Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ কৃষ্ণ বাপ প্রভু ঈশ্বৰ আপোনাৰ অমৃতময় ৰসাল ভগৱন্তৰ গুনানু কীওন শুনি বহুতো ভাল লাগিল কোটি কোটি প্রনাম জনালো কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ মাধৱ মাধৱ 🙏🙏🙏🙏
পাঠৰ মাজত আপুনি দুই এটা খুব সুন্দৰ কথা বাখ্যা কৰি আমাৰ নিচিনা শুতাৰ লগতে সমাজৰ মাজত মেছেজ যায়। আপোনাৰ আশীৰ্বাদে আমাৰ লগতে উঠি অহা চামক মই ভাবো বহুত উপকৃত কৰিব। মোৰ মাই,, কয় সদায় গিয়ানী জনৰ ওচৰতহে ওচৰ চাপিবা তেতিয়াহে শুদ্ধ পথ বিচাৰি পাবা।। কৃষ্ণ, সেৱাহে বাপজন 🙏🙏🙏🙏
Sewa jonalu prabhu
কৃষ্ণ ।প্ৰভু জনালৈ হেৱা নিবেদিলো কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ প্ৰভু হে বাপ আপোনী কোৱা ভাগৱতৰ ব্যাখ্যা খমো শুনিলেই হ্নদয়ন হৈ যায় আৰু হেঁপাহৰে আশা কৰোঁ। কৃষ্ণ পৰম সুখৰ সন্ধান গ্ৰন্থ খন নগাঁও জিলাৰ সদৰত কোনখন পূস্তকালয়ত পাম,সময় পালে যনাব বাপ ঈশ্বৰ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ, প্ৰভু সেৱা আগবঢ়ালো।ভগবান আৰু আপোনাৰ কৃপাত বৈকুণ্ঠৰ প্ৰসাদ ভাগি ৰ অমিয়া ৰস পান কৰি পৰম কিতাৰ্থ হৈছোঁ আমি হেন কিঙ্কৰে প্ৰভু।পুনৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ 🙏 প্ৰভু, আপোনাৰ ভাগৱত বাখ্যা সচাকৈয়ে বৰ সুন্দৰ।
কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাক ভগবানে কোশলে ৰাখক প্ৰণাম ।🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ ভাগৱতৰ অমৃত ৱানী সুনি আমাৰ মন বোৰ বহত শান্তনা পাইছো! কৃষ্ণ বাপ ঈশ্বৰ সদায় ধাৰাবাহিক এই দৰে অমৃত ৱানী শুনিৱপাও যেন! ৰাম কৃষ্ণ হৰি
কৃষ্ণ বাপ আপোনাৰ ভাগৱত সদায় শুনি মনটো বহুত ভাল লাগিছে আজি অলপ সময়ৰ অভাৱত দেৰি কৰি শুনি লো প্ৰভু এনে এক অধ্যায় শুনি মনটো ভগৱানৰ ওচৰত সদায় লিন হৈ পৰে
কৃষ্ণ কৃষ্ণ বাপ প্ৰণিপাত জনাইছোঁ আপোনাৰ চৰনত কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ
ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ।🙏🏼🙏🏼🙏🏼🙏🏼পৰম কি পালো মাধৱ বাপজনালৈ সেৱা জনালোঁ ।অতি সুন্দৰ হৈছে আগলৈ আৰু ভাল হওক।🙏🏼🙏🏼🙏🏼🙏🏼়়়়়়়়়়় ।
Krishno Krishno Krishno
প্ৰভূ ঈশ্বৰ আমাৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।।
Krishna bap Jon xewa vag grohon koribo krishna 🙏🙏🙏🙏🙏
আপোনাৰ ভাগৱত শুনিলে দুখ ভাগৰ নাহুৱা হৈ যায়....আপোনাক ভ্গৱনে ভালে ভালেজ ৰাখক সেয়ে ভগবানৰ ওচৰত প্ৰাথনা জনাও ....আপোনাৰ এই অনুষ্ঠান অব্যাহত ৰাখে যেন...... ইমান মধুৰ আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা...শুনিলে শুনি থাকিব মন যায়
হিয়া ভৰা প্ৰণিপাত নিদেলো কৃষ্ণ বপক । কৃষ্ণ কৃষ্ণ পাঠক বাপক সদ্ধা আৰু সেৱা নিবেদিছো। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম
Riju pathk bap joy ramo hori
কৃষ্ণ বাপ 🙏🙏অশেষ কৃতজ্ঞতা জনাই সেৱাঁ ভাগি জনালোঁ। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। কৃষ্ণ কথা শ্রৱণ কৰিবলৈ পাই মন প্রাণ ধন্য হলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কাঁমনা কৰিছোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏কৃষ্ণ।।
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
Krishna prbhu bapjana apunar Sri saranat koute koute pranam Prabhu 🙏🙏🙏🙏🙏🙏 Krishna Krishna.
