Hindu bilakor karone bjb sorkar xon joi hoi ki hl atiya paisa ne moja ako abar modi sorkar moi o meterr saf contact loiso kisomam anekowa manhu ase xihotr mobile a nai keneke solib jee dux lagi jai😢
Tohotor khangress sorkar ahile je Hindu bilak k akebare hes kora plan bonabo xeito kot jabo... Bangladeshi Tarun gogoi e vorale vote r krne.. atia axomot khilonjiya muslim moriya goriya aibor t koi miya besi.. Hindu majority area t atia hindu minority hol.. news t daily sur dokait drugs r case t kon involve.. ami dorkar hole regional party k vote dim kintu khangress k Nido @@mastofarrahman834
সেই টো চৰকাৰৰ কথা নাই l স্মাৰ্ট মিটাৰ fiting কৰা জনৰ হে গাফিলতি আছে l কোনে কোনে ফিতিং কৰিছিল সেই সকলক হে cbi তদন্ত কৰিব লাগে l তেতিয়াহে সঁচা মিছা ধৰা পৰিব l মোৰ শুনা মতে বোলে স্মাৰ্ট মিটাৰ লগাই হেক কৰাৰ পাছত হেনো l Bill collectors সকলক চাকৰিৰ পৰা হেনো আঁতৰাই দিব l হেই কাৰণে স্মাৰ্ট মিটাৰ বন্ধ কৰাই চৰকাৰ বদনাম কৰিবলৈ চেষ্টা চলাই আছে l স্মাৰ্ট মিটাৰ নহলেও আপোনাৰ bill বঢ়াব আৰু কম কৰিবও পাৰে হিহঁতে মিটাৰ box fiting কৰোঁতে সকলো কৰে l আপোনাৰ গৰৰ bill 200 কৰ তাইট 1000 টকাও কৰিব পাৰে l
কিছু বছৰ আগতে আপোনালোকৰ পৰা গম পাইছিলো যে কিছু সংখ্যক চৰকাৰী প্ৰতিষ্ঠানে বছৰ বছৰ ধৰি লাইনৰ বিল দিয়া নাছিল। সেই বিল বোৰ পালেনে , নে সেই বোৰ জনসাধাৰণ পৰা লোৱা ব্যবস্থা কৰিছে এই দৰে। এবাৰ বিচাৰি চাওকচোন।।।
MANUHE AITU bujibo lage 1st je ata energy metere kenekoi kam kore basicaly E ata intregeting instrument hoi juntu kilo watt hour uporot kam kore.. 1kilowat 1 hour use korile 1 unit hoi.... toh ramdom fan akhonot 70-90 watt ata light 9 - 12 watt ata comuterot -550 watt tenekoi ghoror hakalu appliencet watt mantion thake... aru mainly amar bill bahe motor jatiya bostut inductive load jak kua hoi... aru amar power 3 pokaror thake active reactive and apperent power... hadharonote ami apperent power use koru RmS valuet.... aru mainly bill tu depend kore power fator uporot.. electricity pora current loute gharat 1 killo wat buli manuhe dekhabo aru solabo 3-4 killo wat anekoi... aru power fator dobai nomai anibo... bill manuhor nuhuthi kar uthibo aru jimane ji meter nahak kio tar function kilo watt hour uporote kam kore tar server apdcl hatot thake jiye relay throught meterot poisa hekh hole current cut kore.. but online jatiya bostut efal hifal koribo pari ne nuari haitu moi nakau ba kiba karonot meteror ct coil efal hifal hua karoneu bill besi ahivo pare damage jak kua hoi kintu prokitote motor jatiya bostur jot coper ba aluminium jatiya bostu bibohar hoi tar bibohar olp komai diom jate power factor besi naname jimane power factor namibo himane bill ahibo .. aru jar factory ase ba industry ase tahati capacitoe bank bibohar korok jate power factor vale thake mainly power factor 1 thake resistive loadot jenekoi light cloth press heater etc... motor jatiya solale 0.75 pora 0.5 pajanta namibo pare....
