ধ্ৰুৱজ্যোতি বৰাৰ কঠোৰ পৰিশ্ৰমৰ কাহিনী | BORA BAZAR
HTML-код
- Опубликовано: 4 окт 2024
- ধ্ৰুৱজ্যোতি বৰাৰ কঠোৰ পৰিশ্ৰমৰ কাহিনী BORA BAZAR
UPARJAN: 9101735732
এসময়ত তেওঁ খৰি বিক্ৰী কৰিছিল পথৰ কাষত। আৰু এতিয়া তেওঁ এখন বিশাল বজাৰৰ মালিক ৷
হয় টিয়কৰ এই “বৰা বজাৰ” বহুজনৰে চিনাকী ৷ অসমীয়া ব্যৱসায়ী ধ্ৰুৱজ্যোতি বৰাৰ কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফল এই বৰা বজাৰ ৷
অসম হাৰ্ডৱেৰ নামৰ এখন দোকানৰ পৰা উপাৰ্জন কৰা টকাৰেই টিয়কৰ সু সন্তান ধ্ৰুৱজ্যোতি বৰাই ২০১৫ চনত গঢ় দিলে বিশাল বজাৰখনৰ ৷
UPARJAN.IN
অসমীয়া মানুহৰ, বিশেষকৈ খিলঞ্জীয়া ভূমি পুত্ৰৰ উন্নতি দেখিলে বুকুখন ফুলি উঠে, গৌৰৱ অনুভৱ কৰো, ইশ্বৰে আগুৱাই নিয়ক বৰা বজাৰক
ভাল লাগে উদ্যমীয়ে উদ্যমীক সহায় কৰা দেখিলে৷ অসমীয়া হিচাপে গৌৰৱান্বিত
আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনাৰ দৰে ব্যক্তি সকলক লৈ অসমীয়াই গৌৰৱবোধ কৰে ।
উদ্যমী পুৰুষ বৰা ডাঙৰীয়া লৈ অভিনন্দন । তেখেতৰ মনৰ অনুভৱৰ কথাখিনি শলাগ লৈছোঁ । সততা আৰু নিষ্ঠাৰে ব্যৱসায় অন্য এক মাত্ৰা প্ৰদান কৰিছে । 'বৰা বাজাৰ ' হ ওঁক অনবদ্য ও অনন্য ।
ভাল লাগিল।বহু অনুপ্ৰাণিত হলো।কষ্ট আৰু মগজু সঁচাকৈয়ে লাগিব। থলুৱা,খিলঞ্জীয়াৰ এনে উত্তৰণে অসমক আগুৱাই যোৱাত সহায় কৰিব।ভূমিও আমাৰ বজাৰো আমাৰ।তেহে ……অসম উন্নতিৰ পথত।অশেষ অভিনন্দন।
এনেদৰেই খিলঞ্জীয়া সকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লক্ষ্যত উপনীত হোৱাত সহায় হব | সকলো খিলঞ্জীয়াই মনে -প্রাণে এই আদৰ্শ লোৱা উচিত |
CONGRATULATIONS. STAY BLESSED
গৈছো, পৰিৱেশটো ধুনীয়া
Great people,god bless him ❤️
দাদা আপোনাৰ কৰ্মৰাজিৰ আৰু মানসিকতা বৰ সুন্দৰ।আপোনাক এদিন লগ পাম ।
অসমীয়াৰ বজাৰ দেখি ভাললাগিছে৷ নিবনুৱা সমস্যা সমাধানত দাদাই ভুমিকা লোৱাৰ বাবে অশেষ ধন্যবাদ৷
"BORA BAZAAR" heart of Teok
ধুবজোতি পতি বহুত বহুত ধন্যবাদ থাকিল Bhadra kanta gogoi নবজ্য্যোতি গাওঁ
বৰ ভাল লাগিল দাদা ,এজন অসমীয়াৰ উদ্যোগ দেখি । মই শিৱসাগৰৰ , কিন্তু টীয়ক, কাকজান, যোৰহাট আদিলৈ গ'লে প্ৰায়ে বৰা বজাৰত সোমাওঁ ।...অসম হাৰ্ডৱেৰ ষ্ট'ৰতো সোমাই দুই এবাৰ কিনিছোঁ কিবাকিবি।
ভাগ্য পৰিবৰ্তন কেতিয়া হয় কোনেও নাজানে
ভাল লাগিল তেখেতৰ যি কষ্ট, আৰু ত্যাগৰ সফলতাৰ ফলত আজি বৰা বজাৰ অসম প্ৰায় বোৰ জিলাতে মানুহৰ মূখে মূখে শুনিবলৈ পাও,,,,,টিয়কত বৰা বজাৰ সোমাই আহিলো,,,,,
Vaal laagil...ejon khub vaal maanuh bora daa...muru byoboxaay koribole mon ase...kintu ki byoboxaay korile success hom hei2 buji naapau..
