মই ষড়যন্ত্ৰৰ বলি হলো, গ্ৰেপ্তাৰৰ পূর্বে News Liveৰ সৈতে হোৱা সাক্ষাৎকাৰত সকলো ক'লে SI জোনমণি ৰাভাই

Поделиться
HTML-код
  • Опубликовано: 13 окт 2024
  • ⭕️ 'মই ষড়যন্ত্ৰৰ বলি হলো, মোৰ ভাবি স্বামী ৰাণা প'গাগক বিশ্বাস কৰিছিলো সেইটোৱেই মোৰ ভুল আছিল'
    ⭕️ 'মোক এতিয়া কোনেও বিশ্বাস নকৰে, মোৰ সব শেষ হৈ গ'ল'
    ⭕️ গ্ৰেপ্তাৰৰ পূর্বে News Liveৰ সৈতে হোৱা EXCLUSIVE সাক্ষাৎকাৰত সকলো বিৱৰি ক'লে বিতৰ্কিত SI জোনমণি ৰাভাই
    #BigBreaking #BREAKING #JunmoniRabha #NewsLive
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 1,4 тыс.

  • @rajapegu7723
    @rajapegu7723 2 года назад +103

    ধৰ্য ধৰা বা
    জীৱন এনেকুৱা
    ধৰ্ম সদায়
    জয় হয়

  • @robinkuli4666
    @robinkuli4666 2 года назад +165

    এখেতে মিছা কোৱা নিচিনা লগা নাই। সচাঁকৈয়ে তেখেতক বিশ্বাসেই বিশ্বাসঘাটক কৰা যেন লাগিছে। সৰলতাৰ সুযোগ ল'লে।

    • @AnimalsCasa
      @AnimalsCasa 2 года назад +10

      Bhal lagise ne kahini tu..😆..enei SI nohoi tu..kahini kobo janibo lagibo no

    • @sitalsam6797
      @sitalsam6797 2 года назад +1

      Misa

    • @sanjibsonowal450
      @sanjibsonowal450 2 года назад +4

      @@AnimalsCasa 2oi horobjaan sob jano...

    • @AnimalsCasa
      @AnimalsCasa 2 года назад

      @@sanjibsonowal450 o etiyaloi bank statement'ot hua lenden khini janu

    • @bikashgogoi9024
      @bikashgogoi9024 2 года назад +1

      Right

  • @mousumichoudhury7409
    @mousumichoudhury7409 2 года назад +164

    মোৰ ভাব তোমাৰ মনত একো পাপ নাই। কাৰণ আইনৰ তুমি সচা ৰক্ষক হিচাপে টিভি ৰ বাতৰি ত বিধায়ক ৰ ঘটনাটো দেখি প্ৰমাণ পাই থৈছোঁ। সকলো ষড়যন্ত্ৰ ৰ ৱাল ভাঙি তোমাৰ জয় নিশ্চিত।👏👏👍👍👍

    • @prandeepdeka4204
      @prandeepdeka4204 2 года назад +2

      Hoi naki.. sau suun

    • @sd-ru3fg
      @sd-ru3fg 2 года назад +1

      Kandilei sob thik hoi jai nki..?? Faltu eta toi

    • @bigogio4985
      @bigogio4985 2 года назад +3

      Rreendiiii😂

    • @bikibaba7899
      @bikibaba7899 2 года назад +3

      junmani 2mi bidhayokr lgt kotha kuwa recrding hunisu ,tate gom paisu 2mi knekwa

    • @mousumichoudhury7409
      @mousumichoudhury7409 2 года назад +2

      মোৰ সন্মানীয় অসম তথা ভাৰতৰ নাগৰিকসকল আপোনালোকে যি কোনো মন্তব্য এটা সামাজিক মাধ্যমত প্ৰচাৰ কৰোঁতে ভাষা তথা শালীনতাবোধ শব্দ ৰ প্ৰয়োগ কৰে যেন। কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্ম ক সু সংস্কাৰ দিয়া দায়িত্ব আমাৰ।

  • @upenboro8825
    @upenboro8825 2 года назад +54

    অচিন কাথৰ থোৰা ডাল লগাই ভূল কৰিলা। বদলা লৈ হে এৰিলে । বেকত মানুহ আছে, সত্যৰ সদায় জয়।

  • @umanadagogoi1033
    @umanadagogoi1033 2 года назад +71

    তোমাৰ কথাখিনি সঢা‌ আৰু নিজৰ মানুহবোৰক বিশ্বাস নকৰিলে কাক বিশ্বাস কৰিব । তেওঁৰ নিদুখি বুলি মোৰ বিশ্বাস আছে।

