ব্ৰহ্মাকুমাৰীৰ ব্ৰহ্মকাণ্ডৰ চতুৰ্থ অধ্যায় ; মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ সৈতে ‘মেজমেল’

Поделиться
HTML-код
  • Опубликовано: 16 янв 2025
  • Watch the full clip to know more about this story.
    #pragnews #mejmel #prasantarajguru
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

Комментарии • 235

  • @DEMO-aya7
    @DEMO-aya7 Месяц назад +20

    মই এজন সাধাৰন নাগৰিক হিচাপে 'ৰাজযোগ মেডিটেশ্যন ' শিকি মোৰ হেৰুৱা জীৱনটো ঘূৰাই পাইছো, ---তাৰ বাবে ৰুমা বাইদেউক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ তেখেতে মোক নতুন জীৱন জীৱন ঘূৰাই পোৱাত সহায় কৰিছে৷ বাকী সংস্থাৰ কথা মই একো নাজানো, জানিবলৈও আগ্ৰহী নহয়, কাৰণ মই Supreme ঈশ্বৰ পৰমাত্মাক মোৰ জীৱন সমৰ্পন কৰিছোঁ৷

  • @EasyRayoga
    @EasyRayoga Месяц назад +20

    এজন পতিৰ পৰা পাই থকা সকলো যন্ত্ৰণা মানসিক অশান্তি আৰু দুখৰ সহ্য কৰি থাকে আৰু নিজে মৰি মৰি জীয়াই থাকে তেতিয়ালৈকে কাৰো একো অসুবিধা নহয়।
    পত্নী গৰাকীয়ে অলপ শান্তি পালে আৰু সেইবাবেই তেওঁ আধ্যাত্মিক জ্ঞান টো এৰা নাই। আপোনাকো এৰা নাই । তেন্তে ইয়াত ব্ৰহ্মা কুমাৰী অনুষ্ঠানৰ কি ভুল এইটো স্পষ্ট নহল।
    আগৰৱালাৰ পত্নী আৰু পত্নীৰ পুত্ৰ কন্যা পৰিয়ালৰ সাক্ষাৎকাৰ কেতিয়া লব ৰাজ গুৰু ডাঙৰীয়া?????

  • @bhaibehan4464
    @bhaibehan4464 13 дней назад

    Om Shanti

  • @sharmilatalukdar5916
    @sharmilatalukdar5916 Месяц назад +1

    ৰাজগুৰু ডাঙৰীয়া আপুনি কিন্ত ভাল ছিৰিয়েল বনাই আছে।
    বৰ্তমান ইলেকশ্বনৰ ছিৰিয়েল বনাবৰ সময় হোৱা নাই যিহেতু আপুনি শিব বাবাৰ নামতেই বদনাম কৰি ছিৰিয়েল বনাই থাকক। যিহেতু আপোনাৰ বৰ্তমান উপাৰ্জন কমি গৈ আছে। ইয়াকে নকৰি আপুনিনো আৰু কি কৰিব। 😂😂
    তথাপি পৰমপিতা পৰমাত্মাক প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ মংগল হওঁক।

  • @kakuligogoi-qw9ct
    @kakuligogoi-qw9ct Месяц назад

    পৰমাত্মাৰ ওপৰত ইমান মিছা অভিযোগ নিদিব🙏

  • @EasyRayoga
    @EasyRayoga Месяц назад +25

    সঞ্জয় আগৰৱালাৰ পত্নীক মাতিব লাগিব। যিহেতু ৰাজ গুৰু ডাঙৰীয়া আপুনি এজন সাংবাদিক কম উকীল বা জজৰ কাম বেছি কৰি আছে এই episode বোৰত। গতিকে আপুনি অভিযোগ কৰা মানুহ জনৰ পত্নীৰ সাক্ষাৎকাৰ আমাৰ আগত আনিব পাৰিব লাগিব

    • @himanshudutta609
      @himanshudutta609 Месяц назад +1

      laga laga laga laga shoked laga😂😂😂

    • @dkdk5486
      @dkdk5486 Месяц назад +1

      duta side ekeloge nahe buli koise b kumari e

    • @Rajrishibk-i5v
      @Rajrishibk-i5v Месяц назад

      তেওঁৰ পত্নী ব্ৰহ্মা কুমাৰী আশ্ৰমৰ মানুহ নহয় টো। তেওঁৰ পত্নী আহিব লাগে। আৰু পতিৰ লগত নাহিলে অকলে আহক। মাতক। একপক্ষীয় ঘৰুৱা কাণ্ড দেখুৱাই শান্তিত থকা ঘৰ বোৰক ভাঙিব দিব নোোৱাৰি@@dkdk5486

    • @smitabora3437
      @smitabora3437 Месяц назад

      Right

    • @gokulruchismantechnicalgui4538
      @gokulruchismantechnicalgui4538 Месяц назад

      ৰাজগুৰু ডাঙৰীয়াই এই দুইজনৰ কান্ধত বন্ধুক থৈ গুলীয়াই আছে।

  • @EasyRayoga
    @EasyRayoga Месяц назад +7

    হয়। শান্তিৰ অনুভৱ কৰাব বুলি ভাবিছিল আপুনি কিন্তু ইয়াত সঁচাকৈ কিবা বেলেগ হে বুজায়। যেনে আপুনি কলে karmic accounts (কৰ্ম সিদ্ধান্ত) আৰু আত্মাৰ শক্তি , পৰমাত্মাৰ লগত সহজ সম্বন্ধৰ বিধি আৰু এই সৃষ্টি খনত ঘটি থকা বেয়া পৰিবেশ বোৰৰ পাছত আহিব লগা সুখৰ জগত খনৰ বিষয়ে কয়।
    শান্তি পাবলৈ ইয়াত ভজন কীৰ্ত্তন নুশুনায় কাৰণ এইবোৰ আমি মন্দিৰ নামঘৰ অত শুনিয়েই আছো তথাপি শান্তি পোৱা নাই(সেইবাবেই আপুনি তাত গৈছিল)।
    প্ৰকৃত আৰু দীৰ্ঘ স্থায়ী শান্তি বা সুখ পাবলৈ আমি জীৱনৰ ব্যৱহাৰিক জ্ঞান খিনি বুজিব লাগিব। কৰ্ম সিদ্ধান্তই এটা বৈজ্ঞানিক নিয়মৰ আধাৰত আমাৰ জীৱনত কাম কৰে। গীতা পঢ়া(গভীৰ ভাবে অৰ্থ সহ পঢ়া) ব্যক্তিয়ে বুজিব যে এই সিদ্ধান্ত মতেই আমাৰ জীৱনত সুখ দুখ বোৰ আহে। গতিকে ইয়াক বুজি আমি চলি গলে শান্তি পাম।
    আপুনি সেইখিনি বুজি নাপালে বুলি nonsense কৈছে। বহুত সাধাৰণ মানুহে সেইখিনি বুজি জীৱনত সুখ শান্তি ও পাই আছে। তেওঁলোকৰ সাক্ষাৎকাৰ ও ইয়াত ললে হে মাণিম

