Bhagwat Path|| Riju Pathak|| Video-9 (প্ৰথম স্কন্ধ)

Поделиться
HTML-код
  • Опубликовано: 27 дек 2024

Комментарии • 330

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 11 месяцев назад +2

    Krishna Krishna Krishna prabhudev pronam to you.

  • @assmesvideo6000
    @assmesvideo6000 4 года назад +13

    প্ৰনামীচু বাপ ইমান সুন্দৰ বাখ্যা কুন্তীমাতাৰ স্তুতি ভক্তি মহানতা অনুসৰন কৰি যাব লৈ ভগৱন্ত পৃতাই সকলো নাৰীজাতিকেই কৃপা কৰক আপোনীও আশীৰ্বাদ দিওক বাপ ধন্যবাদ

  • @manjurajkonwar2807
    @manjurajkonwar2807 2 года назад +2

    ধন্য প্ৰভু ঈশ্বৰ প্ৰণাম । ইমান সুমধুৰ ভাগৱত ৰ কথা শুনিবলৈ পায় মন প্ৰবিত হৈছে ভাল লাগিছে । ভগবানে আপোনাক সুদীৰ্ঘ জীৱন কোশলে ৰাখক প্ৰণাম 🙏🙏🙏

  • @dijenborah7777
    @dijenborah7777 4 года назад +6

    কৃষ্ণ কৃষ্ণ প্ৰভু। আপুনি ইমান সুন্দৰকৈ ব্যাখ্যা কৰি বুজাই দিয়ে। আমি সঁচাকৈ ধন্য হৈছো। আপোনাৰ চৰণত সেৱ আ জনাইছোঁ।

  • @bhusanbora9958
    @bhusanbora9958 4 года назад +3

    কৃষ্ণ বাপ অতি মনোৰম অমৃত বানি হৃদয় জুৰ পৰি গৈছে কৃষ্ণ।

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 года назад +8

    কৃষ্ণ প্রভু ভাগৱতৰ অমৃতময় ৰস গুৰু জনাৰ শ্রী মূখে শুনিবলৈ পাই বহুত ধন্য প্রভু। ভক্তিৰ ৰসতে বিলীন হৈ আছো আপোনাৰ চৰণ যুগলত কৌটি কৌটি প্রণাম। আপোনাৰ দীর্ঘায়ু কামনাৰে ভগবানৰ ওচৰত প্রণিপাত কৃষ্ণ কৃষ্ণ🙏🙏

  • @sknath1414
    @sknath1414 3 года назад +3

    বহুত ভাল লাগিল প্ৰভু আপোনাৰ মুখেৰে মধুময় ভাগৱত ব্যাখ্যা শুনি।

  • @nilimadas1784
    @nilimadas1784 2 года назад +1

    বহুত ভাল লাগিছে কৃষ্ণ কৃষ্ণ🙏 কৃপা কৰিবা🙏 কৃষ্ণ কৃষ্ণ🙏

  • @munindragogoi2586
    @munindragogoi2586 4 года назад +2

    সুপ্ৰভাত ।কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ
    ভাগতলৈ সেৱা নাম লৈ সেবা ভকত বৈষ্ণৱলৈ সেৱা দেবলৈ সেবা ।
    কৃষ্ণ কৃষ্ণ

  • @lilakalita6705
    @lilakalita6705 4 года назад +9

    কৃষ্ণ পভু সদায় যেন এইদৰে শুনি বলৈ পাই
    থাকো ।আপোনাৰ শুভ কামনাৰে নমস্কাৰ ।

  • @nibeditatammuliborah6615
    @nibeditatammuliborah6615 2 года назад +1

    কৃষ্ণ বাপজনা, সেৱা জনালোঁ । আপোনাৰ সুমধুৰ কণ্ঠৰ দ্বাৰা নিগৰিত ভাগৱত শাস্ত্ৰ ব্যাখ্যাই আমাক আপ্লুত কৰিছে । ভগৱন্তই আপোনাক কৃপা কৰক । কৃষ্ণ ।

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 года назад +4

    প্ৰভূ আপোনাৰ অমৃতময় বাখ্যাৰ পৰা অমৃত প্ৰানকৰি নিজকে ধন্য মানিলো

  • @binandadas9675
    @binandadas9675 4 года назад +6

    কূষ৯ কূষ৯ বাপ সুন্দৰ হৈছে বাপ ।সেৱা জনালো ।পৰম পিতাই আপোনাক আৰু অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব ।

