মংগলদৈৰ অনুপম ডেকাৰ ব্যৱসায়িক সফলতাৰ কাহিনী || UPARJAN ||
HTML-код
- Опубликовано: 11 май 2023
- মংগলদৈৰ অনুপম ডেকাৰ ব্যৱসায়িক সফলতাৰ কাহিনী || UPARJAN ||
দেউতাকে এসময়ত আনৰ দোকানত পানী বিক্ৰী কৰিছিল
আনৰ ঘৰত ধুইছিল বাচন বৰ্তন
কিন্তু এদিন তেওঁলোকৰ দিন সলনি হ’ল
এতিয়া ভাৰতৰ ভিতৰতে এটা বৃহৎ কোম্পানী মালিক তেওঁলোক
Contact us - 9101735732
uparjan.in
এওঁলোক হ’ল আমাৰ মংগলদৈৰ গৌৰৱ, ৰিপোজ কোম্পানীৰ মালিক। এওঁলোক বহুত ভাল পৰিয়াল। পৰিয়ালৰ সকলো লোক খুবেই ভাল।
এওলোক হহুত ভাল মানুহ বহু মানুহক ভাত দিছে শুভ কামনা থাকিল!
এওঁলোকে হল জাতিৰ গৌৰৱ।।।।।
এও অসমীয়া জাতিৰ প্ৰকৃত গৌৰৱ।
ভাল মনৰ মানুহ , ভগবানে সহায় কৰিছে । আৰু আগবাঢ়ি যাওক ।উঠি অহা চামৰ পথ প্ৰদৰ্শক হওক । সৰু মানুহৰ সৰু আৰ্শীবাদ ।
কোনো কামেই সৰু নহয়, কষ্টৰ ফলাফল সদায় মিঠা হয়। ধৈয্য আৰু একাগ্ৰতাৰে নিজৰ লক্ষ্য জয় কৰিব পাৰি। আমাৰ হিয়াভৰা শুভেচ্ছা প্ৰতিস্থান তোলৈ।
নতুন পুৰুষৰ বাবে সেয়া প্ৰেৰণা হওক। আজিৰ দিনত মূলধনৰ কাৰণে বিশেষ একো চিন্তা কৰিব লগা নহয়।
যেতি়য়ালৈকে অসমীয়া লোকে business কৰিব নিশিকে তেতিয়ালৈকে আমি উন্নতি সাধন কৰিব নোৱাৰিম
ধনী লোক সকলে টকা বাকচথ নথৈ এনেকুৱা উদ্যোগ যত নেকি হাজাৰ জনে ভাত পায়। এখেতক বহুত বহুত ধন্যবাদ।
অতি সুন্দৰ পদক্ষেপ প্ৰকাশৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো।
সেই পানী ভাৰী " সুনন্দ ডেকা "" কাল ক্ৰমত সুনন্দ মহাজন হৈছিল । আছলতে নিষ্ঠা সহঃকাৰে কৰা কৰ্ম ' একাগ্ৰতা ' সুদৃঢ় বিশ্বাস ' বিশ্বাসভাজনতা সকলো গুণ আছিল বুলি দেউতাৰ মুখে শুনিছিলো ।
Proud of SRD in Darrang District and Assam also..❤❤❤
নলবাৰীৰ মানুহ অসমৰ প্ৰতিখন চহৰতে একো একোটা প্ৰতিষ্ঠিত পৰিয়াল আছে বুলি মুখ্যমন্ত্রীদেৱে কৈছিল। তাৰে এটা উদাহৰণ SRD
নলবাৰী বনগাঁওৰ পৰা গৈ মঙ্গলদৈত প্ৰতিষ্ঠা কৰা ব্যৱসায়ে আজি অসমৰ গৌৰৱ হল
মই একমত। চাকৰি নকৰু কাকো কৰিবলৈও নিদিউ। চাকৰি মানে চাকৰ আমাক এনেকুৱাই মালিক লাগে।
অসমীয়া ৰ গৌৰৱ মঙ্গলদৈ SRD❤
ভগৱানে তেখেতক মঙ্গল কৰক । সুন্দৰ বৰ ভাল লাগিল
Proud ❤of SRD in darrang district❤❤❤❤... 😊🥰
আগলৈ আৰু ডাঙৰ বেব্ৰসাই বাঢ়ি যাওক কামনাৰে ধন্যবাদ
The success of "Repose"is an inspiration to all the upcoming Assamese entrepreneurs. He has rightly stated that business is the backbone of a state.👍👍👍
ভাল লাগিল। ধন্যবাদ।
সুন্দৰ এনেদৰেই অসমৰ অসমীয়াই আগবঢ়ি যওক । অসমীয়াইও ব্যৱসাই কৰিব পাৰে । এয়া তাৰেই প্ৰমান ।
Repose r story tu college t amak Sir ajone koisil 👍🙏 xosai bohut motivational story hoi
অসমৰ গৌৰৱ
ছাৰ আপুনি মোৰ মনৰ আশাৰ কথা কৈ দিলে
ছাৰ মোই এজন ভাল Business man হব বিচাৰো
ছাৰ মোৰ কাৰেণ দুৱা কৰিবা
Think you sir
Ki business koriba?
Fantastic achievement Junti really very proud of you 👏
Repose r দৰং ৰ খাৰ খোৱা Restaurant খন বাহিৰৰ পৰা দেখিয়ে বহুত ভাল লাগে, কেতিয়াবা যাম ভাবি আছো ।
Val lagise atiya je Successful Businessman aru val hoyok aponalokar
ধন্য বাধ জনাইছো দাদা,
Jar bikhoya janibo bisari asilu....