  • @ankitahun3254
    @ankitahun3254 Месяц назад +11

    আজি মাদক দ্ৰব্যৰ সেৱনৰ ফলত কিমান যে মানুহৰ ঘৰত পাৰিবাৰিক কণ্ডল, কিমানৰ যে সংসাৰ ভাঙি থান বান হৈ গৈছে,কিমান উঠি অহা নব প্ৰজন্ম অপপথে পৰিচালিত হৈছে,আৰু যে কত কিমান কাৰণ আছে যাৰ ফলত আজি আমাৰ চাৰিওফালে হত্যা,লুণ্ঠন,ধৰ্ষণ আদিৰ দৰে কৰ্ম কাণ্ডই সকলোৰে চাৰিওকাষ গ্ৰাস কৰিবলৈ ধৰিছে,যাৰ ফলত আজি প্ৰত্যেকৰে মনত ভয় সংকা কিজানি সেই গ্ৰাসৰ কবলত সোমাই পৰিবনি.....সেয়ে আজি লৰাটো বা ছোৱালীজনী বা মনুহগৰাকী বা মানুহজন ওলাই গৈছে,ঘূৰি ঘৰ নুসোমোৱালৈ ঘৰত থকা সকলৰ চিন্তা।
    আপোনালোকৰ দৰে সমাজৰ প্ৰতি ইমান দায়িত্বশীল,লগতে আৰ্থিকভাৱে উন্নত, ক্ষমতাশালী লোকসকলে যদি সমাজৰ পৰা এই ধৰণৰ কুকৰ্মৰ কাৰণ সমূহ নাইকীয়া কৰিবলৈ মাত মাতি ষ্টুডিঅ তে সীমাবদ্ধ নাৰাখি যদি হাতে কামে লাগে কিমান যে মানুহৰ ভাল হব।
    কিন্তু আজি আপোনালোকে যি বিষয়ে এটাৰ পিছত এটা অধ্যায় আনি আছে,সেই প্ৰতিষ্ঠানটোৱে কেৱল নিজক চিনি পাবলৈ শিকাইছে,ভগৱানক ভাবিবলৈ কৈছে, বাবা কেৱল আধাৰ মাত্ৰ পৰমপিতা পৰমআত্মাক চিন্তন কৰাৰ ।আজি তাত যদি কোনোবাই নিজকে সমৰ্পণ কৰিছে সেইয়া স্ব ইচ্ছাৰে কৰিছে। যিসকল লোকে নিজকে সমৰ্পণ কৰিছে তেওঁলোকক প্ৰশ্ন কৰিলেই বহুত কথা জানিব পাৰিব।
    অনুগ্ৰহ কৰি এইধৰণৰ আলাপ আলোচনা বন্ধ কৰক, যিসকল এই ক্ষেত্ৰত পিড়িত লোক আপোনাৰ মজিয়াত আহিছে তেওঁলোকৰ ভিতৰ চৰাত ভালদৰে দৃষ্টি দিলেই হয়টো তেওঁলোকৰ সংসাৰৰ জুইকুৰাৰ প্ৰকৃত কাৰণ বিচাৰি পাব।
    নেদেখাজনে সকলোৰে মঙ্গল কৰক, এইয়াই মোৰ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা 🙏🙏

    • @udaydas5028
      @udaydas5028 Месяц назад

      Yes...aitue समाधान......

  • @papumonigohain4957
    @papumonigohain4957 Месяц назад +10

    পৰমাত্মা প্ৰত্যক্ষ হবলৈ অতি কম সময় বাকী। ওম শান্তি।

  • @bkgyanworld6040
    @bkgyanworld6040 Месяц назад +10

    আগৰৱালাৰ পৰিয়ালৰ লগত ষ্টুডিঅত আলোচনা কৰি স্পষ্ট কৰিব লাগে।

  • @EasyRayoga
    @EasyRayoga Месяц назад +15

    ব্ৰহ্মা কুমাৰী নাম টো লৈ প্ৰশ্ন কৰা সকলৰ প্ৰতি:
    সৃষ্টিৰ আদি পিতা ব্ৰহ্মা ৰ দ্বাৰা নতুন সৃষ্টিৰ স্থাপনা হয় কলিযুগৰ শেষত । সেই কথা শাস্ত্ৰত আছে আৰু এই বিশ্বাসক গ্ৰহণ কৰি, এই দুখ কষ্ট দুৰ্নীতিৰ অতি হোৱা কলিযুগৰ চৰম সীমাত ব্ৰহ্মাৰ দ্বাৰা ভগৱানে অতি সোনকালে সুস্থ সুখ শান্তিময় জগত নতুনকৈ সৃষ্টি কৰিব বুলি যাৰ দৃঢ় বিশ্বাস তেওঁলোকে নিজক ব্ৰহ্মাৰ পুত্ৰ আৰু ব্ৰহ্মাৰ কন্যা(যিটো বেদ উপনিষদ মতে আপুনি বা মই ও হওঁ) বুলি মানি চলে তেওঁলোকক ব্ৰহ্মা কুমাৰ কুমাৰী বুলি কোৱা হয়।
    এই অনুষ্ঠান আৰম্ভ কৰাৰ সময়ত নাৰী সকলৰ ইমান উত্থান নাছিল যিমান এতিয়া কিছু পৰিমাণে হৈছে। সেই সময়ত লক্ষ্য আছিল এই অনুষ্ঠানত নাৰী সকলক (বাকী শিক্ষা টো আছেই)আধ্যাত্মিক ভাৱে সশক্ত সবল শক্তশালী আৰু সমাজ উদ্ধাৰ কৰোঁতা জ্ঞান দায়িনি কৰি তোলাৰ এক জাগৰণৰ আৰম্ভ কৰা হৈছিল। ইয়াৰ আগতে ভাৰতত এনেকুৱা অনুষ্ঠান হোৱা নাছিল যত আধ্যাত্মিক অনুষ্ঠান এটাৰ সকলো কাৰ্য্যভাৰ এগৰাকী নাৰীয়ে লৈছিল বা দিয়া হৈছিল। এইয়া এক নতুন আৰম্ভনি আছিল যি আজি স্পষ্ট ৰূপত আপোনালোকে দেখি পাইছে। ভালকৈ research কৰিলে দেখিব ভাৰতৰ বাহিৰত ও প্ৰায় ১৫০ খন দেশত এই জ্ঞান মাৰ্গ অৰ গুৰি ধৰোতা মহিলা হয়।
    সেইবাবে নাম ৰখা হৈছিল ব্ৰহ্মা কুমাৰী। যাতে মহিলা সকল জিলিকিব পাৰে আৰু আজি সেইটো কৰি দেখাইছে।
    কিন্তু এইটো নহয় যে ইয়াত পুৰুষ নাযায় বা ব্ৰহ্মা কুমাৰ নাযায়। ব্ৰহ্মা কুমাৰ ও যায়।(বিবাহিত হলেও ব্ৰহ্মা কুমাৰ বা কুমাৰী হয় কিয়নো ব্ৰহ্মা সকলোৰে পিতা) কিন্তু তেওঁলোকক ও এইটো শিক্ষা দিয়া হয় যে লক্ষ্মীক আগত ৰাখি নাৰায়ণ পাছত থাকিছিল, সীতা বা ৰাধাক সদায় আগস্থান দিয়া হৈছিল তেনেকৈ এতিয়া পুৰুষে নাৰী শক্তিক আগুৱাই দি নিজে ঢাল হৈ সমাজত এক নতুন উত্থান কৰিব লাগে। আৰু এইয়া যিসকলে মানি লৈছে তেওঁলোকে ব্ৰহ্মা কুমাৰী নাম টোক লৈ আপত্তি নকৰে।
    কাৰণ ইয়াৰ উদ্দেশ্য নিজেও সফল কৰি আছে।

    • @paragmonigodlyyoutuber9412
      @paragmonigodlyyoutuber9412 Месяц назад

      Right, Hosa Kotha Koise

    • @mmamatters4993
      @mmamatters4993 Месяц назад

      Moi u bohut om shanti om Shanti korilu but last 3 weeks or jiman realisation hol ... Moi mur family k mur enemies bhabisilu.. ghor or kiba kaam koribo kole ... Baba ae koribo deya naai so nokorisilu n all...
      I was so wrong.. but now I can even go back to my family.

  • @JUGALLADHA
    @JUGALLADHA Месяц назад +2

    আপুনি জানে হিন্দু মুছলিম খ্ৰীষ্ট শিখ সকলো সম্প্ৰদায়ৰ মানুহ আছে ইয়াত লগতে এটা পৰিয়াল কি পৰিয়াল আৰম্ভনিত সমৰ্পিত মানুহ আছে ।যত পুৰুষ মহিলা আছে

  • @arindomboruah7394
    @arindomboruah7394 Месяц назад +2

    Never agree with Brahmakumaris logic..

