জন্ম হ’ল ল’ৰা কিন্তু অভিভাৱকে পালে ছোৱালী। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এই নাভূত-নাশ্ৰুত ঘটনা

Поделиться
HTML-код
  • Опубликовано: 2 окт 2024
  • ⭕️ জন্ম হ’ল ল’ৰা কিন্তু অভিভাৱকে পালে ছোৱালী।
    ⭕️ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এই নাভূত-নাশ্ৰুত ঘটনা।
    ⭕️ নিশাৰ ভিৰতৰে সন্তানটি কেনেকৈ কন্যা হ’ল?
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 1,3 тыс.

  • @PadumiBaishya-t2d
    @PadumiBaishya-t2d Месяц назад +13

    DNA test karok dhara paribo🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @minakshi667
    @minakshi667 2 года назад +59

    কিছুমানৰ ল’ৰা নাই ছোৱালী থকা গাৰ্জেনে ল’ৰা লাগিব বুলি পাতি থয় ডাক্তৰ নাৰ্ছৰ লগত সালসলনি কৰি দিয়ে শুনিছোহে দেই কিছুমানে কোৱা ৷ 🙏

  • @bijukonwar5787
    @bijukonwar5787 2 года назад +247

    আটাই কেইজনী কেচূৱা মাকক আৰু কেচূৱাক DNA টেষ্ট কৰক আজিয়েই ।মূখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্রীয়ে নিজেই তদন্ত আৰম্ভ কৰক।

  • @goutamborahvlogs7016
    @goutamborahvlogs7016 2 года назад +12

    বহুত খেলি মেলি আছে lakhimpur medical colleget, মই নিজেই ভুক্তভোগী, ভালদৰে তদন্ত কৰক চব ওলাই পৰিব

  • @kalitaprabal5749
    @kalitaprabal5749 2 года назад +111

    DNA পৰীক্ষা কৰক..... তেতিয়া আচল কথা ওলাই পৰিব

  • @anyusfavorite2378
    @anyusfavorite2378 2 года назад +2

    Baby tue pesab koruteu abaru gm pua nai ne??ne pesab kra kapur xoluai nai abaru..krn male female sabole to microscope nalage...kapur xolaute olp holeu dekhi pai

  • @assamessvlog7846
    @assamessvlog7846 2 года назад +272

    ভাল দৰে তদন্ত কৰক সকলো ওলাই পৰিব, লোকৰ কেঁচুৱা টো কিয় বাৰু হাল সলনি কৰিব লাগে, লৰা হওঁক বা ছোৱালী নিজৰে তেজৰ নহৈ জানো মানো বোৰ মূৰত বিকৃতী ঘটিছে সঁচাই,

  • @ultra8142
    @ultra8142 2 года назад +7

    Delivery কৰাৰ Time ত মতা মানুহ কিয় সোমাব নিদিয়ে 😡 কাৰণ
    নিজৰ মতা এ কি নিজৰ মাইকী মানুহ জনি চাব নোৱাৰে নেকি কি বালৰ নিয়ম 😡
    বাহিৰৰ দেশত দেখোন দিয়ে

    • @anyusfavorite2378
      @anyusfavorite2378 2 года назад +1

      Medical college br t okol ata patient a admit nathake labour room.so kune oin purukhok nijor hokolu dekhai dbo..privacy hokoluke lge

    • @ultra8142
      @ultra8142 2 года назад

      @@anyusfavorite2378
      Beleg Country t Diee Suun Humabo

    • @mostofask6679
      @mostofask6679 2 года назад

      @@anyusfavorite2378 tat vir korile suffocation o hobo pare .

  • @susmibaruah1903
    @susmibaruah1903 2 года назад +182

    তিনিটা বেবী লৰা নাছিল ,তাৰে এটি ছোৱালী আছিল ডক্টৰে বা নাৰ্চে বদলি কৰিবৰ কাৰণে তিনিটা বেবী লৰা বুলি এনেই প্ৰচাৰ কৰিলে .

