Papu Tumi Atiya Nijor logote tumar Maa , Deota aru nijor porialok loi busy hua. Jibon 2 Notun koi xojua. God bless to you and your family. Always be positive and happiness. With regards.
Bhut dukh lagil vaity 2mr ktha bur xuni...2mi deeply mind t eitu a loba je 2mr wife r bhut serious bemar hoixil ... aru 2mr 9 boxoro income xob tair bemar t khrsa krila but taik boxabo nuwarila... forget the past...
মানুহবোৰ যিমানেই শিক্ষিত হৈ গৈ আছে, সিমানেই বেয়া দিশে গৈ আছে সঁচাকৈ। ছোৱালীৰ নামত কলংকিনি হয় এইবোৰ ছোৱালী। আজিকালিৰ দিনত লৰা বা ছোৱালী এ হক কাকো বিশ্বাস কৰিব নোৱাৰি সঁচাকৈ 😢
Kio anekua kre bru emn vllpua r pst vllpuajr bbe bhut kiba korar pstu ari jai kisumn swali r krone sob swali bodnam hb lga ni😭atiya strong krok nijoke adin vll din apunaru ahebo
Manuhjone besi xubidha dile. ...emn bur praman pua pste taik xi nije ari dib lgcl..bt teu sb janiu aaku nkri swali jnik bare bare xubidha dile vul krib..
Jibnt kaku bxi important nidibow respect hokula ke homan diok kin2 important nidibow bxi....njik val pbow hikok 2 di nia jibn happy thkibow lge...ru vogbn e ji kora valr karna kora....😊
jibonor pisol baat khuj deba lahekoi bondhu . Bhogowane je kore bhale kore . now' U safe . again' New life start Kora . notun jibon paba.Tmak thoga nai bondhu nejoke thogisa . Tumi hukhi hua .
Okoraa tu kibaa. . Kotha khini biyaar aagot nokoi pelaai video tu sabo koleu hobo dekhun tetiaa ekebarot kaam khotom , chaaaliyaaaa hoi naai moi kuwa kothaatu heytu kuwa ru jodi moi kuwa kotha tu bhaal laagil dn etaa like thukibaaa haaaa over smart 🤓
ইমান বহল অন্তৰ তোমাৰ ।সৎ এজন ভদ্র জ্ঞানী লোক । সৎ সাহস আছে বাবে আজি সুন্দৰকে সমাজৰ আগত কথা খিনি উপস্থাপন কৰিব পাৰিছা। তুমি স্বাস্থ্যৰ প্রতি যত্ন লবা ।তোমাৰ দৰে এজন বুজা লৰা আজিৰ সমাজত পাবলে টান ।অতিত ভাবি আৰু 9 বছৰ নোযোৱাবা । জীৱন বৰ অনুপম। ❤
❤
সৎ মানুহ প্ৰতাৰণা ৰ সম্মখিন হব লগা হয় ... সঁচা 😢
Dekhor kanun thothapiu mahilar hatot
আপোনাৰ কথাখিনি শুনি বহুত দুখ লাগিল। আপোনাৰ কোনো দোষ নাই। ভগৱানে যিকৰে ভাল কৰে। এতিয়া নতুন জীৱন আৰম্ভ কৰক। ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