Taur video aa dila.... thank you UPARJOR LOT A LOVE ❤
Apunaluka Parsonaly goi video ata bonabo sun...
Bohut val lagil...
Xundr alosona......
🎉 Good achievement for our society. 🎉He was real Hero of our state. We're proud of you. Go ahead way to your journey. God bless you. All the best wishes to you 🎉
I feel proud for him.
Bohut vle lagil...God bless you 🙏
Axomiya jatir gourov. Golden of Assam.
ভাল লাগিছে।
Very good.. proud of you and your company ❤
বহুত দিন জীয়াই থাকা প্ৰকৃত অসমীয়া ।বহুত বহুত ধন্যবাদ ।
My home town mangoldai .bhut Val lagil❤❤
Awesome, superb and very very inspirational.... Thanks to sir Anupam Deka and the reporter for the valuable informations... it's simply great..God bless you! Hope our people can learn from this video.... With love from Bangalore.....
Very inspiring...but we are proud of deka family
My Dear Anupam,You are Exceptional Human in this World,With Honarable Ministar Bimal Bora Sir ❤
Great person salute sir proud of you 💕💕🙏🙏🙏🙏
Proud of you 👌God bless you .
❤Very Inspiring 🎉Thanks God !
মঞ্চত ডাঙৰ কথা শুনি ভাল লাগে। ওচৰলৈ গলে বেলেগ হৈ পৰে।
Apuni ji bhabise tenukua nohoi euloukor familyir proti tu member a bhal iman dhoni huar pisotu dadagiri abhodromi bula bostu ami dekha nai they are great people
মানুহ খিনি সৰল!! তুমি ওচৰত গলে তোমাক ও মাত লগাব
So nice, absolutely true,Anupom brother,thanks
এইটো কোম্পানীত বহুত বাৰে তেজপুৰৰ পৰা বস্তু লৈ যাওঁ ।। বহুত বস্তু পাই।।
Good step for new generation.
Great🎉🎉🎉🎉but it's true that without revolution man can not make in his life salute
Success hobalai luck lage aru hard work lage.
Bohut bhal lage eibur jia kahini parile subidha dibo
Bahut val lagil 👍👍👍
এই ভিডিও টো চোৱাৰ দিনাৰ পৰাই মোৰ মনত এটা সপোন জাদি উঠিছে।। ডেকা চাৰক লগ কৰি তেখেতৰ কম্পেনীত কণী যোগান ধৰা.. কোনোবাই এই ক্ষেত্ৰত মোক অলপ সহায় কৰিলে মই আনন্দিত হম।। চাৰক কত লগ পাম মই।।। মই বহুত আশাবাদী এই সপোনটো লোই।।
ভাল লাগি গল
Proud to be Mangaldoiyan ,,,,,❣️❣️❣️ main khini he tew koise ,,,,ro2 kiman ase SRD r business complex, cinema hall , wholesale, restaurant etc😍
Bohut Bhal Manuh Anupam Deka ,Moi Log Paiso Ekhetok Bhalke ✌️
Val lagil
Khub bhal lagil
সুন্দৰ 💝💘🥰
Proud of you sir.. Bortomn moi o SRD r outlet a job kri aso ghy.. Thank you.. Apunalukr babe amr nisina bhut lra suwali e Khangsthapn paise..
সুন্দৰ
Bahut val lagil
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
Apunak thankyou disu mur ata b, s, c, pass lara ase sangthapan dibanaki ami ati garib manuh thank you
আপোনালোকৰ দেউতাক ভালকৈ দেখিছোঁ।তেওঁ আমাৰ অনুপ্ৰাণিত কৰি আহিছে।কিন্তু যি খন কিতাপ আছিল এবাৰ পঢ়িছিলোঁ।কিন্তু নামটো পাহৰি গলো কিতাপ খনৰ নাম।
Mr idol, SRD group ❤
Super......ILike it
🙏 bohot val lgila 🙏
Deka Sir ,
Salute you
Bohut hundor
Aponalokr video bor sai mor bht bhal lge bht anupranit ho moro kiba ata karar hepah bht kintu scope he napao
Proud of you Sir🙏
Anupan daa, Bohot val lagil aponar kotha khini xuni,
Good will concept, innovation
Jai Aai Axm ✊✊✊
Very good anupamda long life 🙏🙏🙏🙏🙏
Very good ... 🙏🙏🙏🙏
Good news da
Proud of you sir....❤
Darrngr gaurav❣️
❤❤❤ mangaldai r gourav...
Great
আমাৰ গাঁৱৰ অনুষ্ঠানত ❤
RongaliTingkhang
Great 👍
Best of luck dada
🎉🎉🎉 great job sir
God bless you sir..
Proud of you. Wishing you all the success in your life .
❤❤❤great inspiration ❤️
God bless u Anupom da
Bhut val manuh❤
Proud of you Anupam Shillong college r Prof. Baruah Sir k monot aase ne?
Proud of u dada
SRD YE 8000 manuhak service dise.praud of Assam,Mr. Deka da.selut From Nalbari.
Derikoi holeo aponar batorito dhonaybad agoloi aru kiba kibi korok tare kamonare.
ধন্যবাদ
Proud of you sir 🙏🙏🙏.
Love from Mangaldai..❤❤❤
অনুপম ডেকাৰ শলাগ লৈছো I
Repojor huwadloga bostu sivsagar pothale val hobo ami akha rakhisu❤❤🎉🎉
Inspiring man.....
গডছে
7:38
Aru aguai jaok
Nice bro