    • @azaharaliakand4518
      @azaharaliakand4518 2 месяца назад

      ❤❤❤❤❤u❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bastobsonowal1025
    @bastobsonowal1025 2 года назад +118

    মনত বহুত দুখ লাগিল বা জনীক দেখি । এতিয়া সেই দালালটোক শাস্তি দিব লাগে ।এইটো মোৰ ফালৰ পৰা অনুৰুধ

    • @adityagogoi2339
      @adityagogoi2339 2 года назад +3

      @UC7G0BCa4E5C7kzQUY6_6Iew tur nisina manokhikotar manuhr babei kisumn manuhy jiai thakibole pahori goi blg poth basi loi 🙂

    • @adityagogoi2339
      @adityagogoi2339 2 года назад +2

      Moiu haitue kou

  • @debakshichutia3781
    @debakshichutia3781 2 года назад +50

    আশা কৰোঁ তোমাৰ জয় হওঁক বা 👍

  • @nilakantadoley6342
    @nilakantadoley6342 2 года назад +96

    বেয়া লাগিল বেছেৰীজনীৰ কথা শুনি । সৰলতাৰ সুযোগ ল'লে । সত্যৰ সদায় জয় মাজনী সাহস কৰা।

  • @rajeshgogoi619
    @rajeshgogoi619 Год назад +43

    আজি এই ছোৱালী জনী হেৰাই গল সকলোৰে মাজৰ পৰা । তোমাৰ আত্মাই শান্তি পাওক ।

  • @jupitara7619
    @jupitara7619 2 года назад +43

    সত্যৰ জয় হব.... মাথোঁ ধৰ্য্যৰ প্ৰয়োজন ।God bless you Junmoni

    • @bigogio4985
      @bigogio4985 2 года назад +1

      Jupi Tara rrendii😂

    • @nabadwiprabha5519
      @nabadwiprabha5519 2 года назад +2

      Jake take toi kio rendhi koi ase মগুচ নোহোৱা মাথা খাৰাব হৈছে নেকি তোৰ

    • @AnimalsCasa
      @AnimalsCasa 2 года назад

      @@nabadwiprabha5519 eta case holei..united lifeor IP address uliyai ghoror pora arrest kora hobo. Jaa taa gali likhi dise 🙄

  • @saiyedhassan
    @saiyedhassan 2 года назад +171

    আচল সত্য উদ্ঘাটন হওক৷ তুমি কোৱা কথা যদি সত্য হয় এদিন তুমি জয়ী হবা৷

  • @indian9028
    @indian9028 2 года назад +46

    বাইদেউ আপুনি দুখ নকৰিব পৃথিৱীত নেদেখা জন আছে শেষত আপুনি জয় হব।।এই পৃথিবীত আটাইতকৈ কঠিন কামতো হৈছে মানুহ চিনি পোৱাটো।।

  • @Manisha-dm2hu
    @Manisha-dm2hu 2 года назад +94

    জোন বা তুমি হতাশ নহবা👍 যদি তুমি শুদ্ধ তেন্তে তুমি জয়ী হ'বা👍

  • @MidulDutta8174Dutta-to5oc
    @MidulDutta8174Dutta-to5oc Год назад +27

    আই জনি ঔঔঔ তুমি তুমাৰ পৃথিৱীত সূখী হোৱা,,,
    তাৰে কামনা কৰিছো 🙏🙏🙏 ভগৱানৰ ওচৰত ,

  • @simuborah5025
    @simuborah5025 2 года назад +204

    যদি আপুনি ভুল কৰা নাই, এদিন আপুনি জয়ী হ'ব। সত্য সদায় জয়। উক্ত কথাফাকি মনত ৰাখি আগুৱাই যাওঁক।

  • @akhilakhil8863
    @akhilakhil8863 4 месяца назад +1

    সত্য বিচাৰক সৃষ্টিকৰ্তা হকুলোৰে বিচাৰৰ মালিক। সত্যৰ জয় এদিন হবৈ।

  • @hemlotaray8262
    @hemlotaray8262 Год назад +10

    কথাবোৰ শুনিয়ে বহুত দুখ লাগিছে। তোমাৰ লগত মানুহবোৰে বহুত অন্যায় কৰিলে।😢😢

  • @rubulvision5475
    @rubulvision5475 2 года назад +97

    ভাল মানুহৰ প্ৰথমে কষ্ট হয় । সত্য সদাই জয় হয় ।

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 2 года назад +31

    আনৰ কেছ Enquiry কৰোতে কৰোতে নিজৰেই Enquiry হব এতিয়া।
    ঘটনাটো দুৰ্ভাগ্যজনক,, যিহেতু পুলিচৰ ওপৰত Enquiry,,,😐
    ৰাভা Madam নিদোষী যেন অনুভৱ হয়।
    সত্য সদায় জয়🙏