এতিয়া প্ৰতিবাদ কৰিলে কিডাল হব ভোট দিয়াতে চোন বিজেপিকে দিয়ে। ভোট দিব নালাগে বিজেপিক । বিজেপি গো বেক
Right kotha koise...next kuneu BJP k vote dibo nalage
Right
মুখ্য মন্ত্ৰীৰ উক্ত কথাৰ একো মুল্য নাই
😂😂
ষ্মাৰ্ট মিটাৰ বন্ধ কৰক
১০০ গৰু খালে বাঘৰ ও মৰন। যেতিয়া কুকুৰ পগলা তেতিয়া কুকুৰ টোক মাৰিব লাগে।
বিজেপি লুণ্ঠণকাৰী হাতাও
Umm ai kukur tu bohut a pagol hoise axom or raiz ok johe tohe kamurib dhorise so axam bakhi a xunkle marib lage ai kukur tuk
BJP ক 2026 ত নেখেদিলে 100%নাঙঠ হোৱাতো খাটাঙ
Hindu bilakor karone bjb sorkar xon joi hoi ki hl atiya paisa ne moja ako abar modi sorkar moi o meterr saf contact loiso kisomam anekowa manhu ase xihotr mobile a nai keneke solib jee dux lagi jai😢
Tohotor khangress sorkar ahile je Hindu bilak k akebare hes kora plan bonabo xeito kot jabo... Bangladeshi Tarun gogoi e vorale vote r krne.. atia axomot khilonjiya muslim moriya goriya aibor t koi miya besi.. Hindu majority area t atia hindu minority hol.. news t daily sur dokait drugs r case t kon involve.. ami dorkar hole regional party k vote dim kintu khangress k Nido @@mastofarrahman834
Right...goru piton dibo lage enekua CM k...
Hokolu manuhr murot mal ase jodi BJP k vote nidibo..nohole lengta hoi thakibo lagibo..
এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক জোৰকৰি কৰৰ বোজা জাপি দি অসম শেষ কৰিব আৰু।
ND24k dhoinnobad
আপুনি কি বুজিব কাৰণ আপোনাৰ মাহিলী ইনকাম ২ কোটি। আমাৰ এমাহত ইনকাম ৫০০০ হাজাৰ। তাৰে ঘৰৰ ৬জন মানুহ চলিব লাগে। গতিকে মামাই কত বুজিব। এই স্মার্ট মিটাৰ বন্ধ কৰিব লাগে। নহলে ২৬ত বিজেপি বাই বাই দিম
ধেৎ অন্ধ ভক্ত ঘৰত মিটাৰ লগাব লাগিব।
Islam under Dimag bahar ,dimagi apang , zombie 😂😂😂
@@RajibRajkhowa-p9f right logab lagib aro logaok
সংবাদিক সকলে স্মাৰ্ট মুখ্যমন্ত্ৰীক স্মাৰ্ট মিটাৰৰ এইবিলাক বিলৰ প্ৰমাণ দেখুৱাই দিয়ক। নহলে তেজপুৰ যাব লগিয়া হব পাৰে। সেইজনে গাদীখনৰ বাদে একোৱেই নাজানে ।
ভুক্ত ভুগীৰ কথা শুনাৰ পিছত আকৌ মামাই কি প্ৰমাণৰ কথা কৈ আছে.. আৰু কিবা প্ৰমাণ লাগিব নিকি অসম চৰকাৰক.. Already তেওঁ লোকে কৈছে যে আগত কৈ বিল তিনি গুণ বেছি আহিছে আকৌ কিহৰ দুটা মিটাৰ লগোৱা কথা কৈছে চৰকাৰে..
@ Just Stop Smart Metre🤨
মিছলীয়া লোকৰ কথাত পতিয়ন নাযাব!বিজেপিক ভোট দি জিকোৱাৰ পৰিণাম জনতাই ভূগীব এতিয়া! সৰ্বহাৰা গছত ওলমিবলৈ সাজু হৈ থাকক! কৈছিলে নহয়--আকৌ এবাৰ বিজেপি চৰকাৰ! কেনে লাগিছে এতিয়া?
খেদ ঐ খেদ বিজেপিক খেদ
আমি অসমীয়া অসমত কোনো মৌলবাদী গোষ্ঠীক ভোট নি দিওঁ লাগিলে আমি আমাৰ গাঁঠিৰ ধনৰে বিদ্যুৎ বিল ভৰিম। BJP জিন্দাবাদ
Oi suwa seleka samcha.....tor Murat gobar Aase neki ?😢😢😢😢
চৰকাৰৰ কিয় ইমান যোৰ ? CM মহাশয়ে কমিছন ললে নেকি আদানিৰ পৰা নতুন মিটাৰৰ বাবে কিয় ইমান যোৰ কৰিছে ? ৰাইজে বিছৰা নায় কিয় ইমান যোৰ কৰিছে ? চৰকাৰৰ বাবে ৰাইজ নহয় -- ৰাইজৰ বাবেহে চৰকাৰ, চালা দকায়তৰ দ'ল নেকি ?