Bap Krishna aajir pathvagi logote lokogeet to bohute Val lagil param hontoh lav korilu aaponar bhagbane mongol korok . Krishna.
প্ৰথমে সেৱা ভাগ গ্ৰহণ কৰিব বাপ। আপোনাৰ মধুময় অমৃতবানি ভাগৱত বাখ্যা শুনি এনুকুৱা লাগে স্্, শাৰী ও বন্ধনৰ পৰা ওলাই নিচেই ওচৰৰ পৰা সদাই শুনি থাকিব মন যাই।কৃপালু গোসাইএ সুমতি দিয়ক কৃষ্ণ ৰাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ ভাগৱতৰ অমৃতবানি শুনি নিজকে ধন্য হলো কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ।। পৰম কৃতাৰ্থ হলো বাপ । আপোনাৰ অমিয়া সুৰৰ লগত যি সাৱলীল ভাষাত বৰ্ণনা আগবঢ়ায় সচাকৈ ধন্য আপুনি ।কৃষ্ণ কৃষ্ণ।।
Bap krisno krisno RAM RAM
সেরাহে বাপ 🙏 কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপ !সেৱা নিবেদিলোঁ আপোনাৰ চৰণত, গ্ৰহণ কৰিব প্ৰভূ,,,,, | কৃষ্ণ কথাৰ অমৃত ৰস মহা ভাগৱতৰ পাঠ আৰু ব্যাখ্যা শ্ৰৱণ কৰিলো বাপ | অতিকৈ মুগ্ধ হৈছো যে পৰিক্ষীতৰ দৰে মহাচক্ৰৱতী কৃষ্ণ ভক্ত ৰজাৰ সৰলতাৰে আৱৰা গুণানুকীৰ্তনে আমাৰ মন প্ৰাণ জয় কৰিছে |আমি অতিশয় আনন্দিত হৈছোঁ যে আপোনাৰ শ্ৰীমুখে অনগল প্লাবিত হোৱা ভাগৱতৰ অমৰ বচনে আমাক কৃষ্ণমুখী হ'বৰ বাবে উৎসাহিত কৰি প্ৰেৰণা যোগাইছে |
Om Bhogwoate Basudebay nomo nomoh.
কৃষ্ণ বাপ , সূৰ্য গ্ৰহণৰ পৰা হ'ব পৰা অসুয়া আপদ আদিৰ পৰিত্ৰাণাৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ভাগ বাপ আপোনাৰ জৰিয়তে আমিও আগবঢ়াওহ'ক । মানৱদৰদী আপোনাক ঈশ্বৰ পুৰুষে সদায় কুশলে ৰাখক তাৰেই প্ৰাৰ্থনা জনাইছো ।
কৃষ্ণ কৃষ্ণ প্ৰভুজন সেৱা ভাগি গ্ৰহণ কৰিব ৷ সৰুতে পৰিক্ষীতৰ কাহিনী সাধুকথাত পঢ়িছো কিন্ত জনা নাছিলো সেই কাহিনীত ইমান ডাঙৰ মহান প্ৰভু ভগৱন্তৰ প্ৰতি ভক্তিভাৱ নিহিত হৈ আছে এইটো জানি আপোনাক অশেষ ধন্যবাদ আৰু নিজও ধন্য হৈ গৈছো ৷
ধন্যবাদ
কৃষ্ণ°°শ্ৰীমদ্ভাগৱত পদ্মকল্গত শীৰণত হৈ মহাভাগৱত শ্ৰোতিত শ্ৰীআচাৰ্যদেৱৰ পদপঙ্কজত কৃতাঞ্জলী নিৱেদিলো । প্ৰভূ বৈকুণ্ঠৰভাগৱতৰ মধুৰ অমৃত ঝংঙ্কাৰে আত্মাহীন হৃদয়ত সত্তাৰ চৈতন্য জগাই কৃষ্ণামৃত পাণ কৰিব পাৰোঁ । হৰি ৰাম ৰাম
কৃষ্ণ প্ৰভু , ভক্তি ভৰা সেৱা জনালোঁ ।
কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।ভাগৱতৰ অমৃত কথা শ্রবন কৰি কৃত কৃত হৈছো ।ভগৱানে আপোনাক মঙ্গলে ৰাখক ।কৃষ্ণ ।ধন্যবাদ
কৃষ্ণ বাপ। আপোনাৰ মুখপদ্মহন্তে বেকত হোৱা পৰম মঙ্গল হৰিকথাই আমাৰ জীৱন ধন্য কৰিছে। সেৱাহে ধৰিছো।
Sewa jonalu,punor sunilu.pranam
কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে জনালো কৃষ্ণ
কৃষ্ণ প্ৰভু ঈশ্বৰ
ৰাম কৃষ্ণ হৰি
হে শ্ৰদ্ধাৰবাপ অহা কালি সূৰ্য গ্ৰহন আপুনি অসমৰ ৰাইজৰ মঙ্গলবানি কৃপা কৰক কৃষ্ণ ৰাম কৃষ্ণ ৰাম
Krishna krishana krishna....apunar kukhol kamona korilu krishnar soronot....🙏🙏🙏🙏🙏🙏🙏
Krishna Ram Ram Ram pronam jonalu apunak bap 🙏🙏🙏
কৃষ্ণ বাপ,আপোনাৰ চৰণত সেৱা যাচিলোঁ।আপোনাৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানে আমাৰ জীৱন ধন্য কৰাইছে।আপোনাৰ সুস্বাস্হ্য কামনা কৰিছো। কৃষ্ণ।
KRISHNA BAPPravu apunar srrisaranat khoti khuti sewa jjonolu
সেৱা গ্ৰহন কৰিব বাপ ৷ সুন্দৰ প্ৰয়াস ৷ কৃষ্ণ কৃষ্ণ ৷
Apunar Charanot Pranam Baap Apunar bhaikhaya bar sundar 🙏🏻Krishna ram
🙏🌺Ram❤Krishna🌺🙏
Prabhu sewahe
সুন্দৰ অনুভৱ, ভগৱন্ত কৃষ্ণ গুৰুৱে আপোনালৈ কৃপা কৰিব
কৃষ্ণ কৃষ্ণ, গোবিন্দ, জয় গুৰু শঙ্কৰ ।
Baap Ati Sunder. Krishna Krishna. Jai guru Sankar.
প্ৰভু আপোনাক সেৱা নিবেদিছো।আপোনাৰ ভাগৱত ব্যাখ্যা শুনি ধন্য হৈছোঁ।আপোনাৰ কণ্ঠ ত অাপ্লুত ।
Krishna Krishna 🙏🙏🙏
কৃষ্ণ বাপ প্ৰভুৰ শ্ৰীমুখে অমৃত ৰস শুনি থাকিব পাৰো তাৰ বাবে প্ৰাৰ্থনা কৰিছো আসিস বিছাৰি।কৃষ্ণ 🙏🙏
Krishna bapar kripate ami Dhanya hoiso krishna bap sewa janaisu krishna
Krishna.ভাগৱতৰ অমৃতময় ৰস পান কৰি নথৈ সুখী হলো।Thanks🙏🙏
সেৱা গ্ৰহন কৰিব । আপোনাৰ এই মধুৰ অমৃত বানী শুনি নিজকে ধন্য হৈ ছো।।
প্ৰভু দিতো সময় নেপাও .গধুলি হোৱা লৈ ৰৈ থাকো .ইমানে ভাল লাগে ভাষাৰে বুজাব নোৱাৰো .প্ৰভু আপুনি সদায় জীয়াই থাকক ভগৱানক প্ৰাৰ্থনা কৰিছো .শত শত কৌতি প্ৰণাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏💜💚💛💙❤
কৃষ্ণ প্ৰভু, অতি ৰসাল শুনি হেপাহেই নপালাই
বাপ আপোনাক ভগৱানে কৃপা কৰক ।
মাধব ৰাম হৰিহে যাদৱ ৰাম হৰি পৰমপুৰুসৰ কৃপা আৰু মিলক বাপ।
Krishna bap hewa jnalu Krishna.