ভাষাহীন 😢😢😢........ভগৱানক বিশ্বাস কৰি আগুৱাই যাওঁক।হেৰাই যোৱা খিনি আকৌ কেতিয়াও নাহে....নিজৰ কাম কৰি যাওঁক। তাই বেয়া কিন্তু আপুনি সুন্দৰ মনৰ গৰাকী বাবে আগুৱাই যোৱাৰ সহায় কৰিলে আৰু এতিয়াও একো বেয়া কৰা নাই ।ভাল দিন আহক আপোনাৰ জীৱনলৈ🙏🙏🙏
Aaaaa\\ss_ss____s___q
Ga
@@Prafullaborgohain-xy2jtbhi ni to see hu ki ni hu hu hu hu hu hu hu
Bu hu hu ni hu
Bu hu l CT bu
Apuni bhal khei babe beya burok bhogobane atorai loi gol😭
তুমি আগোৱাই যোৱা ভাল দিন আহিব তোমাৰ
দাদা আপোনাৰ কথা খিনি খুনি বৰ বেছি আবেগিক হৈ পৰিছো, মানুহ ইমান বেছি নিষ্ঠুৰ হব পাৰে নে, দাদা আপোনাৰ ভাল হব অসমৰ প্ৰতি জন ব্যক্তি আপোনাৰ লগত আছে।। আপোনাক ব্যক্তিগত ভাবে লগ পাবলৈ খুবেই মন গৈছে কিন্তুু কেনেকৈ 😭ভগৱানে আপোনাক সু্স্বাস্থ্য আৰু বেছি শক্তিশালী মনৰ অধিকাৰী কৰি ৰাখে যেন 🙏
কথ খিনি শুনি বহুত দুখ লাগিল 😢। বিবাহিত হওক বা অবিবাহিত হওক সকলোৱে সজাগ হব হল। এইবিলাক ছোৱালীয়ে নাৰী জাতিটোক কলংক সানিছে ।
Eman beya girl lagat kiya lag rakhisa girl world bahut ase ajani beya girl kiya sinta karisa bhal ajani biya karai khuki huya bugila bhaiti
ঐ পাপু ভাই বৰ দুখ পালোঁ কথাবোৰ শুনি । তাইৰো জীৱনত সুখী বা শান্তি নাপাব কাৰণ তোমালোকক ঠগিছেতো ।
সচাঁই বহুত দুখ লাগিল। ইমানখিনি হৈ যোৱাৰ পাছত যে ধয্যৰে কথাখিনি কব পাৰিছা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ ভৱিষ্যত জীৱন ৰঙীন হওকঁ দূৰৰ পৰাই আশীৰ্বাদ কৰিছোঁ। ভগৱানে যি কৰিছে ভালেই কৰিছে। তুমি সকলোখিনি নেওচি আগবাঢ়ি যোৱা অলেখ শুভেচ্ছা যাছিলোঁ।
Dada
বুকুত সাহস লৈ আগুৱাই ৰোৱা । সন্মান যোৱা নাই সন্মান মোৰ মতে বাঢ়িবহে । কাৰণ যিখিনি কথা
শুনিলো তোমাক বহুত বহুত ধন্যবাদ। ভৱিষ্যত উজ্বল কামনা কৰিলো ।
আপুনি এজনী ভাল জীৱন সংগী পাওঁক ৷ ভগৱানে আপোনাৰ জীৱনলৈ সুখ আানক ৷
Ki nam o lora jonor
আচলতে আপোনাৰ হয়টো খুব এটা সুন্দৰ ভৱিষ্যত আছে সেই বাবেই এটা বেয়া সম্পৰ্কৰ পৰা আঁতৰাই আনিছে,,নিশ্চয় ভাল কিবাই হবলৈ গৈ আছে,,,ভগৱান আছে,,,, এটাই ভাল লাগিল আপোনাৰ অন্তৰ খন ইমান সুন্দৰ আৰু ধৈৰ্য্য শক্তিৰ শলাগ লব লগীয়া।
😢বিজ্ঞানী ৰুবুল মাউতৰ মতে তাই গাত বেয়া জিন আছে । ভবিষ্যতে ও গণ্ডগোল কৰিব।
,তোমাৰ জীৱন সুখৰ হব আশীবাদ কৰিছো ! সদায় ভগৱান তোমাৰ লগত থাকিব !তোমাৰ কম কৰিযোৱা তাৰ ফল ভগৱানে দিব !ঘৰ খনেই পঢ়াশালি দুখনকৰিবা!
