এইবোৰ একো নাজানো; স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব; এইবাৰ উত্তাল ডিমৌ!
HTML-код
- Опубликовано: 16 сен 2024
- 📌এইবোৰ একো নাজানো; স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব; এইবাৰ উত্তাল ডিমৌ!
📌অসমৰ বিদ্যুৎ বিভাগে প্ৰচলন কৰা স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰাৰ দাবীত আজি শিৱসাগৰ ডিমৌত বহুকেইটা জাতীয় সংগঠনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
📌আটাছু, অসমীয়া যুৱমঞ্চ, আটছা, কৃষক মুক্তিসহ কেইবাটাও সংগঠনে বিক্ষোভ প্ৰদৰ্শনৰ লগতে ডিমৌস্থিত APDCL ৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
📌সংগঠনসমূহৰ নেতৃত্বত কেইবা শতাধিক ৰাইজে ডিমৌ চাৰিআলিৰ পৰা প্ৰতিবাদী সমদল উলিয়াই APDCL ৰ কাৰ্যালয় ঘেৰাও কৰি স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰাৰ দাবী জনাই।___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
Smart miter বন্ধ হব লাগে
স্মাৰ্ট মিটাৰেৰে আমাৰ তেজ নাখাব ।
আন্দোলন নকৰিলে আজিৰ যুগত জিয়াই থকা সম্ভৱ নহয় মানুহৰ?
চৰকাৰে জনসাধাৰণক, অনাহকত নোহোৱ পইছা বোৰ ভৰিব দি জনসাধাৰণৰ ৰঙ চাই আছে
টকাৰ তাৰগেট পুৰাহলে cm ৰাইজক টুপ দিব।
এই মহামাৰী ৰদত চিঞৰি ফুৰিবললৈ মানুহবোৰ পাগল নি এই আই বি জে পি আতছা দিন আৰু ভোত দিযক বি জে পি ক টোকোনা কৰি দিব
ভোট দিয়া সময়ত বিজেপি কথা মনত পেলাই ভোট দিব
Smart mitare bondho korok
Boycott Smart meter
ললিপপ দি থাকিব। গতিকে এইবোৰ স্মাৰ্ট মিটাৰ বন্ধ কৰক ।
লাইট নজুলাকৈ ২১৪বিল আহিছে মূৰ
Smart metre ৰ High-pressureহৈছে, কেতিয়া কি হৈ যায় ঠিক নাই, কি যে হব এই খন চৰকাৰৰ শাসন কালত। ৰাইজ সজাগ হবৰ হল, পৰিৱৰ্তন নকৰিলে আমাৰ উপায় নাই।
Right
Ujani assam t smart Miter Bandha r karane eman pratibad hoise kintu ki asarit namanit tenekua eko ami dekhiboloi powa nai .
বক্টা জনে ঠিক কৈছে
Aeitur soku keitai koise..misa bhandar buli..saikia da neribo .. Ami asu..apunar logot..KMSS JINDABAAD..
No.smart.miter
Da Da Apuni. Nohole. Akhon. Borbat. Korib. Amak. Bosayk
APDCL ৰ বিষয়া জনে কাৰোবাৰ পৰা কথা ক'বলৈ শিকি আহিছে দেই
Smart meetar nlage
Really apdcl e hahir khurak jugaise
Good news
Smart Miter Bondha Korok.
sob totaly oct 24 ot bondho koridibo lagay. Direct connection kori light logabo lagay.
KMSS JINDABAAD
100% right.
Office jnr gharat smart MTR t kiman bill ahisy check karak
Smart kon bon korib lage
Maikihupak loi jaboe nelage ....ke ke ka ka .kunu homadhan nohoi
Lunthon korise smart meter logai.....bondho hobo Lage ai smart meter
Mohila.hklor.pora.kota......
Aami Ghar mati bikri Kari bdyut bill d thakim neki?
Protibad kori mudi sorkarok lorabo paribone?aku lav nai
Nobody wants smart meter all over Axom .Is Met.Sidharth Bh atta someone special?
Neribbaa
Tathapitu kio BJP k vote dile hot simple katha
4x barise
Andulon obihone ai axom borbat hobo..