নামঘৰৰ ৰাইজক কপাই তুলিলে নিতুমনি শইকীয়াই | Nitumoni Saikia | ২নং বৰপথাৰ নামঘৰ‌

Поделиться
HTML-код
  • Опубликовано: 24 дек 2024

Комментарии • 144

  • @manjyotibollywoodmovies69
    @manjyotibollywoodmovies69 Месяц назад +19

    আপোনি ইমান ভাল কথা কয ইমানেই ধুনীয়া আৰু ভাষাৰ নাই ।জয শ্ৰী কৃষ্ণ জয শ্ৰী কৃষ্ণ ।

  • @numolisaikia4826
    @numolisaikia4826 Месяц назад +5

    কৃষ্ণ কৃষ্ণ নিতুমনিয়ে, অতি শুন্দৰ কঠা, কৈছে প্ৰ'টিতো,কটাই, সঁচা,সট্য,তোমাক,অসেষ, ধন্যবাদ জনালো।

  • @amritkalita7315
    @amritkalita7315 Месяц назад +9

    অতি সুন্দৰ ব্যাখ্যা ।চিৰ সত্য কথা কৈছে ।

  • @rinkumonihazarika7416
    @rinkumonihazarika7416 Месяц назад +13

    কৃষ্ণ কৃষ্ণ🙏🏻🙏🏻🙏🏻 তেওঁৰ ভাষণ সঁচাকৈ অতুলনীয় 🤗আমাৰ নামঘৰত 🙏🏻

  • @mintudas4829
    @mintudas4829 Месяц назад +5

    সুন্দৰ কথা আৰু প্ৰকৃত সত্য কথা। কৃষ্ণ কৃষ্ণ ভাবনামৃত। ❤

  • @hridaysarma999online
    @hridaysarma999online Месяц назад +8

    মোৰ মনতোত সঞ্চিত হৈ থকা ছেম কিছুমান তত্ত্ব গধুৰ কথা আপুনি আজি ভাল দৰেই বুজাই দিলে ,ভাল কথা এটাও শিকিলো আজিৰ দিনটোত আপোনাৰ পৰা, বিশেষকৈ ৰামচন্দ্রৰ উদাহৰণটো সুন্দৰ বাখ্যা কৰিছে ❤️🙏

  • @purnadas4040
    @purnadas4040 Месяц назад +10

    সুন্দৰ,
    আপুনি সঁচা কথা কৈছে,
    আপোনাক ভক্তি ভৰা সেৱা নিবেদন জনাইছোঁ।
    কৃষ্ণ কৃষ্ণ 🙏

  • @ranukalita1790
    @ranukalita1790 Месяц назад +5

    সুন্দৰ আৰু সঁচা কথা।🙏🙏❤🙏🙏
    নাম ঘৰ যাদু ঘৰ,নাট্যশালৰ উপৰিও মই কব বিচাৰো নাম ঘৰ আধ্যাত্মিক তথা গন্ধৰ্ব শিক্ষাৰ মানব জীৱন সংস্কাৰ এটি কাৰ্যলয় ।

  • @pranatidutta-sb3oj
    @pranatidutta-sb3oj Месяц назад +3

    আপোনাৰ ভাষণে সকলো সৎ অসমীয়া মানুহক গুণ মুগ্ধ কৰক এইয়ে প্ৰাৰ্থনা 🎉🎉

  • @dipikadevi4923
    @dipikadevi4923 Месяц назад +5

    আনৰ ধৰ্মক শ্ৰদ্ধা জনায় নিজ ইচ্ছাৰে ধৰ্ম পালন কৰা । আনৰ ধৰ্মক লৈ নিন্দা কাৰ্যসূচী পালন
    কৰিব নাপায়, ই এক অন্যতম মহাপাপ। সকলো প্ৰকাৰৰ ধৰ্মৰ ভগৱানৰ নামৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ শিকক ।

