নদীত শিল ভঙা তিৰুতাজনী এতিয়া কোটিপটি ব্যৱসায়ী

Поделиться
HTML-код
  • Опубликовано: 26 дек 2024

Комментарии • 1,3 тыс.

  • @jayantadoimari9645
    @jayantadoimari9645 2 года назад +79

    আপুনি বহুত ভাল বাইদেউ ভগবানে আৰু বহুত দিনলৈকে আশীৰ্বাদ দিয়ক ,আৰু ভাল কাম কৰিবলৈ

  • @nepoleondoley3486
    @nepoleondoley3486 2 года назад +15

    ধন্যবাদ পেগু বাইদেউ। ভৱিষ্যতে আপোনি মিচিং সমাজৰ লগতে নাৰীৰ সাহসিকতাৰ উদাহৰণ হৈ জিলিকি থাকক।

    • @satyabittuuu6720
      @satyabittuuu6720 2 года назад

      Axomiya nhy nki

    • @MISINGLAND_RIDERS_2.0
      @MISINGLAND_RIDERS_2.0 2 месяца назад

      Axomot Thakile Buliye Sob Asomiya Hobo Buli Kiba Kotha Ase Neki ??? Bhai​@@satyabittuuu6720

  • @prabhatnath3800
    @prabhatnath3800 2 года назад +62

    অতি সুন্দৰ পৰিকল্পনা আপুনি বাস্তৱ ত কৰি দেখালে এনেদৰে আগুৱাই যোৱাৰ কামনা কৰিলো ।

  • @JayantaDas-sj2qh
    @JayantaDas-sj2qh 2 года назад +7

    বহুত ভাল কাম কৰিছে আপোনি lআপোনি আৰু আগোৱাই যাওঁক

  • @ajitsaikia2351
    @ajitsaikia2351 2 года назад +73

    আপুনি এক আদৰ্শ। আপোনাৰ উদ্যম দেখি বৰ ভাল লাগিল।

  • @jyotidoley4581
    @jyotidoley4581 2 года назад +13

    অপূৰ্ব। আপোনাক প্ৰসংসা কৰিবলৈ মোৰ ওচৰত ভাষা নাই।মাথোঁ ভগৱানৰ শ্ৰীশ্ৰনত প্ৰাৰ্থনা জনালোঁ আপোনাক কুহল ৰাখক🙏🙏🙏💕💕💕💕💕💕

  • @lakshajitbora221
    @lakshajitbora221 2 года назад +322

    আপুনি মহান নাৰী, ভগৱন্তই কৃপা কৰক আৰু আগবাঢ়ি যাওক, আমাৰ দৰে মানুহক আপোনাৰ সাহসত আগবঢ়ায় নিয়ক ।

  • @arupkumarbaruah1033
    @arupkumarbaruah1033 2 года назад +10

    বাইদেউ ভিডিঅটো চাই বহুত ভাল লাগিল। অনুভৱ হয় যেন আপুনি মুলাগাভৰু দেশৰ আদর্শ বান প্ৰকৃত নাৰী। আপোনাৰ সুস্বাস্থ্য আৰু দী্ঘায়ুষ কামনা কৰিলো।

  • @jayantamadhavdoley4890
    @jayantamadhavdoley4890 2 года назад +110

    চেষ্টাৰ অসাধ্য একো নাই ইয়াৰ পৰা এইটো এ প্ৰমাণ হৈছে ❣❣❣

  • @dhrubajitchoudhury5567
    @dhrubajitchoudhury5567 2 года назад +6

    সঁচাই সুন্দৰ লাগিল

  • @LukenRD
    @LukenRD 2 года назад +48

    বৰ ভাল লাগিল বাইদেউগৰাকীৰ অনুভৱ,জীৱন সংগ্ৰামৰ কথাবোৰ শুনি। আপোনি অসমীয়া মহিলাৰ এগৰাকী মহান আদৰ্শ বুলি ভাবো। ঈশ্বৰে আপোনাক কুশলে ৰাখক।

  • @rasmirekhadevi6727
    @rasmirekhadevi6727 2 года назад +22

    আপুনি সঁচাকৈ মহান। আপোনাৰ সাহস খিনি শিৰোগত কৰি আজিৰ ভ্রষ্টাচাৰী সমাজখনত হাজাৰ জনী মিৰীবাইদেউৰ জন্ম হওঁক।