পাপু, তুমি হয়তো অনুভৱ কৰিব পৰা নাই যে ভগৱানে তোমাক অনাগত ভৱিষ্যতৰ ভয়ঙ্কৰ বিপদৰ পৰা ৰক্ষা কৰিলে৷
গতিকে সেই চৰিত্ৰহীনা ছোৱালীজনীৰ কথা মানসপটৰ পৰা সম্পূৰ্ণৰূপে উৰুৱাই দি নতুনকৈ জীৱনটো উপভোগ কৰিবলৈ আৰম্ভ কৰা৷
Papu Tumi Atiya Nijor logote tumar Maa , Deota aru nijor porialok loi busy hua. Jibon 2 Notun koi xojua. God bless to you and your family. Always be positive and happiness. With regards.
বেলেগ একো নকও.. আপুনি এজন সচাকৈ ভদ্ৰ, অমায়িক মানুহ.. আপোনাৰ ভাল হৱ..
এজন দুৰ্বল যুৱক। মানুহ ইমান সহজ সৰল হোৱাতো দুৰ্ভাগ্যৰ কথা। এতিয়া অইন ৰাস্তা নাই । সকলো পাহৰি নিজৰ জীৱনটো নতুনকৈ সজোৱাৰ বাবে চেষ্টা কৰা।
মোৰ জীৱনটো তেনেকুৱা কাহিনী হৈছে
এজনী বিহাৰী সম্প্ৰদায়ৰ ছোৱালীয়ে মোক বড়ো ছোৱালী বুলি চিনাকি হয়
মোক প্ৰেমত পেলাই মোৰ পৰা ৩ লাখ কেচ টকা খালে।
এয়া যোৱা বছৰৰ ঘটনা।😢😢😢
Dada kahini tu huni val lagil..ji hoi valor karona hoi...apuni hoidai hoitot thkok apunr logot valai hb amr dua thakil...
বৰ কোমল হৃদয়ৰ লৰা❤
তুমি একো চিন্তা নকৰিবা , এতিয়াও সময় আছে ,তুমি আকৌ নতুনকৈ সংসাৰ কৰি সুখত থাকিব পাৰিবা , তাইৰ হে দুখ হব , এদিন তুমি দেখিবলৈ পাবা , তুমি বহুত ভাল লৰা ।
Apuni thikei koise...
বিশ্বাস , মৰম , ভালপোৱা , সন্মান এইবোৰৰ যেন আজিৰ দিনত একো মুল্য এই নাইকীয়া হৈছে 😟
সকলো মিছা আজিকালি
হেৰাই যোৱা খিনি বাৰু ঘূৰি কেতিয়াও নাহে 😢
কিন্তু আপুনি এজন এনেকুৱা ব্যক্তি হৈ উঠক যাতে আপোনাৰ লগত ইমান বেয়া কৰাবোৰে ১০ বাৰ আপোনাৰ কথা ভাবিব লগা হয় ❤
ছোৱালী জন্মদি দ্বায়িত্ব পালন কৰিলে নহয়। অভিভাৱক সকলে সংস্কাৰ মাকৰ ঘৰতে দিব লাগে। এখন ঘৰ সজা সকলোৰে সপোন থাকে আপোনাৰ কথা খিনি শুনি বহুত দুখ লাগিল। ভগৱানৰ ওচৰত সকলো এৰি দিয়ক বিছাৰ তেওঁ কৰিব।
Choku pani ulai gol dai .Very heart touching.🙏
কি কম আৰু কবলৈ ভাষা নাই, আপুনি দুটা বস্তু ভালকৈ দিলে কিন্তু তিনি নম্বৰটো ভালকৈ দিবলৈ নাপালে,মানে আপুনি সময় নাপালে, সেই কাৰণে তাই আপোনাৰ পৰা আতৰি গল, তথাপি আপুনি সাহসেৰে আগুৱাই যাওঁক।। লাগিলে বৰলা হৈ খাম ,তথাপিও এনেকুৱা ছোৱালী জাতে কাৰো জীৱনলৈ নাহে ।।
যি হ'ল ভালেই হ'ল , ইমান চৰিত্ৰ বেয়া ছোৱালী পৰা ৰক্ষা পৰিল , এশ গৰু মাৰিলে বাঘৰো মৰন বুলি কথাষাৰ আছে ,তাইৰো এদিন তেনেকুৱা যে নহ'ব কোনো মানে নাই .......