  • @rumigogoi-tp4de
    @rumigogoi-tp4de Месяц назад +3

    কৃষ্ণ কৃষ্ণ সূন্দৰ বাৰ্তা🙏🙏

  • @priyankabaruah2311
    @priyankabaruah2311 Месяц назад +5

    নিতুমণি শইকীয়াৰ ভাষণ শুনিলে হোমেন বৰগোহাঞিদেৱলৈ মনত পৰে।

  • @bitupandeka1719
    @bitupandeka1719 Месяц назад +1

    Jai Shree Krishna 🙏🚩🇮🇳

  • @kacharipara1pubmangaldai925
    @kacharipara1pubmangaldai925 Месяц назад +3

    ৰাম কৃষ্ণ প্ৰভু হে ঈশ্বৰ , হে ভগৱান,নিতুমানি শইকীয়া দাদা আপোনাৰ বক্তব্য তত্ত্ব বধক সত্য ।
    আপুনি এনেকৈ আগুণ্টোক ভাল উপদেশ তেনেকৈ দি থাকিব।
    Thankyou
    Dukheswari Basumatary. 38:26

  • @SuvachekanidharaSuva
    @SuvachekanidharaSuva Месяц назад +1

    Bohut val lagil .. dhanyabad..🎉🎉🎉

  • @RumiKonch-ni2zp
    @RumiKonch-ni2zp Месяц назад +4

    বৰ দুখীয়া অসমীয়া জাতি আজি। কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @nqx7
    @nqx7 Месяц назад +4

    সুন্দৰ৷সত্য কথা কৈছে ৷

  • @thunugogoi4801
    @thunugogoi4801 Месяц назад +5

    বহুত ধুনীয়া কথা কৈছে,নিতুমণি শইকীয়া ডাঙৰীয়া আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ।

  • @r.ctalukdar1659
    @r.ctalukdar1659 Месяц назад +5

    নিতুমনি বাপ জনালৈ সেৱা ধৰিলো। পৰ্যালোচনা সুন্দৰ হৈছে।
    মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ আৰম্ভ কৰিলে ভাল হয় যিহেতু আমাৰ মাতৃভাষা অসমীয়া।

  • @gopalborah6151
    @gopalborah6151 Месяц назад +2

    কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @gulukmedhi3516
    @gulukmedhi3516 Месяц назад +2

    সুন্দৰ ,আছল কথা কৈছে

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Месяц назад +2

    Krishna আপোনাৰ huchatya কামনা কৰিলোঁ শক্তি শালি হওঁক বহুত বহুত ভাল লাগিল

  • @kamalsaikia9351
    @kamalsaikia9351 Месяц назад +2

    Bohut vl lgil krishna krishna krishna

  • @swarnaboruah4053
    @swarnaboruah4053 Месяц назад +1

    একেবাৰে সত্য কথা। । নমস্কাৰ 🙏🙏🙏

  • @BubulMedhi-b5u
    @BubulMedhi-b5u Месяц назад

    বহুত ধুনীয়া কথা।

  • @mukutborah4081
    @mukutborah4081 Месяц назад +1

    সুন্দৰ। সচাঁ কথা কৈছে। 🙏🙏🙏

  • @RangilaChoudhury-m2s
    @RangilaChoudhury-m2s Месяц назад +2

    Aaponak parnam karchu
    Radhe Radhe. Joy kishno

  • @dhantidevi5195
    @dhantidevi5195 Месяц назад +1

    ১০০% সত্য কথা ৷

  • @jitakalita128
    @jitakalita128 Месяц назад

    ইমান সুন্দৰ ভাষন ভাল লাগিল।

  • @munindraborgohain6054
    @munindraborgohain6054 Месяц назад +23

    Krishna. Hoita.kath.koise🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

    • @DebakantaPhukan-qu3qd
      @DebakantaPhukan-qu3qd Месяц назад +1

      🌫️🏞️🏔️☃️🪨⛰️🌲🌵🪴🍄☁️🌨️🌧️🌩️⛈️🌦️🌥️⛅🌤️☀️🌞🌝🌚🌜🌪️🌠☄️🕳️🌙💫✨🌟⭐🌛🌌🌍🌎🌏🪐🌑🌒🌓🌔🌕🌖🌗🌘

    • @DebakantaPhukan-qu3qd
      @DebakantaPhukan-qu3qd Месяц назад

      Mu 16:12 16:13 16:14 16:15 16:16 16:16 16:17 16:17 16:17 16:17 16:18 16:18 16:18 16:18 16:19 16:19 16:19 16:20 16:20 16:20 16:23 16:23 16:23

  • @hndekari8011
    @hndekari8011 Месяц назад +1

    ভাগৱতৰ সাৰমৰ্ম উদাত্ত ভাষাৰে অতি আকৰ্ষণীয়কৈ উপস্থাপন কৰিলে শ্ৰদ্ধেয় নিতুমণি শইকীয়া ডাঙৰীয়াই ।।