  • @jharnamonitaye4983
    @jharnamonitaye4983 2 года назад +46

    আমাৰ ধেমাজীৰ বুলি শুনি গৌৰৱবোধ কৰিছো | প্ৰেৰণা পাইছো আৰু মনত সাহস বাঢ়িছে |

  • @pratapkalita8894
    @pratapkalita8894 2 года назад +12

    আপুনি ধন্য। ভগৱানে আপোনাৰ মঙ্গল কৰক। অসমীয়া তিৰোতা বিলাকে আপোনাক অনুকৰণ কৰক ।

  • @pompichutia6690
    @pompichutia6690 2 года назад +36

    সচাঁকৈ আজি বহুত সাহস পালোঁ । কষ্ট যিমানে নহওঁক কিয় সাহসেৰে আগুৱাই যাব লাগে । বাইদেউ আপুনি মহান নাৰী আগুৱাই যাওঁক🙏

  • @bubulvlog121
    @bubulvlog121 2 года назад +20

    Woman of the year.... proud of you 👏 💛 Pegu Baideo

  • @bpranab87
    @bpranab87 2 года назад +92

    কুটি কুটি প্ৰণাম আপোনাক। আপোনাৰ কথা কেইটা শুনি হেপাঁহ নপলালে বাইদেউ।

  • @dhrubajyoti2260
    @dhrubajyoti2260 2 года назад +4

    বৰ ভাল লাগিল বাইদেউ গৰাকীৰ কথাবোৰ জীৱনত বহুতো কষ্ট কৰিছে তেওঁ সদায় আদৰ্শ হৈ ৰওক 🙏

  • @subrataray9460
    @subrataray9460 2 года назад +88

    Part 2 কথাবোৰ শুনি হেপাহ পলোৱা নাই। ইমান সহজ সৰল কৈ সকলো কথা কৈছে uff ❤️

    • @khargeswarbasumatary4901
      @khargeswarbasumatary4901 2 года назад +2

      Really you are a very braver woman. So I salute to you for your high thinking ambition for your struggle in life.
      From Kokrajhar BTR Assam.

    • @technopegu
      @technopegu 2 года назад +2

      অতি সুন্দৰ পৰিকল্পনা আপুনি বাস্তৱ ত কৰি দেখালে এনেদৰে আগুৱাই যোৱাৰ কামনা কৰিলো।🙏😘

    • @hiteshdeka3498
      @hiteshdeka3498 2 года назад +1

      Hitesh yeah are fatally to he gothzned kribpra noi
      la to

    • @makhanibhuyan3278
      @makhanibhuyan3278 8 месяцев назад

      ​1

  • @dimpalsonowal453
    @dimpalsonowal453 2 года назад +12

    She is an inspiration for millions, blessed with positive mindset.

  • @lookmetazlina7199
    @lookmetazlina7199 2 года назад +83

    বাইদেউ আপুনি মহান.... পৰিশ্ৰমে আপোনাক কৃতকাৰ্যতা দিছে... সকলো মহিলাৰ বাবে আপুনি হৈ ৰ‌ওক যাওতিযুগীয়া এখনি সেউজ পতাকা...💚🇳🇪

    • @lonibora7958
      @lonibora7958 2 года назад +1

      আপুনি সচাকৈ এগৰাকি নাৰি বাইদে

  • @pabitrarabha7052
    @pabitrarabha7052 2 года назад +27

    You are a role model for Youth who's currently heading towards jungle.