তাই আকৌ হুবিধা বিচাৰিব আপোনাৰ ওচৰত, গতিকে সাবধান হওক,তাইৰ পৰা দুৰত থাকক। ভগবানে যি কৰে ভালৰ কাৰনে ই কৰে। আপোনাৰ হয় তো ইয়াতে ভাল আছে। সাৱধানে আগ বাহক, হয়তো আপোনাৰ কাৰনে এখন শুখৰ সংসাৰে অপেক্ষা কৰি আছে।। শুভ কামনা থাকিল, আজীৱন শুখি হৈ থাকক, আকৌ কৈছো পুৰণা থায় লৈ কেতিয়াও ঘুৰি নাযাব।
যদি কোনোবাই কাৰোবাক অন্তৰ পৰা ভাল নাপায়, তেনেহলে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে কাকো ভাল পোৱাৰ অভিনয় নকৰিব,, এদিন ইয়াৰ ফল ভগৱানে দিবই।।। Bro, আপুনি জীৱনত বহুত ভাল হব, গঢ় Bless You❤
Bro God Bless You❤
❤a
আপোনাৰ দৰে জীৱন সংগী এজন সাধনাৰ বলতহে পোৱা যায়৷
ইমান আৱেগিক আৰু ভাল নহ’ব তেতিয়া বহুতে সুবিধা লৈ আপোনাক দুখ দিব৷
বেয়া কৰ্মৰ ফল সদায় বেয়া৷
তোমাৰ ভবিষ্যত সুখৰ হয় যেন আশীৰ্বাদ কৰিছো ❤❤❤❤
😊😊
ছোৱালীজনীয়ে নিজাকে ঠগিছে । জীৱনত তাই শান্তিৰে থাকিব নোৱাৰে । আপুনি এতিয়া পূৰ্বৰ সকলো কথা পাহৰি সময়মতে পুণৰ বিবাহ কৰাওক । জীৱনৰ বাকীখিনি সময় সুখেৰে অতিবাহিত কৰক ।
মিহি কথাৰ মানুহবোৰ এনেকুৱা হয়েই । মোৰো জীৱনৰ কাহিনী আছে ।
Bohut mon dukh lagela 😢😢
Be strong brother 👍
তুমি কিহৰ আশাত নামটো কবলৈ সংকুচ কৰিছা এনেকুৱা মানুহৰ সন্মান বুলি একো নাই
ভগৱানে জি কৰে ভালৰ কাৰনে কৰে। আপুনি বহুত ভাল ছোৱালী পাব। আগুৱাই জাওক শুভ কামনা জনালোঁ।
কাৰুবাক যিমান বেছি ভাল পোৱা যায়, তাতকৈ হাজাৰ গুণ শক্তি ৰাখক প্ৰয়োজন সাপেক্ষে এৰিবলৈ,
যি জন মানুহে হাজাৰ দুখ কষ্ট পোৱাৰ পাছত চুপ থাকে, তেওঁ কষ্টৰ প্ৰত্যুত্তৰ দায়িত্ব ভগৱানে নিজে লয়, মনৰ পৰা নিজকে অধিক শক্তিশালী কৰি তোলক আপুনি 😌
Tumr enekuwa story hunile korbaat biyonir melot bohi thoka jen laage , ultimate Diya kintu tume dey mam 😅
Tume lukor kahani huni khub bhaal puwa moi bujibo paarisu bt tumr u toh life ot kibaa aase heytu u edin Amar agot daangi dhoribaa xun bhut bhaal laagbo aamar . . Ame akhare baat saam haa 🎉🤙
তোমাৰ কথাবোৰ শুনি দুখ লাগিল,ভগবানে তোমাক সহায় কৰিব
Beya hol
