Bor dhunia... Kintu ei interview Tu lua homoyot baideur lip milua he hoise recording r logot... Karon bortomanor maat tur hoite gaan keitar maat kunu podhye mila nai... Track + voice duita agor recording.... Kintu baideu r gaan keitar kotha koboi lagibo.. Hoytu ata dinu nai jua ei gaanbur gun nuguakoi thokake....❤❤ ❤
Dolly Ghosh baideok recently log palu Guwahati t kiba eta onusthan t.tetiya teok detail porichiti poa nai.Ei onusthan r joriyote porichit holu. Geet aru nostalgia dutar majote teok bishesh val palu👌🏻💗
Doling Ghosh is so sweet voice of singer all are interested to hear which are lovely evergreen in mind this reputed recognition singer is experience.of TRUE values of music culture
এসময়ত, ইমান সুন্দৰ গীতবোৰৰ সৃষ্টি হৈছিল! সেয়া আছিল গীতিকাৰ, সুৰকাৰ, বাদ্য শিল্পী আৰু ডলী বাউদেউৰ সুৰীয়া-সুন্দৰ গায়কীৰ এক অনন্য সংযোগ। বৰ ভাল অনুষ্ঠান এটি উপভোগ কৰিলোঁ। ৰাজগুৰু ডাঙৰীয়ালৈ অশেষ ধন্যবাদ।
প্ৰিয় শিল্পী! ভালে থাকক।
❤❤❤❤ বহু দিনৰ মূৰত আজি ডলি ঘোষ বাইদেউ ক দেখি খুৱেই আনন্দিত হৈ পৰিলোঁ....। চিৰ সেউজ সেই গীত বোৰ আজিও একেই কণ্ঠ একেই সুৰ শুনি অত্যন্ত সুখী অনুভৱ কৰিছোঁ। বাইদেউৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।।
🙏 অতিকৈ সুন্দৰ অনুষ্ঠানটি উপভোগ কৰিলোঁ। অতিকৈ শ্ৰদ্ধাৰ দুয়োজনলৈ সহস্ৰ প্ৰণাম ও আন্তৰিক ধন্যবাদ জনালোঁ।
নিয়মিত ৰেয়াজৰ বাবেই বাইদেউৰ সুন্দৰ কণ্ঠ আজিও সেই একেই হৈ আছে... তথাপি গীতকেইটি শুনি অৰিজিনেল ৰেকৰ্ডিং বজাই দিয়া যেন লাগিল
ডলী বাইদেউ সকলোৰে প্ৰিয় শিল্পী।খুব ভাল লাগিল। বাইদেউ ভালে থাকক আৰু বহু গীত বাইদেউৱে গাই থাকক।অনবৰতে বাইদেউৰ গীত শুনো।
বাইদেউক ভালপোৱাৰে শ্ৰদ্ধা জনাইছো ❤️ 🙏
হৃদয় ভৰি পৰিছে
অনুষ্ঠানটো চাই আপ্লুত হ'লো। ডলী ঘোষ বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
আপোনাৰ কণ্ঠ ,গীত সকলো চিৰসেউজ হৈ আছে। গানবোৰ শুনি থাকিলে মন আনন্দেৰে ভৰি পৰে
ডলী ঘোষ বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
প্ৰিয় শিল্পীগৰাকী সদায় ভালে থাকক ❤🙏
বাইদেউ শ্ৰদ্ধা জনাইছো । বাইদেউ আপোনাৰ কণ্ঠ আগৰ দৰেই হৈ আছে আৰু হৈ থাকক এইয়ে আমাৰ কামনা ।
Bohut xundor, Great song,vl lagil,God bless Baideu
মোৰ খুবেই প্ৰিয়❤🙏
বাইদেউ বহুত ভাল লাগিল
Thanks a lot Raj Guru sir .
বাইদেউক প্ৰতিটো গীতেই মোৰ বহুত বেছি ভাল পাও❤❤❤
Bor dhunia... Kintu ei interview Tu lua homoyot baideur lip milua he hoise recording r logot... Karon bortomanor maat tur hoite gaan keitar maat kunu podhye mila nai... Track + voice duita agor recording.... Kintu baideu r gaan keitar kotha koboi lagibo.. Hoytu ata dinu nai jua ei gaanbur gun nuguakoi thokake....❤❤ ❤
Really fantastic program.