  • @p.s.creations9064
    @p.s.creations9064 2 года назад +309

    বাইদেউ আজিৰ যুব প্ৰজন্মৰ বাবে এটা প্ৰেৰণাৰ উৎস.... 🙏🙏🙏

    • @pallabibora7441
      @pallabibora7441 2 года назад +8

      বাইদৈ আপোনাৰ আদৰ্শ ক ধন্যবাদ জনাইছো

    • @ayanyeinyein9013
      @ayanyeinyein9013 2 года назад +5

      Vhut ahsa hei didi mevi vohut moskil se ji rehi app ka jeisa kerke dikaugi

    • @lakhidas7727
      @lakhidas7727 2 года назад +1

      @@ayanyeinyein9013TV

    • @ujjalmajhi1214
      @ujjalmajhi1214 2 года назад

      সংবাদপত্র

    • @online42367
      @online42367 Год назад

      ​@@ujjalmajhi1214OPpwPU6❤

  • @ritismitadas8502
    @ritismitadas8502 2 года назад +4

    বাইদেউ আপুনি সচাকৈ বহুত সাহসী আৰু মহান ঈশ্বৰে আপোনাৰ মংগল কৰক ‌ 🙏❤️

  • @munmigogoi2377
    @munmigogoi2377 2 года назад +20

    বাইদেউ আপোনাক প্ৰভু ঈশ্বৰে আৰু কৃপা কৰক ।

  • @romanborgohain9652
    @romanborgohain9652 2 года назад +2

    বাইদেউ আপুনি সকলোৰে বাবে এক অপূৰ্ব্ অনুপ্ৰেৰণা.... ভাল লাগিল আপোনাৰ জীৱন সংগ্ৰাম ৰ কথা পঢ়ি l

  • @raaboo8403
    @raaboo8403 2 года назад +237

    বাইদেউ গৰাকী আমাৰ বাবে আদৰ্শ ৷ 🙏💐💐

    • @herogames341
      @herogames341 2 года назад +4

      Good mom god bless you🙏🙏🙏🙏👍👍

    • @visnurabha6285
      @visnurabha6285 2 года назад +1

      Baideo apuni eman morom loga kodha koi sa husa mor ma hua hoi eman jen huki holu hoi moi biknse kuru aku bidat purile ma aku debo nuare duk lage apunar nesina moku lage ma ma vire vire good

    • @prianshreevlogs5380
      @prianshreevlogs5380 Год назад

      বাইদেউ গৰাকী আমাৰ বাবে আদৰ্শ 🙏🙏

  • @harshita_taid
    @harshita_taid 2 года назад +9

    আপোনাৰ কাহিনী শুনি অনুপ্ৰাণিত হলো । আপুনি বহুতৰ বাবে আদৰ্শস্বৰূপ । ভগৱানে আপোনাক কুশলে ৰাখক🙏

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 2 года назад +146

    শ্ৰীযুতা বগীবাই পেগুৰ কাহিনী যেন চলচিত্ৰৰহে এটি চৰিত্ৰ। কষ্ট কৰিলে মানুহৰ জীৱন যে সমৃদ্ধিৰে ভৰি পৰে সেয়া তেখেতেই জ্বলন্ত উদাহৰণ । কেনেকৈ নমস্কাৰ দিম তেখেতৰ সংগ্ৰামী জীৱনক ভাবিয়েই নাপাওঁ। কৌটী প্ৰণাম তেওঁক।

  • @babitaborthakur7125
    @babitaborthakur7125 2 года назад +2

    এনে এগৰাকী নাৰীৰ কৰ্ম,আদৰ্শ দেখি শুনি প্ৰতি গৰাকী নাৰীয়ে আত্ম প্ৰতিষ্ঠাৰ সাহস পাব,নাৰী তুমি অনন্যা💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

  • @pranabnarah4675
    @pranabnarah4675 2 года назад +26

    I really respect her struggling✨✨.....heads off to you ma'am 👏👏

  • @diptiisaikia
    @diptiisaikia 2 года назад +26

    আপুনি সাহসৰ প্ৰেৰণাৰ এক উৎসৱ । ঈশ্বৰে আপোনাক সহায় কৰক 🙏 ।

  • @amarjeetdas1070
    @amarjeetdas1070 2 года назад +31

    A big salute to Uparjon team.... the interview...really it's works....

  • @leepakmili158
    @leepakmili158 2 года назад +5

    নাৰীয়েই সৃষ্টি ; নাৰীয়েই শক্তি ৷ বাইদেউক কোটি কোটি প্ৰণাম জনাইছোঁ ৷ ভগৱানে আগলৈ আৰু শক্তি দিয়ক ৷ এইয়াই মোৰ প্ৰাৰ্থনা ৷

  • @bistiramnarzaryyoutubechan354
    @bistiramnarzaryyoutubechan354 2 года назад +58

    You are the best hero of your life story. To me, a hero has no gender. Lead your journey of effort continuously.