  • @EasyRayoga
    @EasyRayoga Месяц назад +4

    Nonsense বুলি কোৱা জ্ঞান খিনি লৈ জীৱন যুদ্ধত জীয়াই আছো। আধ্যাত্মিক জ্ঞানৰ গভীৰতা বুজিব নোৱাৰে কাৰণে সহজ ভাষাত বুজাই দিয়া কথাও আপুনি বুজিব। নোৱাৰিলে।

  • @EasyRayoga
    @EasyRayoga Месяц назад +10

    যদি হে আপুনি বিচাৰ বুদ্ধি সম্পন্ন ব্যক্তি হয়-তৃতীয় অধ্যায় চাব আৰু তাৰ পাছত আজিৰ অধ্যায় তুলনা কৰিব । এওঁলোকৰ কথাত বুজিব পাৰিব সত্যটো। যদি হে আপুনি বিচাৰ বুদ্ধি সম্পন্ন ব্যক্তি হয়।

  • @mausumipatowary7147
    @mausumipatowary7147 Месяц назад +15

    ব্ৰহ্মকুমাৰীৰ দৰ্শন লৈ আজি আচল জীৱনটো কি অলপ হলেও শিকিলোঁ ৷ কাক আনিছে ইয়ালৈ মাতি ?৷ তেওঁলোকৰ দৰ্শনৰ বিষয়ে গভীৰভাৱে অধ্যয়ন নকৰাকৈ সমাজত বিষবাষ্প নেপেলাব ৷ Mr.Rajguru , আপুনি জনাশুনা মানুহ ৷ আপোনাৰ জ্ঞান ব্যাবহাৰ কৰক

  • @gitumoninath2676
    @gitumoninath2676 Месяц назад

    Satya ki nao hilegi jaroor par dubegi nahi 🙏🙏🙏

  • @bkdimbedas1693
    @bkdimbedas1693 Месяц назад +1

    ব্ৰহ্মা কুমাৰী যি কৰি আছে , বিশ্ব শান্তিৰ বাবেহে,, কৰো স‍ংসাৰ ভাঙিবৰ বাবে নহয়,,,,

  • @Rajrishibk-i5v
    @Rajrishibk-i5v Месяц назад +22

    ধৰি ললো, লেখাৰাজ কৃপালিনিৰ বিষয়ে আপুনি কোৱা কথা খিনি সঁচা(যিটো প্ৰমাণ মুখেৰে কলে নহয় বাৰু স্ক্ৰীন অত দেখাব পাৰিব লাগিব)
    কিন্তু তেওঁৰ দৰে ইমান অসৎ চৰিত্ৰ ব্যক্তিয়ে ৰচা এটা সংস্থা ইমান প্ৰমাণ যদি আছিল তেন্তে কেনেকৈ ইমান বছৰে তেওঁৰ মৃত্যুৰ পাছতো বিশ্ব ব্যাপী শান্তি বাণী প্ৰচাৰ কৰিব পাৰিলে। বাৰু মানি ললো দ্ৰুপদী মূৰ্মো , এ পি জে আব্দুল কালাম sir (নিজৰ কিতাপ ignited mind অত তেওঁৰ বাব মিলনৰ অনুভৱ লিখি থৈ গৈছে)এই ডাঙৰ মানুহ বোৰ ইয়াত যায় নিজৰ স্বাৰ্থ ৰ বাবে।
    বাকী যে হাজাৰ হাজাৰ শিক্ষিত মানুহ এতিয়াও বছৰ বছৰ ধৰি ইয়াত জঢ়িত হৈ সুখ শান্তি পাই আছে। তেওঁলোকৰ peace of mind channel অত প্ৰচাৰিত ক্লাছ বোৰ শুনি (সমাধান আৰু awakening with brahmakumaris) বহুত মানুহ মানসিক চাপৰ পৰা মুক্ত হোৱা বাবে bk shivani behenji এ নাৰী শক্তি পুৰস্কাৰ পালে।
    এই জ্ঞান খিনি লেখৰাজ কৃপালিনিৰ দৰে অভদ্ৰ মানুহে খোলা সংস্থা টোত কেনেকৈ প্ৰচাৰ হৈ আছে বাৰু?
    কিবা এটা অমিল লগা নাইনে কথাবোৰ? অসত চৰিত্ৰ এটাৰ পৰা জন্ম পোৱা অনুষ্ঠান এটাত যদি ইমান ভাল জ্ঞান পোৱা যায় তেন্তে তেনে অসৎ(আপোনালোকৰ মতে) ব্যক্তি সমাজত বাৰে বাৰে জন্ম লওক।
    শান্তি পাইছোঁ বুলি তাত যোৱা হাজাৰ জনৰ ভিতৰত যদি এশ জনেও কৈছে তেন্তে বহুত। শান্তিৰ উৎস এনেকুৱা হব পাৰে বুলি জানি ভাল হে লাগিল। ওম শান্তি

    • @smitabora3437
      @smitabora3437 Месяц назад

      Om Shanti ❤

    • @mmamatters4993
      @mmamatters4993 Месяц назад

      Moi u bohut om shanti om Shanti korilu but last 3 weeks or jiman realisation hol ... Moi mur family k mur enemies bhabisilu.. ghor or kiba kaam koribo kole ... Baba ae koribo deya naai so nokorisilu n all...
      I was so wrong.. but now I can even go back to my family.

  • @prodipbhowmik6613
    @prodipbhowmik6613 Месяц назад

    এই এংকৰ জনৰ গুৰা কৃমি আছে,
    সেই কাৰণে হলা গছত পকৰ ঘিচাই আছে।

  • @EasyRayoga
    @EasyRayoga Месяц назад +5

    Wah wah, মানুহ জনী নিজে উপস্থিত নোহোৱাকৈ কেৱল তেওঁৰ পতিয়ে এডিট কৰি অনা ফটো থকা vedio এটা দেখুৱাই পৰিয়ালত সকলো ঠিক আছে নাই বা অত্যাচাৰ কৰিছে নে নাই প্ৰমাণ দিয়ে। কিন্তু ব্ৰহ্মা কুমাৰী অনুষ্ঠানত কি শিকোৱা হয় বা বুজোৱা হয় বা ব্ৰহ্মা কুমাৰী অনুষ্ঠানৰ দিনটোৰ মুৰুলী বা যোগৰ কাৰ্যসূচীৰ সহজে উপলব্ধ এটা vedio ও আপোনালোকে দেখুৱাব চেষ্টা নাই কৰা। আপোনালোকে অসমৰ সাধাৰণ মানুহ খিনীক এটা সুন্দৰ সহজ জ্ঞানৰ পৰা দুৰ কৰাৰ চেষ্টা হে কৰি আছে

  • @kabitachoudhury4954
    @kabitachoudhury4954 Месяц назад

    ডঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামেও এনেদৰে গান গাই গাই নাচিছিল।