  • @pallabikagohain5720
    @pallabikagohain5720 Месяц назад +1

    বাপ জনা এক সঁচা প্ৰেম ভক্তিৰ মালা ইজনে সিজনক পিন্ধাই গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰ্শণ সকলোৱে হৃদয়ঙ্গম কৰিব বুলি আশা কৰিলো। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ ৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ,,,,,

    • @abanideka9836
      @abanideka9836 Месяц назад +1

      ।।কৃষ্ণ🙏।। নিতুমনি শইকীয়া ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। অতি সুন্দৰ কথা কৈছে আপুনি। কৃষ্ণ🙏।

    • @pallabikagohain5720
      @pallabikagohain5720 Месяц назад

      @@abanideka9836 কৃষ্ণ কৃষ্ণ বাপ জনা সেৱা জনালোঁ কৃষ্ণ

  • @binabora5025
    @binabora5025 Месяц назад +1

    Krishna xosa kotha koise val lagil 🙏🙏👍

  • @jitumahanta7651
    @jitumahanta7651 Месяц назад +1

    সূন্দৰ আধ্যাত্মিক তত্ব ,

  • @pranabdeka7601
    @pranabdeka7601 Месяц назад

    Ati sundar krishna

  • @bonjitrabha
    @bonjitrabha Месяц назад +2

    Dhaynyabad saykiadangaria

  • @BhagabatiBorahBhagabati
    @BhagabatiBorahBhagabati Месяц назад

    সুন্দৰ

  • @AtulKalita-r8r
    @AtulKalita-r8r Месяц назад

    অতি সুন্দৰ বক্তব্য দাঙি ধৰিছে। গুৰুজনাৰ একশৰন আদৰ্শ এনেদৰে প্রচাৰ কৰি সকলোৰে কৃতার্থ কৰে যেন। কৃষ্ণ কৃষ্ণ

  • @KamalBaruah-t3q
    @KamalBaruah-t3q Месяц назад +1

    প্ৰকৃত ভকত বা মানুহে যি জনে হিন্দু,মোচলমাণ,জৈণ,খিষ্টাণ বুলি চিন্তা নকৰি পূথিৱীত জীয়াই থকা প্ৰতেক জণেই মানুহেই শ্বজ্ঞণে মানুহৰ বাবে ভাল অন্তৰে মানুহক সহায় কৰা

  • @sundarsingNath
    @sundarsingNath Месяц назад +4

    Nitu dhunia disa

  • @shyamborkotoky5696
    @shyamborkotoky5696 Месяц назад

    ধন্যবাদ নিতুমণী

  • @rupamchangmai
    @rupamchangmai Месяц назад

    কৃষ্ণ কৃষ্ণ ❤❤❤❤

  • @jyotshnamech1497
    @jyotshnamech1497 Месяц назад

    Homajot soli oha prokit sobi khon prokas kori dia boktabya. Hundor sir

  • @devajyotibhuyan7155
    @devajyotibhuyan7155 18 дней назад +1

    আপোনাৰ কথাই মোক ধন্য কৰিলে।

  • @prashanakumargogoi8924
    @prashanakumargogoi8924 Месяц назад +4

    আপুনি বেছি ভাগ কথাই সত্য কৈছে। কিন্তু কিছুমান কথাত মোৰ অমত। কাৰণ শঙ্কৰদেৱ এই কথা বিলাক লিখা সময়ত অসমৰ অৱস্থা আজি দৰে নাছিল। আজি দিনত মানুহ জীয়াই থাকিবলৈ হলে একমাত্ৰ ধন, টকা পইচা যোগ, ধন, টকা পইচা নাথাকিলে কুকুৰতকৈ নিম্ন খাপৰ হৈ পৰে।