  • @bontiborah5014
    @bontiborah5014 4 года назад +4

    কৃষ্ণ কৃষ্ণ ,প্ৰভুজন ।আপোনাৰ চৰণত প্ৰণাম ।অপেক্ষাৰ পাছত পৰম শান্তি পালোঁ প্ৰভু,কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ পাই ।কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।

    • @umagogoi1249
      @umagogoi1249 4 года назад +1

      কৃষ্ণ কৃষ্ণ বাপ

  • @sailendradeka9700
    @sailendradeka9700 4 года назад +5

    প্ৰভু ঈশ্বৰ আপোনাৰ ভাগৱত পাঠৰ জৰিয়তে খুব সুন্দৰ কথা শুনিব লৈ পালো ।

    • @nizarabora139
      @nizarabora139 4 года назад

      আপোনাৰ সুললিত ভাগবত পাঠ আৰু বাখ্যাই আমাৰ মন পুলূকিত কৰিছে ।সেৱা জনাই ছো

  • @bontiborah5014
    @bontiborah5014 Год назад

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু পুনৰ পুনৰ আপোনাৰ শ্ৰী মুখে নগৰীত হোৱা কৃষ্ণ কথা শ্ৰৱণ কৰি পৰম আনন্দ অনুভৱ কৰিছো।

  • @jillborthakur4054
    @jillborthakur4054 15 дней назад

    আপোনাৰ বাখ্যা বৰ সুন্দৰ
    হাজাৰ কাম পেলাইয়ো মই শুনো।
    কৃষ্ণ গোৱিন্দ 🪷🙏

  • @dipkalita8273
    @dipkalita8273 Год назад

    বহুতো জ্ঞান লাভ কৰিলোঁ প্ৰভু ভগৱন্তই আপোনাৰ দীৰ্ঘকাল সুমঙগলে ৰাখক

  • @gitanjalipathak1375
    @gitanjalipathak1375 2 года назад

    কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @dimbeswardas1824
    @dimbeswardas1824 2 года назад

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ শ্ৰীমুখত মহিয়ষী কুন্তীৰ পৰম পিতা কৃষ্ণৰ প্ৰতি থকা ভক্তিৰ মধুৰ বাখ্যাই দুই নয়নৰ নীল বোৱাই হৃদয় শান্ত কৰি তুলিছে । আপোনাক শত কোটি প্ৰণাম প্ৰভু ।

  • @malashreebora492
    @malashreebora492 3 года назад +3

    কৃষ্ণপ্ৰভু প্ৰণাম আপোনাৰ ভাগৱত পাঠ গোটেইদিন শুনিলেও শুনি থাকিবলৈ মন যায় ৷ প্ৰভু আপুনি যেন আমাক অতি সহজভাবেইআন্ধাৰৰপৰা পোহৰলৈ অহাৰ পথ দেখাই আছে ৷আপোনাক শত সহস্ৰ প্ৰনাম জনাইছো প্ৰভু৷

  • @manomatikalita4131
    @manomatikalita4131 4 года назад +3

    কুন্তী দেৱীৰ কৃষ্ণ স্তুতি শুনি পৰম শান্তি পালো। প্ৰভু আগলৈ বাট চাই থাকিলো কৃষ্ণ কৃষ্ণ বাপ শুভ ৰাতি

  • @hemantidas9051
    @hemantidas9051 4 года назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপজন আপোনাৰযোগে কৃষ্ণবাপক সেবাভাগ আগবৰালো প্ৰভুজনৰ কথা শুনি শুনি আপ্লুত হলো

  • @ganeshkoch561
    @ganeshkoch561 3 года назад +1

    Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram 🙏🙏🙏

  • @dilip6pesrabha759
    @dilip6pesrabha759 11 месяцев назад

    কৃষ্ণ প্ৰভু ইমান সুন্দৰ ব্যাখ্যা শুনিলেও হেপা নোপোলায় কৃষ্ণ

  • @angelinacam3270
    @angelinacam3270 4 года назад +3

    He baap jon apunar aye rosharmit bhagawat kothare mur hridoi sui jai prabhu baapjon

