Moromore Kolija By Pran Deep || Maya Xani Diyana || মায়া সানি দিয়ানা || New Assamese Song 2020
HTML-код
- Опубликовано: 7 май 2020
- "মায়া
সানি
দিয়ানা"
P.D. Production Presents
Singer : Pran Deep
Lyrics :Pran Deep,Bitupan Borah.
Tune : Pran Deep
Additional Lyrics by Akshay Pritom
Music : Papu Gogoi ( Papz )
Mixxing: Pranoy Dutta
Mastering: Diganta Bordoloi
Recorded at Raj Studio, Guwahati
Digital Market & Media Director
Junaak Milon (Dhwani Music)
Special Thanks:
Jayanta Nath,Budhin Hazarika,Bharat Saikia,Rajib Sharma,Chandan Baruah,Biplov konwar,Bikash Gogoi,Ujjal Konwar, Sankar j. Baruah, Samiran Moloy,Prasenjit Lahon,Kabi Shankar, Kukil,Angshuman Borthakur,Amar Das,Bituraj Bharali,Homen Bora,Nayanmoni Saikia,Madhab Ranjan,Achut Bora,Jintu Neog,Sushanta Kashyap, Mrinmoi Mrittik,Jagat mahish,Ridip Rankit,Romen Danoh,Meer Deep,Mustak,Raktim Bikash,jagrat pt.Bharali, Shidheart,Mintu Raidangia,Raaj Saikia, Krishna Raaz,Nancy Phukan,
Arista Rajkhowa,Manash Mns, Babon,Sudeep,Partha,
Akshay,Arup Kalita,soumar Baba,Pranab,Sandeep,
Arindom,Sarujan,Lulu,Sunti.Gojen
Copyright reserved, Don't upload illegally !!
#Pran_Deep#Sagorore_Nila#Moromore_Kolija#Maya_Xani_Diyana Видеоклипы
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ,এই মৰম আৰ্শীবাদে অনাগত দিনত মোক আৰু উৎসাহ আৰু সাহস দিব🙏🎋🌾Thanks a lot,Please share and Subscribe my RUclips Chennal..stay safe and happpy 😍🚩
প্ৰাণ দ্বীপ da bhut val lgy আপোনাৰ gan tu xuni
PRAN DEEP MUSICAL Dada bohut mojaa gan2 ...god bless u bro ....1ta time ahibo apuni amar hei jegakon nam koribo .....
Dada 2mr Radha gaan2 bht vl lage aru ei notun gaan2 bht dhuniya hoise.atiya2 tiktok t bht famuos hoise.wish u all the best for a playback singer🙏keep it up😊😊👌👌👌
Dada nmbr2 dibosun
Hosa koi val lagese....aru agg bahi jua notun notun gaan amk upohar de jua saba hokolua akuali lobo...👍
লক ডাউন ৰ মাজতো প্ৰাণ দ্বীপ দাৰ এটি সুন্দৰ গীত।।। শুনি বহুত ভাল লাগিল দাদা ।।।আৰু কাৰ কাৰ ভাল লাগিল শুনি লাইক কৰা ।।।।ইমান ধুনীয়া গীত এটি আমাক উপহাৰ দিয়া বাবে ধন্যবাদ দাদা ।।।👍👍
💓
👍👍
ruclips.net/video/wvkSeU_ZiA8/видео.html
সঁচাকৈ বহুত বহুত ধন্যবাদ প্ৰাণ দ্বীপ দা লৈ
আটাইবোৰ গানেই ভাল লাগে প্ৰাণদীপ দাদাৰ👍👍
কৰুণা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে অসমতো আতংকৰ সৃষ্টি কৰি থকাৰ মাজতে আপোনি এনে এটি সুন্দৰ গীত আমাক উপহাৰ হিচাপে দিছে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।। আগলৈও যাতে এনেধৰণৰ গীত আমি শুনিবলৈ পাওঁ তাকে আশা কৰিলোঁ।। সুখি হোৱা তুমি 😍😍
আজিও আহিছো শুনিবলৈ আকৌ😍 সাগৰৰে নীলা .....
সাগৰৰে নীলা, তুমি যেন্ চিলা.... Waooo😍😍😍😍😍
প্ৰাণদ্বীপ ককাই সুন্দৰ অ । "ৰাধা"ৰ দৰে "মায়া সানি দিয়া না"ও আদৰি লওক সকলো তাৰে কামনা কৰিলো ।
অ অ অ''''''''
অ অ অ।।।।
অ অ অ'''''''' চা ৰা ৰা ❤❤❤❤ এইটো গালে পাগল হৈই যাও অ'।বহুত ভাল লাগে মোৰ।
Thike kio je iman Val Lage 🥰
Kobole vakha nai aru de
Really bhut val lage
Ufff ki je gan ita montu kiba lagi jay🥰😍
আমাৰ মাজুলী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত আপোনাৰ এই গীতটো আপুনি পৰিৱেশন কৰিছিল। এইকাৰণে শুনিলো ভাল লাগিল।
❤
বৰ সুন্দৰ হৈছে ভাই। ৰাধাৰ পাছত মানুহৰ মুখে মুখে ৰৈ যোৱা আৰু এটি গীত উপহাৰ দিলা।
মজা গাইছা প্ৰাণদীপ দা
Hundor...