    • @ruhitsaikia6073
      @ruhitsaikia6073 Месяц назад

      Aji Kali money main,nohele miss,koli yug

    • @ruhitsaikia6073
      @ruhitsaikia6073 Месяц назад

      Misa

    • @suramaBorgohai-yw1pb
      @suramaBorgohai-yw1pb Месяц назад +1

      আজিৰ দিনত টকা দিব নোৱাৰিলে যি কোনো ঠাইত আপোনাৰ মান নাই।

  • @robinborah5848
    @robinborah5848 Месяц назад +1

    Ddhunai updash nitudaa bhut sundar ligal sundar sundar❤ ❤

  • @RimpiChelleng
    @RimpiChelleng Месяц назад

    Hosa kotha koisa krishna🙏🙏🙏

  • @nikhilphukan8279
    @nikhilphukan8279 Месяц назад

    সাংবাদিক নিতুমণি ছাৰৰ ভাষণ শুনি বহুত শিকিলোঁ ।

  • @ranjithazarika8889
    @ranjithazarika8889 Месяц назад

    সুন্দৰ ৷

  • @dabendranathburagohain2285
    @dabendranathburagohain2285 Месяц назад +1

    সচৰাচৰ ভাগৱত শ্ৰৱণ কৰা সমাজৰ মাজত এনেকুৱা কিছু লোক আছে যিসকলে ভাগৱত পাঠ কৰি থকাৰ সময়ত তামোল-পাণ বিচাৰি ইজনক সিজনক বিচাৰি বৰ আমনিদায়ক কৰি তোলে। কিছুমান লোকে বাহিৰা কথা চোৱাই থকা দেখা পোৱা যায়।

  • @KcKalita
    @KcKalita Месяц назад +1

    very good nitu da it is the most importan in assam

  • @manjyotibollywoodmovies69
    @manjyotibollywoodmovies69 Месяц назад +1

    আপোনি একেবাৰে মোৰ দাদা নিচিনা ।পিছে দাদা নাই ।কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @DiptiGogoiDiptiborgohain12
    @DiptiGogoiDiptiborgohain12 Месяц назад +1

    Bohut vall kotha koisa

  • @sunilphukan1287
    @sunilphukan1287 Месяц назад +1

    100% Right

  • @HirenBonia-kx2hw
    @HirenBonia-kx2hw Месяц назад

    Joy guru Sankar ❤😊😊

  • @subhadutta5368
    @subhadutta5368 Месяц назад

    আপোনাক শতকোটি নমস্কাৰ।

  • @labanyadevi-m1s
    @labanyadevi-m1s Месяц назад

    সুমধুৰ আৰু অমৃত ৰস প্ৰাণ কৰিলো আপোনাৰ ভাষণ শুনি ।

  • @krishnakakaty2624
    @krishnakakaty2624 Месяц назад +1

    Thank. You. Sir. Aji. Kali. Gawor. Mukhiyal. Bur. Tenekuwai. Usitu. Kole. Beya. Pai.

  • @phatiktamuli782
    @phatiktamuli782 Месяц назад +1

    Krishna krishna.

  • @jillborthakur4054
    @jillborthakur4054 Месяц назад

    Akebare sty ktha.🙏

  • @bijubaishya3574
    @bijubaishya3574 Месяц назад

    Val lagil dada apunr kothakhnini

  • @suramaBorgohai-yw1pb
    @suramaBorgohai-yw1pb Месяц назад

    ধমৰ্ৰ নামত ব্যৱসায়।

  • @sabitriboruah4411
    @sabitriboruah4411 10 дней назад +1

    🙏

  • @bad_boygaming1150
    @bad_boygaming1150 Месяц назад

    Bohut bohut vl lagel mur monor kotha bur koi dely apune.

  • @suramaBorgohai-yw1pb
    @suramaBorgohai-yw1pb Месяц назад

    আপোনাৰ কথা সম্পূৰ্ণ সচাঁ ।

  • @probinnath7674
    @probinnath7674 Месяц назад

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @nipamonibora5501
    @nipamonibora5501 Месяц назад

    সচাঁ কথা👌

  • @SurjyaBiswakarma
    @SurjyaBiswakarma Месяц назад

    Dhanya prabhu aapuni bhagabatar gyan khunai aapunio punya lagate khisya khakaluko punya haok.

  • @JyothismoyBoruah
    @JyothismoyBoruah Месяц назад

    RightTalk toYou you..

  • @bulunirmolia4437
    @bulunirmolia4437 Месяц назад

    Hundor katha koise

  • @TulumoniGogoi-q2m
    @TulumoniGogoi-q2m Месяц назад

    ৰাম। ❤😂🎉😢😮😅😊

  • @AshaMoran-pr3rg
    @AshaMoran-pr3rg Месяц назад

    Moy ashakoruaponurspeach abhokot gupineer aru bhokoter third eye khulibo god bless you❤❤

  • @manomatikalita.7058
    @manomatikalita.7058 Месяц назад

    নিতুমনি বাপ আপুণি কোৱা কথাবোৰ সচানাম ঘৰৰ বাপ জনাই নিয়ম নিতি ধৰ্ম কৰম একো নাছাই কেবল চার্থ চাই কোন্ বেছিকৈ তেওক নিজাকৈ দান দিয়ে সেইটোহে চাই বেভিচাৰী হওক তেওক সকলোতে প্রাধান্য দিয়ে