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🕉🕉🙏🙏🙏🙏🙏🙏🙏🙏
🙏🙏 কৃষ্ণ কৃষ্ণ
Joy guru 🙏 Krishna 🙏 Krishna 🙏
Joy Guru Krishna 🙏 Krishna 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Hare Krishna Hare Ram
কৃষ্ণ 🙏আপোনাৰ ভক্তৰ ভক্তিভৰা সেৱা গ্ৰহণ কৰিব প্ৰভুজনা 🙏
Ram Krishna Hari ....baap
ইমান দিনে এই অমৃত বাণী শুনাৰ পৰা বঞ্চিত হৈ আছিলোঁ। একাদিক্ৰমে শুনি আহি এই অধ্যায় পাইছোহি। তাৰ বাবে আপোনাক অশেষ ধন্যবাদ 🙏🏿🙏🏿🙏🏿
Jai shree krishna krishna krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
🙏🙏 oum santi santi santi 🙏🙏
Baap video 28 pan Kari Param kritartha. Wish you a sound health and good night.
Joi guru Sankar 🙏🙏🙏🙏
Krishna pravu bhakti bhara sewa janalo,Bhagawane aapunak aru besi saktishali kari tulak
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনালো।
Krishna Krishna bap 🙏🙏
Krishna pranam Prabhu 🙏🙏🙏
প্ৰভু ঈশ্বৰ ভক্তি ভাৱে প্ৰণাম জনালো শুভ ৰাত্ৰী
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krisno krisno Bap
Krishna Krishna bap
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏
Val lagil Krishna bap pranam
Krishna bap sewabhagi grahan kariba ai samaikhini baikunthat thaka jen lage pravu.
জয় শ্ৰী কৃষ্ণ বাপ
সুন্দৰ প্ৰভূ..আপোনাৰ এই চৰ্চা অব্যাহত ৰওক
Krishna Krishna
Krishna probhu,kritogyotare hewa agborhaisu Krishna.
কৃষ্ণ বাপ আপোনা সেৱা জনালো আমাক মধূপান কৰোৱাৰ বাবে কৃষ্ণ
আপোনাক ভগৱানে কুশলে ৰাখক 🙏
Prabhu we are also want to leave this material world like parikshit, please bless us again pranamoho prabhu .
কৃষ্ণ বাপ সেৱাভাগ ল'ব ট
Krishna pravu 🙏🙏🙏🙏
ভাল লাগিল শুনি,,, কৃষ্ণ,,,
Krishna Baap Parnam
কৃষ্ণ কৃষ্ণ প্ৰভু
Krishna baap ! Xewa jonalo. Loka geet to huniu iman bhal lagil. Krishna.
কৃষ্ণ কৃষ্ণ বাপ।
কৃষ্ণ আপোনাৰ চৰণত শতকৌতি প্ৰনাম ।
কৃষ্ণ,বাপ ভাগৱত কথা শুনি পৰম সন্তোষ পাওঁ ।সকলো দুখ ভাগৰ গুচি যায় ।বৰ মধুৰ বাপ ।শুভৰাত্ৰি
Hari. Ram. 🙏 🙏 🙏 🙏
Krishna , Krishna .