সছাকৈ আমি চকুৰ আগত দেখা। তেওঁ বহুত উন্নতি কৰিব পাৰিলে। ভাল কথা
Bohut vaal lagil kothabur
ভাল লাগিল । অসমীয়া হিচাপে অসমীয়া লোকৰ উন্নতি দেখি মনতো বহু ভাল লাগিছে। ধন্যবাদ
Grand salute bora da
Val lagil Bora da aapunar jibon kahini.please Bora da Jodi paray muk eakhon dukan dibo babey hubhida dibo paribo nayki
Thanks Bor Video To dia karane
Val munuh deiii .hundor monor odhikari
আপুনাৰ কষ্ট লেখত লব লগিয়া , ভগৱানে আপোনাৰ লগতে আপোনাৰ পৰিয়ালক কুশলে ৰাখক , টিয়কত থাকি গৌৰৱ অনুভৱ কৰো ।
তেওঁ প্ৰকৃততে সমাজসেৱি ব্যৱসায়ী
Very good👍 inspiration video and this man is truly inspired
Honest Man
Khub val lagil..bht utkha dise Bora daar kahani tu aa...
Salute sir ❤❤
Jai Aai Axm ✊✊✊
Abor manohak aasalote cm banaba lage, bahut... Val Dhuba da, ❤️❤️❤️👍
Bor bhal lagil.
Love from dhemaji
DADA APUNAR KAMOT MOI BOR HAPPY.AGOLOI ARU AAKHA KORISU . THANK YOU.
Bora da.. Great..
আৰু উন্নতি হওক আৰু আগুৱাই যাওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
মন পচন্দ কথা কলে ভাল লাগিল...
ভাল লাগিল
Proud of you Sir🙏
i love you sir........ i Love business man 👍👍👍👍👍👍
God bless you
Great👍
Borahda Val lagil.
🙏🙏🙏👌bohut bohut dhyanoybad akhomiya jubok juboti hokolok hubidhaya diya babe 🙏🙏🙏 aru anekuwa Akhomiya r bohut proyojon ajir donot 🙏🙏🙏👌👌👍🏻👍🏻👍🏻❤️❤️❤️
Hundar
Apuni hosai bohut val manuh dei
Hai kila 4lineot maite gol cute toka pala
Business Mindset
bhut val lgile ktha kini huni ru bhut utkha dile val lgil🙏🙏🙏
Khub xundor
ভাল লাগিল বৰা ডা
আমাৰ অসমীয়া হিচাপে আমাৰ মানুহৰ এনে প্ৰেণামূলক ভিডিঅ’ চাই মনত কিৱা এটি সাহস পোৱা যেন অনুভৱ হয়।
Bohut bhal lagil. God bless you dada
প্ৰকৃত জাতীয়তাবাদী
Good 👍
Dada bht bht dhanrabat
আপোনালোকৰ চেনেল টোৱে বহুত শিক্ষিত নিবনুৱাক অনুপ্ৰাণিত কৰিব কাম কৰিবৰ বাবে ,দুখীয়া আচলতে সেইজন লোক যোন এলেহুৱা ।
Great humen being 🙏🙏🙏🙏🙏
ভাল লাগিল চাই । সহজ সৰল মানুহজন । আপোনাকো অশেষ ধন্যবাদ জনালোঁ এই ধৰণৰ ভিডিঅ উপহাৰ দিয়াৰ বাবে । আগলৈও এনেকৈয়ে প্ৰেৰণামূলক ভিদিঅ পায় থাকিম বুলি আশা কৰিলোঁ ।
Right kotha sir
Very good initiative
Bohut dhunia concept
সুন্দৰ
Apunar video wait kori thaku dada🙏
Very good advice
বহু ত ভাল লাগে video চাই
Good News
Val lagil
কষ্ট কৰিলে ভাগ্যও আহি পৰে
vl lagil dekhi
Good
4 Lane tu juwar karone bohut poisa pai invest korile .... ♥️
Real story to inspire....
God bless you for ever,
👍👌very good
Bora Da I like to your Labor i whiches you.
👌👌👌
Big thumbs up 👍👍👍👍
So nice.... 👌👌👌👍👍👍
Very good
Shivji mass
Thank you dada
Aru aguai jauk
আপুনি সঁচাই অসমীয়াৰ আৰ্দশ।
Thikei ase, al da best...
4m Poison
Good job
Bahut bahut 🙏🙏🙏
Bora Da kholagisu 👍
❤️
Very good 👌👍👌
Thanks bara daloy
আমাৰ গৌৰৱ বৰা বজাৰ❤️ৰৈ আছোঁ দুৰ্গা পূজাৰ বাবে🤩
❤️❤️❤️❤️❤️❤️❤️
Sobor ankuwa luck nathaka. Bhagyo laga
mor bhut sikibo lga ase aponr poraa khuraa mor bepar koribo bhut mn ase ..axomiya lora hoi moi sanjib kr das
Very very nice
Vl lgil
mahnu hbo lge apunar dhore
.👌👌
Sundar
Good good
আমাৰ অসমীয়া লোক সকল বিপ্লৱমূখি হোৱাতকৈ কৰ্মমূখি হোৱাটো প্ৰয়োজনীয়