  • @satyajitkakati1454
    @satyajitkakati1454 Месяц назад

    Right sir ❤❤

  • @ruhitsaikia6073
    @ruhitsaikia6073 Месяц назад

    100%right

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du Месяц назад +1

    Krishna krishna hundor udahoron krishna

  • @BalobhadraTanti
    @BalobhadraTanti Месяц назад

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @tilutomachetia4042
    @tilutomachetia4042 Месяц назад

    Krisns

  • @JyotiBorah-t8r
    @JyotiBorah-t8r Месяц назад

    সম্পুৰ্ন সচা কথা।

  • @rinachutia3723
    @rinachutia3723 Месяц назад +1

    কৃষ্ণ , 🙏 ।

  • @BhabenBorah-id8bl
    @BhabenBorah-id8bl Месяц назад

    Bahut bhal lagil

  • @himasharma6932
    @himasharma6932 Месяц назад

    Right nitumoni

  • @pallabikagohain5720
    @pallabikagohain5720 Месяц назад

    কৃষ্ণৰ নামে আপোনালৈ ভক্তিৰ সেৱা অৰ্পণ কৰিলোঁ কৃষ্ণ

  • @JadavchandraLaskar
    @JadavchandraLaskar Месяц назад

    100%correct krishna krishna

  • @RontuHazarika-h3e
    @RontuHazarika-h3e Месяц назад

    Actual truth

  • @gitalineog930
    @gitalineog930 Месяц назад

    Krishna 🙏🏻

  • @manjyotibollywoodmovies69
    @manjyotibollywoodmovies69 Месяц назад

    ইমান ভালকৈ লিখিব নাজানো ভুল হ'লে মাপ কৰি দিব ।কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণা ।

  • @utpaldas1065
    @utpaldas1065 Месяц назад

    SASA KATHA KABALOI GALE APUNI 100% CURRECT JUKTIAI BAKTRITAR MAJERE DANGI DHARISE .APONAK BAHUT2 DHAINYABAD JNGYAPAN KARILO .
    OUM NAMAH:BHAGAWATE BASUDEBAY:💥💥🙏🙏🙏🙏💥💥JAY GURU SANGKAR 💥💥🙏🙏🙏🙏💥💥.

  • @KironDutta24
    @KironDutta24 Месяц назад

    Homoyapojugi hoise

  • @krishnakakaty2624
    @krishnakakaty2624 Месяц назад +1

    Krishna provu. Moi. Ajon. Andrar. Metriko. Gejuwet. Adalotot. Thoka. Bhagowot. Khobor. Kiba. Mullo. Asene. Baru. Sir. ?

  • @NayanjyotiBorah-i1l
    @NayanjyotiBorah-i1l Месяц назад

    Apuni val koisa mor val lagil

  • @satyajitnath7616
    @satyajitnath7616 Месяц назад +2

    ডাঙৰীয়া লোভ, মোহ এৰাতু সকলোৰে কাৰণে সহজ নহৈ

  • @utpaldas1065
    @utpaldas1065 Месяц назад

    APONAR TATTGADHUR AI BAKTRITAR ANTAT MOI BAHUT2 HATSAPARI BAJALO .👍👍👍👍👍👍👍👍.DHAINYABAD .

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Месяц назад

    100%👍

  • @PratibhaDas-y5p
    @PratibhaDas-y5p Месяц назад

    Sundor bhakhon

  • @priyankagogoi4719
    @priyankagogoi4719 Месяц назад

    Hasai sir apuni nica mankhikatir katha koisa

  • @pariboruah6694
    @pariboruah6694 Месяц назад

    Sewajanaluvallagil ❤❤❤❤❤

  • @robinborah5848
    @robinborah5848 Месяц назад +1

    Ni tu sahab sundar bhaykha bhut bhal ligasy sundar ankoi darshanbilac kai thakibo titiay amar bilak thik job buli mur suprna bishas jai hind pranam ❤❤

  • @ankitrajsaikia3741
    @ankitrajsaikia3741 Месяц назад

    🙏🙏

  • @uttambormudoi1520
    @uttambormudoi1520 Месяц назад

    কৃষ্ণ কৃষ্ণ বাপ