দুখীয়াৰ পৰা ধনী হোৱাৰ আচল কিটিপ কি ?small business idea
HTML-код
- Опубликовано: 14 окт 2024
- uparjan
uparjan assam
small business idea
#Prince_Bharali
#Dodo
prince bharali's vlog
assamese new vlog
new assamese vlog
how to become rich
business idea
business vlog
Mur moromor manuh jonok vogobane hodai vale rakhok logote amar poriyal tuk🙏🙏🙏 Par hoi juwa homoi bure atiyau konduwai 😭😭 Aji apunar videot nijor manuh jone koi thoka kotha keita huni aru besi kandilu..bht besi kosto kori nijor poriyal tuk hukhi kori rakhe,emn val manuh ajon jibon honggi hisape pai moi bht best hukhi...
আচলতে অসমীয়া মানুহবিলাক সাংঘাতিক শ্ৰম বিমুখ সহজ ধনৰ পিছত দৌৰি ফুৰিছে।সকলোকে লিডাৰ হবলৈ লাগে।
ভাগ্য
Happy Family.. God bless you all and.. Stay healthy and wealthy always.. Pray for his more prosperous in life.. In future
Ene video bilak amar uthi oha projonmok. Dekhabo Lage ...teuluke eta hikya pabo ..
Hokulo manobore tanakuwa sasta kora. Val
সুন্দৰ নিদৰ্শন।
সোনোৱাল দেৱৰ মনোবল যথেষ্ট শক্তিশালী। তেখেতৰ ধৈৰ্য্য,, সাহসীকতা,,নিষ্ঠা-সততা শলাগ লবলগীয়া।
হৃদয় চুই যোৱা কথোপকথন।
সোনোৱাল দেৱলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ডিব্ৰুগড়ৰ পৰা🥀
বৰ ধুনীয়া লাগিল শুনি
সুন্দৰ এইয়া হে আচল জীৱনৰ পৰিচয় 💘💘💘
মানুহ জন ধনী হল যদিও অহংকাৰি যেন লগা নাই,কিছুমান ধনী হলে অহংকাৰী হৈ যায় 🙂 কথা বোৰ বহুত ভাল লাগিল❤️😚
সৰুৰে পৰাই দেখি আহিছো নব দাৰ কঠোৰ জীৱন সংগ্ৰাম । ভাবিছিলোঁ এয়া প্ৰচাৰ হব লাগে । আপোনাৰ মাধ্যমেৰে আজি সেয়া সম্ভৱ হ'ল । ভাল লাগিল । ধন্যবাদ জনালোঁ আপোনাক ।
এয়াই প্রকৃত অসমীয়া সন্মানীয় যুৱক ভাল লাগিল
ঈশ্বৰে তোমাক আৰু শক্তি দিয়ক
😢 Ur the real man ____অহংকাৰী সেই সকল যিবোৰ shortcut use Kori ধন ঘটিছে ।।
আগুৱাই গৈ থাকা খুৰা।।
😊😊
কষ্টৰ ফল সদায় মিঠা বন্ধু ভাল কৈ আগবাঢ়িহ জোৱা
দাদাৰ কথাখিনি শুনি নিজকে আৰু এখোজ আগুৱাই যাব সাহস পালো।
এনেকুৱা সংগঠন মূলক ভিডিঅ' দিব , নিজৰ লগতে সমাজৰ দেশৰ বিশ্বৰ লাভ হব
গঠনমূলক
Super
সোণোৱাল ভাইটি ! তোমাৰ দৃঢ়তা আৰু মনোবল সদায় অটুত থাকিব |. ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যোৱা |আমাৰ ল'ৰাবোৰে বিদেশীবনিয়াৰ পৰা বেপাৰবোৰ কাঢ়়ি লব লাগে আৰু সিহঁতক নিজ দেশলৈ যাবলৈ বাধ্য় কৰাব লাগে |
আপোনাৰ কথাখিনি আৰু সৰলতাই হৃদয়ংগম কৰি গল।
যুৱক জনক ঈশ্বৰে আৰু শক্তি দিয়ক তাকেই কামনা কৰিলো
তেওঁ হে প্ৰকৃততে বিৰপুৰুষ ❤️
ধন্যবাদ আৰু আগুৱাই জাওঁক।
সুন্দৰ অনুষ্ঠান। আৰু-----------যুৱক জন আৰু বহুত আগুৱাই যাওঁক 🙏👌
ঈশ্চৰ সহায় হওঁক ।
নবপ্ৰজন্মৰ বাবে তুমি প্ৰেৰণা ।ভগৱানে কুখলে ৰাখক
ভাল লাগিল। ধন্যবাদ। আগুৱাই যাওক।
সুন্দৰ আগবাঢ়ি যাওঁক 👍👍
এই জন আমাৰ সমাজৰ এজন লেখত লব লগা যুবক শিক্ষিত লৰাৰ ছোৱালীৰ বোৰে
চাকৰিৰ বিছাৰিৰ থাকে চাকৰিৰ পালে ও
উন্নতিৰ কৰিব নোৱাৰে সেই কথাৰ ভাবি নেছাই ।
বৰ ভাল লাগিল তেওঁৰ সংগ্ৰামী জীৱনৰ সুখ দেখি❤
এয়াই হল প্ৰকৃত অসমীয়া লৰাৰ পৰিচয়
ভাল লাগিল, আৰু আগুৱাই যাওক।
Apunar dhorjya aru development r sestak "salute "
Business koribolee poisa nalage idea lagi 😍❤️
Sonuwal da Tumi aaru aguwai juwa
Dhanyabad aponer kormolui
সুন্দৰ , দুখে শিকায় সুখে হেৰাই ৷ ধন্য জীৱন আপোনাৰ ৷
Dada jne bht kochto kri ,aji eman dur loike agbari jabo parile,bht vl lagil
বৰ ধুনীয়া লাগিল শুনি❤❤❤
বহুত ভাল লাগিল video টো চাই
প্ৰনাম দাদা,,এজন অসমীয়া হিচাপেই আপুনি মোৰ হৃদয়ত থাকিব
অহংকাৰ নথকা মানুহক,সদায় অন্তৰৰ পৰা ভাল পাও। ভাল লাগিল ভিডিঅটো।
Real man , sucess every moment,
Very good thank you so much beautiful
Sonowal da jindabad 🤗🤗ru aguwai jauk apuni
Bhai ki moja lagil kotha khini suni.
