সুনীতা দত্তৰ হোটেল ব্যৱসায় sunita kitchen

Поделиться
HTML-код
  • Опубликовано: 9 фев 2025
  • সুনীতা দত্তৰ হোটেল ব্যৱসায় sunita kitchen
    স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি কণমানি জীয়ৰীক বুকুত সাৱতি ঘৰ এৰি অহা এগৰাকী সাহসী মহিলাৰ কাহিনী
    তেওঁৰ জীৱনৰ পদে পদে চেলেঞ্জ আছে
    জীয়াই থাকিবৰ বাবে তেওঁ প্ৰথমে কাম আৰম্ভ কৰিছিল অত’মবাইল খণ্ডত ৷ তাৰপাছত ক্ৰমে এয়াৰ টেল চেমচাঙকে ধৰি বিভিন্ন কোম্পানীত ৷ কিন্তু কৰ’নাৰ লকডাউনত তেওঁ হেৰুবাই পেলালে কোম্পানীৰ চাকৰি।
    বান্ধৱীৰ পৰা টকা ধাৰলৈ লৈ তেওঁ উত্তৰ লখিমপুৰৰ খেলমাটিত আৰম্ভ কৰিলে এখন সৰু হোটেল ৷ নাম দিলে সুনীতা আখল
    সুনীতা দত্ত নামৰ এই মহিলাগৰাকীয়ে কোনোদিন সমস্যাৰ সম্মুখত হাৰ মানিবলৈ শিকা নাই ৷ হোটেল ব্যৱসায়ে তেওঁ চলাই গৈছে তেওঁৰ সংসাৰ ৷ আহকচোন ব্যৱসায়ী সুনীতাৰ লগত কথা পাতো
    uparjan.in

Комментарии • 526