  • @গাঁৱলীয়াছোৱালীৰমই

    আজিয়ে হস্পিটেলৰ চিচি টিভি ফুতেজ ছেক কৰক সকলো কথা পোহৰলৈ আহিব আৰু সত্য বিচাৰ কৰক আৰু তেঁও লোকক উৎচিত সিদ্ধান্ত লোৱা ব্যৱস্থা কৰক 🙏🏾🙏🏾🙏🏾

  • @kairahazarika1793
    @kairahazarika1793 2 года назад +219

    গাৰ কাপোৰ যদি একে আছে।তেন্তে ৰহস্য আছে।ভালদৰে তদন্ত কৰক।hospitalor dukho hoi

  • @AnkurJoyti123
    @AnkurJoyti123 2 года назад +16

    কেচুৱাৰ গাৰ্জেনে (পিতৃ) চিঞ্চিয়াৰ্লেছ😆। দাদা বেয়া নাপাবা, সঁ‌চা কথা কৈছো আপুনি পিতৃৰ যোগ্যই নহয়। মাক গৰাকীয়ে এই কষ্টৰ অনুভৱ কৰিব পাৰিব। কিন্তু আপোনাৰ নিচিনা পিতৃয়ে ইয়াৰ কষ্ট অনুভৱ কৰিব নোৱাৰিব।

  • @dimbeswarpanging3445
    @dimbeswarpanging3445 2 года назад +35

    Hei digital livet eman time wige kori lav nai.... CCTV naineki ??? Inquary korok

  • @nipulburagohain4333
    @nipulburagohain4333 2 года назад +11

    দেলিভাৰি ৰুমত গন্ডগোল লগাই ছে, বাহিৰত নহয়,গতিকে ইয়াৰ উচিত তদন্ত হব লাগে নহলে অদুৰ ভবিষ্যতে ও এনে কায্য চলি থাকিব।

  • @rjdcrylife8986
    @rjdcrylife8986 2 года назад +59

    CC TV sabo lage aru

  • @HangshaNarayanRoy-jb5qe
    @HangshaNarayanRoy-jb5qe 8 месяцев назад +2

    DNA porikha korok

  • @soonadevi6372
    @soonadevi6372 2 года назад +76

    DNA test korile gom puwa jabo

  • @anukalita705
    @anukalita705 2 года назад +5

    যেতিয়া বেবিতো মাকক দেখুৱাই ওপৰত বেবি ৰুমত লৈ গ'ল, তাৰ পিছত তাতেই সাল সলনি হ'ল। কাপোৰ খিনি একেই পিন্ধাই দিলে। অভিভাৱক আৰু প্ৰসুতি গৰাকী অলপ অজলা যেন লাগে যে গতিকে কাৰবাৰ তো হৈ গ'ল।

  • @akhilff4325
    @akhilff4325 2 года назад +128

    লখিমপুৰ doctor নাৰ্চ বোৰক বেলেক ঠাইলৈ বদলি কৰি দিব লাগে । আগৰ পৰাই এনেকুৱাই কৰি আছে

    • @vlogsmusickamaldas2842
      @vlogsmusickamaldas2842 2 года назад +5

      ডকাইত এই বিলাক

    • @RomoniDuwarah
      @RomoniDuwarah 8 месяцев назад

      Why

    • @nvnita
      @nvnita 7 месяцев назад

      skri pai uliyai dibo lge kron blg thaitu ki ana nkribo tar ki mane axe ?

  • @IndiraBasumatary-p2e
    @IndiraBasumatary-p2e 7 месяцев назад +1

    Muktho ma lokor ba. Baba lokor milibo aketho hobo ! Amar gauorto anekwi hoyse jhonmoto Lora dikise gau duya tailor dikise soyaly ghore jonmo hoshpitelor jormileto anekwi Vavile hoy !

  • @depasharma4344
    @depasharma4344 2 года назад +133

    আচৰিত মানুহ পালো‌‌ তিনি গৰাকীকৈ মহিলা আছে অথচ ২০ ঘন্টা লৈকে এবাৰো নেচালে বেবীটো আচলতে ল'ৰা নে ছোৱালী আৰু এটা কথা ইমান সময় কেঁচুৱা টোৱে পেছাব পায়খানাও কৰা নাছিল নে ।ইমান সুস্থ অৱস্থাত থকা মাক জনীৰ নিজৰ কেচুৱাটো এবাৰ চাবলৈও মন নগ'ল নে কথাটো যথেষ্ঠ পাক লগা ।এনে‌ দায়িত্ব হীন সাৰ শূণ্য মানুহ ৰ বাবেই এনে ঘটনা ঘটে

    • @anitaojah1989
      @anitaojah1989 2 года назад +1

      Sebabe kunubai subidha lale...

