Это видео недоступно.
Сожалеем об этом.
পইতা ভাত গৱেষণাত প্ৰকাশ সাধাৰণ খাদ্যৰ অসাধাৰণ গুণ
HTML-код
- Опубликовано: 14 авг 2024
- অসমীয়া নৱবৰ্ষত পইতা ভাতক লৈ পূৰ্বেও আলোচনা হৈছে যদিও এইবাৰ আলোচনা হৈছে অন্য এক কাৰণত।
স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি -
rzp.io/l/ZrpLs...
Visit: thecrosscurren...
Follow Us
Facebook: / thecrosscurrent
RUclips: / thecrosscurrentyoutube
Instagram: / crosscu
Twitter: / currentcross
#food #assamesefood #poitarice #Assam @TheCrossCurrentRUclips
ক'ৰণা আৰু ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ বাতৰিতকৈ বহু উপযোগী তথা দৰকাৰী বাতৰি। প্ৰতিবেদন যুগুতোৱা জনলৈ শুভাশীষ, মৰম আৰু ধন্যবাদ জনালোঁ ।।।
ধন্যবাদ,আজিকালি মানুহে পইঁতা ভাত এনেয়ে এলাগী কৰিছে।
পইতা ভাতৰ গুণা-গুণৰ বিষয়ে প্ৰকাশ কৰাৰ বাবে ধন্যবাদ৷
পইতা ভাতৰ গুনৰ বিষয়ে জনোৱা বাবে বহুত বহুত ধন্যবাদ ! 👍 🙏
ধন্যবাদ উৎপল, বি বি চি বাংলা টো বাতৰিতো পাইছিলো, আচলতে আমাৰ
আগৰ খাদ্য অভ্যাস বোৰেই ভাল আছিল।
হয় দিয়ক---এনেবোৰ খাদ্য বাদ দি--আমাৰ মানুহবোৰ বেমাৰি হৈছে
100 % %right
আশাৰ বতৰা । পৰিবেশক উত্তম , এনেদৰেই পৰিবেশন কৰিব , মনোগ্ৰাহী ও ফলদায়ক হয় ।
মুঠতে পইতা ভাত ,, পুষ্টিকৰ খাদ্য
বহুত ভালো লাগিল ।মোৰ এনেকুৱা এটা ভিডিয়ৰ পয়োজন আছিল । ধন্য বাদ
My favourite food
Bhut bhut val lagile News to sai..val lage ai bor news dile
Paita vat of Assam is always first 🙏.
Khub dorkari information . Aru khub bhal koi presentation diya hoise
Payta vat gets international recognition thanks jorhat
Good news Val lagil
I love this news
এটিয়া বিভিন্ন দৰৱ দিয়া চাউলৰ পয়তা ভাত বনাব নোৱাৰি।এক অদ্ভূত দুৰ্গন্ধ ওলাই।এইভাত মুলতে গেচৰ সমস্যাৰ বাবে ভাল।লিভাৰ আৰু কিডনিৰ বাবেও ভাল লগতে জইনন্দিজৰ বাবেও উপকাৰী।পানীত তিয়াই থলে যিবোৰ পয়তা ভাত টেঙা হয় সেইখিনিহে প্ৰকৃত পয়তা ভাত আৰু উপকাৰী।টেঙা নহলে কোনো উপকাৰিতা নাই।
Ll
Very nice Shairing 👌😍🙏👍👌😍🙏 thank you 🙏
Favorite food
Wow very nice 👌 kalse khana podega,bohuti mojaaaaa ayega
Thanks news
Good news
জানি বহুতো ভাল লাগিল।
Vall lagill ❤️❤️❤️
Important information thanks
Gd news
Thank you for nice information.
Very nice
Thank you so much
ক্সচকাৰেণ্ট বাতৰি বহু দিনৰমুৰত শুনিলো । বৰ ভাল লাগিল । তেল মৰা বাতৰি শুনি শুনি আপোনালোকৰ টো অকনমান অস্কিজেন পাও । দিথাকি বচোন ।
I love paita bhat
মোতকৈ বেছি পইটা ভাত খোৱা মানুহ india ত ২জন নাই নেকি ৷পইতা ভাতত কুচ টো হে ভাই ৷
Moii asu
পইতাভাত মোৰ বহুত প্ৰিয়
Hmm
মনত আছে মোৰ আজোআইতাই সৰুতে এনেকোৱা ভাত আঠীয়া কলর লগত খাবলৈ দিয়া। আৰু পকা কঁঠালর লগত। বহুত ভাল লাগে।
আমি পইতা ভাত খাই ডাঙৰ হৈছো
ধন্যবাদ ৷
Ami bonaie thaku.amar deutak puwa hal loi jabo loute sari bojatei poitabhat ready kori jugot bhorai diun, tar xoite pitika mass, ketiyaba alu pitika, bilahi kesa jololia, kesa xoriyahor tel xona patot diya xaru masor pitika, sungat khunda xar masor pitika, aaaa bahut ki kom aaru. Monot pori gol koi dilu beya napabo . Dhunia batoritu dile thank 🙏you
মই পইতা ভাত গৰম দিনত খাও বহুত ভাল পাও লগত আলু পিতিকা কেতিয়াবা শুকান মাছৰ চাতনী
ঠিকে আছে বাৰু , কিন্তু পিছফালে কম্পিউটাৰ লৈ এজাক বহি আছে আপোনালোকৰ অফিচ ষ্টাফ নে ? নে দেখিবলৈ ভাল হেভি হেভি ফিল হয় বুলি লগাই থৈছে তাকে বুজি নাপালো।
Akdom soxa....moi to gorom dinot sodai rati puwa kuw
good afternoon
valuable video. Thank you
Boxes Batori. Dhanyabad. Nibonua xxakale Kom kharasote aei pustikar .thalikhan grahakok jugan dhari Lavan hobo pare.
Moi bahut bhal pao
Val kotha ata koley dai moi bhhut val paw poita vat kin2 mur hasbebd a akebary nekhai video2 sale khabo sage
আমি পইতাভাত আগৰে পৰাই খাওঁলু উপৰি পুৰুষ সকলৰ দিনৰে পৰাই খাই বুলি শুনিছো। আমি মাত্র খাব লাগে খাওঁ আৰু। গৱেষণাহে কৰা নাই। 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Bangalir prio khadhyo aachil
Moi o botut bhal paw poita Bhat.
Alu ata puri loi pani tenga kesa jolokiyare aimatro abati khai ahisu
Bar bhal khabar.
পইতাভাতত কেনেকৈনো খনিজ মাইক্ৰ নিউট্ৰিয়েন্ট বৃদ্ধি পায়! এই সম্পৰ্কে প্ৰয়াত ড৹ ইন্দিৰা বাইদেউৱে কোৱা মতে ভাত পানীৰ লগত বাহিৰৰ অসংখ্য অনুজীৱৰ ক্ৰিয়া কৰে। ফলত এইবিলাকে লগত লৈ অহা মাইক্ৰ নিউট্ৰিয়েন্ট বিলাক খনিজ লৱন হিচাপে ভাতৰ লগত মিহলি হৈ থাকি যায়।
Poita vat main..
Bohag bihur kothathe monot poril ne vai poita vatr kotha
Moi etiyaw khaw Guwahati t thaki ratipuwar khana to roomot.
Poita vat Edin khai Sauk monot poribo muloi
Moi abotua abotua khaie thaku
Dhonia but
Ponta bhat
Misakotha
Ki misa kotha
এতিয়াহে গম পালে নেকি?