  • @jharnangate9790
    @jharnangate9790 Месяц назад +1

    We don't have to put effort into proving truth. We have to explore the depth of truth and live it. Truth has the power to reveal itself.
    Let our life be the light for others to see the truth.
    ভগৱান পৰম সত্য , তেঁও ৰ্সব শক্তিমান।তেঁও জ্ঞানৰ সাগৰ,প্ৰেমৰ সাগৰ। তেঁওৰ সন্তান হৈয়ো আজি মনুষ্য আত্মা অতি ঠেক গন্ডীৰ মাজত সোমাই পৰিছে।
    আত্মাৰ মন বুদ্ধি সংস্কাৰ অতি সংকীৰ্ণ হৈ পৰিছে। পৰমাত্মাৰ জ্ঞান প্ৰাপ্ত কৰাৰ পিছতো নিজৰ সংকীৰ্ণ মনোবৃত্তিক ত্যাগ কৰিব নোৱাৰি নিজৰ মতেৰে তেঁওক বিঢাৰ কৰিছে।
    এই সংস্থাত জড়িত হোৱাৰ পিছতো ,মুৰলীৰ জৰিয়তে পৰমাত্মাৰ বাণী (জ্ঞান)শুনাৰ পিছতো ,তেঁওৰ লগত একাত্ম (এক আত্মা অৰ্থাত পৰমাত্মা আৰু আত্মাৰ ভিন্নতা, দূৰত্ব নাইকীয়া হৈ যায়)হৈ তেঁওৰ পৰা চিৰস্থায়ী সুখ শান্তি প্ৰেম পৱিত্ৰতা শক্তি আনন্দ...লাভৰ সুযোগ পোৱাৰ পিছতো দৈহিক সুখ সম্ভোগ ভোগ বিলাস ,খন্তেকীয়া নাম মান শান ত্যাগ কৰিব নোৱাৰি পৰমাত্মাকে ত্যাগ কৰিলে সেয়া কৰোতাজনৰ ৰ্দুভাগ্য। সেয়া কৰোতাজনে নিজেও গম পায়। সেয়ে তেঁও আন কাৰোবাৰ বদনাম কৰিবলৈ লাগি যায় নিজৰ দুৰ্বলতাক ঢাকিবলৈ।
    এই চেনেলে এই মাৰ্গ ত্যাগ কৰা আৰু যিমান মানুহ মাতি নানক সত্যৰ তিলমানো হেৰফেৰ হব নোৱাৰে।এই বিশ্বাস এই আস্থা পৰমাত্মা পৰাই প্ৰাপ্ত হৈছে।
    ঢালুকীয়া দুই তিনিজন মানুহৰ মন্তব্যৰ দ্বাৰা সত্যৰ পৰিভাষা সলনি হৈ নাযায়।
    এই ঢেনেলে প্ৰকৃততে সত্য উৎঘাটনৰ ঢেষ্টাত যদি ব্ৰতী হৈছে তেন্তে এয়া শুভ লক্ষণ। সংস্থাৰ বিষয়ে গভীৰলৈ গৈ জানক বুজক সঃস্থাৰ হিষ্ট্ৰীক বুজক। এই জ্ঞানৰ সত্য অসত্যক , প্ৰাংসগিকতাক নিজে বুজিবলৈ ঢেষ্টা কৰক।
    সংস্থাৰ প্ৰতিষ্ঠাপক বুলি যাক কোৱা হয় (তেঁও পৰমাত্মাৰ মাধ্যম জ্ঞান বিলোৱাৰ নিমিত্তে) শৰীৰ ত্যাগ কৰিলে 1969 চনত। তাৰ পিছতো এই জ্ঞানৰ বিস্তাৰ অধিকহে হৈছে। তাৰ পিছতে বিদেশ সেৱা আৰম্ভ হৈছে সেয়া বহুত বিস্তাৰ হৈছে এতিয়া। এইবিলাকো নিশ্চয় জানিবলৈ চেষ্টা কৰিব।
    পৰমাত্মা মানৱ শৰীৰতে অৱতৰিত হৈ মনুষ্য আত্মাৰ অৰ্থে জ্ঞান প্ৰদান কৰে। কাৰণ মানুহ বাদ দি অন্য জীৱ আত্মাৰ বুদ্ধিমত্তা নাই। এই কথাত নিশ্ঢয় সংশয় নাই।
    বাকী মুৰলীৰ জৰিয়তে সকলোপ্ৰকাৰে সকলো জ্ঞান প্ৰদান কৰে । এই জ্ঞান , যোগত মনোনিৱেশ নকৰি আত্মা পাহৰি নিজকে দেহ, নাম ,ৰূপ বুলি ভাবি আনকো সেই দৃষ্টিৰে চাই থাকো, আনৰ দোষ দৰ্শন কৰি থাকো তেন্তে পৰমাত্মায়ো একো সহায় কৰিব নোৱাৰে। এই জ্ঞানৰ প্ৰথম বাক্যই (অন্তিমো ) হল নিজক আত্মা জ্ঞান কৰা।
    মনুষ্য আত্মাই বহু মানৱীয় জনম লৈ নিজৰ সত্যৰ বহু যোজন দূৰলৈ আহিলো।দেহৰ, নাম ৰূপৰ অভিমানেৰে নিজকো চালো আনকো চালো।পালো কি ।লোভ মোহ কাম ক্ৰোধ অহংকাৰ ঈৰ্ষা দ্বেষ ঘৃণা অশ্লীলতা অশান্তি সন্দেহ ..আৰু বহুত শব্দ আছে লিখি শেষ নহব।মানৱজাতি আজি নিজে জ্বলিছে, প্ৰকৃতিক জ্বলাইছে অন্য জীৱ কূলক জ্বলাইছে। তথাপি মানুহৰ চেতনা অহা নাই ।এতিয়া পৰম পিতা পৰমাত্মা(আমি মৰমতে শিৱ বাবা বা বাবা বুলি সম্বোধন কৰো) আহিছে পুনৰ সত্যৰ সৈতে আমাক পৰিচিত কৰাবলৈ।তাৰ পিছতো তেঁও পিনে মুখ নকৰি তেঁওৰ অনুষ্ঠান বুলি জনাৰ পিছতো ব্যক্তিক চাই থাকিলো তেতিয়া কি হব।মানুহ চাবলৈ গোটেই দুনিয়াখন আছিলেই দেখোন। আগতে আমি নাজানিছিলো ভগৱানৰ লগত মৰমৰ সৰ্ম্পক থাকিব পাৰে। ভয় আৰু ভক্তিকহে বুজিছিলো। প্ৰতি পলে তেঁওক অনুভৱ কৰিব পাৰি সকলো ভাৱনা তেঁওক শ্বেয়াৰ কৰিব পাৰি ভাল বেয়া সকলো (আচলতে তেওঁ আহিছে সেইকাৰণে বেয়াবোৰ লৈ ভালবোৰ আমাক ঘূৰাই দিবলৈ)।নাজানিছিলো পিতা, শিক্ষক,গুৰু, বন্ধু,পতি,সন্তান আদি সকলো ৰূপত তেঁওক পাব পাৰি।কিন্ত এই প্ৰেম এই অনুভুতি সকলো তেঁওৰে দান বুলি নতশিৰে গ্ৰহণ কৰিছো।
    যোনে পৰমাত্মাৰ প্ৰেমৰ অনুভুতি কৰিছে তেঁও কেতিয়াও হাত এৰিব নোৱাৰে।কোনোবাই এৰি গলেও পিছত ওলোটা খৰ মাৰিলেও তেও নিজৰ বুকুত হাত দি কব নোৱাৰিব যে বাবাৰ মৰম কেতিয়াও অনুভৱ নকৰিলে।এয়া এক প্ৰকাৰ চেলেন্জ বুলি ধৰিব পাৰে।আশা কৰো তুচ্ছ তাছিল্যৰ উৰ্দ্ধত গৈ আমি সকলো ভগৱানৰ প্ৰেম এবাৰ হলেও অনুভুতি কৰিবলৈ আগ্ৰহী হম।
    দেহ আৰু দেহ অহংকাৰৰ খেল খেলি ভাগৰা নাই নেকি ৰাইজ???
    শেষত চেনেল ,সাংবাদিক মহোদয়, অতিথি সকলোকে ধন্যবাদ ।আমিও এখন মজিয়া পালো বক্তব্য ৰখাৰ অৰ্থে।
    ওঁম শান্তি

  • @Kiishordassx
    @Kiishordassx Месяц назад

    ইহঁতে তাৰ্গেত কৰে ছোৱালী আৰু মহিলা।

  • @সুখৰকিৰণ
    @সুখৰকিৰণ Месяц назад +1

    কিমান পাপৰ অংশীদাৰ হৈছে আপোনালোক তিনিওঁ!

  • @mallikapathak9848
    @mallikapathak9848 Месяц назад +6

    Brahma Kumariloi koneo kako jor kori loi nejai. Ji jai nije jai. Gotike iman alochona samalochanar proyojon nai buliei bhabo.

  • @gitanjalibaruah7631
    @gitanjalibaruah7631 Месяц назад

    Sanjay Agarwal apuni sokolure logot ase j apuni ishwar neki??😅

  • @examsahay4594
    @examsahay4594 Месяц назад +3

    Sanju Agrawal r wife k anok

  • @bristigogoi6254
    @bristigogoi6254 Месяц назад +5

    হাজাৰ হাজাৰ মানুহ দেৱতুল্য কৰিছে আপুনি ঔটৌ কেইজনমান মানুহৰ কথা মানিলৈছে নেকি ? নকৰিব এনেকাম ৷ আপুনি ব্ৰহ্মাকুমাৰী বিষয়ে জানিলওক আপুনি কি ভাৱে লয় আপোনাৰ কথা ৷

    • @mmamatters4993
      @mmamatters4993 Месяц назад

      My brother's mother left him , his 3 yrs old sister and went away because she wants to serve baba. if your mother leaves you because she wants to serve baba. She treats you like you are no one, how will you feel. In YT see how people are suffering because of them. Families are getting destroyed. Just because it is being followed does not mean that it is right. Sometimes a stand needs to be taken.