    • @jesminchowdhory6233
      @jesminchowdhory6233 2 года назад +2

      Um asorit manilode anekua lgise khihote jen aneihe goisile hospital

    • @JC-fn4yc
      @JC-fn4yc 2 года назад +1

      U r right

    • @robinkewra4666
      @robinkewra4666 2 года назад +2

      Okay, bt 3tai baby male axile buli kole bt atia kenekoi female hol kouk

    • @indrajitdekaindrajitdeka7540
      @indrajitdekaindrajitdeka7540 2 года назад +8

      কি মাক এইজনী সুস্থ হৈ থকাৰ পিছতো নিজৰ বেবী তোক ভালকৈ চাব পৰা নাই

  • @RockingLife-ll5il
    @RockingLife-ll5il Год назад +1

    Aibur sob Murkho manuh, they are fool's

  • @priyamT1992
    @priyamT1992 2 года назад +29

    এনেকুৱা কেছ যোৱা বছৰতো হ'ব লৈছিল লক্ষীমপুৰ মেডিকেল কলেজত

  • @rojonigondha8554
    @rojonigondha8554 2 года назад +154

    চিচতাৰ সকলৰ কথাবিলাক ভেজাল।ভালকৈ মন কৰক।

  • @monikaborah9038
    @monikaborah9038 2 года назад +78

    সঁচা কথা উলিয়াব লাগে নহলে আকৈ পিছলৈ হব

  • @bhabeshpegu8878
    @bhabeshpegu8878 2 года назад +2

    মই nurs বিলাকৰ mukor expression টো sai sarijoiyei jen 2 nombori krise jen পাইছোঁ 100%

  • @basisthaacharya6590
    @basisthaacharya6590 2 года назад +130

    অভিভাৱকে আৰক্ষীত এন্ট্ৰি দি ৰাখক আৰু কোৰ্টৰ অনুমতি সাপেক্ষে ডি এন এ পৰীক্ষা কৰাওক। তেতিয়া হয়তো হস্পিটেলত ভূল বশত ল'ৰা বা ছোৱালী লিখা খেলিমেলি ওলাব। তাৰোপৰি আৰক্ষীয়ে তদন্ত কৰিলে নিশ্চয় সকলো ওলাই পৰিব।

  • @india1157
    @india1157 6 месяцев назад +1

    NURSE কামটো কৰিছে,,, এতিয়া ছোৱালী কেঁচুৱাটোক অবহেলা নকৰিলেই হল !!!! বৰ সাংঘাতিক পাপ কৰিলে নাৰ্ছ কেইজনীয়ে 😡😡😡

  • @bijukonwar5787
    @bijukonwar5787 2 года назад +126

    সাধাৰণ লোক যেন দেখিলে এনে কাম কৰা বহুত ঘটনা শুনিবলৈ পোৱা যায়। কতব্যত থকা নাচক তদন্ত কৰক। চিচি টি ভি তদন্তৰ কৰক।

  • @runuchetia1658
    @runuchetia1658 Месяц назад +1

    পিন্ধোৱা কাপোৰ যদি একেই আছে লৰাৰ পৰা ছোৱালী কেনেকে হ'ব ?কাপোৰ নাৰ্চেহে পিন্ধাইছিল !যিকেইটা সন্তান জন্ম হৈছিল পৰীক্ষা কৰক লৰা /ছোৱালী ,তেজ পৰীক্ষা কৰক ওলাই যাব কোন সচাঁ কোন মিছাDNA পৰীক্ষা কৰক

  • @daas175
    @daas175 2 года назад +31

    DNA test korile gom pai jabo

    • @Iraajjj
      @Iraajjj 2 года назад

      Ri8 👍

  • @pratimaborah7774
    @pratimaborah7774 2 года назад +2

    Change কৰিছে কাৰুবাৰ চাগে ল'ৰা দৰকাৰ হৈছিল ছোৱালী জন্ম হ'ল ।ডাক্টৰৰ পেক আছে ।।চিঞৰি থাকিব নালাগে তাত থকা সকলো মাতৃকDNA Test korok hokolu Dhora poribo

  • @abhinashpawe3150
    @abhinashpawe3150 2 года назад +14

    Nurse keijoniye sampurna kothabur gom pai.sage. Immediately action louk.. Baby2 valkoi gotai nidiye koi hei2 apunar baby buli..

