সম্পত্তি বিতৰণ কৰিব পাৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Поделиться
HTML-код
  • Опубликовано: 25 окт 2024

Комментарии • 29

  • @Ashokrabha-o2q
    @Ashokrabha-o2q 2 месяца назад +12

    তেতিয়া আৰু এতিয়াৰ অৱস্থা আকাশ পাতল পাৰ্থক্য । তেতিয়াৰ মানুহবোৰ স্বাৰ্থপৰ নাছিল । এতিয়া প্ৰতিযোগিতাৰ যুগ।কোনে কিমান সম্পত্তি আহৰণ কুৰি
    ধনী হব পাৰে । সমালোচনা কৰিও উৱাদি নোপোৱা অৱস্থা হৈছে ।

  • @jitendrarabha4660
    @jitendrarabha4660 2 месяца назад +12

    উদক ভেটা ৰখীয়া পতাৰ দৰে হোৱা যেন লাগে৷

  • @bhabendoley6151
    @bhabendoley6151 2 месяца назад +13

    তেনে ধাৰ্মিক, মহৎ,দেশ ভক্ত, চিৰ স্মৰণীয় লোকৰ সত্যতা লিপিবদ্ধ কৰি ৰখা ব্যক্তিলৈ ধন্যবাদ

  • @pranabbarman9255
    @pranabbarman9255 2 месяца назад +7

    মন্ত্ৰী বিধায়ক হোৱা মানে জনসাধাৰণক সেৱা কৰা নহয়.. এই মন্ত্ৰী বিধায়ক সকলো ৰ ...... কেৱল নিজৰ পৰিয়ালৰ বাবে চৰকাৰী ধন চুৰ সম্পত্তিৰ পাহাৰ গঢ়াহে এই সকলোৰ... সেই সৱ সম্পত্তিৰ হিচাপ হ'ব লাগে

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 2 месяца назад

    দেৱতাৰ লগত দানৱৰ তুলনা কেনেকৈ হ'ব।

  • @imdadali9519
    @imdadali9519 2 месяца назад

    এতিয়া কলি যুগৰ মন্তুী।

  • @DimbeswarRai
    @DimbeswarRai 2 месяца назад

    Thsnks utpol

  • @nirmalhazarika
    @nirmalhazarika 2 месяца назад +1

    এইদুজনা মহান ব্যক্তিৰ লগত প্ৰতিযোগিতাত নমাতো টান কাম বুলি বুজিব পাৰি এতিয়া বি:ৰাম মেধী ডাঙৰীয়াক অসমৰ সৰ্বকালৰ শ্ৰেষ্ট মূখ্যমন্ত্ৰী বুলি ঘোষনা কৰা দেখিলো! কিহৰ যুক্তিত সেইটোহে নুবুজিলো?

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 месяца назад +2

    এই সময়ৰ মুখ্যমন্ত্ৰীজন বিমলা প্ৰসাদ চলিহা বা শৰৎ চন্দ্ৰ সিংহৰ ১০০ ভাগৰ ১ ভাগো হব নোৱাৰে!এইজনে ইমান টকাৰ পাহাৰ কিয় বনাব বিচাৰিছে ভাবি নাপাও!মানুহ জীয়াই থাকে কেইদিন?এই কেইদিনতে ধনৰ"প্ৰতি ইমান লালসা কিয়?

  • @Biren-q5f
    @Biren-q5f 2 месяца назад

    Singha sir and chaliha sir like God .

  • @inglishvlogs1015
    @inglishvlogs1015 2 месяца назад +1

    এতিয়াৰ জন বোধ হয় সকলোতকৈ ভাল মুখ্যমন্ত্ৰী

    • @dhirendranathchoudhury86
      @dhirendranathchoudhury86 2 месяца назад +1

      হয়নে মহাশয় ? কিহত ভাল দেখিলে বৰ্ত্তমানৰ জনক ?

  • @taradoi7957
    @taradoi7957 2 месяца назад +1

    সচাকৈয়ে তাহানীৰ ৰাজনীতি মানৱতাবোধৰ ৰাজনীতি ।তাহানীৰ নেতাবোৰ শ্ৰদ্ধাৰ পাত্ৰ কিন্ত আজিৰ নেতাবোৰ ঘৃণাৰ যোগ্য ।

  • @JadobDutta-d6o
    @JadobDutta-d6o 2 месяца назад

    Himantak bidai dibar hal

  • @jogenkalita4268
    @jogenkalita4268 2 месяца назад

    সাংবাদিকমখা কিয় ৰাজনৈতিকস্বাৰ্থত সোময় পৰিছে জনস্বৰ্থৰ বাবে দেখুৱাব পৰা ভালখিনি বেয়া চকুৰে ঢাকি কেৱল বেয়া খিনিতহে উবুৰিখাই জনতাক উপহাৰ দিব খোজে কিহৰ স্বাৰ্থ টকাৰ স্বাৰ্থ নহনে ? সত্ আৰুনিষ্ঠা নোহোৱা হৈছ।

  • @ranobasumatary7206
    @ranobasumatary7206 2 месяца назад

    koli jugor Raja

  • @elloraduttaborah18
    @elloraduttaborah18 2 месяца назад +2

    Informative

  • @JitenSonowal-p6t
    @JitenSonowal-p6t 2 месяца назад

    Apuni news kole bohut val lage

  • @ronjitsaikia-wy3le
    @ronjitsaikia-wy3le 2 месяца назад

    Ajir montri, mukhyamantri, MLA, MP ye lunthon, probonchona korai prodhan lokhya.

  • @babulsonowalbabulsonowal5888
    @babulsonowalbabulsonowal5888 2 месяца назад

    Himanta taa taa by by

  • @phanidharrabha8057
    @phanidharrabha8057 2 месяца назад +1

    প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈও প্ৰায় তেনেকুৱাই আছিল ।
    এতিয়া ভাৰতৰ আটাইতকৈ নিকৃষ্ট, দুৰ্ণীতিগ্ৰস্ত, আৰু ক্ষমতালোভী মানুহ এজনে অসমৰ মুখ্যমন্ত্ৰী হৈ আছে । অৱশ্যে সেয়া আনৰ জনপ্ৰিয়তা হাইজেক কৰিহে। নিজৰ গ্ৰহণযোগ্যতা আৰু জনপ্ৰিতাৰ বলত নহয়

  • @pranjitbsruah5032
    @pranjitbsruah5032 2 месяца назад +1

    Bortomanor jone akou nijor namor agot upadhi ata logai loise (janapriya)

  • @sebantikavlogs6536
    @sebantikavlogs6536 2 месяца назад

    Mama Nijar Kam kari lale

  • @litysa4236
    @litysa4236 2 месяца назад

    Khub bea din soli ase

  • @pinkisarmah8400
    @pinkisarmah8400 2 месяца назад

    Photubar exase potnir sompoti raijok Dio mane ki ???? Ami vikari tew data korno .

  • @JanobiPanging-ld9pm
    @JanobiPanging-ld9pm 2 месяца назад +1

    Pagolor logot Aronidoi