujone hotyo kothaa koise...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
Soty sodai jo om shanti
ওম শান্তি 🙏
আপোনালোকক বাবাই মংগল কৰক
ওম শান্তি 🙏
Please no critise against Brahma Kumaris otherwise you will face some problems....
These two gentle men telling the actual truth of brahmakuri realities...
অন্ধবিশ্বাসত ডুব গৈছে আপোনালোক
চেতিয়া ডাঙৰীয়াৰ দলে অসমীয়া তাতে আকৌ আহোমৰ মানুহ আপুনি জাতীতোকে বদনাম কৰি দিলে । নিজৰ গুৰুজনা থাকোতে কৃত ৰাবণৰ কাষ পালেগৈ ছিঃ ছিঃ
Rajguru, this is one of the worst interview you have taken . The two persons you have invited they were too not clear about this philosophy.
চেতিয়া আৰু আগৰৱালা গৰু
enei kela eta news channel solai ase bonori 😂😂😂
Very good information 🙏
Aponalokor mathar je dosh hoise, seitu thik. Eneye eai sanshta tue Iman progress korise tu. Shiv baba aponalokor mathar bur jate thik Kori diye. Om Shanti.
These two gentle men telling the actual truth of brahmakuri realities...
@@prabhatphukan7498😂😂😂
ৰাজগুৰু ডাঙৰীয়া আপুনি ইমান দিনে যিমান সুনাম আৰজিছে, এই অপপ্রচাৰে সকলো ধুলিসাৎ কৰিলে
ৰাজগুৰু ডাঙৰীয়া আপুনি প্ৰথমতেই সংস্হাটোৰ নামটোৱেই ভুলকৈ কৈছে । ব্ৰহ্মকুমাৰী নহয়, ব্ৰহ্মাকুমাৰী । কোনো এটা সংস্থাৰ গভীৰলৈ নোসোমোৱাকৈ দুজন ব্যক্তিক লৈ এটা বৃহৎ সংস্হাক
এনেকুৱা তুচ্ছ মন্তব্য কৰাতো আপোনাৰ দৰে জ্যেষ্ঠ সাংবাদিকৰ মুখত শোভা নাপায়।
প্ৰাগ চেনল এদিন কেৱল ব্ৰহ্মাকুমাৰীৰ হব
মহা মূৰ্খ দুজনৰ লগত কথা পাতি থকা ৰাজগুৰ কো মূৰ্খ যেন লাগিছে । জ্যেষ্ঠ সাংবাদিক হৈ মূৰ্খ কিছুমান ক্ ষ্টুডিঅ লৈ মাতি নিজৰ মানসিকতা ক তললৈ নিনিব ৰাজগুৰো ডাঙৰীয়া । যদি সময় পায় কমেন বোৰ এবাৰ পঢ়িব😢😢😢😢
ৰাজগুৰু মহাশয়, আপোনাৰ মেজমেলত মূৰ্খ দুজনৰ লগত হোৱাআলোচনা দেখি হাহিমেইনে কান্দিম ধৰিব ই পৰা নাই মুঠতে আপোনাৰ যে ৰাহু কেতু শণি সকলো নিম্নগামী অৱস্থাত সেইটো খাটাং|ইমান পৱিত্ৰ অনুষ্ঠান টোৰ মিছা বদনাম বোৰ কেইটামান টকাৰ বাবে কিয়বাৰু ওলিয়াইছে ইয়াৰ পৰা কি লাভ হল জানে আজিৰ পৰা prag news channel bondho korilu
এইবোৰ সত্য কথা, ভগৱানৰ কাৰ্য্য ঠিকেই আছে কিন্তু শান্তিবনত যিখন থানা আছে,তাত গ'লে সকলো কাহিনী clear হৈ যাব
Rajguru ji ap du negative beyukti ku lekor video Prasar kiye or 1000jan positive beyukti lekor video bonow.
এইবোৰ সব মিছা বদনাম দিয়া হৈছে । প্ৰাগ news আপোনালোকে।এইবোৰ প্ৰচাৰ নকৰিব। বহুত বেয়া কথা । মই ও বহু বছৰ ধৰি জৰিত হৈ আছোঁ। মই টো এনেকুৱা একো বেয়া দেখা নাই। om Shanti Mera Baba en logo ko aap maf ka dena. Or unki aankhein khul dena.🙏
These two gentle men telling the actual truth of brahmakuri realities...
যিয়ে যি পাইছে তাকেহে কৈছে।