সুন্দৰ অনুষ্ঠান। দুয়োলৈ অশেষ ধন্যবাদ।
Bohut. Bohut. Bhal. Lagil
ডলীঘোষ বাইদেউৰ গীত বোৰ পুনৰ বাৰ শুনিবলৈ পাই আপ্লুত হলো।বাইদেউলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলো ।
ডলি ঘোষ বাইদেউলৈ শ্ৰদ্ধা জনালোঁ। এই গীতটি আমাৰ বহুত বহুত প্ৰিয়।
বাইদেউক দেখি বহুত ভাল লাগিল । গান বোৰ শুনি থাকিলেও আমনি নালাগে বাৰে বাৰে শুনি থাকিব মন যায়।
Jiyei houk Assamese people r famous gaan eikeita... Great singer ❤
Aru bohut ase.apuni nejane sagoi
@mrinalidas1471 Hoi.... Bohu singer ase agor val gai.... Ekhetor aru gan ase..
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉বাইদেউলৈ প্ৰণাম জনাইছো । 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏সৰুকালৰে পৰাই ৰেডিঅ'ৰ মাধ্যমেৰে আপোনাৰ গীত সমুহ শুনি আহিছো বাইদেউ - খুউৱ ভাল লাগে ।
এটা সুন্দৰ অনুষ্ঠান, ভাল লাগিল, নমস্কাৰ জনাইছোঁ দুয়ো কৰে ।
Long live dolly ghosh baideu and her melodious voice.
What an excellent program.
Prasanta Rajguru is really a versatile journalist.
Doli Ghosh baideu is tremendous.
Till now her voice is superb.
ডলী বাইদেউৰ দীৰ্ঘা য়ু কামনা কৰিলোঁ। খুব ভাল লাগিল আৰু প্ৰশান্ত ৰজগুৰুলৈ ধন্যাবাদ জ্ঞাপন কৰিলোঁ ডলী বাইদেউক অনাৰ বাবে
আস্ ! কি কন্ঠ !
God ❤ bless ❤ you ❤
আপোনাৰ গীত মোৰ বহুত প্ৰিয়। আপোনাক ভগৱানে সদায় কুশলে ৰাখক 🙏🙏
Thank you.....
Dolly Ghosh baideok recently log palu Guwahati t kiba eta onusthan t.tetiya teok detail porichiti poa nai.Ei onusthan r joriyote porichit holu. Geet aru nostalgia dutar majote teok bishesh val palu👌🏻💗
ৰাজগুৰু ডাঙৰীয়া, শ্ৰীযুত পুলক বেনাৰ্জী ডাঙৰীয়াৰ এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰিবাচোন। কাতৰ অনুৰোধ থাকিল ।
Evergreen Dolly Ghosh Sadhya.
ৰেকৰ্ডিঙ হে যেন লাগিল
We remembered past, felt very nice, madam God bless you
Eku guwa nai gaan tu. She's doing Lip-syncing in the first song. People are not dull.
Yes 100%
বাইদেউলৈ শ্ৰদ্ধা জনাইছো ।এটা লাইভ প্ৰগ্ৰেমত দেখা পোৱাৰ আশা কৰিলোঁ
Old is gold song of Doly Gosh baideu. God bless you.
Doli ghosh baideo matu agar dorai hoi asa pronam baideo
Long live Doli Baideo combined with sound health.Stay always happy. ❤
A spellbound program.
