গোলাঘাটৰ ডাম্পিং গ্ৰাউণ্ডত স্থাপন কৰা হৈছে উন্নত মানদণ্ডৰ জাৱৰ নিষ্কাষন যন্ত্ৰ

Поделиться
HTML-код
  • Опубликовано: 5 сен 2024
  • গোলাঘাটৰ ডাম্পিং গ্ৰাউণ্ডত স্থাপন কৰা হৈছে উন্নত মানদণ্ডৰ জাৱৰ নিষ্কাষন যন্ত্ৰ। এই যন্ত্ৰই পেলনীয়া জাৱৰৰ পৰা পলিথিন পৃঠক কৰি প্ৰস্তুত কৰিব সাৰ। একেদৰে পেলনীয়া প্লাষ্টিকো নিষ্কাষন কৰি পথ নিৰ্মাণ বা অন্য কামত ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰিব যন্ত্ৰটোৱে। গোলাঘাটত স্থাপন কৰা এই অত্যাধুনিক যন্ত্ৰটোৰ কাম ইতিমধ্যে আৰম্ভ হৈছে
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 1