স্মাৰ্ট মিটাৰ লগাবলৈ মূখ্যমন্ত্ৰী ৰ ইমান ওকালতি কিয় ? সাধাৰণ জনতাই মিছা কয় কেৱল আমাৰ মূখ্যমন্ত্ৰী য়ে সঁচা কয় । তেওঁ সকলো জানে, সাধাৰণ জনতাই একো নাজানে ্
মোকেই দিয়ক মই প্ৰমাণ দিম স্মাৰ্ট মিটাৰত বিল বাঢ়ে নে নেবাঢ়ে
নেবাঢ়িলে কোনোবাই এনেয়ে কবনেকি । মুখ্যমন্ত্ৰী ৰ কিবা এটা হৈছে ।
মোকেই প্ৰমান কৰি দেখুৱাওক প্ৰথম। এক মাহৰ Recharge History দেখুৱাওক আৰু এক মাহত কিমান Bill আহিছিল আগতে দেখুৱাওক
বুড়ি কুকুৰ নি smart miter অকল তোৰ ঘৰতে লগাইছে নেকি আমাৰো লগূৱা আছে আমাৰ আজিলৈকে কোনো খেলিমেলি হোৱা নাই যে
যদি দুয়োটা মিটাৰৰ বিল একেই আহে অৰ্থাৎ যদি একেই হয় তেন্তে আগৰ মিটাৰ আঁতৰাই স্মাৰ্ট মিটাৰ কিয় লগাইছে । তেন্তে কি কেৱল আদনিক ধনী কৰাই উদ্দেশ্য নেকি
আকৌ এবাৰ দৰিদ্ৰৰ তেজ সূহি খোৱা চৰকাৰ, হিন্দু মূছলমান চিঞৰি থাকক😊
স্মাৰ্টমিটাৰ যদি বন্ধ নহয়।সকলো ৰাইজে স্মাৰ্ট মিটাৰ সমূহ কুঠাৰ মাৰি মাৰি ভাঙি পেলাব লাগে
Bjpk vote দিয়াৰ পৰিনাম!
জয় শ্ৰীৰাম কৈ কৈ টেটু falisila আগতে এতিয়া chuwa মজা! আৰু মামা মামা কৈ টেটু Fala!
পাগলটো কি নকয়
Moja moja.. vote dia aagot vavibo lagisil
Ji hoise vale hoise kio no aro BJP joi julto kork aro unoty hob sb manuh mor logt kun kun ak mot ata like kori diok.
মুখ্য মন্ত্ৰীয়ে যে কৈ আছে স্মাৰ্ট মিটাৰৰ একো ভুল নাই, ৰাইজ হে বিভ্ৰান্ত হৈছে বুলি...যদি স্মাৰ্ট মিটাৰৰ ভুল নাথাকিলে হেঁতেন মুখ্য মন্ত্ৰী ডাঙৰীয়া তেতিয়া হ'লে এজন বা দুজন মানুহে প্ৰতিবাদ কৰিলে হেঁতেন ৰাজ্য খনৰ ইমান খিনি মানুহ একে লগে ওলাই নাহিল হেঁতেন...
চিন্তা নকৰিব কংগ্ৰেছ চৰকাৰ আহি আছে ৷২০০ Unit ফ্ৰী কৰা হব ৷ধন্যবাদ ৷
সেই টো চৰকাৰৰ কথা নাই l স্মাৰ্ট মিটাৰ fiting কৰা জনৰ হে গাফিলতি আছে l কোনে কোনে ফিতিং কৰিছিল সেই সকলক হে cbi তদন্ত কৰিব লাগে l তেতিয়াহে সঁচা মিছা ধৰা পৰিব l
মোৰ শুনা মতে বোলে স্মাৰ্ট মিটাৰ লগাই হেক কৰাৰ পাছত হেনো l Bill collectors সকলক চাকৰিৰ পৰা হেনো আঁতৰাই দিব l হেই কাৰণে স্মাৰ্ট মিটাৰ বন্ধ কৰাই চৰকাৰ বদনাম কৰিবলৈ চেষ্টা চলাই আছে l
স্মাৰ্ট মিটাৰ নহলেও আপোনাৰ bill বঢ়াব আৰু কম কৰিবও পাৰে হিহঁতে মিটাৰ box fiting কৰোঁতে সকলো কৰে l আপোনাৰ গৰৰ bill 200 কৰ তাইট 1000 টকাও কৰিব পাৰে l