  • @jackalive9725
    @jackalive9725 2 года назад +2

    জোনমণি ৰাভা জিন্দাবাদ

  • @tattifpsgamingyt3758
    @tattifpsgamingyt3758 2 года назад +92

    দুখ নকৰিবা সত্যৰ জয় হ'ব ই । ভগৱানে মঙ্গল কৰক যেন।

  • @nirmalmili2016
    @nirmalmili2016 2 года назад +24

    জোনমনি "বা" সময়ত সকলো ভাল হব । আপুনি দুখ নকৰিব ন্যায়ালয় আপোনাক ন্যায় দিব কাৰণ আপোনাৰ দুখ নাছিলে । সঁচাকে বহুত দুখ লাগিছে মোৰো, আপোনাৰ ঘৰৰ অৱস্থা শুনি ।

  • @abdulmafij734
    @abdulmafij734 2 года назад +23

    জোন মনি ভনী তুমাক বহুত ডাঙৰ ধুকা দিছে তোমাৰ দিন বহুত ভাল যাব আল্লাহ ৰ ওচৰত দোআ খোজিছো

  • @lilimonikutum7251
    @lilimonikutum7251 2 года назад +75

    সত্যৰ সদায় জয়।

    • @nirmalarabha9882
      @nirmalarabha9882 2 года назад

      I wish you success in your work.

    • @bigogio4985
      @bigogio4985 2 года назад

      Lilimoni kutum rrendii

    • @bigogio4985
      @bigogio4985 2 года назад

      @@nirmalarabha9882 Nirmalla raabha rrendii

  • @mriduladeka6041
    @mriduladeka6041 2 года назад +7

    ভগবানে পৰীক্ষা লৈছে ,সত্যৰ সদায় জয় । দুখীয়া হৈ জীবন ধৰাতো কিজানিবা আমাৰ অপৰাধ। মানুহ চিনা ইমান সহজ নহয়।

  • @himajyotimazumdar1408
    @himajyotimazumdar1408 2 года назад +4

    এনেকুৱা বিশ্বাসঘাতকক ভগৱানে অচিৰেই উপযুক্ত শাস্তি দিয়ক তাকেই কামনা কৰিলোঁ 🙏🙏

  • @pallobphukon3603
    @pallobphukon3603 2 года назад +88

    সহজ সৰল মানুহ পুলিচৰ চাকৰিত কেতিয়াও তিস্তি থাকিব নোৱাৰে পুলিচ হবলৈ হলে দগাবাজ আনক তেলিয়াব পৰা সচাতোক মিছা কৰিব পৰা আৰু ঘোচ খাই ধনিক সুৰক্ষা দিব পৰা গুণ থাকিব লাগিব তেতিয়াহে পদোন্নতি হৈ গৈ থাকিব ৷ সৎ আৰু কত্যব্যপৰায়ণ মানুহ পুলিচ নোহোৱাই ভাল ৷

    • @khirodhazarika4575
      @khirodhazarika4575 2 года назад +2

      👍

    • @bishal9125
      @bishal9125 2 года назад +1

      🙏

    • @himangshreeboruah2654
      @himangshreeboruah2654 2 года назад +1

      right

    • @bipultips1337
      @bipultips1337 2 года назад +1

      @@himangshreeboruah2654 right

    • @kakalidas8367
      @kakalidas8367 2 года назад +4

      আৰু ৰাজনীতি কৰা মানুহবিলাকে বেয়া কাম কৰিলেও তেওঁলোকৰ বিৰুদ্ধে কব নোৱাৰিব| নহ'লে বিপদ নিশ্চিত |