  • @krishnaray1905
    @krishnaray1905 2 года назад +11

    You are motivation Mam .. this is called women empowerment

  • @tapanbordoloi8661
    @tapanbordoloi8661 2 года назад +12

    আপোনাৰ চিন্তাধাৰা মহান বাইদেউ।

  • @janmoniborgohain2455
    @janmoniborgohain2455 2 года назад +9

    You are really a legender . Hope that new generation may take advice from you...lastly may god help you and also long live..... 🙏 🙏

  • @Pankajborah4x
    @Pankajborah4x 2 года назад +10

    মহান বাইদেউ, আপুনাৰ সাহসিকতা আৰু সফলতা

  • @pravachutia931
    @pravachutia931 2 года назад

    বাইদেউ ,আপোনাক অসমৰ মহান নাৰী হিচাপে সন্মন পোৱাটো বিচাৰো ॥ধন্নবাদ

  • @satyasenapati1992
    @satyasenapati1992 2 года назад +4

    Simple, honest,,,,moi ekhetok Maa buli a kom 😍. Bohut aguai jaok. God bless you Maa. ❤️

  • @pinjumonihunalihomoi
    @pinjumonihunalihomoi 2 года назад +8

    আপুনি আমাৰ বাবে প্ৰেৰণা বাইদেউ , আপোনাৰ কৰ্ম আৰু কথাই বহুতে সাহস পাব আপোনাক ভগৱানে কুশলে ৰাখক 🙏

  • @ankurankur9106
    @ankurankur9106 2 года назад +24

    নাৰী তুমি অনন্যা ❤❤💝💝💝

  • @nirensaikia7017
    @nirensaikia7017 2 года назад +7

    Salute to you for your endeavor and your positive attitude to accept all challenge of life. The lady doctor who support you always be remembered by all of us for his humanitarian act. You are the trailblazer for the all unfortunate.

  • @sunitavgh
    @sunitavgh 2 года назад +22

    আপোনাৰ দৰে ওলাই যাব বিচাৰি আছো। আনৰ তলত চলি গমপাই গৈছো।

  • @Parthibvlogs
    @Parthibvlogs 2 года назад +10

    Hats 🙌🙌of Her,it's called missing girl power 🔥

  • @hnd8030
    @hnd8030 2 года назад +11

    Great lady of our society and our Our Assamese (Mising )Community.

  • @sumduttasumdutta4321
    @sumduttasumdutta4321 2 года назад

    কবলে ভাষা নাইকীয়া হৈ গৈছে , বহুত বেছি প্ৰেৰণা পাইছোঁ আপোনাৰ কথা খিনিৰ পৰা। সঁচাই আপুনি বহুত সাহসী ,🤗😍

  • @bitupandeka1719
    @bitupandeka1719 2 года назад +20

    No words to say just Amazing heads off you .

  • @santanuborah8818
    @santanuborah8818 2 года назад +1

    Baidei gorakir kothakhini khub bhal lagil.. Bor xot aru xahoxi manuh. Oxomiyar babe Tekhet agoraki adorxo..

  • @kalidasmandal9034
    @kalidasmandal9034 2 года назад +34

    U r the great women in the world🙏

  • @awalminajannat6192
    @awalminajannat6192 2 месяца назад +1

    Thanks mathar.aponar dore moko. Hobo mon jay .❤❤❤❤❤❤

  • @brothersglobe5706
    @brothersglobe5706 2 года назад +3

    Excellent,, Be blessed, Healthy and happy always, Sister salute you 🙏

  • @ganeshroy7283
    @ganeshroy7283 2 года назад +1

    Bohut val lagil apuni aru aguwai jaok baideu 👍🙏🙏🙏🙏🙏

  • @geetalibasumatary6328
    @geetalibasumatary6328 2 года назад +19

    নাৰীয়ে কৰো বুলিলে সকলো ‌যে কৰিব পাৰে আপোনী তাৰ উদাহৰণ। হে মহান নাৰী , আপোনী সকলো নাৰীৰ বাবে প্ৰেৰণা। আপোনাক শতকোটি প্ৰণাম জনালো🙏🙏🙏

  • @junalidas3795
    @junalidas3795 5 месяцев назад

    আপোনাৰ কথাবোৰ খুবেই ভাল লাগিল। ভগৱানে আপোনাক ভালে ৰাখক সদায়।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 года назад +7

    🙏🙏🙏🙏বহুত সাহসী মহিলা।প্ৰতি গৰাকী ‌নাৰীয়েই আদৰ্শ প্ৰতিক হিচাপে গ্ৰহণ কৰক। আজিৰ এচাম ছোৱালীয়ে মদ, নিচা জাতীয় বস্তু বোৰ খাই নাৰী জাতিৰ যি বদনাম কঢ়িয়াই আনিছে তাৰ বিপৰিতে আপোনাৰ আদৰ্শ নাৰী জাতিক বহু ওপৰলৈ ডাঙি‌ ধৰিলে। এনে আদৰ্শ বান নাৰী বিদ্যালয়ৰ পাঠ্যপুথিত স্থান পোৱা উচিত বুলি ভাবোঁ। পুনৰ সেৱা জনালোঁ।🙏🙏🙏

  • @babuldeka652
    @babuldeka652 2 года назад +1

    Sister , you are great .I have nowords how to praise you. You are a great example of our nation.