বহুত বিশ্বাস আৰু ভাল পাইছিলা । তাই তোমাৰ সৰলতাৰ সুযোগ ল'লে। তেনে কৰাটো তাইৰ সম্পূৰ্ণ ভুল। তুমি সত্যত আছা । তোমাৰ চকুৰ পানীত সত্য লুকাই আছে। সুখী হোৱা। ভগৱানে উচিত বিচাৰ কৰিব।
কথাখিনি ঠিকেই কৈছে দাদা জনে তাই পাপৰ ফল নিশ্চয় পাব এইবোৰক ভাল এসেকা দিব লাগে দাদাজন ভাল আছিল সেইকাৰনে দুখ পাব লগা হল
Apunar jibonole o ajon apunar dore vl manuh ahok take akha kru ru jun apunr jibonole ahib bina sarthat teo bhut happy hobo ... Apuni happy howk dada ❤
সঁচাই এই পৃথিৱীত কিমান যে এনেকুৱা সঁচা কাহিনী আছে থিক নাই, কিমানে এনেকুৱা প্ৰবঞ্চনাৰ সন্মুখীন হৈ আছে থিক নাই,গতিকে সাৱধান দেই ৰাইজ👍
Apunar alopu vul nai dada,apuni ajon premik aru husband hisape g khini korise xaekhini apunar korttabya hisape kori goisil..apuni xodai mur tuli xomajot ghuribo pare..xae suali joniye apunar lgt g korise taar fol tai paboi..apuni dukh nokoribo apunar jibonot apunar jibon-xongini bohut val suali..vagabane apunar mangal korok Dada 🙏🙏🙏🙏🙏
Eman val lra ata paiyu tai enkuwa krile tumi ketiyao dukh nkriba dada tair krne
যি হল ভালেই হল।পিছলৈ আৰু বা কি হলহেতেন ।নিজক control কৰি পুনৰ সংসাৰ এখন কৰি লোৱা ।ভাল ছোৱালী বহুত আছে।অলপ চাই-চিতি-বুজি শুনি আগবাঢ়ি গলে নিশ্চয় ভাল হব।আশীৰ্বাদ থাকিল ।ডেকা লৰা।দুখ নকৰিবা ।জীৱনত accident হয়েই ।❤
😂 কথা শুনি বৰ দুখ লাগিল ঈশ্বৰে তোমাক কৃপা কৰক ❤
Fotua nkribi .hahib ahiso ha.nijor jibnt hole bujibi😠
আপোনাৰ কোনো ভুল নাই। গতিকে নৱ প্ৰজন্মৰ ল'ৰাই বৰ্তমান সজাগতা হ ওক।
লৰা মানুহ বোৰ লগত এনেকুৱাই কিয হয। ভাষা নাই । গতিকে low নাই। ছোৱালী বোৰ স্বাৰ্থপৰ।
কাহিনীটো ভাল লাগিল।আজি যুৱকসকলৰ বাবে অতি প্ৰযোয্য বিষয় ।
ফালটু ছোৱালী চুলি কাতি দিব লাগে 😢😢
ইমান সুন্দৰ মনৰ এইজন মানুহক এৰি সুখী হবনে তাই ? তাই আচলতে জীৱনত কি হেৰুৱালে গমেই পোৱা নাই ।
Bhut dukh lagil vaity 2mr ktha bur xuni...2mi deeply mind t eitu a loba je 2mr wife r bhut serious bemar hoixil ... aru 2mr 9 boxoro income xob tair bemar t khrsa krila but taik boxabo nuwarila... forget the past...