  • @cisfnath3689
    @cisfnath3689 2 года назад +10

    পত্যক্ষ্যভাবে দুখীয়ে শাস্তি পাওক তাৰে কামনা কৰিলোঁ😊

  • @munu8619
    @munu8619 2 года назад +49

    যদি তুমি সচাকৈ সত্য পথত আছা চিন্তা নকৰিবা বা তোমাক ভগৱানে নিশ্চয় সহায় কৰিব। সি আচলতে সম্পূৰ্ণ মিছাৰে তোমাৰ কাষ চাপিল কাৰণ যিজন মানুহে নিজৰ পৰিচয় যেতিয়া ভুলকৈ দিব পাৰে তেওঁৰ বাবে এইবোৰ একেবাৰে সহজ কথা।

  • @Pokem223
    @Pokem223 2 года назад +33

    জোনমনিৰ কথাবিলাক পোহৰলৈ আহক। জয় সত্যৰেই হ'ব। মানুহক সহজতে বিশ্বাসত লোৱাটো ঠিক নহয়। জোনমনিয়ে ন্যায় পাওক তাকে আশা কৰিছো🙏🙏🙏

    • @aditiboruah5632
      @aditiboruah5632 Год назад

      সি বেছি দিন জীয়াই নাথাকে ‌

  • @manmohanmech4036
    @manmohanmech4036 2 года назад +28

    আপোনি সত্য মোৰ মনে কয়।ৰানা দৰে মানুহক আপোনি বিশ্বাস কৰি ভুল কৰিলে।ভগবানে আপোনাক যাতে সহায় কৰক আপোনি যে নিৰ্দুখি তাক প্ৰমান কৰিবলৈ

  • @Mr.P.Basu.Gaming
    @Mr.P.Basu.Gaming Год назад +1

    ভগৱানে তোমাক মংগল কৰক, সত্য সদায় জয়

  • @Monojdas762
    @Monojdas762 2 года назад +79

    সত্য সদায় জয় 🙏

  • @hasiburrahman4441
    @hasiburrahman4441 2 года назад +1

    বাইদেউৰ কথা শুনি বহুত বহুত দুখ লাগিল.

  • @ABCreations22
    @ABCreations22 2 года назад +105

    এটা চাকৰি পোৱাৰ বাবে কিমান কষ্ট আপুনি আকৌ পায়ও এনেকুৱা ||
    লোভেই পাপ পাপেই কাটা বিস্কুট

  • @dipaliborahsingha9039
    @dipaliborahsingha9039 Год назад +1

    ইমান কষ্ট তোমাৰ জীৱন টো আছিল, হৃদয় কপি উঠে

  • @lishagogoi4325
    @lishagogoi4325 2 года назад +128

    সত্যৰ জয় হওঁক 🙏 🧭

    • @digantarajpegu826
      @digantarajpegu826 2 года назад +3

      কত সত্য, উচিৎ শাস্তি পাব লাগে

    • @lishagogoi4325
      @lishagogoi4325 2 года назад +6

      @@digantarajpegu826 সত্যৰ জয় হওঁক মানে যিটো সঁচা সেইটো । ইয়াত কাৰো পক্ষ লৈ কোৱা নাই মই

    • @Mps264
      @Mps264 2 года назад +2

      চাকৰি য়ে কাতি দিব লাগে ইয়াৰ

    • @digantarajpegu826
      @digantarajpegu826 2 года назад

      তুমি তাইক লৈহে কথাতো কৈছা, কিছু দিন আগতে নিজকে বহুত ওপৰৰ মাল বুলি ভাবি মিছাতে নায়িকা হৈছিল নহয়, এতিয়া কল নায়িকা........

    • @bigogio4985
      @bigogio4985 2 года назад

      Lisha Gogoi rrrendii

  • @joydeepgogoi5030
    @joydeepgogoi5030 2 года назад +17

    ফাতি গ'লে দুখন হিয়া কোনে জোৰা দিব
    ভাঙি গ'লে দুখন হিয়া জোনমনীক কোনে জোৰা দিব?
    ♥️ Assam police

  • @jayantaboruah5077
    @jayantaboruah5077 2 года назад +8

    সত্য ৰ জয় হ'ব --আপোনাৰ কথাৰ বিশ্বাস যোগ্যতা আছে বোলি ভাবিছো

  • @prasantaborah4414
    @prasantaborah4414 2 года назад +20

    ল'ৰা জন অলপ ধুনীয়া দেখি ভাল বেয়া নুগুনি প্ৰেমত পৰা ছোৱালী বুৰৰ এনে দশাই হব।

    • @dhirajrabha1491
      @dhirajrabha1491 2 года назад +3

      Right, ৰাভা ছোৱালী হৈ ও বিয়াৰ কাৰণে বেলেগ ল'ৰা চায় না, এনেকুৱাই লাগে ৰাভাৰ বাহিৰে বেলেগ ল'ৰা চায় না

    • @amarjyoti823
      @amarjyoti823 2 года назад

      @@dhirajrabha1491 Rabha boro ki ktha ase he dangoriya.... ..