  • @khargeswarbasumatary4901
    @khargeswarbasumatary4901 2 года назад +28

    Madam,
    Really you are a very braver woman. So I salute you for your high thinking ambition for your struggle in life.
    From Kokrajhar BTR Assam.

  • @rebotisaikia661
    @rebotisaikia661 2 года назад

    বাইদেউ আপোনাৰ ভৱিষ্যত আৰু আগুৱাই যাওক ৷ধন্যবাদ ৷

  • @gitanjalimedhi4349
    @gitanjalimedhi4349 2 года назад +5

    আপোনাক চেলুট দিছো বাইদেউ 🙏

  • @dhemajisawadika7441
    @dhemajisawadika7441 2 года назад

    Hundor nidorkhan baideo ajir juba projonmor babe, salute..

  • @ramanujdoley9723
    @ramanujdoley9723 2 года назад +13

    U r the real hero
    বাইদেউ

  • @niyaswartaku4815
    @niyaswartaku4815 2 года назад +1

    সচাকৈয়ে সুন্দৰ জীৱনত কৰ্ম কৰিব লাগে/চিজিল অনুভৱ ৷ শিক্ষা ৷ আহৰণ কৰিলোঁ ৷

  • @ankurdoley8299
    @ankurdoley8299 2 года назад +12

    Real inspiration 😍 😍

  • @jahanabipatra9984
    @jahanabipatra9984 2 года назад

    Bohut bohut val lagil . baideu. Hodai apuni hukhot thakok..

  • @puspendraboro9094
    @puspendraboro9094 2 года назад +4

    Apunar xekhor kthabur huni val lagil aru abegik hoi sokulu tukilu mam 🙏🙏pranam mam God save u every day and every moment mam

  • @deepagogoi6337
    @deepagogoi6337 2 года назад +1

    বাইদেউ আপোনাৰ মহান আদৰ্শ সকলোৱে ল ওক ধন্যবাদ 🙏🙏🙏🙏

  • @junalidas7099
    @junalidas7099 2 года назад +24

    মই সৰু সুৰা ব্যবহায় কৰি আছোঁ , বাইদেউৰ পৰা কিছু শিকিব বিচাৰোঁ । যোগাযোগ কৰি দিবলৈ আপোনাক অনুৰোধ জনালো ।

  • @pritamroy12345
    @pritamroy12345 2 года назад +1

    শত কৌটি প্ৰণাম বাইদেউ । আপোনাৰ দুখীয়াক সহায় কৰা আশা পূৰণ হওঁক ।

  • @kabitauniquekitchen1770
    @kabitauniquekitchen1770 2 года назад +3

    Salute my cute sister. U r looking so beautiful and talantat god bless you my cute sister 🙏🙏🙏🙏 real heroin 🙏🙏🙏🙏.har har mahadav 🙏🙏🙏🙏 om nomo Shivai 🙏🙏🙏🙏

  • @pabitradas3410
    @pabitradas3410 2 года назад +1

    Bohut val lagil.....apuni aru aguwai jowa

  • @leninmilileninmili8923
    @leninmilileninmili8923 2 года назад +3

    World greatest and best women.. this is our Miri tribe.. don't ignore us..

  • @rubuldoley566
    @rubuldoley566 2 года назад

    সুন্দৰ লাগিল বাইদেউ আৰু আগুৱাই যাওঁক

  • @dulalramchiary757
    @dulalramchiary757 2 года назад +11

    Most inspirational story of the year.... Heads off to Baideu🙏

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 2 года назад

    Bahut Val lagil aponar uddam dekhi, Apuni nirjatita nari hokolor prerona, dhonnyabad.

  • @BabuAli-km2wj
    @BabuAli-km2wj 2 года назад +18

    God bless you every time
    Every day a joy to live

  • @thomasnarzary8897
    @thomasnarzary8897 2 года назад

    Bohut val lagil baido apunar kam aru mnuk help kora karony..

