চীন দেশত কেনেকৈ কৰে খেতি ? Explore Farming in China🇨🇳 by Bhukhan Pathak epsd-15
HTML-код
- Опубликовано: 13 окт 2024
- Farming in China
China Myanmar Border
Bhukhan Pathak
Assamese mixture
China trip
Episode -15
Ruili
Sukaphaa Village
Farming
Mongmao
Yunnan
#bhukhanpathak #Chinarural #farmingchina
ৰুইলী খন ভালকৈ দেখোৱাব আৰু তাৰ কোনোবা এজন বুৰঞ্জী বিদক লগ কৰি চ্যুকাফাৰ বিষয়ে আলোচনা কৰিব, লগতে ৰুইলীৰ গ্ৰাম্য জীৱনশৈলী দেখুৱাবলৈ অনুৰোধ জনালোঁ।
জয় আই অসম।
ঠাইখিনি দেখাত আমাৰ অসম, অৰুণাচলৰ দৰেই। আমাৰ নৰ্থ-ইষ্টখন ভাৰতৰ তুলনাত চীন বা ম্যানমাৰৰ লগতহে বেছি মিল। আমি উত্তৰ-পূৱৰ মানুহে চীনক শত্ৰু ভাৱি লাভ নাই, বহু ক্ষেত্ৰত আমাৰ মাজত তেজৰ সম্পৰ্ক আছে। সীমা-বিবাদ ব্ৰিটিছৰ দান।
এই কথাই আমি বুজি পোৱাত বহু পলম হৈছে। সকলোৱে চীনৰ প্ৰতি এই মনোভাৱ আনিবৰ হ'ল ধন্যবাদ।
Assam, Arunachal China r part hobo lagisil....kintu efaalor pora bhalei hol India r life China r dictatorship regime ot ke bhal...so aami nijoke lucky buli bhabibo lagibo je ami India palu
Imaan kosto kori imaan offbeat jega dekhua babe bohut dhonyobaad Bhukan da...God bless you❤
@@eyebeesvlogs4544সম্পূৰ্ণ মিছা ধাৰণা। One party system ৰ অৰ্থ এইটো নহয় যে চীনত জণসাধাৰণৰ ওপৰত দিনে নিশাই অত্যাচাৰ চলে। ভাৰতত পুলিচৰ অত্যাচাৰ বেছি। মানুহ এজন উঠাই নি ওৰে ৰাতি অত্যাচাৰ কৰি হত্যা কৰি, পিছত হাৰ্ট এটেকত বা আত্মহত্যা কৰি মৃত্যু হোৱা বুলি ঘোষণা কৰাতো সৰু কথা ভাৰতৰ পুলিচৰ বাবে। ভাৰতৰ Democracy বহুক্ষেত্ৰত অৰ্থহীন। ফেচবুকত ৰাজনৈতিক মন্তব্য লিখি বহু মানুহ গ্ৰেপ্তাৰ হৈছে।
কৃষিত নিৰ্ভৰশিল ভাৰতৰ বাবে সুন্দৰ ভীদিও উপহাৰ দিচা ধন্যবাদ।,,🍏🙏
ভাল লাগিছে
বহুত কষ্ট কৰিছা খেতি দেখা পাই ভাল লাগিছে
চীন আমাৰ অসমৰ লগত বহুত মিল আছে, চীনৰ মানুহ বোৰ বহুত ভাল সেইবাবে আজি ককাইদেউয়ে অকলে ফুৰিব পাৰিছে, অচিনাকী দেশৰ ঠাইত
চীন আমাৰ অসমৰ লগত মিল আছে।
তুমি দেখুওৱা ঠাই ডোখৰ আমাৰ অসমৰ লগত মিল আছে90/
বহুত ভাল লাগিল।ছাইনা ৰ খেতি দেখি। খুব সুন্দৰ 👌👌👌
Atta kheti 😂😅😅😅😅 ..আটা ঘেঁহুৰ পৰাই হয় ...Nice video
মজা ।
বঢ়িয়া লাগিছে দেখি। চুকাফাৰ বিষয়ে মানে তেওঁ যদি ঠিক ইয়াৰ পৰাই গৈছিল তুমি ভালদৰে জনাবাচোন।
বিৰাট ভাল কাম কৰিলা ভাই ।ইমাখানতে বিপ্লৱ হৈছিল। তাকো অলপ দেখুৱাবি ভাই ।নমস্কাৰ নমস্কাৰ ❤❤❤
Bohut mojja VDO,,, bhukhon👌👌👌
Bohut vl lagise sai Bhukhan👌👌
বহুত দুণীয়া এটা video's
চুকাফাৰ শিপাৰ সম্পৰ্কত প্ৰথমবাৰৰ বাবে এটা ভিডিঅ পাবলৈ অাগ্ৰহেৰে বাট চাই ৰলো
বহুত ভাল লাগিল। ইতিহাসবিদৰ লগত কথা পাতি অসমৰ বিষয়ে জানিব বিচাৰক
Bohut val lagise sai,tumar joriyote cina dekhisu.❤
সুন্দৰ
Tumer video karone moy roi thaku ❤❤
Bhale lagil
দেখাত অলপ অসমীয়া মানুহৰ দৰেই লাগিছে 😊
বহুত ভাল হৈছে !🙏
সুন্দৰ ।
Bhut val lagil video to Sai bhukhan da
Vl lagil sai❤❤❤