  • @milankalita3080
    @milankalita3080 2 года назад +79

    ৰাণা পগাগ নহয়।সি ফেঁটীসাপ হয়। বেজে ফেঁটীসাপ নছুৱাই। আৰু এদিন সেই ফেঁটীসাপ ৰ দংশনত বেজৰো মৰণ হয়।

  • @jogenkutum2786
    @jogenkutum2786 2 года назад +18

    সত্যৰ সদায় জয় হব হতাস নহবা !

  • @bikashmusiccreation1449
    @bikashmusiccreation1449 Год назад +10

    Such a brave soul, justice must be given to her, my her soul rest in etarnal peace 😢

  • @madhushmitamedhi1592
    @madhushmitamedhi1592 2 года назад +4

    নিজৰ অস্তিত্বক কেতিয়াওঁ কাৰো বাবে নোহোৱা কৰি পেলাব নালাগে,, সত্যৰ জয় হওঁক তাৰেই কামনা কৰিলো🙏🙏

  • @puronpayeng7151
    @puronpayeng7151 2 года назад +59

    আৰক্ষী বিভাগত চাকৰি কৰিলে এটা ভৰি জেলত আৰু এটা ভৰি চাকৰিত ; গতিকে এখোজ আগবাঢ়ি যাবলৈ বহুত ভাবিব লগা হয় , তাৰ পৰিণতি কি হব । জীৱনত ঘাট প্ৰতি ঘাট আহিবই , সংগ্ৰাম কৰিবলৈ শিকিব লাগিব । যদি সত্যত আছা , এদিন নিশ্চয় জয় হব ।

    • @protimadutta2890
      @protimadutta2890 2 года назад +6

      আৰক্ষীত চাকৰি কৰি সেই শগুণ মুৰীয়া টোৰ বিষয়ে একো নজনাকৈ আঙঠি পিন্ধিব নালাগিছিল নহয়---ভালকে খা-খবৰ কৰি ল'ব লাগিছিল ।

    • @rajdeepdoley7644
      @rajdeepdoley7644 2 года назад

      Hogun muriya tu

  • @arunv8061
    @arunv8061 Год назад

    কখাখিনি শুনি বৰ দুখ লাগিল । তেৰেতে মিছা কথা কোৱা নাই। বৰ সহজ-সৰল আছিল বাবে এনেকুৱা হ'ল যেন লাগিল ।এতিয়া তেখেত এই পৃথিৱীত নাই । হ'লেও তেখেতৰ মৃত্যুৰ উচিত তদন্ত হওঁক তাৰেই কামনা কৰিলোঁ । ভাল মানুহৰ স্হান আজি যেন পৃথিৱীত নাই তেনে লাগিল 😢😢😢🙏🙏🙏

  • @mousumichoudhury7409
    @mousumichoudhury7409 2 года назад +4

    সকলো ছোৱালী য়ে এই ঘটনাটো ৰ পৰা শিক্ষা লোৱা উচিত।

  • @kuhicreationchannel1213
    @kuhicreationchannel1213 2 года назад +2

    আপোনাৰ কথা খিনি শুনি সঁচাই বহুত দুখ লাগিছে, কথা খিনি সঁচা যেন লাগিছে আপোনাৰ,

  • @putulkalita3115
    @putulkalita3115 Год назад +17

    আচলতে সৎ চিন্তা কৰা মানুহে বেয়া মানুহ ৰ মন তৎক্ষণাৎ বুজি নাপায় । সেয়ে প্ৰায় বিপদত পৰে ।

  • @rituparnarabha3536
    @rituparnarabha3536 2 года назад +2

    গডৰেজৰ লকাৰ কোনেও ভঙা নাই ৰানাই ভাঙিছে। মূল ষড়যন্ত্ৰকাৰী তেওঁৱে হয়।

  • @nayankakati4143
    @nayankakati4143 2 года назад +12

    si হ'লেও তাই এজন ছোৱালী,আৰু চাকৰি পোৱা 3 বছৰ মান হৈছিল হে,, প্ৰেমত পৰা মানুহ অন্ধ ও,, ই সকলো লুটি পুটি ঠগ বাছ কৰিলে হাৰামী ,,তাইৰ ভুল এইতো আছিল তাই এজন পুলিচ, পুলিছৰ চাকৰিত বহু পাবা এনেকুৱা চুৰ দকাইত বোৰ বেছি ওচৰত আহে