    • @Rajrishibk-i5v
      @Rajrishibk-i5v Месяц назад

      ​@@mmamatters4993হয় নেকি। নাম ঠিকনা আৰু সেৱা কেন্দ্ৰ জনাব দেই। কাৰণ সেৱা কেন্দ্ৰত কোনো বাবা নাথাকে ইয়াৰ আৰাধ্য বাবা নিৰাকাৰ আৰু স্থাপক বাবাৰ মৃত্যু ১৯৬৯ চনতেই হল। তেন্তে কোন বাবাক serve কৰিব গৈছে সেইটো প্ৰথম প্ৰশ্ন। আৰু কাৰ কথাত এৰি কত গৈছে সেইটো দ্বিতীয় প্ৰশ্ন কাৰণ এনেকৈ কোনো বিবাহিত মহিলা তাকো সন্তান থকা কোনো সেৱা কেন্দ্ৰত নাৰাখে। আপোনালোকৰ ঘৰুৱা সমস্যাৰ কাৰণে কিবা হৈছে সেইবোৰ কাৰণে ব্ৰহ্মা কুমাৰী জ্ঞান শুনিব যাব পাৰে কিন্তু তাৰ পাছত ঘৰ এৰিছে যদি ব্ৰহ্মা কুমাৰী দোষী নহয়। কাৰণ তাত তেওঁৰ স্থান নাই।

  • @basusarmah283
    @basusarmah283 Месяц назад +2

    দাদা আপুনি সণ্জয় আগৰৱালাৰ পত্নীক কিয় মুখামুখি নকৰে, তেওঁ ক ও নিমন্ত্ৰণ দিয়ক তেতিয়া আছল সত্য ওলাই পৰিব অকল একপক্ষীয় ৰ কথা কৈ থাকিলে দশকে কি বুজিব‌ ,চেতিয়া দাৰ কথা বেলেগ তেওঁ আইনৰ সহায় লব ।

  • @deukaa3717
    @deukaa3717 Месяц назад

    Studiot bohi thoka ajon arami ase. Jijone teacher r poisa mare.

  • @shreddedface6039
    @shreddedface6039 Месяц назад

    সেই কাৰণে আমাৰ অসমৰ গুৰুজনাৰ নববৈছনৱ এক শৰণ নাম ধৰ্মই আটাইতকৈ উত্তম ।গুৰুজনাই কৈছে কৰ্ম ই ধৰ্ম । বাকি ঢোঙগি বোৰ অতি ভক্তি বোলে চোৰৰ লক্ষ্যন ,সেইবোৰে মানুহক ভগবানৰ নামত টূপি পিন্ধাই মানুহক নৰকলৈ গতি কৰোৱাই ,গুৰুজনাই কৈছে আগে চাউল কথা পাছে হৰি কথা।🙏🏿🙏🏿🙏🏿

  • @সুখৰকিৰণ
    @সুখৰকিৰণ Месяц назад +1

    Mai 2002 r para ei gyanat aso.Hare himajuwe xarba xambandhare Shiva Baba mor.

  • @JUGALLADHA
    @JUGALLADHA Месяц назад +3

    সঞ্জয়ৰ পত্নীক আনক কৈ দিব

  • @sandhyasinha8899
    @sandhyasinha8899 Месяц назад +1

    Sokolo misha manuh eman murkho nohoi

  • @liladas1146
    @liladas1146 Месяц назад +1

    আমি কিন্তু বহুত ভালপাওঁ ৷নিজে বেয়া হৈ আনক দোষ দিয়ে ৷ব্ৰহ্মা কুমাৰীৰ বিৰোধিতা কৰাবোৰ বহুত পাপত পৰিব ৷

  • @সুখৰকিৰণ
    @সুখৰকিৰণ Месяц назад +1

    Agarwala burhator iman laj nai!!!!

  • @Changu-c3o
    @Changu-c3o Месяц назад +2

    আগৰৱালা চাহাবৰ পত্নীক ষ্টুডিঅলৈ আনক, তেওঁৰ মুখেৰে কথাখিনি শুনাওক।

  • @bkgyanworld6040
    @bkgyanworld6040 Месяц назад +8

    এই দুয়োজনে আনক ধ্বংস কৰিবলৈ গৈ নিজৰ ঘৰৰ পৰিয়ালৰ ওচৰতে হাৰ মানি চিৰদিনলৈ জেলত সোমাই থাকিবলৈ গৈ আছে।।

  • @bornaliborahgogoi5733
    @bornaliborahgogoi5733 Месяц назад

    Sanjoy Agarwal k mad man jen lagise kotha bur xoni

  • @gitikabarman3248
    @gitikabarman3248 Месяц назад +13

    অনুষ্ঠান বন্ধ কৰক। দুজন ঠিকাদাৰ মাতি‌ কি কৰিব আছে ভুল ছবি এখন দাঙি ধৰি আছে বন্ধ ‌কৰক অনুৰোধ কৰিছো

    • @anandsahu7884
      @anandsahu7884 Месяц назад

      TRP bodhabo pora apsesta hoi ase

  • @debanandanath111
    @debanandanath111 Месяц назад +1

    চেতিয়া ডাঙৰীয়াক যেতিয়া তেওঁৰ ওপৰত উঠা অজিযোগৰ বিষয়ে সুধা হৈছিল তেতিয়া তেওঁ থতমত খাই উত্তৰ দিছে আৰু তেওঁক সুধা প্ৰশ্নৰ পৰা ফালৰি কাতি বেলেগ হে কলে।
    সঞ্জয় আগৰৱালায় এনেকৈ নিজৰ বিষয়ে কয় যে তেওঁৰ নিচিনা বুদ্ধিমান, জনা মানুহ আৰু নাই যিটো তেওঁৰ মূৰ্খামি আৰু তেওঁৰ মানসিক স্থিতিক বুজাইছে।
    এংকৰ ৰাজগুৰু ডাঙৰীয়াই আগৰৱালাৰ কথা এনেকৈ সমৰ্থন কৰি আছে আৰু কোনো প্ৰতি অভিযোগ কৰা নাই, এইটো এটা দুখৰ বিষয়। স্পষ্ট ৰূপে বুজা যায় যে এয়া পূৰ্ব পৰিকল্পিত। সংবাদ মাধ্যম নিৰপেক্ষ হব লাগে। ইয়াতে পক্ষপাতী হোৱা দেখা গৈছে।

  • @Basanti__Gogoi234
    @Basanti__Gogoi234 Месяц назад +1

    Hello Rajguru dangoriya,apunak nokoi nuarim .anekua bak bitonda aru nohouk buli puno r Kiya bohale.apuma ajon skor dhila sangbadik jenonubhob. Brohma kumari ki hoi nijei najane. Abar going Sauk ki siksha diye. Pasot kobo .nahole apunar emajtu bor beyakoi agbarhibo. Nebhabibo eat murkho manuh ase buli. Bohut gyani manuh asel

  • @2nobasisthasivasantipathgu259
    @2nobasisthasivasantipathgu259 Месяц назад +1

    Rajguru dagoriya apunar jdi studio ani boloi aru blg manuh nii tene hle home jaike alp rest loi thka nhle aibor lgt thki apunar ketiya ki hoi thik nii so alert

  • @dkdk5486
    @dkdk5486 Месяц назад +1

    rss, missionary and madrsa do the same thing
    basically this is religion 💯💯💯💯

  • @Funnyvideos-lk4hc
    @Funnyvideos-lk4hc Месяц назад +4

    Baba satya hai

  • @PranjalKalita-f7t
    @PranjalKalita-f7t Месяц назад +1

    P.Rajgurur nisina sadharon pabot goja reportare ajone brahma kumarir nisisina tatta gadhur kothak dhuki napabo .