চীনা সকলে তেওঁলোকৰ মাতৃভাষাক কিমান ভাল পাই দেখি গম পাইছো। তোমাৰ ভিডিঅ'চাই বৰ ভাল লাগিছে। আমিও ঘৰত থাকিয়েই চীন ভ্ৰমণ কৰি থকাৰ দৰে লাগিছে
Bukhan da rocked other youtuber shocked
খুব ভাল লাগিল
Tq ভুষণ আমাৰ পুৰ্ব পুৰুষ তথা আহোম সকলৰ Origin ঠাই Yunan খন দেখুৱাৰ বাবে। ❤🎉😢
আৰু video পাম বুলি আশা কৰিলো Yunnan ৰ পৰা।
Next journey 'Japan' bhukhan da.❤
Thankyou bhukhon da ..ai vdeo tore opekha kri aslu❤❤😊
Mojaaaaaa dada
Video চাই ভাল লাগিল
Very good content bhukhan, hats off😊
বৰ ভাল লাগে এওঁলোকৰ ভিদিয় বোৰ
Awesome content bhukhan da ❤❤
Most informative video
Moi apunar video tu mur tat notification ahi puwa loge loge jne kam thakok ,sai oh moi ❤🎉
Moza
বহুত ধুনীয়া ❤❤ভাল লাগিল ❤❤
Nice video bhukhon da bast friend moy
Chaina ৰ কংফো বিষয়ে এটা video লাগে। যিহেতু গৌতম বুদ্ধ দেৱক china ত বহুত পূজে।
Bhushan da is r super
ম্যানমাৰৰ ল'ৰা কেইটাই মিংগালাৱা (Mingalaba) কৈ আছে। ম্যানমাৰৰ ভাষাত mingalaba শব্দটো Hello, Good Morning বা Good Day বুজাবলৈ ব্যৱহাৰ কৰা হয়।
Dada apunar video sai bahut val laga👍❤
ছাইনাৰ মানুহক চৰাইদেউত থকা চাওলুং চুকাফাৰ দৰে ওখ কৈ মৈদাম বনাই কৱৰস্ত কৰে নেকি।চাইনাৰ মানুহৰ গাওলীয়া জীৱন বিষয়ে পৰিলে দেখুৱাব ।ধন্যবাদ ।1মিলিয়ন সোনকালে হব,চিন্তাভাবনা নকৰিব
Nice Video
Nice Vlogs
জয় আই অসম ✊🏼❤❤❤
আশা কৰা ভিডিঅ'দেখুওৱা বাবে ভূষণ পাঠক ডাঙৰীয়াক বহুত বহুত শলাগ জনাইছোঁ 🙏।
অতি সুন্দৰ। ❤❤
Bahut val lagel vedo to.
Bhukan very good explore
Nice ❤❤❤ nice ❤❤
মাকৈ খেতি
Dada love from lakhimpur ❤
val lagil sai😊
খুব ভাল লাগিছে ❤❤❤
Vl lgil sai
Bhukhon pathak you are like wow amazing parson so good video
Moza❤
Bhukhan da please next fiji trip lge..
Tat a english kuwa r dorkar a.
50% a Hindi t kotha pate
Wow uncommon great video
🙏 bhukhan da
গাঁৱলীয়া বজাৰবোৰত কি কি বস্তু পোৱা যায় পাৰিলে অলপ দেখাবা ৷
Apunar vidio sai bhal lage
Nice dada
Hundor bhukhan❤❤❤
Wow nice video
Jaba phol❤❤🎉
Mjja ❤❤❤
Love from Dhakuwakhana ❤❤❤
চীনৰ আপেল বাগান দেখাবো ভূষণ দা❤
mozaa bhukhan daa......❤
China bhukhon dar ghor hon hoi gol ❤❤❤❤
Nice video
Moja
Bahut val lagise❤
Nice.
Good
কথা বোৰ ভালদৰে সুধি বুজিবলৈ যত্ন কৰিব ! মিছাকৈ হাঁহি নাথাকিব!!
Buji napale kenekoi xudhobo goru
Very Very Nice bro 👍
Love from darrang sipazhar ❤❤❤❤
Bhukhan da❤
Nice 👍
Bor khundor ❤❤
Next level Bhukhan da... you're great job ❤❤❤❤
Dhuniya lagise bhushan
Nice video for RUclips
জবা ফুল 🌺
গোমধান ৰুইছে।
তাত খেতি পথাৰৰ মাজত ৰাস্তা চাওক আৰু আমাৰ ইয়াত গাওঁৰ ৰাস্তাটো বাদেই ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰেই অৱস্থা নাই।
Love from barpeta
Beautiful 😍😍
Nice videos ❤
I like you from jalukbari
❤
❤❤
Bhal lagil thai but dekhi
Well done bro, Proud of you 🙏