  • @ritumoninath1046
    @ritumoninath1046 Год назад

    বহুত মানুহ আছে সৰলতাৰ সুযোগ লৈ সহজ সৰল মানুহৰ বহুত ক্ষতি কৰে বৰ দুখ লাগিল ছোৱালী জনীক একাংশ নিকৃষ্ট মানৰ মানুহে বলীৰ পথা সজাই পৃথিৱীৰ পৰা আতৰাই পেলালে 🥲🥲

  • @urbanmix9425
    @urbanmix9425 2 года назад +52

    Ji hol hol aru next innings acting r pora start korok, khub dhuniya hoise acting tu👌

  • @pabitragogoi8654
    @pabitragogoi8654 2 года назад +53

    Never judge a Book by it's cover... কথাষাৰ মনত ৰখা উচিত!

  • @azizulhoque3872
    @azizulhoque3872 2 года назад +3

    সঁচা প্ৰতিকৃতি মানুহৰ বিপদ বেছি আপুনি জয়ী হব নিশ্চিত

  • @sujitnath1113
    @sujitnath1113 2 года назад +17

    I feel like she is an innocent lady. She has been used , her trust has been misused by that culprit. Don't worry Junmoni you will be proofed innocent. Don't giveup 👍👍

  • @bhaktavlogs9129
    @bhaktavlogs9129 2 года назад +15

    Don't worry Junmoni. Never give up 👆. One day you won. Keep the truth of speak. We support you.

  • @dd_coaching_center6100
    @dd_coaching_center6100 2 года назад +1

    God bless you junmoni rabha

  • @Bibekaxom7972
    @Bibekaxom7972 2 года назад +6

    আপোনাৰ বাবে বিশ্বাসেই কাল হ'ল।

  • @kakumonisaikiagogoi5898
    @kakumonisaikiagogoi5898 2 года назад +1

    সত্যৰ সদায় জয়, তুমি যদি সঁচা,ভগবান আছে তোমাৰ লগত

  • @abhilashasaikia5242
    @abhilashasaikia5242 2 года назад +16

    Joonmoni jodi hosai nirdurkhi .. tumi joyi hobai .. bhogowane tumak hlp korak. Ami janu tumi nirdukhi hoi ... God blessed u...

  • @ranjumabegum1218
    @ranjumabegum1218 2 года назад +1

    কথা খিনি শুনি বৰ দুখ লাগিল, মেদাম ..ধৰ্য্য ধৰক সত্যৰ জয় হবই।আপোনাক বৰ বেয়াকৈ ফচাই দিলে,দুখ লাগিল

  • @tulsicreations862
    @tulsicreations862 2 года назад +5

    সত্য ৰ জয় হব‌ই , ধৰি লোৱা এই য়া তোমাৰ সত্য ৰ পৰীক্ষা ৰ সময়,,,,, ধৈৰ্য ৰ প্ৰয়োজন , সাহস নেহেৰুৱাবা ,,,,,

  • @ranujpanging9243
    @ranujpanging9243 2 года назад

    তোমাক ভগৱানে সহায় কৰিব।

  • @monalisagogoi3063
    @monalisagogoi3063 2 года назад +20

    আপুনি যদি সঁচা আপুনাৰ জয় হ'ব

    • @bigogio4985
      @bigogio4985 2 года назад +1

      Moonalisha gogoi rrendii

  • @pikuofficelaxom3378
    @pikuofficelaxom3378 2 года назад

    আপুনি চিন্তা নকৰিব বাইদেউ আপুনি জয়ী হ'ব

  • @paniramyein3705
    @paniramyein3705 2 года назад +3

    সত্য সদায় পিছে পিছে আহে ভন্টি ।তুমি অকণো চিন্তা নকৰিবা । তুমি ৰানাক বিশ্বাসত লুৱাটোহে ভুল হল । এয়া তোমাৰ বাবে জীৱনৰ প্ৰথম আৰু শেষ অভিজ্ঞতা । শেষত সত্যৰ সদায় জয় ।