আমাৰ ঘৰত বৰ্তমান ১২০ বা ১৫০ যদি মা হতে কোৱা দৰে যদি আমাৰ গাওৰ মানুহে ভৰে চৰকাৰ উলত পালত হোৱাটো খাতাং
কিছু বছৰ আগতে আপোনালোকৰ পৰা গম পাইছিলো যে কিছু সংখ্যক চৰকাৰী প্ৰতিষ্ঠানে বছৰ বছৰ ধৰি লাইনৰ বিল দিয়া নাছিল। সেই বিল বোৰ পালেনে , নে সেই বোৰ জনসাধাৰণ পৰা লোৱা ব্যবস্থা কৰিছে এই দৰে। এবাৰ বিচাৰি চাওকচোন।।।
বিল বেছি আহে
Hare rate per unit change hoi , kintu kio, kenekoi milaise...buji napalu
স্মাৰ্ট মিটাৰ বন্ধ হব লাগে।✊
সাধাৰণ জনতাক মৰিবলৈ নিদিবা হিমন্ত ডাঙৰীয়া, নিজেই এবাৰ অনুসন্ধান কৰি আমাক সকাহ দিয়ক
Modi modi
Ai suwa seleka gobar khuwa samcha boror karane Aamar Desh rasa tololoi goise 👎👎👎👎
স্মাৰ্ট মিটাৰ ত কোনো ভুল নাই আৰু যি সকল মানুহৰ ঘৰত লগোৱা হৈছে তেওঁ লোকৰ বিল বেছি কৈ আহিছে আৰু তেওঁলোক বেছি অহা বুলি কৈ আছে তেওঁ লোক পাগল নেকি ,
ৰিৰ্পটাৰ ঘৰত কিয়?ৰাইজৰ ঘৰত লগাব লাগে।কথাটো মোৰ সজম নহ'ল
মুখ্য মন্ত্ৰীয়ে কৈছে মেনুৱেল মিটাৰ আৰু smart meter ত কোনো পাৰ্থক্য নাই, তেনে হলে smart meter লগোৱাত কি অৰ্থ আছে?
Smart metre Banda karak
হিমন্ত মামাই অসম খন শেষ কৰিব আৰু দুবছৰ আছে তেওঁ চৰকাৰ এই দুটা বছৰত অসমৰ ৰাইজক টেটু ছেপা দিব 2026 চনত তেওঁ মূখ্যমন্ত্ৰী নহয় তেওঁ সেই কথা ভালদৰে বুজি পাইছে
লুতেৰা চৰকাৰ
Good news channel......
mur kotha hol miter ot anytym light joli thoka tu bon kori diyok 🙏🙏🙏
আমি কেতিয়াবা ই কৈছো। ভাল হৈছে
Mama apunar beya din ahi ase jen lagise🙏
আগৰ খিনি মিছা, মুখ্য মন্ত্ৰী কথা সচা,এয়াই আমাৰ ৰাজ্য 😊
ইমানেই লেকচাৰ যদি আপোনাৰ নিজৰ ঘৰত এটা ম্মাট মিটাৰ লগাই লগ অ মামা 😅😅
Tq nd 24
Vote de aru... ₹
30 Saken 1 menit kara
Mojaa😂 mama😂mojaa
দুয়োটা যদি একে তেনে হ'লে কিয় বদলি কৰিব লাগে
Right baideo
অসমৰ মাটি গোটেই দখল কৰিলে মামাই।
ভাল খবৰ
BJP ক ভোট দি আৰু মজা পাওক আৰু মজা লওক ।
Smat metre bondha karak
স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। We are also victims of smart mitre.
Moja😊
Nice🎉🎉
Same conditions everywhere.