  • @Gungunoficile
    @Gungunoficile 2 года назад +1

    ভাল কৈ তদন্ত চলাব লাগে উলাই জাব

  • @akshaytalukdar950
    @akshaytalukdar950 2 года назад +71

    এই বোৰ কিহৰ যাদু ? সোনকালে তদন্ত কৰক ।

  • @IndiraBasumatary-p2e
    @IndiraBasumatary-p2e 7 месяцев назад +1

    Eman time deka nai pesap korise na hagise nadike take kwise ma hu ?

  • @jantihira9223
    @jantihira9223 2 года назад +9

    ইয়াত এটা মোৰ সম্ভৱ সন্দেহ আছে ভালদৰে তদন্ত কৰিলে ধৰা পৰিব তাত তিনিজন লৰা জনম হোৱা কথা কৈছে তাতে কিন্তু লৰা ভিতৰত ছোৱালীও জনম হৈছে ইমানেই ফিটিঙ হৈছে যে তাত ছোৱালী জনম হলেও লৰা বুলিয়েই জনাইছিল ৰেজিষ্টার্ড বহী বা পনজীৱন বহীত লিখা হৈছিল চাগৈ গোটেই কেইজন লৰা পোৱালি এণটি কৰিছিল যত লৰা ছোৱালী সলনি সলনি কৰিলেও নাছ্ আৰু ডক্টৰ ধৰা নপৰে । হেভী টকাৰ গেম ।এতিয়া যিমানে অনুসন্ধান নকৰক কিয় মাক বাপেক হালেই দায়ী হব।ধুনীয়া টেকনিক খটাইছে ধন্যবাদ

    • @dineshnath9801
      @dineshnath9801 2 года назад

      Nars kei jonir olp gondogol ase toka loise

  • @lohitsaharia24
    @lohitsaharia24 8 месяцев назад +1

    DNA test kri saok xidina janma hoa baby keitar

  • @nayanchandranath8008
    @nayanchandranath8008 2 года назад +33

    DNA test korilay hol. Dangor ghatala. Aibor nurse r kaam 100%.

  • @roktimvlog2m826
    @roktimvlog2m826 2 года назад +1

    Sah khabole diatu bule beleg kotha🤣

  • @gourab______01
    @gourab______01 2 года назад +34

    লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আৰু কি কি ঘটনা সংঘটিত নহয়...#কেতিয়াবা যদি জেনেৰেটৰত ইন্ধনৰ অভাৱত প্ৰসূতিৰ মৃত্যু হয়...আকৌ আন কেতিয়াবা জন্ম হোৱা লৰা সন্তান #ছোৱালী সন্তানলৈ পৃথক হয়🤔
    কি যে হব গৈ আছে...সঁচাকৈ🤔

  • @ranjanagogoi531
    @ranjanagogoi531 2 года назад +2

    চি। চি টি ভি চাব লাগে

  • @akomanivlogscreenpainting2135
    @akomanivlogscreenpainting2135 2 года назад +8

    Moi ata kotha kow.. Jar Jar baby jonmo hoisil tewlukok matiu hudha pusha kribo lage

  • @debajitdas9278
    @debajitdas9278 2 года назад +3

    নাৰ্চ কেইজনীক সন্দেহ আছে ।তিনিটা বেবী কেতিয়াও লৰা নহয় । সলাবৰ বাবে লৰা বুলি কৈছে । তিনিজনী মাক আৰু তিনিটা বেবীক এতিয়াই DNA test কৰাওক আৰু পুলিছ তদন্ত কৰাওক ধৰা পৰি যাব ।

  • @kairahazarika1793
    @kairahazarika1793 2 года назад +12

    Cc tv nai neki

  • @m.t4181
    @m.t4181 2 года назад +4

    Delivery room is a busy duty schedule. Pls check properly.

  • @aminulhoque6146
    @aminulhoque6146 2 года назад +25

    Aji kali nurse bilake delevery howar pisot poisa khuji thake.