  • @anjushreedas7406
    @anjushreedas7406 2 года назад +1

    বৰ বেয়া লাগিল জোনমণিৰ কথাখিনি শুনি | পৃথিৱী খন ঠগ-প্ৰৱঞ্চকৰে ভৰি পৰিছে |

  • @NirmolRay1996
    @NirmolRay1996 2 года назад +3

    সত্যৰ সদায় জয়।।।

  • @jyotihazarika1303
    @jyotihazarika1303 Год назад +1

    এই ভিডিঅ' টো চোৱাৰ পৰা একদম শান্তিৰে থাকিব পৰা নাই। বহুত অন্যায় হ'ল জোনমনি ৰাভা লগত। ভগৱান ইয়াৰ সু বিচাৰ কৰা 🙏 জোনমনি ৰ আত্মাই শান্তি পাওক।

    • @mintuborah1478
      @mintuborah1478 Год назад

      Jetia tai koisil jamin r babe ukil dharise nki tetia tai koisil mur hatot poisa nai so moi jailote thakim.. Mur sokupani ulai gol, 😰😰 moi janu rabha sualibur bahut sidha sadha manuh taik sabei bahut kosto dile ..

    • @dipanjalimohanta4800
      @dipanjalimohanta4800 15 дней назад

      সহজ সৰল ছোৱালীজনীক বিশ্বাস ঘাট কৰি সেইকেইটাই সুখৰ ভাত খাবলৈ নাপায়।তোমাৰ অতৃপ্ত আত্মাই ওপৰৰ পৰাই ভগৱানক কাকূতি কৰা যাতে তোমাৰ অনিষ্ট কৰা আৰু তোমাক মৃত্যুৰ পথলৈ থেলি দিয়া পাপী কেইটাক শাস্তি দিয়ক।

  • @Worryless683
    @Worryless683 2 года назад +3

    বা আপোনাৰ কথাবোৰ শুনি সঁচা যেন লাগিছে। সত্যত থাকিলে এদিন নহয় এদিন জয় hoba .

  • @basisthathakur4568
    @basisthathakur4568 Год назад +1

    Justice for Junmoni rabha mam

  • @mrcreation3355
    @mrcreation3355 2 года назад +7

    নাকান্দিব না, SI এজনী কন্দিলে নিমিলে, সাহসী হওক, সাহসেৰে আগবাঢ়ি যাওক, যদি আপুনি সত্যত আছে এদিন জয়ী হবই ।

  • @nityagogoi478
    @nityagogoi478 Год назад

    অতি দুখঃ জনক , উঠি অহা ছুৱালীবোৰক সেই কাৰণেই কওঁ , “ তোমালোকে চাকৰি কৰাই বানকৰা ৩৪ /৩৫ বছৰ মা দেউতাৰ ঘৰত মুকলি মুৰিয়াকৈ শান্তিৰে থাকি পৃথিৱীখন উপভোগ কৰা আৰু বুজিবলৈ চেষ্টা কৰা “

  • @bidyasdreamyworld8000
    @bidyasdreamyworld8000 2 года назад +6

    সত্যৰ জয় হওঁক 🙏

  • @bonjitgogoi9809
    @bonjitgogoi9809 2 года назад +1

    নিশ্চয়কৈ সত্যৰ সদায় জয় হয় । ধ্যৰ্যৰ ফল মিঠা । Wait nd watch.... Be patient..👍👍

  • @Jahnu734
    @Jahnu734 2 года назад +18

    God bless you Jun...😥🙏🙏🙏🙏

  • @drstdhruba1837
    @drstdhruba1837 2 года назад +1

    সৰলতাৰ সুযোগ ললে আপোনাৰ,,, সত্যৰ সদায় জয়

  • @sagarikakalita839
    @sagarikakalita839 2 года назад +24

    এজনী পুলিচ অফিচাৰক এনেকৈ ফচালে বাকী সাধাৰণ মানুহবোৰৰ কি হব হে..?

    • @devadev3037
      @devadev3037 2 года назад

      Karon tumaloke sarkari sakori thoka lora bisora seikarone bahute bhua koi sakori thoka buli koi thoge😂

    • @jitumaniofficialvolgs9695
      @jitumaniofficialvolgs9695 2 года назад +1

      Hoi diya baki bur manuhor ki hobo 🤔

    • @brdofficiallakhimpur7739
      @brdofficiallakhimpur7739 2 года назад +1

      eijonik kuneu fosuwa nai n Tai nije fosise

    • @sagarikakalita839
      @sagarikakalita839 2 года назад

      @@devadev3037 🙄🙄 সকলোৱে নিবিচাৰে😜

  • @MINE_Craze_81
    @MINE_Craze_81 2 месяца назад

    Bohut dukh lage junmoniloi. Hosakoi Taik bohut thogile. Tomar attmai hanti pouk. ❤

  • @chayanikaboruah1337
    @chayanikaboruah1337 2 года назад +18

    চিন্তা নকৰিবি জোন। সকলো ভাল হ'ব।

  • @smartstech3657
    @smartstech3657 2 года назад

    Jonmani mam apunar kathakhini 100%currect..adin hleo apuni succes hba.god bless u..