God bless you sir 🙏🙏
Very good sonowal, I pray God bless you. Your future life is lighting for all the humans.
Nvb
দাদা আপোনাক ইয়াৰ ❤ পৰা প্ৰণাম 🙏 ভাল লাগিল আপোনাৰ কষ্টৰ সফলতা দেখি 🫂😊❤️
Very very important topic. So beautiful 👍👍👍
Manuh jon bht vl ase ktha gita huninbht vl lagil dei🙏🙏🙏🙏👍👍👍👍
Thnxs fr sharing nice inspiration story...
Apunar kotha bor xuni bhut vl lgil
মইও সৰুৰে পৰা কষ্ট কৰি ব্যৱসায় আগবহাইছোঁ।জানো উন্নতি কৰিবলৈ কিমান কষ্ট কৰিব লাগে।বহুত ভাল লাগিল ,এখেত মোৰ বয়স ৰে।মোৰ বয়স 33
Aponak bahut dhanyabad
সোনোৱাল ভাই জিন্দাবাদ
ধুনীয়া ❤
Video to Sai bhut duhk lagil ,ru val o lagil ,ru augbahi jawok ,vogobawana val rakhok .dada
Hosakoi val lagil hosa orthot thakile manuh agbahijabo pare
u r ideal ..for our many assamese boys 🫡 respect 🫡
অভাবেই আবিষ্কাৰৰ মূল।এয়েই মূল কথা।কষ্ট নাপালে জ্ঞানৰ জন্ম নহয়।
Congratulation of your life
His mom and dad is looking from above and proud of him ❣️🔥
Bohut enspiring news
He is my good friend very down to earth person
13:21 Kotha bur huni dekhi bohut val lagil... Well done 👍 Lyf t xodai aguwai jua...... He is perfect ❤ 𝙃𝙥𝙮 𝙇𝙮𝙛
God help u
Sorkari sakori kora okol manuhok a amar xomaje sabo nalage kosto kori val manuh huwa jonoku xomaje xonman jonabo lage moi vabu..great Bhai..keep it up your great work
Kandibo nalage Babu, kandibo nalage, aponar pora bohut Kota janibo Logiya ase.
Dada aponer kotha bohot val lagise honi
ALLAH PAKE tumar bhal korok 👌
দাদা মোৰো একেই অৱস্থা হৈছে মা দেউতাই পইচা dib নোৱাৰা ফলত মইও school এৰি দিব লগা হল 🥺😢😢video dakhi muru bahut dukh lagila 😢😢😢😢
লাজ নকৰাকৈ,,সমাজৰ অন্যায় নোহোৱাকৈ যি কোনো কাম কৰি আগুৱাই যাওক
Eku nii dada life t success hbloi bhut kam ase mon di kri jwa ❤️🩹🙂😖
ভাইটি বুলি কলো আমাৰো একে দখা এতিয়াও এনেকে চলি আচো তুমি ভাগৰি নপৰিবা মোৰো মা দেউতা নাই
সুন্দৰ ভিদিও প্ৰিঞ্চ,সদায়েই তোমাৰ পৰা এনেধৰণৰ ভিদিও আশা কৰো।
Waw tekiyow mojaa bondu henekuwa lage❤❤❤😭😭😭bohut duk lagil
❤❤❤❤
Bohut. Val. Lagil. Vidio. Tu. Sai.
God bless you
Successful person❤
সুন্দৰ
Verey good..
Apunar katha bure bhut xahakh dise aji bhut val lagil 🙏🙏
God bless you Dada ❤ 🙏
ভাল লাগিল
Lovely boy...moi এনেকুৱা মানুহক ভাল পাওঁ..বহুত বেছি love 💞 from Kamrup
Val lagil vdo2 sai
Bohut val lgil apunar kotha bur huni dada
Bohot val lage anekuya video sabo 😊, bohot beya lagy lora manuk kanda dekhile😢😢
জয় আই অসম
Mojja!!👌
Very good
Very nice God bless you 🙏🏻
মানুহ জন ভাল ❤
অনুপ্ৰেৰণা ৰ ঔৎস।
Val lagil
Ru aguwai jua brother..tumi hazar jon or babe inspiration. God bless you
Val lagil video sai
Bhut hahokh pau apunar video bur Sai .agoloi akha rakhiku 🔥🔥🔥🔥
Hoi kotha xuni gom pua jai ❤❤❤❤
Bohotu bhal kotha
Bohut bohut val lagil
Great thoughts ❤❤❤👍🙏
সোণোৱাল দা ❤❤
God bless him.
Great vedio
Bohut vall lagil
Vale thakok apuni 😢❤ vogoban ase apunar lgt apunar monotu bohut sohos sorol😊
Hosai,,, vdo to sai vl lga lgte, dokho lagise,,,, bt ata kotha,,, kono kmtte, alah, nkrile, jibont, bohot, dor agowab, pari, & last moment answer,,,,, susscess,,
Thank yu, Naba,,,,