সেই জনী কেতিয়াও সুখী হ'ব নোৱাৰে তুমি সুখত থাকা
যি জানিব পাৰিলো ছোৱালী জনী দুষ্ট প্ৰকৃতিৰ চতুৰ,মুঠতে তাই সুবিধাবাদী আনক ঠগোৱাই নিজকে স্বাৱলম্বী হোৱা।
Tai adin posts tumii vale ythaka
Ji hol bhale hol , je hob bhal hob. God bless you
Amar jibon bur anakuya naki? Oh god
GM
P
U
Ok
@@PrabhatDas-hj5um
Huh
বনৰী জনী তোমাৰ জীৱনৰ পৰা গ'ল ভালেই হ'ল।
Dada Apuni bohut val manhu apunar val hobo dada 🥰🥰🥰
Dipaligogoi🌺❤️♥️🌺🌺🌺💅💅👃👃🥀🥀🌺🌷♥️❤️
তুমি সতত আছা , নিজকে দুষি বুলি নাভাবিবা। অসমীয়াত এসাৰ কথা আছে, সচ চাই কঠিয়া। আৰ্জীলে ফল ভূঞ্জীব লাগিব। নাৰীৰ প্ৰতি তোমাৰ সন্মান আছে যেতিয়া, আশীৰ্বাদ কৰিছোঁ, তোমাৰ ভৱিষ্যত ভাল হওক।
মানুহবোৰ যিমানেই শিক্ষিত হৈ গৈ আছে, সিমানেই বেয়া দিশে গৈ আছে সঁচাকৈ। ছোৱালীৰ নামত কলংকিনি হয় এইবোৰ ছোৱালী। আজিকালিৰ দিনত লৰা বা ছোৱালী এ হক কাকো বিশ্বাস কৰিব নোৱাৰি সঁচাকৈ 😢
Kio anekua kre bru emn vllpua r pst vllpuajr bbe bhut kiba korar pstu ari jai kisumn swali r krone sob swali bodnam hb lga ni😭atiya strong krok nijoke adin vll din apunaru ahebo
ইমানবোৰ হৈ যোৱা পিছত আপুনি প্রমান হিচাপে পাইও আপুনি ইমান সহজে মানি গৈ থাকিলে যদি আপুনি তেতিয়াই যদি আপুনি আতৰি যোৱা হলে ইমানবোৰ কষ্ট আজি নাপালে হয়.....
Manuhjone besi xubidha dile. ...emn bur praman pua pste taik xi nije ari dib lgcl..bt teu sb janiu aaku nkri swali jnik bare bare xubidha dile vul krib..
Ru bia potar pst nijor lgt rakhib lge...teu banglore t thki phuai thkb ki drkar..g hetu Tai kora vul bur xi jnicl
Ji hoi valei hoi. Aru ji hoise valei hoise vabi aagbahi jua. Saba adin val din aahibo. Moiu ake seme poblemte giyai asu. Moribo noaru karone.
অধৰ্মী পাপীনি হয় সেইজনী।;তাইৰ মুখ চাব নাপায়;আৰু তাইৰ কাৰণে দুখ কৰি লাভ নাই। যি হ°''ল ভালেই হ'ল;আপুনি সাৰি গ'ল;বাচি গ'ল।নতুন জীৱন আৰম্ভ কৰক;সুখী জীৱন আৰম্ভ কৰক ;আৱেগিক নহব;পুৰুষৰ দৰে থাকক।সেইজনীৰ কাৰণে কান্দিলে ৰাইজে আপোনাক হাঁহিব।তাইৰ কথা সম্পূৰ্ণ বাদ দিলেহে ভগৱানেও আপোনাক চেল্যুত দিব আৰু জীৱনটো সফল হ'ব।
Vogowane apunar jibonoloi hunkale val hongi anok.dhoijyo dhorok aru hadai apuni hukhi thake jen.God bless u.