Val lagil
Long live such a ,singer
❤❤❤❤❤
ডলী বাইদেউৰ কিছুমাহ আগতে এটা অনুষ্ঠান চাইছো ।খুব সুন্দৰ মিঠা কণ্ঠ । তেওঁৰ প্ৰতিটো গান মোৰ প্ৰিয় ।সৰুৰে পৰা ডিব্ৰুগড় ৰেডিঅ' চেন্টাৰৰ গানবোৰ শুনিয়ে ডাঙৰ হৈছো ।মোৰ ভাব হয় ডিব্ৰুগড় চেন্টাৰৰ গীতিমালিকাৰ গীতবোৰৰ মানদণ্ড বহুত বেছি ওপৰৰ আছিল ।
ডলি ঘোষ বাইদেউৰ সু-স্বাস্থ্য আৰু দিৰ্ঘায়ু কামনা কৰিলো। আমি সৰুতে ৰেডিঅত বাইদেউৰ গান বহুত শুনিছিলো আৰু এতিয়াও ইউ টিউবত শুনি থাকো।
Namaskar baideo 🙏🙏🙏 Moranor pora
নষ্টালজিক হৈ পৰিলো ৷ডলী বাইদেউ ,আপুনি আমাক সেই সময়ত আচ্ছন্ন কৰি ৰাখিছিল ৷আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো ৷ভগৱানে ভালে ৰাখক ৷
Nice interview.
অসমী আইৰে আজিও যুব সমাজত সজীব হৈ আছে।
Very nice
Her voice hasnot changed at all ❤ she should have contined singing till date
Evergreen song
মোৰ প্ৰিয় অৰ্থাৎ মহিলা শিল্পী দুজনী হ'ল,ডলী ঘোষ বাইদেউ আৰু অনিমা ভট্টাচাৰ্য্য বাইদেউ।আজি ডলী বাইদেউক দেখা পাই কি যে ভাল লাগিল
Bor bhal lagil
পুৰণি গীত সমূহ আমেজে সুকীয়া। সঁচাকৈ কি যে সুন্দৰ ।গীত বিলাক। গীত সমূহ ৰ অৰ্থই বেলেগ। আজি কালি গান বোৰ কেৱল তোমাক লৈ।
বাইদেউৰ গানবোৰ অতিকৈ প্ৰিয়।অনুষ্ঠানটো মনোগ্ৰাহী হৈছে। কিন্তু তেওঁক গাবলৈ দি track বজাই দিয়াৰ বাবে বৰ দূখ পালো।
Dolly baideo gan mur priya, eman hundor kontha.
❤❤Thanks ❤❤when I was a child, I was her fan..Dolly Ghosh was a big name then ...aha sun aha was super song then
Mur priyo silpi
Mon to jur pori jai
Doli baideur ,apuni asomia jatir rhidoyor sopan,aru asomia sanskritik abhinna ango hoi thakibo,hiabhora subha kamonare
ইতিহাস বোৰ বৰ্তমান হৈ গল । চিৰসেউজীয়া ।
আঁজি ও সুৰটো একে আছে কি।
ৰাজগোৰো ডাঙৰীয়া, বাইদেউক অসমী আইৰে লালিতা পালিতা ময় তুলনীয়া জী গীতটী গাবলৈ অনুৰোধ কৰিলে ভাল লাগিব।
Bht vl pao
আৰু শেষটো গান মোৰ ঠিকনা লৈ ...
Same to same lagil old recording song baidew nice
Eman xumadhur kantha, baideujanik bhagabane mangal karok
তাহানিৰ ৰেডিঅ'ত শুনি থকা যেন লাগিছে
ইমান মিঠা সুৰ ! সচাকৈয়ে আচৰিত I
সুমধুৰ গীত
My all time favorite singer ..it would have been better if you avoid to play the plus track as baideo, s voice is still very good
Eiboor asil nivas dinor nivas xilpi..xosakoi kimal xaral asil ajio, xai ekai bhabomurti..xaibor din asil manuh bhal powar din🙏🙏
আহাচোন অহা, কাষতে বহা- ইন্দ্ৰানী গাংগুলীৱে গাইছিল
Dolly baidew kushale thakkak
Twmi porodesi hola...ai git twe mwr sokulo nigorale...........
lip milaise. Interview t gowa nai.ami iman burbok nohoi. Tothapi Doli Baidew loi suvessa jonalu.
Geet tu Track t gabo o pare.... Maane karoke t.
No no Track t nai guwa...Acting through lips....
Outstanding evergreen
Doling Ghosh is so sweet voice of singer all are interested to hear which are lovely evergreen in mind this reputed recognition singer is experience.of TRUE values of music culture