  • @dhritiraj73
    @dhritiraj73 2 года назад +7

    স্বাৱলম্বীতাৰ মহান চানেকি আপুনি

  • @anjananath8470
    @anjananath8470 2 года назад

    বহুত ভাল লাগিল বাইদেও ইমান খিনি সাহক দিয়াৰ বাবে মহিলাই যে সকলো কাম কৰিব পাৰে । সদায় আমাৰ মাজত জিলিকি থাকক ।

  • @lavi1752
    @lavi1752 2 года назад +10

    TQ Aponar RUclips channel loi ❤️❤️ Anekoya inspection video loi aha vabe 😍. videos bor pora both khini sikhi aso. 💯💯💯. Akha korisu Agole Anekoya video pam boli. . mor a ta akha ase aponalokor channel ot. 😍. Akha korisu aro Agoyai joya 💯💯. Mor Maa or dore a Akha korisu Bhogoban a Val korok . Logte manuh hok hohai kori thakow ❤️

  • @jyostnadoley2254
    @jyostnadoley2254 2 года назад

    Bahut val lagise baideo apunar logot bhogoban ase

  • @jugantamili9763
    @jugantamili9763 2 года назад +4

    Truly... A great inspiration.

  • @niranjansarma4729
    @niranjansarma4729 9 месяцев назад

    Khub val lagil,baideujanir kahanitu suni,bahut dhainnyabad,

  • @simantaentertainment123
    @simantaentertainment123 2 года назад +5

    আপোনাৰ চেনেলটোৰ পৰা বহুত শিকিব পাৰি । আৰু এনেকুৱা ভিডিঅ' বনাই যাওক। শুভেচ্ছা থাকিল।

  • @ritumonitaye5541
    @ritumonitaye5541 2 года назад

    আপুনি বহুত সাহসী মহিলা বাইদেউ।👍👍👍👍

  • @Explore_With_DHOOP
    @Explore_With_DHOOP 2 года назад +4

    Really inspired by u lots of love

  • @gongkachari1535
    @gongkachari1535 2 года назад

    বাইদেউ আপোনাক শতকৌতি নমস্কাৰ, আপোনি মহান বাইদেউ।

  • @roktimraag1129
    @roktimraag1129 2 года назад +8

    সাহসী মহিলা ❤️

  • @manujborgohain9748
    @manujborgohain9748 2 года назад +1

    Val lagile baideo

  • @karma-zo4hc
    @karma-zo4hc 2 года назад +5

    Great video, great insprition

  • @Mamanidas-mq3qt
    @Mamanidas-mq3qt 6 месяцев назад

    আপোনাক বহুত ভাল লাগিছে আপোনাৰ কামে পৰিচয় আপোনাৰ সহায় লাগিব বাইদেওঁ

  • @johnsonmili36
    @johnsonmili36 2 года назад +13

    The main point here is that:
    It really a shame n insult to the Mising community. It is like kick out of the house. Very very insulting n shame. We need to raise awareness for the issue. Hav to take tough stand. Hav to change our mentality.
    Why he choose to marry Dafla?????.???
    There is already Assam- Arunachal dispute going on for so many years.People should remember this.

  • @traderujjal3400
    @traderujjal3400 2 года назад +2

    বাইদেউ আপুনি আগুৱাই যাওঁক।আপোনাৰ সংগ্ৰামে বহুত উৎসাহিত কৰিলে

  • @anushasaikia5187
    @anushasaikia5187 2 года назад +3

    এইয়াই আমাৰ সাহস 💖❤️👍

  • @Mulugrani
    @Mulugrani 2 года назад

    You r really Real Hero Khuri. Apunak Salute koru apunar himmat tu 🙏🙏🙏🙏🙏🙏

  • @utpalborah5769
    @utpalborah5769 2 года назад +4

    Baidw bht val val kotha ketamn kole.hy aje den hokolo homane kam korb lage tetya he jbnt val dhorane soleb parb.baidw kotha belg hone bht val lagele aru bht hahokh pwajen lagle .

  • @lkt9934
    @lkt9934 2 года назад

    Baideo apunar kotha bur huni val lagil.. You are an inspiration

  • @mosudurrahman907
    @mosudurrahman907 2 года назад +5

    Inspirational lady 🙏🙏🙏🙏🙏

  • @dhupgalaxy1232
    @dhupgalaxy1232 2 года назад

    Aunty er hekhor kothakhini huni bohut val lagil 🔥 aane kiba bisari aahile hohay koribo pale val lage 😊 God bless her 🙏✨