Please do it from today CMji
এই মিটাৰৰ কিবা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা কমিছন আছে চ্ছাগৈ সেইকাৰণে
স্মাৰ্ট মিটাৰৰ পৰা মামাই কিবা পাই আছে নহলে মামাই এনেকৈ কিয় কব 😅
স্মাৰ্ট মিটাৰ এদিনত ১০০০টকা ৰিচাজ কৰিব লাগে
Wear ready
মিঞাৰ দলৰ প্ৰতিবাদত পগলা কুকুৰে গুৰুত্ব নিদিয়ে।
😂😂😂😂
mama jui
স্মাৰ্ট মিটাৰ প্ৰয়োজন নাই হোটেল ৰেষ্টোৰেণ ত লগাওক
Good news
মিতাৰতো ভাঙি। পেলা হিমন্তক মামা 🎉মামা কৰি থাকিলে ই ভাগিন হতক বাহ ভৰাবই। বেয়া নাপাবা মামাই হে সাইচে
বেছিকৈ ব্যৱহাৰ কৰিলে বেছিকৈ ভৰাব লাগিব ৷
right
Mama sorkar zindabat 😂😂😂 ako ebar mama sorkar 😂😂😂
Good
2 দিনত 40 unit পাৰ কৰিলে.... আজি complaint কৰিম
Nice
Good bon kora
Right
মামাৰ স্মাৰ্ট লুণ্ঠন
একেই অহা নাই ঘৰে ঘৰে গৈ একাউণ্ট চেক কৰা কুনে কিমান ভৰাই আছে আমি জানো। মিটাৰৰ লগত টকা কাটাৰ সম্পৰ্ক নাই অফিচত কাটে, মিটাৰ কাটিলে 2 বা 3 টকা ইফাল সিফাল হ'লে হৈ, কিন্তু 100 বা 130 হ'ব নোৱাৰে।
Proman koriboi nalage agor mtr ghurai dia mama tumaloi binamro anurudh tetia tumiu mohan hoba
মই bjpৰ Supportar কিন্তু স্মাৰ্ট মিটাৰ বন্ধ হব লাগে স্মাৰ্ট মিটাৰে মানুহক লুটি আছে স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে আগন্তুক দিনত bjp হৰাটো নিচ্ছিত বুলি মই ভাবো
দিল্লী ত যে বিজুলী ফ্ৰী কৰিব পাৰে
অৰবিন্দ কেজৰৱালে
অসমত কিও নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই
অসম খন টো Delhi কৈ কম নহৈ
Hajar hajar mnuhe. Koi ase
..bt cm sir a okle knkoi
Kob.pare anke.mnuhr ktha khini sunibo.lgsl..
MANUHE AITU bujibo lage 1st je ata energy metere kenekoi kam kore basicaly E ata intregeting instrument hoi juntu kilo watt hour uporot kam kore.. 1kilowat 1 hour use korile 1 unit hoi.... toh ramdom fan akhonot 70-90 watt ata light 9 - 12 watt ata comuterot -550 watt tenekoi ghoror hakalu appliencet watt mantion thake... aru mainly amar bill bahe motor jatiya bostut inductive load jak kua hoi... aru amar power 3 pokaror thake active reactive and apperent power... hadharonote ami apperent power use koru RmS valuet.... aru mainly bill tu depend kore power fator uporot.. electricity pora current loute gharat 1 killo wat buli manuhe dekhabo aru solabo 3-4 killo wat anekoi... aru power fator dobai nomai anibo... bill manuhor nuhuthi kar uthibo aru jimane ji meter nahak kio tar function kilo watt hour uporote kam kore tar server apdcl hatot thake jiye relay throught meterot poisa hekh hole current cut kore.. but online jatiya bostut efal hifal koribo pari ne nuari haitu moi nakau ba kiba karonot meteror ct coil efal hifal hua karoneu bill besi ahivo pare damage jak kua hoi kintu prokitote motor jatiya bostur jot coper ba aluminium jatiya bostu bibohar hoi tar bibohar olp komai diom jate power factor besi naname jimane power factor namibo himane bill ahibo .. aru jar factory ase ba industry ase tahati capacitoe bank bibohar korok jate power factor vale thake mainly power factor 1 thake resistive loadot jenekoi light cloth press heater etc... motor jatiya solale 0.75 pora 0.5 pajanta namibo pare....
Assam government valdhore check koribo laage
১ লিটাৰ তেল ৫০০ টকাত কিনিবলৈ অন্ধ ভক্ত সকল প্ৰস্তুত আছে আৰু অলপ- ছলপ দিওঁতে সিহঁতৰ কি হ'ব ।
মূল্য হিন কথা
Aru voot debee
কুলি চৰাই মামাই খায় আছে।
সকলোৱে স্মাৰ্ট মিটাৰ ভাঙি পেলাওক
Dokhaiti.....mur bill ahisil 450...dutha room...3 led, 1 table fan.....etia ahe 2200/
Development and development. Welcome Adane. Ambani.
নাচি নাচি বিজেপিক ভোট দিয়া মজা কেনে লাগিছে
Ganta sarkar solaisa mama
আগৰ মিতাৰ বোৰ বেয়া নেকি । দকাইতৰ নতুন পদ্ধতি
Whether you use electricity per day or not, the bills should be stopped. Those new rules are harassing the common people to a large extent.
Beya din ahil ei sorkar manuh ajikli emn murkho nhy ..
মই চৰাইদেউ সোণাৰি পৰা আমাৰ ও একে ইয়াত
মূখ্যমন্ত্ৰী এজন পাগল ।
আমাৰ ঘৰত লগাই দিয়ক ।
Biddut free diya din dealhi sarker bidfut free dear amrar diyA din taholay bujben manushor poblem
Smart mitet bala taholay masul diwa din