  • @everydayinfo874
    @everydayinfo874 Месяц назад +12

    মানিলোঁ ব্ৰহ্মাকুমাৰীয়ে বেয়া কাম কৰিছে,, কিন্তু প্ৰাগ নিউজেও ব্ৰহ্মাকুমাৰীৰ নামত ভাল টিআৰপি কমাই আছে,,সিহঁতো কম নহয়।।এইবিলাক show পাতি প্ৰাগ নিউজে mind games খেলি আছে,,be alert viewers.....নিজৰ কাম কৰি যাওঁক সকলোৱে, যি অনুষ্ঠান ভাল পায় তালৈ গৈ থাকক...। ভুকাই ভূকি থাকিব..।

    • @mmamatters4993
      @mmamatters4993 Месяц назад

      Bohut families borbad hoi ase , Moi u bohut om shanti om Shanti korilu but last 3 weeks or jiman realisation hol ... Moi mur family k mur enemies bhabisilu.. ghor or kiba kaam koribo kole ... Baba ae koribo deya naai so nokorisilu n all...
      I was so wrong.. but now I can even go back to my family.

  • @Prankrishn10435
    @Prankrishn10435 Месяц назад +1

    দিশান্ত নামৰ মানুহজনে বহুত মিচাকথা কোৱা যেন লাগে?

  • @kanchandeka7964
    @kanchandeka7964 Месяц назад

    Soytat eman khusuri lav nai besi hoise proman paboloi besi din nai Om Shanti ❤❤❤

  • @rubibarman1976
    @rubibarman1976 Месяц назад +12

    ৰাজগুৰু দা সকলো কথা পোহৰলৈ আনক।

    • @mmamatters4993
      @mmamatters4993 Месяц назад +1

      Eneka khong uthil ehotor kotha xuni je moi baba and brahma kumari kotha net ot salu.. Beya lage bhabi but ji kotha koise ehote sob asol kotha ae hoi

    • @Funnyvideos-lk4hc
      @Funnyvideos-lk4hc Месяц назад

      Om shanti🙏​@@mmamatters4993

  • @examsahay4594
    @examsahay4594 Месяц назад +1

    I challenge u mr Rajguru...for 3 months daily murli study karak bias nohowa koi....... Tar pist buji pbo

  • @examsahay4594
    @examsahay4594 Месяц назад

    16:41 moja question

  • @RimpiDeka-cx5iy
    @RimpiDeka-cx5iy Месяц назад +5

    Apunaluke jitu information ulai ase that's totally wrong... Guteii bharat borxo buliye nhoii but world or keibatau country e eii gyan ot soli ahise.... Tate lora suali buli kunu kotha nii xokolu mnuh tate jaiii ase... Xadharon monusyo bliye nhoiiii kintu bohut dangor filmstars like Suresh Oberoi, Harish Moyal aru bohutu tate jaiii tate dya right gyan to dharon kori ase. But going to that gyan didn't break their relationships.
    Recently mur bhaitir operation hoisil tar yrs 11... Just imagine a boy entering into the operation room with faith and believe in god given by brahmakumaris.... Enekua dhoronor xahokh aru support diya hoii eii sanstha tut... Karu ghr bhangibo ba poisa luti khbo bisora nii.. Apunaluke bisakh nokore skip koribo but mnuh or mjot negativity spread nokoribo... Sob religion nijor thait ase brahmakumariye eku religion beya koribo nii jua.... Eibur useless meeting organise koratke nije jaii 7 days course korok...
    It's not 2 ,3 people saying that brahmakumaris are good but it's about thousands and thousands saying that this sanstha is the perfect for all the people.

    • @RimpiDeka-cx5iy
      @RimpiDeka-cx5iy Месяц назад +1

      Aru yes One more point moiii kunu xankharik mohila nhoiii I am an HS student of 17 yrs

    • @mmamatters4993
      @mmamatters4993 Месяц назад

      My brother's mother left him , his 3 yrs old sister and went away because she wants to serve baba. if your mother leaves you because she wants to serve baba. She treats you like you are no one, how will you feel. In YT see how people are suffering because of them. Families are getting destroyed. Just because it is being followed does not mean that it is right. Sometimes a stand needs to be taken.

  • @Rajrishibk-i5v
    @Rajrishibk-i5v Месяц назад +11

    এ পি জে আব্দুল কালাম দেৱে নিজৰ কিতাপ Ignited Mind অত ৯৫-৯৬ পৃষ্ঠাত লিখি থৈ গৈছে , ব্ৰহ্মা কুমাৰী বাবা মিলনত তেওঁৰ নিজে উপস্থিত থাকি হোৱা অনুভৱ । তেওঁকো যদি আপোনালোকে স্বাৰ্থ থকা বুলি কয় তেন্তে আপোনালোকক এনেকৈয়ে এৰি দিয়াটো জ্ঞানী জনৰ কাম হব

    • @angel-kc6lq
      @angel-kc6lq Месяц назад

      Sanjay Agarwal r lagat Abdul Kalam r tulanai nahay

    • @mmamatters4993
      @mmamatters4993 Месяц назад

      Moi u bohut om shanti om Shanti korilu but last 3 weeks or jiman realisation hol ... Moi mur family k mur enemies bhabisilu.. ghor or kiba kaam koribo kole ... Baba ae koribo deya naai so nokorisilu n all...
      I was so wrong.. but now I cant even go back to my family.

  • @examsahay4594
    @examsahay4594 Месяц назад +1

    Blg eko nai burha keitai sudibo napai pagl hoise

  • @HelminaBegum-o4o
    @HelminaBegum-o4o Месяц назад

    Brahmakumaris have dual Nature

  • @pabitridevi3937
    @pabitridevi3937 Месяц назад

    এজন ৰাম ৷এজন ভিবিষন ৷আন জন হনুমান ৷এইবাৰ সীতা দেবী উদ্ধাৰ ৷

  • @sankarsarmah797
    @sankarsarmah797 Месяц назад

    Sanjoy agarwalor potnik matok. Moi o brahmakumarir lagot 19 year jarit. Moi tu pua ni anekua. Mok ph karok. Om Shanti

  • @সুখৰকিৰণ
    @সুখৰকিৰণ Месяц назад

    Rajguru Dangariya Bk Usha DD Ghy t programe kari ase teoro interview laok.
    Papat dubiba nalage.

  • @champakdas1812
    @champakdas1812 Месяц назад +2

    আপোন ভালেই জগত ভাল শাস্ত নিজে অধ্যয়ন কৰি ৱ্যবহাৰি গ্যান লব পাৰিলে সমাজৰ লাভ হয়

  • @bkgyanworld6040
    @bkgyanworld6040 Месяц назад +12

    দুয়োজনে মহাদুৰন্দৰ।স্বাৰ্থপৰ।সম্ভৱ সম্ভৱ বুলি অনুমান কৰি কৰি এটা মহান অনুষ্ঠানক অপদস্থ কৰি আছে। ইয়াৰ পৰিণাম খুব জল্দি পাবলৈ গৈ আছে।সকলো বিকে ক যোগ কৰিবৰ বাবে অনুৰোধ কৰিলোঁ।

    • @adutt998
      @adutt998 Месяц назад

      Not two .. three including the host 😂

  • @2nobasisthasivasantipathgu259
    @2nobasisthasivasantipathgu259 Месяц назад

    Sanjay ag......wife nhoi aitu jdi hoi studio loi ahok

  • @gautamburagohain8484
    @gautamburagohain8484 Месяц назад +11

    আপুনি চলাই থকা অনুষ্ঠানটো বন্ধ কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি নাকাৰাত্মক সকলক লৈ অনুষ্ঠানটো চলাই আছে। সাকাৰাত্মক সকলকলৈ কোনো আলোচনা কৰা নাই। এজন ঠিকাদাৰৰ কথাত আৰু পাৰিবাৰিক সমস্যা থকা সকলকলৈ আলোচনা কৰিছে। যদি ভাল কৰিব নোৱাৰে তেন্তে বেয়া নকৰিব। আমি এই ব্ৰক্ষ্মাকুমাৰী অনুষ্ঠানৰ লগত যুক্ত হৈ ভাল লাগিছে। আমি সংসাৰত থাকিও কোনো অসুবিধা পোৱা নাই।