আপোনাৰ কথা খিনি শুনি বৰ দুখ লাগিল
আপোনাৰ মোৰ কাহিনী বহু মিলে অলপহে বেলেগ মই যেনিবা সেন্দুৰ দিয়া নাছিলো । টেট পৰীক্ষা পাছ কৰাৰ পাছত ঘৰৰ ওচৰত ল'ৰা পাই মাকহতৰ সুখৰ দোহাই দি তিনি বছৰীয়া সম্পৰ্ক এটা এৰি বেলেগৰ লগত বিয়া হৈ গ'ল। মাকবোৰেও যেতিয়ালৈকে নিজৰ প্ৰশ্চন্দৰ ল'ৰা এটা নাপায় তেতিয়ালৈকে জীয়েকৰ প্ৰেমৰ সম্পৰ্কটো গ্ৰহণ কৰে আৰু যেতিয়া পশ্চন্দৰ ল'ৰা পাই যায় পাকে প্ৰকাৰে কেনেকৈ ল'ৰাটোলে ছোৱালী জনী দিব পাৰি চেষ্টা কৰে। তাইয়ো মাকৰ সুখৰ দোহাই দি কেইদিনমানৰ ভিতৰতে মোৰ গাত দোষ দি মেছেজ কেইটামান দি ফোন ব্লক কৰি মাকৰ পশ্চন্দৰ ল'ৰাটোৰ লগত কমদিনৰ ভিতৰত কৰ্ট মেৰেজ কৰি বিয়া হৈ গুছি গ'ল।
এনেকুৱা বনৰী ৰেদী ছোৱালীৰ সপক নহল বৰ ভাল হে হল
Ending r kotha thini hub val lagil..... Dada hats off apunar sinta dhara khini
Bohut dukh lagil sokur Pani ulai gol.val manuhor logote tenekuwa hy.
বুকুত সাহস লৈ আগবাঢ়ি যাওঁক আপুনি। আপোনাৰ কথা খিনি শুনি বেয়া লাগিল। মোৰ মতে আপোনাৰ সন্মান বাঢ়িবহে। আপোনাৰ ভৱিষ্যত জীৱন সুখৰ হয় যেন আশীৰ্বাদ কৰিছোঁ ❤
লৰা হওঁক বা ছোৱালী হওঁক ভাল সত আৰু শুদ্ধ সকলো মানু্হ সজাগ হওঁক অন্ধ বিশ্বাস নকৰিব কাকো😊
চিনতা কৰিব নালাগে এদিন হলেও তমালৈ মনত পৰিব হয় মই কৈছো তেওৰ জীবনত সদায় অশান্তি হৈহে থাকিব ❤❤❤❤
Moiu Tezpur or dei Haleswar mondir usarte mur ghor..god bless you.
Moyu kintu haleswaror kintu xowali joni Chini powa nai
Jibnt kaku bxi important nidibow respect hokula ke homan diok kin2 important nidibow bxi....njik val pbow hikok 2 di nia jibn happy thkibow lge...ru vogbn e ji kora valr karna kora....😊
jibonor pisol baat khuj deba lahekoi bondhu . Bhogowane je kore bhale kore . now' U safe . again' New life start Kora . notun jibon paba.Tmak thoga nai bondhu nejoke thogisa . Tumi hukhi hua .
সত্যৰ সদায় জয় আপোনাৰ ভাল হ'ব ভগৱান ক বিশ্বাস কৰক
নাৰী জাতি কলঙ্ক । ইমান নিচ মানুহ আছে ' কৃষ্ণ ' প্ৰভু ইমিন অন্যায় নকৰিবা । প্ৰভু মানুহক তোমাৰ বিশ্যাষ নেহেৰোৱাবা ' কাৰন আমাৰ প্ৰাণৰ সাহষ তোমালোক 🙏🙏🙏
তুমি তুলসী দাসৰ নাম শুনিছা,? তেও এজন একান্তই প্ৰেমিক। পাছত এজন শেষত রামচরিৎ মানস রছনা কৰিছিল। তুমিও কৃতকাৰ্য কৰিব পাৰিবা। হতাশ নহবা। 10:29 😊😊 10:43
You are such a fabulous person...You will get back your honesty .....