কৃষ্ণ কৃষ্ণ বাপ প্রভু ঈশ্বৰ আপোনাৰ অমৃতময় ৰসাল ভগৱন্তৰ গুনানু কীওন শুনি বহুতো ভাল লাগিল কোটি কোটি প্রনাম জনালো কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ মাধৱ মাধৱ 🙏🙏🙏🙏
পাঠৰ মাজত আপুনি দুই এটা খুব সুন্দৰ কথা বাখ্যা কৰি আমাৰ নিচিনা শুতাৰ লগতে সমাজৰ মাজত মেছেজ যায়। আপোনাৰ আশীৰ্বাদে আমাৰ লগতে উঠি অহা চামক মই ভাবো বহুত উপকৃত কৰিব। মোৰ মাই,, কয় সদায় গিয়ানী জনৰ ওচৰতহে ওচৰ চাপিবা তেতিয়াহে শুদ্ধ পথ বিচাৰি পাবা।। কৃষ্ণ, সেৱাহে বাপজন 🙏🙏🙏🙏
Sewa jonalu prabhu
কৃষ্ণ ।প্ৰভু জনালৈ হেৱা নিবেদিলো কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ প্ৰভু হে বাপ আপোনী কোৱা ভাগৱতৰ ব্যাখ্যা খমো শুনিলেই হ্নদয়ন হৈ যায় আৰু হেঁপাহৰে আশা কৰোঁ। কৃষ্ণ পৰম সুখৰ সন্ধান গ্ৰন্থ খন নগাঁও জিলাৰ সদৰত কোনখন পূস্তকালয়ত পাম,সময় পালে যনাব বাপ ঈশ্বৰ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ, প্ৰভু সেৱা আগবঢ়ালো।ভগবান আৰু আপোনাৰ কৃপাত বৈকুণ্ঠৰ প্ৰসাদ ভাগি ৰ অমিয়া ৰস পান কৰি পৰম কিতাৰ্থ হৈছোঁ আমি হেন কিঙ্কৰে প্ৰভু।পুনৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ 🙏 প্ৰভু, আপোনাৰ ভাগৱত বাখ্যা সচাকৈয়ে বৰ সুন্দৰ।
কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাক ভগবানে কোশলে ৰাখক প্ৰণাম ।🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ ভাগৱতৰ অমৃত ৱানী সুনি আমাৰ মন বোৰ বহত শান্তনা পাইছো! কৃষ্ণ বাপ ঈশ্বৰ সদায় ধাৰাবাহিক এই দৰে অমৃত ৱানী শুনিৱ
পাও যেন! ৰাম কৃষ্ণ হৰি
কৃষ্ণ বাপ আপোনাৰ ভাগৱত সদায় শুনি মনটো বহুত ভাল লাগিছে আজি অলপ সময়ৰ অভাৱত দেৰি কৰি শুনি লো প্ৰভু এনে এক অধ্যায় শুনি মনটো ভগৱানৰ ওচৰত সদায় লিন হৈ পৰে
কৃষ্ণ কৃষ্ণ বাপ প্ৰণিপাত জনাইছোঁ আপোনাৰ চৰনত কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ
ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ।🙏🏼🙏🏼🙏🏼🙏🏼পৰম কি পালো মাধৱ বাপজনালৈ সেৱা জনালোঁ ।অতি সুন্দৰ হৈছে আগলৈ আৰু ভাল হওক।🙏🏼🙏🏼🙏🏼🙏🏼়়়়়়়়়়় ।
Krishno Krishno Krishno
প্ৰভূ ঈশ্বৰ আমাৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।।
Krishna bap Jon xewa vag grohon koribo krishna 🙏🙏🙏🙏🙏
আপোনাৰ ভাগৱত শুনিলে দুখ ভাগৰ নাহুৱা হৈ যায়....আপোনাক ভ্গৱনে ভালে ভালেজ ৰাখক সেয়ে ভগবানৰ ওচৰত প্ৰাথনা জনাও ....আপোনাৰ এই অনুষ্ঠান অব্যাহত ৰাখে যেন...... ইমান মধুৰ আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা...শুনিলে শুনি থাকিব মন যায়
হিয়া ভৰা প্ৰণিপাত নিদেলো কৃষ্ণ বপক । কৃষ্ণ কৃষ্ণ পাঠক বাপক সদ্ধা আৰু সেৱা নিবেদিছো। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম
Riju pathk bap joy ramo hori
কৃষ্ণ বাপ 🙏🙏
অশেষ কৃতজ্ঞতা জনাই সেৱাঁ ভাগি জনালোঁ। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। কৃষ্ণ কথা শ্রৱণ কৰিবলৈ পাই মন প্রাণ ধন্য হলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কাঁমনা কৰিছোঁ।
কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ।।
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
Krishna prbhu bapjana apunar Sri saranat koute koute pranam Prabhu 🙏🙏🙏🙏🙏🙏 Krishna Krishna.
Bap Krishna aajir pathvagi logote lokogeet to bohute Val lagil param hontoh lav korilu aaponar bhagbane mongol korok . Krishna.