    • @jesminchowdhory6233
      @jesminchowdhory6233 2 года назад

      Gotei blk tenekua nhi tne nkba

    • @bobitaboruah8527
      @bobitaboruah8527 2 года назад +2

      Sob sistr tenekuwa nohai 13bosar baby Rmt duty korilu kunu manuh k poisa khuji puwa nai ji gorake kuje taik kobo

    • @jesminchowdhory6233
      @jesminchowdhory6233 2 года назад +1

      Um sb sistr khaman buli vabise sage

    • @aminulhoque6146
      @aminulhoque6146 2 года назад

      @@jesminchowdhory6233 99% poisa khuji thake ami bihut prof paisu

    • @aminulhoque6146
      @aminulhoque6146 2 года назад +1

      @@bobitaboruah8527 Hoito apuni nkhujibo pare.xokoloi homan nohoi

  • @spondonpalash8113
    @spondonpalash8113 2 года назад +5

    শিশু জন্মৰ ঠিক আগতে প্ৰসূতি গৰাকীৰ লগতে টেগ লিখি লৈ যায় আৰু জন্মৰ লগে লগে শিশুটিৰ ভৰিত টেগ লগাই দিয়ে । জন্মৰ পিছত শিশুটিক অভিভাৱকক দিয়াৰ সময়ত নগ্ন কৰিয়েই দিয়ে লগতে টেগটোও দেখুৱাই দিয়ে যে সেয়া সেই প্ৰসূতি গৰাকীৰে সন্তান আৰু ল'ৰা নে ছোৱালী দেখুৱাই দিয়ে । শিশুটিৰ অভিভাৱকে কাপোৰেৰে ঢাকি কাগজত চহী মাৰি আনিব লাগে ।
    মই মোৰ শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা তিনিমাহ আগতে তেনেকৈ এটা সুন্দৰ পদ্ধতিৰে আদৰি লৈছোঁ ।
    লখিমপুৰ চিকিৎসাা মহাবিদ্যালয়ত তেনেকৈ কৰা হোৱা নাছিল নেকি ? যদি নাছিল কিয় এনে কৰা হোৱা নাছিল ? উচিত তদন্ত কৰক ।

  • @samirajycp1536
    @samirajycp1536 2 года назад +8

    লখিমপুৰ মেডিকেল কলেজত নাৰ্ছ বোৰৰ হেমহি কাৰণে এনেকুৱা হৈছে।ইমান অভদ্ৰ ব্যৱহাৰ নাৰ্ছ বোৰৰ।
    মই 10 জুন তাৰিখে মানুহ জনীক লৈ গৈছিলোঁ।নাৰ্ছ বোৰে ৰোগী কোনো গুৰুত নিদিয়ে।তাত কলে যে নৰমেল হব বুলি।ৰাতিপুৱা 3তা মান বজাৰ পৰা মানুহজনী অৱস্থা বেছি বেয়া হোৱাত নাৰ্চ মাতিব গলো।তেতিয়া বেয়া ব্যৱহাৰ কৰিছে।ৰাতিপুৱা 6 তা বজাত অৱস্থা শোচনীয় হোৱাত চৌধুৰী নাৰ্চিং হোম ত লৈ আহিলোঁ।তাত dr moon kowor চাই আৰু কয় আপোনালোকৰ baby তো পেটত পঠালি হৈ গল।যদি আপোনালোকে আৰু 30 মিনিট দেৰি কৰিলে হয় baby তো হেৰুৱাব লগীয়া হল হয়।
    সেয়েহে এইবোৰ নাৰ্ছ আৰু ডক্টৰ হেমহি বাবে এনে ঘটনা হয়।উচিত তদন্ত কৰক।
    আৰু চৰকাৰলৈ এটা অনুৰোধ LMKH নাৰ্ছ বোৰক অলপ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰক।
    বহুত অভদ্ৰ নাৰ্চ বোৰ।

    • @munusaikia2710
      @munusaikia2710 2 года назад

      Hosa kotha.amiu vuktovughi nurs buror bohut avodra byabhar.