  • @bantideka823
    @bantideka823 4 года назад +3

    কৃষ্ণ বাপ সেৱাহে | ইমান সুন্দৰ বাখ্যা বহুত আগতে সুনিব লাগিচিল |

  • @gayatribaruah2409
    @gayatribaruah2409 3 года назад +4

    হে বাপজনা আপোনাৰ এই অমৃত বানী যেন আমি সদাই শুনিবলৈ পাওঁ🙏

  • @lillyhazarika1247
    @lillyhazarika1247 4 года назад +5

    কৃষ্ণ গুৰু ৱে আপোনাক কুশল মঙল কৰক।লগতে পৰিয়াৰো কুশল হওক্ম।অমৃতময় "ভাগৱতৰ"বানীয়ে মোহিত যাতে আগুৱাই যোৱাত "গুৰুজনাৰ কৃপা মিলাওক যি ব্যসআসনৰ পৰাই এটি আৰ্শীবাদ বিচাৰিছে অধমে।আজি কিছুদিনৰ পৰা পিঠিৰ বিষত যন্ত্ৰনাত বিচনাৰ পৰাই আপোানৰ অমৃতময় বানী শুনি আছো।শ্ৰদ্ধাৰেআন্তৰিক সেৱা জনালোঁ।আগতকৈ ভাল যদিও চিকিৎকৰ মতেকিছুদিন জিৰনী লবলৈ দিছে। পুনৰ শ্ৰদ্ধাৰে এগৰাকী সেৱকি।

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  4 года назад

      ঈশ্বৰ কৃষ্ণই কৃপা কৰক। আপুনি সোনকালেই সুস্থ হৈ উঠক । আশীৰ্বাদ কৰিলোঁ।

  • @nirjurajgogoi1644
    @nirjurajgogoi1644 3 года назад +3

    বহুত বহুত ভাল লাগিল, কৃষ্ণ বাপ.

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @orponadas6754
    @orponadas6754 2 года назад +1

    Krishan🙏 Krishna🙏krishna🙏

  • @pallabihazarika2471
    @pallabihazarika2471 4 года назад +2

    ভগৱান শ্ৰী কৃষ্ণ বিগ্ৰহ ৰ বিষয়ে বাখ্যা কৰিব বাপ।।। ওঁ নমো ভগৱতে বাসুদেবাই।

  • @ranjitbora8934
    @ranjitbora8934 3 года назад +2

    কৃষ্ণ বাপ " আপুনাৰ সুমধুৰ ভাগৱত পাঠ ও বাখ্যা শুনি পৰম কৃতাৰ্থ হৈছো ৷

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 3 года назад +3

    আপোনাৰ ব্যাখ্যা শুনি অতি সুখ অনুভৱ কৰিছো।

  • @dilipgogoi-wq1cm
    @dilipgogoi-wq1cm Год назад

    Krishno bapjon আপোনি গৈ থাকক।
    আমি শ্ৰবন কৰি আছো।

  • @bidyawatisonowal9645
    @bidyawatisonowal9645 Год назад

    সুন্দৰ ব্যাখ্যা প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @priyankahazarika3574
    @priyankahazarika3574 2 года назад

    Huni bohut val lage, bohut kotha aame hikisu aru hikibo logiya ase. Krishno, krishno, krishno.

  • @maheshtalukdar4820
    @maheshtalukdar4820 2 года назад

    প্ৰভূ ঈশ্বৰ বহুত জ্ঞান লাভ কৰি আছো আপোনাৰ পৰা ।অযুত প্ৰনাম আপোনালৈ ।আশীৰ্বাদ দিয়ক যাতে সদায় এই তত্ব গধূৰ ভাগৱত পাঠৰ পৰা পোৱা জ্ঞানআনক বিলাব পাৰো ।নমস্কাৰ ।

  • @madhabidas6553
    @madhabidas6553 2 года назад

    কৃষ্ণ শঙকৰগুৰু মাধৱ, পৰম কিপালো গুৰুজনা আপোনাৰ শ্ৰীমূখৰ ভাগৱতৰ অমৃত জ্ঞান শুনি দেহ মন মোৰ আল্পুত । কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bhogramnath6500
    @bhogramnath6500 4 года назад +14

    ভাগৱতৰ এই ৰস বাণী গুৰুজনাৰ মুখেৰে শুনিবলৈ পায় আমি আনন্দ পালো।

  • @nripenkumardas1630
    @nripenkumardas1630 4 года назад +5

    অতি সুন্দৰ ভাগৱত পাঠ ।শুনি আপ্লুত হলো।

  • @kanakdas2316
    @kanakdas2316 5 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏

  • @champabharalibora9163
    @champabharalibora9163 3 года назад

    কৃষ্ণ কৃষ্ণ, প্ৰভূ বৰ সুন্দৰ কথা কলে

  • @taralanath3876
    @taralanath3876 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম কৰো আগলৈও এনেকৈয়ে নিচেই