কবলৈ ভাষা নাই ।অতি সুন্দৰ আগোৱাই যোৱা শুভেচ্ছা থাকিল।
আমাৰ প্ৰাণদ্বীপ❤️ আমাৰ হোষ্টেলৰ প্ৰাণদ্বীপ
Pran dip 2mi 🔥🔥🔥🔥
গানটো শুনি বহুত ভাল লাগিল 💚💚মনটো কিবা বহুত ৰোমান্টিক ফিল হৈ গানটো শুনি থাকিলে❤️❤️ বাৰে বাৰে শুনিলেও আমনি নালাগে❤️❤️
Hi
বৰ্তমান সময়ত এটা জনপ্ৰিয় গীত। বহুত সুন্দৰ তোমাৰ সুৰ।❣️❣️
তোমাৰ সৃষ্টিৰ স্বকীয়তাই তোমাৰ বাবে আশীৰ্বাদ হওঁক প্ৰাণদ্বীপ ।টিম প্ৰয়াসৰ লগতে কৃপাল দাৰ পৰাও শুভকামনা জনাইছোঁ।
Ru lagy bey ankwaaa gaaan.. Bht bht mjaaaa
লক ডাউন ত বহূত বাৰ সুনিলো মন তো ভাল লাগিছে গান তো সুনি থাকিলে মন বহুত ভাল লাগে জানো নতুনকৈ প্ৰেমত পৰিছো
Utfff,,,
কলিজা জনীলৈ মনত পৰি গল,,
সুন্দৰ হৈছে,,জুবিনদাৰ পুৰণি কলীয়া ৰোমান্তিক গীতবোৰৰ দৰে,,
💓I love this song 💓
ইমান ধুনীয়া গীতটো আমাক উপহাৰ দিয়া বাবে ধন্যবাদ দাদা
বঢ়িয়া👍👍👍👍👍
Bht bht bht val lagise dada 👌👌
সুন্দৰ প্ৰানদ্বীপ। তুমি আগুৱাই যোৱা। ধুনীয়া গান। ধুনীয়া ভিডিঅ'।
গানৰ ভাষা বহুত উন্নত মানদণ্ডৰ হৈছে।
Am from uttarakhand ....Just exploring Assamese song on my bad day and am loving it 💕💕💕💕
Thank you 💕
প্ৰানদীপ ককাইদেউ বহুত ভাল লাগে তোমাৰ কণ্ঠত ধুনীয়া ধুনীয়া গানবোৰ শুনিবলৈ পালে। all the best.
বহুত ধুনীয়া হৈছে 👍
MjaAaaa,
Zubeen Dar Pisot ..Apuni A Prothom..Jar Konthoi Hridoi Sui Gol.♥️
Love You Sir ♥️
কোনো কোনো মুহূৰ্তত দীক্ষুৰ গান শুনি থকা যেন লাগে । সাদৃশ্য আছে কণ্ঠৰ । strong voice . মই তুলনা কৰা নাই দুয়োজনৰ মাজত । উৎসাহ যোগাইছো । আগবাঢ়ি যোৱা ককাই।
ইমান ধুনীয়া গানটোৰ বাবে ধন্যবাদ ভাই..বহুত ভাল লাগিল....প্ৰাণদ্বীপৰ বাবে মৰম বহুত❤❤❤❤❤
Very nice song
🔥🔥🔥❤️ vl lgise bhut song tu ❤️
Bohut bhal lagil prandeep dada❤️
👌👌🔥🔥🔥
Bohut val lagile dei song bro😍😍😍😘😘😘
বহুত ভাল লাগিল আপোনাৰ গানটো,,, আগ্ৰহেৰে বাট চাই আছিলো,,, আগলৈও এনেকৈয়ে ধুনীয়া গীত আমাক উপহাৰ দিয়ে যেন,,, আগুৱাই যাওক
Hui
Wow dhuniya lagise dai hosa bhuta 😍😍😍😘😘😘😘
Bahut dhuniya hoise dada
Soo nice song ree . Bohutei dhuniya . Montue bhal lago gol
Love from arunachal pradesh❤️
bohut vall laga gantu 😘😘💚💚💚💚💕💕💕💕💕💕💕💕💕👌👌💟
*দাদা ধুনীয়া লাগিল*
এ গান তু লিষাতে বহুুত দিন লাগিছে ছাগে। ভাল লাগিল। ছো গানতু বহুুত গানৰ কথাৰে মিছ আছে। জেন লাগিছে।
Old is gold 💗
তোমাৰ প্ৰতিটো গানৰ প্ৰেমত পৰো ❤😊 ওচৰ পৰা লগ পোৱাৰ হেঁপাহ এবাৰ ❤
Apunar ei gaan tur performace aji Tv't dekhilo, gaan tu bhut val lagise and beautiful voice😍❤
Bohut Dhuniya hoisa Dada ❤
Nice song 😘😘😘😘
Lyrics and voice হৃদয় চুই গৈছে ।।
Lovely song😍😍
Dada aji apunar promgrm salu cinnamart . Bohut bohut val lagil.... Bht mne bohut ru...