  • @ranjanbora9722
    @ranjanbora9722 2 года назад +43

    সৰু ঘটনা বুলি এৰি নিদিব দায়িত্বত থকা সকলৰ ওপৰত কঠোৰ তদন্ত কৰক।

    • @babuchandra78
      @babuchandra78 2 года назад

      আইতাকে কাপুৰ পিন্ধাওতে দেখা নাই নেকি ল'ৰা নে ছোৱালী, সন্তান জন্ম হোৱাৰ পিছত নিজে চাব লাগে, ইমান অসাবধান হলে কেনেকৈ হব,নৰমেল সন্তান জন্ম দিছে

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 года назад +23

    Dukhi বিচাৰি ৰাইজৰ আগত শাস্তি প্ৰদান কৰিব লাগে, আৰু baby ক ভাইটি লৈ লোবা তোমাৰ ভাল হব ,Akhibad🙏

  • @chandannath2566
    @chandannath2566 2 года назад +4

    Check the CCTV camera properly.urgently enquiry the matter and punish the culprits.

  • @jaan6289
    @jaan6289 2 года назад +8

    Jiman boby ase dna test korok hklu ulai jab

  • @TUB07
    @TUB07 2 года назад +8

    Best option DNA test

  • @deepaksarma3709
    @deepaksarma3709 2 года назад +13

    হস্পিটেলত আছিল লৰা ঘৰ পাওতে পাওতে হল গৈ ছোৱালী । তামাম জমনি । মায়ংগৰ যাদু ।

  • @surjyakakoty1488
    @surjyakakoty1488 2 года назад +2

    DNA TEST কৰক

  • @trueindian5214
    @trueindian5214 2 года назад +34

    Close Lakhimpur medical college. It is not lives saviours place but a place of tragic ending. So many irregularities , irresponsible doctor's and nurses. I have lost my niece due to negligence of doctors and nurses. Full of corrupted doctors and nurses. They never speak to patient politely. Doctors and nurses should be given a lesson of manner before they are appointed. All nurses of L.m.c.h are arrogant, never speak to patient politely and above all they are blood sucker bugs of poor people. strong investigation should be carried out. I smell fishy in the activities of LMCH staff

  • @kkcreativecorner7800
    @kkcreativecorner7800 2 года назад +7

    Hospital or dokh nohoi jen lagise..iman time nu tekhet hokole swa nasil ne

  • @SDTS2022
    @SDTS2022 2 года назад +11

    তদন্ত হব লাগে,,🙏

  • @anamikagogoi3971
    @anamikagogoi3971 2 года назад +1

    DNA test korai nidiye kio?? Mak deutakor logot Tu milibo no....
    Ei kothatu loi..bikhekhkoi ajir dinot emn question kor pora ahe?? Apunaluke ulta pulta question kori thokatkoi kiba solution nidiye kio? Eku jodi karu vulei huwa ny, tnhole lora Tu swali nije nije knk hoi jbo?

  • @paramanandataid575
    @paramanandataid575 2 года назад +6

    বহুত বদনাম কৰিছে লক্ষীমপুৰবিসীক।।অতি সোনকালে তদন্ত কৰক নহলে পিছলৈ বহুত সমস্যা হব।।

  • @digantaborah1010
    @digantaborah1010 2 года назад +2

    Kanakoi eman hunkala lingo poriboton hol dhamaka Lakhimpur madical collage

  • @RafikulIslam-gy2by
    @RafikulIslam-gy2by 2 года назад +8

    amar Lakhimpur medical college't bipode log ara nai. anekuwa bohut kiba ata ulta palta hoiye thake.

  • @karabihatimuria4285
    @karabihatimuria4285 2 года назад +2

    সেই বুলি মই চাহ খাবলে কিবা এটা দিছোঁ না🤣🤘🤭

  • @karbiringtonecollection6049
    @karbiringtonecollection6049 2 года назад +9

    Vaal dore Enquiry korok jate axomor anekowa ,ghotona aru nohoi ,tare mour ,arokhi prohahonok aakha rakhi so .jai aii axom 🙏

  • @archanarabha1881
    @archanarabha1881 Год назад +1

    Gotei keita baby r family matok aru DNA test korok ajon val doctor r tat, God will help you.

  • @pulaktamuli3499
    @pulaktamuli3499 2 года назад +9

    Amak Resulth lage

  • @tahminasultanatalukder6048
    @tahminasultanatalukder6048 2 года назад

    Register file ot hidina ji kaejon delivery hoisol hae kaejon manuhok bisari lobo lage kar kar lora asil...dna test kra tu jururi code a anumuti dibo Lage pls hospital ot anekua kio hobo?