  • @mridulasonowal7096
    @mridulasonowal7096 2 года назад

    কৃষ্ণ কৃষ্ণ প্রভু, সেৱাহে🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 года назад

    কৃষ্ণ কৃষ্ণ বাপ জনৰ অমৃতময় ভাগৱতৰ ৰস শুনি হৃদয় জুৰ পৰি গল সদায় যেন চাবলৈ পাও তাৰ কামনাৰে

  • @rajjudutta2497
    @rajjudutta2497 Год назад +1

    Krishno krishno krishno🙏

  • @rulennath7538
    @rulennath7538 4 года назад +3

    সুন্দৰ , কৃষ্ণৰ চৰণ পদ কমলত সেৱা ধৰিবলৈ আশীষ বিচাৰিলো ।

  • @tapantamuli925
    @tapantamuli925 3 года назад +1

    ৰাম ৰাম ৰাম

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 7 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৌটি কৌটি প্ৰণাম জনালোঁ।

  • @manjulabora8219
    @manjulabora8219 3 года назад +2

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ ভক্তি পূৰ্ণ শ্ৰদ্ধা নিবেদন কৰিলোঁ 🙏🙏🙏🙏

  • @ManishaChutia-x8q
    @ManishaChutia-x8q 4 года назад +1

    বৰ সুন্দৰ বাপ আপোনাৰ মধুৰ বাণী

  • @guninojah7483
    @guninojah7483 3 года назад +1

    বাপ ভাগৱতৰ ভগৱান কৃষ্ণৰ কুন্তীৰ স্তুতি ৰ ব্যাখ্যা অতি সাবলীল ভাৱে আপুনি শুনাইছে।আমি ৰসস্বাদ ব্যাখ্যা শুনি ধন্য হলো বাপ।

  • @junumoniborah8818
    @junumoniborah8818 3 года назад +1

    🙏কৃষ্ণ কৃষ্ণ অতি সূন্দৰ আপোনাক দূৰনিৰ পৰাই সেৱাহে ধৰিছো বাপ🙏

  • @kanakdas2316
    @kanakdas2316 5 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏

  • @__liu__son_
    @__liu__son_ Год назад

    Krishna pravu aponar bhagawatr bakhay xoni ati Ananda lavilo Krishna

  • @pinkubaishya9780
    @pinkubaishya9780 3 года назад

    কৃষ্ণ বাপ সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ

  • @bulbulisarma8578
    @bulbulisarma8578 3 года назад +1

    🙏🙏ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏 কৃষ্ণায় নমো নমঃ 🙏🙏

  • @sabitriboruah4411
    @sabitriboruah4411 3 года назад

    কৃষ্ণ,বাপজনাৰ ভাগৱত ভাগ কেবাবাৰো হুনিলো। কৃষ্ণ।

  • @dambarusingh6973
    @dambarusingh6973 3 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @gitalineog6489
    @gitalineog6489 3 года назад

    Krishna pronam Prabhu🙏🙏🙏🙏

  • @bastobkalita6328
    @bastobkalita6328 Год назад

    কৃষ্ণ প্ৰভু। সেৱা জনাইছোঁ

  • @tikenchandrakalita4928
    @tikenchandrakalita4928 2 года назад

    Krishna Katha Amrita saman.this is best way to live live by listening prabhu katha

  • @r.ctalukdar1659
    @r.ctalukdar1659 4 года назад +3

    আজিৰ এই কুন্তীৰ প্ৰাথণা খন্ড ভাগ শুনি বৰ ভাল লাগিল।সেৱা নিবেদন কৰিলো গ্ৰহণ কৰিব।

  • @munindragogoi2586
    @munindragogoi2586 4 года назад +6

    কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।

  • @informationworld0.124
    @informationworld0.124 3 года назад +1

    Krishna Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏🙏

  • @amiyaborah9305
    @amiyaborah9305 Год назад +1

    Jay sree krishna pranam 13th 08 23

  • @DimbeswarKochari
    @DimbeswarKochari 3 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @nirusaikia7631
    @nirusaikia7631 Год назад

    কৃষ্ণ কৃষ্ণ বাপ 🙏 🙏
    জয় গুৰু শঙ্কৰ 🙏 🙏

  • @priyadoleypegu597
    @priyadoleypegu597 3 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🙏🕉🕉🕉