প্ৰথমে সেৱা ভাগ গ্ৰহণ কৰিব বাপ। আপোনাৰ মধুময় অমৃতবানি ভাগৱত বাখ্যা শুনি এনুকুৱা লাগে স্্, শাৰী ও বন্ধনৰ পৰা ওলাই নিচেই ওচৰৰ পৰা সদাই শুনি থাকিব মন যাই।কৃপালু গোসাইএ সুমতি দিয়ক কৃষ্ণ ৰাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ ভাগৱতৰ অমৃতবানি শুনি নিজকে ধন্য হলো কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ।। পৰম কৃতাৰ্থ হলো বাপ । আপোনাৰ অমিয়া সুৰৰ লগত যি সাৱলীল ভাষাত বৰ্ণনা আগবঢ়ায় সচাকৈ ধন্য আপুনি ।
কৃষ্ণ কৃষ্ণ।।
Bap krisno krisno RAM RAM
সেরাহে বাপ 🙏 কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপ !
সেৱা নিবেদিলোঁ আপোনাৰ চৰণত,
গ্ৰহণ কৰিব প্ৰভূ,,,,, | কৃষ্ণ কথাৰ অমৃত ৰস মহা ভাগৱতৰ পাঠ আৰু ব্যাখ্যা শ্ৰৱণ কৰিলো বাপ | অতিকৈ
মুগ্ধ হৈছো যে পৰিক্ষীতৰ দৰে মহা
চক্ৰৱতী কৃষ্ণ ভক্ত ৰজাৰ সৰলতাৰে আৱৰা গুণানুকীৰ্তনে আমাৰ মন প্ৰাণ জয় কৰিছে |
আমি অতিশয় আনন্দিত হৈছোঁ যে
আপোনাৰ শ্ৰীমুখে অনগল প্লাবিত হোৱা ভাগৱতৰ অমৰ বচনে আমাক কৃষ্ণমুখী হ'বৰ বাবে উৎসাহিত কৰি প্ৰেৰণা যোগাইছে |
Om Bhogwoate Basudebay nomo nomoh.
কৃষ্ণ বাপ , সূৰ্য গ্ৰহণৰ পৰা হ'ব পৰা অসুয়া আপদ আদিৰ পৰিত্ৰাণাৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ভাগ বাপ আপোনাৰ জৰিয়তে আমিও আগবঢ়াওহ'ক । মানৱদৰদী আপোনাক ঈশ্বৰ পুৰুষে সদায় কুশলে ৰাখক তাৰেই প্ৰাৰ্থনা জনাইছো ।
কৃষ্ণ কৃষ্ণ প্ৰভুজন সেৱা ভাগি গ্ৰহণ কৰিব ৷ সৰুতে পৰিক্ষীতৰ কাহিনী সাধুকথাত পঢ়িছো কিন্ত জনা নাছিলো সেই কাহিনীত ইমান ডাঙৰ মহান প্ৰভু ভগৱন্তৰ প্ৰতি ভক্তিভাৱ নিহিত হৈ আছে এইটো জানি আপোনাক অশেষ ধন্যবাদ আৰু নিজও ধন্য হৈ গৈছো ৷
ধন্যবাদ
কৃষ্ণ°°শ্ৰীমদ্ভাগৱত পদ্মকল্গত শীৰণত হৈ মহাভাগৱত শ্ৰোতিত শ্ৰীআচাৰ্যদেৱৰ পদপঙ্কজত কৃতাঞ্জলী নিৱেদিলো । প্ৰভূ বৈকুণ্ঠৰভাগৱতৰ মধুৰ অমৃত ঝংঙ্কাৰে আত্মাহীন হৃদয়ত সত্তাৰ চৈতন্য জগাই কৃষ্ণামৃত পাণ কৰিব পাৰোঁ । হৰি ৰাম ৰাম
কৃষ্ণ প্ৰভু , ভক্তি ভৰা সেৱা জনালোঁ ।
কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।ভাগৱতৰ অমৃত কথা শ্রবন কৰি কৃত কৃত হৈছো ।ভগৱানে আপোনাক মঙ্গলে ৰাখক ।কৃষ্ণ ।ধন্যবাদ
কৃষ্ণ বাপ। আপোনাৰ মুখপদ্মহন্তে বেকত হোৱা পৰম মঙ্গল হৰিকথাই আমাৰ জীৱন ধন্য কৰিছে। সেৱাহে ধৰিছো।