  • @samindas4926
    @samindas4926 2 года назад +4

    লাখ টকীয়া প্ৰশ্ন কিন্তু? ভাল কৰি তদন্ত কৰিব লাগে। পোৱালি টো সলনি কৰিছে।

  • @krishnapator4076
    @krishnapator4076 2 года назад +2

    নাৰ্চ সকলৰ সম্পুৰ্ণ প্লেন আছে ভালদৰে তদন্ত কৰক ওলায় পৰিব

  • @devajyotiborah8672
    @devajyotiborah8672 2 года назад +5

    Eman dangar chomotkar kebol Asomot he hombhob.

  • @parinitadekaraja
    @parinitadekaraja 2 года назад

    DNA test কৰিব লাগে,,,তেতিয়া গম পাব,,আৰু জন্ম দিয়া পৰিয়ালটো বৰ লাজৰ কথা,এবাৰও শিশু টো প্ৰস্বব নকৰিলে নেকি,, এবাৰও নাচালেনে,,কি মানুহ এইবোৰ,,,,

  • @akandas5879
    @akandas5879 2 года назад +8

    তহঁতৰেই ভূল, নাৰ্ছসহায়কাৰী সকলক দুখ দি লাভ নাই,

  • @bhabengogoi4634
    @bhabengogoi4634 2 года назад +8

    মোৰ মতে নাৰ্চৰ গাফিলতি বুলি অনুমান কৰিব পাৰি ।

  • @soldiernoba4377
    @soldiernoba4377 2 года назад +11

    CCTV footage sawk

    • @nuzrulkhan1221
      @nuzrulkhan1221 2 года назад

      CCTV dileveri time ot nathake

    • @soldiernoba4377
      @soldiernoba4377 2 года назад

      @@nuzrulkhan1221 dalivary homoyt na thake but jetiya belek roomt rake tetiya he gom pabo kuntu jgt rakise loi jua tymt change hol nki

    • @nuzrulkhan1221
      @nuzrulkhan1221 2 года назад

      @@soldiernoba4377 hobo pare but cctv r maitanace problem buli kobo?

  • @realvoice3659
    @realvoice3659 2 года назад +1

    Nars bilakok sorkare dormoha nidiye nki Baru...sob medicalt a delivery korile j poisa dibo lage..poisa dile he khihote gurutto diye..

  • @jitenmurmu9656
    @jitenmurmu9656 2 года назад +4

    অসমৰ প্ৰত্যেক হস্পিতলত ঘটনা চ লি থাকে দ য়া মমতা নাই।

  • @NoboJyotiNath-f8i
    @NoboJyotiNath-f8i 3 месяца назад +1

    Lakhimpur ki phaltu district 😂😂😂😂

  • @joysingh2414
    @joysingh2414 2 года назад +8

    CC camera seq korak kunuba ahesil neki,,

  • @BHRIGUKUMAR-i3t
    @BHRIGUKUMAR-i3t 7 месяцев назад +2

    টকা ললে কিজানি

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 2 года назад +10

    CCTV পৰীক্ষা কৰক,,সকলো ওলাই পৰিব।।

  • @ankurdeep5856
    @ankurdeep5856 2 года назад +1

    Dhoi ke ja kam kora aji kali

  • @mintubarman6118
    @mintubarman6118 2 года назад +5

    baby tur vorit makor name likha Thake kagoj akhont.

  • @udayan0738
    @udayan0738 2 года назад

    নাৰ্ছ কিছুমান খুব harami থাকে,মোৰ নিজৰ লগত ঘটিছে কিছুমান কথা

  • @milandeka5850
    @milandeka5850 2 года назад +6

    This is business 😂😂

  • @entertainmentandmusic6955
    @entertainmentandmusic6955 2 года назад

    Sulatu jtya babytur ayitake pindhai dicil tetyaw Dekha nacil ne ayitak joniye lora ne suali

  • @smitabangthai5269
    @smitabangthai5269 2 года назад +18

    Karu tat photos akhonu nai ne... Aji dinot sobore tat camera thoka mbl ata thake... Akhon pic click koriboloi nuarile ne...jodi rati hui thakute kholoni korise okonmn holeu mukhor akriti monot nai ne... Asorit... Kotha lora pora suwali knkekoi hol... Maak aru ghr mnuhe abaru saboloi homoi napal nki... Lora ne suwali... Ki asorit baru ji nohok dukhi khasti pbo lge. . Ebur huni bhoi a loga hoise aru...