  • @benudhardeka6896
    @benudhardeka6896 4 года назад +3

    👏 কৃষ্ণ কৃষ্ণ বাপ, ভকতিৰ কি অপাৰ মহিমা প্ৰভু |

  • @mahendraborah4575
    @mahendraborah4575 10 месяцев назад +1

    🙏🙏🙏

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 3 года назад

    Krisnha Krisnha prabhu

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 года назад +2

    ৰাম কৃষ্ণ হৰি

  • @krishnatamang7248
    @krishnatamang7248 4 года назад +4

    কৃষ্ণ বাপ 🙏🙏 সেৱাঁ ভাগি গ্রহণ কৰিব। বহুত সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্রৱণ কৰি অতি আনন্দিত হৈছো। এই দৰেই ঈশ্বৰৰ গুণ নাম কীৰ্ওন কৰিবলৈ কুশলে ৰাখক তাৰে কামনা কৰিছোঁ।
    কৃষ্ণ 🙏🙏 জয় গুৰু শঙ্কৰ 🙏🙏

  • @kabitabailung7035
    @kabitabailung7035 4 года назад

    Bor val lagise dhonyabad bapp krishna

  • @jinukakati1589
    @jinukakati1589 2 года назад

    Krishan narayan Hari joyguru🙏🙏🙏🙏🙏 🌷🌷🌷🌷

  • @mandiraborgohain1464
    @mandiraborgohain1464 3 года назад +1

    Krishna Krishna probhu 🙏🙏🙏

  • @pratapdas1113
    @pratapdas1113 4 года назад +2

    Prabhu sewahe

  • @gitalineog930
    @gitalineog930 Год назад

    Krishna pranam Prabhu 🙏🙏🙏

  • @urmilachamuah8785
    @urmilachamuah8785 3 года назад

    হে পৰম গুৰু আপোনাৰ ভাগৱতৰ পাঠ শুনি যেন আমাৰ সকলোৰে আত্মা প্ৰবিত্ৰতাৰে ভৰি পৰক ।বৰ্তমানৰ দুৰাগ্যৰ পৰা আমি যেন পৰিত্ৰাণ পাও।

  • @sanatdas6809
    @sanatdas6809 4 года назад +3

    Krishna bap xuni buhut vl lagil montu santi hl🙏🙏🙏

  • @nilimachoudhury5019
    @nilimachoudhury5019 2 года назад

    কৃষ্ণ কৃষ্ণ শতকৌটি প্ৰণাম 🙏🙏🙏🙏🙏❤️

  • @atulboroo448
    @atulboroo448 4 года назад

    কৃষ্ণ কৃষ্ণ বাপজনা ভাল লাগিল ৷

  • @jaansaikia1160
    @jaansaikia1160 3 года назад

    আমি বৰ মুগ্ধ হয়চো ভক্তি ভাবে সেৱা জনালো কৃষ্ণ

  • @tikenchandrakalita4928
    @tikenchandrakalita4928 3 года назад +2

    We can;not realize u Prabhu unless we have experience pain and having pain is not the beginning of sin it is beginning of love to u prabhu

  • @jyotiprasadborah327
    @jyotiprasadborah327 4 года назад

    Namaskar janalu pravu.......bahu upakrito hoisu

  • @stars..7332
    @stars..7332 3 года назад +2

    It's very nice.i like it ...
    thanks for explaining

  • @bhadradeka3461
    @bhadradeka3461 4 года назад +2

    Krisna. Krisna Aapunar Bhagabat Path. Shuni. Thakibor Mon Jai

  • @KamalaBaishaya-us6io
    @KamalaBaishaya-us6io 4 месяца назад

    He krishna prabhu xewa janaisu

  • @atulokalita4134
    @atulokalita4134 4 года назад +2

    Baap Ati sunder Bakhya. Jai Guru Sankar. Krishna Krishna

  • @amiyaborah9305
    @amiyaborah9305 10 месяцев назад +1

    😢কৃষ্ণ।

  • @pramudnath2228
    @pramudnath2228 4 месяца назад

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ

  • @malatidas-d5d
    @malatidas-d5d Год назад

    Bahut val lagil.

  • @pradipsaikia9030
    @pradipsaikia9030 8 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ,

  • @tikenchandrakalita4928
    @tikenchandrakalita4928 2 года назад +1

    I am in the habit of listening kunti stuti every morning and evening

  • @birenadhikary6245
    @birenadhikary6245 4 года назад +3

    Krishna, Joy guru Sankar, Bap Aponar Path Suni Anandita Hoicho Sewa loba

  • @priyakheebora25
    @priyakheebora25 2 года назад +1

    Krishna 🙏

  • @lipikapatowary4053
    @lipikapatowary4053 Год назад

    Krishno .....🙏🙏🙏.....