  • @devajitgogoiofficial.4822
    @devajitgogoiofficial.4822 2 года назад +9

    সত্যৰ সদায় জয়

  • @dasbhaiff1741
    @dasbhaiff1741 2 года назад +1

    আগৰ কথা বোৰৰ লগত খাপ খোৱা নাই চুন বাইদেও।
    সত্যৰ জয় সদায়।

  • @jaantuneogpresents4672
    @jaantuneogpresents4672 2 года назад +32

    সত্য সদায় জয় 💪✊💪

  • @Krp60
    @Krp60 2 года назад

    সত্যৰ সদায় জয় হবই ৷ আপুনি নিচিন্ত থাকক ৷

  • @monjulaborah8567
    @monjulaborah8567 2 года назад +7

    সত্য সদায় জয় , এজন মানুহক বিশ্বাস কৰাটো ভুলনেকি ?

  • @amigaoliyadarrangarpora582
    @amigaoliyadarrangarpora582 2 года назад

    বহুত দুখ লাগিল ।। উচিত তদন্ত হওক plz

  • @mondeepbharali9991
    @mondeepbharali9991 2 года назад +14

    Maam apunar kotha oplabdhi korib parisu.Aapunar premor prati thaka biswash.val puwa janok xodai biswash kora hoi.

  • @dipentawd2801
    @dipentawd2801 2 года назад

    সচাকে বৰ দুখ লগা কথা।এছ আই ৰাভা বাইদেউৰ সকলো কথাই সচা যেন অনুভৱ হয় ।সহজ সৰল মানুহজনী ন্যায় পাব লাগে। বাইদেউ আপুনি ন্যয় পাহি।

  • @dipankarkakati7961
    @dipankarkakati7961 2 года назад +7

    বিপদৰ সময়ত ধৰ্য্য‌‌‌,সৰলতা সুযোগ ললে ।

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 2 года назад

    বৰ দুখৰ কথা! আজিহে গম পালো।

  • @nt365news9
    @nt365news9 2 года назад +3

    আগতে এই জনি বাইদেউ এ হাঁহি আছিল।
    এতিয়া কান্দি আছে,এয়াই সত্য।

  • @gamingchannelrijul922
    @gamingchannelrijul922 2 года назад +2

    সত্যৰ সদায় জয়
    তুমি জয় হবা

  • @nibeditasharma8547
    @nibeditasharma8547 2 года назад +8

    I trust her..she is innocent and she should get justice..my tears come out seeing her crying 😢

    • @rekhagogoi9175
      @rekhagogoi9175 2 года назад +1

      Same here..😥

    • @bigogio4985
      @bigogio4985 2 года назад

      Nibedita rrenddii

    • @nibeditasharma8547
      @nibeditasharma8547 2 года назад

      @@bigogio4985 who the hell r u man? Who gave the right to abuse me?

    • @bigogio4985
      @bigogio4985 2 года назад

      @@nibeditasharma8547 Nibedita Sharma you are rrendi, your mom rrendii, 🤣

    • @bigogio4985
      @bigogio4985 2 года назад

      @@nibeditasharma8547 your Sister will be rrendii👌

  • @Brahmaputra23
    @Brahmaputra23 2 года назад

    Dhoinobad .....
    News Live

  • @lionel7056
    @lionel7056 2 года назад +18

    Rajnitir merpak,
    Politician or logot panga loisila babe
    Tumak enekuwa korile........
    Dhoiyjo dhora, homoye hokolu thik kori dibo sister

  • @niranjangogoi5330
    @niranjangogoi5330 2 года назад

    জয় তোমাৰেই হ'ব। তোমাৰ আগৰ কথা বোৰৰ পৰাই গম পোৱা যায় তুমি সত্যত আছা।

  • @lakhibhuyan8041
    @lakhibhuyan8041 2 года назад +7

    সত্য সদায় জ

  • @sikandarali6659
    @sikandarali6659 2 года назад +1

    এজন আৰক্ষী বিষয়াৰ লগত ইমান খিনি হৈছে বিশ্বাস নহয়েই।সত্যৰ সদায় জয়।