বাৰে বাৰে ব্যৱসায়ত বিফল হৈও হাৰ নামানিলে মহেন্দ্ৰ বৰাই | anuraag dhaba
HTML-код
- Опубликовано: 24 мар 2022
- বাৰে বাৰে ব্যৱসায়ত বিফল হৈও হাৰ নামানিলে মহেন্দ্ৰ বৰাই | anuraag dhaba
কেতিয়াবা যদি তেওঁ হেন্দিমেনৰ কাম কৰিছে তেন্তে কেতিয়াবা শাকপাঁচলি বেপাৰ অথবা মাছৰ বেপাৰ ৷
কেতিয়াবা যদি তেওঁ নাৰ্ছিংহোমত কাম কৰিছে তেন্তে কেতিয়াবা আনৰ ঘৰত কৰিছে ভাত ৰান্ধনী ৷
কিন্তু ইমানৰ পাছতো তেওঁ ভাগৰি পৰা নাছিল। সদায়ে ভাবিছিল যে তেওঁ কৰ্মচাৰী হৈ আনৰ তলত কাম নকৰে ৷ এদিন তেওঁ নিজেই গঢ়িব ব্যৱসায় ৷
আৰু এই ব্যক্তিজনে আৰম্ভ কৰিলে তেওঁৰৰ সপোনৰ ব্যৱসায়।
নগাঁৱৰ এই ব্যৱসায়ীজনৰ নাম মহেন্দ্ৰ বৰা ৷ বৰ্তমান তেওঁৰ “অনুৰাগ ধাবা“ত কৰ্মৰত ৭০জনকৈ যুৱক যুৱতী ৷
এসময়ত আনৰ ঘৰত ৰান্ধনী কৰা /বাছৰ হেন্দিমেনৰূপে জীৱন কটোৱা মহেন্দ্ৰ বৰাৰ জীৱন সংগ্ৰামৰ কাহিনী জানো আহক :
uparjan.in
Great
Amiu khaisu, hosai hundor, 👌👌🙏🙏
ধন্যবাদ
Hoy teoaei mahaan jagatar ishwar Jai Shri Krishna
Shree krishnaya Namah :
Comment number :: 211
Kouty kouty dandavat pranam o namaskar
------- Jintu medhi
❤️❤️❤️❤️❤️
Dada apunar hotel t 1 Rati thaki ahixu bohut val lagil apunalukor Asar bebohar Apuni ru aagbahi jawak dada
আমি গুৱাহাটী গ'লে অনুৰাগ ধাবাতে ভাত খাও।বৰ পৰিস্কাৰ ।খাদ্য ও অতি সুস্বাদু।
Axomia Manuh Alp Ahangkari....... 👈👈
মহেন্দ্ৰ দা আপোনাৰ জীৱনৰ কথাবোৰে বহুতকে জীয়াই থকাৰ প্ৰেৰণা যোগাব।।ধন্যবাদ🙏
ভাল লাগিল শুনি দাদা আপোনাৰ কথাখিনি
ধন্যবাদ
অনুৰাগ ধাবাৰ যোৱা 6 বছৰৰ নিয়মীয়া গ্ৰাহক হিচাপে কওঁ Anurag is the best..!!
Great to know his story.. Inspiring
আজিৰ যুগত আপোনাৰ দৰে মানুহৰ বহুত আৱশ্যক, ইমান সংঘাত কৰি আপুনি এইখিনি ঠাই পালে বাবেই বহুতৰ জীৱনৰ কষ্টখিনি বুজি পাইছে, ধন্যবাদ দাদা আপোনাৰ কথাখিনিৰে বহুতকেই আগুৱাই লৈ যাব পাৰিব 🙌🙏
Khub vl lagile manu jonor kotha huni
অভিভূত হৈ গলোঁ শ্ৰদ্ধেয় মহেন্দ্ৰ বৰাদেৱৰ কথা শুনি। মানুহৰ আশীৰ্ব্বাদ লাগে মাত্ৰ। শুদ্ধ অন্তৰেৰে আশীৰ্ব্বাদ পাবলৈ মানুহ যে শুদ্ধ হ'ব লাগে বৰাদেৱেই সুন্দৰ উদাহৰণ । তেওঁৰ আৰু উন্নতি হ'ব সেয়া নিশ্চিত।
নগাঁৱৰ এখন সুন্দৰ ধাবা৷
❤️ From Nagaon Puranigudam
সুন্দৰ চিন্তা ধাৰা আপোনাৰ 🙏🙏
অনুৰাগ ধাবাৰ এটা সুনাম আছে ৷ বিশেষকৈ ভাতৰ ৷ বহু 'বিশেষ' ব্যক্তিৰ নগাঁৱত প্ৰথম পচন্দ অনুৰাগ ধাবা বুলি শুনিছোঁ ৷
পিছে মোৰ ব্যক্তিগত অভিজ্ঞতা বৰ সুখকৰ নহয়৷ সেইয়া পিছে ভাতৰ সলনি চিকেন বিৰিয়ানী আছিল৷ একেবাৰে নিম্নমানৰ খাদ্য আছিল৷
তাৰ সমান্তৰালকৈ কওঁ, মোৰ এদিনৰ অসুখকৰ অভিজ্ঞতাৰে অনুৰাগ ধাবাৰ ১০ বছৰীয়া সুনামক নসাৎ কৰিব খোজা নাই৷
কেতিয়াবা হৈ যায়৷
স্বত্তাধিকাৰী গৰাকীৰ কথা-বাৰ্তাৰ পৰাই অনুমান কৰিছো, তেখেত এগৰাকী সফল ব্যৱসায়ী হোৱাৰ আগতে এগৰাকী সৎ আৰু মানৱ দৰদী ব্যক্তি ৷
সকলোৰে উত্তৰোত্তৰ কামনা কৰিলোঁ৷
Anuraag dhaba bohut val driver and handiman khuwa FREE FREE got bless you
Hi
বহুত বহুত ধন্যবাদ জনালোঁ
Jani khub bhal lagil...edin poriyal loi ahim
Inspire holu bohut hats of dada 😍😍😍😍
God bless
🙏🙏
ধন্যবাদ বৰা চাহাব ।
God bless you
বহুত বহুত শুভেচ্ছা থাকিল আপোনালৈ |
👍
anuraag dhaba t adin nitsoy jam 👍
আপোনাৰ ধাৱা আমাৰ ওচৰত
বহু বাৰ হৈছো।। ভাল লাগে
Thank you. 🙏🏻
Roti aru bhaat hosai khai bhal lagei.. totally worth every ruppee
বৰ ভাল লাগিল 👌 অনুপ্ৰাণিত হৈছো 🙏
bhal lagil dada
A to. Z my life thanks
Bohudin khaisu....oti sundor
Inspirational 🙏 . Huge to respect to him
Ultimate
So proud of you khura , really got inspired 👏👏👏👏👏👏👏
Val lagil.