    • @bumongohain8193
      @bumongohain8193 Месяц назад +2

      gohain r jat mari dili sudirbhai

    • @haladhardas6844
      @haladhardas6844 Месяц назад +2

      সঞ্জয় আগৰৱালাৰ পত্নী ইমান জ্ঞানী আৰু শিক্ষিত হৈও ব্ৰহ্মাকুমাৰীৰ পৰা ওলাই অহা নাই কিন্তু আগৰৱালাই কেনেকৈ ওলাই আহিলে? বদমাচ কোন? আগৰৱালাই নিজেই তেওঁৰ পত্নীক শলাগিছে। ব্ৰহ্মাকুমাৰীৰ বহু সদস্যই সুন্দৰভাৱে সংসাৰ চলাই শাস্তিত জীৱন কটাই থকা মই নিজেই দেখিছো।

    • @amlanjyotigoswami5555
      @amlanjyotigoswami5555 Месяц назад +1

      Apuni dukhia sage so apuni teulukor target nohoi

    • @pulakneog7168
      @pulakneog7168 Месяц назад +1

      Thike koise amiu asu tate juwar pora valhe hoise aru anoku val huwahe dakha paisu amar sun vagi juwa ghor tate juwar pora valhe hoise

    • @pulakneog7168
      @pulakneog7168 Месяц назад +1

      Tate nujuwar buror he ashanti dakhisu

  • @bkleenamech-hv6li
    @bkleenamech-hv6li Месяц назад

    Val ovijug kiyo dekhua nai?

  • @dkdk5486
    @dkdk5486 Месяц назад +1

    religiion is man made
    nature and humanity is supreme
    u r important 🙌🙌🙌🙌

  • @gitanjalibaruah7631
    @gitanjalibaruah7631 Месяц назад

    Baba lekhraj is not paramatma.

  • @anishabora1468
    @anishabora1468 Месяц назад +3

    Brahma kumari nam2 kio dile bru kbo pribo neki ?

    • @EasyRayoga
      @EasyRayoga Месяц назад

      সৃষ্টিৰ আদি পিতা ব্ৰহ্মা ৰ দ্বাৰা নতুন সৃষ্টিৰ স্থাপনা হয় কলিযুগৰ শেষত । সেই কথা শাস্ত্ৰত আছে আৰু এই বিশ্বাসক গ্ৰহণ কৰি, এই দুখ কষ্ট দুৰ্নীতিৰ অতি হোৱা কলিযুগৰ চৰম সীমাত ব্ৰহ্মাৰ দ্বাৰা ভগৱানে অতি সোনকালে সুস্থ সুখ শান্তিময় জগত নতুনকৈ সৃষ্টি কৰিব বুলি যাৰ দৃঢ় বিশ্বাস তেওঁলোকে নিজক ব্ৰহ্মাৰ পুত্ৰ আৰু ব্ৰহ্মাৰ কন্যা(যিটো বেদ উপনিষদ মতে আপুনি বা মই ও হওঁ) বুলি মানি চলে তেওঁলোকক ব্ৰহ্মা কুমাৰ কুমাৰী বুলি কোৱা হয়।
      এই অনুষ্ঠান আৰম্ভ কৰাৰ সময়ত নাৰী সকলৰ ইমান উত্থান নাছিল যিমান এতিয়া কিছু পৰিমাণে হৈছে। সেই সময়ত লক্ষ্য আছিল এই অনুষ্ঠানত নাৰী সকলক (বাকী শিক্ষা টো আছেই)আধ্যাত্মিক ভাৱে সশক্ত সবল শক্তশালী আৰু সমাজ উদ্ধাৰ কৰোঁতা জ্ঞান দায়িনি কৰি তোলাৰ এক জাগৰণৰ আৰম্ভ কৰা হৈছিল। ইয়াৰ আগতে ভাৰতত এনেকুৱা অনুষ্ঠান হোৱা নাছিল যত আধ্যাত্মিক অনুষ্ঠান এটাৰ সকলো কাৰ্য্যভাৰ এগৰাকী নাৰীয়ে লৈছিল বা দিয়া হৈছিল। এইয়া এক নতুন আৰম্ভনি আছিল যি আজি স্পষ্ট ৰূপত আপোনালোকে দেখি পাইছে। ভালকৈ research কৰিলে দেখিব ভাৰতৰ বাহিৰত ও প্ৰায় ১৫০ খন দেশত এই জ্ঞান মাৰ্গ অৰ গুৰি ধৰোতা মহিলা হয়।
      সেইবাবে নাম ৰখা হৈছিল ব্ৰহ্মা কুমাৰী। যাতে মহিলা সকল জিলিকিব পাৰে আৰু আজি সেইটো কৰি দেখাইছে।
      কিন্তু এইটো নহয় যে ইয়াত পুৰুষ নাযায় বা ব্ৰহ্মা কুমাৰ নাযায়। ব্ৰহ্মা কুমাৰ ও যায়।(বিবাহিত হলেও ব্ৰহ্মা কুমাৰ বা কুমাৰী হয় কিয়নো ব্ৰহ্মা সকলোৰে পিতা) কিন্তু তেওঁলোকক ও এইটো শিক্ষা দিয়া হয় যে লক্ষ্মীক আগত ৰাখি নাৰায়ণ পাছত থাকিছিল, সীতা বা ৰাধাক সদায় আগস্থান দিয়া হৈছিল তেনেকৈ এতিয়া পুৰুষে নাৰী শক্তিক আগুৱাই দি নিজে ঢাল হৈ সমাজত এক নতুন উত্থান কৰিব লাগে। আৰু এইয়া যিসকলে মানি লৈছে তেওঁলোকে ব্ৰহ্মা কুমাৰী নাম টোক লৈ আপত্তি নকৰে।
      কাৰণ ইয়াৰ উদ্দেশ্য নিজেও সফল কৰি আছে।

    • @jharnaswarnakar6530
      @jharnaswarnakar6530 Месяц назад

      Murkhok kotha khudhi lav nai maina

    • @diptirekhadas1155
      @diptirekhadas1155 Месяц назад

      Brahma kumari nam tu parampita shiv babai dile karan agr dinr porai suyali ba mata bilakak ayttasar kori ahise aru ajio ai duniya khanat narir kono muilya nai sei karane jijank ami god alla buli kou teo ahi suyali aru narik agt rakhi dise suyali aru mata bilakakpatit manuhk paban bonoyar gyanr kolah dise sei karane agt Laksmi tar pist narayn agt radha tarpist krishna

    • @diptirekhadas1155
      @diptirekhadas1155 Месяц назад

      Sokolu manush narir dara utdhar hobo lagibo so nari Laksmi nari durga nari ganga

  • @arunaborah4547
    @arunaborah4547 Месяц назад +1

    Manuhok dekhuai Nas Gan korilei manuh xukhi nohoy.

  • @bristigogoi6254
    @bristigogoi6254 Месяц назад +7

    ৰাজগুৰু ডাঙৰীয়া আপুনি এই ব্ৰহ্মকাণ্ড নামেৰে কিয় এনে অনুষ্ঠান পৰিবেশন কৰিছে ? আপুনি ভাবিছে নেকি এইকিজনে পজিটিভত কথা কব ৷ এইকেইজনে অলৰেডি বিৰোধীতা কৰিলেই, আকৌ কিয় এইকিজনক লৈ পৰিবেশন কৰি আছে ৷ ১৯৭৯ চনতে মই ব্ৰহ্মাকুমাৰী অনুষ্ঠানত জয়ীত তাৰপাছত এতিয়া বিয়াপাতি সুন্দৰকৈ ঈশৰৰ কৃপাত চলি আছো ৷ মোৰ অনুভৱ বহুত আছে কিন্তু এনেধৰণে নোৱাৰি ৷ আপুনি অনৰ্থক সেইকেইজনৰ লগত অভিশপ্ত নহব ৷

  • @Ankitachetia-k6t
    @Ankitachetia-k6t Месяц назад +1

    সিতাৰ লগতো আলোছনা কৰক

  • @kanchandeka7964
    @kanchandeka7964 Месяц назад

    Ai sobore bishar apuni moi koribo nuwaru sob bishar Kora ajone ase boji puwa nai babe ai bilak kori ase somoy ahi ase teo loke joman kobo simane amar val hobo boki thakibo diyak bhagori jabo Om Shanti ❤

  • @AKWorld-xl3id
    @AKWorld-xl3id Месяц назад +1

    Ai manuh keijon Bodmas,
    Teaulukor kotha batorat prakash pai

  • @prashantjoshi942
    @prashantjoshi942 Месяц назад +1

    No justification should be given to these immoral peoples and truth doesn’t need justification

  • @bhanshmitadas880
    @bhanshmitadas880 Месяц назад +1

    Rajguru dangoriya apuni ehot 2jonr ghrr manuh k motar bebostha krok tetia kun xsa kun misa olai pribo

  • @gitanjalibaruah7631
    @gitanjalibaruah7631 Месяц назад

    Aijoni bhadralukor problem tekgetor santan ,Brahma kumaris nohoi. Sariror needs bilak puron noholey sansthak dusarup koratu ushit nohoi.
    Lucknow bhodro luke simply nijor property loradujonor naamot likhi diok.
    Tetia Brahma kumaria aku koribo nuaribo.