O mja hoishe song2 ❤️❤️❤️❤️aru Jen new new song ahe
Prandeep da bohut val lagil gantu xuni🤗🤗
Perfect ..so lovely this song..😍
Uff bohut sweet voice Fida hoi goiso gan huni bohut val lagisa.😘😘❤️❤️
বৰ সুন্দৰ হৈছে prandeep 👌
Nice song
Prandeep daa bhut vl lage apunar ai gaan2❤️❤️
Gaan tu karone bohut din rokhi aselu ...emn dhuniya কন্ঠ ❤️❤️🥀
❤️❤️ Hosakoie bohut dhunia hoise apunr aei gaan2..aru apuni aguaey jae Jen...best of luck..nd God bless you.. stay blessed stay happy ♥️♥️.Muru ghr Jorhat Titabart.
Hi Dada mojaa video go mojaa 👌👌👌🤘✌
মজা লাগে গান টো😍😍😍😍😍
Duniya lagisa dada ❤️❤️❤️❤️
Bohut dhuniya lagise gaan 2 ...❤️❤️❤️❤️
Bhut mojaa lagesa kokoi ❤️❤️❤️♥️♥️♥️
দাদা ধুনীয়া হৈছে ।🙏🙏🙏🙏
Nice song❤❤
সুন্দৰ হৈছে ভাইটি । আগুৱাই যোৱা আৰু আগলৈও আমাক সুন্দৰ গীত উপহাৰ দিবা বুলি আশা থাকিল।
মনপৰশা এটি গীত ,,সকলোবোৰ সুন্দৰ হৈছে,,উহ: বহুত ভাল লাগিল,,টিকটকত আৰু জনপ্ৰিয় হৈছে
Just...Waooooo ......what a voice.....best wishes for you
Bhut vl lgise dada gaan tu❤️
😘😘😘😘
বহোত সুন্দৰ গান প্ৰানদীপ দা
Love this song♥️♥️
Ufff i like soo much this song👌😘😘
Wowwwwwwww..... great song.....much love from morigaon.....oha bohagot apunak Morigaon't dekhim buli axa thakil
Very very very beautiful song and voice
Such a beautiful work.. Papu Da Awesome music as always 💞
Hii💞
Hi
It's a beautiful song 👌👍👍
One of the most favourite and beautiful song .
খুউব সুন্দৰ হৈছে গীতটি তুমি সদায় আগবাঢ়ি যোৱা ভাইটি ।
Bohut Val lagil ❤️
💖💖💖👌 Beautiful song
Dhuniya lagise apunar song tu ❤💖💖😍😍
Mojja dada dhuniya hoise Best new romantic song 😍😍😍
Love yau dada....❤❤❤
Cover bonabo permission pam neki
Nah etia nuwariba official vdo tu upload diya pisot diba dei
@@prandeephazarika8911 tq so much . Official video aha pist bonam
@@PapuMDR moio bonam ha
@@prandeephazarika8911 ketia video ahib
@@prandeephazarika8911 🤗🤗🤗
আগতেই মুখস্থ হৈ অাছে। বহুত বহুত শুভকামনা থাকিল😍🌸
চকুতে চকু থৈ মায়া সানি দিয়ানা ❤
দাদা গানটো বহুত ভাল লাগিছে............... সকলোৱে ঘৰতে থাকক সুস্থ থাকক....... Stay home Stay safe ........ জয় আই অসম।।।।।।
Bohut val lagil huni parn dep da
Good song ♥️
Your voice is amazing😍 better then Neel akash
oti xund0r geet.pran kokai and borasha ba
My fav song 🥰🥰
বহুত ভাল লাগিল গানতো শুনি,,,😍😍
mojja
বহুত ভাল গাইছা | এনে দৰে উন্নতি কৰি প্ৰতিগৰাকী অসমীয়াৰ অন্তত চুই যোৱা যেন | সফল হোৱা তাকে কামনা কৰিছোঁ |
ভাল লাগিছে । আপোনাৰ সুন্দৰ ভবিষ্যত কামনা কৰিছোঁ ।
Nice voice...... upcoming assamese superb singer after neel