কিছু শিক্ষক আজিও গুৰু দ্ৰোনাচাৰ্য দৰে কিয় ? নিতুমনি শইকীয়া | Nitumoni Saikia | বিহপুৰীয়া

Поделиться
HTML-код
  • Опубликовано: 8 фев 2025
  • কিছু শিক্ষক আজিও গুৰু দ্ৰোনাচাৰ্য দৰে কিয় ? নিতুমনি শইকীয়া | Nitumoni Saikia | বিহপুৰীয়া
    নিদিষ্ট বক্তা:
    শ্রীযুত নিতুমনি শইকীয়া, মুখ্য সম্পাদক, প্রতিদিন টাইম, গুৱাহাটী।
    ছাত্র-ছাত্রী সকলক কিছু শিক্ষকে আজিও সমদৃষ্টিৰে নাচায় বুলি কিয় ক'লে নিতুমনি শইকীয়াই?
    মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষৰ প্ৰাক্ষণত
    প্রাক্তন ছাত্র-ছাত্রী সমাৰোহ - ২০২৪ বর্ষ
    স্থানঃ মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ, বিহপুৰীয়া, লখিমপুৰ, অসম
    তাৰিখ: ৩ নৱেম্বৰ, ২০২৪
    #motivationalspeech #nitumonisaikia #assamese
    Disclaimer:
    Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    Thanks for watching 🙏🏻❤️

Комментарии • 14

  • @shamsulchaudhury3448
    @shamsulchaudhury3448 4 дня назад

    অতি সুন্দৰ আৰু সময়োপযোগী ভাষণ ৷ ধন্যবাদ থাকিল ৷

  • @AkashSaikia-re5jq
    @AkashSaikia-re5jq 2 месяца назад +2

    Right kotha 👍

  • @Black__Forest_army__me
    @Black__Forest_army__me 2 месяца назад +1

    Yes

  • @AtulKalita-r8r
    @AtulKalita-r8r 3 месяца назад +2

    অতি সুন্দৰ বক্তব্য। ছাত্র ছাত্রীৰ মেধা শক্তি স্কুলত পোৱা নম্বৰৰ লগত তুলনা নহয়। মেধা শক্তি বা প্রতিভা বাচি উলিওৱা বহু কঠিন কাম। ছাত্র ছাত্রীৰ দৈনন্দিন কাজৰ মাজত প্ৰতিভা ফুটি উলিয়াই। সেই অনুযায়ী ছাত্র ছাত্রীক আগবঢ়োৱা ভাল। ধন্যবাদ

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 месяца назад +1

      কৃষ্ণ কৃষ্ণ মাধৱ ♥️🙏

  • @BeautiHAZARIKA-x5y
    @BeautiHAZARIKA-x5y 3 месяца назад +2

    ছাত্ৰ ছাত্ৰী সকলৰ সু পৰামৰ্শ আগবঢ়ালে ৷ভাল লাগিল ৷

  • @hirakjyotidutta2903
    @hirakjyotidutta2903 3 месяца назад +1

    আমাৰ আপোন বিদ্যালয়খনিলৈ আহি সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ।

  • @ThaneswarBorah-z8y
    @ThaneswarBorah-z8y 3 месяца назад +4

    নিতুমণি শ ইকীয়া দেবে কোৱা কথা খিনি বাস্তৱ সন্মত আৰু সঁচা

  • @rinjumonisaikia6527
    @rinjumonisaikia6527 3 месяца назад +2

    এনে ভাষণ শুনিলে শুনি থাকিব মন যায়।❤❤❤

  • @bidyutchoudhury-gw8cc
    @bidyutchoudhury-gw8cc 2 месяца назад +1

    কিছু ছাত্ৰ ছাত্ৰীয় আপোনাৰ কথাত উপলুঙা কৰিব, আপুনি কিন্তু পিছ হুহুকি নাযাব,

  • @RitaDas-nr3dh
    @RitaDas-nr3dh 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ বৰসূনদৰ হৈছে বৰ ভাল লাগিল

  • @ranjondas3754
    @ranjondas3754 27 дней назад

    Belegk giyndib aah

  • @ranjondas3754
    @ranjondas3754 27 дней назад

    Toi kun. Tur nijr. Kongkhar. Ki hol