  • @examsahay4594
    @examsahay4594 Месяц назад +1

    Apuni 3 months r baabe experiment karak centre t goi...buji pbo

  • @GautamDekaraja-z1k
    @GautamDekaraja-z1k Месяц назад

    Brahma kumaris Business ki nejanu but moi u goisilu maje maje tat murli huni class kori kotha burot logic ase bhogoban or kotha loi

  • @liladas1146
    @liladas1146 Месяц назад +2

    মই ব্ৰহ্মা কুমাৰী অনুস্হা বহুত ভাল পাওঁ ৷এইটো মানসিক ভাৱে অসুস্হ মানুহ৷

  • @paragmonigodlyyoutuber9412
    @paragmonigodlyyoutuber9412 Месяц назад +1

    Aaikhan Serial Bandha Koriboloi Hol, Epeisod Bahi Bahi Goi Ase, Aai Murkha Dusonar Serial Khan Homajor Kunu Unati Nahae ,

  • @bkkedarboro5801
    @bkkedarboro5801 Месяц назад

    Agarwala আৰু আগৰৱালা পত্নী হাজিৰ কৰা মেজমেলত ।

  • @Rajrishibk-i5v
    @Rajrishibk-i5v Месяц назад +4

    ইমান অসৎ চৰিত্ৰ ব্যক্তিয়ে ৰচা এটা সংস্থা ইমান প্ৰমাণ যদি আছিল তেন্তে কেনেকৈ ইমান বছৰে তেওঁৰ মৃত্যুৰ পাছতো বিশ্ব ব্যাপী শান্তি বাণী প্ৰচাৰ কৰিব পাৰিলে। বাৰু মানি ললো দ্ৰুপদী মূৰ্মো , এ পি জে আব্দুল কালাম sir (নিজৰ কিতাপ ignited mind অত তেওঁৰ বাব মিলনৰ অনুভৱ লিখি থৈ গৈছে)এই ডাঙৰ মানুহ বোৰ ইয়াত যায় নিজৰ স্বাৰ্থ ৰ বাবে।
    বাকী যে হাজাৰ হাজাৰ শিক্ষিত মানুহ এতিয়াও বছৰ বছৰ ধৰি ইয়াত জঢ়িত হৈ সুখ শান্তি পাই আছে। তেওঁলোকৰ peace of mind channel অত প্ৰচাৰিত ক্লাছ বোৰ শুনি (সমাধান আৰু awakening with brahmakumaris) বহুত মানুহ মানসিক চাপৰ পৰা মুক্ত হোৱা বাবে bk shivani behenji এ নাৰী শক্তি পুৰস্কাৰ পালে।
    এই জ্ঞান খিনি লেখৰাজ কৃপালিনিৰ দৰে অভদ্ৰ মানুহে খোলা সংস্থা টোত কেনেকৈ প্ৰচাৰ হৈ আছে বাৰু?
    কিবা এটা অমিল লগা নাইনে কথাবোৰ? অসত চৰিত্ৰ এটাৰ পৰা জন্ম পোৱা অনুষ্ঠান এটাত যদি ইমান ভাল জ্ঞান পোৱা যায় তেন্তে তেনে অসৎ(আপোনালোকৰ মতে) ব্যক্তি সমাজত বাৰে বাৰে জন্ম লওক।
    শান্তি পাইছোঁ বুলি তাত যোৱা হাজাৰ জনৰ ভিতৰত যদি এশ জনেও কৈছে তেন্তে বহুত। শান্তিৰ উৎস এনেকুৱা হব পাৰে বুলি জানি ভাল হে লাগিল। ওম শান্তি

  • @sangeetasahu1308
    @sangeetasahu1308 Месяц назад +5

    আমি আপোনাক সন্মান কৰো এই দুই জন মহা মিছলীয়া জেন লাগিছে

  • @sankarsarmah797
    @sankarsarmah797 Месяц назад

    Brahmakumari a kaku jor kori niya nai aru ninia o. Brahmakumarik badnam kori papot dubibo.

  • @2nobasisthasivasantipathgu259
    @2nobasisthasivasantipathgu259 Месяц назад

    Aru kiman episode hobo aru keitaman episode hle serial akhon hbo😂😂😂😂😂😂😂

  • @mallikasarma7817
    @mallikasarma7817 Месяц назад

    Give a red alert against religious institutions. Today also they are having public meeting, ANNOUNCING in public.

  • @Funnyvideos-lk4hc
    @Funnyvideos-lk4hc Месяц назад +2

    Agarwal dada om shati

  • @bkleenamech-hv6li
    @bkleenamech-hv6li Месяц назад

    Duniar Songskar kiyo vagise?

  • @examsahay4594
    @examsahay4594 Месяц назад +1

    Burahai misa katha koise .

  • @allinvlog4587
    @allinvlog4587 Месяц назад

    Murkhar lagot ketiyao val manuhe tarka nakore nhoi

  • @mallikasarma7817
    @mallikasarma7817 Месяц назад

    Breaking homes and families.

  • @Danirojasfc6
    @Danirojasfc6 Месяц назад +3

    ৰাজগুৰু ডাঙৰীয়া" পানীত নামিছে যেতিয়াই পানী ঘোলা কৰকঁ বহুত ৰহস্যৰ আঁৰত লুকাই থকা ৰহস্য ফাদিল হবই হ'ব।" 😅😅😅
    Keep it up 👍

  • @RashmiRekhaDevi1989
    @RashmiRekhaDevi1989 Месяц назад

    Aibilak khaji kua kotha biswas nakaru

  • @RashmiRekhaDevi1989
    @RashmiRekhaDevi1989 Месяц назад

    Brahmakumaris shaadi nhi karti ager karti bhi hai dono bk hona chahiye

  • @bkleenamech-hv6li
    @bkleenamech-hv6li Месяц назад

    Misa Discuss

  • @udaydas5028
    @udaydas5028 Месяц назад +2

    Dada lekhraj .... English flim sale katia ru kot...bharotot television ahisil katiyar pora....aibur question alosona korai nohol....ulta pulta kthabur koar pist rajguru dangoria kio nodhore....aitue hol baishyaloy

    • @EasyRayoga
      @EasyRayoga Месяц назад

      Yes, good observation

  • @discoverme2610
    @discoverme2610 Месяц назад

    Its time to God reveal....a bad talkative reporter.must report to youtube for this video

  • @tilaakborgohainn.5
    @tilaakborgohainn.5 Месяц назад +1

    Chetia kotha bilak khukuja lagisa

  • @aanrkaporproduction5847
    @aanrkaporproduction5847 Месяц назад

    Chetiyar kitha o lorok forok

  • @RukmaniAgarwala
    @RukmaniAgarwala Месяц назад +1

    आप लोग अब इस बहस को ख़तम करे, सच जानने के लिए आप लोग गुप्त रूप मे जाकर सुने, वहा क्या सिखाया जाता है, तब ही सच पता चलेगा

    • @Rajrishibk-i5v
      @Rajrishibk-i5v Месяц назад

      Yes right everyone do a secret spy you will be awakened with the actual truth