MAY SUCCESS COME TO YOUR LIFE IN WHATEVER YOU DO.
Apunar Anuragh hotel khonot khai bhaut bhal lagil.
Dynamic person🙂🙏🏼♥️
Inspiring story indeed
Very Great Man for Me.... Interview of the last two line very very thanks to you....
Moi proud fill kore karon teo mor mama hoi 😍😍
Anuraag dhaba is best 👍👍homoh raizz Or ba bey🤩🤩
great person 👏👏
Anurag dhaba bahut excellent
ভাল লাগিল
শেষৰ কথা কেইটা বহুত ভাল লাগিল।
Dada God bless you.
Xundor 👍
Very down to earth person... Bhal lagil khura buliye koisu aru 🙏
Bhut vl lagise.....
Great ♥️
Best wishes.
Bhal lagise aponar kotha bilak..... Enekoi aag bari jauk.... Mor pora o ashirbad thakil khura.....
Bohut. Val. Lagil. Vidio. Tu. Sai.
Khub xundor dada
Val lagel khotha bor
Such a great man
❤️
Manuh jan bohut bhal, bohut help kore.
Thanks❤🙏 fr encourage me fr my life's weak point...
Excellent
You are really inspiration for us sir🙏🙏🙏🙏🙏🙏🙏🙏🙏
Nice job great
Anurag Dhaba serves very good food.long live the dhaba
আপোনাক সেৱা জনাইছো
Good achievement.so we're proud of you
Very good dada
Good.job
Hundor sinta dhara
God bless him 🙏
very good 👍🏽
Excellent I Proud of you
Very Good Brother
Adin jam.val lagil.
Very good business strategy
Very nice dhaba
Vll lagil dada
Xeya jonalu ,🎉🎉🎉🎉🎉
Bohut val lagil adin lok koribo apunak
আমি ইয়াত ভাত খাইছোঁ। বহুত সুন্দৰ । পৰিপাতি ।
আপুনি আৰু আগুৱাই যাওঁক ।
Nice Sir
হোটেল খনত বহু বাৰ সোমাইছো... সকলোৱে ব্যৱহাৰ পাতি বোৰ বহুত ভাল! খোৱা বোৱা বোৰো সম্পূৰ্ণ ভাল
Bohut vaal laagil emaan dhuniyakoi bujai dise dhanyabad aaru vogobane apunak mongol korok edin jaam baaru time aahibo diok
ককাইদেউ আপোনাৰ দৃষ্টিভংগী কিন্তু বহুত উচ্ছ মই সন্মান কৰিছো।এদিন মইও এসাজ নোখোৱাইকৈও দিন কতাইছিলো আৰু আজি মই..কেতিয়াবা চকুলো দুধাৰী বৈ আহে কিন্তু এইবোৰ সুখৰে চকু পানী।যিকি নহওক এদিন দৰ্শন কৰিম আপোনাৰ কল্পনা অনুৰাগ ধাবাত
good job dada
Bhal lagil dada konor kahinitu.. golaghat golei ami tatei vat khau.. hoi dadar jonor hotel or khana bohut bhal
Gahori thali💕
I am from silchar, came to nagoan for official work , I had lunch in anurag dhaba food was amazing,neat and clean,and breakfast also very tasty,, I think it's one of the best restaurant in Assam
khub bhal lagil, xubidha pale jam
Val lagil
বৰা আপোনাক ভগবানে বহুত ওপৰলৈ লৈ যাব। আপোনাক দেখিলেই কিবা ভাল অনুভৱ এটা হৈ যায় । ভগবান আপোনাৰ সহায় হওঁক ।
ডাংৰীয়া ভগৱানে তেওঁক একো দিয়া নাই আৰু নিদিয়েও কাৰণ তেখেতে নিজেই এজন আত্মবিশ্বাসী আৰু অত্যুৎসাহী ব্যক্তি
Manuhjon bor down to earth....lastor line tuye montu bhal logai dile....
🙋🙋
👌👌👌👌
Great...the life of this man will inspire others.He is practical,experienced and confident.Our society should have this type of man .Nice GO AHEAD sir.....
vl lagile vide 2 sai
শেষৰ কথাকেইষাৰ ভাল লাগিল
Good man