হিমন্তৰ গৃহ সমষ্টিত পাহাৰ কাটি Flood জেহাদ চলাইছে কোনে? মন দি চাওঁক

Поделиться
HTML-код
  • Опубликовано: 10 сен 2024
  • 📌কেৱল USTMয়েই Flood জেহাদ চলোৱা নাই!
    📌মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত পাহাৰ কাটি Flood জেহাদ চলাইছে কোনে?
    📌জালুকবাৰী সমষ্টিত পাহাৰ কাটি টকলা কৰিছে কোনে?
    📌পাহাৰ কটা দৃশ্য দেখিও এটা চকু জপাই আছে মুখ্যমন্ত্ৰীয়ে...
    📌আৰু মেল খাই থকা চকুটোৰে দেখা পাই আছে USTMয়ে পাহাৰ কটা দৃশ্য!
    📌নিজকে গোড়া হিন্দুত্বৰ পোষ্টাৰ বয় জহোৱা বাদ দি, মুছলমান, জেহাদ, মক্কাৰ চছমাজোৰ খুলি এবাৰ আপোনাৰ সমষ্টি জালুকবাৰীলৈ যাওঁক আৰু বুজ লওঁক.,,,,, ভয়ংকৰ এক বিপদৰ পৰা উত্তৰ গুৱাহাটীবাসীক ৰক্ষা কৰক মুখ্যমন্ত্ৰী মহোদয়.....
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

Комментарии • 199