Sewa jonalu,punor sunilu.pranam
কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে জনালো কৃষ্ণ
কৃষ্ণ প্ৰভু ঈশ্বৰ
ৰাম কৃষ্ণ হৰি
হে শ্ৰদ্ধাৰবাপ অহা কালি সূৰ্য গ্ৰহন আপুনি অসমৰ ৰাইজৰ মঙ্গলবানি কৃপা কৰক কৃষ্ণ ৰাম কৃষ্ণ ৰাম
Krishna krishana krishna....apunar kukhol kamona korilu krishnar soronot....🙏🙏🙏🙏🙏🙏🙏
Krishna Ram Ram Ram pronam jonalu apunak bap 🙏🙏🙏
কৃষ্ণ বাপ,আপোনাৰ চৰণত সেৱা যাচিলোঁ।আপোনাৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানে আমাৰ জীৱন ধন্য কৰাইছে।আপোনাৰ সুস্বাস্হ্য কামনা কৰিছো। কৃষ্ণ।
KRISHNA BAP
Pravu apunar srrisaranat khoti khuti sewa jjonolu
সেৱা গ্ৰহন কৰিব বাপ ৷ সুন্দৰ প্ৰয়াস ৷ কৃষ্ণ কৃষ্ণ ৷
Apunar Charanot Pranam Baap Apunar bhaikhaya bar sundar 🙏🏻Krishna ram
🙏🌺Ram❤Krishna🌺🙏
Prabhu sewahe
সুন্দৰ অনুভৱ, ভগৱন্ত কৃষ্ণ গুৰুৱে আপোনালৈ কৃপা কৰিব
কৃষ্ণ কৃষ্ণ, গোবিন্দ, জয় গুৰু শঙ্কৰ ।
Baap Ati Sunder. Krishna Krishna. Jai guru Sankar.
প্ৰভু আপোনাক সেৱা নিবেদিছো।আপোনাৰ ভাগৱত ব্যাখ্যা শুনি ধন্য হৈছোঁ।আপোনাৰ কণ্ঠ ত অাপ্লুত ।
Krishna Krishna 🙏🙏🙏
কৃষ্ণ বাপ প্ৰভুৰ শ্ৰীমুখে অমৃত ৰস শুনি থাকিব পাৰো তাৰ বাবে প্ৰাৰ্থনা কৰিছো আসিস বিছাৰি।কৃষ্ণ 🙏🙏
Krishna bapar kripate ami Dhanya hoiso krishna bap sewa janaisu krishna
Krishna.ভাগৱতৰ অমৃতময় ৰস পান কৰি নথৈ সুখী হলো।Thanks🙏🙏
সেৱা গ্ৰহন কৰিব । আপোনাৰ এই মধুৰ অমৃত বানী শুনি নিজকে ধন্য হৈ ছো।।
প্ৰভু দিতো সময় নেপাও .গধুলি হোৱা লৈ ৰৈ থাকো .ইমানে ভাল লাগে ভাষাৰে বুজাব নোৱাৰো .প্ৰভু আপুনি সদায় জীয়াই থাকক ভগৱানক প্ৰাৰ্থনা কৰিছো .শত শত কৌতি প্ৰণাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏💜💚💛💙❤
কৃষ্ণ প্ৰভু, অতি ৰসাল শুনি হেপাহেই নপালাই
বাপ আপোনাক ভগৱানে কৃপা কৰক ।
মাধব ৰাম হৰিহে যাদৱ ৰাম হৰি পৰমপুৰুসৰ কৃপা আৰু মিলক বাপ।
Krishna bap hewa jnalu Krishna.
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🕉🕉🙏🙏🙏🙏🙏🙏🙏🙏
🙏🙏 কৃষ্ণ কৃষ্ণ
Joy guru 🙏 Krishna 🙏 Krishna 🙏
Joy Guru Krishna 🙏 Krishna 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Hare Krishna Hare Ram
কৃষ্ণ 🙏
আপোনাৰ ভক্তৰ ভক্তিভৰা সেৱা গ্ৰহণ কৰিব প্ৰভুজনা 🙏