    • @dadusaikia9686
      @dadusaikia9686 2 года назад +1

      Right..nijor makeu mukh khn nasale.. mur suwali Joni houte agt suwali jonir mukh khn he saislu..kunu kom nohoi..nijor kesuwa tu sini napai.. Lora ne suwali sautehe gom paise

    • @assamesevlogger4836
      @assamesevlogger4836 2 года назад +1

      Jonmor lge lge sob baby bilkk akei lge

  • @himadrikoch8270
    @himadrikoch8270 2 года назад +1

    🧬DNA TEST KORAUK

  • @sunitavgh
    @sunitavgh 2 года назад +4

    কুলি যুগৰ কলা কথা মানুহবোৰ একদম বেয়া হৈ গৈছে।

  • @himashreedaskalita3536
    @himashreedaskalita3536 2 года назад +1

    Dinote howa xantanto pisdinahe kapur xalale je.....amito diar pisote kapur change koriso

  • @beautykonwar427
    @beautykonwar427 2 года назад +6

    বেছি দুখি বেবিটো ঘৰৰ মানুহ এবাৰ লৈ হ'লে কেঁচুৱা কাপোৰ সলোৱা নাই নেকি একদিন একেটা কাপোৰেৰে থাকিলে নেকি।বুবক ক'ৰবা

  • @bhushanjitdeka840
    @bhushanjitdeka840 2 года назад

    Xeidina Prsnt thaka all prsntk Mati ani DNA examination korile olei poribo

  • @chitraborgohain7165
    @chitraborgohain7165 2 года назад +3

    আমি অসমৰ অসমীয়া আৰু সেই অসমীয়াকেই কিয় ঠগাই। এগৰাকী মাকেহে গম পাই সন্তান জন্ম দিয়াত কিমান কষ্টকৰ, বেদনাৰ সঞ্চাৰ হয়। বিষয়টো সকলোৰে দৃষ্টিগোচৰ হোৱাৰ লগতে উচিত তদন্ত হোৱাৰ প্ৰয়োজন নহ'লে তেওঁলোকৰ দৰে আৰু কাৰুবাৰ ভৱিষ্যতে একেই দশাই হ'ব এইটো খাতাং।

  • @massamesetechnical5995
    @massamesetechnical5995 2 года назад +2

    তিনিওটা baby যে লৰা হয়, সেইটো কিমানদূৰ সত্য বা?

  • @prasannakalita5323
    @prasannakalita5323 2 года назад +13

    আচল কথা টো হল, কোনেও গুৰুত্ব দি চোৱা নাছিল, ডাক্তৰে কলে লৰা বুলি ,খুব সম্ভৱ ভুলতে তাৰ পাছত নাৰ্চেও একেই ভাষণ দিলে কিয়নো চৰকাৰী কাম এনেকুৱা ধৰণেই হয়, লগতে ডাক্তৰ আৰু নাৰ্ছ সকলক সততে ভগৱান বুলি ভাবি লৈ অভিভাৱক সকলেও তেওঁ লোকৰ কথা মানি ললে,পিছত আচল ভগৱান মাক বা বাপেকৰ চুকত হে আচল কথা টো ওলাই পৰিল।

  • @depankar__gogoi
    @depankar__gogoi 2 года назад +1

    O

  • @kanankakati9763
    @kanankakati9763 2 года назад +5

    DNA test korile hol

  • @Ruuupam
    @Ruuupam 2 года назад

    কাৰ ভূল । বাইদেউ আপোনালোকে সলায়ছে ,,,? CCTV footage Check কৰক ,,,,??

  • @abhideuri3055
    @abhideuri3055 2 года назад +8

    Fal2 hoy lakhimpur medical college,r manuhbur

  • @ranjitrajbongshi338
    @ranjitrajbongshi338 2 года назад

    তাত চি চি কেমেৰাৰ নাছিল নেকি। যদি ভালে দৰে তদন্ত কৰে সকলো ৰহস্য ওলাই পৰিব