Suwali bilakor anekuwa vul ktha ahile nijoke lass lagi jaii, 😔😔😔😔Bhut vl lagise anekuwa video bur d thakiba
ভাল মানুহৰ লগত এনে কোৱায়ে হয় ।
আপুনি সঁচাকৈ এজন ভাল মানুহ.. আপোনাৰ ভৱিষ্যত বহুত ভাল হব
বৰলা সন্থাৰ সভাপতি মই 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
Bhut bhut moza lagise....moi Kandi a dilu😢
এনেকুৱা ছোৱালী ৰ জীৱনত কেতিয়াও সুখ নহয় ।
Bortoman jenwkuwa hoi sobe hojag hobo lage... Dada apunar baiggo bohut bhal karone tai gusi gol aro bhal suwali pabo .. dorjjo dhorok life bohut besi hundor hobo
Bhogoban ase dada apuni jodi hoitot ase agoloi bhal suwali pabo tai apunar juigyo nohoi
ভবিষ্যত জীবন তোমাৰ সুখৰ হওক সেয়াই কামনা কৰিলো এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি কথা এষাৰ আছে নহয় প্ৰস্তাব এদিন নিশ্চয়
তুমি নাৰীক বোজি পোৱা দেৰি হ'ল। প্ৰথম ভাল পাওতেই চোৱাই চাব লাগিছিল।কৰবাৰ অকৰা বোৰবক 💅💅💅💅💅💅💅💅💅💅👍👍
Dada,apuni bohut hunkale ainya agoraki suwalik biya korak. Taike dekhai. Jak biya korabo apunar logot hua ghotonatu hubohu kothakhini kobo.biyar pisot nokobo .agotei hokolu jonai dibo tetiya apunar aku dukh nathake. .......Jorhat.Deepjyoti Hazarika.
Xuni bhot Baya lagila apuni bhot vl apunar vl hok
Okoraa tu kibaa. . Kotha khini biyaar aagot nokoi pelaai video tu sabo koleu hobo dekhun tetiaa ekebarot kaam khotom , chaaaliyaaaa hoi naai moi kuwa kothaatu heytu kuwa ru jodi moi kuwa kotha tu bhaal laagil dn etaa like thukibaaa haaaa over smart 🤓
@@DimpiAhmed-fu1qq😅😅😊 in o ki😮😮
Hosa koi ☺️
ভাষাহীন.... এইবিলাক জহন্নামে যাব আৰু ভাগ্যত থাকিলে সকলো নিজ চকুৰে দেখা পাব। এদিন হলেও নিজৰ আত্মবিশ্লেষণ হৈ অনুতপ্ত হব.... ভগৱান আচে ! শান্তি কতো কেতিয়াও নেপায়.... সচাঁ মানুহৰ মনৰ লগত খেলাটো পাপ, শাস্তি হবই !
Vogobanr sokut kuneu haribo nuware.
তোমাৰ জীৱনত সুখ আহক তাতে কামনা কৰিছোঁ ভগবানৰ ওচৰত ❤🙏
Bhati tumar story to suni mor dukh lagisay diya. Mor name to hol:Liju mani ojah "Talukdar ".Moe house wife hoi diya . 1:00:06
আজিকালি দেখোন ছোৱালী বোৰেই দিভোৰ্চ ৰ পিছত বিয়া হয় তুমি কিয় ইমান ভয় কৰিছা...
সকলো ছোৱালী একে নহয়
সুবিধা বাদী মানুহে সুবিধা লব
Apunar kotha huni bohut dukh lagil kintu ajoni suwali hol buli hokoloye tenekuwa nhoy . Apunar adin joy hobo apuni agbari jawk jibontu bohut mulyoban . ❤❤❤❤❤
তাই জীৱনত সুখ নহয় এদিন তাই বুজিবা বহত দুখ হ'ব তাই তোমাক ইমান দুখ লাগিল শুনি বৰ দূখ লাগি ল নাপায় জীৱন ত ইমান দুখ হ'ব তাই পাগল হ'ব মনত ৰাখিবা
কথা টো শুনী বহুত দুখ লাগিছে আপূনী আগুৱা জোৱা ভাল হব
Baa mor o ata ase love story kobo bisaru bohut besi dhuk loga story ....
হিমা তোমাৰ চেনেলৰ যোগেদি আমি নজনা কিছুমান কথা জানিব বিচাৰো কিন্তু এইবোৰ নিজৰ ভৰিত নিজে কুঠাৰ মৰা অন্ধ প্ৰেমৰ পৰা কি শিক্ষা পাব কোৱাচোন
Apuni bor val...